BADBIBAD | মিঞা ৰাজনীতি আৰু মুখ্যমন্ত্ৰীৰ কৌশল কি? কোন দিশে আগবাঢ়িছে অসমৰ ৰাজনীতি? N18V

  Рет қаралды 37,078

News18 Assam/Northeast

News18 Assam/Northeast

Күн бұрын

Пікірлер
@hiranmayedeka2520
@hiranmayedeka2520 2 ай бұрын
।কংগ্ৰেছৰ চৰকাৰে আমি জন্ম নোহোৱা পৰা চলি আছিল। আমাৰ লৰা ছোৱালী ভাঙৰ হৈল । মুচলমানৰ উংপাত ইমান আছিল আমি ভয়তে কপি আছিলো। কাৰণ হিন্দু মুছলমানৰ উংপাতত হিন্দুসকলৰ জিয়াই থকাতো অসম্ভ আছিল। উদাল গুৰি কোকৰাঝাৰ ত কিমান হিন্দুক মুচলমানে মাৰিছে কাটিছে আব্দুল খালেক এইবোৰ পাহৰি যাব নালাগে। এইবোৰ অসমৰ জনতা পাহৰি নেজায় যেতিয়ালৈকে সুযোৰ পোহৰ পৃথিৱীত থাকিব তেতিয়াই লোকে অসমৰ সনাতন খিলঞ্জীয়া পাহৰি নেজায়। আমাৰ অসমৰ জনতাৰ সন্তান বোৰ ভবিষ্যত অসম জীয়াই থাকিব লগা হলে আ জীৱন ভাৰত অসমত বিজেপিৰ চৰকাৰ জনতাক লাগিব। ৰাহুল গান্ধী পৰিয়াল বংশ ভাৰতবৰ্ষ কংগ্ৰেছৰ চৰকাৰ জনতা পৃথিৱীত জিয়াই থকালৈকে কেতিয়াও চৰকাৰ আহিব নিদিয়ে। কাৰণ আমাৰ দেশত মিয়া মুচলমানক জনতা দেশ খন গিলিপ নিদিয়ে। আপোনালোকে অসমৰ জনতাৰ মৰমৰ মুখ্য মন্ত্ৰীক আৰু হিমন্ত বিশ্ব শৰ্মাক বিৰোধ কৰিব বিজেপি চৰকাৰক মোডীক গালি পাৰিব সিমানেই অসমৰ জনতা বিজেপিৰ চৰকাৰ ভাৰতবৰ্ষত লগতে অসমত জিয়াই ৰাখিব। অসমৰ জনতাৰ মৰমৰ স্বানন্দ সোনোৱাল আৰু হিমন্ত বিশ্ব শৰ্মা অসমৰ দাপোন হীৰা । কংগ্ৰেছ চৰকাৰ দিনৰ চৰকাৰ আৰু বিজেপিৰ চৰকাৰ আকাশ পাতাল। বিজেপিৰ চৰকাৰ দিনত সনাতন হিন্দু ধৰ্মৰ শান্তিত জিবণ জাপন কটাই আছে। মোডী প্ৰধান মন্ত্ৰী হোৱাৰ পাছতেই ভাৰতবৰ্ষৰ জনতাক শান্তিত ৰাখিছে। মোডী ভাৰত খন আকাশলৈ আগুৱাই নিলে । হিমন্ত বিশ্ব শৰ্মা যি কাম কৰি আছে অসম জনতাৰ ভবিষ্যতৰ কিৰণে ভাল কাম বোৰ কৰি আছে। আমি শান্তিত জিবণ যাবন কটাই আছো। বিজেপিৰ চৰকাৰ সুযোৰ পোহৰ থকালৈকে ❤❤❤❤❤❤❤❤❤❤❤ চলি থাকিব।
@swapnasaikia8349
@swapnasaikia8349 2 ай бұрын
Borpetar goinsai louk or oxomiyar jibon huroikhyar babe himantwa sorkaror homorthon korok🙏🙏🙏
@UpenKalita-dx2cr
@UpenKalita-dx2cr 2 ай бұрын
আপোনালোকে আলোচনা কৰোতে এটা ভূল কথা কোৱা দেখা যায়। হিন্দু মুছলমান নহয় হিন্দু -মিঞাৰ ৰাজনীতি। অসমত খীলঞ্জীয়া মুছলমানৰ লগত কোনো সংঘৰ্ষ নাই। বাৰ বাৰ মুছলমান ক'ব নালাগে। এই মিঞা অৰ্থাৎত বজ্ঞীয় মূলৰ মানুহবোৰে কোনো সংবিধান অনুসৰি কাম নকৰে। কি বিবাহৰ ক্ষেত্ৰত, কি জনস্বাস্থ্যৰ জন্ম নিয়ন্ত্ৰণৰ ক্ষেত্ৰত, কি ধৰ্ষণৰ ক্ষেত্ৰত, কি চুৰি - ডকাইতিৰ ক্ষেত্ৰত কোনোটো ক্ষেত্ৰতে আগবঢ়া নহোৱা নহয়। সেই বাবেই অসমৰ কাৰণে চিন্তনীয় বিষয় হৈছে।
@abdulkhalequemondal9591
@abdulkhalequemondal9591 2 ай бұрын
Tomalokor bhul dharona.
@rashidabegum161
@rashidabegum161 2 ай бұрын
হিমন্ত জ্ঞানী আৰু চালাক হ'লে মুছলমানক ভাল পালে নিশ্চয় মুসল মানৰ ভোট বিলাক তেৱেই পালেহে যেন।
@NirmolRay1996
@NirmolRay1996 2 ай бұрын
মুঠতে বৰ্তমান মীয়া বাঢ়িছে ,গতিকে অসমীয়া খিলঞ্জীয়াক বচাবলৈ মীয়াৰ কিছুমান কাৰ্যকলাপ বন্ধ কৰিব লাগিব।মীয়াই যিমানেই নোকোৱা কিয় সিহত সদায় একতা আছে।গতিকে আমাৰ অসমীয়াৰহে একতা নাই।মীয়া বা মুছলমানৰ লক্ষ্য হল মাটি বঢ়োৱা,জনসংখ্যা বঢ়োৱা,হিন্দু ছোৱালীক বিয়া কৰোৱা।গতিকে মীয়া ক বিশ্বাস কৰিব নোৱাৰি।।।আজি যি কব কালি বদলি হৈ যায়।।।মীয়াই হওক বা মুছলমানেই হওক।
@anserali6227
@anserali6227 2 ай бұрын
Right
@kamaleswarbordoloi993
@kamaleswarbordoloi993 2 ай бұрын
যদি ভাৰতৰ সংসদত আৰু বহু বিধান সভাত নামাজৰ ব্যৱস্থা নাই অসমত এটা ধৰ্মীয় গোষ্ঠীয়ে লৈ থকা ধৰ্মীয় সুবিধাবাদ উঠাই দিয়াত তেওঁৰ ইমান বেদনা কিয়?আৰত কিবা উদ্দেশ্য নিশ্চয় আছে ।
@asharuddinahmed4618
@asharuddinahmed4618 Ай бұрын
Good is certified
@merajulhque8127
@merajulhque8127 2 ай бұрын
Dr
@SudangshuBiswas-gv6hw
@SudangshuBiswas-gv6hw 2 ай бұрын
Muslim means Congress, Congress means jahadi thinking.
@kamaleswarbordoloi993
@kamaleswarbordoloi993 2 ай бұрын
অসমীয়া খিলঞ্জীয়া সকলৰ বৰ্তমান কি বেদনা, ভবিশ্যত উত্তৰ পুৰুষৰ বাবে শংকিত কংগ্ৰেছে এষাৰো নকয় কিয়? এইক্ষেত্ৰত হিমন্তই একমাত্ৰ অসমীয়া । ভোটাৰ ৰাজনীতি কৰাহেতেন মোছলমান সকলক হাত কৰি লবলৈ হিমন্তক একচেকেণ্ডো নালাগে। সেয়া কৰা নাই। অসমীয়াৰ হৈ মাত মতাৰ বাবেই যি সকল অসমীয়া আজি খৰ্গহস্ত হৈছে এয়া জাতিৰ বাবে দুৰ্ভাগ্যজনক।
@rajkumardas4975
@rajkumardas4975 2 ай бұрын
এই মিয়াটোক ষ্টুদিয়ৰ পৰা মৰিয়াই বাহিৰ কৰক ইয়াৰ কথা শুনিবৰ মন নাই
@abdulkhalequemondal9591
@abdulkhalequemondal9591 2 ай бұрын
Tohotor metalitie tohotok aru bahut oporot loi jabo jen lage.
@manojnandi4319
@manojnandi4319 2 ай бұрын
Dada 2santan Janma diyak aku Apati Nai
@RanjitSarmah-l9l
@RanjitSarmah-l9l 2 ай бұрын
খালেক ডাঙৰীয়া, আপুনি খোলা অন্তৰেৰে এবাৰ ইছলাম ধৰ্মীয় মাংস বেপাৰী সকলক আহ্বান কৰিব পাৰিবনে হিন্দু অধ্যুষিত এলেকাত মুকলিকৈ মাংস কাটক হালাল নকৰাকৈ । যদি তেওঁ সকলক মানাব পাৰে তেন্তে অসমত আপোনালোকৰ পুনৰ-উত্থান.........
@aftararohman8091
@aftararohman8091 2 ай бұрын
100%Right
@baharali8785
@baharali8785 2 ай бұрын
100% Right.
@foriduddinbarbhuiya50
@foriduddinbarbhuiya50 2 ай бұрын
100% correct
@HobibAhmed-k8k
@HobibAhmed-k8k 2 ай бұрын
Tank you kalik sir he iis long life
@RajivDoley-f8w
@RajivDoley-f8w 2 ай бұрын
Miya congress hatao assam bosao jai sri ram
@KeshobChetry-w1g
@KeshobChetry-w1g 2 ай бұрын
Ĺof those"llof PmllLMK Llkmlkm Lofkm lknowll L Llof Lknowllkm LMKlLMKlofllpm km kmlkm pmllkmllkm llthe pm km km LMK km km km kmLMK km Km
@gobindanath4675
@gobindanath4675 2 ай бұрын
Khalake miya sir moi dharmapur samastir hoi moi aponuk vote disolo kintu miya sokele aamar nalbarir bohut mati kini kini sesh korie aru aamar Kam bor beparbor sesh korile .proman lage jodi moi dim .T v t bohi miyar support korile nohobo karon aamar jati mati vasha chob sesh korile gotike H B S is God and AAlah of Assam.Muslim not only for miya Bangladeshis.Modi H B S................... Is our heart.
@MonsobAli-l7q
@MonsobAli-l7q 2 ай бұрын
🇮🇳 ☝️🙌👇📻🧭
@gajennath2296
@gajennath2296 2 ай бұрын
Sudur.bhai.tur.sarker.thakuta.burniti.ki.nasilna.faltu.katha.kuya.bilakjanuar.
@abdulkhalequemondal9591
@abdulkhalequemondal9591 2 ай бұрын
Bhakhar khettrot toi Nobel prize poar joggya, c m sirok proposal pothabo kobo lage.
@TG_GAMING-9n
@TG_GAMING-9n 2 ай бұрын
He is the man who announced ,he will suicide if Rohingyas were not give shelter.. people like him responsible for increasing Rohingyas in many states of India. This channel has invited to take knowledge of history from this people.
🕊️Valera🕊️
00:34
DO$HIK
Рет қаралды 19 МЛН
Live Now 🔴Dr. Zakir's Epic Response to Kapil Sharma - Don't Miss!
1:06:14