ভাগৱত পাঠ।পদ্ম কাকতি বাসগৃহ।

  Рет қаралды 361,566

ভকতি ভাণ্ডাৰ(RONTU BORUAH)

ভকতি ভাণ্ডাৰ(RONTU BORUAH)

Күн бұрын

Пікірлер: 341
@ThanuPhukon-z2y
@ThanuPhukon-z2y Ай бұрын
কৃষ্ণ,আপোনালোক দুয়োজনৰ পাঠ শুনি থাকিলে সাক্ষাৎ কৃষ্ণক দেখি থকা যেন লাগে বাপসব।নিজৰ অজ্ঞাতে দুচকুৱে দুধাৰি লোতক বৈ আহে।সেৱা আগবঢ়াইছো দুয়ো লৈ।
@dipaksaikia5100
@dipaksaikia5100 7 ай бұрын
অতি সুন্দৰ ❤️ বিশেষ ভাৱে, বাঁহী ব্যৱহাৰ নকৰা বাবে শ্ৰুতিমধুৰ হৈছে ।।
@ThanuPhukon-z2y
@ThanuPhukon-z2y 2 ай бұрын
কৃষ্ণ,আপোনালোকে বাঁহী ব্যৱহাৰ নকৰা বাবে ভাল হৈছে। সম্পূৰ্ণ স্পষ্ট ভাৱে শুনিব পৰা হৈছে।বহুত সুন্দৰ পাঠ ভগৱানে আপোনাসবৰ আয়ূস বৃদ্ধি কৰক যাতে আপোনাসবৰ পাঠ শুনি মনুষ্য জাতিৰ ভগৱন্তৰ প্ৰতি ভক্তি ভাব আৰু দৃঢ় হয়। কৃষ্ণ কৃষ্ণ।
@chinimaibora7626
@chinimaibora7626 2 ай бұрын
অতি সুন্দৰ ভাগৱত পাঠ শুনি থাকিব মন যায় আৰু শুনি আছোঁ।🙏🙏🙏🙏🪔🪔🪔🪔🪔
@junmonigogoi-bt8hh
@junmonigogoi-bt8hh 5 ай бұрын
সদায়েই শুনি থাকিবলৈ মন যায়। কৃষ্ণ কৃষ্ণ।
@dipakborah893
@dipakborah893 Жыл бұрын
কাকতি আৰু বৰুৱা বাপ আপোনালোকৰ দুয়ো জনক পোন প্ৰথমে অন্তৰৰ পৰা আশীৰ্বাদ দিছোঁ। আপোনালোকে ইমান সুন্দৰ কৈ ভাগৱত শ্ৰৱণ কীৰ্তন কৰি আমাক শুনাইছে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। ম ই প্ৰতিদিনে আপোনালোকৰ ভাগৱত শ্ৰৱণ কৰি আছোঁ। বহুত আনন্দিত হৈছো। কৃষ্ণ 🙏🙏🙏
@RONTU684
@RONTU684 Жыл бұрын
আন্তৰিক ধন্যবাদ।কৃষ্ণ।
@purnandadas1898
@purnandadas1898 11 күн бұрын
Krishna Krishna prabhu🌸🌸🌸🌸🌸🌸🌸🌸 🙏🙏🙏🙏🙏🙏🙏
@miduldutta8798
@miduldutta8798 Жыл бұрын
মন ভাল যোৱা ভাগৱত কণ্ঠ , এই জীৱন ভাগৱতৰ বিনা একো নাই, জয় ৰাম 🙏শ্ৰী ৰাম🙏 জয় জয় ৰাম 🙏
@RONTU684
@RONTU684 Жыл бұрын
কৃষ্ণ।
@purnandadas1898
@purnandadas1898 5 күн бұрын
Krishna Krishna prabhu🌸🌸🌸🌸🌸🌸🌸 🙏🙏🙏🙏
@dibyagogoi7823
@dibyagogoi7823 Жыл бұрын
কৃষ্ণ কৃষ্ণ বাপ দুজনা 🙏।আমি মূঢ়মতি বৃদ্ধা শ্ৰৱণেহে গতি বাপ সমস্ত। আপোনাসৱৰ মুখপদ্মৰে ভাগৱত ভাগী পাঠে আমাক পৰম কৃতাৰ্থ, আপ্লুত, উপকৃত ও আনন্দিত কৰিলে। আপোনাসৱক ভগৱন্তপুৰুষে কৃপা কৰিছে। আৰু কৃপা কৰক ,তাকে কামনা কৰিছো। কৃষ্ণ কৃষ্ণ মাধৱ সেৱা জনাইছো দুয়োজনাৰ পদপংকজত 🙏🙏🙏🙏🙏
@RONTU684
@RONTU684 Жыл бұрын
কৃষ্ণ। আন্তৰিক ধন্যবাদ জনালোঁ।
@ProbalKhataniar
@ProbalKhataniar 6 ай бұрын
ভগৱানময়,হৰি ৰাম🙏🙏
@numalphukan9491
@numalphukan9491 Ай бұрын
99dina 9
@thunugogoi4801
@thunugogoi4801 Жыл бұрын
কৃষ্ণ কৃষ্ণ 🙏ইমান সুমধুৰ কণ্ঠ,মন হৰি নিয়া সুৰীয়া কণ্ঠ ।ভক্তি ভৰা সেৱা যাচিলোঁ ভকত দুজনাৰ দীৰ্ঘায়ু কামনা কৰি ।ঔঁম কৃষ্ণ কৃষ্ণ 🙏🙏
@RONTU684
@RONTU684 Жыл бұрын
কৃষ্ণ।
@KALPANABORAH-v1j
@KALPANABORAH-v1j 3 ай бұрын
খুব সুন্দৰ, শ্ৰৱণ কৰি খুবেই আপ্লুত হলো | সহস্ৰ প্রণাম,,,,, 🙏🙏
@bituponboraassam9322
@bituponboraassam9322 2 жыл бұрын
ওঁ নমো ভগৱতে বাসুদেৱায় 🙏
@RONTU684
@RONTU684 2 жыл бұрын
কৃষ্ণ ৰাম।
@kamalphukan1365
@kamalphukan1365 Жыл бұрын
কৃষ্ণ কৃষ্ণ 🙏 হে বাপ সমস্ত আপোনাসবৰ বৈষ্ণৱী কণ্ঠৰ সুৰে আমাৰ হৃদি-প্ৰাণত কৃষ্ণ প্ৰেমৰ অশ্ৰু নিগৰাইছে!! ভগৱৎ প্ৰেম আৰু বাণীৰে মানৱ তথা সমাজ সংস্কাৰমুখী - ঈশ্বৰমুখী যাত্ৰা অবিৰত থাকক ! প্ৰভূ ভগৱন্তৰ কৃপা হ‌ওঁক 🙏 আমি দুয়ো গৰাকী বৈষ্ণৱ প্ৰাণলৈ ভক্তি ভৰা প্ৰণিপাত নিবেদন কৰিছোঁ ! কৃষ্ণ কৃষ্ণ
@pranabjyotisarmah896
@pranabjyotisarmah896 Жыл бұрын
মইও বৈকুণ্ঠৰ কল্পতৰু ভাগি পাঠ কৰোঁ কিন্তু বাপ আপোনালোকক প্ৰভুৱে ঐশ্বৰিক শক্তি দিছে । সুন্দৰ উপস্থাপন ।
@RONTU684
@RONTU684 Жыл бұрын
কৃষ্ণ।
@prasantabora4735
@prasantabora4735 Жыл бұрын
সদায়ে গধূলি আপোনাসৱৰ কীৰ্ত্তন শুনি মনটো ভাল লাগি যায়।ইমান সুন্দৰকৈ কীৰ্ত্তন কৰি আহিছে কবলৈ ভাষা নাই বাপ সমস্ত ।এইয়া ভগৱানৰ আশীৰ্বাদ আপোনাসৱৰ ওপৰত ।সদায়ে যেন শুনিবলৈ পাম।ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো আপোনাসৱৰ সুস্থ সবল শৰীৰৰ মনৰ অধিকাৰী কৰি ৰাখে যেন ।কৃষ্ণ কৃষ্ণ
@RONTU684
@RONTU684 Жыл бұрын
আন্তৰিক ধন্যবাদ।কৃষ্ণ।
@kalpanahazarika7631
@kalpanahazarika7631 Жыл бұрын
পৰম সুখকৰ পাঠ ভাগ। অন্তৰত ভক্তিৰ ৰস বৈ আহে। প্ৰভু ইমান সুন্দৰ।হতাশা আহিলেই আপোনাৰ পাঠ শ্ৰৱণ কৰি সুখ অনুভৱ।কৰো।পুণৰ বাৰে সেৱা জনাও।
@RONTU684
@RONTU684 Жыл бұрын
কৃষ্ণ আই।
@Miduldutta
@Miduldutta Жыл бұрын
ইমান ধুনীয়া লাগিছে ঘৰত থকা দৰে লাগিছে যেন সম্মুখত শুনি আছো, তাতে এচাতি সুন্দৰ বতাহ লাগি আছে প্ৰকৃতিৰ বুকুত, জয় শ্ৰী ৰাম 🙏🙏🙏 জয় গৰু শংকৰ জয় গুৰু শংকৰ জয় গুৰু শংকৰ এনেদৰে শুনিবলৈ পায় অতি আনন্দ লাভ কৰিছো 🙏🙏🙏
@RONTU684
@RONTU684 Жыл бұрын
আন্তৰিক ধন্যবাদ জনালোঁ আপোনাক।
@MR__DAS__07
@MR__DAS__07 7 ай бұрын
Oum namu Bhagawate Basudebayo 🙏🏻❤
@AmlanduAmlandu
@AmlanduAmlandu Жыл бұрын
কৃষ্ণ কৃষ্ণ বাপ। ভগবানে কৃপা কৰক।
@munindragogoi2586
@munindragogoi2586 11 ай бұрын
কৃষ্ণ কৃষ্ণ সেৱা যাচিলোঁ ভাগৱতৰ পৰম অমৃত কথালৈ
@konmaiboruah1943
@konmaiboruah1943 Жыл бұрын
কৃষ্ণ কৃষ্ণ আপুনহবলৈ ভক্তি ভৰা সেৱা জাচিলো
@pronitakakotiborah
@pronitakakotiborah 5 ай бұрын
কৃষ্ণ কৃষ্ণ🙏 অতি সুন্দৰ 🙏🙏🙏🙏🙏
@RipuNath-v7s
@RipuNath-v7s 2 ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ ❤❤
@ajitbakalial970
@ajitbakalial970 4 ай бұрын
কৃষ্ণ কৃষ্ণ.ভগৱন্তলৈ‌‌ সেৱা জনালোঁ।
@sumibonia5092
@sumibonia5092 2 жыл бұрын
কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏 পৰভু
@RONTU684
@RONTU684 2 жыл бұрын
কৃষ্ণ।
@sumibonia5092
@sumibonia5092 Жыл бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ 👍👍🤳🙏💖🗨️🗨️🗨️🗨️🗨️🗨️💗🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻👏👏👌👌
@RONTU684
@RONTU684 Жыл бұрын
❤️
@babitagogoiphukan8568
@babitagogoiphukan8568 Жыл бұрын
কৃষ্ণ কৃষ্ণ বাপ আপোনাক দুয়ো জন কে শ্বৰণ পঙ্কজত কূটি কূটি প্রণটি প্র নাম জনালো আপোনাক সৱক ভগৱন্ত ই কৃপাৰ কৰক ৷
@RONTU684
@RONTU684 Жыл бұрын
কৃষ্ণ।
@RanjanaGogoi-i7f
@RanjanaGogoi-i7f 5 ай бұрын
OM Nomah bhagabwate Basudebawa
@Gitarani-v3c5r
@Gitarani-v3c5r 2 ай бұрын
কৃষ্ণ কৃষ্ণ ❤👍
@kushalnath-jw8uw
@kushalnath-jw8uw 3 ай бұрын
Om namo bhagwate basudeba Namo
@PradipGogoi-i7b
@PradipGogoi-i7b 7 ай бұрын
সত্য টো সত্য ই সদায়। সত্য টোৰ বেলেগ বেলেগ হ'ব ই নোৱাৰে। জাতি ধৰ্ম বৰ্ণ লিঙ্গৰ ভাগে ভাগে সত্য নাথাকে। সত্য বিচাৰ কৰা ন্যায়াধীশ কেইজনহে অ সত্য। বিধে বিধে সত্যৰ বিছাৰ কৰে। সত্য টো এক বা এটাই হ'ব নিশ্চিত। মানুহটো প্ৰতি সমাজ খনৰ প্ৰতি দেশ খনৰ প্ৰতি চৰকাৰৰ প্ৰতি সত্য বেলেগ বেলেগ হ'ব নোৱাৰে। সেই বাবেই জগত খনত ইমান জাতি ধৰ্ম বৰ্ণ লিঙ্গ হ'ব নোৱাৰে। হ'লে ও ই মিছা মায়াৰ ভ্ৰম অস্থায়ী বিনাশ শীল প্ৰকৃতিৰ কলা চছমা। জগতত উৰণ বুৰন গজন ভ্ৰমণ চাৰি মুঠি চেতনা বা আত্মা ব্ৰহ্মৰেই প্ৰতিবিম্ব মাএ। গতিকে জগতত ইমান বিলাক জাতি ধৰ্ম বৰ্ণ লিঙ্গৰ বৈষম্য আহিল কৰপৰা? আন কি চাৰি মুঠি আত্মা জীৱ শ্ৰেষ্ঠ মানৱৰ ‌বাদে ও মহা পুৰুষ মহিষী অৱতাৰী পুৰুষ দৈৱিক গুণ কম্ম সম্পন্ন ঐশ্বৰিক গুণ কম্ম সম্পন্ন ব্যক্তি আনকি স্বয়ং ভগৱান ও ব্ৰহ্মৰ ওপৰত নহয। ব্ৰহ্ম সত্য জগৎ মিথ্যা। সেই কাৰণে জগত খন এই চকুৰে দেখা কানেৰে শুনা হাতেৰে স্পৰ্শ কৰা মুখেৰে মাতবুল কৰা মনেৰে কল্পনা কৰা সকলো মায়াৰ ভ্ৰমৰ প্ৰাকৃতিক জগত।যিখন বিনাশ শীল মিথ্যা মহা প্ৰলয়ত এদিন বিনাশ হৈ যাব। গতিকে জগতত ইমান বৈষম্যতা বিভেদ কিয়? ব্ৰহ্ম এক সত্য এক ধৰ্ম এক জগত মিথ্যা। মিছাত লাগিব নে সঁচাচ লাগিব ? জগতত কিমান জাতি লিখিবনোৱাৰা ধৰ্ম বৰ্ণ লিঙ্গৰ টোৰ কোনো কথা ই নাইকীয়া। উপদেশ উপদেষ্টা ‌ ধৰ্ম গ্ৰন্থ সমুহ ৰচনা কৰিছিল মহাপুৰুষ মহিষী সকলে অৰণ্যাশ্ৰম পাতিছিল মানুহক আত্ম বোধ আত্ম উপলব্ধি আধ্যাত্মিক জ্ঞান চিন্তা চৰ্চা চেতনা ধ্যান ধাৰণা বিৱৰণৰ বাবে। কিন্তু জীৱ শ্ৰেষ্ঠ মানৱ হ'ল পশুতো অধম। মনত পাপ চিন্তা গেলা ভাৱনা কামনা বাসনা। হ্নদয়ত সত্য শৌচ ক্ষমা দয়া শ্ৰদ্ধা ভক্তি প্ৰেম বিশ্বাস আগ্ৰহ নিগূন নিষ্কাম ৰসময়ী অতীন্দীয় অলৌকিক পাৰমাথিক চিন্তা চৰ্চা চেতনা বিপৰীতে আশা আকাংক্ষা লোভ মোহ কাম ক্ৰোধ মদ মাচায্য ৰজ তম হিঙসা খিয়াল শোষণ নিস্পেষন অমানুষিক অত্যাচাৰ অবিচাৰ বেভ্যিচাৰ কূটনীতি হিঙসা খিয়াল অহ্ঙকাৰ আদি অসৎ চৰিত্ৰৰ হৈ জগতৰ সৰ্বকালৰ সুমঙ্গলৰ হকে মানৱ কল্যাণৰ হকে কাম নকৰে বাধা প্ৰদান কৰে। । সাম্প্ৰতিক কালত জগতত যিবিলাক ধৰ্ম অথ কাম মুক্ষ জ্ঞান বিজ্ঞান তত্ত্ব ৰহস্য জাতি ধৰ্ম বৰ্ণ লিঙ্গৰ ভেদ সমাজৰ ৰূপ ৰেখা এই বিলাক দুৰ্নীতি গ্ৰস্থ মানুহক ঈশ্বৰে সহায় নকৰে। প্ৰদীপ গগৈ। গুৱাহাটী।
@RONTU684
@RONTU684 7 ай бұрын
কৃষ্ণ।আপোনাৰ বহুমূলীয়া কথাষাৰ আজিৰ সমাজৰ বাবে বহুত গ্ৰহণযোগ্য।আপোনাক প্ৰভু ভগবন্তই কৃপা কৰক।
@phuleswarrabha6142
@phuleswarrabha6142 4 ай бұрын
বৰ সুন্দৰ কণ্ঠেৰে বৰ সুন্দৰ ভাগৱত পাঠ৷
@rushanburagohain6803
@rushanburagohain6803 2 жыл бұрын
ভাগৱত মোৰ প্ৰাণ।সুন্দৰ পাঠ হৈছে। তপ ণ,শিৱসাগৰ।
@RONTU684
@RONTU684 2 жыл бұрын
কৃষ্ণ। অশেষ ধন্যবাদ জনালোঁ।
@trishnabora2679
@trishnabora2679 8 ай бұрын
সদায় শ্ৰৱণ কৰিলেও আমনি নালাগে। কৃষ্ণ, কৃষ্ণ।
@utpaldas1065
@utpaldas1065 8 ай бұрын
OUM NAMAHA BHAGAWATE BASUDEBAYA:. KRISHNA ,KRISHNA .❤❤🙏🙏🙏🙏❤❤
@Jayanta_Chetia
@Jayanta_Chetia Жыл бұрын
কৃষ্ণ কৃষ্ণ 🙏🏿🙏🏿
@adhyatmikaxom
@adhyatmikaxom 5 ай бұрын
অতি মনোৰম ।।।।।শ্ৰৱণ কৰাই পৰম কৃপা কৰা হৈছে ।।
@jayantachetia4488
@jayantachetia4488 Жыл бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ ভক্তি ডৰা সেৱা পাঠক দ্বয়লৈ হৃদয় স্পষী সুন্দৰ কণ্ঠ আগলৈ কৃষ্ণ কীওণ শুণাৱ ধণ্যবাদ।
@RONTU684
@RONTU684 Жыл бұрын
আন্তৰিক ধন্যবাদ।
@kanakneog1877
@kanakneog1877 2 жыл бұрын
কৃষ্ণ কৃষ্ণ৷ ভগৱানে সৱাৰো মংগল কৰক৷
@RONTU684
@RONTU684 2 жыл бұрын
আন্তৰিক ধন্যবাদ জনালোঁ।
@jatinbhuyan4826
@jatinbhuyan4826 8 ай бұрын
ও নমো ভগৱতে বাসুদেৱ নম
@____-xd4yr
@____-xd4yr Жыл бұрын
Khosakoi kholag labo logiya 🙏🥰🌍mur Pravo khokol khosakoi bht uporat 🙏🙏🙏. Pravoye jiyai rakhile adin khanmukhar pora apunalukak dekha pam buli parthona korilu eyar porai.🙏💞.
@RONTU684
@RONTU684 Жыл бұрын
কৃষ্ণ। আন্তৰিক ধন্যবাদ জনালোঁ আপোনাক।
@paspagogoi2808
@paspagogoi2808 Жыл бұрын
Jai... krishna... krishna... krishna....🙏🙏🙏🙏👍👍
@nabajyotinath7511
@nabajyotinath7511 Жыл бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ
@traditionalsongassamese6480
@traditionalsongassamese6480 Жыл бұрын
সচাকৈয় জীৱনত যিমান দুখ নাথাকক কিয় এবাৰ শুনিলেই গা সাত পৰি যায়,, দুখ নাইকীয়া হৈ পৰে 🙏🙏🙏🪔🪔🪔
@RONTU684
@RONTU684 Жыл бұрын
কৃষ্ণ।
@PobanBorborah
@PobanBorborah 2 ай бұрын
P​@@RONTU684
@PobanBorborah
@PobanBorborah 2 ай бұрын
P0b0nb0rb0rh
@nripenburagohain
@nripenburagohain 5 ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ
@mahanpuja7915
@mahanpuja7915 3 ай бұрын
Krishna Krishna Krishna Krishna........🙏🙏🙏🙏
@mamonidas1659
@mamonidas1659 Жыл бұрын
Krishna probhu pronam 🙏🙏🙏🙏
@RONTU684
@RONTU684 Жыл бұрын
আন্তৰিক ধন্যবাদ।
@Balamurali8039
@Balamurali8039 7 ай бұрын
🙏🏾🙏🏾🙏🏾Jai shree krishna krishna Ram Ram Hari Hari ❤
@MafuBorah
@MafuBorah 7 ай бұрын
Kishna kishna pravu🙏🙏🙏🙏
@PadmeswarPhukan-nv2wn
@PadmeswarPhukan-nv2wn 3 ай бұрын
Krisnkrisna
@pranrider2023
@pranrider2023 2 жыл бұрын
ৰাম কৃষ্ণ 🙏🙏🙏
@RONTU684
@RONTU684 2 жыл бұрын
কৃষ্ণ।
@deepagogoi4312
@deepagogoi4312 Жыл бұрын
Krisna krisna ❤❤❤
@RONTU684
@RONTU684 Жыл бұрын
কৃষ্ণ।
@mridulkumarrabha892
@mridulkumarrabha892 Жыл бұрын
কৃষ্ণ কথা শুনি ভাল লাগিল।
@RONTU684
@RONTU684 Жыл бұрын
কৃষ্ণ।
@sanjibbordoloi6975
@sanjibbordoloi6975 12 күн бұрын
Krishna phbu ❤️🙏
@sumgogoi369
@sumgogoi369 Жыл бұрын
কৃষ্ণ🙏 কৃষ্ণ🙏
@RONTU684
@RONTU684 Жыл бұрын
কৃষ্ণ।
@abmonty7274
@abmonty7274 2 жыл бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ🙏🙏🙏 অপুৰ্ব
@RONTU684
@RONTU684 2 жыл бұрын
কৃষ্ণ।
@PronobGogoi-e5c
@PronobGogoi-e5c Жыл бұрын
Krishna Krishna
@PronobGogoi-e5c
@PronobGogoi-e5c Жыл бұрын
❤❤
@jitendranathsaikia9341
@jitendranathsaikia9341 Жыл бұрын
Oti hundar 🙏🙏🙏🙏🙏🙏🙏🙏
@RONTU684
@RONTU684 Жыл бұрын
কৃষ্ণ।
@LabanyaBoruah-v1d
@LabanyaBoruah-v1d 9 ай бұрын
Krishna probhu pronam korisu hori ram❤
@LakhimiGohain
@LakhimiGohain 5 ай бұрын
Krishna Krishna Ram Ram 🙏🙏🙏🙏
@mamoniboruahsaikia5631
@mamoniboruahsaikia5631 Жыл бұрын
সুন্দৰ সুৰ , সুন্দৰ কণ্ঠ , শুনি লে শুনি থকিবৰ মন যায় । সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলো । কৃষ্ণ ।
@RONTU684
@RONTU684 Жыл бұрын
কৃষ্ণ।
@kandorpabora5465
@kandorpabora5465 Жыл бұрын
Krishna Prabhu Ram Krishna Krishna
@RONTU684
@RONTU684 Жыл бұрын
কৃষ্ণ।
@abmonty7274
@abmonty7274 2 жыл бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ🙏🙏🙏অমৃত পান কৰালে প্ৰভুসকল সেৱা জনালো, 👋👋👋
@RONTU684
@RONTU684 2 жыл бұрын
আন্তৰিক ধন্যবাদ জনালোঁ।
@rupalidas1570
@rupalidas1570 2 жыл бұрын
Krishna Krishna🙏🙏🙏🙏🙏
@RONTU684
@RONTU684 2 жыл бұрын
কৃষ্ণ।
@rupalidas1570
@rupalidas1570 2 жыл бұрын
🙏🙏🙏🙏🙏
@wheelwithwings1794
@wheelwithwings1794 Жыл бұрын
কৃষ্ণ। অতি সুমধুৰ ।
@RONTU684
@RONTU684 Жыл бұрын
আন্তৰিক ধন্যবাদ জনালোঁ।
@bipulbhuyan6218
@bipulbhuyan6218 9 ай бұрын
কৃষ্ণ পাৰ কৰিবা প্ৰভূ সংসাগৰ সাগৰ
@sunilborgohain7779
@sunilborgohain7779 3 ай бұрын
Ram krishna🙏🙏🙏
@robinphukan1170
@robinphukan1170 5 ай бұрын
Krishna, Jai Guru Shrimanta Shankar Dev, 🙏🙏🙏🙏
@sanahigogoi381
@sanahigogoi381 Жыл бұрын
কৃষ্ণ কৃষ্ণ দুয়ো জনকে ভগৱানে কুশলে ৰাখক
@RONTU684
@RONTU684 Жыл бұрын
আন্তৰিক ধন্যবাদ জনালোঁ।
@bultonff2658
@bultonff2658 11 ай бұрын
কৃষ্ণ প্ৰভু মোকৰ সহায় কৰক
@ajitsaloi5253
@ajitsaloi5253 Жыл бұрын
কৃষ্ণ কৃষ্ণ ।আপোনালোকৰ কণ্ঠস্বৰ বহুত ভাল লাগিছে ।
@RONTU684
@RONTU684 Жыл бұрын
কৃষ্ণ।
@ManujKhanikar-uq5ur
@ManujKhanikar-uq5ur Жыл бұрын
​@@RONTU684àaa
@assamvlogschannel1921
@assamvlogschannel1921 24 күн бұрын
Bhot vl lagela dya 🙏🙏
@khirudchangmai5999
@khirudchangmai5999 Жыл бұрын
বৰ ভাল লাগে যেতিয়া আপোনালোকে পাঠ কৰে। মই সদায় শ্রৱন কৰো । কৃষ্ণ
@RONTU684
@RONTU684 Жыл бұрын
কৃষ্ণ। আন্তৰিক ধন্যবাদ জনালোঁ আপোনাক।
@Himangkhu-HB1.
@Himangkhu-HB1. 4 ай бұрын
কৃষ্ণ❤🙏🙏
@probinhazarika7899
@probinhazarika7899 2 жыл бұрын
কৃষ্ণ বাপসম সেৱা।
@RONTU684
@RONTU684 2 жыл бұрын
কৃষ্ণ।
@ranuhazarikanayak9601
@ranuhazarikanayak9601 2 жыл бұрын
কৃষ্ণ কৃষ্ণ। বৰ ভাল লাগিল 👏👏
@RONTU684
@RONTU684 2 жыл бұрын
অশেষ ধন্যবাদ জনালোঁ আপোনাক।
@dndeb3576
@dndeb3576 Жыл бұрын
কৃষ্ণ কৃষ্ণ -------🙏 🙏 🙏
@papubora4531
@papubora4531 Жыл бұрын
Krishna 🙏🙏
@RONTU684
@RONTU684 Жыл бұрын
কৃষ্ণ।
@physicsisanemotion
@physicsisanemotion 2 жыл бұрын
আপোনালোকলৈ সেৱা জনালোঁ,সুন্দৰ কণ্ঠ
@RONTU684
@RONTU684 2 жыл бұрын
আন্তৰিক ধন্যবাদ জনালোঁ।
@dulumonibora671
@dulumonibora671 Жыл бұрын
Krishna Krishna ❤❤❤❤❤
@RONTU684
@RONTU684 Жыл бұрын
কৃষ্ণ।
@DuluBora-y6t
@DuluBora-y6t 5 ай бұрын
Krishna bap❤❤❤❤❤❤2
@hemantabaruah3693
@hemantabaruah3693 8 ай бұрын
অমৃতময় 🙏🙏
@bipulborah7778
@bipulborah7778 Жыл бұрын
So sweet voice bap pairs in bhagawat.
@RONTU684
@RONTU684 Жыл бұрын
কৃষ্ণ।
@ProdipGogoi-zq7yc
@ProdipGogoi-zq7yc 7 ай бұрын
Provoo. Hotkootibar. 🙏 Pronaam jonaisoo
@jadumoniborah8575
@jadumoniborah8575 2 жыл бұрын
ৰাম কৃষ্ণ প্ৰভু 🙏🏻
@RONTU684
@RONTU684 2 жыл бұрын
কৃষ্ণ।
@kabitadas61
@kabitadas61 2 жыл бұрын
কৃষ্ণ কৃষ্ণ
@RONTU684
@RONTU684 2 жыл бұрын
কৃষ্ণ।
@sishuramchutia1880
@sishuramchutia1880 Жыл бұрын
কৃষ্ণ কৃষ্ণ, বাপ দুয়োজনৰে বৰ সুন্দৰ কন্ঠ ।
@RONTU684
@RONTU684 Жыл бұрын
কৃষ্ণ।
@Jyotikadutta-fn4ut
@Jyotikadutta-fn4ut 11 ай бұрын
No gg h kya hai ​@@RONTU684
@lakheswarbora4825fafy
@lakheswarbora4825fafy Жыл бұрын
কৃষ্ণ সুন্দৰ কণ্ঠ 🙏🙏🙏
@RONTU684
@RONTU684 Жыл бұрын
কৃষ্ণ।
@munindraborgohain6054
@munindraborgohain6054 Жыл бұрын
Hadyii.sraban.kari..thaku.tathpi.amani.nalaga.🙏🙏🙏🙏🙏🙏🙏🎉
@kalyanjyotidutta8301
@kalyanjyotidutta8301 Жыл бұрын
Advertisement tu dhunia hoise.very good.
@akhilgogoi1869
@akhilgogoi1869 Жыл бұрын
Krishna Krishna bhal bhal Krishna Krishna.
@RONTU684
@RONTU684 Жыл бұрын
কৃষ্ণ।
@mouchumigogoi5024
@mouchumigogoi5024 2 жыл бұрын
আপোনাৰ পাঠকৰা শুনি আছিলোঁ প্ৰভু ইমান ভাল লাগে ভগৱানে কৃপা কৰক আপোনাক
@RONTU684
@RONTU684 2 жыл бұрын
আপোনাক ধন্যবাদ জনালোঁ।
@KakaliGogoi
@KakaliGogoi 10 ай бұрын
Krishna soronot hewa dhorisoo
@rekhagogoi322
@rekhagogoi322 2 жыл бұрын
কৃষ্ণ বাপ আপোনাসৱৰ পাঠ শ্ৰৱণ কৰি বৰ ভাল লাগিছে কণ্ঠ অতি সুন্দৰ প্ৰভুৱে আপোনাসৱক কৃপা বৰিষণ কৰক 🙏 ।
@RONTU684
@RONTU684 2 жыл бұрын
আন্তৰিক ধন্যবাদ জনালোঁ আপোনাক।
@bulbuligogoi7889
@bulbuligogoi7889 9 ай бұрын
কৃষ্ণ 🙏🙏🙏🙏🌹🌹
@PabitraBorah-fs5xp
@PabitraBorah-fs5xp Жыл бұрын
সুন্দৰ কৃষ্ণ
@ThanuPhukon-z2y
@ThanuPhukon-z2y 2 ай бұрын
আপোনালোকৰ এটা লাইভ ভিডিঅ'সম্প্ৰচাৰ কৰিবচোন।বহুত আশাৰে অপেক্ষা কৰিলোঁ। কৃষ্ণ কৃষ্ণ
@bijitneog5590
@bijitneog5590 5 ай бұрын
🙏🙏🙏🙏🌹🌹🌹🌹🌹🙏🙏🙏🙏🙏
@pradipkalita9933
@pradipkalita9933 Жыл бұрын
KRISHNA KRISHNA
@RONTU684
@RONTU684 Жыл бұрын
কৃষ্ণ।
ভাগৱত পাঠ||Padma kakoti||Pranjit Gogoi
27:29
জ্যোতিময় Jyotimoy
Рет қаралды 411 М.
Caleb Pressley Shows TSA How It’s Done
0:28
Barstool Sports
Рет қаралды 60 МЛН
ССЫЛКА НА ИГРУ В КОММЕНТАХ #shorts
0:36
Паша Осадчий
Рет қаралды 8 МЛН
GIANT Gummy Worm #shorts
0:42
Mr DegrEE
Рет қаралды 152 МЛН
ভাগৱত পাঠ #পদ্মকাকতি#
24:15
PODMA KAKOTI
Рет қаралды 54 М.
ভাগৱত পাঠ | Bhagawat Paath | Pradyut Bora| Sutradhaar
1:07:40
B - CREATIVE Production
Рет қаралды 584 М.
قرآن الصباح | سورة البقرة || الشيخ عبدالباسط عبدالصمد || Surat Al Baqarah بدون اعلانات
3:55:07
গীতা পাঠ,মূল পাঠক পদ্ম কাকতি
47:41
শ্ৰৱণ কীৰ্তন DEBOJIT NEOG
Рет қаралды 250 М.
Caleb Pressley Shows TSA How It’s Done
0:28
Barstool Sports
Рет қаралды 60 МЛН