Рет қаралды 45,462
আগন্তুক পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছে অকলেই প্ৰতিদ্বন্দ্বিতা কৰিব বুলি APCCৰ সভাপতি ভূপেন বৰাই কৰা মন্তব্যৰ পিছতেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে সহযোগী ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে। শাসকীয় বিজেপিক পৰাভূত কৰাৰ স্বাৰ্থত কংগ্ৰেছসহ বিৰোধী ঐক্যৰ সকলো দলকে একেলগে প্ৰতিদ্বন্দ্বিতা কৰাৰ পোষকতা অখিল গগৈৰ। সকলো দলকে বিজেপিৰ স্বৈৰাচাৰী শাসন ওফৰাবলৈ ঐক্যবদ্ধভাৱে প্ৰতিদ্বন্দ্বিতা কৰাৰ আহ্বান অখিল গগৈৰ।
#pratidintime #assam #assamnews #election2024 #akhigogoi