কৃষ্ণ প্ৰভু, অতি উত্তম বিশ্লেষন,আমি অধমে এটা কথা জানিব বিচাৰিছোঁ তেওঁৰ অকল নাম উচ্চাৰণ কৰিয়ে কলিত উদ্ধাৰ হ'ব পাৰি বুলি জানিছো। তেন্তে নামঘৰত বা ঘৰতে নাম কীৰ্তন সকাম আদি নকৰিলেও হয় নেকি? কোন ভাগি নামৰ কথা কৈছে বাপ। প্ৰশ্ন টোৰ বাবে ক্ষমা কৰিব।মনৰ খুকুজাৰ বাবে সুধিলো।,👃
@sarbeswardas5793 Жыл бұрын
Bohut val lagil bap agoloi aru akha korilu namaskar bap
@pallabchutia3512 Жыл бұрын
Krishna 🙏
@universal6856 Жыл бұрын
কৃষ্ণ বৰ ভাল হৈছে। এটা ভুল বাখ্যা হৈ গৈছে, আলোচনা কৰিবলৈ মন থাকিলে জনাব। কৃষ্ণ
@deepjyotihatimuria5311 Жыл бұрын
সকলো কেইজন বাপ বান্ধৱক একেলগে দেখি অত্যন্ত সুখী হলো 🙏🙏🙏কৃষ্ণ🙏🙏🙏