এইষাৰ মই লিখা নাম ,সুৰ কৰা গতিকে নামষাৰ কপি ৰাইট মোৰ হাতত আছে আৰু মোৰ কিতাপ হৰিনামৰ অমিয়া ৰসতো আছে। বহ কষ্টৰে এষাৰ নাম আমি প্ৰস্তুত কৰোঁ । নাম গাওক কাকো মনা কৰা নাই । কিন্তু বৰ্তমান সময়ত আমাৰ আমাৰ নাম গোন্ধ নোলোৱাকৈ কিছু লোকে নাম লিখিত ৰূপত আনক দি আছে। মোৰ নাম লিখিত হিচাপে দিবলৈ কাকো অনুমতি দিয়া নাই । আপোনাৰ প্ৰয়োজন হ'ল Amiya Neog kalita Dihanam world channel পৰা লব পাৰে। ধন্যবাদ।