KZ
bin
Негізгі бет
Қазірдің өзінде танымал
Тікелей эфир
Ұнаған бейнелер
Қайтадан қараңыз
Жазылымдар
Кіру
Тіркелу
Ең жақсы KZbin
Фильм және анимация
Автокөліктер мен көлік құралдары
Музыка
Үй жануарлары мен аңдар
Спорт
Ойындар
Комедия
Ойын-сауық
Тәжірибелік нұсқаулар және стиль
Ғылым және технология
খৰচাপৰিত ভাঙনি ॥নেগেৰা বাদন ॥ পংকজ বৰা ॥ How to play Negera . Basics of Neger. Pankaj Bora Tutorial
11:59
Negera Tutorial , নেগেৰা শিক্ষা ॥ দিহানামত বজোৱাৰ ধৰন, #dihanaam #howtoplay #Negera #pankaj_bora
19:10
Қайрат Нұртас - Не істедің (Cover) Roza Zergerli - İstedim
02:53
Мясо вегана? 🧐 @Whatthefshow
01:01
家庭版踩气球挑战,妈妈竟然什么也没得到#funny #宝宝 #萌娃 #comedy
01:04
To Brawl AND BEYOND!
00:51
ভাঙনি কেতিয়া, ক’ত, কেনেকৈ বজাব ॥ এচাপৰিত বজেৱা বোল ॥ BASICS ॥ How to play Negera , Pankaj Bora
Рет қаралды 235,107
Facebook
Twitter
Жүктеу
1
Жазылу 56 М.
Pankaj Bora
Күн бұрын
Пікірлер: 314
@monikabora4570
2 жыл бұрын
ইমান সহজ সৰল কৈ শিকোৱা হৈছে ভাল লগিছে ।
@PankajBora.Official
2 жыл бұрын
Dhonyabad 🙏🙏
@parineetapari2645
2 жыл бұрын
সুন্দৰ..সুন্দৰ..সুন্দৰ..অশেষ ধন্যবাদ 🙏🙏🙏🙏🙏
@dipalidas5408
2 жыл бұрын
বহুত সুন্দৰ মোৰ নেপেৰা বজাবলৈ বহুত হেপাহ অন্তৰত সাচি ৰাখিছো।অকমান বজাবলৈ চেষ্টাৰ কৰি আছোঁ।আপুনিও অকমান শিকাই দিব বুলি অনুৰোধ কৰিছো।
@PankajBora.Official
2 жыл бұрын
নিশ্চয় । ধন্যবাদ🙏🙏
@dipentawd2801
Жыл бұрын
ভাল লাগিল।
@monikagogoi4180
Жыл бұрын
ধন্যবাদ নেগেৰা চাপৰ বোজাই দিয়াৰ বাবে 🎉
@rimadowerah5746
2 жыл бұрын
অতি সুন্দৰ পঙ্কজ। ইমান সহজ, সুন্দৰ কৈ বুজাই দিছা।
@PankajBora.Official
2 жыл бұрын
ধন্যবাদ🙏🙏। আপোনাৰ মন্তব্যই সাহস দিলে ।
@mamoniboruah2986
Жыл бұрын
🙏 🙏 আপোনাক গুৰু মানি সেৱা জনালো।
@chandasonowal7536
2 жыл бұрын
Hundor...apunar onukoron kori moi negera bojaboloi Parisu...bohut bohut dhanyawad...
@PankajBora.Official
2 жыл бұрын
🙏🙏🙏. Val palu huni
@birinchiswargiari1122
2 жыл бұрын
ইমান ধুনীয়াকৈ কৈছে নশিকাৰো সকলৰ বাবে অতি উপযোগী হব বুলি ভবিছো। আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ।
@PankajBora.Official
2 жыл бұрын
🙏🙏🙏ধন্যবাদ ।
@anjanagogoi6105
2 жыл бұрын
ভাল লাগিল । সহজ সুন্দৰ কৈ বুজাই দিয়াত ।
@PankajBora.Official
2 жыл бұрын
ধন্যবাদ🙏🙏
@ajantagogoi7907
Жыл бұрын
সুন্দৰ অতি সুন্দৰ
@lipikapathak9093
2 жыл бұрын
ধন্যবাদ , আপোনাৰ ভিডিঅ'টো চাই বহুত উপকৃত হৈছো বহু নজনা ছেও শিকিব পাৰিছো , ভিডিঅ'বোৰ আগলৈ দিব বুলি আশা ৰাখিলোঁ
@PankajBora.Official
2 жыл бұрын
নিশ্চয় , আজি ইয়াৰ পিছৰ খিনি দিছো 🙏
@juribhuyan5133
2 жыл бұрын
Val lagil apunar negera r bull
@PankajBora.Official
2 жыл бұрын
Dhonyabad 🙏🙏
@basantakumardas41
2 жыл бұрын
পঙ্কজ তোমাৰ নেগেৰাৰ ভাঙনি বোৰ ইমানেই সহজ মোৰ হ'লে বহুত ভাল লাগিল দেই। ভগৱানে তোমাক এনেকৈ বুজনি দিবলৈ শক্তি প্ৰদান কৰক।মোৰ ফালৰ পৰা তোমালৈ বহুতো ধন্যবাদ থাকিল। তেজপুৰ পৰা।
@PankajBora.Official
2 жыл бұрын
ধন্যবাদ🙏🙏। আশীৰ্বাদ কৰিব ।
@labanyagogoi5728
2 жыл бұрын
সুন্দৰ প্ৰচেষ্টা ভাইটি ।সংস্কৃতিৰ পথাৰত এক বলিষ্ঠ পদক্ষেপ ।এজন মহান শিক্ষক হোৱা ।ভগৱানে কৃপা কৰক।
@rubiboruah6329
2 жыл бұрын
Val lagil valkoi bujai dise.
@PankajBora.Official
2 жыл бұрын
Dhonyabad 🙏🙏
@ranuphukan3378
2 жыл бұрын
ধন্যবাদ, অতি সুন্দৰ তোমাৰ ভাঙনিৰ বোল বোৰ শিকিবলৈ বহুত আগ্ৰহ আছে আগলৈ আৰু এনেধৰনৰ বোল সমুহ পাম বুলি আশা কৰিলো।
@PankajBora.Official
2 жыл бұрын
ধন্যবাদ 🙏। নিশ্চয় চেষ্টা কৰিম ।
@rubihazarika7033
2 жыл бұрын
🙏 মোৰ শিকিবলৈ বহুত হেপা আছে, দিবচোন, ভিডিও বোৰ।
@MinaBarman-yq3dx
Жыл бұрын
বৰ ধুনীয়াকৈ বুজাইছে ভাল লাগিল
@PankajBora.Official
Жыл бұрын
ধন্যবাদ🙏🙏🙏
@kolpochitra3869
2 жыл бұрын
বিশেষ জ্ঞান নাথাকিলেও আমাৰ, ভিডিঅ'টো চাই বৰ ভাল লাগিল। আপোনাৰ কণ্ঠ ও সুন্দৰ।
@PankajBora.Official
2 жыл бұрын
ধন্যবাদ🙏🙏
@ghanakantadas8289
2 жыл бұрын
Bhal lagise, ami akebere notun, request to give technique.
@PankajBora.Official
2 жыл бұрын
Thank you. Definitely will try🙏🙏
@binodtalukdar9015
2 жыл бұрын
বুজনিবোৰ বৰ সুন্দৰ আৰু স্পষ্ট হৈছে । ভগৱান সহায় হওঁক ।
@PankajBora.Official
2 жыл бұрын
ধন্যবাদ🙏🙏🙏
@nirodakalita7455
2 жыл бұрын
সুন্দৰকৈ বুজাই দিছে ভাল লাগিল
@PankajBora.Official
2 жыл бұрын
ধন্যবাদ 🙏🙏
@Akash-oh2hk
2 жыл бұрын
খুব সুন্দৰ
@PankajBora.Official
2 жыл бұрын
ধন্যবাদ🙏🙏
@mausumthengal
2 жыл бұрын
সুন্দৰ হৈছে....👍
@PankajBora.Official
2 жыл бұрын
Dhonyabad 🙏🙏
@mausumthengal
2 жыл бұрын
Welcome 🤗
@PankajBora.Official
2 жыл бұрын
❤️❤️
@roiumbon5172
2 жыл бұрын
ধন্যবাদ ; আপোনা ভিদিঅ পাই বৰ সুখী হলো । পাৰিম নে নোৱাৰিম নাজানো; কিন্তু হেপাহ আছে; চেষ্টা কৰিম ।
@PankajBora.Official
2 жыл бұрын
ধন্যবাদ । নিশ্চয় পাৰিব , শুভেচ্ছা যাছিলো আপোনালৈ 🙏🙏
@hiteshbhai7904
2 жыл бұрын
সুন্দৰকৈ বুজাই দিছে নজনা কথা কিছু জানিলো শিকিলোঁ তাৰ বাবে অশেষ ধন্যবাদ আপোনাক
@PankajBora.Official
2 жыл бұрын
ধন্যবাদ🙏🙏
@bhupenknowar3784
2 жыл бұрын
Bhal lagil dada
@PankajBora.Official
2 жыл бұрын
Dhonyabad ❤️❤️
@princecoverdance8621
2 жыл бұрын
সুন্দৰ কে বুজাই ছে🙏ভাল লাগিছে ।
@PankajBora.Official
2 жыл бұрын
ধন্যবাদ🙏🙏
@bedantabora9064
2 жыл бұрын
বৰ সুন্দৰ হৈছে ৷গামোচা চুৰীয়া সাজত থকাহলেযে অতি উত্তম হলহেতেন ৷ ইয়াৰ পাছৰ video তোত চাবলৈ ব্যগ অপেক্ষা কৰিলো, আশাহত নকৰিব ৷ কৃষ্ণ ৷ টোত
@PankajBora.Official
2 жыл бұрын
🙏🙏🙏
@DipakChutia-z5w
2 жыл бұрын
ভাল লাগিছে ।
@PankajBora.Official
2 жыл бұрын
ধন্যবাদ🙏🙏
@adhyan5091
2 жыл бұрын
ভাল লাগিল
@PankajBora.Official
2 жыл бұрын
Dhonyabad 🙏🙏
@aparajitatamuli7273
Жыл бұрын
❤❤❤❤❤❤❤❤❤❤
@rekhamonigogoi5063
2 жыл бұрын
Apunar negera progamtu bohut monujug disu sir , kibuli je dhanyabad dim , seshtha korisu bohut , akhirbad koribo sir , apunar dore nuarileu hamanyatom jate xikibo paru
@PankajBora.Official
2 жыл бұрын
অশেষ ধন্যবাদ । চেষ্টা কৰি যাওক , সদায় আছো । যি পাৰো নিশ্চয় সহায় কৰিম ।
@hyondharbeli310
2 жыл бұрын
Mojja dada
@PankajBora.Official
2 жыл бұрын
Thank you❤️❤️
@HirakjyotiDeka-i1z
Жыл бұрын
Moja lagil sir❤
@PankajBora.Official
Жыл бұрын
ধন্যবাদ❤️❤️
@binitamili
Жыл бұрын
Hundor 🙏🙏
@rinkuboro6525
2 жыл бұрын
Thank you sir apuni eman dhuniyakoi bujai disa
@PankajBora.Official
2 жыл бұрын
ধন্যবাদ🙏🙏। আপোনাৰ মন্তব্যই সাহস দিলে ।
@Cutegir587
Жыл бұрын
Moi apunar vedio tu salu vl lagil krishno
@PankajBora.Official
Жыл бұрын
Dhonyabad
@akhilmahanta2524
2 жыл бұрын
সুন্দৰ মনপুত ৷ বহু ঠাইত দেখিছো দিহানাম ভাগ Fast কৰিবলৈ ঢোল ঢোলকৰ কাহৰবা bitয়েই দিয়ে কিন্ত অনুভৱ হয় প্ৰকৃত নেগাৰাৰ ভাঙনি মাত্ৰামতে আৰু ঘোষামতে নপৰেযেন ৷আপোনাৰ পদক্ষেপে দিহানামৰ বিকৃত নেগাৰাবাদক সকলক কিছু হলেও শিক্ষা দিয়ক ৷
@PankajBora.Official
2 жыл бұрын
ধন্যবাদ 🙏🙏
@PutuDevi-b1z
3 ай бұрын
Sundor
@villageloverblog6741
2 жыл бұрын
Val lgil
@PankajBora.Official
2 жыл бұрын
Dhonyabad 🙏🙏
@jadabbharali1843
2 жыл бұрын
খুব সুন্দৰ--- আশাকৰো আপোনাক অনুসৰণ কৰি বহুজন আপোনাৰ দৰে হৈ উঠক🙏🙏🙏
@PankajBora.Official
2 жыл бұрын
ধন্যবাদ🙏🙏। আপোনাৰ মন্তব্যই সাহস যোগালে 🙏🙏
@bodonlahon9532
2 жыл бұрын
নশিকাৰুসকলৰ বাবে অতি উপযোগি হৈছে ৷ অশেষ ধন্যবাদ ৷
@PankajBora.Official
2 жыл бұрын
🙏🙏ধন্যবাদ ।
@rupomgogoi2899
2 жыл бұрын
বহুত ভাল লাগে আপোনাৰ video বোৰ .... বহুত জানিব পাৰিছোঁ আপোনাৰ পৰা... আগলৈ আৰু video পাম বুলি আশা কৰিলো। "বোল" বোৰ মনত ৰাখিবৰ বাবে লিখি দিবনে দাদা...
@PankajBora.Official
2 жыл бұрын
Dhonyabad 🙏🙏. Nissoy sesta korim
@luckygogoi2842
2 жыл бұрын
Hundor bujoni , mojja
@PankajBora.Official
2 жыл бұрын
Dhonyabad 🙏
@manikanath8866
Жыл бұрын
Om🙏🏼🙏🏼❤️❤️🙏🏼🙏🏼
@polashtravelandlife5445
2 жыл бұрын
অতি সুন্দৰ দাদা
@PankajBora.Official
2 жыл бұрын
ধন্যবাদ ❤️❤️
@binagogoi3153
2 жыл бұрын
বহুত ধন্যবাদ ৷বৰ ভাল লাগিল ৷ মাজে মাজে দিবাচোন ৷চেষ্টা কৰি আছো ৷
@PankajBora.Official
2 жыл бұрын
🙏ধন্যবাদ। নিশ্চয় চেষ্টা কৰিম ।
@swapnadeka7229
2 жыл бұрын
Bht vl lagesa Dada 🥰 dhuniya
@PankajBora.Official
2 жыл бұрын
ধন্যবাদ🙏🙏
@lakhmeswarborah5208
2 жыл бұрын
ভাল লাগিল । ধন্যবাদ।
@PankajBora.Official
2 жыл бұрын
ধন্যবাদ🙏🙏
@juliborah3751
2 жыл бұрын
Moiu negera bojaboloi hiki asu Apunar video bilak sai. Bohut Dhunia koi bujaise. Bhal lagise
@PankajBora.Official
2 жыл бұрын
Dhonyabad 🙏🙏
@palashdas4601
2 жыл бұрын
Bohut bhal lagil sir, thanks 😊
@PankajBora.Official
2 жыл бұрын
Thank you,🙏🙏
@gahinboro419
2 жыл бұрын
ধন্যবাদ, আপোনাৰ ফৰমূলা ব্যৱহাৰ কৰি কুৰলি বজোৱাত নশিকাৰু সকলৰ বহুত বহুত উপকৃত হব ।
@PankajBora.Official
2 жыл бұрын
🙏🙏
@mborah1848
2 жыл бұрын
Val lagil
@PankajBora.Official
2 жыл бұрын
ধন্যবাদ🙏🙏
@lakhyaboruah1206
Жыл бұрын
Val lagisa❤
@prasantanath9783
2 жыл бұрын
Ponkoj da bhut dhunia lagise
@PankajBora.Official
2 жыл бұрын
Dhonyabad ❤️❤️
@bhaskareditzvlogs1971
2 жыл бұрын
বহুত সুন্দৰ পংকজ দা আজিৰ পৰা আপোনাৰ বন্ধু হলো দেই
@PankajBora.Official
2 жыл бұрын
নিশ্চয় ধন্যবাদ🙏।
@gogonbora794
2 жыл бұрын
ভাল লাগিছে
@PankajBora.Official
2 жыл бұрын
ধন্যবাদ🙏🙏
@manaranjanchoudhury370
2 жыл бұрын
Bohut dhuniya dada
@PankajBora.Official
2 жыл бұрын
Dhonyabad 🙏🙏
@lukumonidevi3260
2 жыл бұрын
Apunar mat tu bor dhunia. Negera muzic tur dore
@PankajBora.Official
2 жыл бұрын
ধন্যবাদ🙏🙏। আপোনাৰ মন্তব্যই সাহস দিলে ।
@prantimsharma7690
2 жыл бұрын
ইমান সুন্দৰ কৈ বুজাই দিছে🙏🙏❤️
@PankajBora.Official
2 жыл бұрын
ধন্যবাদ🙏🙏
@nayanmonidutta9768
2 жыл бұрын
বৰ সুন্দৰকৈ বুজাইছে
@PankajBora.Official
2 жыл бұрын
ধন্যবাদ🙏🙏
@jayantineog3469
2 жыл бұрын
Very nice , thanks.
@PankajBora.Official
2 жыл бұрын
🙏🙏
@barnalibarman9836
2 жыл бұрын
Mojjja
@PankajBora.Official
2 жыл бұрын
Dhonyabad 🙏🙏
@ariyanvlogs1035
2 жыл бұрын
Dhuniya bojaise de dada aru ata anahen video diba please 😍😍😍😍😍
@PankajBora.Official
2 жыл бұрын
ধন্যবাদ🙏🙏। নিশ্চয় দিম ।
@ambikarabha6349
2 жыл бұрын
Val lagil dada krishna 🙏
@PankajBora.Official
2 жыл бұрын
Dhonyabad 🙏🙏, krishna
@anitabora8817
Жыл бұрын
sir apuni step by step xikai jabo .....Mor lora tuwe apunar parai xiki ase ....🙏🙏🙏
@PankajBora.Official
Жыл бұрын
নিশ্চয় । আৰু ভিডিঅ দিয়া আছে পাইছেনে ?
@lilikhataniar7292
2 жыл бұрын
সুন্দৰ
@PankajBora.Official
2 жыл бұрын
ধন্যবাদ 🙏🙏
@akashmili7522
2 жыл бұрын
Very good dada
@PankajBora.Official
2 жыл бұрын
Thank you🙏
@Dx_Debashis4394
2 жыл бұрын
Pankaj da moja
@SDSongeet
2 жыл бұрын
অতি সুন্দৰ
@PankajBora.Official
2 жыл бұрын
ধন্যবাদ🙏🙏
@anshumanborgohain2915
2 жыл бұрын
সহজে বুজাই দিছে । ভাল লাগিল । ❤️
@PankajBora.Official
2 жыл бұрын
ধন্যবাদ🙏🙏
@benunagbanshi4533
Жыл бұрын
Ok
@joyshreebora432
2 жыл бұрын
Hi Val lagisa
@simantasaikiaofficial9196
2 жыл бұрын
Val lagil dada.. bisari asilu...
@PankajBora.Official
2 жыл бұрын
🙏🙏🙏
@basantakumardas41
2 жыл бұрын
Very nice your advice.
@PankajBora.Official
2 жыл бұрын
ধন্যবাদ🙏🙏
@apurbasaikia9622
2 жыл бұрын
Hundor sir
@PankajBora.Official
2 жыл бұрын
Dhonyabad 🙏
@MadanBordoloi-ht4ox
Жыл бұрын
👍👍👍
@girinbora7820
2 жыл бұрын
Very nice.
@PankajBora.Official
2 жыл бұрын
Thank you❤️❤️🙏
@binadas5619
2 жыл бұрын
Bor sundar
@PankajBora.Official
2 жыл бұрын
Dhonyabad 🙏🙏
@minalahan9178
2 жыл бұрын
Val,Lagise,
@PankajBora.Official
2 жыл бұрын
Dhonyabad 🙏
@AjayBoruah-z7f
10 ай бұрын
Nice 👍🙂
@dilipkumardas9839
2 жыл бұрын
Very good
@PankajBora.Official
2 жыл бұрын
Thank you🙏🙏
@SUMANKALITAVlogs
2 жыл бұрын
Krishna,,,,upokita holu dada bhal lagile,,,
@PankajBora.Official
2 жыл бұрын
ধন্যবাদ🙏🙏
@probinhazarika7899
2 жыл бұрын
ধন্যবাদ
@PankajBora.Official
2 жыл бұрын
❤️❤️
@rupentaid6190
Жыл бұрын
Good ponkoj da I am mini payeng
@Gitamoni539
2 жыл бұрын
🔥🔥🔥💖👍🙏
@PankajBora.Official
2 жыл бұрын
❤️❤️🙏🙏
@bulentamuli2731
2 жыл бұрын
ভাল লাগিছে। দিহা নামৰ নিয়ম বোৰ দিব ছোন।
@PankajBora.Official
2 жыл бұрын
Baru..
@ChampaBhuyan-d2o
Ай бұрын
শিকাই দিয়া বাবে 🎉 বৰ ভাল পালোঁ।
@palashdas4601
2 жыл бұрын
Hello Sir, beginner xokolor karone video bonabo sun
@PankajBora.Official
2 жыл бұрын
Diya ase eitu channelte, sabosun .
@Cutegir587
Жыл бұрын
Moi notun koi hikisu prothom saportuloike paru aru.apunar pora hikibo parim buli bhabisu
@PankajBora.Official
Жыл бұрын
Nissoy paribo
@abhijitgogoi3305
2 жыл бұрын
সুন্দৰ দাদা বহুত ভাল লাগিল ধন্যবাদ ❤️❤️👍🙏🙏
@PankajBora.Official
2 жыл бұрын
ধন্যবাদ🙏🙏। মন্তব্যই সাহস দিলে ।
@bcrlaina9136
2 жыл бұрын
নমস্কাৰ গ্ৰহণ কৰিব লগতে ধন্যবাদ সুন্দৰকৈ বোজায় দিয়াৰ বাবে । ন শিকাৰো সকলে উপকৃত হ'ব নিশ্চয়। এক আৰু দুই চাপৰিৰ ভাঙনি দিব চোন।
@PankajBora.Official
2 жыл бұрын
ধন্যবাদ । নিশ্চয়🙏❤️
@Request_motivation
2 жыл бұрын
Krishna 🙏🙏🙏
@PankajBora.Official
2 жыл бұрын
🙏🙏
@rajdeepraj280
2 жыл бұрын
Dada apunar video sai bht xikisu..moi ane. Nagara dhul bojau....
@PankajBora.Official
2 жыл бұрын
ধন্যবাদ🙏🙏। বৰ ভাল কথা ।
@Sarat933
2 жыл бұрын
ধন্যবাদ দাদা। বহুত শিকিছোঁ। 'কুৰৰ তাকি ঘেন তুৰৰ তাকো ঘেনে ঘেন'টো এক চাপৰিত বজাব নোৱাৰি নেকি??
@PankajBora.Official
2 жыл бұрын
ধন্যবাদ 🙏। পাৰি বজাব, কিন্তু “ঘেন” টো আগত পৰিব । অৰ্থাৎ “ঘেন ss কৰু তাকি” হব ।
@Sarat933
2 жыл бұрын
@@PankajBora.Official 🙏
@rajat3563
2 жыл бұрын
Nice thanks
@PankajBora.Official
2 жыл бұрын
Thanks ❤️❤️
@dipjyotisaikia9300
2 жыл бұрын
Dada apunar pora ata kotha janibo bisarisu...ami jetia diha namot negera bojua hoi tetia negera jur huhat aru bauhat lobo loga ase neki kiba
@PankajBora.Official
2 жыл бұрын
Tenekua eku niyom nai, apunar ji hate obhyakh ase hei hateibojabo paribo.
@niranjanborah4728
2 жыл бұрын
Good
@PankajBora.Official
2 жыл бұрын
Thank you❤️❤️
@potimasaikia5000
2 жыл бұрын
নমস্কাৰ গ্ৰহণ কৰিব,,,আপোনাৰ নগেৰাৰ বোল শুনি ভাল লাগিল,,,মই চেষ্টা কৰি ও বজাব পৰা নাই ,,,,,
@PankajBora.Official
2 жыл бұрын
নমল্কাৰ । নিশ্চয় পাৰিব চেষ্টা কৰকচোন 🙏
@monikaphukon9051
2 жыл бұрын
🙏
@PankajBora.Official
2 жыл бұрын
🙏🙏
@gahinboro419
2 жыл бұрын
ধন্যবাদ, আপোনাৰ ফৰমূলা ব্যৱহাৰ কৰি কুৰলি বজোৱাটো নশিকাৰু সকলৰ বহুত বহুত উপকৃত হব । নমস্কাৰ ।
@PankajBora.Official
2 жыл бұрын
🙏🙏
@rajat3563
2 жыл бұрын
গীত ৰ লগত ভা কৰি দিয়া বাবে স হ জে খেকিব পৰাজাব very thanks
@PankajBora.Official
2 жыл бұрын
ধন্যবাদ🙏🙏। আপোনাৰ মন্তব্যই সাহস দিলে ।
@kongkonjyotiphukon1475
2 жыл бұрын
Hundor
@PankajBora.Official
2 жыл бұрын
Dhonyabad 🙏
11:59
খৰচাপৰিত ভাঙনি ॥নেগেৰা বাদন ॥ পংকজ বৰা ॥ How to play Negera . Basics of Neger. Pankaj Bora Tutorial
Pankaj Bora
Рет қаралды 66 М.
19:10
Negera Tutorial , নেগেৰা শিক্ষা ॥ দিহানামত বজোৱাৰ ধৰন, #dihanaam #howtoplay #Negera #pankaj_bora
Pankaj Bora
Рет қаралды 136 М.
02:53
Қайрат Нұртас - Не істедің (Cover) Roza Zergerli - İstedim
Kairat Nurtas
Рет қаралды 3 МЛН
01:01
Мясо вегана? 🧐 @Whatthefshow
История одного вокалиста
Рет қаралды 7 МЛН
01:04
家庭版踩气球挑战,妈妈竟然什么也没得到#funny #宝宝 #萌娃 #comedy
搞笑爸爸带俩娃
Рет қаралды 10 МЛН
00:51
To Brawl AND BEYOND!
Brawl Stars
Рет қаралды 17 МЛН
10:47
একচাপৰিত বজোৱা ৪ প্ৰকাৰৰ বোল বজাও আহক
Saraswat Gayan Music
Рет қаралды 42 М.
15:24
#ৰগৰ শিকোঁ আহঁক অতি সহজেAssamese tutorial/how to play Nagara/assamese nagara badon badan/how to ৰগৰ#
kishor kartik gawoliya lora moi
Рет қаралды 20 М.
6:03
নেগেৰা কৰ্মশলা লোহালি নামঘৰ ।। Moon gogoi mg
Moon gogoi Mg
Рет қаралды 3,7 М.
12:47
Negera Lesson, Basics of Negera, How to play Negera, Kishalay Class, Tutorial Video, Pankaj Bora .
Pankaj Bora
Рет қаралды 93 М.
8:02
DIHANAME
Amia Bora
Рет қаралды 42 М.
5:20
negera tutorial//সংখ্যাৰে
R.B Negera melodies
Рет қаралды 21 М.
17:14
Assamese tutorial/how to play Nagara/assamese nagara badon badan/how to easily nagara/dihanambadon
kishor kartik gawoliya lora moi
Рет қаралды 107 М.
19:29
#Tutorials #lessons #Nagara HOW TO PLAY NAGARA INSTANTLY FOR BEGINNERS 🔥🔥with ENG (CC) | Do learn
I Love Music and Culture
Рет қаралды 397 М.
3:04
অনুৰাগৰ নাগাৰা শিক্ষা গুৰু ৰিতু বড়োৰ ওচৰত
ৰ'দালি RODALI
Рет қаралды 69 М.
6:34
ন-শিকাৰুৱে বোল কেনেকৈ বজাব ! How to play Negera || Negera Badan || Negera tutorial || Pankaj Bora
Pankaj Bora
Рет қаралды 42 М.
02:53
Қайрат Нұртас - Не істедің (Cover) Roza Zergerli - İstedim
Kairat Nurtas
Рет қаралды 3 МЛН