এটা বহুত দুখলগা পৰিস্থিতিত কণমানি ছোৱালী এজনীক লগ পালো।

  Рет қаралды 148,656

Homoy

Homoy

Күн бұрын

Пікірлер: 729
@parthamixarsassam6762
@parthamixarsassam6762 11 ай бұрын
কনমানীজনীৰ অৱস্থাটো দেখি দুখ লাগি গ'ল 😢 দাদা আপুনিয়েই ভগৱান স্বৰূপ হৈ আছে। সহায় কৰক কনমানীজনীক
@rojiboro-fi9ey
@rojiboro-fi9ey 5 ай бұрын
ভগৱানে যাক ধন দিয়ে অজস্ৰ দিয়ে‌ আৰু ‌ যাক দোখ দিয়ে নৰক হৈ পৰে । বহুত দুখ লাগিল । ছোৱালীজনী ভৱিষ্যত ভাল হয় যাতে।
@bhabanandasaikia4764
@bhabanandasaikia4764 11 ай бұрын
এনেকুৱা দৃশ্যবোৰ দেখিলে মোৰ কেতিয়াবা ভগৱানক প্ৰশ্ন সুধিবলৈ মন যায় কি দোষৰ শাস্তি দিয়ে এনেকৈ । সৰ্বপ্ৰথমে মই দাদা আপোনাক ধন্যবাদ জনাঁইছো ভগৱানে আপোনাক আৰু দুগুন উৎসাহ দিয়ক এনে কামবোৰ কৰি যাবৰ বাবে । 🙏
@SimantaBoroo-uz9qt
@SimantaBoroo-uz9qt 11 ай бұрын
ছোৱালীজনীক ভগৱানে আশীৰ্বাদ কৰক। ভবীভৱিষ্যত উজ্জ্বল কামনা কৰিলোঁ 😢😢😢😢
@ranjitporgohain8774
@ranjitporgohain8774 10 ай бұрын
ভগবানে কি
@niromaboruah143
@niromaboruah143 11 ай бұрын
ছোৱালী জনী ভবিষ্যত ভাল হওঁক ভগৱান ওচৰত প্ৰাৰ্থনা জনাইছোঁ 🙏
@dhanjitdas6167
@dhanjitdas6167 11 ай бұрын
বহুত দুখ লাগিল চাই 😢 সঁচাকৈ ছোৱালী জনী বহুত সাহসী আগলৈ পঢ়ি শুনি ডাঙৰ মানুহ হওঁক আৰু সদায় যেন ভালে কুশলে ৰাখক ভগৱানৰ ওচৰত এইয়ে প্ৰাৰ্থনা 🙏
@mbegum5806
@mbegum5806 11 ай бұрын
কণমানিজনীৰ কাৰণে বহুত বেছি দুখ লাগিছে দে 😢😢😢😢 সময় দা তুমি আৰু আগুৱাই যোৱাৰ তাৰে কামনা কৰিছোঁ আল্লাহৰ ওচৰত 🤲❤❤❤❤
@NOOBGAMING-wk1mg
@NOOBGAMING-wk1mg 11 ай бұрын
Me also😢
@feelthemusic6793
@feelthemusic6793 10 ай бұрын
আজিকালি বহুতো ফকতিয়া ইউতিওৱাৰ দেখিছোঁ যি নিজৰ স্বাৰ্থৰ কাৰণ কাম কৰে । কিন্তু আপুনি এজন‌ মহাঁন‌ দাদা আপোনাক ভগৱানে সাহস আৰু সুস্থ কৰি ৰাখে যেন । আপোনাৰ কাম বোৰ নিস্বাৰ্থ আৰু নিভাজ।❤❤
@anjanabezbaruah9617
@anjanabezbaruah9617 11 ай бұрын
কনমানী জনিৰ ভৱিষ্যত যাতে ভাল হয় তাকে কামনা কৰিলোঁ 🙏🙏
@hndekari8011
@hndekari8011 10 ай бұрын
সুন্দৰ ভিডিঅ'। কোনো সদাশয় ব্যক্তিয়ে যদি ঘৰ সাজিবলৈ ছোৱালীজনীৰ নামত এটুকুৰা মাটি দান কৰে তেন্তে সময়ে ঘৰ এটা সাজি দিব পাৰে ।।
@PahiPhukan-zl9zs
@PahiPhukan-zl9zs 11 ай бұрын
দাদা তোমাক ভগৱানে সদাই কুশলে ৰাখে তাৰে কামনা কৰিলোঁ , কাৰণ তুমি এজন বহুত ভাল মনৰ মানুহ ।
@nikudas101
@nikudas101 11 ай бұрын
😂😂😂
@PahiPhukan-zl9zs
@PahiPhukan-zl9zs 11 ай бұрын
😌
@krishnaborah7189
@krishnaborah7189 11 ай бұрын
দাদা আপোনাক বহুত বেছি ধন্যবাদ জনাইছোঁ ইমান ভাল ভাল কাম কৰি আছে ... ভগৱানে আপোনাক আৰু সাহস শক্তি দিয়ক তাকে নেদেখা জনৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ... আগবাঢ়ি যাওঁক❤
@bishalsarma5306
@bishalsarma5306 11 ай бұрын
বাকী KZbin ৰে টকা কমাইছে আপুনি আশীৰ্বাদ আৰু সন্মান কমাই আছে ❤ love you brother
@bishalsarma5306
@bishalsarma5306 11 ай бұрын
সকলোৱেই যদি মাহত 50/100 tokau দিয়ে বহুত হব মই ভাবো, ৰাইজে নখ jukarile নৈ বই বুলি মানুহে koy আজি যদি সেই নৈ খন ছোৱালী জনিৰ লগত jay বহুত সহায় হব বুলি ভাবো ❤
@rajdeepmoran5889
@rajdeepmoran5889 11 ай бұрын
Hoi moi u hei2 ye vabu
@vlogingwithdipu4247
@vlogingwithdipu4247 11 ай бұрын
তুমি এদিন ডাঙৰ মানুহ হবা ধুন ❤️ ভগৱানৰ ওচৰত পার্থনা কৰিছোঁ ।।
@milirekha5611
@milirekha5611 11 ай бұрын
শেষত 😢😢😢নোৱাৰিলোঁ চাব বহুত কান্দিলো 🫀🫀🫀🫀🫀🫀🫀🫀🫀🫀🫀🫀🫀🫀🫀🫀🫀
@ddhemali2.040
@ddhemali2.040 11 ай бұрын
কণমানিৰ জনী বিষয়ে জানি বৰ দুখ লাগিল। পিছে সময় দা কাষত থিয় দিছে যেতিয়া কিছু সকাহ হ'ব।
@Kankanahandique-wr5cr
@Kankanahandique-wr5cr 9 ай бұрын
ভিদিঅতো দেখি বহুত দুষ লাগিছে ভিডিঅ বনোৱা ভাইটি জনলৈ ধন্যবাদ জনালো 🙏🙏🙏🙏🙏
@gautammodivlogs5086
@gautammodivlogs5086 11 ай бұрын
ভগৱানে যাক ধন দিয়ে অযশ্ৰ পৰিমাণে দিয়ে আৰু যাক দুখ দিয়ে তাৰ জীৱনটো নৰক হৈ পৰে । মানুহৰ এনে জীৱন ধাৰণ কৰা দেখিলে বৰ দুখ লাগে । দাদা video টো চাই বৰ দুখ লাগিল । ঈশ্বৰে আপোনাক শক্তি দিয়ক যাতে এনেদৰে ভুগি থকা পৰিয়ালবোৰক আপুনি উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।
@Homoy
@Homoy 11 ай бұрын
🙏🙏🙏
@h34852
@h34852 10 ай бұрын
ছোৱালী জনীক ভগৱানে মংগল কৰক ।
@RanuBuragohain-h2z
@RanuBuragohain-h2z 11 ай бұрын
ছোৱালী জনী যেতিয়া গাভৰু হ'ব। তেতিয়া খোজে প্ৰতি বিপদ। আজিকালি যি হেতুকে
@ranjukonwar9276
@ranjukonwar9276 9 ай бұрын
ছোৱালী জনী তুমিয়েই কিবা এটা থিক থাক কৰি দিয়া ভগৱানে তোমাকো চকু মেলি চাব
@Naina.kole.10
@Naina.kole.10 11 ай бұрын
Dada আপোনাক কি বুলি কওঁ একো ভাবি পোৱা নাই।আপোনাক যদি কিবা help কৰিব পাৰিলে নিজৰে কিবা এটা ভাল লাগিলে হয় । ভিদিও টো চাই কান্দি লৈছোঁ দাদা। আপুনি বহুত ভাল কাম kori আছে।।❤❤❤❤
@bulumoninath6956
@bulumoninath6956 10 ай бұрын
তাই সাহসী ছোৱালী ।ভগৱানে সকলো ভালেই কৰিব।আপুনি মহান ।
@bitugarem8810
@bitugarem8810 10 ай бұрын
ছোৱালী,জনি,আছমত,ৰাখিদিয়া,দেউতাকক,মৌবাইলএটাদিয়া,খোৱাতুনো,কিমান,খাব,অলপ2ভাত,দিলে,হল
@hridyanshugogoi2943
@hridyanshugogoi2943 4 ай бұрын
বৰ দুখ লগা পায় ঈশৰে মঙ্গল কৰক
@bharatdas2998
@bharatdas2998 11 ай бұрын
তুমি এদিন ভাল মানুহ হবা সোন ❤❤
@bijukhan4540
@bijukhan4540 11 ай бұрын
কণমানি জনী এদিন ডাঙৰ মানুহ হ'ব বুলি আশা ৰাখিলোঁ ❤❤❤
@punyakonwar41
@punyakonwar41 11 ай бұрын
ভাষা নাই কবলৈ😢😢 'দেউতাকে বিচৰাটোকে কৰিলে ভাল হয় নিশ্চয়ে ভগবান সহায় হব।
@sumon8982
@sumon8982 11 ай бұрын
Great KZbinr buli kobloi hole homoy r name tu first monot pore ❤️
@pegupurna570
@pegupurna570 11 ай бұрын
একো দিব নোৱাৰিলেও Homoy ৰ লগত সদায় আছো, আৰু থাকিম। ❤❤❤
@Earningmoney17
@Earningmoney17 11 ай бұрын
আপোনাৰ দৰে এদিন মইও মানুহক সহায় কৰিম দাদা❤🤗
@PahiPhukan-zl9zs
@PahiPhukan-zl9zs 11 ай бұрын
শুভ কামনা জনালোঁ
@Earningmoney17
@Earningmoney17 11 ай бұрын
@@PahiPhukan-zl9zs ধন্যবাদ সহযোগ কৰিব💫
@tanujgogoi3920
@tanujgogoi3920 11 ай бұрын
ভগবানে আপোনাকো সেই শক্তি দিয়ক❤🙏🙏
@Mandirasingha95
@Mandirasingha95 11 ай бұрын
Mur u same things de atiya nuwari but pisot sure korim 100% Xomoy da logot mili
@sumitraphukan6916
@sumitraphukan6916 11 ай бұрын
বহুত ভাল কাম কৰিছা ভাইটি ছোৱালী জনি দেখি বৰ দুখ লাগিলে
@ultimatecreation....
@ultimatecreation.... 2 ай бұрын
এইসকল লোকৰ উচৰলৈ স্বয়ং ভগৱান আহিব নোৱাৰে বাবে তোমাৰ নিচিনা এজনক বাছনি কৰিলে ৷ Lots of love❤ Love from Sivasagar
@BarnaliSaloi
@BarnaliSaloi 11 ай бұрын
বেলেগ মানুহৰ ওচৰত থোৱাতকৈ শিশু আশ্ৰমত থোৱাটো ভাল হব বুলি ভাবো মই, আপুনি সঁচাকৈ বহুত মহান মানুহ🙏🙏
@srishtirsafura9211
@srishtirsafura9211 11 ай бұрын
Kintu deotakor ki hobo
@lakhipriya2095
@lakhipriya2095 11 ай бұрын
Moi u ak mott...
@lipiborah9675
@lipiborah9675 11 ай бұрын
Swali joni muk dia.... Valdore rakhim..... From nagaon
@bishalsarma5306
@bishalsarma5306 11 ай бұрын
Aponi mohan aponi juga jug kork ❤
@midulborah4332
@midulborah4332 10 ай бұрын
তুমাক ভগৱানে দুখীয়া মানুহৰ মাজত হাহি বিলাৱলে পথালে তুমি জাতে চিৰদিন তেনে কৈ আগ বাহি জুৱা ❤❤❤❤❤❤❤
@DipankarRajkhowa-w3c
@DipankarRajkhowa-w3c 10 ай бұрын
Homoy bhai bohut Val Kam korisa aguai jua
@bikibhuyan1597
@bikibhuyan1597 11 ай бұрын
Homoy Tumk lag pabo kat prim. Alp man kiba xohay krb prileu tumr kamt val lagb. Aguai jua ru. Vogobane val rakhk 2mk.
@MisssumiGogoi
@MisssumiGogoi 11 ай бұрын
Video টো ভাল লাগিল বুলি নকওঁ 😢 🥺কণমানি জনি ভাল হওঁক ❤❤ আগলৈ
@আমাৰপৰিয়াল
@আমাৰপৰিয়াল 11 ай бұрын
ভগৱানে আপোনাক ভালে ৰাখক 🙏 🙏
@NabaSarma-oq4xe
@NabaSarma-oq4xe 10 ай бұрын
দাদা আপুনি যে এনেকুৱা মানুহৰ খবৰ লৈ সহায় কৰে 🙏🙏🙏আপুনি দয়াশীল লোক হয়,,ভগৱানে আপোনাক মংগল কৰক
@hollywodfun6758
@hollywodfun6758 11 ай бұрын
Bhut vl lage 2mr video sai
@nilakshigogoihiloidari8388
@nilakshigogoihiloidari8388 11 ай бұрын
Dada apunk hodai vogoban e kukhole rakhok...enedore val Kam Kori jauk....nithorua jonok hodai vogoban sorupe hatot hat dhori aguai loi jauk....god bless you
@MrGogoi-ps8vh
@MrGogoi-ps8vh 11 ай бұрын
তোমাৰ আহিব লগা দিন বোৰ যেন সুখৰ হয় তাৰে কামনা কৰিলো Love from :- Tingkhong ( টিংখাং)❤❤❤❤❤❤❤❤❤❤❤❤❤
@BituponKachari-z4v
@BituponKachari-z4v 11 ай бұрын
KZbinr হলে এনেকুৱা হব লাগে। মানবতাৰ নিদর্শন👍
@gyanjyoti4872
@gyanjyoti4872 11 ай бұрын
Suwalijoni bor morom lagil this is a very good jab ❣️
@cyrussutradhar6473
@cyrussutradhar6473 11 ай бұрын
Apuni thik manuh bisare pai aulookok hohaiyr khub proujon ho hai korok ki kom🙏
@bijitsaikia1491
@bijitsaikia1491 11 ай бұрын
কণমানিজনীৰ জীৱন ধাৰণ দেখি বহুত দুখ লাগিল....!! হে প্ৰভু তুমি দুয়োৰে সহায় হোৱা।
@assamboy3636
@assamboy3636 11 ай бұрын
Dada apunr video bur sai bht besi vl lage video sai bht besi dulh lagil from dhemaji apuni vogoban 😊😊😊😊
@KalpanaBasumatary-gy6ix
@KalpanaBasumatary-gy6ix 8 ай бұрын
ছোৱালী এজনীক মোক দিয়া হলে
@riturajbaruah5329
@riturajbaruah5329 11 ай бұрын
Tomar vedio sai bhal lage .aru agbahi juwa
@RatanHemaram
@RatanHemaram 11 ай бұрын
মই ছোৱালী এজনীক তুলি ল'বলৈ
@ulta-pultavlogs2076
@ulta-pultavlogs2076 11 ай бұрын
You are doing very great job dada ,,,,may God bless this little girl
@Homoy
@Homoy 11 ай бұрын
🙏🙏
@SurajkarmakarMunu
@SurajkarmakarMunu 10 ай бұрын
❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
@julipegu5949
@julipegu5949 10 ай бұрын
Dada Bor dukh lagil Hohai korar Babe Tq
@PRANTIKGAMERYT
@PRANTIKGAMERYT 11 ай бұрын
দাদা বহুত দুখ লাগিল 😢😢😢😔😔😔😭🥲
@b.gameingcrazygamer1538
@b.gameingcrazygamer1538 11 ай бұрын
দোষ নহয় অ, দুঃখ হে
@Kumoijyoti-kumoi-assam
@Kumoijyoti-kumoi-assam 11 ай бұрын
Hoi😢😢😢
@nirudas9343
@nirudas9343 10 ай бұрын
Good girl 😊 ​@@Kumoijyoti-kumoi-assam
@naniranidas7118
@naniranidas7118 10 ай бұрын
@@b.gameingcrazygamer1538 80
@minatibujarbaruah9833
@minatibujarbaruah9833 10 ай бұрын
​❤😂@@b.gameingcrazygamer1538🎉🎉🎉🎉1🎉🎉🎉🎉
@Jilimanidas
@Jilimanidas 11 ай бұрын
Maina jonik vogobane vale vale rakhok..logote tumako.. bohut manuhok hohai korisa agoloi hohai kri janboli bhgobane tumak sakti diyok🙏🙏🙏
@prashantnath4483
@prashantnath4483 11 ай бұрын
সমগ্ৰ বিশ্বজুৰি ইয়াত তেওঁ অৰিহনা
@pinksmock5653
@pinksmock5653 8 ай бұрын
Vl lagise video tu sai
@fulenduara7475
@fulenduara7475 11 ай бұрын
ছোৱালী জনীজাতে এদিন ভাল হওক
@mukutdeka9286
@mukutdeka9286 10 ай бұрын
Agowai Jowa dada vgbane Val krk
@romanborgohain2997
@romanborgohain2997 11 ай бұрын
সময় কাৰনে সলনি হয় বহু তো দুখীয়া ৰ জীৱন ❤❤❤❤
@Bepositivemotivationl-rx1lw
@Bepositivemotivationl-rx1lw 11 ай бұрын
বৰ দূখ লাগিল ভিডিঅ টো চায়
@biswajitray471
@biswajitray471 11 ай бұрын
Dada apuni mohan hoy aru aguaijuwa❤❤❤❤❤ best'of love 💕
@mraj871
@mraj871 10 ай бұрын
ভগৱানৰ আন এটা ৰূপ হৈছে সময় দা।
@gopinathkoch6230
@gopinathkoch6230 11 ай бұрын
সুন্দৰ ভগৱানে আপোনাক ভালেই ৰাখক দাদা।কণমানি মাইনাজনীৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ।🙏
@momibora8204
@momibora8204 11 ай бұрын
Parili টোৰ দহ বাৰ man like দিব মন যে
@RunuBora-s2x
@RunuBora-s2x 10 ай бұрын
কনমানী জনীলৈ বৰদুখ লাগিল।
@hridyanshugogoi2943
@hridyanshugogoi2943 4 ай бұрын
বৰ ভাল লাগিল কোনো দিন নেদেখা এটা দেখিলোঁ
@HirenVideoUpdate
@HirenVideoUpdate 11 ай бұрын
Apunar video bohut bohut val Lage ❤❤❤❤
@bumonvlogs3222
@bumonvlogs3222 10 ай бұрын
Suwalijonir ujjol bhobisyot kamona korisu.
@nanditahaloi5270
@nanditahaloi5270 11 ай бұрын
ছোৱালী জনীক যদি child care ba vl organisation r under থব পাৰি যাতে তাইৰ পঢ়া শুনা সকলো দায়িত্ব লয় আৰু দেউতাক জনক বৃদ্ধাশ্ৰমত থব পাৰি নেকি আৰু লগতে যাতে দুই তাৰ মাজত মাজে সময়ে হ'লেও খবৰ খাটি হৈ থাকে তেনেকৈ ও চিন্তা কৰিব পাৰি নেকি দাদা
@ChittarajanNath
@ChittarajanNath 6 ай бұрын
Dada apuni kintu bohut bohut vl Kam Kori asay..apunak vhagobony akhirbat korobi..god bless you
@LakhimaiDas-l9b
@LakhimaiDas-l9b 11 ай бұрын
Deha joni jibon tu val kora vogoban
@sanjanasagarika68
@sanjanasagarika68 11 ай бұрын
দাদা পাৰিলে ছোৱালী জনী ভাল মানুহৰ হাতত দি দিব বা তেনেকুৱা সুবিধা আছে আজিকালি অনাথ আশ্ৰমত বা শিশুৰ কাৰণে যি আছে যি ভাল হয় ।।।তেনেকৈ থকাটো কনমানি পোৱালিটো উচিত নহয় দিনকাল বহুত বেয়া কনমানি পোৱালিটোৰ কাৰণে ভাল সুবিধা কৰি দিব 🙏🙏
@Bhaikan231
@Bhaikan231 11 ай бұрын
First comment ❤সচাকৈ বহুত দুখ লাগিল 😭
@TutumoniPhukan-x1n
@TutumoniPhukan-x1n 9 ай бұрын
lora tumar vidio bilak sai bohut val lage
@kamaldas9421
@kamaldas9421 11 ай бұрын
Video বোৰ চাই যাও কিন্তু আজিলৈকে একো সহায় কৰিব পৰা নাই । নিজৰ বহুত বেয়া লাগে আপুনি এনেদৰে সহায় কৰি যাওক xomoy দা এদিন সহায় কৰিব পাৰিম বুলি বিশ্বাস ৰাখিছোঁ আপোনাৰ সৈতে। ধন্যবাদ দাদা। Love from Bajali ❤.
@nabajitkonchnabajitkonch3513
@nabajitkonchnabajitkonch3513 11 ай бұрын
😢😢😢
@axomsumit473
@axomsumit473 11 ай бұрын
Proud of you brother you are doing such a great work appreciate you may God bless you and go on doing your work help the poorest people ❤
@krishnasaikia3285
@krishnasaikia3285 10 ай бұрын
Dada.apunak.bahut.bahut. dhanyvad.janaisu..aapuni.. ki Baeta.korok.....
@NipunKalita-s8b
@NipunKalita-s8b 11 ай бұрын
Baki youtrub'r bilaky upnar dory jdi anyky help krely hoi bhout vl lagil hoi kinto hihot ako kamr mano nohoi nijr to boji pai...uponi anyky ag bari thakok hdai god bless you dada👍👍👍
@hiteshnathhiteshnath2254
@hiteshnathhiteshnath2254 10 ай бұрын
তুমাক এটা কয় দাদা বেলেগ দিয়া নেদিয়া মাইন তু দিবা ❤❤❤❤❤❤
@narayanbabubharali9846
@narayanbabubharali9846 10 ай бұрын
অসাধাৰণ।
@tilok214
@tilok214 9 ай бұрын
Very heart touching..
@mitalibarman5802
@mitalibarman5802 11 ай бұрын
Konmanijoni adin val manuh habo
@apurbaroy7458
@apurbaroy7458 11 ай бұрын
prithibit kisuman val kam koribole val manuh vogobane pothiyai diye aru sei val manuh buror majot apuni ajon kokaideu . apunak mur sahasra pranam aru aguwai jowa🙏❤
@jintuhazarika8651
@jintuhazarika8651 11 ай бұрын
ভগৱান
@PoliBorah-z5g
@PoliBorah-z5g 11 ай бұрын
Vonti Joni dhekhi hosake bhout beya lagise❤❤soku Pani rokhabo nuwarilu❤❤❤dada apunak vogobane hodai je hahok diyok❤❤❤❤
@biplobgogoi3649
@biplobgogoi3649 10 ай бұрын
Beta tumak bohut aakhibad korisu .
@Uddanbhro
@Uddanbhro 10 ай бұрын
Bhagwane konmani tuk bohut aguai loi jaak❤
@PojolPegu
@PojolPegu 10 ай бұрын
মোক দিব নেকি সময়দা ছোৱালী জনি মোক
@Jinty254
@Jinty254 11 ай бұрын
Bohut dukh lgil hxai.😢😢 Vogowane apunak ru hokti diok dada. ❤❤❤
@JekelkoMili-pw3fl
@JekelkoMili-pw3fl 11 ай бұрын
Bohut val lagil ❤❤ video tu
@numaldeoly8672
@numaldeoly8672 10 ай бұрын
Olop hohay kara dada
@sonitpurmisingao838
@sonitpurmisingao838 11 ай бұрын
সময় দাদা আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ ❤❤❤❤
@lalantahajong5169
@lalantahajong5169 11 ай бұрын
homoy.. da God bless you.... I love every time..
@kangkanmedhi
@kangkanmedhi 11 ай бұрын
🙏🙏🙏🙏🙏Krishna🙏🙏🙏🙏🙏
@Kumoijyoti-kumoi-assam
@Kumoijyoti-kumoi-assam 11 ай бұрын
Bohut dhukh loga kotha 😢😢❤❤ dada
@kangkanmedhi
@kangkanmedhi 11 ай бұрын
🙏🙏🙏🙏Pravu🙏🙏🙏🙏
Kune Adopt Koribo Taik ? | Manuhe Manuhor Babe ep. 39
6:23
Players vs Pitch 🤯
00:26
LE FOOT EN VIDÉO
Рет қаралды 128 МЛН
The Singing Challenge #joker #Harriet Quinn
00:35
佐助与鸣人
Рет қаралды 38 МЛН
What type of pedestrian are you?😄 #tiktok #elsarca
00:28
Elsa Arca
Рет қаралды 27 МЛН
Players vs Pitch 🤯
00:26
LE FOOT EN VIDÉO
Рет қаралды 128 МЛН