ভায়েকে দিয়া ৭৬ লাখটকীয়া হীৰাৰ আঙঠিটোও হেৰুৱালে চুমিয়ে।

  Рет қаралды 118,990

DY365

DY365

Күн бұрын

ভায়েকে দিয়া ৭৬ লাখটকীয়া হীৰাৰ আঙঠিটোও হেৰুৱালে চুমিয়ে। লকআপত চুমিৰ বিনিদ্ৰ ৰজনী, কেৱল টুকিছে চকুলো। ৩ দিনে আৰক্ষীয়ে দিয়া খাদ্যক লৈয়ো নাৰাজ চুমি।
The agenda of this channel is neutral, unbiased news. It has no hidden agenda and no personal baggage. A channel grows on its reputation and credibility. With its highly dedicated team of reporters, correspondents, journalists and back up of professional technical team, #DY365 will strive to leave a trail of credibility in every sphere of its work.
FEARLESS, UNBIASED, TRUSTWORTHY
NEWS BEGINS HERE
Subscribe to our channel for the latest news updates: bit.ly/2lWxmV7
Connect on Social Media:
Follow Us on Twitter: / dy365
Like Us on Facebook: / dy365
Follow Us on Instagram: / dy365.in
Our Website: dy365.in
Subscribe to our channel '#JONACK' for fictional and non fictional programs, prime time drama series, reality shows, movies , comedy serials, theatrical films, music programs and musical shows, live performance coverage and telecast special and daytime drama etc. : bit.ly/2m1WASh
Subscribe to our channel 'NLTV', A Satellite Channel for Exclusive Nagaland News : bit.ly/3ww2xFx

Пікірлер: 222
@ritusaikia1446
@ritusaikia1446 3 күн бұрын
হেৰোৱা নাই.. লুকুৱাই থৈছে.. জেইলৰ পৰা ওলোৱা পাছত কাম আহিব 😅😅
@goutambonia58
@goutambonia58 3 күн бұрын
Right
@himadrideka7643
@himadrideka7643 3 күн бұрын
Umm take😂
@birajbora7322
@birajbora7322 2 күн бұрын
Take😂😂😂😂
@dipanjalimohanta4800
@dipanjalimohanta4800 3 күн бұрын
বান্দৰ কেকোৰা আৰু বিহলঙনীৰে কোবালে হীৰাৰ আঙুঠি ওলাই যাব।লুকুৱাই থৈ মিছা মাতিছে।চুমীয়ে টি ভিত দিয়া সাক্ষাতকাৰত দেখোন চুমি আৰুতাৰ্কিকৰ ইচ্ছামতে হৈছিল বুলি কৈছিল এতিয়া মিছা মাতিছে হাৰামজাদীজনীয়ে।সাংবাদিক চক্ৰপাণি পৰাশৰে চুমীৰ ককায়েকৰ মেডিচিনৰ দোকানখন ত সাক্ষাৎকাৰ লোৱা দেখা পাইছিলো।
@DHARMENDRADAS-r6k
@DHARMENDRADAS-r6k 3 күн бұрын
Plau dile kio
@tridib-nagaon
@tridib-nagaon 3 күн бұрын
Na na. Jegat bhut jolokia logai dilei everything will be clear.
@kumarsonjitofficial7888
@kumarsonjitofficial7888 2 күн бұрын
Angothi ulai jabo electric shock dile😂😂😂
@rojonichitia2596
@rojonichitia2596 3 күн бұрын
এই জনীক আৰু ৰাইজে অভিনেত্ৰী হিচাপে আদৰি লব নালাগে।
@PD-gj7ot
@PD-gj7ot 3 күн бұрын
একো হেৰুৱা নাই , লুকাই থৈছে কৰবাত এই জনী কথা শুনে নেকি ? বতমাচ মাইকী
@nanditadevi7847
@nanditadevi7847 3 күн бұрын
জেইলত কয়দীৰ পচন্দ মতে খানা যোগান ধৰে বুলি আজিহে জানিলোঁ । অহাকালি আনজনী হত্যাকাৰিনীয়ে) কব মোক বিৰিয়ানী আনি দিয়ক😂
@ashimnath3713
@ashimnath3713 3 күн бұрын
ভালকে এপিতন দিলে হীৰাৰ আঙঠি ওলাই যাব।
@nipadihingia9920
@nipadihingia9920 3 күн бұрын
এইজনী সচাকে বৰ নতঙ্গী দেই
@Nagaa8266
@Nagaa8266 3 күн бұрын
চুমীৰ সেইখনৰ বাবেই বিশালে সকলো হেৰুৱালে
@MofidurRohman-u5n
@MofidurRohman-u5n 3 күн бұрын
এই জনিয়ে আঙঠিতো লোকোৱাই থৈছে, পিটন দিলে ওলাই যাব।
@rijubarthakur8641
@rijubarthakur8641 2 күн бұрын
আঙঠি হেৰুৱা নাই জেলৰ পলাই উলাই ভিক্ষাৰী হৈ যাব যে বিক্ৰী কৰি খাব
@pradipkalita3161
@pradipkalita3161 3 күн бұрын
আঙুঠিটো হেৰোৱা নাই, লুকাই হে আছে অকণমান
@Bhanti-mx6lg
@Bhanti-mx6lg 3 күн бұрын
অ শকুন্তলা দুস্মনতৰ দিয়া আঙুঠিতু ক'ত হেৰুৱালা
@entertainmentandexercies415
@entertainmentandexercies415 3 күн бұрын
ইহঁতক গৰু পিতন দিছে নে নাই দিয়া সেইটো লাগে।বিশালে নকয় নৱম শ্রেণীতেই বিবাহ বিচ্ছেদ হোৱা মৰমৰ বায়েকৰ কথা আকৌ বায়েকে নকয় ভায়েকৰ কথা।এইবোৰ কিহৰ নাটক কৰি আছে মানে আৰক্ষীয়ে ৫ দিন যেনে তেনে যি তি কৰি জেৰা চলোৱাৰ নামত ফৌ ফৌ ফৌ।বহুতেই কব বিচাৰিছে ৰাতি ৰাতি প্রেম পিৰিতি জাগিছে নিকি NH52 ত।৫/১০ হাজাৰ টকা চুৰ কৰা বোৰক বা হাঁহ,পাৰ চুৰ কৰা বোৰক পিতি পিতি লেঙেৰা লগতে চকু মুখ ফোলাই দিয়া হয়।তেতিয়া সিহঁতৰ উপৰত ধাৰা উপৰত ধাৰা ভালকৈ লগাব জানে।হাজাৰ হাজাৰ কৌটি কেলেংকাৰী কৰা বাবে আৰক্ষীয়ে বাকলি গোচোৱা কলৰ টুকুৰা,আপেলৰ টুকুৰা খুৱাই উৎসাহ উদ্দিপনা যোগোৱা পৰিলক্ষিত হৈছে।সেইবাবে অপৰাধ কৰিলে হাজাৰটা পুলিচ কিনি লব পৰাকৈ অপৰাধ কৰিব লাগে তেতিয়া কোনো চিন্তাৰ প্রয়োজন নাই।অপৰাধীয়ে যি কয় সেয়াই সত্য হ'ব আৰু তাকেই মানি ল'ব আইন আদলতে।
@manuborah4135
@manuborah4135 3 күн бұрын
বান্দৰ কেকুৱা লগাই দিলে হীৰাৰ আঙঠি ওলাই যাব ।কান্দি ৰণ জিকিব আহিছে ।
@sanjoy1964
@sanjoy1964 3 күн бұрын
Bhut jalakia diba lage tair pitha khanat...
@SwapnaDevi-i5s
@SwapnaDevi-i5s 3 күн бұрын
আম্বানীৰ জীয়েক ।
@kishordeka1116
@kishordeka1116 3 күн бұрын
এইবোৰ নাটক ! যিমান পাৰি শাস্তি প্ৰদান কৰিব লাগে
@mitalideka456
@mitalideka456 3 күн бұрын
মিছাৰ ওপৰত মিছা মাতি আছে চুমিয়ে।
@dr.sanjibdeka7402
@dr.sanjibdeka7402 3 күн бұрын
নেহাঁহি নোৱাৰিলো 😅😅😅
@joligogoi3363
@joligogoi3363 3 күн бұрын
তাইক চুৱাত পাটতোৰে কুবালে শিৰা আঙঠি উলায় জাব
@shyamoleegogoi1421
@shyamoleegogoi1421 3 күн бұрын
ইমান মূল্যবান আঙুঠি হেৰুৱাব লৈ ,তাই ইমান জধলি নে? ইমান জধলি যদি,কেনেকৈ ইমান বিলাসী বিয়া পাতিলে। দেশ,বিদেশত ভ্ৰমণ কৰিলে। কত,লুকুৱাই থৈছে, সেই টো জেৰা কৰিব লাগে। আঙুঠি উলিয়াই নিদিয়া লৈকে,লকাপত ৰাখিলে,বাপ বুলি উলিয়াই দিব।
@dhemajishort11
@dhemajishort11 3 күн бұрын
এৰাপাই আমাক হে ১ টকাও জোৰকৈ দিয়া ‌পাতিলোৱা ভাইটি‌ নাই ।
@nayakinfo4613
@nayakinfo4613 2 күн бұрын
হেৰুৱা নাই। মানুহ ইমান মুৰ্খ নহয় ।এতিয়া ও তাই লোভ সামৰিব পৰা নাই। অতি চতুৰ ছোৱালী। ভাবিছে সকলো শেষ। পাছত মই কেনেকৈ চলিম। সেই বাবেই হীৰাৰ আঙুঠি হেৰাই বুলি কলেই আৰক্ষী ও বিচাৰ নকৰিব কোনেও বিচাৰ নকৰিব। তাই ভাবিছে জীৱন টো বহুত দীঘলীয়া অন্তত পাছৰ দিনবোৰত চলিব পাৰিম আঙঠি টো বিক্ৰী কৰি।
@deijeedas7547
@deijeedas7547 2 күн бұрын
Right
@gitanjalideka8767
@gitanjalideka8767 3 күн бұрын
আঙঠি হেৰুওৱা বুলি মিছা মাতিছে গৌৰৱেৰে সাংবাদিকক কৈছে তাইৰ হেনো সতি-সন্ততিক নিজৰ তেনে দামী বিয়া দেখুৱাব,,আৰু বিশাল ক দোষ দিছে এতিয়া😡
@nazimulhoque9275
@nazimulhoque9275 3 күн бұрын
Raijor avixapot xoti xontuti hboloi paine npai ba
@SubashTamuly
@SubashTamuly 3 күн бұрын
ইমান সুধিব দৰকাৰ নাই পিতন দিলেই হ'ল
@HimanjoliBaruah
@HimanjoliBaruah 2 күн бұрын
মই বিচাৰি যাম, বিক্ৰী কৰি ট্ৰেডিং খুলিম, সাধাৰণ ৰাইজক ঠগি ঠগি খাম 😂😂😂😂😂
@nirugohain3692
@nirugohain3692 2 күн бұрын
ফাঁচি দিয়ক অ । আমনি লাগিছে আৰু লাজ লাগিছে। অসম খন অশুছি কৰিলে। এই নাৰীবোৰৰ বাবে আৰু দেখি নোপোৱা মাক দেউতাকৰ মৰম স্নেহ কেইটা।
@sashibhatta5198
@sashibhatta5198 3 күн бұрын
সেই মূল্য চুমিৰ বাবে 76000 টকাৰ সমানো নাছিল আজিৰ পৰা বিশ দিনলৈকে ৷
@amiyamedhi7345
@amiyamedhi7345 3 күн бұрын
Wah sumi tumi a koisila destination biya patar hopun asil etiya koisa vishal brother jur koi pati dise o my dogs 😂😂😂
@ManujDeka-nx7be
@ManujDeka-nx7be 3 күн бұрын
চুমি মিছলিয়া
@user-un8cb8qv3g
@user-un8cb8qv3g 3 күн бұрын
অ চুকুন তলা দুচ্চমন্তৰ আঙঠী কতে শেৰুৱালা
@user-mx3uf9en1l
@user-mx3uf9en1l 3 күн бұрын
তাইযিচোৰ,ভুমিতলুকঙৱাইছে।ঠিক,পিটনদিবলাগে,মামাই,ক্ইছেদুষিক,শাস্তিদিমেই,
@HariCharanKalita-fu8kt
@HariCharanKalita-fu8kt 3 күн бұрын
চুমি বৰা আৰু তেওঁ লোকৰ কোম্পানীত জৰিত লোক সকলৰ প্ৰতি প্ৰশাসনৰ একাংশ কৰ্তৃত্ব শীতল বিষয়াৰ অহৈতুক প্ৰীতিৰ বাবে ভয়ংকৰ ঘটনাটো বুমেৰাং হোৱা সম্ভাৱনা ই অধিক ইয়াতো ৰাজনৈতিক আহিলা হিচাবে পৰিস্থিতি সাপেক্ষে ঢাল হিচাবে ব্যৱহাৰ কৰাৰ পুৰা মাত্ৰাই আশঙ্কা আছে । অন্যান্য আনুসংগিক কথাবোৰতো আছেই। গতিকে এতিয়াৰ ৰাজনৈতিক আৰু সামাজিক আৰু প্ৰশাসনিক অস্থিৰ অৱস্থাৰ দোহাই দি এটা বিৰাট শূন্যৰ বাহিৰে আন একো নহ'ব বুলিয়ে ঠাৱৰ কৰিব পৰা হৈছে ।
@JayPegu321
@JayPegu321 3 күн бұрын
It is imposible...😮😮😮
@user-mx3uf9en1l
@user-mx3uf9en1l 3 күн бұрын
এইক্ওলিয়াই,দিয়ক্একেমাৰে,মাৰিব,ৰাইজে।বনৰী।ৰ্,অৰ,নাচ,পকৰ,হিলাই,।পামলোৱা
@BharatigayonGayon
@BharatigayonGayon 3 күн бұрын
কোনোবাই যদি হেৰুৱা সামগ্ৰী পাইছে ওভতাই দিয়াটো যুগুত হব যেন অনুমান হয় কাৰণ যি উপহাৰ পাইছে তেওঁহে গৰাকী অন্যৰ হাতত শুভা নপাবযেনেই লাগে চোন
@rijubarthakur8641
@rijubarthakur8641 2 күн бұрын
নাখালে নাই বিয়া ঘৰত আছে বুলি ভাবিছে জেলত আছে যে পাহৰি গল । বেয়া কাম কৰোতে কাৰ কথা ভাবিছিলি
@rupaligogoi2944
@rupaligogoi2944 2 күн бұрын
জেলৰ পৰা ওলাই আহি খাব কি ?এতিয়া যদি সকলো আৰক্ষীক দি দিয়ে 😂
@user-un8cb8qv3g
@user-un8cb8qv3g 3 күн бұрын
তাৰ কি দৰকাৰ আচিল জেলত শিৰা আঙঠি পিন্ধিবলৈ মিচা
@BrojenChetia-i8n
@BrojenChetia-i8n 3 күн бұрын
পিতন দিলে ওলাই যাব।
@apurbabhuyan8121
@apurbabhuyan8121 3 күн бұрын
নাঙঠ কৰি পিটন দে উলিয়ায় দিব।
@amiyamedhi7345
@amiyamedhi7345 3 күн бұрын
Wah police a pulao jugar korise
@digantachetia4630
@digantachetia4630 3 күн бұрын
লুকুৱাই ৰাখিছে
@puspadhardowarah1932
@puspadhardowarah1932 2 күн бұрын
মিছা কথা কবও তো পাৰে!মিছা কথা কৈছে আৰু!জীবনত অকল সুখেই পাব লাগিব বুলি কথা নাই।ভাল%মানুহে সকলো সুখ দুখ মূৰ পাতি লয়।মই মোৰ"মানুহ জনীকে কাহানিও সচা কথা কৈ পোৱা নাই।কাৰণ তিৰী চৰিত্ৰৰ"বিষয়ে মোৰ জনা"আছে।
@rijubarthakur8641
@rijubarthakur8641 2 күн бұрын
76 লাখ টকাৰ হিৰাৰ আঙঠি হেৰাইছে আমাৰ হে বুকু হম হমাইছে সিহঁতৰ কি আছে চোৰ বোৰৰ কোটি কোটি টকা আমাৰ হে লৰা এটা বাহিৰত পঢ়াবলৈ চিন্তা
@SikhaBoruah-f8o
@SikhaBoruah-f8o 3 күн бұрын
Misa kotha lukai asa
@rajkumardihingia2331
@rajkumardihingia2331 3 күн бұрын
আৰু বহুত কিবাকিবি বোৰ হেৰাব,দুখীয়াৰ টকা নহয় যেতিয়া আমাৰনো কি ডাল যায়,,,,
@SubashTamuly
@SubashTamuly 3 күн бұрын
ভালকৈ পিতন দিব লাগিব
@BankingApplication
@BankingApplication 3 күн бұрын
Ajir jugot 100 Toka herale mnuh kiba hoi jai 76 l dimnd ring herale so funny 😂
@Mriskreward
@Mriskreward 3 күн бұрын
Palu de kiba ke moi kot bikim etiya 5L paleo hobo
@mainumahanta9771
@mainumahanta9771 3 күн бұрын
Kar ghorot thoi se dujat di hufhile ulau jabo😂
@localalien-f4u
@localalien-f4u 3 күн бұрын
বিচাৰিব লাগিব আঙুঠি টো। মাল কমাব লাগিব । কত পৰিল বা । কামত লাগিব লাগিব আজিৰ পৰা । বানিপুৰ পিপল গছৰ তিনি আলি ওচৰত পৰিল niki
@binandakalita8306
@binandakalita8306 3 күн бұрын
Surunik pulau khuwai ki dekhuwaise dibrugarh thanai ?
@Suhana__7.0
@Suhana__7.0 3 күн бұрын
এইজনীৰ দাদা বৌৰ কি হ'ল?? সেই কেইটাক বিচাৰি নাপাবই নেকি
@indirakaman3828
@indirakaman3828 2 күн бұрын
বহুত মিছলীয়া হীৰাৰ আঙুঠি হেৰুৱাইছে বোলে কথা কয় I
@ranjitrajbongshi338
@ranjitrajbongshi338 3 күн бұрын
আনৰ টকা খোৱা মজাই বেলেগ
@RabhaNaresh
@RabhaNaresh 3 күн бұрын
Khana Online order kori dibo Zomato pora😂😂😂
@Ayon99_
@Ayon99_ 3 күн бұрын
Dusat man di dile kot lukuyai those koi dibo
@JayaRabha-db1qd
@JayaRabha-db1qd 3 күн бұрын
Bishale etiya he valke sini pabo sumik
@manashkumar613
@manashkumar613 3 күн бұрын
গুু খাবা দি সিহতক
@vedashyasworld7076
@vedashyasworld7076 2 күн бұрын
অঙুঠিটো পলাই গল |
@rahulraaj8224
@rahulraaj8224 3 күн бұрын
Misa kotha heruwa nai lukai thoise
@ramdhunrabha5148
@ramdhunrabha5148 3 күн бұрын
Missa kotha,.loraburok hodai enekuwai fosai suwalibure,..
@gorkha2722
@gorkha2722 3 күн бұрын
Ami Hadharan raije eko nejano khana hale quality fresh thaka diba lagiba bass heituye jano. 4:15
@mrgprince1854
@mrgprince1854 3 күн бұрын
Aijonia missa kotha koise lukuai thoise tar manutua ki koi taku hudhibo lage
@user-gd1rf3vb4v
@user-gd1rf3vb4v 3 күн бұрын
জেলত সোনৰ বিছনা এখন লাগিছিল মামাক কলেই হল মামাই দিব
@Aradhya171
@Aradhya171 3 күн бұрын
2 saat man koti tikat porile khosa kobo
@rijubarthakur8641
@rijubarthakur8641 2 күн бұрын
জেলৰ ভিতৰত সুখৰ ভাত লাগে মন পচন্দ
@nishitanath7046
@nishitanath7046 3 күн бұрын
Aku herua ni hirar ring ata kunubai jodhe modhe narakhe j heruabo tate emn expensive ti lukuai thoise😂
@Sagar-Saikia
@Sagar-Saikia 3 күн бұрын
Jail pora ulw pst sei 2 besi soliba ru jibn2 seikrne thai ahise kbt....
@Its__nirshana10
@Its__nirshana10 3 күн бұрын
doctor actor sobore naam bur prakakh hobo lage
@anjanagogoi1804
@anjanagogoi1804 3 күн бұрын
Misa kotha
@rinagogoi8731
@rinagogoi8731 Күн бұрын
সেই একেলুৱা জনীৰ হাতত আঙুঠি হেৰুৱা নাই লুকুৱাই ৰাখিছে
@TinaSwargiary-ht3sn
@TinaSwargiary-ht3sn Күн бұрын
Comment porhiba Aha xokola Ata like kora
@user-mx3uf9en1l
@user-mx3uf9en1l 3 күн бұрын
তাইৰ,ভূমিত,থলেও,সচাকথা,নকয়,বনৰীজনীক।আৰুজেলতেই,ৰাখক। মই মামাক্অনুৰোধ,জনাম 4:42
@lekhangayan2037
@lekhangayan2037 2 күн бұрын
ভাতৰ লগত প্ৰচাব কৰি খোৱা ব লাগে।
@bharatibarkataki7592
@bharatibarkataki7592 3 күн бұрын
3rd degree dilei ulai jabo hirar anguthi.
@prabalbharadwaj27
@prabalbharadwaj27 3 күн бұрын
Doctore misa koise jen lagise
@bimanburagohain4315
@bimanburagohain4315 3 күн бұрын
Kio pulaw khuwaise, heito panishment hol janu?
@LakhyajitNathLakhya
@LakhyajitNathLakhya 3 күн бұрын
Moja😂😂
@mitalideka456
@mitalideka456 3 күн бұрын
এনেকৈ তথ্য প্ৰমাণ নোহোৱাকৈ চিকিৎসকে হওঁক বা আন কোনোবাই হওঁক কেতিয়াও জগৰীয়া কৰাটো উচিত নহয়।
@PBMUSIC-kp1zr
@PBMUSIC-kp1zr 2 күн бұрын
ইহঁতক ইলেকট্ৰিক চক দিলে সকলো কথা বমি কৰি দিব।নহলে কাম নাই।
@jayanta2234
@jayanta2234 3 күн бұрын
উকিলৰ ফিজ দিছে😂
@dipagogoi2172
@dipagogoi2172 3 күн бұрын
আচলতে কৰবাত বিক্ৰী কৰিছে ছাগে কাৰণ পলাই ফুৰা কেইদিনত টকা প্ৰয়োজন হোৱা বাবে
@jayabaruah1801
@jayabaruah1801 3 күн бұрын
Aru mosola pawk besi utpat bahisile nohoi
@manjulakalita1723
@manjulakalita1723 Күн бұрын
আঙুঠি টোৱেও লুকাই আছে ,পাছত ওলাব 😂
@dhanjitgamer6093
@dhanjitgamer6093 2 күн бұрын
Bishal sumir boy friend 😂
@tarunboruah9170
@tarunboruah9170 3 күн бұрын
Police dile ne ayto upajugta bodhito
@user-rr3em7dv3w
@user-rr3em7dv3w 3 күн бұрын
Ako result nolai...sab essa nohua hoise
@BankingApplication
@BankingApplication 3 күн бұрын
News live kot gol news diya nai
@assa516
@assa516 3 күн бұрын
চুদিৰভাই হাত৷তহতৰ ভাত চুমি-বিশালে দি আছে৷প্ৰকৃত খবৰ ND24 য়ে দি আছে৷বাকী বোৰে KZbinR ৰ দৰে আলে বালে বকি FOOTAGE লৈ আছ
@ajoypegu4749
@ajoypegu4749 2 күн бұрын
Good nice
@digantamedhi7710
@digantamedhi7710 3 күн бұрын
Bohut bhal lagile apunar kotha khunu kebol night hole bhal Lagib GD luk...apunak
@ronjimoran8346
@ronjimoran8346 3 күн бұрын
Really .? .
@jayantasaikia8252
@jayantasaikia8252 3 күн бұрын
Good
@RudHunt
@RudHunt 3 күн бұрын
Diamond ring🤔 Bhaiti logot biya patibo niki?? Aji loge rakhi pindha dekha nai... Hobo pare
@binkudas1861
@binkudas1861 3 күн бұрын
Ring 💍 tu kot heruwala kunubai paise jdi ghurai diyak ane bhut tenson hoi ase .
@DipaliKalita-om8cs
@DipaliKalita-om8cs 3 күн бұрын
kam nai neki beleg dy 365r, nai jodi examr mcq play kora.
@jayantarajbonshi28
@jayantarajbonshi28 3 күн бұрын
Future Savings 😂😂😂😂😂😂😂😂😂😂
@anuborgohain9955
@anuborgohain9955 2 күн бұрын
Ooo. Hirar. Ring tu. Heral .. heikarone. Dhora. Poril. Je. Treding t. Couti. Couti. Toka. Marile. Raijok. Thoga. Kotha. Ulai. Dhoraporil. .. oi. Sakuntola. Dusmantar. Putola .... Hirare. Anguthi. Kot. Heruala ...... Eitu. Bhaitik. Manisu. Dei .. lukor. Baiti. Anor. Maiki. Tairlogot. Iman. Letipeti .... 3 coro. Khors. Kori. Biya. Patidili. Couti. Tokiya. Kapur. Gohona. Pindhali. ... Iman. Morom. Manisu. Kintu ... Tur. Nijorjoniloi. Sun. Nathakilei. Kijani ... Aru. Toy. Je. Iman. Tokiya. Gohona. Kapur. Dili. Dora. Tarkik. Bhikhohu. Bhikhari. Neki .. hi je. Jurun. Nidile. Toy. Dibologa. Hol .. kio ???? Natehorir. Bapekor. Gharkhonu. Bhikhari. Kijani .. hei. Karone. Raijorpora. Bhikha. Khuji. Biya. Patile .. etiya. Paise. Heibur. Annada. Furti. Kot. Gol .. manuhok. Dekhaisili. Nohoy. Bidekhot. Biya. Pati. Bidekhot. Nijor. Mota. Eri. Lukor. Logot. Hanimun. Koriboloi. Goi. Kene. Lagise .. tarkik. Hochai. Bhikhari. Ka. Purukh ... Tokar. Binimoyat. Maikik. Lukor. Logot. Eridile. Honimun. Koriboloi .... Bah. Tarkik. Bah ... Manisu. Kintu. Tumak.........
@Madboy820
@Madboy820 2 күн бұрын
lukor tokaheraleu ganojole tair lettintu hunorkprilei dekhun.forenor khanakhuwajonia atiya hukanruti kemekoikhai.
@birenparja9747
@birenparja9747 3 күн бұрын
Beleg khbr news channel t nai
@DiptiBoruah-iq6ps
@DiptiBoruah-iq6ps 3 күн бұрын
অতি অতি বদমাছ এইজনী
Modus males sekolah
00:14
fitrop
Рет қаралды 24 МЛН
Will A Guitar Boat Hold My Weight?
00:20
MrBeast
Рет қаралды 195 МЛН
Je peux le faire
00:13
Daniil le Russe
Рет қаралды 21 МЛН
МЕБЕЛЬ ВЫДАСТ СОТРУДНИКАМ ПОЛИЦИИ ТАБЕЛЬНУЮ МЕБЕЛЬ
00:20
Modus males sekolah
00:14
fitrop
Рет қаралды 24 МЛН