Рет қаралды 24,722
TIME8 News
বৰাক আৰু নামনি অসমৰ বাবে ভয়ংকৰ সতৰ্কবাণী। ৰাজ্যত এতিয়া ভৰ বাৰিষা। আৰু বৃদ্ধি পাব বৰষুণৰ মাত্ৰা। পুনৰ বাঢ়িছে সোণকোষ, ব্ৰহ্মপুত্ৰ, মানস, বেকী নৈৰ জলপৃষ্ঠ। আজি ২৩খন জিলাত হাই এলাৰ্ট বতৰ বিজ্ঞান কেন্দ্ৰৰ।