ভাড়াঘৰৰ পৰা মালিকে উলিয়াই দিছিল, মানুহৰ আশীৰ্বাদত মই আছো Manjyotsna Mahanta Interview

  Рет қаралды 93,974

Shemim Ahmed ssiddiki

Shemim Ahmed ssiddiki

2 ай бұрын

Пікірлер: 188
@chinukataki4419
@chinukataki4419 26 күн бұрын
প্ৰিয় শিল্পী গৰাৰীক ভগৱানে কুশলে ৰাখক ।এটা নতুন জীৱন পালে ।তেওঁৰ গীত বোৰ খুউব ধুনীয়া ।সুন্দৰ মানে বাস্তৱ কথা বোৰ কৈছে ।খুউব ভাল লাগিছে দেখি ।সংগীতত জন্ম আচলতে তেওঁ ।
@ipsitasarmah6488
@ipsitasarmah6488 2 ай бұрын
খুবেই ভাল পাওঁ মনজ্যোৎস্না মহন্ত বাইদেউৰ গীত। আচলতে বাইদেৱে গোৱা প্ৰতিটো গানৰেই কথা,সুৰ,কন্ঠ অপূৰ্ব ! আহিনৰ নিয়ঁৰত ভিজা ভিজা আঙুলি , বহুদিন শুনা নাই জীয়া শিলে কথা কোৱা,কাৰ জানো পৰশত ,এনেকৈয়ে ভাগেনে সপোন আদিৰ দৰে গীতে প্ৰমাণ কৰে এনে সৃষ্টিৰ আঁৰত থকা সাধনাৰ কথা। 'আহিবা আকৌ আকৌ এদিন আহিবা...' গীতটোও মোৰ অতি প্ৰিয় । বাইদেউৰ লগত কথা পাতিবলৈ খুবেই মন যায়। মোবাইল নম্বৰটো পোৱা যাব নেকি বাৰু?
@binadevi2307
@binadevi2307 Ай бұрын
শিল্পীৰ অন্য এক নাম মনজোৎনা।সংগীত ৰ অলংকাৰ ৰে সুশুভিত মনজোৎনা অসমৰ গৌৰৱ।অতি সহজ সৰল,বিনয়ী শিল্পী গৰাকিৰ সুস্বাস্থ্য আৰু উজ্বল ভবিষ্যত কামনা কৰিলো।
@amritprovadas7092
@amritprovadas7092 2 ай бұрын
বাইদেউৰ গানবিলাক মোৰ অতিকৈ প্ৰিয়৷ হৃদয় চুই যোৱা গান৷ বাইদেউৰ সুস্বাস্থ্য কামনা কৰিলোঁ৷
@pronotibaruah9219
@pronotibaruah9219 2 ай бұрын
খুব ভাল লাগিল।প্ৰিয় শিল্পী গৰাকীৰ সু-স্বাস্থ্য কামনা কৰিলোঁ।
@thejknath6017
@thejknath6017 Ай бұрын
One of my fv female singer from childhood,,❤kiyo bohudin gaan puwa nasilu aaji gom pai dukh lagil,,,,vale thakok🙏
@kabitanathbayan9326
@kabitanathbayan9326 2 ай бұрын
বাইদেউক দেখি বৰ ভাল লাগিল। তেওঁ আমাক সন্দিকৈ কলেজত পঢ়াইছিল। বাইদেউক ঈশ্বৰে কুশলে ৰাখক 🙏
@DipanjaliBhuyan-pr9vk
@DipanjaliBhuyan-pr9vk 2 ай бұрын
Baideu amak handique porhasil baideuk dekhi bhal lagil god bless u maam
@ajantasarmah7019
@ajantasarmah7019 2 ай бұрын
আপুনি সদায়েই প্ৰিয় বাইদেউ।ইমান strong voice.সদায় ভালে থাকক
@jinaborgohain1909
@jinaborgohain1909 2 ай бұрын
অতিকৈ ভাল লাগিল প্ৰিয় শিল্পী গৰাকীৰ কন্ঠত শুনি আমনি নলগা গানটি শুনিবলৈ পাই ।তেখেত সুস্হ শৰীৰে সদায়ে আগুৱাই যাওক তাৰে কামনা কৰিলোঁ 👌👌❤❤
@gitanjalisarmah9168
@gitanjalisarmah9168 2 ай бұрын
সন্দিকৈ কলেজত বাইদেউৰ ছাত্ৰী আছিলো আজি তেখেতক সুস্থ দেখি বৰ ভাল লাগিল ।
@swapnaligogoi2235
@swapnaligogoi2235 2 ай бұрын
বাইদেউৰ লগত হোৱা সাক্ষাৎকাৰটি শুনি বহুত ভাল লাগিল।মনজ্যোৎস্না বাইদেউৰ প্ৰতিটো গীতেই মোৰ অতি প্ৰিয়। তেখেতৰ গা বেয়া আছিল বুলি আজিহে গম পালোঁ। বাইদেউৰ আশু -আৰোগ্য কামনা কৰিলোঁ ভগৱানৰ ওচৰত।🙏♥️♥️♥️
@mousumichoudhury7409
@mousumichoudhury7409 2 ай бұрын
আমাৰ শ্ৰদ্ধাৰ শিক্ষা গুৰু বাইদেউ। সন্দিকৈ মহাবিদ্যালয়ত পঢ়োতে বাইদেউ ৱেব আমাক অসমীয়া পঢ়াইছিল। বাইদেউ ৰ সু-স্বাস্থ্য কামনা কৰিলোঁ।
@punambaruah9327
@punambaruah9327 2 ай бұрын
She is the most favorite teacher when I was doing graduation in Handique Girls College. I used to do only her classes during all my graduation period. Stay blessed and stay healthy ma'am
@rajlashmisaikia8823
@rajlashmisaikia8823 2 ай бұрын
টি ,চি , স্কুলৰ পৰাই ল'গ পোৱা ছোৱালীজনী সদায় স্মাৰ্ট, সাহসী, ৰসাল । সৰুৰে পৰাই বৰ ভাল লাগে ছোৱালীজনী । সুন্দৰ কন্ঠৰ অধিকাৰী আমাৰ মৰমৰ মনজোৎস্না সদায় সুখী আৰু কুশলে থাকা ❤❤❤❤
@nirupamadeka8841
@nirupamadeka8841 Ай бұрын
বাইদেউক বহু বছৰ পিছত দেখি বৰ ভাল লাগিল ৷ সন্দিকৈ কলেজত তেখেতৰ অসমীয়া বিষয়ৰ ক্লাছটো বৰ প্ৰিয় আছিল ৷ লগতে বাইদেউৰ আত্মীয়তাৰ অনুভৱে অন্তৰ ভৰাই ৰাখিছে ৷ আৰু বৰ্তমানো বাইদেৱৰ গানবোৰ প্ৰায়ে শুনো ৷ মোৰ প্ৰিয় গায়িকা তেখেত ৷
@maramisharma5886
@maramisharma5886 2 ай бұрын
বৰ ভাল লাগিল আপোনাৰ পৰিচয় পাই। মোৰ খুবেই ভাল লাগে আপোনাৰ গান শুনি।প্ৰতিটো গীতেই প্ৰিয়।কুশলে থাকক বাইদেউ 🙏🏻
@dipanjalibaishya3059
@dipanjalibaishya3059 Ай бұрын
মনজ্যোৎস্না বাইদেউ মোৰ প্ৰিয় শিল্পীৰ ভিতৰত (প্ৰিয় শব্দটি জোখাৰে সৰু হব) । প্ৰতিটো লহৰেই মোৰ অন্তৰ চুই যায় লগ পাব বৰ মন যায় , কিন্তু দুখ লাগিল অসুখৰ খৱৰ শুনি ভাল লাগিছে তেখেত সুষ্ঠ হোৱা শুনি , পৰমপিতাই তেখেতক অজস্ৰ সাহস আৰু শক্তি দিয়ক দীৰ্ঘায়ু হওঁ‌ক তাৰে কামনা সদায় ।
@devojitphukon5110
@devojitphukon5110 Ай бұрын
বাইদেউৰ গীত অনাতাঁৰ ত প্ৰথম শুনিছিলো। পদুমেৰে ভৰা বিলৰে পানীত এতিয়াও কাণত বাজি আছে। বাইদেউ সম্পূৰ্ণ আৰোগ্য হৈ পুনৰ সুমধুৰ অৰ্থবহ গীত শ্ৰোতাক উপহাৰ দি যাওক।
@darshanabhuyan8187
@darshanabhuyan8187 2 ай бұрын
Dear Semim..... So so grateful that you have presented such a beautiful person along with you..... She is my favourite singer and a very favourite person....... Thank you once again........
@torpanphukan3678
@torpanphukan3678 2 ай бұрын
সাক্ষাৎকাৰটো চাই বৰ ভাল লাগিল। মনজোৎস্না মহন্ত বাইদেউৰ কন্ঠখন মোৰ অতি প্ৰিয়। তেওঁ কন্ঠদান কৰা ৰুদ্ৰ বৰুৱাদেৱৰ গীত বোৰে হওঁক দেউতাকৰ গীতবোৰে হওঁক বৰ ভাল পাওঁ। বাইদেউৰ কুশল কামনা কৰিলোঁ।
@moitrayeedas5760
@moitrayeedas5760 2 ай бұрын
লৰীয়লি সৰু চৰাই মোৰ অতি প্ৰিয় গান।❤
@pradeepthakuria9035
@pradeepthakuria9035 2 ай бұрын
ভাল মানুহবোৰৰ ওপৰত ভগৱানে সদায় চকু নিবদ্ধ ৰাখে ।
@prasantagoswami1477
@prasantagoswami1477 2 ай бұрын
মোৰ প্ৰিয় শিল্পী। অলপ আগতে মনলৈ আহিছিল কাৰণেই দেখা পালো। ভগৱানে কুশলে ৰাখক।ৰাইজৰ আৰ্শীবাদ বহুত ডাঙৰ । মানুহ ভগৱান🙏
@suryanshugamerz6711
@suryanshugamerz6711 2 ай бұрын
কথাখিনি খুব ভাল লাগিল বাইদেউ। ভগৱানে আপোনাক সুস্থ ৰাখক।
@mondirakataky6597
@mondirakataky6597 13 күн бұрын
সন্দিকৈ কলেজত বাইদেউৰ ছাত্ৰী আছিলো।মৰমৰ বাইদেউক সদায় ভগৱানে ভালে ৰাখক
@dheerabanikya5103
@dheerabanikya5103 2 ай бұрын
One of my favourite singer ❤ Lots of love and happiness always!
@user-mj3ux2of3x
@user-mj3ux2of3x 2 ай бұрын
ভালে থাকক আপুনি। ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালোঁ।
@deepjyotibasumatary2600
@deepjyotibasumatary2600 Ай бұрын
বৰ ভাল লাগিল বাইদেউক দেখি। লৰিয়লি সৰু চৰাই,, এনেকৈয়ে ভাগে নে সপোন, বালিত পৰি কান্দে কিয়,,, এই গীতবোৰ সদায়েই চিৰসেউজীয়া। বাইদেউৰ আশু আৰোগ্য কামনা কৰিলো।
@probitrasaikia6329
@probitrasaikia6329 2 ай бұрын
প্ৰিয় শিল্পী❤ "বাৰিষাৰে বৰষুণ" অন‍্যতম প্ৰিয় গীত, শুনি আমনি নলগা। সহজ সৰলবাইদেউ গৰাকীৰ সুস্বাস্থ্য কামনা কৰিলোঁ।
@anupamagohaindas5002
@anupamagohaindas5002 2 ай бұрын
বাইডেউৰ প্ৰতিটো গানেই মোৰ প্ৰিয় ❤❤❤ সুন্দৰকণ্ঠৰ গৰাকী বাইডেউ ক ঈশ্বৰে ভালে ৰাখক তাকেই কামনা কৰিলো ❤❤❤
@malamanibaruah3524
@malamanibaruah3524 2 ай бұрын
বহুত সাৰুৱা কথা কলা দেই ।ইমান strong voice । ❤
@gaminglion8750
@gaminglion8750 Ай бұрын
Maam nejay bohut strong aru supportive aru amak nijor suwali buli morom kore maam or good health or prayer 🙏 jonalu
@manishadas4919
@manishadas4919 2 ай бұрын
Handique t porha time t mor favourite ma'am asil, etiyao monot pore. Love you ma'am
@rinamazumdarkalita2946
@rinamazumdarkalita2946 2 ай бұрын
বৰ ভাল লাগে তেখেতৰ গান।ভগৱানে মংগল কৰক ।আগৰ দৰে সুস্থ হৈ গান গাওক।
@jonalidutta9886
@jonalidutta9886 2 ай бұрын
Baido apunak aji bohut dinor pst dakhi mon tu bor vl lagi gol... God bless u... Baido
@manashibayan4037
@manashibayan4037 2 ай бұрын
আমাৰ মৰমৰ , শ্ৰদ্ধাৰ শিল্পী গৰাকীৰ কথা সদায়ে মনোগ্ৰাহী..পিছে এটা কথা, সাক্ষাৎ এটা গ্ৰহণ কৰোতে ব্যক্তি গৰাকীৰ বিষয়ে ন্যূনতম কথাখিনি জানি লোৱা উচিত..
@dgitumoni5808
@dgitumoni5808 2 ай бұрын
Hoi.
@dgitumoni5808
@dgitumoni5808 2 ай бұрын
Baideu agoraki profecer hoi 33:12 33:13
@dhritasmitasarma5065
@dhritasmitasarma5065 2 ай бұрын
Baideur tulonat prosno bilak bor patol jen lagise
@Destiny1999
@Destiny1999 2 ай бұрын
ভাল লাগিল.... ❤
@NaliniBorah-rm4uf
@NaliniBorah-rm4uf Ай бұрын
May the almighty shower his abundant blessing upon manjyotsna mahanta
@nilakshichoudhary3343
@nilakshichoudhary3343 2 ай бұрын
প্ৰিয় শিল্পী গৰাকীক ভগৱানে মংগল কৰক। ।
@namitachakravarty4911
@namitachakravarty4911 2 ай бұрын
Love u baa❤❤❤.Iman positive aru sahaj saral..apunar pratyak tu gaanei Val pau. Lorioli xaru Sarai....❤❤❤
@Rijukakoti111
@Rijukakoti111 2 ай бұрын
handique ot mam ok paisilo...teor asomiya class korar amez a beleg asil...mam or dirghayu kamona korilo❤
@binuraikharia2017
@binuraikharia2017 2 ай бұрын
Hosakoye ai gantu hurt teaching❤❤❤
@rekhabrahma25ghy
@rekhabrahma25ghy 2 ай бұрын
Baideu apunak Bhagaban a bhale rakhok . Hukh , santi , ananda t rakhok . Apunak bohut bohut bhal lage . Moi Handiqe girls college ot porhisilu . ASL class ot apunak bhaldore log paisilu .
@DaizeeKurmi
@DaizeeKurmi Ай бұрын
Nice to see you Maam ..you are my all time favourite singer...❤️❤️❤️❤️❤️❤️ Hodaye bhale thakok...
@dipanwitadevi5734
@dipanwitadevi5734 2 ай бұрын
ভগবানে ভালে ৰাখক বাইদেউক ❤
@kalpanadavigoswami3189
@kalpanadavigoswami3189 Ай бұрын
মনজোৎস্না তোমাৰ কথাখিনি ‌বৰ ভাল লাগিল। তোমাৰ কুশল কামনা‌ কৰিলোঁ।ভালে থাকা।জীৱন বাটত সাহসেৰে আগবাঢ়ি যোৱা ♥️🌷🌺♥️🌷🌺🌷
@kalpanagogoi6173
@kalpanagogoi6173 2 ай бұрын
মৰমৰ শিল্পী গৰাকী লৈ গভীৰ মৰম আৰু শ্ৰদ্ধা যাচিলো । তেখেতৰ পৰা সুন্দৰ সুন্দৰ গীত শুনিবলৈ পাম বুলি আশাৰে বাট চালো 💐💐
@maramiroy5390
@maramiroy5390 2 ай бұрын
খুউব ভাল লাগিল । সু স্বাস্থ্য কামনা খৰিছো
@risitamusic5309
@risitamusic5309 2 ай бұрын
God bless you Monjyotsna ba
@rumiborah531
@rumiborah531 2 ай бұрын
My favourite artist ❤❤❤ God bless you.
@user-is6ez6dy6v
@user-is6ez6dy6v 2 ай бұрын
My favourite singer,one of the unique singer
@diptidihingia6676
@diptidihingia6676 2 ай бұрын
বহুদিন শুনা নাই জীয়া শিলে কথা কোৱা আপোনাৰ এই গানটো মোৰ বহুত ভাল লাগে বাইদেউ।
@shwagatapkonwar3532
@shwagatapkonwar3532 Ай бұрын
One of my favourite guru. loads of love ❤❤
@JINKU99Mudoi-lc7zx
@JINKU99Mudoi-lc7zx 2 ай бұрын
বাইদেউ আপোনাক মোৰ সচাই বৰ ভাল লাগে। God bless you.
@upamadas1825
@upamadas1825 2 ай бұрын
bor bhaal lagil,baideu r kothabor suni.❤️🙏
@geetanjalibarua2662
@geetanjalibarua2662 2 ай бұрын
Handique ot moi porha xamayat Manojyotshna baa amar senior asil ...ki je bhal lage baa k ...purana kotha monot pori goise..senior asil jodiu college week bur ot baak khub kaxor pora paisilu ..Bilore paani te gaan tu gai baa ..oxadhoran voice .. God bless Manojyotshna baa love you so much❤
@nabajitmazumdar5391
@nabajitmazumdar5391 Ай бұрын
এগৰাকী প্ৰিয় শিল্পী। ভাল লাগিল।
@kaverigogoi7726
@kaverigogoi7726 2 ай бұрын
Hope to see you soon...Baideo...your unique songs are too close to my heart...I also try to sing them...pleased to see you fine...Wishes!!
@pranitarajkhowa2795
@pranitarajkhowa2795 Ай бұрын
Bahut bhal lagil.
@dipikabaruah7941
@dipikabaruah7941 Ай бұрын
Best wishes to ma'am
@jharnasaikiapathak3622
@jharnasaikiapathak3622 2 ай бұрын
Mam k deki bohut bhal lagise.Teu Handique college t amak Assamese major porhaisil.Mam apunak pranam jonaisu.Apuni saday bhale thakak.🙏🙏
@reetamishra6170
@reetamishra6170 Ай бұрын
ভাল লাগিল,ভালে থাকক বাইদেউ 💚
@nabanitasarma5204
@nabanitasarma5204 2 ай бұрын
অনুষ্ঠানটি চাই বৰ ভাল লাগিল! বাইদেউলৈশুভ কামনা জনালোঁ ।❤️💐
@baruahbulbul1692
@baruahbulbul1692 Ай бұрын
মোৰ অতিকৈ প্ৰিয় শিল্পী তেওঁ, কণ্ঠ টো মোৰ খুব ভাল লাগে, ঈশ্বৰে তেখেতক কুশলে ৰাখক
@purabidas2616
@purabidas2616 Ай бұрын
My favourite singer.
@rashmithengal8642
@rashmithengal8642 2 ай бұрын
❤❤❤❤...khub val lagil..baideu kotka bur huni
@sharma-qv8zt
@sharma-qv8zt 2 ай бұрын
My all pray to God for d best recovery of Manjyotshna long live
@r.hazarika9231
@r.hazarika9231 2 ай бұрын
বহুত ভাল লাগিল, প্ৰিয় আৰু শ্ৰদ্ধাৰ শিল্পী বাইদেৱে কিয় আঁতৰি আছিল ইমান সুন্দৰ কণ্ঠৰ অধিকাৰী,এই সাক্ষাৎকাৰৰ জৰিয়তে জানিব পাৰি দুখ পাইছোঁ ।তোমালৈ ধন্যবাদ জনাইছোঁ লগতে বাইদেউৰ সু-স্বাস্থ্য কামনা কৰিলোঁ , তেখেতৰ পৰা অনাগত দিনবোৰত আৰু নতুন নতুন গীত শুনিবলৈ পাম তাৰেই আশা কৰিলোঁ ❤️,❤🙏
@user-kj2gj9nt4m
@user-kj2gj9nt4m 2 ай бұрын
Baideuloi bhut suvkamnaj janaiso.god bless you.❤❤
@shraddhanjalisudhakanthalo9684
@shraddhanjalisudhakanthalo9684 Ай бұрын
শিল্পীগৰাকীৰ আশুআৰোগ্য কামনা কৰিলোঁ৷ গীতৰ মাজেৰে জীৱনটোক উদযাপন কৰি আৰু জিলিকি উঠক তাকেই কামনা কৰিলোঁ৷❤
@priyankamisra3882
@priyankamisra3882 2 ай бұрын
মোৰ অতিকেই চেনেহৰ মৰমৰ প্ৰিয় গায়িকা বুজাব নোৱাৰিম কিমান ভাল পাও আপোনাক সাঈ বাবাই আপোনাক সুস্থ ৰাখক । ❤❤❤❤❤
@ajantabhuyan807
@ajantabhuyan807 2 ай бұрын
God bless you. I like your voice and songs very much 💖
@jintisworld6959
@jintisworld6959 Ай бұрын
বাইদেউ❤❤❤❤❤❤ আপুনি সদায় ভালে থাকিব
@susmitagoswami8292
@susmitagoswami8292 2 ай бұрын
Baideow r drighyayu kamona korilu,🙏
@ahalyaborah4594
@ahalyaborah4594 2 ай бұрын
বাইদেউৰ গান বৰ ভালপাও । তেখেতৰ সু-স্বাস্থ্য কামনা কৰিলোঁ ।
@darklight1123
@darklight1123 Ай бұрын
আপোনাৰ গীতবোৰ খুব ভাল পাওঁ ।
@kalpanachoudhury3973
@kalpanachoudhury3973 2 ай бұрын
বাইদেউ আপোনাৰ সু সাস্থ্য কামনা কৰিলো আপুনি মোৰ প্ৰিয় শিল্পী ❤🙏❤
@jayshreealishaangarikamili7157
@jayshreealishaangarikamili7157 2 ай бұрын
Hosai khubhe bhal lagil tekhetok bohut bosoror murot dekhi.... Bhogobane hodai kukhole rakhok baidok🙏
@moonsagarbarman3617
@moonsagarbarman3617 2 ай бұрын
All tym favourite singer ❤❤❤
@trishu7
@trishu7 2 ай бұрын
Ma'am e handique girls clgt asms major pohaicl...vl lagil teok dekhi.❤❤🙏🙏
@biplabiboruah9746
@biplabiboruah9746 2 ай бұрын
ভগৱানে ভালে ৰাখক বাইদেউ
@Podumi-fw9du
@Podumi-fw9du 2 ай бұрын
❤ so cute. Baideo
@user-xk6nf9mh9x
@user-xk6nf9mh9x 2 ай бұрын
Val lagil
@jutikadeka6506
@jutikadeka6506 2 ай бұрын
Xasai bahut vl lagil God bless you 😢
@ranjumonisaikia7840
@ranjumonisaikia7840 2 ай бұрын
বাইদেউক দেখি বহুত ভাল লাগিল❤️🙏❤️
@user-vz8fd5dt5p
@user-vz8fd5dt5p 2 ай бұрын
God bless you baa❤❤❤
@bhanubasumatari5048
@bhanubasumatari5048 2 ай бұрын
Bahu bosoror murot Mem ok dekhilu.Handique Girls ot porhute log paisilu. Mur Asomiya subject nasil jodio, Mem ok bahut lage. May God Bless Mem🙏
@bantidas5867
@bantidas5867 2 ай бұрын
God bless you Baa❤
@nanditadutta6770
@nanditadutta6770 2 ай бұрын
ভাল লাগিল। বাইদেউৰ সুস্বাস্থ্য কামনা কৰিছো।
@ranjitasworld1810
@ranjitasworld1810 2 ай бұрын
Mur priyo silpi goraki....moi baar gaan bur bohut gaisilu clg t ba event bur t...❤️❤️
@gitumanichoudhury8332
@gitumanichoudhury8332 Ай бұрын
খুবেই সুন্দৰ অনুষ্ঠান মোৰ অন্যতম প্ৰিয় শিল্পী ❤❤🙏
@putulkalita7782
@putulkalita7782 2 ай бұрын
বহুত ভাল লাগিল ❤
@deepanjalidas33
@deepanjalidas33 2 ай бұрын
Baideo apuni kuxole thakok 🙏 ❤ bohut dukh lagil kotha to xuni .... apuni Sangeet jogotot jiliki thakok...Handique ot porhutu apunar junior asilu monot pori gol puroni kotha
@pranitasharma8516
@pranitasharma8516 2 ай бұрын
সেই বাবেই দেখাত একেই । মোৰ স্বামীৰ অন্তৰঙ্গ বন্ধু হৃদয় দা ৰ পত্নীক আমি খৱৰ এটাও গৈ লৱ পৰা নাই যদিও এও ফোনত খৱৰ লৈ আছে অসুস্থ হৈ থকাৰ বাবেই । পিছে তেখেতৰ ৰন্ধা ভাত খাইছিলো বহুবাৰ কিন্তু ইমান ব্যস্ত আমি খৱৰ এটাও লৱ পৰা নাই বাবে দুঃখিত ❤ আপোনাক ঈশ্বৰে কুশলে ৰাখক আৰু সোনকালে সুস্থ সৱল হৈ উঠক প্ৰাৰ্থনা কৰিছো 🙏
@pranitasharma8516
@pranitasharma8516 2 ай бұрын
পাপনৰ লগত দেখাত একেই
@ruplekhagohain4469
@ruplekhagohain4469 2 ай бұрын
যাৰ প্ৰতিটো গীত ভাল লাগে তেৱেঁই মনজ্যোৎস্নাবাইদেউ । তেওঁ জীয়া শিল।
@ritamahanta4158
@ritamahanta4158 2 ай бұрын
Bahut bhal lagil shemim❤
@jinumagogoi8331
@jinumagogoi8331 2 ай бұрын
Teor geet homuh mur hangghati priyo, protitu geet onihorsonio hoi
@ruprekhahazarika5921
@ruprekhahazarika5921 2 ай бұрын
মোৰ প্ৰিয় শিল্পী গৰাকীৰ সু স্বাস্থ্য কামনা কৰিলোঁ! ভগৱানে আপোনাৰ মঙ্গল কৰক 🙏
@luckydas243
@luckydas243 2 ай бұрын
বাইদেউৰ গানৰ অনুৰাগী ।তেওঁৰ গান বহুত ভাল পাও ।তেওঁৰ দীৰ্ঘায়ু কামনা কৰিলো ।
@nanditakalita6755
@nanditakalita6755 2 ай бұрын
God bless respected mem
버블티로 체감되는 요즘 물가
00:16
진영민yeongmin
Рет қаралды 91 МЛН
Was ist im Eis versteckt? 🧊 Coole Winter-Gadgets von Amazon
00:37
SMOL German
Рет қаралды 16 МЛН
CHITchat with Bella Crawford | by Chito Samontina
24:23
Chito Samontina
Рет қаралды 119 М.
Rashlila || EP- 01 || 01-07-2024 ||
20:12
Rengoni TV
Рет қаралды 82 М.
Kris Aquino, nahihirapan na nga ba sa kanyang sakit? | Ogie Diaz
38:03
ПРЕДСКАЗАТЕЛЬ БУДУЮЩЕГО
1:00
КиноХост
Рет қаралды 7 МЛН
WHO LAUGHS LAST LAUGHS BEST 😎 #comedy
0:18
HaHaWhat
Рет қаралды 1,6 МЛН
Harley Quinn made everyone disappear#joker #shorts
0:54
Untitled Joker
Рет қаралды 4,7 МЛН