Beharbari Outpost || Ep 2629 ||12.04.2023 ||

  Рет қаралды 661,298

Rengoni TV

Rengoni TV

Күн бұрын

Пікірлер: 1 100
@bikash5185
@bikash5185 Жыл бұрын
এই নতুন ASI ৰ ঘৈনীয়েকজনী কিবা হজম নোহোৱা শ্ৱভাৱৰ । অশান্তি লাগে দেখিলে🤧
@ajoyrajbongshi9935
@ajoyrajbongshi9935 Жыл бұрын
Nalbaria api 😅😅
@madhusmitadeka3277
@madhusmitadeka3277 Жыл бұрын
Muru same
@moondas1846
@moondas1846 Жыл бұрын
KK দাক কোনে কোনে ভাল পাই লাইক এটা কৰি দিয়ক❤
@upasana..9846
@upasana..9846 Жыл бұрын
অপেক্ষা মাথোঁ কেকে দাৰ বাবে।❤️🥀👍
@minudey7657
@minudey7657 Жыл бұрын
এইজনীয়ে বেহাৰবাৰী শেষ কৰিব যেন পাওঁ 🤣🤣🤣
@priyasaikiaa
@priyasaikiaa Жыл бұрын
কাৰ কাৰ KK দা ক চাবলৈ মন গৈ আছে 😢❤
@ajitpegu9555
@ajitpegu9555 Жыл бұрын
Xonjoni moi wait kriasu😊
@nayandas161
@nayandas161 Жыл бұрын
Miss u kk Da😢😢😢
@MrMntudas
@MrMntudas Жыл бұрын
14tarikha Sai lom sivsager
@bitopanrajbangshi
@bitopanrajbangshi Жыл бұрын
miss you kk da😢
@ranjanneog245
@ranjanneog245 Жыл бұрын
Tumar bush khon kela
@rekibhazaika93
@rekibhazaika93 Жыл бұрын
আমনি পাইছোঁ এই নতুন চৰিত্ৰ দুটা দুদিনত
@brajenkalita1032
@brajenkalita1032 Жыл бұрын
Hoi diyok Tak dexawte emn twist dibo lge nki
@rekibhazaika93
@rekibhazaika93 Жыл бұрын
@@brajenkalita1032 twist bad dia ei j tar wife character tu heitu kamur pysu
@AssamMultimediaShort
@AssamMultimediaShort Жыл бұрын
New Asi r wife jonik ulai diya gutei serial khon beya kori dise ene koi hole kuneu nasabo serial khon ki kuwa Assam bakhi raij ❤❤❤ ek mot hole like aru cmnt rply diya joi aai axom
@dipjyotimonjai6384
@dipjyotimonjai6384 Жыл бұрын
হয়
@dipjyotimonjai6384
@dipjyotimonjai6384 Жыл бұрын
চাব মন নোজোৱা হ'ল
@pramilasaikia1301
@pramilasaikia1301 Жыл бұрын
Akdom ryt new character gal akdom out of place lagise ... overacting hoise🙂🤌
@AssamMultimediaShort
@AssamMultimediaShort Жыл бұрын
@@pramilasaikia1301 umm hoi diya BOP fofo hoi goise
@AssamMultimediaShort
@AssamMultimediaShort Жыл бұрын
@nipamoni saikia hoi ekdom hosa kotha koisa
@Jitucreationassam
@Jitucreationassam Жыл бұрын
আগৰ মানুহ কেইজন পুৰণি হলেও আমনি নালাগে দেখি । নতুন বোৰ কিবা ভাল নালাগে beharbarit
@Shortsvideo21803
@Shortsvideo21803 Жыл бұрын
Take 2
@Jitucreationassam
@Jitucreationassam Жыл бұрын
@@Shortsvideo21803 kk da..mohan..aasari sir..beauty baidew...richa...komol..rakesh da...bsfr wife ru moni bou....ehot buror karone beharbari soli ase..notun notun agal man ani ase kiba val nalage
@pranabjyotibhai5521
@pranabjyotibhai5521 Жыл бұрын
kzbin.info/www/bejne/oYrNl5xjrruFh6c
@dokpunmina1505
@dokpunmina1505 Жыл бұрын
পূৰণি মানুহবোৰ নাই বাবে লাহে লাহে চোৱা বাট দিছো। হৰ, সুস্মিতা , মুকুতা , গার্গ চাৰ, kk ছাৰ নথকাৰ বাবে চোৱাই বাট দিছো। কিমানো বাইলুঙ আৰু মোহনে জমাব বা Si ছাৰো পৰা খিনি কৰিছে ৷
@ForidulAlom-ki1ky
@ForidulAlom-ki1ky Жыл бұрын
Right
@tuntungogoi8046
@tuntungogoi8046 Жыл бұрын
সোৱাদ নাইকিয়া কৰি পেলাইছে😪😪 মাছৰ লগত তিতা কেৰেলা নিমিলে ন
@maxdebojit4710
@maxdebojit4710 Жыл бұрын
সঁচা দে,🤮
@mikealpran3142
@mikealpran3142 Жыл бұрын
S.I sir, kk sir, muhon, bilung june mah loiky kunu nupuwa. Sob satge showt lagi jabo.
@budhinkalyangogoi1481
@budhinkalyangogoi1481 Жыл бұрын
hokan masar logat mile
@syedasakira290
@syedasakira290 Жыл бұрын
Hosa ke dei val nologa hol
@jintuahmed3708
@jintuahmed3708 Жыл бұрын
Kk ক মিছ কৰা সকলে like কৰা মোক নহৈ videot
@oukhymimi
@oukhymimi Жыл бұрын
নহয় মানে বুজাব কি বিচাৰিছে এইহালে ???🥴🙄জোখতকে অলপ বেছি এ হ'ল -- ফটোৱামিটো😌 সামৰিলো আজিৰ পৰা চোৱাটো. কে কে দা আহিলে জনাই দিব দেই ৰাইজ🤚
@rajashreesaikia4531
@rajashreesaikia4531 Жыл бұрын
Hosake dei .aihal vl loga nai
@maxdebojit4710
@maxdebojit4710 Жыл бұрын
Mis old beharbari outpost 🥺😭 specially kk da,
@bubusaikia6594
@bubusaikia6594 Жыл бұрын
Tumar dore hole keneke hobo notukok khodai chance dibo Lage.....tetiahe notun notun avinetar janma hobo.....!teu lukok utsah he dibo....lage....teu lokok down kio dia.....tumaluke para jodi teu lukor thait jua na......
@kalpanadas1649
@kalpanadas1649 Жыл бұрын
Beleg dila aisat 😂😂😂
@oukhymimi
@oukhymimi Жыл бұрын
@@kalpanadas1649 হয় পায় ; কেনেকুৱা কৰে ক🥴😓
@utpalgogoi1876
@utpalgogoi1876 Жыл бұрын
আগৰ মানোহ বোৰ আহিব লাগে, নতুন বোৰ ভাল লগানাই ।
@baharulislam1716
@baharulislam1716 Жыл бұрын
নতুন মানুহ বুৰ ভাল নেলাগে।।।old is gold।।।
@svlogs8561
@svlogs8561 Жыл бұрын
হৰভোজন মৰভোজন নালাগে, আমাক কে কে মোহন লাগে।
@abhijitborah4710
@abhijitborah4710 Жыл бұрын
সন্দেহ কৰিবলৈ হাস্নাহানা কম হৈছিল এতিয়া এই হালকো জুৰি ললে 😢
@pritambuma
@pritambuma Жыл бұрын
😁
@Parthjyotigogoi
@Parthjyotigogoi Жыл бұрын
জাননি ! আমাৰ মৰমৰ KK দা বত্তমান তিনিচুকীয়া জিলাত এখন #Hindifuture film ৰ কামত ব্যস্ত আছে ❤। আৰু তেওঁ কথা দিছে দুই এদিনৰ ভিতৰতে বেহৰবাৰীত ঘুৰি আহিব 😊
@marysyeda4131
@marysyeda4131 Жыл бұрын
কে কে দা অবিহনে বেহাৰবাৰী ৰ মজ্জা নাই। নতুন চৰিত্ৰকেইটা একেবাৰে ভাল লগা নাই। গৌৰীয়ে যিখিনি কৰিছে থানাখনৰ মানদণ্ড তললৈ নমাই দিছে।
@princemedhi2646
@princemedhi2646 Жыл бұрын
Kk dak lage
@dipjyotimonjai6384
@dipjyotimonjai6384 Жыл бұрын
কে কে দাক লাগে
@himaloyboruah3112
@himaloyboruah3112 Жыл бұрын
আকৌ বিহুৰ প্ৰগেম কৰিব চাগে 🥺
@pankajbbb119
@pankajbbb119 Жыл бұрын
Miss you. Kk da 😭😭😭😭
@jaanbora3876
@jaanbora3876 Жыл бұрын
মহা ফটোৱা লাগিছে বেহাৰবাৰী চাই
@sowravchangmai7657
@sowravchangmai7657 Жыл бұрын
আগৰ জমনি নাই।।কে কে মোহন ভাগ ভাগ জমনিবোৰ ৰাইজে বহুত ভাল পাই।। কিন্তু আজি সেইবোৰ নাই ছাই আজি কালি নাইকিয়া হ'ল
@skcreation321
@skcreation321 Жыл бұрын
কেকে দা আৰু মোহন দাক লাগে ❤️ এইবোৰৰ অভিনয় ভাল লগা নাই এনেকৈ হ'লে বেহাৰবাৰীৰ দৰ্শক কমি যাব আৰু
@sde6ix9ine
@sde6ix9ine Жыл бұрын
অপ্ৰিও হলেও সত্য কথা মোহন আৰু কেকে নহলে বেহৰবাৰী আউটপোষ্ট চাই ভাল নালাগে ।
@bahpatinathgaontelahi142
@bahpatinathgaontelahi142 Жыл бұрын
আগৰ মানুহ বোৰেই ভাল আছিল। এতিয়া অহা দুজন ভাল নহয়। old is gold🥺💖
@rupantibiswas2
@rupantibiswas2 Жыл бұрын
Jatiya new ASI aha tatiyai KK sir natake KK sirok miss kora hokola 1ta like kori jaba 😢😢😢😢
@lukugogoi7956
@lukugogoi7956 Жыл бұрын
এই নতুন জনি উলায় চিয়েল খন বেয়া লাগিচে চায় আগতে ভাল লাগিচিল
@BITUPAN915
@BITUPAN915 Жыл бұрын
কে কে দা আৰু মোহনৰ অবিহনে বেহাৰবাৰী আধৰুৱা
@crazygamer4661
@crazygamer4661 Жыл бұрын
হৰ গৌৰী নহয় অ 💟💟💟💟💟💟চল গৌৰী
@sanjibsaikia590
@sanjibsaikia590 Жыл бұрын
Miss you kk sir 😭😭😭😫😫. apuni jote ase jolli ghuri ahok apunak bohut miss kori asu 😫😫😭😭
@dimbeswarkalita746
@dimbeswarkalita746 Жыл бұрын
এই জাবৰ জোথৰ বোৰ সুমুৱাই লোৱাতকৈ পুৰণা কেইজনক ঘূৰাই আনক
@m.rsurajit319
@m.rsurajit319 Жыл бұрын
Gourir olp besi hoise ..... Agotkoi vl nologa holll.... Plz agor nisinna scene dibo sesta korok❤❤❤❤❤
@papu6200
@papu6200 Жыл бұрын
আজিৰ পৰা kk mohanক দেখা নাপালে এবাৰো লাইক নিদো,
@i_edtz69
@i_edtz69 Жыл бұрын
Old is gold 🥺😔
@bhadreswarkalita9123
@bhadreswarkalita9123 Жыл бұрын
সিং চাৰক তামান ভাল লাগিছে ।।। Plzz be continued
@DEBAJIT.PATHAK
@DEBAJIT.PATHAK Жыл бұрын
Miss you Kk sir 😔😔😔😔😔😔😔😔😔
@ukilboro7755
@ukilboro7755 Жыл бұрын
Kiba vaal nelaga hol
@krishnakhilikson2350
@krishnakhilikson2350 Жыл бұрын
বেহৰবাৰী আউট পষ্ট আমাৰ সকলোৰে প্ৰিয়,,লগতে কে কে দা মোহন বিউতি সকলোৱে,, ন পুৰণি সকলোৰে অভিনয় ভাল লাগে কিন্তু বেহৰবাৰী কে কে দাৰ অবিহনে যেন অসম্পূৰ্ণ,, আত্মা সদৃশ,, সেয়ে অনুৰোধ কৰিছো বেহৰবাৰীৰ আত্মাক পুনৰ আমাৰ মাজলৈ আনক,, লগতে সকলোলৈ ৰঙালী বিহুৰ শুভেচ্ছা জনালো,,,।
@refreshingsoul1739
@refreshingsoul1739 Жыл бұрын
Nomuna lagise New Police couple tuh😂😂🤣
@garimagogoi-og4ib
@garimagogoi-og4ib Жыл бұрын
সকলোলৈকে বহাগ বিহুৰ শুভেচ্ছা থাকিল
@chief331
@chief331 Жыл бұрын
কামোৰ দেই মাইকী জনী 😂😂
@dokpunmina1505
@dokpunmina1505 Жыл бұрын
পঞ্জৱী জনক আনাতকৈ আমাৰ জনজাতি মানুহক অনা হলেচোন ভাল আছিল৷
@tonubaishya3659
@tonubaishya3659 Жыл бұрын
Right
@anuraagkhaund9191
@anuraagkhaund9191 Жыл бұрын
তেওঁ অসমীয়া শিখ সম্প্ৰদায়ৰ মানুহ হয়। নগাঁওৰ কাষত বৰকোলা আৰু ধুবুৰীত নিবাস কৰে
@dokpunmina1505
@dokpunmina1505 Жыл бұрын
@@anuraagkhaund9191 অসমৰ দিহিঙে- দিপাঙে থকা জাতি-জনজাতিৰ মানুহে চায় ৷ বাইলুঙৰ কছাৰি জনগোষ্ঠীৰ মানুহে চায় গোলাঘাটৰ মানুহে চায় ৷ঠিক তেনেকৈ নগয়ানী, ফিলৌ বসুমতাৰী কাৰণেও বড়ো জাতিৰ মানুহে চায় ৷ মই ভাবো যে বেংগলী, পাঞ্জৱী সকল যে BBOP চায় এইটো মোৰ ফালৰ পৰাই প্রশ্নই নুঠে ৷ তেঁও কৰ হয় মই এইটো নাজানো ৷ চায় একেবাৰে ভাল লগা নাই।
@anuraagkhaund9191
@anuraagkhaund9191 Жыл бұрын
@@dokpunmina1505 মানে অসমীয়া শিখ সকল অসমীয়া নহয় তোমাৰ মতে?
@dokpunmina1505
@dokpunmina1505 Жыл бұрын
@@anuraagkhaund9191 হয়় I অসমীয়া শিখো থাকে নি সেইটোৰ কাৰনে বেয়া সৌ সিদিনা আসমীয়া বেংগলী কি কৰিলে গম পালা নহয় ৷ শিখ সম্প্রদায় মানুহসকলক কেনেকৈ অসমীয়া বুলি কম ৷ ভাৰতীয় মানুহ বুলি কলে কম ৷ কথা এষাৰ কয় থলো তোমাক মুলমানক মুচলমান বুলিহে কবা , বেংগলীক বুলিহে কব , পঞ্জাৱীক পঞ্জাৱী বুলি হে কব অসমীয়া শব্দতো নানিব ৷
@digantaborah6707
@digantaborah6707 Жыл бұрын
ভাল নলগা হল আৰু beharbari খন আজি কালি,old is gold
@anweshadevibaruah6933
@anweshadevibaruah6933 Жыл бұрын
Miss u kk sir please come back 😢
@ramenchutia7698
@ramenchutia7698 Жыл бұрын
Biuti bak Kune Kune val puya like ata kri jab 🥰🥰🥰
@bholanathdas3441
@bholanathdas3441 Жыл бұрын
আগৰ দৰে নাই আৰু bbop 😂😂😂😂
@rijaldas1472
@rijaldas1472 Жыл бұрын
Richa bai Moja 🌺🌺🌺🌺
@BiswajitChutia-g8o
@BiswajitChutia-g8o Жыл бұрын
I miss you kk sir 😭😭😭😭
@scaryboy5765
@scaryboy5765 Жыл бұрын
Kk দা আৰু মোহন নাথাকিলে ভাল নালাগে 🥺🥺🥺🥺
@BLGEntertainmentASSAM
@BLGEntertainmentASSAM Жыл бұрын
হৰভোজন 🤣🤣🤣সিং তেখেতৰ ঘৈণী জনী সচাঁই বৰ্তমানৰ ঘৈণী বোৰৰ লগত ১০০% মিলি গৈছে 🤣😂
@rijaldas1472
@rijaldas1472 Жыл бұрын
Richa bai I Love you 2 moy tumak bohut besi Val Pang Love you 2 Richa bai ❤❤❤❤
@jitulrajbongshi6516
@jitulrajbongshi6516 Жыл бұрын
Ki namuna kisuman Ani thake....kk and mohan Dak lage .....🥰
@kabinchoudhury9604
@kabinchoudhury9604 Жыл бұрын
পুৰনা মানুহবোৰক পুনৰ আনিব লাগে ,যেনে হৰ,লুটুকন, আদি সকলক
@dipakoch4520
@dipakoch4520 Жыл бұрын
হৰভোজন সিং ৰ পত্নীক আতৰাই দিয়ক অলপমানো ভাল লগা নাই
@hardweep92
@hardweep92 Жыл бұрын
Juwakalir pora Punjab ot Beharbari Outpost or viewers barhi goise bole..khub valdore aadori loise🎉🎉 Happy Bihu
@ldmovie108
@ldmovie108 Жыл бұрын
Beharbari outpost incomplete with out mohon bilong dosty and kk sir 😢😢😢😢
@dipuyogi4443
@dipuyogi4443 Жыл бұрын
কেলা,ধেমালিও এটা সীমা আছে। কি মানে ছোৱালী জনী ধেই নতুন বোৰৰ অবিহনে পুৰণা বোৰে থিক আছে। Specially কে কে দা আৰু মোহন। তেওঁলোকৰ অবিহনে BEHARBARI OUTPOST খন কিবা আধৰুৱা যেন অনুভৱ হয়।
@rakeshtimung7373
@rakeshtimung7373 Жыл бұрын
Kk da miss you 🥺
@jugaldas6360
@jugaldas6360 Жыл бұрын
বেহাৰবাৰী ভাল নলগা হৈছে আৰু। কিছুমান এনেকুৱা চৰিত্ৰ উলিয়াই মানে বহুত আমনি লাগে।আগৰ খণ্ড বোৰে ভাল লাগিছিল।
@istaharsaikia723
@istaharsaikia723 Жыл бұрын
কেকে ছাৰ মুকুতা হ ৰ গাৰ্গ English ma'am নোহোৱা হল 😢
@pompibora1372
@pompibora1372 Жыл бұрын
Miss you kk sir waiting for kk sir
@bhaitypegu2523
@bhaitypegu2523 Жыл бұрын
Waiting for kk da😢😢😢😢
@PadmalochanSaikia-ml3jc
@PadmalochanSaikia-ml3jc Жыл бұрын
কে কে দা থাকিলে মজা লাগিল হেতেন।
@bandana248
@bandana248 Жыл бұрын
Ai pator hondeh manisu, 🤣🤣👍
@ParthajitMedhi-vd6fi
@ParthajitMedhi-vd6fi Жыл бұрын
নতুন ছোৱালী জনি অলপ বেছি হৈছে
@priyasaikiaa
@priyasaikiaa Жыл бұрын
BBOP rengoni ৰ আটাইটকৈ best seriel ❤❤
@AssamMultimediaShort
@AssamMultimediaShort Жыл бұрын
But new carecter but fotua hoi goise serial khon plz ulai dibo Lage ei bilakok
@digudutta9320
@digudutta9320 Жыл бұрын
Rakesh da...my favourite.
@Taidko58
@Taidko58 Жыл бұрын
Old is gold🏆❤
@porikhitdas
@porikhitdas Жыл бұрын
Plzzz...kk da ' k ghurai anok😢😢😢😢😢😢😢😢😢😢😢😢😢😢😢😢😢😢😢😢😢😢😢😢😢😢😢😢😢😢😢😢😢😢😢😢😢😢😢😢😢😢😢😢😢😢😢😢😢😢😢😢😢😢😢..😢😢😢😢😢😢😢😢
@sadanandaboruah3288
@sadanandaboruah3288 Жыл бұрын
মোহন আৰু কেকে ক এৰিব নোৱাৰোঁ বাবেই তহঁতক চাই আছোঁ, নহলে অসমতে অনাঅসমীয়াক পুলিচ সাজত দেখুওৱা এইবোৰ চাই নাথাকিলোহেঁতেন ৷ অসমত দুদিন থাকি অসমৰ চাকৰি কৰিব, তাৰমানে কি , অসমীয়া এটা পদ অনাঅসমীয়া এটাই খোৱা নহয় জানো ৷ so পঞ্জাৱী অভিনয় বয়কত কৰক
@rajanisutradhar5418
@rajanisutradhar5418 Жыл бұрын
Right⁉️
@bitupanvlogs.7143
@bitupanvlogs.7143 Жыл бұрын
Ekdom good point
@dokpunmina1505
@dokpunmina1505 Жыл бұрын
Right
@jondas8296
@jondas8296 Жыл бұрын
Toi tenehole bahirt najabi Punjab , Hyderabad t job bisari ...Aikhon Bharat hoi eyat xokolua mili juli thke ...toi Army t gole Punjabi xumabo nidibi Al nidibi bl nidibi anekoi koi thakibi nk
@sadanandaboruah3288
@sadanandaboruah3288 Жыл бұрын
@@jondas8296 কুকুৰ, তই কৈ কথা কব আহিছ
@anantakalita3265
@anantakalita3265 Жыл бұрын
হৰভজনক ভাল লাগিছে
@Saizou345
@Saizou345 Жыл бұрын
Ajijali kune kune behorbari skip koria hekh kori dia .
@Noreason007
@Noreason007 Жыл бұрын
দুখন serial একেলগে চাই থকা যেন লগা হৈছে new sir অহাৰ পৰা 😂😂😂😂😂
@Pranjana_dutta4122
@Pranjana_dutta4122 Жыл бұрын
Love from Golaghat ❤️ and Happy bihu ❤️
@chandrajit123-h7l
@chandrajit123-h7l Жыл бұрын
Kk mohon ❤❤
@prankrishnasaikia9894
@prankrishnasaikia9894 Жыл бұрын
ধেই বেহাৰবাৰী 😢 , অলপ Improve কৰক আপুনালোকে Story টো, কিহৰ আকৌ নতুন দুটা সুমুৱাই লৈছে 🥴 ফকতিয়া acting কৰে ৰে । অলপ মাম পুৰণা Styl টোত উভতি অহক ....
@KhirajBhuyan-cn6bx
@KhirajBhuyan-cn6bx Жыл бұрын
Kk ahibo lage❤
@prasantkasyap3922
@prasantkasyap3922 Жыл бұрын
Thanat goi kar ghoiniye aneke kamur diye baru..? Police station nhoi.. Kiba gelamal dukan jen he lagil.. Beharbari hoise akhon realistic Dharabahik gotike Anekuwa dramatic scene add nokorile val hoi...🙏🙏🙏
@birkhangbasumatary8145
@birkhangbasumatary8145 Жыл бұрын
Hoi de... Ekdam irrelevant..
@salarthesega
@salarthesega Жыл бұрын
কি নো ফটোৱা কিছুমান আহি থকা হৈছে নহই 😂😂 চাবৈ মন নোযোৱা হল
@amritkardong
@amritkardong Жыл бұрын
Love from ❤️❤️ kaziranga 🏡 borbil ❤️
@rijaldas1472
@rijaldas1472 Жыл бұрын
Richa bai Congratulations 🤗🤗🤗🤗
@papulgogoi4951
@papulgogoi4951 Жыл бұрын
বেচি ফকতিয়া হৈছেগৈ আৰু
@sarifulalam2899
@sarifulalam2899 Жыл бұрын
Thik koisa.... ei keidin manor pora val nologa hoi ase episode bur
@wangsansongthing3302
@wangsansongthing3302 Жыл бұрын
Right
@rijaldas1472
@rijaldas1472 Жыл бұрын
Richa bai Moja Lagise Video tu Sai 😍😍🥰🥰
@madhujyagogoi3164
@madhujyagogoi3164 Жыл бұрын
Don't know what has happened these days the condition of Beharbari post has become very bad. Suddenly the wife of the new officer joined.
@user-lg8ob3lx7o
@user-lg8ob3lx7o Жыл бұрын
People like you need to practice adaptability... It'll help you throughout your whole life 😂
@paponpatowary7815
@paponpatowary7815 Жыл бұрын
Artist bur ooisa luvia hoise nijor personal shoot nhle showt busy thake th porisalok a aneke a solabo lgbo nh
@pranabjyotibhai5521
@pranabjyotibhai5521 Жыл бұрын
kzbin.info/www/bejne/oYrNl5xjrruFh6c
@madhujyagogoi3164
@madhujyagogoi3164 Жыл бұрын
Bro I know this is a serial. I'm not conflict. But respect and on duty police officer love Leela as a police officer and housewife. Some overacting I think..
@rashmigogoi4812
@rashmigogoi4812 Жыл бұрын
Right val nologa hoise
@manjittulika504
@manjittulika504 Жыл бұрын
Kk da and mahon ....miss you 😂😂😂
@rajusutradhar3023
@rajusutradhar3023 Жыл бұрын
Kk da without bbop vl nlge oh jldi anok kk dak ❤️❤️❤️❤️
@rjentertainment9924
@rjentertainment9924 Жыл бұрын
কেকে দা আহিলে জনাব দেই ৰাইজ ।মই আহিলো
@doleyrakeshrakesh7635
@doleyrakeshrakesh7635 Жыл бұрын
Kk sir miss you
@dimpulkakati4724
@dimpulkakati4724 Жыл бұрын
এটা নমুনা নোহোৱা হোৱাত অলপ ভাল লাগিছিল আকৌ এটা নতুন নমুনা আহিল বাকী ASI জন ভাল লাগিল
@jyotisankarsarma5123
@jyotisankarsarma5123 Жыл бұрын
Dheii aibilk ki ntun ntun mnuh xomai thake akdom vl nlga hoise, 😏😏tatke agor mnuhkhinik anar sesta korok
@mamonirava6122
@mamonirava6122 Жыл бұрын
সন্দেহ টো অলব বেছি হৈছে নেকি 🙏
@urnikharajkhowa6717
@urnikharajkhowa6717 Жыл бұрын
plzzzzz.. K K da ahok.... 🙏🙏🙏🙏 ( Sivasagar)
@rkrinku6902
@rkrinku6902 Жыл бұрын
Bht mjaaa lgisa de new hasband wife juri😅😅😅
@sun_hazarika_official
@sun_hazarika_official Жыл бұрын
Rakash daya dakhu botol 2 tat palai dela ja 😢😅
@rakeshassamese2016
@rakeshassamese2016 Жыл бұрын
পুৰণি actor হৰ আৰু লুটোকণক আকৌ কোনে কোনে চাব বিচাৰে
@rahulborah2426
@rahulborah2426 Жыл бұрын
miss uhh kk da plz kk Dak anok
@anantfriend1
@anantfriend1 Жыл бұрын
New character not match Old is gold Kk sir miss you
@panjalpratim
@panjalpratim Жыл бұрын
We Want KK daa 💔
@MahantaBordoloi-sf6pd
@MahantaBordoloi-sf6pd Жыл бұрын
বেহরবারি আউট পোছটট কিকি নতুন মানুহ বোর আহি থাকে চাই ভাল নলগা হৈছে আরু পুরনা মানুহ বোরে ভাল লাগে হরভজন চারর ঘৈনীয়েকক উলিয়াই দিয়ক
@Babulchutia856
@Babulchutia856 Жыл бұрын
Happy BIHU 💚🍰__
@vaishnavlifestyle6325
@vaishnavlifestyle6325 Жыл бұрын
Notun sir jon gohin jodiu vl lgise de sai
@niranjandeori1618
@niranjandeori1618 Жыл бұрын
Not interested 😢, come back kk da ❤
@csikhakakati4187
@csikhakakati4187 Жыл бұрын
বহুত দেখাইছে চাৰৰ wife জনীয়ে
@zmshortsofficial26
@zmshortsofficial26 Жыл бұрын
Police officer jonok bea lga nai, acting u Val,but ai wife jni axanti 🙄..
@rajeshkurmi3466
@rajeshkurmi3466 Жыл бұрын
Kk sir nd mohun Dak bohut miss korisu please came back
Beharbari Outpost || Ep 2630 ||13.04.2023 ||
17:21
Rengoni TV
Рет қаралды 837 М.
Beharbari Outpost || Ep 2546 || 05.01.2023 ||
18:40
Rengoni TV
Рет қаралды 525 М.
-5+3은 뭔가요? 📚 #shorts
0:19
5 분 Tricks
Рет қаралды 13 МЛН
Beharbari Outpost || Ep 2628 ||11.04.2023 ||
17:39
Rengoni TV
Рет қаралды 663 М.
Beharbari Outpost || Ep 2570 || 02.02.2023 ||
16:21
Rengoni TV
Рет қаралды 541 М.
Beharbari Outpost || Ep 2634 || 20.04.2023 ||
17:58
Rengoni TV
Рет қаралды 650 М.
Beharbari Outpost || Ep 2645 || 03.05.2023 ||
18:09
Rengoni TV
Рет қаралды 626 М.
Pakhi || EP-122 || 25-12-2024 ||
19:10
Rengoni TV
Рет қаралды 66 М.
Beharbari Outpost || Ep 2621 ||03.04.2023 ||
18:29
Rengoni TV
Рет қаралды 656 М.