বৰালি মাছৰে মাৰ লগত আজি দুপৰীয়াৰ আহাৰ | A day with my mother |

  Рет қаралды 503,946

AMAR GAON

AMAR GAON

Күн бұрын

Пікірлер: 992
@travelsphere6154
@travelsphere6154 2 жыл бұрын
বৰ ভাল লাগিলে...ইফালে আইতা নাতিনীৰ মৰম...আইতাকৰ বেগ খুচৰা..আইতাকে দিয়া বস্তুকণ অত তত থিয় দি খোৱা...বৰ ভাল লাগে...আপোনালোকৰ পৰিবেশটো বৰ ধুনীয়া..যাবলৈ মন যায় কিবা ...💚💚
@jorhattime6901
@jorhattime6901 2 жыл бұрын
অসমৰ আটাইতকৈ সুন্দৰ চেনেল৷
@amargaon3296
@amargaon3296 2 жыл бұрын
Iman moromere akuwali luwa babe okhekh dhanyawad gyapon korisu
@antarafoodlover77
@antarafoodlover77 2 жыл бұрын
ইমাম সুন্দৰ পৰিবেশ, ইমাম ধুনীয়াকৈ সকলোবোৰ দেখাই চালে চায় থাকিব মন জায় 💚💚
@hirockjyotilahon641
@hirockjyotilahon641 2 жыл бұрын
Val lagile...aita r hatot mbl tu dekhilu
@amargaon3296
@amargaon3296 2 жыл бұрын
🙏🙏🙏🙏
@sanjaysaxena9231
@sanjaysaxena9231 2 жыл бұрын
Children are so lucky to have such a wonderful mother and grandmother
@amargaon3296
@amargaon3296 2 жыл бұрын
💕💕🧡🧡🙏🙏thank you so much
@adgh346
@adgh346 2 жыл бұрын
❤❤❤❤❤❤❤😂😂😂👍👍🤟🤟🙏 ◢💙◣ ◢💖◣ 💙💙💙◣ ◢💖💖💖 ◥💙💙💙💖💖💖◤ ◥💙💙💖💖◤ ◥💙💖◤ ◥ ◤ 🌒🌓🌔🌕🌖🌗🌘 🌙❤❤🌙❤❤🌙 ❤💓💓❤💓💓❤ ❤💓💓💓💓💓❤ 🌙❤💓💓💓❤🌙 🌙🌙❤💓❤🌙🌙 🌙🌙🌙❤🌙🌙🌙 🌒🌓🌔🌕🌖🌗🌘 🌒🌓🌔🌕🌖🌗🌘 🌙❤❤🌙❤❤🌙 ❤💓💓❤💓💓❤ ❤💓💓💓💓💓❤ 🌙❤💓💓💓❤🌙 🌙🌙❤💓❤🌙🌙 🌙🌙🌙❤🌙🌙🌙 🌒🌓🌔🌕🌖🌗🌘 ⠀ 💝💝 💝💝 💝🍡🍡💝🍡🍡💝 💝🍡🍡🍡🍡🍡💝 💝 Miss you! 💝 💝🍡🍡🍡💝 💝🍡💝 💝
@pradioborborah9144
@pradioborborah9144 2 жыл бұрын
Bahut val lagil... Mon vori gol.. Biyonjon bur u khub hundor...
@amargaon3296
@amargaon3296 2 жыл бұрын
Okhekh dhanyawad apunaloi 🙏
@sushmitasarma9639
@sushmitasarma9639 2 жыл бұрын
You represent our Assam so welll...
@aarhismagicmoments2840
@aarhismagicmoments2840 2 жыл бұрын
আপোনাৰ প্ৰতিটো video এ বহুত ধুনীয়া।।সচাঁ কথা কবলৈ গলে আজিকালি ইমান ধুনীয়া পৰিবেশ গাঁওতো দেখা পোৱা নাযায়। ইমান নিভাঁজ ইমান খাটি ।।। আৰু এটা কথা মই মন কৰিছো আপোনাৰ ঘৰখনত এটাও plastic বস্তুৰ ব্যৱহাৰ নাই। ইমান আটোমটোকাৰি নিৰ্ভেজাল পৰিবেশ এটা ।।।স্বৰ্গসুখ। ।।
@amargaon3296
@amargaon3296 2 жыл бұрын
Video bilak upobhug kori bhal puwa buli jani otikhoi hukhi hoisu . Dhanyawad apunaloi 🙏
@ritamonimohanboruah8094
@ritamonimohanboruah8094 2 жыл бұрын
Hakalubur video ati sundar
@rituparnasshadesoflife3983
@rituparnasshadesoflife3983 2 жыл бұрын
ইমান ধুনীয়া গাঁৱৰ পৰিৱেশ। দেখিয়েই মনটো ভাল লাগি গৈছে
@amargaon3296
@amargaon3296 2 жыл бұрын
Dhanyawad apunaloi 🙏
@kankanabora9202
@kankanabora9202 2 жыл бұрын
Eman dhuniake bnaise dekha pai e khabo mn goise
@itspomeeyyy
@itspomeeyyy 2 жыл бұрын
আজি কালি এইবোৰ সুন্দৰ গাঁৱলীয়া পৰিবেশ দেখিবলৈ বৰ কঠিন লগতে খৰিত বনুৱা খাদ্য অশেষ ধন্যবাদ এনেকুৱা এটা সুন্দৰ পৰিবেশ লগত জুতি লগা খাদ্য বনাই দেখুওৱা বাবে🙏 😘 আইতা মৰম 🥺🥺❤️❤️❤️❤️
@amargaon3296
@amargaon3296 2 жыл бұрын
বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো
@arinsonowal8464
@arinsonowal8464 2 жыл бұрын
Video to sai bohot val lagexe bexekoi oknnmani jonek val lagexe
@amargaon3296
@amargaon3296 2 жыл бұрын
🧡🧡🙏💕💕🙏🙏🙏
@rajatranjandas8442
@rajatranjandas8442 2 жыл бұрын
Pure Assamese culture lote of Love.
@Assam-ki-Rasoi
@Assam-ki-Rasoi 2 жыл бұрын
মানুহকেজন চায় আপোনালোক এই ঘৰটোত নাথাকে যেন লাগে কেৱল ভিডিঅ বনাবহে আহে ন।ভাল লাগিছে গাৱলীয়া পৰিৱেশৰ আভাস এটা দি অসমীয়া ব্যঞ্জন বিলাক দেখুৱা বাবে।খুব সুন্দৰ উপস্থাপন।
@amargaon3296
@amargaon3296 2 жыл бұрын
Hoi,iyat mathu shooting he hoi.
@sansumasunday2959
@sansumasunday2959 Жыл бұрын
Ki kom mukhere vakha nai bornona koriboloi ,, khantir prithibit jiyai asa baideu apuni aru apunar poriyal towe❤❤
@deepkalita3487
@deepkalita3487 2 жыл бұрын
বাইদেউ__জীৱনত এবাৰ কিন্ত আপোনাৰ ঘৰলৈ যামেই__আপোনাৰ পাকঘৰত পাটিত বহি ভাত এসাঁজ খাই অহাৰ বহুত হেপাঁহ আছে৷৷ (টিকলীজনী আৰু বাবাটোলৈ বহুত বহুত মৰমৰ যাচিলোঁ)
@amargaon3296
@amargaon3296 2 жыл бұрын
Bahut bahut dhanyawad janalu apunar moram aru hahjugor babe
@korabimedhi9961
@korabimedhi9961 2 жыл бұрын
Aita gorakik val lagil baideu aru apunar randhatu sai bor val lagil dei
@amargaon3296
@amargaon3296 2 жыл бұрын
Bahut bahut dhanyawad tumaloi ❤️🙏💞🙏🙏
@dwarenraybaruah408
@dwarenraybaruah408 2 жыл бұрын
ৰন্ধা বঢ়াৰ লগতে ঘৰৰ সুন্দৰ পৰিবেশ। আপোনাৰ মাৰ লগত আমাৰ মাৰ চেহেৰাৰ মিল একে। আপোনাৰ মাক দেখি আজি আমাৰ মা'লৈ মনত পৰিল। আমাৰ মা ঢুকোৱা বহুত বছৰ হল।
@reenaborah2423
@reenaborah2423 Жыл бұрын
👌👌👌❤️❤️❤️
@dimpikaur8580
@dimpikaur8580 2 жыл бұрын
Xub xundor bhal lagil poribextu apunr ghrkhn aru apuni bonuwa Khana bur dekhi khabor Mon goise
@bornaliborah2793
@bornaliborah2793 2 жыл бұрын
প্রাকৃতিক সৌন্দর্য ভৰা আপোনাৰ গাওঁখন সচাঁকৈ এক মনোমোহা পৰিৱেশ অসমীয়া খাদ্য সামগ্রী লগতে আপোনি ৰন্ধা খাদ্য বহুত ধুনীয়া পৰিৱেশৰ মাজত আপোনাক আৰু আপোনাৰ গাওঁখন চাবলৈ বৰ মন আছে। 😍🤗🙏
@amargaon3296
@amargaon3296 2 жыл бұрын
বহুত বহুত ধন্যবাদ আপোনাৰ মৰম চেনেহৰ বাবে
@sarangabora5252
@sarangabora5252 2 жыл бұрын
অকনমানি জনী বৰ মৰমলগা । ইমান ধুনীয়াকৈ আমাৰ অসমীয়া ৰন্ধন প্ৰকৰণ আৰু গাঁৱলীয়া পৰিবেশটো উপস্থাপন কৰিছে। খুব ভাল লাগিল চাই।
@amargaon3296
@amargaon3296 2 жыл бұрын
Thankyou 🙏🙏
@namitapatar2478
@namitapatar2478 2 жыл бұрын
আপুনি সদায়েই ইমান ধুনীয়াকৈ ৰান্ধে । আপোনাক আৰু আপোনাৰ গাওখন এবাৰ চাবলৈ বৰ মন আছে ।
@amargaon3296
@amargaon3296 2 жыл бұрын
বহুত বহুত ধন্যবাদ জনাইছোঁ
@meemaina8925
@meemaina8925 2 жыл бұрын
Baar ghar kot nu
@লোহিত
@লোহিত 2 жыл бұрын
বৰ সুন্দৰ ৰন্ধন প্ৰণালী আৰু পৰিবেশ।
@upasanadevi2561
@upasanadevi2561 2 жыл бұрын
ইমান ধুনীয়া পৰিবেশ🥰✌✌
@ratneswardas9649
@ratneswardas9649 2 жыл бұрын
ইমান ভাল লাগে ভিডিঅবোৰ চাই ।
@bhaimonda
@bhaimonda 2 жыл бұрын
Iman hundor video,gaonr poribekh Tate juit bonua tasty masor recepe .
@lakhimihazarika1105
@lakhimihazarika1105 2 жыл бұрын
তোমাৰ‌‌ ৰন্ধা বোৰ বৰ জুতি লগা‌ হ'ব দেই
@amargaon3296
@amargaon3296 2 жыл бұрын
Dhanyawad apunaloi 🙏🧡🙏
@gopalbaruah3983
@gopalbaruah3983 2 жыл бұрын
বহুত ভাল লাগিছে। কিমান দিন যে হ'ল এনেকৈ এসাজ খাবলৈ পোৱা নাই,ঘৰ খনলৈ মনত পৰি গ'ল 🥺
@asthamanashpihusaikia4372
@asthamanashpihusaikia4372 2 жыл бұрын
Emn dhuniya lge apunalukr video sai....ru emn dhuniyakoi bonai dekhi khau khau lge....
@mandipdas5774
@mandipdas5774 2 жыл бұрын
Pure assamese culture , love It🙏🙏🙏
@pamidas1901
@pamidas1901 2 жыл бұрын
Val lagil dei
@amargaon3296
@amargaon3296 2 жыл бұрын
Thanks a lot
@gayatrigogoimunu525
@gayatrigogoimunu525 2 жыл бұрын
আইতা গৰাকী লৈ সেৱা জনালোঁ । ভাল লাগিল আগুৱাই যোৱা।❤️❤️❤️
@amargaon3296
@amargaon3296 2 жыл бұрын
বহুত বহুত ধন্যবাদ জনাইছোঁ
@PriyankaSborah
@PriyankaSborah 2 жыл бұрын
Bahut val lagil apunar video sai..🙏🏻
@amargaon3296
@amargaon3296 2 жыл бұрын
Dhanyawad janalu
@tridipraja_vlogs2432
@tridipraja_vlogs2432 2 жыл бұрын
ইমান ধুনীয়া পৰিৱেশ আৰু ইমান সুন্দৰকৈ আমাৰ অসমীয়া খাদ্যবোৰ বনাইছে লগতে লৰা-ছোৱালী দুটা বৰ মৰম লগা আপোনাৰ পৰিয়ালটো সদায় ভালে থাকক তাকে কামনা কৰিছোঁ আৰু নগাঁও পৰা আপোনাৰ পৰিয়ালটোলৈ বহুত বহুত মৰম যাচিলোঁ
@amargaon3296
@amargaon3296 2 жыл бұрын
💕💕🙏🙏🙏🙏
@travelerslakhiminath9325
@travelerslakhiminath9325 2 жыл бұрын
Bhut vvl lgse sai
@amargaon3296
@amargaon3296 2 жыл бұрын
🙏🙏💕🙏
@udasassamdas4499
@udasassamdas4499 2 жыл бұрын
অসমৰ একমাত্ৰ ব্যতিক্ৰমী চেনেল 😊 সচাকৈয়ে হেপাঁহ নপলায় আপোনাৰ ভিডিও চাই
@amargaon3296
@amargaon3296 2 жыл бұрын
Dhanyawad janalu 🙏
@UpamaKalita-g1v
@UpamaKalita-g1v Жыл бұрын
Aro naton racipe banaba ako bow
@debikadas5255
@debikadas5255 2 жыл бұрын
Xundar poribekh prokitri logot mili jai bht vl lage
@manojpegu4065
@manojpegu4065 2 жыл бұрын
বৰ লোভ লগা খাদ্য সম্ভাৰ 🤤🤤😋 ভাল লাগিল।
@silpisaikia2847
@silpisaikia2847 2 жыл бұрын
Bhut val lagil video Tu.. Apunar suwali jonik bhut morom lage.. Apunar hokolu video sau bhut val lage ❤
@amargaon3296
@amargaon3296 2 жыл бұрын
Dhanyawad apunaloi 🙏
@pabitrigogoi5229
@pabitrigogoi5229 2 жыл бұрын
সতেজ শাক -পাচলি স্বাস্থ্য বাবে বৰ উপকাৰী,, আজি কালি প্ৰায় এই বোৰ থলুৱা শাক-পাচলি বিচাৰি পোৱা নাযায়,, পালেও কিছুমান medicine দিয়া হয়., সেইবোৰ আমাৰ শৰীৰৰ বাবে বৰ অপকাৰী.. বাকি ভাল লাগিল চাই সুন্দৰ মনোমোহা পৰিৱেশ😍 সঁচাকৈ আকৰ্ষণীয় কৰিছে,, background music টোৰ সুব সুন্দৰ কৰি তুলিছে .. আপোনাৰ blog টোৰ চালেই মোৰ সেউজীয়া প্ৰাকৃতিক পৰিৱেশৰ লগত খাপ খাই পৰো 🥰🥰 আৰু আগলৈও এনেকৈয়ে সুন্দৰ সুন্দৰ মনোমোহা দৃশ্যৰে আমাক মোহিত কৰে যেন ধন্যবাদ🙏 গোলাঘাটৰ পৰা আন্তৰিক মৰম যাছিলো ❤️❤️👍
@amargaon3296
@amargaon3296 2 жыл бұрын
বহুত বহুত ধন্যবাদ ইমান সুন্দৰ অনুভৱ আগবঢ়োৱা বাবে।
@bidyutgogoi7471
@bidyutgogoi7471 2 жыл бұрын
লৰা ছোৱালী কেইটা আৰু পৰিয়ালৰ সকলোকে উজ্জ্বল ভৱিষ্যত কামনা কৰিলো লগতে এনাইৰ দীৰ্ঘায়ু কামনা কৰিলো, বৰ ধুনীয়া উপস্থাপন, শিৱসাগৰ জিলাৰ পৰা মৰম যাচিছো
@amargaon3296
@amargaon3296 2 жыл бұрын
বহুত বহুত ধন্যবাদ ইমান মৰম আৰু সহযোগৰ বাবে
@anantadhunsaikia
@anantadhunsaikia 2 жыл бұрын
সুন্দৰ ৰেছিপি ভাল লাগিল এটা গাওঁ পৰিবেশ লগতে আমাৰ গাওঁ ৰেছিপি বোৰ আগবঢ়াই দিয়া বাবে বহুত ধন্যৱাদ ❤👌
@amargaon3296
@amargaon3296 2 жыл бұрын
Video bilak upobhug kori bhal puwa buli jani hukhi hoisu
@vlogsofdev1827
@vlogsofdev1827 2 жыл бұрын
সুন্দৰকৈ সজাইছে প্ৰথম দেখিলো এনেকৈ বাহ বাহ
@amargaon3296
@amargaon3296 2 жыл бұрын
বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো
@tanayadas2720
@tanayadas2720 2 жыл бұрын
Bor bhal lage apunarlukor video sai ♥️♥️ lots of love 🌸🌸
@amargaon3296
@amargaon3296 2 жыл бұрын
Thankyou 🧡 so much 💕🙏 heartity
@lotifurislam802
@lotifurislam802 Жыл бұрын
বহুত ভাল লাগিল চাই video 2
@jayantatalukdar9164
@jayantatalukdar9164 2 жыл бұрын
Camera person deserves full marks.
@jeetusonowal4095
@jeetusonowal4095 2 жыл бұрын
Waaa iman dhuniya Ooo bou Joni koute he gom palu Khub hundor Special item
@amargaon3296
@amargaon3296 2 жыл бұрын
Thankyou so much 🧡
@bitubora7685
@bitubora7685 2 жыл бұрын
পুঠি মাছ কেইটা বৰ ধুনীয়া
@mitaligogoi1782
@mitaligogoi1782 2 жыл бұрын
Eman bhal lagil.
@amargaon3296
@amargaon3296 2 жыл бұрын
Thanks a lot
@rimuboro5104
@rimuboro5104 2 жыл бұрын
Very Nice Recipes and Awesome . Bhaiti aru Mainak Bohut Val Lage .
@amargaon3296
@amargaon3296 2 жыл бұрын
Thankyou so much 💕🙏 heartity
@jyotirupadevi2543
@jyotirupadevi2543 2 жыл бұрын
Bohut vall lagil . Poribak to j eman dhunia .
@amargaon3296
@amargaon3296 2 жыл бұрын
Thankyou so much 💕
@manalishadas2421
@manalishadas2421 2 жыл бұрын
আইতা ইমান মৰম লগা ❤ বা আপুনি সকলোখিনি ইমান ধুনীয়াকৈ ৰান্ধিছে ❤😍😍😍
@amargaon3296
@amargaon3296 2 жыл бұрын
বহুত বহুত ধন্যবাদ তুমালৈ
@firdoshahmed6716
@firdoshahmed6716 2 жыл бұрын
Background music .... Wow ... wonderful...
@amargaon3296
@amargaon3296 2 жыл бұрын
Thank u so much ❤️❤️🙏🙏
@Sanjay-oj9hs
@Sanjay-oj9hs 2 жыл бұрын
সুন্দৰ
@mrbboruah7946
@mrbboruah7946 2 жыл бұрын
Vl lagil sai
@dipaborah8139
@dipaborah8139 2 жыл бұрын
আপোনালোকৰ ভাত _চবজি দেখি মোৰ য়ে খাও২ লাগিছে,😍😍
@animahandique7809
@animahandique7809 2 жыл бұрын
p
@aradhyahazarika953
@aradhyahazarika953 2 жыл бұрын
ইমান ভাল লাগিলে ভিডিঅ'টো চাই ।
@mithudeori1581
@mithudeori1581 2 жыл бұрын
You guys really touched my heart in your every video it's really beautiful .... Keep growing 💗💗
@amargaon3296
@amargaon3296 2 жыл бұрын
Thankyou so much for your lovely comment
@priyankahazarika9418
@priyankahazarika9418 2 жыл бұрын
Apunar eitu prothom video saixu.iman dhunia.apuni jiwontu bor sundorkoi japon korise.ei sukh poisare kinibo nuara.vale thakok apuni.bohut bohut morom apunaloi🥰🥰
@amargaon3296
@amargaon3296 2 жыл бұрын
Dhanyawad janalu 🧡
@nilakshiborahkalita1901
@nilakshiborahkalita1901 2 жыл бұрын
আইতাক দেখি বৰ ভাল লাগিল। আজিও মাছৰ আঞ্জাখন আৰু কনমানি জনীয়ে ভিদিঅ টো আৰু মনোমোহা কৰি তুলিছে 🥰😍
@amargaon3296
@amargaon3296 2 жыл бұрын
অশেষ ধন্যবাদ জনাইছোঁ ইমান মৰম চেনেহ আগবঢ়োৱা বাবে
@rock.....
@rock..... 2 жыл бұрын
একেবাৰে হচা সুন্দৰ ইমান ধুনীয়া হৈছে
@amargaon3296
@amargaon3296 2 жыл бұрын
Dhanyawad janalu 🙏
@rock.....
@rock..... 2 жыл бұрын
স্বাগতম
@ritakonwar5437
@ritakonwar5437 2 жыл бұрын
মাছৰ জোলকনে মোক খা মোক খা কৰি আছে লোভ লাগি গৈছে ৷
@pujahazarika5439
@pujahazarika5439 2 жыл бұрын
Gaan tu val lagil,hur tu
@lizasworld2388
@lizasworld2388 2 жыл бұрын
Ba apunar vidiobor salei mon2 bahut val lagi Jai. Love from changsari
@amargaon3296
@amargaon3296 2 жыл бұрын
Thankyou so much 💕🙏🙏
@sriganeshdas746
@sriganeshdas746 2 жыл бұрын
ওম ইয়াকে কয় অসমীয়া নাৰী নিয়ম নীতিৰে. ৰূপ সুন্দৰে আৰু ৰন্ধা বঢ়াৰে পাকৰিত। 🤩🤩🤩🤩🤩
@SankariRDVlogs
@SankariRDVlogs 2 жыл бұрын
Bohut Bohut dhuniya lagile aaponar video tu chai 💕👌👌👌💕🥰
@amargaon3296
@amargaon3296 2 жыл бұрын
Dhanyawad apunaloi 🙏
@boxerdp7747
@boxerdp7747 2 жыл бұрын
Oti hundar hoise
@amargaon3296
@amargaon3296 2 жыл бұрын
Dhanyawad janalu 🙏
@Munu-y3m
@Munu-y3m 2 жыл бұрын
আপোনাৰ video বোৰ চাই ইমানেই ভাল লাগে বা ❤️❤️❤️❤️ ,,,,,
@amargaon3296
@amargaon3296 2 жыл бұрын
🙏🙏🙏🙏💕💕💕💕💕💕
@BhagavadGita46
@BhagavadGita46 2 жыл бұрын
এটা সুন্দৰ গাওঁৰ পৰিবেশ ভাল লাগিলে চাই
@jayasribhatta4900
@jayasribhatta4900 2 жыл бұрын
বৰ ভাল লাগে দেই আপোনাৰ ভিডিঅবোৰ চাই,
@biswajitgogoi8190
@biswajitgogoi8190 2 жыл бұрын
Hosia Val lagisa boo
@joongogoi2999
@joongogoi2999 2 жыл бұрын
Val lagil video to sai 😍😍
@amargaon3296
@amargaon3296 2 жыл бұрын
Thankyou so much
@JitulChutia-xp9bk
@JitulChutia-xp9bk 2 жыл бұрын
Video composition is good.I like oh my village
@amargaon3296
@amargaon3296 2 жыл бұрын
Thankyou so so much
@sundeuri7740
@sundeuri7740 2 жыл бұрын
Bohut vl lagil sai
@himankhubasumatari1828
@himankhubasumatari1828 2 жыл бұрын
Baideo apuni shoot r krone aietu set up bonai loise nae...nae hosa ke apunar ghr hoi.....okhomia culture dhori rokha ata hundor proyakh... Really feel proudfull to be a Assamese people ✨🕊️🤍
@amargaon3296
@amargaon3296 2 жыл бұрын
Thankyou 🙏, iyat mathu shooting kora hoi,nijor ghor nohoi
@shajalray4777
@shajalray4777 2 жыл бұрын
Du aru mainajoni bor mrm lga dei 👍👍👍❤❤😋😋😋
@amargaon3296
@amargaon3296 2 жыл бұрын
Thankyou so much 💕
@Mousumi470
@Mousumi470 2 жыл бұрын
Hundar parbekh
@susangitaDevichetia
@susangitaDevichetia 2 жыл бұрын
Just wow... Such a cute 🥰 little girl ❤️. So sweet. Amazing
@amargaon3296
@amargaon3296 2 жыл бұрын
Thankyou so much 🧡🙏🙏 heartity
@sangitamunuvlog2674
@sangitamunuvlog2674 2 жыл бұрын
Bor VL lgil ba☺️
@amargaon3296
@amargaon3296 2 жыл бұрын
Thanks a lot
@tridipvlog9131
@tridipvlog9131 2 жыл бұрын
সুন্দৰ লাগিল চাই আগুৱাই যোৱা
@amargaon3296
@amargaon3296 2 жыл бұрын
অশেষ ধন্যবাদ জ্ঞাপন কৰিছো
@manashibora8098
@manashibora8098 2 жыл бұрын
বৰ ভাল লাগিল চাই
@simisaikia
@simisaikia 2 жыл бұрын
Eman bhal lage apunalukor video sai ❤
@amargaon3296
@amargaon3296 2 жыл бұрын
🙏🙏🧡🧡🧡
@moon...632
@moon...632 2 жыл бұрын
Mur ghoroloi monot pori goisa video to dekha pai ghr jau jau lage goisa ooooo . Bohut duniya video vl lagel
@amargaon3296
@amargaon3296 2 жыл бұрын
Thankyou so much 💕🙏
@jatinboruah18
@jatinboruah18 2 жыл бұрын
শৈশবলৈ মনত পৰি গল অ। আকৌ উভতি যাবলৈ বহুত মন গৈছে....😢😢😢😢
@amargaon3296
@amargaon3296 2 жыл бұрын
অশেষ ধন্যবাদ জ্ঞাপন কৰিছো
@prabalgoswami2427
@prabalgoswami2427 2 жыл бұрын
Barhiya lagise recipe kaita aponer . Aru aponer Lara suwali kaita .
@juliraniroy5491
@juliraniroy5491 2 жыл бұрын
ইমান ধুনীয়া কৈ বোনাইছে ,,, খাবলৈ মন গল,,, জিভাৰ পানী পৰি আছে🤤🤤🤤
@LipikaGogoi
@LipikaGogoi 2 жыл бұрын
Hi friend, please muru video bur sai alop support koribasun
@shehnazsultana5692
@shehnazsultana5692 2 жыл бұрын
Bohut bhal lagil video tu sai....agor xei dinbr mnt pori gl...♥️♥️
@pallabchoudhury4408
@pallabchoudhury4408 2 жыл бұрын
ভাষাহীন একেবাৰে ❤️
@pallabivlogs426
@pallabivlogs426 2 жыл бұрын
Bohut dhuniya poribakh de bor Val lagise sai....eman dhuniya ke khna bonise....
@amargaon3296
@amargaon3296 2 жыл бұрын
💗💗💕💕🧡💞🙏🙏🙏
@akb1975
@akb1975 2 жыл бұрын
Bor dhunia video 👍 axomor durot thakilay u ghorot asu Jen lagay..
@amargaon3296
@amargaon3296 2 жыл бұрын
Okhekh dhanyawad gyapon korisu
@pompidas4698
@pompidas4698 2 жыл бұрын
Aapuna bonua বোৰ দেখিলে bohut val lage
@pujagogoi2021
@pujagogoi2021 2 жыл бұрын
Bor val lage video bur sai❤️❤️❤️
@amargaon3296
@amargaon3296 2 жыл бұрын
🙏🙏🙏💕💕
@debayanibhuyan3456
@debayanibhuyan3456 2 жыл бұрын
বহুত আশীৰ্বাদ থাকিল ল'ৰা ছোৱালী দুয়োটা লৈ আৰু আগুৱাই যায় যেন আপোনাৰ চেনেলটো ধন্যবাদ বাইদেউ ❤️
@amargaon3296
@amargaon3296 2 жыл бұрын
👍👍💕🙏🙏🧡🧡
@babitarajbongshi6678
@babitarajbongshi6678 2 жыл бұрын
Dhuniya lagise baaaa 😍😍😘😘
@amargaon3296
@amargaon3296 2 жыл бұрын
Dhanyawad janalu
@lipidas5926
@lipidas5926 2 жыл бұрын
Video tu sai bohut bohut val lagil.
@amargaon3296
@amargaon3296 2 жыл бұрын
🙏🙏👍👍💞💞💕💕❤️❤️
@SwadAhlad
@SwadAhlad 2 жыл бұрын
Lovely! Real life real love!
@anoopdas837
@anoopdas837 2 жыл бұрын
Iman busy lifeot apunar video sai relaxe feel hoy..
@amargaon3296
@amargaon3296 2 жыл бұрын
💞💞💕💕🙏🙏🙏🙏
@jyotibora8504
@jyotibora8504 2 жыл бұрын
ভাল লাগিল
@himanichakravarty1618
@himanichakravarty1618 2 жыл бұрын
0:47 - iman cute lagise bihoo drishya tu..
@bitupansarmah1860
@bitupansarmah1860 2 жыл бұрын
After watching this, i became so imotional. Aaita loi monot pori gol 😭.
24 Часа в БОУЛИНГЕ !
27:03
A4
Рет қаралды 7 МЛН
Rashlila || EP- 161 || 04-01-2025 ||
19:49
Rengoni TV
Рет қаралды 145 М.
24 Часа в БОУЛИНГЕ !
27:03
A4
Рет қаралды 7 МЛН