No video

ভাঙি গলে হিয়াখনি 💔 - নীলাক্ষী নেওগৰ কণ্ঠত এটি ভাললগা গীত ❤️

  Рет қаралды 4,307,226

Assam Tunes

Assam Tunes

Күн бұрын

Пікірлер: 1 400
@dreamboyassam6331
@dreamboyassam6331 Жыл бұрын
প্ৰেমত সফল নোহোৱা 💔💔 ব্যক্তি সকলে মাজ নিশা অকলে গানটো শুনিলে দেঞ্জাৰ্চ আছে কিন্তু দেই,very heart touching ,lv u,baa💞💞💞💞💞💞💞💞💞
@H.J.K.CREATION
@H.J.K.CREATION 2 ай бұрын
Mori jabo mon Jai bro ganto xunile💔😭
@devojitborah5723
@devojitborah5723 4 жыл бұрын
গানটো আৰু অলপ দীঘল নবনালে কিয়.......!!! শুনিয়েই থাকিম যেন লাগে...!!! নিলাক্ষী বাৰ মাতটো 👌👌👌👌
@renupravabaro1813
@renupravabaro1813 3 жыл бұрын
😂😂😂😄😄😄😄
@jungleboy6588
@jungleboy6588 Жыл бұрын
ভাগ্য আৰু ভগবানে যদি মিলাই নিদিয়ে তেতিয়া হলে আমি যিমান যোৰ কৰিলেও ভাল পোৱা এক হব নোৱাৰে । সেই কাৰনে হয়তো তোক মোৰ পৰা একে বাৰে বেলেগৰ কাষলৈ লৈ গল । একো নাই তই মোক খিকাই থৈ গলি যিবনত কেনেকৈ আগুৱাই যাব পাৰি । আজি মই বহুত শুখি । আৰু তাতকৈয়ো বেছি শুখি যে তোৰ হাজবেন আজি মোৰ আনদাৰত কাম কৰে । এৰি গৈছিলি নহয় দুখিয়া বুলি মই ঘৰৰ মানুহে নিদিয়ে বুলি । ।
@user-cy1hx1us7l
@user-cy1hx1us7l Жыл бұрын
😂😂😂😂 hohuai dila
@LALITBARUAH-np1ji
@LALITBARUAH-np1ji Ай бұрын
Bhal lagil kiba ata.ai tukai koi successful life
@BrothersPigaryCultivation
@BrothersPigaryCultivation 5 жыл бұрын
তুমি মোৰ একমাত্ৰ ভাল লগা অসমীয়া গায়িকা নীলাক্ষী 😘😘😘
@bhaskardeu4057
@bhaskardeu4057 5 жыл бұрын
বা তোমাৰ গান শুনি বহুত ভাল লাগে, বহুত প্রিয় তুমি মোৰ, যাদু আছে তোমাৰ কণ্ঠত... Lv U
@junalideka1692
@junalideka1692 5 жыл бұрын
Gaantu khunile siori siori kandibo mn Jai ....bohut Val lagise gaan tu....... thanks nilakhi baa
@dhrubajyotiphukan1321
@dhrubajyotiphukan1321 4 жыл бұрын
Muru
@jibonpadun4370
@jibonpadun4370 4 жыл бұрын
Hosa kotha Oo
@princhrahul3185
@princhrahul3185 2 жыл бұрын
111qqq
@hirenboruah6474
@hirenboruah6474 5 күн бұрын
Nakandiba o
@dekavideos6404
@dekavideos6404 4 жыл бұрын
বুকুত থকা তোমাৰ মৰম বোৰে বৰকৈ আমনি কৰিছে 😩😩😩 দুচকু সেমেকি উঠে 😭😭😭😭
@gunjanmon2271
@gunjanmon2271 4 жыл бұрын
🥰🥰😍💕
@bakulkonwar7560
@bakulkonwar7560 2 жыл бұрын
😂😂😂😂
@bhaskardeka5989
@bhaskardeka5989 11 ай бұрын
সপোন বোৰ দেখুৱাই সপোন বোৰ ভাগি দিলে সপোণ ভগা জনে হে জানে তাৰ বেদনা কিমান 💔💔💔
@uttamkumarroy2583
@uttamkumarroy2583 Жыл бұрын
হৃদয়স্পৰ্শী গীত।যাদুকৰী কন্ঠ।নহলেনো শ্ৰোতাক ইমান আবেগবিহ্বল কৰি দিব পাৰেনে!🙏
@minkashyap9502
@minkashyap9502 4 жыл бұрын
Wow so Swt voice.হৃদয়ৰ কোনত বেথাই চুই যোৱা আৰু দূৰৰ পৰাই ভাহি অহা যেন এটি সুৰৰ ধ্বনি..👌
@rupamdas5880
@rupamdas5880 3 жыл бұрын
00001
@manujdeka379
@manujdeka379 3 жыл бұрын
Really
@Nii2lrabha
@Nii2lrabha 5 жыл бұрын
আন্তৰ চুই যোৱা গান। কথা সুৰ কণ্ঠ সকলোই দুচকু সেমেকাই গল 👌👌♥️.... 😥😞😥
@mouchumitaw197
@mouchumitaw197 4 жыл бұрын
Ba apunar mattu eman dhuniya ...💓💓💓 Apunar mattu hunar loge loge bkukhon kb nuwara ata val lagi jay..💖💖💖 lv u so much ba🥰😍💕💕💕💕💕💕💥💥
@anitagogoi4303
@anitagogoi4303 6 жыл бұрын
নিলাকচি বা তোমাৰ মাতটি সচাই বৰ ধুনীয়া আৰু মৰম লগা.........
@Avinash-bq7nc
@Avinash-bq7nc 4 жыл бұрын
Ggsdmmh,😍😍🙂🙂😍
@sonomminakshi9124
@sonomminakshi9124 2 жыл бұрын
সকলো সময়তে প্ৰিয় এই গীতটো।😘 এই গীতটো শুনিলে তোমাৰ কথা বহুত মনত পৰে।😢😢 গীতটো শুনিলেই চকুপানী ওলাই আহে।😌😢😢
@mousumiphukan639
@mousumiphukan639 Жыл бұрын
আজিও বহুত মনত পৰে অ' পাগলৰ দৰে ভাল পাইছিলো পাও আৰু অন্তিম দিনটোলেকে ভাল পায় যাম ধুন 🥺❤️তুমি আনৰ হ'লা কি হল কিন্তু আমাৰ মন দুটা সদায় একেই হৈ থাকিল।। আমাক বিধিয়ে দিলেও বিধাতাই কেতিয়াও এক হব নিদিলে অ🥺।।। শেষ বাৰৰ বাবে এটা কথাই কওঁ বহুত ভাল পাওঁ তোমাক❤️🥺
@AmchiAmlan-hub-
@AmchiAmlan-hub- 26 күн бұрын
Tumare comments tu reels bonam ❤
@sumubailung7049
@sumubailung7049 Жыл бұрын
সোণ ,তই মোক এৰি আনৰ হ'লি।এতিয়াও তোৰ কথা ভাবি উজাগৰি ৰাতি কটাও।যাৰ সৈতে আছ তাইৰ সৈতে সুখী হ'।পাৰিলে সময় পালে মোৰ কথাও ভাবি চাবি।কি ভূল কৰিছিলো।জীৱনৰ অন্তিম সময়কণলৈকে তই মোৰ হৃদয়ত অ' সোণ।
@user-dy9te6cq9b
@user-dy9te6cq9b Жыл бұрын
জীৱন এনেকুৱাই।
@trishnadas5911
@trishnadas5911 Жыл бұрын
😰😰😰🥺🥺🥺😔😔😔 jibn bur anekuwa a kio je hoi jibnt anekuwa bohut kosta puwa jai jetiya nijr jon duraloi jai aji moi durvogiya karn moi bisra jon o mur usrt ni tathapio vagaban r usrt ataye parthana jate tewk xadai vale rakhe aru tew xadai aguwai jawk tew aji belegr lgt happy kintu moi aji oklxariya karn moi vabisilu tak val paisilu tar lgt biya hom aitu janu mur vul asil neki baru
@gunindas5477
@gunindas5477 Жыл бұрын
​@@trishnadas5911 😢
@ramenkachari2303
@ramenkachari2303 6 ай бұрын
মই পগলা হৈ যাম চাগে।ইমান অন্ত ৰ চুই যোবা গীত ।ভুক নাইকিয়া হৈ যায় গানটো শুনিলে,, আই লভ ইউ বা । মোৰ জীবনৰ লগত মিলি গৈছে অ।
@rupjyotisingha2193
@rupjyotisingha2193 5 жыл бұрын
Nilakshi ba u have soul voice.....ur my fvrt of all time
@mamugogoi6948
@mamugogoi6948 5 жыл бұрын
Tumr voice tu .....oh god nokou run love u nilakshe mojjaaaaaaa hoisa
@simadas3629
@simadas3629 2 жыл бұрын
অন্তৰ চুই গৈছে 😥 গানটো বহুত ভাল লাগিল ❤️💞
@birajborah6284
@birajborah6284 3 жыл бұрын
আজি মনটো বৰ উৰুঙা লাগিছে 😭। আকৌ শুনিছোঁ.........
@dipamoni9374
@dipamoni9374 Жыл бұрын
Sm to u 🥺😟
@momisaikia
@momisaikia Жыл бұрын
Kyo gf nai ni
@moonmisonowal4967
@moonmisonowal4967 4 жыл бұрын
নীলাক্ষীবাৰ গান বহুত ভাল লাগে 💓💓💓
@lakhibortaid6550
@lakhibortaid6550 3 жыл бұрын
Nilaki ba apunar gantu dahu duk lag
@deepnatha4037
@deepnatha4037 3 жыл бұрын
Tur mur tu
@sagarikadas903
@sagarikadas903 3 жыл бұрын
Ummm
@anowarhussain1943
@anowarhussain1943 3 жыл бұрын
সচাই বহুত ভাল লাগিছে গীতটি ।অন্তৰ চুই যোৱা গীত এইটো
@mandipsaikia1187
@mandipsaikia1187 3 жыл бұрын
@@lakhibortaid6550 qqq
@monalihsagohain8073
@monalihsagohain8073 Жыл бұрын
কাকনো কম মনৰ কথাবোৰ এই গানবোৰ এ আমাৰ লগৰী 😢
@dipamoni9374
@dipamoni9374 Жыл бұрын
Right 💯🎧😔
@LALITBARUAH-np1ji
@LALITBARUAH-np1ji Ай бұрын
Moi u ak mot.
@minakshisarmah2209
@minakshisarmah2209 4 жыл бұрын
Lovely nd good lyrics love u nilakshi ba&dimpal dada❤️❤️❤️❤️
@rekhacallection3218
@rekhacallection3218 2 жыл бұрын
মোৰ ভাল পোৱা ক মনত পৰে কাৰন মোক সচা ভাল নাপালে মই আজিও পাও নমৰালৈকে পাম যদিও মই বিয়া হলো ঘৰৰ বাধ্য ।।. Love u chandan sharma .moi moina
@gojenb7906
@gojenb7906 2 жыл бұрын
F%fffgggf8887uuytffccc887666yygvbbmjiuuuygggtytttffxxzxhiip00o87778drwpqak CV... Huuyyyiioiieeefttyyyiiiiiooouyfddzzmmkkhc,aqqqwqqqqqzxhjiuddd
@mahanta4524
@mahanta4524 Жыл бұрын
😭
@AloneGaming100-k
@AloneGaming100-k Жыл бұрын
kzbin.info/www/bejne/e6GTe6CBnsiYf6M
@KhanindrakrNath
@KhanindrakrNath Жыл бұрын
🥺🥺🥺🥺🥺🥺😞
@dopegupegu6691
@dopegupegu6691 Жыл бұрын
Bro same
@ajvlogs5310
@ajvlogs5310 6 жыл бұрын
Bah nilakshi ba ai2 gaan bor vl lagise
@kuldip_fuji_assam
@kuldip_fuji_assam Жыл бұрын
মোৰ ভাল পোৱা জনি মোৰ ওচৰত নাই তাই বহোত দুৰলৈ গল ভগৱানৰ ওচৰত মুনু তোক এদিনো পাহৰিব নোৱাৰিম তুমি মোৰ হ্দয়ত সদায় মোৰ মুনু জনী হৈ এ থাকিবি মোৰ মুন। মোৰ ও এই খন পৃথিৱীত থাকিব মন নাই কিন্তু কি কৰিম ঘৰৰ দায়িত্ব আছে যে💔🥺🥺🥺
@avengerratul8027
@avengerratul8027 Жыл бұрын
মৃত্যুৰ আগলৈ তোমাক ভাল পায় থাকিম,, যদিও তোমাৰ ঘৰৰ মানুহে মোৰ পৰা এৰুৱাই লৈ গল,, তুমি হয়তো পাহৰি গলা,, ভবিষ্যতে যদি মোৰ এই মেচেজ টো চাই এবাৰ মোলৈ মনত পৰে,,, ৰাতুল +পূৰবী
@gunindas5477
@gunindas5477 Жыл бұрын
Same bro
@benisonxaikia4301
@benisonxaikia4301 Жыл бұрын
June ari jai hei2 ketiyau valpuwa buli nokoi June 2mar logot ontim homoiloike thake hei2 valpuwa.. valpuwai okol val pabo Jane hokolu pahori ......
@benisonxaikia4301
@benisonxaikia4301 Жыл бұрын
anekuwa valpuwa bohut dekhilu 😂😃😃😃😃😃
@avengerratul8027
@avengerratul8027 Жыл бұрын
@@benisonxaikia4301 um সময়ে সকলো শিকাই গল
@myschool7398
@myschool7398 5 жыл бұрын
সুন্দৰ গান | সঁচাকৈয়ে হৃদয় চুই গৈছে | শুনি থাকিবলৈ মন যোৱা এটি অপূৰ্ব গান | ইমান ধুনীয়া গান এটি শুনিবলৈ উপহাৰ দিয়া বাবে অশেষ ধন্যবাদ |
@amibhaibhai8037
@amibhaibhai8037 9 ай бұрын
গান তু শুনিলে তুমালৈ মনত পৰি বুকুখন শোকত বিন্ধা মাৰি ধৰে ও আৰু চকুলো😭 বৈ আহে বহুত বেয়া কৈ দুখ দি আঁতৰি গৈ আনৰ হলা কি ভুল আছিল দেহা মোৰ কেতিয়াও পাহৰিব নোৱাৰো ও তোমাক পাগল হৈ গৈ আছোঁ লাহে লাহে 😭😭 তুমি নতুন জনৰ লগত photo upload কৰিলে নিজনাত অকলে কান্দি কান্দি পাগল হৈ যাও নোৱাৰোঁ ও সহিব 💔😭😭😭😭😭
@prianchigogoi9168
@prianchigogoi9168 3 жыл бұрын
সচাকৈয়ে বহু ত দুখৰ গীতটি ❤❤❤❤❤❤❤
@prianchigogoi9168
@prianchigogoi9168 3 жыл бұрын
সচাকৈয়ে গানটো শুনি থাকিলে শুনি থাকিব মন যায বহুত দুখৰ
@mintusaikia946
@mintusaikia946 Жыл бұрын
আজি তোমালৈ বৰকৈ মনত পৰিছে জান তুমি শান্তিতে থাকা জান
@gobinsaikasaikia3081
@gobinsaikasaikia3081 6 жыл бұрын
Nilakhi baa 2mar mat asorit kiba ata ase jitu belegot nai...so sweet voice....gan2 bohut val lagile...
@dipika.borah.9399
@dipika.borah.9399 6 жыл бұрын
bohut val lagisy
@hiramonibaishya4405
@hiramonibaishya4405 5 жыл бұрын
Akdm xsa kyse
@manashreesaikia7364
@manashreesaikia7364 5 жыл бұрын
Bhout vl o ba tumar mat to
@manashreesaikia7364
@manashreesaikia7364 5 жыл бұрын
Very nice I love you this sng
@manashreesaikia7364
@manashreesaikia7364 5 жыл бұрын
😢😢😢😢😢
@tushanvlogs3813
@tushanvlogs3813 4 жыл бұрын
Ufff mn sui jai bohut vl lge gntu 😥😥
@bikashneog1144
@bikashneog1144 4 жыл бұрын
Apunar gaan huni Mur ex loi mnt poril.ow. Thnq u nilakshi baa.
@deelipgohain7172
@deelipgohain7172 3 жыл бұрын
So sweet nothing to say , heart broken
@julendraborah2952
@julendraborah2952 3 жыл бұрын
এনেকুৱা দুখ লগা গান শুনিলে মোৰ এৰি যোৱা প্ৰেমিকালৈ বৰ মনত পৰে
@assamesfannyroastvideo6225
@assamesfannyroastvideo6225 4 жыл бұрын
Ohhhh so nice aro ki kom Hosai eman morom loga Gan. Jodi mor likhone Val lagi like koribo
@korlobigogoi8356
@korlobigogoi8356 3 жыл бұрын
😭😭😭😭😭😭💔💔💔💔💔
@jungogoi3689
@jungogoi3689 5 жыл бұрын
baa tmr gaan huni bhut vl lage.. so sweet voice tmr
@jaanmonishivamvlogs7540
@jaanmonishivamvlogs7540 2 жыл бұрын
Xodai xono gaan to...❤️❤️❤️
@shibanidevi8658
@shibanidevi8658 5 жыл бұрын
Gantu xuni bht val lagise... so sweet voice Nilakshi ba👌👌
@sanukalita8695
@sanukalita8695 5 жыл бұрын
ভাল লগা ন গান টো
@trishnagogoi5015
@trishnagogoi5015 6 жыл бұрын
nilakshi baa gaan 2 bohut bohut val lagile.
@manashreesaikia7364
@manashreesaikia7364 5 жыл бұрын
Bhut vl o ba gantu
@bablirajbonshi9732
@bablirajbonshi9732 4 жыл бұрын
Nilakshi ba gaan 2bohut bohut val lagile ❤️❤️
@panidharneog8173
@panidharneog8173 3 жыл бұрын
bahut bahut bahut val lagise.Aponi mor bai hisape moi monat laisu.thanks Nilakshi ba.
@tiktok-wi5hh
@tiktok-wi5hh 5 жыл бұрын
Buht val lge nilakshi baa aponar gaan bor huni😍😍😍nice voice
@rinarabha9453
@rinarabha9453 4 жыл бұрын
Eman dhuniya gaan nilakhi baa anekoie amak val val gaan upohar di jaba
@pompisaikia2692
@pompisaikia2692 Жыл бұрын
এই গানতো শুনি থাকিলেও আমনি নালাগে কিবা এটা তথা মনত পৰি যাই বাকি তোমাৰ গান শুনি থাকিলেও কিন্তু আমনি নালাগে বা love you😔🥰🥀🥰
@babyboraik5136
@babyboraik5136 4 жыл бұрын
শুনি থাকিলে ভাগৰ নালাগে বহুত ধুনীয়া লাগিছে গান তু
@sandhyarag4892
@sandhyarag4892 6 жыл бұрын
ba...apunar protitu gan e hunu...bhut bhut vl lge...apuni protitu gan e hiya khuli gai....hei bbe apunar gan bur mur bhut priyo...apunar gan hunile hsa koi e sakupni ulai jaii....love u so much ba.......
@chittahira7730
@chittahira7730 3 жыл бұрын
lvly baa
@AnupomSutradhar-yb6br
@AnupomSutradhar-yb6br Жыл бұрын
Muru mont bohut pore eito song xunile ❤❤so nice song
@gojensaikia762
@gojensaikia762 5 жыл бұрын
Nilakshi....you have a sweet voice....you always sing...from heart.....we all love you...
@junmoniborgohain475
@junmoniborgohain475 3 жыл бұрын
হ্নদয় চুই গৈছে লগতে মোৰ মনতো 😭😭😭😭😭😭
@jiturajboruah631
@jiturajboruah631 3 жыл бұрын
হয় নেকি
@krishnakurmi4527
@krishnakurmi4527 Жыл бұрын
মন চুই গৈছে শব্দ আৰু মাতে,, লগতে সুৰে,,❤️
@beautitokbipi5351
@beautitokbipi5351 6 ай бұрын
ভালপোৱাজন সদাই ভালপোৱাই,... মনত পৰে আজিও বহুত।
@abcvlog5645
@abcvlog5645 6 жыл бұрын
Gan tuye mur ontor sui gol hosakoi...Bohut val lagile Nilakshi ba👍👍👍...
@susmitamoran4196
@susmitamoran4196 4 жыл бұрын
Mur life 2 lgt song 2 milose 😭😭😭😭😭😭😭😭😭
@akmotivation8975
@akmotivation8975 3 жыл бұрын
Sem
@unpluggedfan8604
@unpluggedfan8604 3 жыл бұрын
Aiiiiioo..... Broken heart 😃
@moonjoysagar2122
@moonjoysagar2122 5 жыл бұрын
apunar maat2.... one of my fvrt.... bht dukhr gaan gai apuni... vl lge bht apunr gaan huni..
@Malabikadas-cc5hw
@Malabikadas-cc5hw 5 жыл бұрын
Dhunia lgise......my fvrte song
@anupomdas3543
@anupomdas3543 6 жыл бұрын
Nilakhi ba apunar konthot hosakoiya hosoroti Biraj korisa..apunar gane mur xokur Pani ulai Jai..moja lga apunar gan huni..rati pua hui apunar gan ata hunilha mntu Val lga..
@manashreesaikia7364
@manashreesaikia7364 5 жыл бұрын
😅😅😅😅😅😅😅😅😢😢😢😭😭😭😭😭😭💔💔😓😓😓😓😓😓😓😓😭😭😭😭😭😭
@daisygogoi9193
@daisygogoi9193 4 жыл бұрын
Nilakshi ba tmr voice2 bht val lge😘😘all time fav singer love u nilakshi ba❤😘
@HEMONTA365
@HEMONTA365 4 жыл бұрын
Nikakshi ba apunar gan bur huni bohut val lage. Apuni mur all time favourite singer. ভবিষ্যতে আৰু ভাল ভাল গান উপহাৰ দি যাব । আপোনাৰ ভবিষ্যত উজ্জল কামনা কৰিলো ।
@srichandamitatalukdar6345
@srichandamitatalukdar6345 5 жыл бұрын
Nilakhi ba apuni xosakoi assam baxik ata val gan uphar dile xosakoi apunar mat2 bhut dhuniya nice a beautyful
@amarjyotigogoi7324
@amarjyotigogoi7324 6 жыл бұрын
bahut bahut vl lagil nilakshi baa....
@manashreesaikia7364
@manashreesaikia7364 5 жыл бұрын
Bhut vl o ba tumr mat tu
@priyashorma8398
@priyashorma8398 4 жыл бұрын
bohut dukh lagise please like mari diba😭😭😭
@lbpgohainlbpgohain2815
@lbpgohainlbpgohain2815 4 жыл бұрын
😭😭😭😭😭😭
@tazminahmed111
@tazminahmed111 4 жыл бұрын
😭😭😭😭😭
@nipon9954
@nipon9954 4 жыл бұрын
😭😂😂😂
@deepkabitasaikia290
@deepkabitasaikia290 4 жыл бұрын
😭😭😭😭😭😭
@junmoyuri2530
@junmoyuri2530 3 жыл бұрын
Pgl hoi jaw moi kisuman kothai bohut amoni koribo
@bimbitabaro2059
@bimbitabaro2059 5 жыл бұрын
Nilakshi baak bht vl lge mur love u Nilakshi baaa
@tomduarah8081
@tomduarah8081 3 жыл бұрын
Bht borhiya nilakshi mem ...
@maramikumari6780
@maramikumari6780 4 жыл бұрын
I love this song ......iam so happy..good job
@Usquare415
@Usquare415 5 жыл бұрын
I don't understand this language but ,, nice song.. music 👌👌👌 🇳🇵from🇳🇵nepal🇳🇵
@nitulbharali4366
@nitulbharali4366 3 жыл бұрын
This language is assamese language. assam mother language.from india
@rupamgogoi5936
@rupamgogoi5936 3 жыл бұрын
O really bro.
@jogenhazda1473
@jogenhazda1473 3 жыл бұрын
Ohhh thanks bro... For watch
@lakhirammurah9711
@lakhirammurah9711 3 жыл бұрын
তোমালৈ সচাকে বহুত মনত পৰিছে ।
@praptichoudhury4691
@praptichoudhury4691 5 жыл бұрын
Gan 2 bhl lgil bhut nilakhi ba apunar gan bur kiba ata bhut bhl lge
@richagogoi7200
@richagogoi7200 5 жыл бұрын
Nilakhi ba your voice is so sweet aru apunar hokolu gan mur Val lage
@sumidutta6027
@sumidutta6027 4 жыл бұрын
baa gaan emn val moi okol huni thakib mn jai
@manashboruah6149
@manashboruah6149 3 жыл бұрын
হৃদয় চুই যোৱা গান💔🥰
@kusumpathak3586
@kusumpathak3586 4 жыл бұрын
Bhut bhut Val lage Nilakshi baar maat tu..
@anildutta5642
@anildutta5642 5 жыл бұрын
nice gan to bohut vl lagisa reaki
@bhishmarabha6622
@bhishmarabha6622 5 жыл бұрын
O sweet lagise dey Mr valpawajok monot pori jay o
@simantacro3253
@simantacro3253 4 жыл бұрын
Muru same condition
@krishnagogoi1042
@krishnagogoi1042 4 жыл бұрын
😫😭😭 I 😭 miss😭 you😭 hun😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😫😫😫😫
@sanjibhiloidary7521
@sanjibhiloidary7521 4 жыл бұрын
all lady singer vitorot no 1 rank ahil apuni..mind blowing voice..
@hdkduniyadutta4838
@hdkduniyadutta4838 5 жыл бұрын
bohut val lagil gan2222 xuni Baa...nd your voice is so sweet cutee everything Baa ..realy
@mohantagohain1282
@mohantagohain1282 5 жыл бұрын
নিলাক্ষী বা সকলো বোৰ গান শুনি ভাল লাগে
@nitubaruah4695
@nitubaruah4695 5 жыл бұрын
দিনত দহ বাৰ শুনু....মোৰ ভালপোৱাত সফল হব নোৱাৰো So তাইলৈ খুব মনত পৰে গানটোৰ বাবে
@prodipkonch282
@prodipkonch282 3 жыл бұрын
ভাল লাগিছে ভিডিঅ' চাই,,,,।
@krishnapathak7295
@krishnapathak7295 4 жыл бұрын
Apunar mat2 bah ki km aru eman dhuniya I love you baaa
@hiranyanath1307
@hiranyanath1307 4 жыл бұрын
Lock down too Jumi asene kunuba😥
@nirmalkalita4671
@nirmalkalita4671 5 жыл бұрын
100 baror o besi hunilu.. amoni a nalage sun❤️
@lachitdas545
@lachitdas545 18 күн бұрын
কথা , শব্দ, সুৰ uffffff বুকুৰ গভীৰলে বিন্ধি যায় অ বা 😢😢😢
@krishnakshisvolgs1843
@krishnakshisvolgs1843 3 жыл бұрын
Nice song nilakhiba ...bawnahoi kio junoloi hatmalilu....doet song ...junjonali lyrics bohut Val lagisil....
@netrakamalhandiquei5307
@netrakamalhandiquei5307 6 жыл бұрын
কলিজাত মাৰি গৈছে ও ……………ভাষা নাই ক'বলৈ
@munnasaikia2138
@munnasaikia2138 3 жыл бұрын
সচা কৈ বহু দুখ লগা গান। মন চুই গল।
@mitalichutia5508
@mitalichutia5508 3 жыл бұрын
Baxxx
@apurbomoran9742
@apurbomoran9742 5 жыл бұрын
Bhut mjahhhh
@mostepofficial3108
@mostepofficial3108 4 жыл бұрын
This song i.listen on my break heart
@sumimech9412
@sumimech9412 5 жыл бұрын
Nilakhi ba apuni iman sondarkoi gaise bahut bahut Val lagise and apunar sakalo song moi Val Pau I love nilakhi ba
@jyotshnaborah4933
@jyotshnaborah4933 4 жыл бұрын
Bohut value lage suni suni amoni nalage
@mousumisentertainmentchann7251
@mousumisentertainmentchann7251 5 жыл бұрын
Akdm hridoi sui jua gan...😍😍 bor dhuniya
@jilikaxopun3853
@jilikaxopun3853 3 жыл бұрын
Bohut vl lagise ❤️❤️❤️👍😭😭
@vikashv.l949
@vikashv.l949 3 жыл бұрын
মুৰ বহুত‌ ভাল লাগে এই গানটো 💓💓💓💓💓🤗🤗🤗🤗🤗
@dimpidas9285
@dimpidas9285 6 жыл бұрын
Gan tu xub val hoise ..agoloi u vl vl gan xunibo pam bli akha korilu..
@anukhankhan3853
@anukhankhan3853 4 жыл бұрын
Bohut mela mur life tur lgt
@rajasridas4803
@rajasridas4803 4 жыл бұрын
Hoi nake
@midulboiragi2770
@midulboiragi2770 4 жыл бұрын
Emn vll song2 un like kora problem kt ha
@rajasridas4803
@rajasridas4803 4 жыл бұрын
Hi
@surbhiborah6618
@surbhiborah6618 4 жыл бұрын
Bohut dhuniya song
@travelwithrajshuna9431
@travelwithrajshuna9431 3 жыл бұрын
নীলাখী বাক ভাল লাগে
@simiborah1794
@simiborah1794 5 жыл бұрын
It's amazing
@aratiphukan9657
@aratiphukan9657 5 жыл бұрын
Oho...nice nice noce...nilakhiba 2mr voice2 mr bht bht vl lage..love u
@tellnamaribavloge6643
@tellnamaribavloge6643 2 жыл бұрын
I think this the best song ever she sung all of song nilakshi neog.may long long live nilakshi neog
@devojitborah5723
@devojitborah5723 4 жыл бұрын
👌👌👌আ.. হঃ কি গান..... 👌👌👌👌😥
@manashjyotichamuah5785
@manashjyotichamuah5785 4 жыл бұрын
ufff 😭😭
Akhila Boga Kagojote (Mejangkori, Vol. 1)
4:48
AKASH PRITOM
Рет қаралды 1,2 МЛН
Please Help Barry Choose His Real Son
00:23
Garri Creative
Рет қаралды 23 МЛН
The Giant sleep in the town 👹🛏️🏡
00:24
Construction Site
Рет қаралды 20 МЛН
Joker can't swim!#joker #shorts
00:46
Untitled Joker
Рет қаралды 40 МЛН
Get 10 Mega Boxes OR 60 Starr Drops!!
01:39
Brawl Stars
Рет қаралды 19 МЛН
hengul theater 2024-25🔥🔥🔥🔥 #assamese
4:19
জেং vlogs
Рет қаралды 12
A heart touching Song | Fati gole Dusatiba | Apurba Jaan
4:26
Apurba Jaan Official
Рет қаралды 2,3 МЛН
2 November 2023
31:12
marami gogoi
Рет қаралды 926 М.
Moina Sorai Koina Hobo | Tarun Tanmoy
4:49
Master Records
Рет қаралды 5 МЛН
Bihu Song Ahibane Dovag Rati O More Jan @zubeenassamesesongassam684
6:38
My Life (মোৰ জীৱন)
Рет қаралды 119 М.
Top 6 Zubeen Garg old song #old is gold #assames song#
27:26
Daily recipe
Рет қаралды 1 МЛН
Please Help Barry Choose His Real Son
00:23
Garri Creative
Рет қаралды 23 МЛН