Рет қаралды 246,115
বেহাৰবাৰী ৰাকেশৰ বিয়াৰ অভ্যৰ্থনা অনুষ্ঠান । এই vdo টোত আপোনালোকে দেখিবলৈ পাব অসমৰ বহুত জনপ্ৰিয় শিল্পীৰ চিনাকী মুখ।
ৰাকেশৰ বিয়াখন চাই কেনে পালে জনাবলৈ নেপাহৰিব,
যদি আপুনি মোৰ চেনেল টো নতুন কৈ চাইছে অনুগ্ৰহ কৰি Subscribe কৰি বেল টো বজাই থব, যাতে মই দিয়া নতুন নতুন vdo সমুহ চাবলৈ পাই…………
#beharbarioutpost #mrtablet #assamese_status