Beef Banned Politics Assam || বিয়া, শ্ৰাদ্ধ (৪০ দিনা), বছৰেকীয়া, ইষ্টেমা গো মাংস ৰে ভোজ খাব নোৱাৰিব।

  Рет қаралды 415,262

Yo Yo Adviser

Yo Yo Adviser

Күн бұрын

হিমন্ত বিশ্ব শৰ্মা-- "ৰকিবুল ইছলামে মোৰ লগত লাগি বেয়া কৰিলে, ৰকিয়ে গো মাংস ৰ যি বদনাম দিছিলে সেয়া মই এতিয়া অন্ত পেলাম। গো মাংস কোনো ৰাজহুৱা স্থানত খাব নোৱাৰিব আনকি কোনো সামাজিক কামত বা ধৰ্মীয় কামত গো মাংস ৰে ভোজ খাব নোৱাৰিব।
Assam imposes complete ban on beef consumption in hotels, public places. Assam Chief Minister Himanta Biswa Sarma has announced a ban on serving and consuming beef in hotels, restaurants, and public places, extending restrictions under the Assam Cattle Preservation Act, 2021. Addressing a press conference, Sarma said that the decision was taken at a meeting of the state Cabinet to amend the existing law on beef consumption to incorporate the new provisions. "In Assam, we have decided that beef will not be served in any restaurant or hotel and also it will not be served in any public function or public place, so from today we have completely decided to stop the consumption of beef in hotels, restaurants and public places," the Chief Minister said.
Himanta Biswa Sarma, while speaking to reporters, said that earlier there was a provision of not serving or consuming beef within 5 km radius of temples. "But now we have expanded it to the entire state that you will not be able to eat it in any community place, public place, hotel or restaurant," the BJP leader said. "I want to know if Congress was winning Samaguri by offering beef to voters. He knows Samaguri very well. Does it mean that Samaguri can be won by offering beef?" asked Himanta Biswa Sarma.
Consumption of beef is not illegal in Assam, but The Assam Cattle Preservation Act of 2021 bans cattle slaughter and sale of beef in areas where Hindus, Jains and Sikhs are in the majority and within a five-km radius of a temple or satra (Vaishnavite monastery). The ban has now been imposed in hotels, restaurants and public places across the state.
#beef #গোমাংস #assam #himantabiswasarma #food #foodlover #assamese #cow #cattle #eating #beef #গো_মাংস #গৰু_মাংস #গৰু

Пікірлер
@LokeswarGogoi-xh9ef
@LokeswarGogoi-xh9ef Ай бұрын
আনৰ খাদ্যত বাধা দিয়া উচিত নহয়। অলাগতীয়ালবোৰ বিক্ৰীৰে কিছু আৰ্থিক উপাৰ্জন কৰাটো কোনো ক্ষেত্ৰত অপৰাধ হ'ব নোৱাৰে বুলি গণ্য কৰোঁ।
@FirozNobi-pf8hs
@FirozNobi-pf8hs Ай бұрын
অসমত মানুহৰ সুৰক্ষা দিব নোৱাৰা চরকারখনে গৰুক সুৰক্ষা দিবলৈ আইন বলবৎ কৰে। কি আচৰিত কথা।
@saddikurrahman7617
@saddikurrahman7617 Ай бұрын
আমি না হোটেলতে গৈ কোনো দিনা গৰু মাংস খাই পাইছোঁ না ৰাজহুৱা কোনো স্থানত গৰু কাটি আছে, আমি ঘৰতেই ৪/৫ জনে মিলি কাটি খাই থাকোঁ, যোৱা কালি এটা কাটি খাই দিলো, এইবোৰ আমাৰ পৰম্পৰাগত ভাবে চলি আছে আৰু আগলৈকে চলি থাকিব ইন-শ্বা-আল্লাহ, হিমন্তৰ দৰেই পগলা কুকুৰটোই এইবোৰ কৈ লাভ নাই আৰু কামতেই কেতিয়াও আহিব নিদিওঁ জীয়াই থকা লৈকে 😊😊😊😊
@HINDUrashtra....365
@HINDUrashtra....365 Ай бұрын
@@saddikurrahman7617 goru khowar jat...🤮🤮🤮
@SaddamHussain-o5v
@SaddamHussain-o5v 28 күн бұрын
wow very nice dada ❤
@subhraisvlogging7600
@subhraisvlogging7600 18 күн бұрын
@@saddikurrahman7617 right. Beef company bilakor Malik hinduei hoi. Himanta moha harami
@AkashsangmaAkashsangma-x9v
@AkashsangmaAkashsangma-x9v Ай бұрын
হিম্মত আছে যদি আমাৰ গাওঁত আহি পেলাই গৰু মাংস খোৱা বন্ধ কৰি দেখুৱাওক ।
@mr.takdii
@mr.takdii Ай бұрын
নিজৰ ধৰ্ম ভাল পোৱাৰ লগতে আনৰ ধৰ্মকো সন্মান কৰোঁ। কিন্তু কোনে কি ধৰ্ম মনিব আৰু কি খাব, কি পিন্ধিব সেয়া নিজৰ ধৰ্ম বা নিজৰ ভিতৰত থাকিব লাগে, এইটো আমি আনক ফৰ্চ কৰিব নোৱাৰোঁ আৰু অধিকাৰ নাই। আপোনাৰ টো আপোনি মানি চলিলেই হল, বেলেগৰটো বেলেগে চাব। চুকৰ ভেকুলী চুকতেই জঁপিয়াই থাকি নিজকে ডাঙৰ বুলি ভাবে। দম আছে যদি গোটেই পৃথিৱীত গৰু খোৱা বন্ধ কৰি দেখুওৱাক। আৰু চিদা কথা যত যত গৰু খোৱা নহব তাতে তাতে গাহৰিও খোৱা নহব। গৰু আপোনাৰ মাতৃ, পিতৃ, ককা ককাই হব পাৰে কিন্তু বেলেগ কাৰণে সেয়া বেলেগ হব পাৰে। যদি কোনোবাই পাথৰ খাব পাৰে তাতে আপোনাৰ কি আহে যায়? যদি গৰু জীৱ বুলি হত্যা কৰা নহয় ভাল কথা, কিন্তু কোন চকুৰ পৰা গাহৰিক কাঠ বুলি দেখা যায়?
@Monuwar_vlogs
@Monuwar_vlogs Ай бұрын
@@mr.takdii yes dada
@Gardeningdream
@Gardeningdream Ай бұрын
Right 👍
@TigerBiker
@TigerBiker Ай бұрын
I'm from boro community ( pork eater) but I really disappointed about our government's decision because food is a food no matter what's food it is.
@PranjitDaS-j7o
@PranjitDaS-j7o Ай бұрын
Teneholi manuhko khaba pare ...tyo manuhotr pora
@TigerBiker
@TigerBiker Ай бұрын
@@PranjitDaS-j7o I said about food. human is a not food dude. what are you taking about. Be mature before commenting
@villagelifeassam1717
@villagelifeassam1717 Ай бұрын
Boka c... Da toi ata boro r namot
@MintunAli
@MintunAli Ай бұрын
​Tr languaget a gm pai toi je gorur gobor khawa​ aru mut khawa @@villagelifeassam1717
@meditationlife5809
@meditationlife5809 29 күн бұрын
Tenehole manhu Kati kha ..xeitu o to food hoi..
@JoshifAhmed
@JoshifAhmed Ай бұрын
এনেকোৱা কোনো নেতা নাই আমাক গৰু বন্ধ কৰিব মাংস আৰু বেছি খাম
@sayakborbora9332
@sayakborbora9332 Ай бұрын
অসমৰ আগৰ মুখ্য মন্ত্ৰী (শৰৎ চন্দ্ৰ সিংহ, হিতেশ্বৰ শইকীয়া , তৰুণ গগৈ) আৰু বিধানসভাৰ এটা গৰিমা আছিল। সেই গৰিমা দিনক দিনে হেৰুৱা যেন অনুভৱ হয়। ৰাজ্যখনৰ উন্নতিৰ কাৰণে চিন্তা নকৰি ,কিনো গৰু খোৱা গাহৰি খোৱাৰ উপৰত আইন বনায় হেইতো বুজি পোৱা নাই।
@YoYoAdviser
@YoYoAdviser Ай бұрын
তাকেই, কাম নোহোৱা কথা বোৰত লাগি ৰাইজক উত্তেজিত কৰি থাকে।
@naturalvlogs6.5
@naturalvlogs6.5 29 күн бұрын
Unnoiyon or kotha nokoi hindu muslim kori 5 bosor paar koribo laage....aruu flyover bonai tax lobo laage
@GourisankargogoiGouri
@GourisankargogoiGouri Ай бұрын
বাদ দিয়া হে ,,, কেই মাহ মানৰ পিছত চব মেনেজ হৈ যাব।
@EngineerImdad
@EngineerImdad Ай бұрын
You are one of the best KZbinrs of Assam..... Always discussing the Important Issues❤❤
@alwayshappy7096
@alwayshappy7096 Ай бұрын
প্ৰথম কথা গো মাংস নিষিদ্ধ ই এক সংবিধান বিৰোধী , কাৰণ ভাৰতীয় সংবিধানত খাদ্যৰ অধিকাৰ দিছে, আৰু সেই বাবেই বিশ্ব ৰ সকলোতকৈ ডাঙৰ গৰুৰ মাংস বিক্ৰীৰ কোম্পানী টো ভাৰতত আছে আৰু ইয়াৰ মালিক জন হিন্দু, মোৰ হিচাপত পূৰ্বতকৈ বেছি ছিণ্ডিকেট হে হবলৈ গৈ আছে , পিয়াঁজ হাজৰিকাৰ দিন আহিল চাই থাকক, মাজৰ পৰা বহু হিন্দু পৰিয়াল গৰু ব্যৱসায়ৰ পৰা বঞ্চিত হব দেখি থাকক, মুঠতে ধনীয়ে ধনী হব আৰু দুখীয়াই আৰু দুখীয়া হব কাৰ্ল মাৰ্ক্সে কোৱা ধৰণে🤗😊
@MastafaSk-kx2jj
@MastafaSk-kx2jj Ай бұрын
হিমন্তৰ নিচিনা এজন চতুৰাল মানুহ এই পৃথিবীত কতো নাই
@mainudavi9510
@mainudavi9510 Ай бұрын
আমাৰ অসমীয়া মানুহৰ ঘৰত থকা বুঢ়া গাই জনী এতিয়া কোনে কিনিব?
@saddikurrahman7617
@saddikurrahman7617 Ай бұрын
হিমন্ত ওৰফে পগলা কুকুৰটোৱেই কিনি নিব চিন্তা নকৰিবা তুমি 😅😅
@IftikharAhmed-ec8zu
@IftikharAhmed-ec8zu Ай бұрын
এইকাৰণে বন্ধ হোৱাটো বিচাৰো।😂
@AmarBarman-ri8kj
@AmarBarman-ri8kj Ай бұрын
@@mainudavi9510 Tur konowa somprokoyaa mahur morile e biki diye neki.
@iloveromantic1106
@iloveromantic1106 Ай бұрын
@@mainudavi9510 eku tomar maa k kio bikri koriba Jonta bhowan thoi ahile hol
@AbhijitPatiri
@AbhijitPatiri Ай бұрын
মুখ্যমন্ত্ৰীয়ে কিনিব চিন্তা কৰিব নালাগে।
@rakibchoudhury819
@rakibchoudhury819 Ай бұрын
Kune kune beef khai khai video sai asa like kora
@Dkrr-d8x
@Dkrr-d8x Ай бұрын
@@rakibchoudhury819 moi Kai ki koribo mamai. Kawa bostu Kai takibo.
@anowara.begum23
@anowara.begum23 Ай бұрын
কি যে হব 🎉 খাদ্যৰ উপৰতো ৰাজনীতি ❤❤❤হয় দেই
@AMGAMER90
@AMGAMER90 Ай бұрын
আমি (অসমৰ জনসাাৰণ) পোকৰ নিছিনা আমাৰ কোনো দাম নাই । ভোট ৰ সময়ত হে আমাৰ দাম হয় । পৰুৱাৰ নিচিনাকৈ আমাক ব্যৱহাৰ কৰিব আৰু ধনী বিলাক ধনী হৈ গৈ থাকিব।।। আমি ঘৰত মৰি গলেও আমাৰ কোনো দাম নাই।।।
@salahuddin_ayyubi-w5r
@salahuddin_ayyubi-w5r Ай бұрын
ভাৰতৰ "beef exports company" বোৰ কেতিয়া বন্ধ কৰিব বিজেপিৰ নেতাসকলে??
@saddikurrahman7617
@saddikurrahman7617 Ай бұрын
বিন্দাছ আমি ঘৰতেই সপ্তাহত কেইজনমানে মিলি খাই আছোঁ আৰু আগলৈকে চলি থাকিব ইন-শ্বা-আল্লাহ, হিমন্তৰ দৰেই ৰাজনীতি কৰা নেতা-মন্ত্ৰী সকলে নিজৰ লাভৰ কাৰণে কৰিব পাৰে কিন্তু আমাৰ কোনো ধৰণৰ এইবোৰ কথাৰ প্ৰভাৱ নপৰে 😊😊😊
@thecomadyvlog-h6d
@thecomadyvlog-h6d Ай бұрын
@@saddikurrahman7617 ওম গৰু খোৱা মিয়া জহৰা
@hirakkalita2588
@hirakkalita2588 Ай бұрын
Thote poka lagi cancer bemar hoi moribi goruk matar dorja diya hoi jodi gorur gakhir khai goru khoa thotor mohapap lagibo
@user-gj4jx4om5s
@user-gj4jx4om5s Ай бұрын
@@saddikurrahman7617 yes
@Rocxee7
@Rocxee7 Ай бұрын
Amar ghrt daily sole 😊
@assamlifestyleinvillage9099
@assamlifestyleinvillage9099 Ай бұрын
Himanta k nagaland aro Manipur aro Meghalaya t pothai diyok Takei khai dibo😂😂😂
@Songadam812
@Songadam812 Ай бұрын
Meghalaya ahile mama osorot Kaam ami Meghalaya manu soop Kaam.
@siinfo7147
@siinfo7147 Ай бұрын
Himantak gahori buli bhabi Kati khai pelabo
@pankajnath5194
@pankajnath5194 Ай бұрын
Jodi pare wine sosp bandha korak sir
@yarabali9829
@yarabali9829 Ай бұрын
Nuware karon Tex pai ase je
@mirzamaaya8940
@mirzamaaya8940 Ай бұрын
Nokore, Khomotar bolote kori ase
@abidayeasmin131
@abidayeasmin131 29 күн бұрын
Nokore hodai rati hi aru tar ghoiniyere khai j
@MahnurAli-lw9pm
@MahnurAli-lw9pm 29 күн бұрын
অসমত গৰু খোৱা বন্ধ কৰিব নোৱাৰে গৰুৰ মাংস খোৱা চলি থাকিব হোটেল ৰেছতুৰেন বন্ধ হ'লেও গৰুৰ মাংস খোৱা চলিব থাকিব আৰু চলি আছে মানুহে নিজৰ গৰুক নিজে সংৰক্ষন দি আছে আৰু দি থাকিব অসমত গাও য়ে ভুয়ে মাংস খেৱা চলি আছে আৰু চলি থাকিব
@hasibuddin6013
@hasibuddin6013 Ай бұрын
Ame খাই আছো আৰু খাই থাকিম
@AminulIslam-hb7zl
@AminulIslam-hb7zl Ай бұрын
ৰাজনীতি নহয়। টকা উপাৰ্জন কৰা বাট।
@Jintu-j6q
@Jintu-j6q Ай бұрын
ভালে হব গৰু এতিয়া এভেইলবেল হব দাম কমিব , কিছুমানৰ মতে নাগালেণ্ড, মিজোৰাম ত, বা ইজৰাইল ত খালে মাতা নহয় , মুচলমানে খালে মাতা হয়, কোনেও নিজৰ গাত পাতি নলৱ
@S.s.DekaOfficial4976
@S.s.DekaOfficial4976 Ай бұрын
Good job Dada 👏 👍 👌 I am the first vew
@abolbondiaofficial5535
@abolbondiaofficial5535 Ай бұрын
আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱৰ ইমান সংকিৰ্ণ চিন্তা বিলাক যে।।।।।।।।। খাদ্যৰ ওপৰত কিয় ইমান ৰাজনীতি। আজি আমাৰ অসমত হাজাৰ হাজাৰ মহিলা কিছুমান পাখণ্ডৰ পৰা সুৰক্ষিত পোৱা নাই সেই পাষণ্ডৰ ওপৰত হলে একো কঠোৰ শাস্তি ব্যৱস্থা নকৰে, কি জ হব অসমৰ
@Rmkdhoritri1020
@Rmkdhoritri1020 Ай бұрын
বাহ বাহ মা মা ❤❤ আচৰিত ৰাজনীতি 🙏🙏
@-obuzmaya4332
@-obuzmaya4332 Ай бұрын
Kerela , Tamilnadu, Karnataka Eyat tu Open Goru Kate Eyat Tu Aku nokoi Sorkare 😂
@sHoRtViDeO12079
@sHoRtViDeO12079 Ай бұрын
জালুকবাৰীত open গো মাংস বিক্ৰী হৈ আছে। শৰ্মা ছাৰ চান্দা কিমান পাই আছে তাৰ পৰা। আমি গো মাংস খামেই ছাৰ আপুনি লাগিলে এটা web site খুলি লওক তাতে চান্দা পাই যাব tension নাই
@KitchenSewali
@KitchenSewali Ай бұрын
ৰকিবুলে আৰম্ভ কৰিছিল! হিমন্তই অন্ত পেলালে....। 😄😄
@bishaldekavlogs
@bishaldekavlogs Ай бұрын
❤❤❤❤❤ 👍💘
@JanuBorah
@JanuBorah Ай бұрын
@@KitchenSewali mamar bapek ahileu band korbe nore bujisa baideo😆😂
@KitchenSewali
@KitchenSewali Ай бұрын
@JanuBorah Miya hoi hundu naam rakhi aamak Gyan dibo nalage bujisa....!
@pronabjyotigogoi6901
@pronabjyotigogoi6901 Ай бұрын
@@KitchenSewali Baido mama muro bejuti ghota maja maja. Aru Mamar bapekor bapik ahelow bondho koribo nuara
@TechAssamofficial
@TechAssamofficial Ай бұрын
মানে BJP য়ে গৰু কাটি মুছলিমক খুৱাই পাঁছ কৰিলে। ইহঁতৰ নামৰ ধৰ্ম বুলি আগতেই জানো কিন্তু অমিবোৰে BJP ক এএনেই ভোট দিওঁ কেলা।
@harmujali1052
@harmujali1052 28 күн бұрын
Beef eating is pur constitutional right. গো মাঙস বন্ধ কৰাটো হিমনত বিশ্ব মামাৰ বাবে খুব জটিল হ'ব। কিয়ামত পৰ্যন্ত গো মাঙস চলি থাকিব।
@YashminSultana-oc6xj
@YashminSultana-oc6xj Ай бұрын
তোমালোকে এটা কথা গম পোৱা নাই ৰাইজ।ৰেকিবুলৰ যে বহুত গা আছে আৰু বেমাৰ আছে সেই কাৰণে সি গৰু মাৎস খাব নোৱাৰে । সেই কাৰণে আমাক খাব নিদিয়ে।সি যে হাতি হৈ যাই আছে।
@rubihussain4772
@rubihussain4772 29 күн бұрын
@@YashminSultana-oc6xj ekdam hosa kotha
@SalimatDdinDdin
@SalimatDdinDdin Ай бұрын
আমাৰ মুখ্য মন্ত্ৰী ডাঙৰীয়া অসমত যে হুৰা হুৰে মুল্য বিধি হৈছে সেই বিষয়ত মাত মাতক কুনে কিহৰে ভাত খাই তেওঁ নিজৰ কথা/ অসম খন কাৰু বাপেকৰ নহয় কাৰু মতে ইছলাম ধৰ্ম মানুহে নচলে মাংস আমি খামে খামে ❤❤❤❤❤
@TukheswarLalung-i6t
@TukheswarLalung-i6t Ай бұрын
Kukur toi phiri saawl pai aaso Tu , tuk bastur daam kaom kori khuwabo Laage
@BigilFact
@BigilFact Ай бұрын
সোনাই অ' কালি ৰাতিপুৱা অঙ্গনাবাদী গৈ অসমীয়া ভালকে শিকি আহিবা দেই । বিধি নহয় বৃদ্ধি কুনে নহয় কোনে কাৰু নহয় কাৰো
@abdulali7570
@abdulali7570 Ай бұрын
গোঁ মাংস আগতেও চলিছিল এতিয়াও চলিব পিছলৈ ও চলিব
@JanuBorah
@JanuBorah Ай бұрын
@@abdulali7570 absolutely right Bapeko ahilu band korbe nore
@AmarBarman-ri8kj
@AmarBarman-ri8kj Ай бұрын
​@@JanuBorah Toi mane goru khowa.
@JanuBorah
@JanuBorah Ай бұрын
@AmarBarman-ri8kj oh baba hindu kintu goru khao aka tor tate ki hol any problem?!
@Nishanbora-t8y
@Nishanbora-t8y Ай бұрын
Fake id
@Sailendas3352
@Sailendas3352 Ай бұрын
Tohote jedot mangkha kha ne bhal pai mangkha kha...?
@gulzarhussain3766
@gulzarhussain3766 Ай бұрын
ভালেই কৰিছে দাদা
@FulchanHussain-mc3qy
@FulchanHussain-mc3qy Ай бұрын
গাখীৰ খোৱাটো বন্ধ কৰিব নে মামা ?
@naruttamsonowal1875
@naruttamsonowal1875 Ай бұрын
গাখীৰ খালে কাৰো প্ৰাণ নাযায় । টয় মাৰৰ গাখীৰ খাইছিলি মাৰক হত্যা কৰা নাই
@RekhaDas-e1k
@RekhaDas-e1k Ай бұрын
​@@naruttamsonowal1875 Bohria❤❤❤❤
@pareshdas900
@pareshdas900 Ай бұрын
❤​@@naruttamsonowal1875
@MustafizurRahman-gn6nu
@MustafizurRahman-gn6nu Ай бұрын
@@naruttamsonowal1875 toi o tu sagolir gakhir kaisili , te sagoli kio khowa
@tukkaraj
@tukkaraj Ай бұрын
@@MustafizurRahman-gn6nu ছাগলী পূজা কৰা নহয় হিন্দু ধৰ্মত !
@mantuhussain6183
@mantuhussain6183 Ай бұрын
পুলিচ গিতাই আৰু টকা খাব এতিয়া 😂😂😂😂
@dhanjitblock4348
@dhanjitblock4348 Ай бұрын
ধনুত শৰ মাৰিলে কোনোবাই, চিকাৰ ঘৰলৈ আনি ভোজ ভাত খালে হিমন্ত মামাই 💯✅
@legends2042
@legends2042 Ай бұрын
গৰু নাখালে মৰিব নেকি কোনোবা! সেয়া আগন্তুক দিনত চাবলগীয়া হব😂
@Prandeep3581
@Prandeep3581 Ай бұрын
Dada Schoolor randhoni hokolok loi ata video bonabo sun plz..rati puwa 8 pora 3 loi thakibo lage tothapiu mahe 1000 toka domoha 1000 tokak ghar akhon sole neki😢😢😢😢
@IHMIHM-ff2ry
@IHMIHM-ff2ry Ай бұрын
@@Prandeep3581 agree
@AminulIslam-hb7zl
@AminulIslam-hb7zl Ай бұрын
ভাৰতত অংশ ৰাজ্যৰ মানুহ হিচাপে প্রথমে ভালকৈ হিন্দি কব পাৰিব লাগিছিল।
@BenjaminBasumatari
@BenjaminBasumatari 28 күн бұрын
Goru sambra dhol bojaba bondho khio nokhore sir?
@WajibKhan-v5y
@WajibKhan-v5y Ай бұрын
Dada val hol kg 300rs hoi goisile atiya 150 pam👍
@romjanali8129
@romjanali8129 Ай бұрын
@@WajibKhan-v5y Pgla mansi,,, atiya dam he baribo karon plai plai Jobai dibo tar folot dam bari jbo
@martingaming4440
@martingaming4440 Ай бұрын
Asol kotha beef or dam komibo laga
@crisscrown2665
@crisscrown2665 Ай бұрын
Banned hole dam বাঢ়িব
@tottalydifferent3133
@tottalydifferent3133 Ай бұрын
Amar yaat 400
@akhtarkhan2803
@akhtarkhan2803 Ай бұрын
Kot pai a 300 ot ami 500 ke kini asu
@pradipdas3459
@pradipdas3459 Ай бұрын
হিন্দু মানুহে গাহৰি কোৱা বন্ধ কৰিব পাৰিব নেকি।
@sanjaysen1955
@sanjaysen1955 Ай бұрын
@@pradipdas3459 toi kha goru
@ajnurali6669
@ajnurali6669 Ай бұрын
BJP sorkar out
@naturalvlogs6.5
@naturalvlogs6.5 29 күн бұрын
Uffff imaaan dhuniya HINDI 😂😂😂😂😂😂😂😂
@izazulskknsiwndkjdjksniski9541
@izazulskknsiwndkjdjksniski9541 Ай бұрын
Right 👍 moja dada vall kotha koise ahpunni right
@alexvivi978
@alexvivi978 Ай бұрын
Apunar video bor Sai bhut inspiration pao dada
@DildarAli-i9u
@DildarAli-i9u Ай бұрын
Super video dada❤❤
@IftikharAhmed-ec8zu
@IftikharAhmed-ec8zu Ай бұрын
গৰু মাংস আজীৱন খাম।😂
@pareshdas900
@pareshdas900 Ай бұрын
দাদা স্বাত্বিক হব পাৰিলে বহুত ভাল
@hirakkalita2588
@hirakkalita2588 Ай бұрын
@@IftikharAhmed-ec8zu vegitarian is best goror gakhir khai jodi ei mohapap nokoribo
@loverboynoim7240
@loverboynoim7240 Ай бұрын
Moi aji anilu 3kg Sina haadi bohot tasty hoi de 😋😋😋
@IftikharAhmed-ec8zu
@IftikharAhmed-ec8zu Ай бұрын
@@loverboynoim7240 sina haddi moi bhut vl pao
@Gardeningdream
@Gardeningdream Ай бұрын
Right 😂😂
@RabialMullah-bn9cu
@RabialMullah-bn9cu Ай бұрын
থেত আমি চোন সদায় খাও গৰু পুলিচ আমাৰ ইয়াত আহিবলৈ ভয় কৰে
@BigilFact
@BigilFact Ай бұрын
থেত নহয় মুৰ্খ ধেৎ । btw পুলিচ আহিলে তই এ আগতে লুঙি ডাঙি পলোৱা বোলেচোন
@RabialMullah-bn9cu
@RabialMullah-bn9cu Ай бұрын
@BigilFact toi pothai sa amar barkhetrit tar pisot gom pabi Ami ajio beaf khalo
@BigilFact
@BigilFact Ай бұрын
বেছিকৈ নাখাবা অ' সোণ বেমাৰ লাগিব আৰু মুখখন গোন্ধাব
@NipunBaglari-d3l
@NipunBaglari-d3l 26 күн бұрын
Yeyar nishina hole ketiyau nem niti heg nohobo_?
@torunnag3574
@torunnag3574 29 күн бұрын
Boiler aru gahori mankhoth bemar he pai doctre he koi hudi Sauk kinthu ghow mankhoth bemar nai,khabo lage 110 percent doctre hai koi ami khaam❤❤❤
@nazirblog7708
@nazirblog7708 Ай бұрын
Very good dada
@ChulmanAli-lp3fg
@ChulmanAli-lp3fg Ай бұрын
Dada apnur video bhut val lagi
@mohiruddin1328
@mohiruddin1328 Ай бұрын
Good idea sir
@danswrangbasu9382
@danswrangbasu9382 Ай бұрын
cow can be mother for calf only not for human being 😂😂
@rofikulrohman7120
@rofikulrohman7120 Ай бұрын
yo yo Right kotha
@abhijeetdeka2328
@abhijeetdeka2328 Ай бұрын
Good step
@jitjyotibarman1727
@jitjyotibarman1727 Ай бұрын
গাখীৰ বন্ধ
@balendas4511
@balendas4511 Ай бұрын
মামাই ভাল কাম কৰিছে। বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ।🙏
@wajidkhan2550
@wajidkhan2550 Ай бұрын
You are right to the point yo yo bro
@AnimalGlobar
@AnimalGlobar Ай бұрын
Valei hl sir Muslmanr ayukh he brai dile
@c2xgaming559
@c2xgaming559 Ай бұрын
Thank you
@nizamuddinahmed8016
@nizamuddinahmed8016 Ай бұрын
Excellent dada.
@mohiruddin1328
@mohiruddin1328 Ай бұрын
Right Sir
@jumibegum1026
@jumibegum1026 Ай бұрын
Hotel aro সামাজিক মাধ্যম t mana ase নিজ গাঁৱত কাটি খোৱাতো বাধা কৰা নাই টো 😂
@Songadam812
@Songadam812 Ай бұрын
Pork also band mama Assam mot😅.
@ribulhoque7012
@ribulhoque7012 Ай бұрын
yoyo adviser .dada apunak special thanks video ata diyar babe
@JituAhmedRJFilms
@JituAhmedRJFilms Ай бұрын
এইডালৰ আৰু বেছি দিন নাই। যদি দম আছে, ধৰ্মক বাদ দি ৰাজনীতি কৰি দেখুৱাওক। এনেয়ে গাল বেকা কৰি কৰি পেকপেকাই নাথাকিব।😂😂😂😂😂
@rejinabegum4114
@rejinabegum4114 Ай бұрын
মই চাধা খাও এটা সময়ত হিমন্ত চাৰে চাধা band কৰিছিল |লগে লগে দুই টকাৰ পৰা গৈ পাচ টকা বাঢ়িছে মোৰ মনত আছে | তেতিয়া এই মানুহ জন কংগ্রেছ আছিল | যিয়ে চাধা খাই মনত আছেনে? Like কৰিব |
@SmartManz
@SmartManz Ай бұрын
Goru nhoi Gou mata buli kobo pls ❤
@sakthlonda7065
@sakthlonda7065 Ай бұрын
Aru logote mota goru tu gau pita buli mani lua aru koba Tar obihone notun gau mata prithibiloi nahe nhole
@tskgaming5910
@tskgaming5910 Ай бұрын
@@sakthlonda7065 maksudu axomt thaki maro gidakhon bokiso kla sob piton khabi kla hindu agot goru kotha kole kla
@BigilFact
@BigilFact Ай бұрын
​@@sakthlonda7065হাতমাৰি থাক
@Alone-d4w
@Alone-d4w Ай бұрын
Tumalukor gou mata tu jodi puwali diye! heitu jodi female puwali diye maa a hobo nki tumalukor?
@BigilFact
@BigilFact Ай бұрын
@@Alone-d4w অ হ'ব ! আৰু ৩ জনী গোমাতা বৰ্তমানো আছে
@golapkhan936
@golapkhan936 Ай бұрын
Really very tasty
@Poleshsangma23
@Poleshsangma23 Ай бұрын
In Garo community we give in marriage party, So don’t tell us we will eat
@JahangirHussain-j7i
@JahangirHussain-j7i 17 күн бұрын
Right sir
@Ns200_vloger
@Ns200_vloger Ай бұрын
Nije khuli dibo 😂😂 economics dawon hoi gole😂
@SohidulIslam-oi6nj
@SohidulIslam-oi6nj Ай бұрын
Bjp. Go. Back
@hskoffcial2063
@hskoffcial2063 Ай бұрын
Muslim go back from india
@binodhazarika4229
@binodhazarika4229 Ай бұрын
Right
@nayantalukdar9444
@nayantalukdar9444 Ай бұрын
হিমন্ত্ৰৰ ৰাজনীতি বন্ধ হ'ব লাগে।
@MinharAli-qm5gl
@MinharAli-qm5gl Ай бұрын
👍👍👍💪💪💪
@PRASENJITrava391
@PRASENJITrava391 Ай бұрын
Jai gau mata hemata mama juii❤❤❤
@Mimbrangboro4589
@Mimbrangboro4589 Ай бұрын
Okol guru buli nohoi, sob maangkho khawa bondho kori dile bhal hoi, niramish khale bhal he hoi bemar aajar nohoi.
@m.hallright6947
@m.hallright6947 Ай бұрын
Right dada
@A2Zby-cd5qc
@A2Zby-cd5qc Ай бұрын
রকিবুল ক ঘরর পরা উলাব নিদিলে হল। গরু খোবা বন্ধ করিব নাপায় 😂
@azadkalam8904
@azadkalam8904 Ай бұрын
এইখন চৰকাৰৰ দিনত দুখীয়া হিন্দু মুছলিমৰ হে বিপদ হৈছে।
@JituAhmedRJFilms
@JituAhmedRJFilms Ай бұрын
এই চৰকাৰ খন এটা কেঞ্চাৰ।।।
@yarabali9829
@yarabali9829 Ай бұрын
Hii চৰকাৰ, যিটো বুজা গল এতিয়া আমি গৰু চিৰিয়াখানাত গৈ চাব লাগিব ।
@JanuBorah
@JanuBorah Ай бұрын
Mama r bapek ahileu nore band korbe😎 goru kham a ami ki korobo amak 😂😆
@MRvlog137
@MRvlog137 Ай бұрын
@@JanuBorah gu kha le
@BigilFact
@BigilFact Ай бұрын
হাগুৰা । গৰু খাই তিৰকিছি নে
@cyber9345
@cyber9345 Ай бұрын
Borah toi goru khuwa.... ki borah bay?? duplicate borah 😄😄
@JanuBorah
@JanuBorah Ай бұрын
@cyber9345 nohoi vijan hemantai aibilak hindu muslim or majot kazia loga Bo besari ase
@JanuBorah
@JanuBorah Ай бұрын
@@cyber9345 Allhamdullah proud be a I am Muslim 🤗
@saizuddinahmed1511
@saizuddinahmed1511 Ай бұрын
Pig farming, cattle farming and poultry farming promotes and uplifts our economic condition to a great extent. Om Shaanti Om Shaanti Om Shaanti Allahu Shaanti Om Raheem, Om Shanti Om Shaanti.
@jahangirislam2933
@jahangirislam2933 Ай бұрын
সিটো হয় নে কি । খোৱা বস্তু খাৱ মানুহ ।
@hifjurrahmantalukdar6826
@hifjurrahmantalukdar6826 28 күн бұрын
I love beef . Me tho kaunga . Bokri EID dakenge
@mukibaryan2290
@mukibaryan2290 Ай бұрын
Bohut val kam korise
@nehagaming123
@nehagaming123 Ай бұрын
Gahorir dam to no kia 400 toka koribo lage ako😂
@javedsiddique781
@javedsiddique781 Ай бұрын
I support HBS
@AbulKalam-hh9jq
@AbulKalam-hh9jq 26 күн бұрын
কংগ্ৰেছ চৰকাৰ গঠন কৰে আইন বাতিল কৰিবোপাৰে না নুআৰে ওলোপ জনাই দিবোছুন
@Nothing_06-v6s
@Nothing_06-v6s 23 күн бұрын
Ummm right
@AbulKalam-sn5uu
@AbulKalam-sn5uu 28 күн бұрын
অকল গো মাংস কিয় বন্ধ কৰে গাখীৰ ঘিও কিৰিম দৈ এই বিলাক ৰক্ত মাংসৰ পৰা তৈয়াৰ হয় ছী এটা জাগাৰ পৰা উলিয়াই বিক্ৰী কৰা বন্ধ কৰক ছিল লেতেৰা বস্তু কিয় খাব নালাগে খাব ধন্যবাদ জয় আই অসম
@samsulhaque4571
@samsulhaque4571 Ай бұрын
ধৰ্মৰ নামত ৰাজনীতি আৰু খাদ্য নামত ৰাজনীতি এৰোক।
@ModnMarak
@ModnMarak 28 күн бұрын
👍👍👍dada
@Susildas-t7l
@Susildas-t7l Ай бұрын
Right 👍
@musicworld676
@musicworld676 Ай бұрын
Mojja
@rupsanalii
@rupsanalii Ай бұрын
মই গৰুক কেৱল এটা জন্তু বুলি ভাবোঁ । আৰু হিমন্ত বিশ্ব শৰ্মাক গৰুৰ calf বুলি !! 😅 Sorry guys 😔
@sycogaming3137
@sycogaming3137 Ай бұрын
Moi tuhar alla nah ballak bal buli bhabu
@JituAhmedRJFilms
@JituAhmedRJFilms Ай бұрын
​@@sycogaming3137সাৱধান
@bhai1776
@bhai1776 Ай бұрын
Rupsan nihi
@bhai1776
@bhai1776 Ай бұрын
Kou se ami kera
Мен атып көрмегенмін ! | Qalam | 5 серия
25:41
She made herself an ear of corn from his marmalade candies🌽🌽🌽
00:38
Valja & Maxim Family
Рет қаралды 18 МЛН
Beat Ronaldo, Win $1,000,000
22:45
MrBeast
Рет қаралды 158 МЛН