কৃষ্ণ, বহুত আনন্দিত হলো । অসমত এনে কিছুমান ঠাই আছে , য'ত কৃষ্ণ , শঙ্কৰগুৰু, ভাগৱত , গীতা আদিৰ নামেই শুণা নাই। আপোনাসৱ বিজ্ঞ জনে যদি তেনে ঠাইত প্ৰচাৰ কৰাৰ চেষ্টা কৰে কিমান লোক যে উপকৃত হব । আমি বিভিন্ন জনৰ কমেন্টৰ ওপৰত ভিত্তি কৰিহে এই কথা লিখিলো । ক্ষমা কৰিব । কৃষ্ণ সেৱা জনালো।