Beharbari Outpost [ বেহাৰবাৰী আউটপোষ্ট ] || Ep 3010 || 05.07.2024 ||

  Рет қаралды 445,759

Rengoni TV

Rengoni TV

5 күн бұрын

BEHARBARI OUTPOST IS A MOCKUMENTARY ON A GROUP OF TYPICAL POLICE OFFICE STAFF, IT'S A SITUATIONAL COMEDY .THE SHOW DEPICTS THEIR LIVES AS THEY TRY TO SOLVE EVERY CASE WHICH COMES TO BEHARBARI OUTPOST.
Facebook: / rengonitv
Instagram: / rengoni.tv
Website: rengonitv.com/
#rengonitv #funnyvideo #entertainment #beharbarioutpost #assameseviralvideo

Пікірлер: 2 600
@MainaBora-zo2ey
@MainaBora-zo2ey 4 күн бұрын
কোনে কোনে SI ছাৰক বেহাবাৰিৰ পৰা বিদায় দিবলৈ নিবিছৰা Like কৰা। ❤❤ 🙏🙏
@RahulMili-d6g
@RahulMili-d6g 4 күн бұрын
Moi bisaru kk sir hahiboge je😊
@user-wx1zp6oy6n
@user-wx1zp6oy6n 4 күн бұрын
Like kori ki bal korim sob goi goi ajori 😢😢😢😢
@MamatDeka
@MamatDeka 4 күн бұрын
Moi
@anjoyborah3129
@anjoyborah3129 4 күн бұрын
Order voice mouj da
@dhoritrygogoi1674
@dhoritrygogoi1674 4 күн бұрын
Moiu😢
@mrmoon071
@mrmoon071 4 күн бұрын
Si ছাৰক কোনে কোনে চিৰদিনৰ বাবে beharbari বিছৰা like কৰা👍👍👍
@rupshanmotivator6084
@rupshanmotivator6084 4 күн бұрын
Juwar pisot aru ketyao ghuri nahe ajir pora aru ami nasao beharbari
@dhoritrygogoi1674
@dhoritrygogoi1674 4 күн бұрын
Moi❤
@lostboy6932
@lostboy6932 4 күн бұрын
​@@dhoritrygogoi1674 tumk sini paiso moi😮
@Dhritismita__das
@Dhritismita__das 3 күн бұрын
Moi❤
@user-xk6wz1cs2x
@user-xk6wz1cs2x 3 күн бұрын
Moi
@bonyashreegogoi
@bonyashreegogoi 3 күн бұрын
চাৰৰ দেউতাক কোনে কোনে Miss কৰিবা কাৰ কাৰ বেয়া লাগিছে LIke কৰা 😢
@ankumoni_nath
@ankumoni_nath 3 күн бұрын
যেনেকৈ নহওঁক দিনটোত অকনমান সময় উলিয়াই এই ধাৰাবাহিক খন চাও... সৰুৰে পৰাই এইখন ধাৰাবাহিকৰ লগত নাজানো কেনেকুৱা এটা সম্পৰ্ক গঢ়ি উঠিল 🥺 এৰিবই নোৱাৰা হ'লো... বহুতো নজনা কথা শিকিব পাৰিছো..❤ এজন দুজনকৈ দেখোন অভিনেতা বোৰ দেখিবলৈ নোপোৱা হ'লো ইয়াত...😥 সকলোৰে বহুত ধুনীয়া অভিনয়.. আজি মই নিজকে control কৰি ৰাখিব নোৱাৰিলোঁ.. চকুপানীবোৰক ধৰি ৰাখিব নোৱাৰিলোঁ.. শোকে যেন বুকুত খামুচি ধৰিছে😭
@krishnapatar2555
@krishnapatar2555 2 күн бұрын
Same to you ❤️
@ratulduwarah4104
@ratulduwarah4104 4 күн бұрын
Beharbari কেৱল এখন ধাাবাহিকত নহয় ই আমাৰ আৱেগ। কাৰণ সৰুৰে পৰা beharbari ছাই ইমান ডাঙৰ হলোঁ ইয়াৰ লগত আমাৰ বহুটো স্মৃতি জঢ়িত হৈ আছে । ই এনেকুৱা এখন ধাৰাবাহিক যাক ডেকা বুঢ়া সকলোৱে উপভোগ কৰিব পাৰে । আৰু ই দুখতো মানুহৰ মুখত হাঁহি বিৰিঙাব পাৰে। ইয়াৰ প্ৰতিজন সদশ্য আমাৰ অতি আপোন। আমি তেওঁলোকক beharbari পৰা আঁতৰি যোৱাটো নিবিচাৰোঁ কাৰণ তেওঁলকৰ ঠাইত নতুন সদশ্যক আদৰি লোৱাতো আমাৰ বাবে জতিল হৈ পৰে । আমি সকলোঁ পুৰনি সদশ্যক আকৌ একেলগত চাব বিচাৰোঁ । তেওঁলোক এনেদৰে গুচি যোৱাতো মনিলব পৰা নাই । তেওঁলোকক ঘূৰাই আনিব লাগে 😢😢😢
@allabouthere6288
@allabouthere6288 3 күн бұрын
আগৰবোৰকে ঘূৰাই ঘূৰাই নাচাৱ কেলে
@pulintalukder1702
@pulintalukder1702 3 күн бұрын
❤❤​@@allabouthere6288
@smitabaruahtamang
@smitabaruahtamang 3 күн бұрын
Beharbari ধাৰাবাহিক খনি চাই চাই ইমান গাভিৰলে হুমালো যে এ তিয়া নচা লে থাকিব নোবাৰো হলো বহুত বহুত ভাল লাগে
@user-bv8lw6yp2x
@user-bv8lw6yp2x 3 күн бұрын
Bohut miss korim
@Rishirajmoran
@Rishirajmoran 4 күн бұрын
থিয়েটাৰ শেষ কৰি পুনৰ ঘুৰি আহিব লাগিব🙏💔
@JagannathmiliMili-v2e
@JagannathmiliMili-v2e 4 күн бұрын
Right bro
@ankurborah2997
@ankurborah2997 4 күн бұрын
100% Right 👍
@mridularabha3742
@mridularabha3742 4 күн бұрын
থিয়েটাৰ ৰিহাৰ্চেল শেষ হলে আহিব মোৰ বিশ্বাস
@gourab2214
@gourab2214 4 күн бұрын
Ahibo lagibo
@ksbarman7263
@ksbarman7263 3 күн бұрын
Hoi ahiboi lagibo
@PranjitParagCreation
@PranjitParagCreation 3 күн бұрын
আজিলৈ কাৰো বাবে এনেকৈ কান্দি পোৱা নাছিলো।যিমান আজি কান্দিলো।🥹🥹😭প্ৰীতম চাৰৰ পৰা সচা পুলিচ সকলে শিকিব লগীয়া বহু কথাই আছে।
@bonyashreegogoi
@bonyashreegogoi 3 күн бұрын
চাৰৰ দেউতা ইমান সোনকালে যাব নালাগিছিল বহুত MISS কৰিম
@RahulSonowal-vp7ln
@RahulSonowal-vp7ln 3 күн бұрын
কমেন্ট বোৰ দেখি,, এটা কথাই ভাল লাগিছে,, SI ছাৰক #বিদায় লোৱা দেখি বহুতো লোকে যে #চকুলো টুকিছে।।। তাৰ পৰাই বুজিব পাৰি যে- এতিয়াও #মানৱতা আছে আমাৰ সমাজত।।।। আপোনাকলৈ সকলোকে সেৱা ❤
@rashmirekhanath2238
@rashmirekhanath2238 3 күн бұрын
😢😢😢
@manashpratim2713
@manashpratim2713 3 күн бұрын
হয় আকৌ মানবতা আছে আমাৰ অসমীয়া সমাজত অসমীয়া সমাজ যিমান দিনলৈকে থাকিব মানবতা সৰলতা আৰু আমাৰ বাপতি সাহোন বিহু যিয়াই থাকিব।
@nivapaglyvlogs4518
@nivapaglyvlogs4518 4 күн бұрын
কাৰ কাৰ আজি খণ্ডত চকু পানী ওলালে 😢 Like korok ❤
@user-xv5mm4jw2e
@user-xv5mm4jw2e 4 күн бұрын
Mur soku pani ulaise
@ritomborakaziranga05cyclerider
@ritomborakaziranga05cyclerider 4 күн бұрын
Aji hosa koi bohut dukh lagil 😢😢
@vijayBonia
@vijayBonia 3 күн бұрын
😢😢😢😢
@Abgamer2.0763
@Abgamer2.0763 3 күн бұрын
Really bro muru sokupani ulale😭😭
@ankurgogoivlogs7035
@ankurgogoivlogs7035 3 күн бұрын
Hosaka 😢😢😢
@samilaray1710
@samilaray1710 3 күн бұрын
এয়াই সত্য, বাস্তৱ জীৱনৰ জীয়া কাহিনী , এয়াই দায়িত্ববোধ 🙂
@assamesepritam2746
@assamesepritam2746 3 күн бұрын
Ahibo 9 mah pist guys ❤don't worry 😊
@onyaprem758
@onyaprem758 3 күн бұрын
Kio SI sir pregnant nki😂😂😂😂
@madhusmitasaharia
@madhusmitasaharia 2 күн бұрын
​@@onyaprem758😂😂😂
@Abhijitmedhi-gv3vb
@Abhijitmedhi-gv3vb 2 күн бұрын
Mental nki bea 😡🤬​@@onyaprem758
@PiyatomBoruah
@PiyatomBoruah 4 күн бұрын
কেকে ছাৰ আৰু মোহন যাওঁতে ইমান দুখ লগা নাছিল😢😢
@PiyatomBoruah
@PiyatomBoruah 3 күн бұрын
@kabitadipankar 🥺
@Pankaj_Prateem
@Pankaj_Prateem 3 күн бұрын
Right
@krishnapatar2555
@krishnapatar2555 2 күн бұрын
Right 👍
@mmitaxummu9895
@mmitaxummu9895 4 күн бұрын
বেহাৰবাৰী আজিৰ পৰা নাচাওঁ , আজি শেষ !! Thank you SI Sir ❤
@SajuBora-jz7bz
@SajuBora-jz7bz 4 күн бұрын
😭😭😭
@rupshanmotivator6084
@rupshanmotivator6084 4 күн бұрын
@@mmitaxummu9895 moi o nasao ajir pora good by
@allabouthere6288
@allabouthere6288 3 күн бұрын
ভাল লাগিল শুনি এটাকমিলে
@DipsikhaGogoi-ws7ce
@DipsikhaGogoi-ws7ce 3 күн бұрын
😭😭😭😭
@binitahandique8298
@binitahandique8298 2 күн бұрын
মজা
@user-ch8bz7pm3n
@user-ch8bz7pm3n 3 күн бұрын
Aji hosakoi bohut dukh lagil😭hosakoi jaboge nki sir,bohut beya lagibo sir nhole😂ako ketiya dekha pam si sirk,😭🙏🙏ngole val lagibo,,,,,🙏🙏😭😭😭😭
@mallikabegum9008
@mallikabegum9008 3 күн бұрын
আজিৰ খণ্ডটোৱে কন্দুৱালে। বিশেষকৈ ৰাকেশৰ কথাখিনিয়ে। বহুত ধন্যবাদ।বেহাৰবাৰী আউটপʼষ্ট।
@dimpicreation4856
@dimpicreation4856 4 күн бұрын
প্ৰিয় অভিনেতাসকল প্ৰিয় ধাৰাবাহিকখনৰ পৰা ক্ৰমান্বয়ে আঁতৰি গৈছে 😢❤
@Bijoy44859
@Bijoy44859 4 күн бұрын
Ai karone koisu sob jagat axomiya abeg abeg mari lav nai..jodi axomiya jatir dom aru xahok ase tene hole beharbari boycott korok..boycott r karon KK,Mohan,Beauty,Mukuta. Garg aibor soboke ghurai anibo lage...nhole direct boycott kori diok...history t number 1 serial huwa xopon regonir bondho hoi jabo
@mrmoon071
@mrmoon071 4 күн бұрын
Si ছাৰক কোনে কোনে ভাল পোৱা like কৰা👍👍👍
@JyotikaPhukan
@JyotikaPhukan 3 күн бұрын
আজিৰ খণ্ডটো চাই আবেগিক হৈ গলো, বেহাৰবাৰী দীৰ্ঘদিন জীয়াই থাকিব লাগিব ❤
@BhagyashreeGogoi-up8fp
@BhagyashreeGogoi-up8fp 2 күн бұрын
Sir চাৰক ভাল পোৱা সকলে like kora👍
@pranabjyotikalita4584
@pranabjyotikalita4584 4 күн бұрын
বেহাৰবাৰী আৰম্ভ হোৱা ৰে পৰা মোহন,মুৰুলী,সাগৰ ফুকন,নয়না হতঁৰ পৰাই বেহাৰবাৰী চাইছো। কিন্তু আগৰ সেই সুকীয়া মাদকতা কমি যোৱা যেন লাগিছে।কে কে দা বা মোহন নাহিব বুলি জানিও ইমান বেয়া লগা নাছিল যিখিনি বেয়া আজি লাগিছে। তথাপিও ছাৰ এজন থিয়েটাৰ ৰ ভাল অভিনেতা হিচাপে প্ৰতিষ্ঠিত হওঁক বুলি আশা ৰাখিলোঁ। বেহাৰবাৰী আগবাঢ়ক সদায়।আগৰ দৰে আমেজ দিব বুলি আশা ৰাখিলোঁ।❤❤
@rupshanmotivator6084
@rupshanmotivator6084 4 күн бұрын
@@pranabjyotikalita4584 xosake
@jintumoniborah870
@jintumoniborah870 3 күн бұрын
বৰ্তমান কমল আৰু ৰাকেশ একেবাৰে পুৰণি অভিনেতা আছেগৈ।।প্ৰথম অৱস্থাত কি কমল কি প্ৰীতম বৰুৱা এজনেও অভিনয় নাজানিছিল। কিন্তু এতিয়া এজন এজন পৰিপক্ক অভিনেতা। ধন্যবাদ মনোজ শইকীয়া দা।বেহাৰবাৰীত আপুনি নিজক লৈ যি পৰিক্ষা নিৰিক্ষা চলাই গৈছে তাত আপুনি ১০০০% সফল হৈছে।
@pakhiproduction4887
@pakhiproduction4887 3 күн бұрын
@@jintumoniborah870 kamal bsi puroni
@user-sv2ny4ue3v
@user-sv2ny4ue3v 3 күн бұрын
Beharbaria ajilaka kondua nasila aji bohut kandilu aikhon amar karona abeg ❤🥺
@anamikatamuli9693
@anamikatamuli9693 3 күн бұрын
Miss you pritam sir. Ako jate hunkale ghuri ahe 😢😢😢
@user-pi5hc4kc3v
@user-pi5hc4kc3v 3 күн бұрын
Si sir ক বহুত মিচ কৰিম এটা like দিব si sir বাবে 😢😢😢😢😢😢😢😢😢😢😢😢
@Bikashsewali
@Bikashsewali 3 күн бұрын
চকু পানী উলাই গ'ল beharbari চাই সদাই হাঁহি থকা আজি সকলোৱে কান্দিছো হৃদয় খন ভাঙি গ'ল অ😢😢😢 মই বিচাৰোঁ ছাৰ beharbari outpost থাকক যাব নালাগে নহ'লে beharbari outpost চাই আৰু ভাল নেলাগিব 😢😢😢😢😢😢😢
@AxamApm
@AxamApm 3 күн бұрын
Sir k monor porai bohut vl paw aji dintu monor porai bohut kandisu hosa hosa lga kba ata hmndho asil atyau ase hodai thikbo ako ghurai lge apunk sir..sir ok Miss you❤❤😢
@devmili
@devmili 3 күн бұрын
Salute moratu olop beya lagil. Big salute dibo lagisil & valke🎉🎉
@kishur_gogoi_official4693
@kishur_gogoi_official4693 3 күн бұрын
সঁচাকৈ আজিৰ এই খণ্ডটোৱে হৃদয় চুই গৈছে যোনখন "Beharbari Outpost" চাই সৰুৰে পৰা ডাঙৰ হৈছো আজিৰ লৈকে হয়টো এনেকৈ দুখ লগা scene দেখিয়ে নাপালোঁ সদাই যেন সহুয়াই আহিছে কিন্তু আজিৰ খণ্ডটি লগত বহুত পাৰ্থক্য আজিলৈকে এইখন ধাৰাবাহিক চাই এটোপাল চকুৰ পানী নোলোৱা লৰাটোৰ আজি অলপ হলেও চকুপানী ওলাইছে অন্তৰ পৰা দুখ লাগিছে,আমি অসমীয়া গৌৰম্বিত যে আজিৰ দিনত ইমান ধুনীয়া এখন ধাৰাবাহিক উপভোগ কৰিবলৈ পাইছোঁ ৩০০০ খণ্ডত কৈও অধিক,সঁচাকৈ salute to the "Beharbari Team". সকলো সদস্যৰ অভিনয় কিন্তু মানিব লগীয়া আৰু আগুৱাই যাওঁক প্রতেইকজন অভিনেতালৈ মোৰ তৰফৰ পৰা আন্তৰিক সৰ্ধা আৰু আশীৰ্বাদ জনালোঁ সকলো আগুৱাই যাওঁক আমাক আৰু ভাল ভাল খণ্ড উপভোগ কৰোঁৱাই যোৱাৰ লগতে সকলো অসমবাসী ৰাইজক সঁহুয়াই যাব বুলি আশা থাকিল।।জয় বেহাৰবাৰী OUTPOST জয় আই অসম❤️
@axomiaswalirumi6779
@axomiaswalirumi6779 Күн бұрын
Bht dukh lgil
@pareshmonisarkar5698
@pareshmonisarkar5698 4 күн бұрын
Pritam ছাৰে যে এদিন এনেকৈ কন্দুৱাই গুচি যাব বুলি কেতিয়াও ভাবা নাছিলোঁ। বহুত Miss কৰিম আপোনাক 😭😭😭😭
@jobsgk6717
@jobsgk6717 3 күн бұрын
Hosa kotha kom buli vabu ami horu manuh kuna nu hunibo,sir please apuni Behar bari aribo njbo oo sir
@jobsgk6717
@jobsgk6717 3 күн бұрын
Ajir pora beha bari aaa nasow
@sekhartaye8500
@sekhartaye8500 3 күн бұрын
Oh Rip😢😢
@rashmirekhanath2238
@rashmirekhanath2238 3 күн бұрын
😢😢😢😢😢😢😢
@RupahiSonowal-wk5qb
@RupahiSonowal-wk5qb 3 күн бұрын
Hosako 😢😢
@user-yu3lr8yh3l
@user-yu3lr8yh3l 2 күн бұрын
কাক কাক বেহাৰবাৰীৰ SI ছাৰৰ বিদায় হোৱাৰ বাবে বেয়া লাগিছে like koraa 😢😢❤
@pranjit420
@pranjit420 3 күн бұрын
বেহাৰবাৰী ধাৰাবাহিকখন শ্ৰোতা- দৰ্শকৰ মাজত সদায় বিৰাজমান হৈ থাকিব! কিন্তু বৰ্তমান সময়ত বেহাৰবাৰী সেই মুখ্য চৰিত্ৰ কেইটাৰ নথকা ফলশ্ৰুতিত বেহাৰবাৰী আগৰ সেই সোৱাদ যেন নোপোৱা হোৱা যেন অনুভৱ হৈছে! আশা কৰোঁ, বেহাৰবাৰী ধাৰাবাহিকখনে আগৰ সেই সোৱাদ আৰু চৰিত্ৰবোৰ পুনৰ দৰ্শকৰ মাজলৈ লৈ অনাত সফল হ'ব! বিশেষকৈ, কে কে চাৰ, মোহন আৰু প্ৰীতম ছাৰৰ অনুপস্থিতিয়ে শ্ৰোতা দৰ্শকক বহু দুখ দিব!😔
@dipanjalibaishya3059
@dipanjalibaishya3059 4 күн бұрын
ইমানদিনে হাঁ‌হি হাঁ‌হি আজি বহুত কান্দিলোঁ‌ বৰ দুখ লাগিল
@nishaaxom
@nishaaxom 4 күн бұрын
সদাই হঁহোৱাই থকা বেহাৰবাৰীয়ে আজি কন্দোৱালে 😢 এইয়াই BOP ৰ শক্তি ❤❤
@Parashi.dowari
@Parashi.dowari 3 күн бұрын
কে কে আৰু মোহনৰ দৰে আপুনিয়ো গুচি গ'ল si চাৰ ?🥺 বহুত miss কৰিম আপোনাক 😢🙏
@khagentaw9639
@khagentaw9639 3 күн бұрын
Aisehi kyu ja rehi ho SI sir... Dil tu abhi bhi bhara nahin rukh jao na😢😢... Ghuri ohar opekhyare....❤❤
@Kaushik632
@Kaushik632 4 күн бұрын
Beharbari outpost কাৰ কাৰ প্ৰিয়? আৰু সদায় কোনে কোনে চোৱা? Like kra❤❤❤❤
@bikasenterprisedarrang5243
@bikasenterprisedarrang5243 4 күн бұрын
বেহাৰবাৰি ছিৰিয়েল খন শেষ হ'বলৈ গৈ আছে গতিকে কোনেও যাতে বেয়া নাপায় কাৰণ সকলোৱেই বিয়া হোৱাৰ বাবে নিজৰ নিজৰ কামত বেষ্ট হ'বলৈ লৈছে
@Babulray078
@Babulray078 3 күн бұрын
বেয়া লাগিছে 😔😔😔😔
@Animekids321
@Animekids321 3 күн бұрын
Nohoi new character introduce hobo beharbarit
@Bhaskar__editz
@Bhaskar__editz 3 күн бұрын
SI sir ye najai baas keidin manor karnehay jbo.Tar pasot dsp r pora call ahibo je SI sir is back.❤
@maramimomikeot6725
@maramimomikeot6725 3 күн бұрын
Ae kon dharabahik nohe jane kunuba ata janamor ata porial ajjir khanda to. Bhut mis korim sir aru dautak.buku khon .........❤❤❤❤❤❤
@mithi8166
@mithi8166 3 күн бұрын
বেহাৰবাৰী খন এনেকৈয়ে নাইকীয়া হৈ যাব নেকি বাৰু? প্ৰিয় ব্যক্তি কেইগৰাকী এজন এজনকৈ গৈয়েই আছে। ইমান বছৰৰ পৰা চাই চাই আজি ডাঙৰ হলো এনেকৈ শেষ হবলৈ হলে বহুত বেয়া লাগিব। কাৰণ এইখনেই একমাত্ৰ ছিৰিয়েল , যিখন মই সদায় চাও আৰু বহুত বছৰ ধৰি চাইয়েই আছোঁ। বেহাৰবৰি খন কেতিয়াও শেষ হোৱাটো নিবিচাৰোঁ। প্ৰীতম Sir buhut miss কৰিম আপোনাক 🥹
@Munmi177
@Munmi177 3 күн бұрын
😭😭😭😭😭
@moinijaraassamesevlog1117
@moinijaraassamesevlog1117 3 күн бұрын
Ai 3010 ep tu কেতিয়াও নাপাহৰো বহুত দুখ লাগিল 😢😢😢😢
@harikantagogoi9246
@harikantagogoi9246 3 күн бұрын
Beharbari utpost poa manu bilak atori gole bea lage bhut miss korim sark
@rinkuphukan9427
@rinkuphukan9427 3 күн бұрын
Thanks Beharbari Outpost Team..... আজি সঁচাই বহুত ভাল লাগিল চাই
@AxomBanjitYt
@AxomBanjitYt 4 күн бұрын
কোনে কোনে Si ছাৰক ভাল পোৱা Like and comment কৰা
@GuljarStudio
@GuljarStudio 4 күн бұрын
Si Sir Biya Kune Kune Saboloi Bisarisa Like Kora😊😊
@SatyajitBorah-hg2qp
@SatyajitBorah-hg2qp 4 күн бұрын
Hii
@GuljarStudio
@GuljarStudio 4 күн бұрын
​@@SatyajitBorah-hg2qpHlw
@BinaBezboruah-gi8cw
@BinaBezboruah-gi8cw 3 күн бұрын
Biya nasaleu sir Kintu amar majot ai dharawahik khonot thakib lage 😢😢
@Joyashreekalita22
@Joyashreekalita22 3 күн бұрын
Miss you pritom sir ❤❤ bhot bhot miss krim aponak 😢 vale thakok xodai ❤
@pallabjyotiborah8749
@pallabjyotiborah8749 Күн бұрын
Same😢😢😢
@purabiborah-nk7ke
@purabiborah-nk7ke 3 күн бұрын
বেহাৰবাৰী আজিৰ পৰা নাচাও,আজি শেষ!!! thank you si sir❤️❤️❤️❤️❤️❤️❤️❤❤❤আপোনাক বহুতmissকৰিম।❤❤❤❤❤
@AnupamAxom12
@AnupamAxom12 3 күн бұрын
আৰু দুজন ব্যক্তি গল আমাৰ মৰমৰ বেহাৰবাৰী ৰ পৰা❤❤❤❤ Miss u
@joykingkarboro7846
@joykingkarboro7846 3 күн бұрын
I love this serial.! but now it's irritated, we want kk Da,mohan Da, garg Da and beauty Baa yes or no guys please vote
@mamoniboruah5682
@mamoniboruah5682 3 күн бұрын
,😢😢😢😢😢😢
@riturajbhuyan1734
@riturajbhuyan1734 3 күн бұрын
Right
@Art_and_craft_canva
@Art_and_craft_canva 2 күн бұрын
Right now we want kk Mohan beauty aru garg ❤❤❤❤❤😢
@user-sw8vo4wq4e
@user-sw8vo4wq4e 2 күн бұрын
also pritam da
@user-sw8vo4wq4e
@user-sw8vo4wq4e 2 күн бұрын
Old beharbari team needed this not a only serial. Its a emotion
@Hridaya123
@Hridaya123 2 сағат бұрын
কমলৰ কথাখিনি হৃদয় চুই গল ❤❤
@prasantabori887
@prasantabori887 3 күн бұрын
বহুত দুখ লাগিল😢😢😢😢😢
@Diganta739
@Diganta739 3 күн бұрын
সকলোৰে প্ৰিয় ধাৰাবাহিক বুলি কলে প্ৰথমতে বেহাবাৰি outpost or kotha আহে। কিন্তু সকলো অভিনেতা আমাৰ মাজৰ পৰা নাইকিয়া হৈ গৈছে। বেহাবাৰি বুলি কলে kk aru মোহন অৰ কথা আহে তেওঁলোক নাই 😢আৰু si sar আজিৰ পৰা নাহে আৰু আমি কি বুলি behabari চাম । সেই কাৰণে আজিৰ পৰা behabari bye bye😢 Love from jorhat বহুত দুখ লাগিল😢 Bye😢😢
@JyotismoyHazarika-ih5ld
@JyotismoyHazarika-ih5ld 4 күн бұрын
Good by beharbari😢😢😢😢😢😢😢 2016 r pora saiseloo😢😢😢😢😢😢😢😢😢😢😢😢😢😢😢😢😢 aji kali ka vl logA manuh bor olai goi asa😢😢
@MirdulKachari-uw6qj
@MirdulKachari-uw6qj 4 күн бұрын
Good by
@tinadeka4725
@tinadeka4725 4 күн бұрын
Aeutu ki beharbari last episode asil neki
@BaitgogoiGogoi
@BaitgogoiGogoi 4 күн бұрын
😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭
@BomBaba-eo9ur
@BomBaba-eo9ur 3 күн бұрын
Really beee kk mohan si sir sob gole ge behabari ki sam aww
@RakeshRajkhowa
@RakeshRajkhowa 3 күн бұрын
😭
@RBVlogs4mGuwahatiAssamIndia
@RBVlogs4mGuwahatiAssamIndia 2 күн бұрын
One of the best scene I have watched till now... Nearly bought me into tears
@kamalsaikia3973
@kamalsaikia3973 3 күн бұрын
😢😢😢😢😢 bohut miss korim
@AssamHouse-llD.B
@AssamHouse-llD.B 4 күн бұрын
কে কে ছাৰ মোহনৰ পিছতে SI pritam sir আছিল মোৰ প্ৰিয় বেহাৰবাৰী ধাৰাবাহিক খনত আজি তেওঁ যাব গৈ , এতিয়া এই ধাৰাবাহিকখনত ৰিচা বা আছে ভাল অভিনেত্ৰী তাৰ পিছত by by বেহাৰবাৰী ধাৰাবাহিক খন। শুনিব পোৱা মতে প্ৰিতম ছাৰ কহিনুৰ থিয়েটাৰত এই বছৰৰ বাবে চুক্তিবদ্ধ হৈছে। অহা বছৰ আকৌ উভতি অহাৰ আশাৰে ৰৈ থাকিম ছাৰ লৈ।
@pojutpathori8229
@pojutpathori8229 3 күн бұрын
Kune kune si sir k bisare like ata kora ako guri ahibor karone 😢😢❤
@PranabjyotiSaikia-iz5oe
@PranabjyotiSaikia-iz5oe 3 күн бұрын
Soku Pani musibo pora nai moi hosake aji part tu sai bhut besi val lagil 😢🥺
@mukutborah4081
@mukutborah4081 3 күн бұрын
সুন্দৰ বহুত আবেগিক হৈ গলো।
@user-hl7kb7bf5d
@user-hl7kb7bf5d 3 күн бұрын
ইমান কমেডি ছিৰিয়েল খন আজি সম্পূৰ্ণ ট্ৰেজেডী । ভাল লাগিল।ৰাকেশৰ অভিনয় পাৰফেক্ট। বাকী সকলৰো সুন্দৰ অভিনয়।
@debasarma8282
@debasarma8282 3 күн бұрын
নিজৰ প্ৰিয় মানুহ জীৱনৰ পৰা আঁতৰি যোৱা যেন লাগিছে।
@user-fp6nf4qj1b
@user-fp6nf4qj1b 3 күн бұрын
বহু বেয়া লাগিল🥺❤‍🩹💘
@utpaltayutpalray2823
@utpaltayutpalray2823 3 күн бұрын
বহুত দুখৰ কাহিনী অভিনয় কৰিছে সকলো ❤
@lambithazarika0129
@lambithazarika0129 4 күн бұрын
এনেকৈ দুখ নলগাব অনুগ্ৰহ কৰি।। বেহাৰবাৰীয়ে আমাক সদাই হাঁ‌হিৰ মাজত ৰাখক সেয়াহে বিচাৰো।। দুখলগাবোৰে জীৱনটো বিষাদময় কৰিলে, বেহাৰবাৰীয়ে হাঁ‌হিটো ধৰি ৰাখক।।
@manashpratim2713
@manashpratim2713 3 күн бұрын
এই তিনিদিন চিৰিয়েল খন চাইছো যদিওঁ সচাঁকে যেন হৈ গৈছে তেনেকুৱা লাগিছে। চিৰিয়েল চিৰিয়েল লগাই নাই সঁচাকৈয়ে যেন এনেকুৱা অনুভৱ হৈছে। বেহাৰবাৰীৰ পৰা এটা ভাল লগা অভিনেতা নাইকিয়া হল। সময়ৰ সদব্যৱহাৰ আৰু থানাৰ কামত কোনো দিনে একো খতি নোহোৱাকৈ চলাই নিয়া সৎ অফিচাৰ বহুত ভাল লাগিল আপোনাক চাৰ। জয় বেহাৰবাৰী আউত পোষ্ট সকলো কলা কৌশলী আৰু আপোনালোকে হয়তো চাৰৰ দৰে গহীন গম্ভীৰ সৰলতা আন এজন বেলেগ অভিনেতা পোৱাতো কঠিন হব। তেওঁ অভিনয়ত বা কথাত সকলো মানুহে এজন সৎ পুলিচ অফিচাৰ বিচাৰি পায়। থিক বাৰুদ অসমীয়া চবি খনৰ দৰে এজন সৎ সাহসী পুলিচ অফিচাৰ। চাৰলৈ বহুত বহুত সুভ কামনা থাকিল। তেওঁ যেন থিয়েটাৰৰ পৰা আকৌ বেহাৰবাৰীত আহে তাকে আশা কৰিলো। চাৰ থকা থিয়েটাৰ খন আমাৰ এইপিনে আহিলে চাৰক লগ পাম বুলি আশা থাকিল।
@arindam5142
@arindam5142 3 күн бұрын
সকলোতকৈ বেছি দুখ লগা episode এইটো সদায় হাঁহি থকোৱা মানুহ যে কন্দুয়ালে বহুত দুখ লাগে 😢😢😢😢😢😢😢😢😢 হাঁহি থকা মানুহ যে কান্দিব নেপাই 😢😢😢😢😢😢😢😢😢😢😢
@pujapanyang3111
@pujapanyang3111 2 күн бұрын
জৱা বাইদেউ লৈ বহুত বেয়া লাগিল 😢😢😢😢❤❤❤❤❤
@user-wj8pn5wg6s
@user-wj8pn5wg6s 4 күн бұрын
বেহৰবাৰি আজিৰ পৰা নাচাও আৰু কাৰণ rakeksok গালি দিবলে sir এই নাথাকিব .....😢😢😢💔💔💔sir ৰ ঠাই কোনে পূৰণ কৰিব ...sir নিচিনা আৰু এজন এনেকুৱা sir বিচাৰি পাব জানো 😢😢😢😭💔💔
@MukundaChutia-to3vr
@MukundaChutia-to3vr 4 күн бұрын
বেহাৰবাৰী এখন ছিৰিয়েলৰ লগতে অসমৰ মানুহৰ আবেগ। ধেমালিৰ চলেৰে সঁচা কথা বোৰ কৈ সকলোৰে মনত হাঁহিৰ খুৰাক জগাইছিল। কিন্তু আজি কেইটামান খণ্ডৰ পৰা সকলোৰে অন্তৰত দুখৰ হে অনুভৱ হৈ আছে 😢
@SonjibTamuly
@SonjibTamuly 3 күн бұрын
Love you. Sir
@SusmitaSaikia-cl5ne
@SusmitaSaikia-cl5ne 3 күн бұрын
Miss you baharbari outpost
@ExamguruEduspray33
@ExamguruEduspray33 4 күн бұрын
থিয়েটাৰ শেষ হলেই আকৌ আহিব বুলি আশা ৰাখিলোঁ।।আপোনাৰ অভিনয় জগতত আগুৱাই যাওঁক তাৰেই কামনা কৰিলোঁ।।।।লগতে আমাৰ আশা বোৰক জীৱিত ৰাখিবলৈ আকৌ ঘূৰি আহিবলৈ আপোনাক অনুৰোধ জনালোঁ।
@mintunath9670
@mintunath9670 3 күн бұрын
সকলোকে কন্দুৱাই দিছে। এয়া আবেগ,বেহৰবাৰী আউট পোষ্ট ৰ প্ৰতি থকা মৰম। বেহৰবাৰী আউট পোষ্ট দৰে কহিনুৰ থিয়েটাৰ ত অভিনয় ৰে সকলো ৰে মনত জিলিকি থাকক ❤️। বহুত বহুত মৰম আৰু শুভ কামনা আপোনালৈ🎉🎉
@jibonkalita8913
@jibonkalita8913 3 күн бұрын
এজন এজনকৈ ভাল লগা মানুহ বোৰ গুচি গৈছে কাক চাম আৰু 😭🥺সঁচাকৈ বহুত বেয়া লাগিছে😭🥺🥺🥺😭 কাৰ কাৰ সচকৈ বেয়া লাগিছে like কৰা
@debajitdkkalita7424
@debajitdkkalita7424 2 күн бұрын
সঁচাকৈ বহুত দুখ লাগিল
@user-ct2kv3qn1l
@user-ct2kv3qn1l 3 күн бұрын
কৃষ্ণ বাপ নমষ্কাৰ বেহাৰবাৰী আউটপোষ্ট ।মোৰ জীৱনলৈ এনেদৰে এটা সচা ঘটনা মনত পেলাই দিলে।সকলোকে মোৰ হিয়াভৰা সেৱা শ্ৰদ্ধা জনাইছো।কৃষ্ণ 🙏
@anannyachutia592
@anannyachutia592 4 күн бұрын
বেহাৰবাৰী আজি বৰ দুখ লাগিল 😭😭
@user-fj6pf2kd2f
@user-fj6pf2kd2f 3 күн бұрын
বহুত দুখ লাগিল আজি বেহাৰবাৰী চাই😢😢
@akashvaii2.087
@akashvaii2.087 2 күн бұрын
এয়াই সত্য,বাস্তৱ জীৱনৰ জীয়া কাহিনী,এয়াই দায়িত্ববোধ🙂,miss korim SI Sirok.😔
@bastab_dewri_00_
@bastab_dewri_00_ 4 күн бұрын
মোৰ দৰে কোনে কোনে behabari outpost চাই ভাল পোৱা like kora..
@rupshanmotivator6084
@rupshanmotivator6084 4 күн бұрын
@@bastab_dewri_00_ bht vl pao kintu aji bht dukh palu si sir aru nai ajir pora aru nasao
@Abhiminimovement
@Abhiminimovement 3 күн бұрын
lets vote for old beharbari outpost❤😢
@cborah1280
@cborah1280 3 күн бұрын
বৰ বেয়াকৈ কন্দোৱালে আপুনি😢😢😢 আৰু এই ধাৰাবাহিক খন চোৱাৰ হেঁপাহ নাথাকিব 😢😢😢😢 আপোনাৰ আহি থকা দিনবোৰ যেন আৰু সুখৰ হয় তাৰেই কামনাৰে..... বিদায়😢
@AbhijitNath-c6t
@AbhijitNath-c6t 3 күн бұрын
Si sir best serial
@MinhajAli-cj5ty
@MinhajAli-cj5ty 4 күн бұрын
Kk aru mohan gosi jowat eman beya lga nasil aji si sir jowat jiman beya lagese xoklore atiya aru agr beharbari nai vl nlga hb sir jowar pra
@pabitraborah632
@pabitraborah632 4 күн бұрын
সঁচাই SI চাৰক বহুত ভাল পাইছিলো। ভালে থাকিব সদায় ❤️❤️❤️❤️❤️ আজিৰ পৰা behorbari নাচাও আৰু। আজি পৰ্যন্ত কামৰ পৰা আহি গা ধুই ভাত খাই যদি behorbari নাচাও টোপনিয়েই অহা নাছিল কিন্তু আজিৰ পৰা 😢😢😢😢😢
@Chunikachamuah
@Chunikachamuah 3 күн бұрын
Bohut beya lagil sokur pani mosi mosi saisu 😅😅😅❤❤❤❤❤l love beharbari
@shyambhuyan6114
@shyambhuyan6114 3 күн бұрын
Aji bohut emotional hoi golu 😢😢😢😢
@sampritigogoi1366
@sampritigogoi1366 3 күн бұрын
কোনে কাক বিদায় জনাব পাৰে,হৃদয়ত যাৰ লিখা থাকে সঠিক ঠিকনা😌
@giantstareducationfacts7129
@giantstareducationfacts7129 4 күн бұрын
Miss you SI Sir ❤ পুনৰ ঘূৰি আহিব বুলি আশা থাকিল ।
@user-us2cs5wx3w
@user-us2cs5wx3w 3 күн бұрын
এই খন্দ টো বহুত ভাল লাগিল
@anjanakakoti6306
@anjanakakoti6306 3 күн бұрын
বহুত দুখ লাগিল , বেহাৰবাৰী চাই
@balabhadranath721
@balabhadranath721 3 күн бұрын
সুন্দৰ সামৰণি S I চাৰ আৰু জবাৰ মিলন কৰি দিহে বিদায় মাগিলে ধন্যবাদ।
@volenatblog6087
@volenatblog6087 4 күн бұрын
Serial hoy kinto tothapi aji sokupani olai gol ma ksm........ Next🙏 level👍👍👍👍👍👍👍 love you Beharbari out post😢😢😢😢😢❤❤❤ ❤ form baksa
@AnkitaKalita-kf7jt
@AnkitaKalita-kf7jt 3 күн бұрын
সঁচাকৈ আজি বৰচকু পানী উলাল😂😂❤
@Pankaj_Prateem
@Pankaj_Prateem 3 күн бұрын
অভিনয়ৰ দ্বাৰা যে সকলোৱে সঁচাকৈ কান্দিছে সেয়া গম পোৱা গৈছে,,, চবতকৈ বেছি ৰাকেশ 😊 সঁচাই দুখ লাগিল, যেতিয়া হঠাৎ লগ পোৱা মানুহো অভ্যাস হৈ পৰে তেতিয়া বেলেগ মানুহো বহুত আপোন হৈ পৰে যাৰ অবিহনে চলিব টান হৈ পৰে ❤️
@PranabAs022
@PranabAs022 3 күн бұрын
মই এই ধাৰাবাঁহীক খন আজি প্ৰায় ৭.৮ বছৰ মান চালোঁ আজি ক্লঃ বহুত দুখ লাগিছে মই মৰি যাম জাগে😢😅😅😢
@parthachangmai11
@parthachangmai11 3 күн бұрын
SI ছাৰৰ আগন্তুক ভ্ৰাম্যমাণ যাত্ৰাৰ বাবে সুভ কামনা জনালোঁ। আমি আপোনাক মিচ কৰিম
@nilamonineog4491
@nilamonineog4491 3 күн бұрын
সদায় মনত থাকি যোৱা এটা চিন। ভাল লাগিল,বহুত কন্দুৱাইছে
@Pankaj_Prateem
@Pankaj_Prateem 3 күн бұрын
Best episode 3008/3009/3010 🙏❤️
Deewani | Full Episode 88 | 27 June 2024 | दीवानी | Dangal TV
22:50
Dangal TV Channel
Рет қаралды 2,5 МЛН
路飞被小孩吓到了#海贼王#路飞
00:41
路飞与唐舞桐
Рет қаралды 39 МЛН
Vivaan  Tanya once again pranked Papa 🤣😇🤣
00:10
seema lamba
Рет қаралды 33 МЛН
Пробую самое сладкое вещество во Вселенной
00:41
MEGA BOXES ARE BACK!!!
08:53
Brawl Stars
Рет қаралды 36 МЛН
Rashlila || EP- 08 || 09-07-2024 ||
20:22
Rengoni TV
Рет қаралды 92 М.
Hiyar epahi gulap || EP- 08 || 09-07-2024 ||
22:31
Rengoni TV
Рет қаралды 9 М.
Beharbari Outpost EP 1179 || 25th may 2018 ||
25:29
Rengoni TV
Рет қаралды 685 М.
When dad sneezes 😱😵‍💫 LeoNata family #shorts
0:26
LeoNata Family
Рет қаралды 4,2 МЛН
Ахахах 👅
0:44
Dragon Нургелды 🐉
Рет қаралды 1,5 МЛН
When dad sneezes 😱😵‍💫 LeoNata family #shorts
0:26
LeoNata Family
Рет қаралды 4,2 МЛН
How is it possible? 😅 #behindthescenes? #vfx
0:19
The Quinetto's
Рет қаралды 34 МЛН
I Can't Believe We Did This...
0:38
Stokes Twins
Рет қаралды 83 МЛН