ভাত কেৰেলাৰ উপযুক্ত যত্নৰ ফল (Results of Proper Nurturing of Spiny Gourd )

  Рет қаралды 18,791

Borah's Kitchen Garden

Borah's Kitchen Garden

Жыл бұрын

Пікірлер: 47
@manikchandradadhara1682
@manikchandradadhara1682 Жыл бұрын
Oti sundar hoise aagote jatan loa video too chaisilo aaji fol dekhilo dhanybaad
@borahskitchengarden2487
@borahskitchengarden2487 Жыл бұрын
অনুপ্ৰেৰণা যোগোৱাৰ বাবে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ।
@babitahazarika6300
@babitahazarika6300 3 ай бұрын
Val lagil Dada
@borahskitchengarden2487
@borahskitchengarden2487 3 ай бұрын
ধন্যবাদ।
@sabitatailoringcooking8918
@sabitatailoringcooking8918 Жыл бұрын
আপোনাৰ প্ৰচেষ্টা অতি সুন্দৰ ।চেলুট
@borahskitchengarden2487
@borahskitchengarden2487 Жыл бұрын
ধন্যবাদ
@bimanborthakur2225
@bimanborthakur2225 Жыл бұрын
অতি সুন্দৰ হৈছে। দাদা আপোনাৰ ভিডিঅ' বিলাক ভালকৈ চাও। মোৰ ভাত কেৰেলা, কোমোৰ আদিত কলিতে সৰু বৰলে ফুটাই দিয়াৰ ফলত নষ্ট হৈ গৈছে। ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ ঘৰতে বনাব পৰা জৈৱিক উপাই আছে নেকি
@borahskitchengarden2487
@borahskitchengarden2487 Жыл бұрын
নাৰ্চাৰী বোৰত বৰল মাৰা কৌশলৰ মোনা আদি পোৱা যায়। সেই বোৰ আৰি দিলে বৰলবোৰ তাত সোমাইগৈ। গুৱাহাটীত বৰা চাৰ্ভিচত Fertico আৰু Pestokon নামৰে দুখন নাৰ্ছাৰী সা সজুঁলিৰ দোকান আছে।তাত এইবাৰ পোৱা যায়।নহৰুৰ ৰস, হালধি ৰ ৰস আৰু মহানিমৰ ৰসৰ লগত এলোভেৰাৰ ৰস মিলাই ছটিয়ালে কিছুমান পোক আতৰে যদিও বৰল সম্পূৰ্ণভাৱে আতৰি নাযায়। ধন্যবাদ
@gautamgoswami9723
@gautamgoswami9723 Жыл бұрын
নান্দনিক কৰ্মৰ সুন্দৰ ফল।✌️👌👏
@borahskitchengarden2487
@borahskitchengarden2487 Жыл бұрын
ধন্যবাদ
@Nijara
@Nijara Жыл бұрын
বৰ ভাল হৈছে
@borahskitchengarden2487
@borahskitchengarden2487 Жыл бұрын
অশেষ ধন্যবাদ।
@borahskitchengarden2487
@borahskitchengarden2487 Жыл бұрын
অশেষ ধন্যবাদ
@armusicassam375
@armusicassam375 2 ай бұрын
Dada mota vt kerala gos hole ki krib lagib
@borahskitchengarden2487
@borahskitchengarden2487 2 ай бұрын
উঠাই পেলাই দিব লাগে। ধন্যবাদ।
@armusicassam375
@armusicassam375 2 ай бұрын
Thanks
@indrajitdeka325
@indrajitdeka325 4 ай бұрын
Bhal jatar bhatkerela kat pua jaba
@borahskitchengarden2487
@borahskitchengarden2487 4 ай бұрын
অনুসন্ধান কৰি সংগ্ৰহ কৰিব লাগিব। কিছুমান বিশ্বাসযোগ্য নাৰ্চাৰীয়েও ৰাখে। ধন্যবাদ।
@rajibkumarsingha6003
@rajibkumarsingha6003 Жыл бұрын
Dada mur olop man krisu kintu fol bor nathake
@borahskitchengarden2487
@borahskitchengarden2487 Жыл бұрын
শুকান গোবৰ , কেঁচু সাৰ বা পচন সাৰৰ লগত সৰিয়হৰ খলিহৈ মিহলাই গুৰিৰ পৰা ৬ইঞ্চি মান আঁতৰত ঘূৰণীয়াকৈ অলপ মাটি খান্দি লৈ দিব।নিম তেল পানীৰ লগত মিহলাই ছটিয়াব ।
@monojbarman2877
@monojbarman2877 Жыл бұрын
আপুনাক ময় ফেচবুকত ৰ্ফএইন ৰিকুৱেচ পথায় চু একচেপ কৰক
@davedavid5989
@davedavid5989 Жыл бұрын
Apuni pariman kothatu tu nokole..kiman parimanor neem cake dibo lagibo ..bone meal kiman dibo lagibo.. mustard cake..borax etc etc.. xundor video thopapi ee adhoruwa hoi poril
@borahskitchengarden2487
@borahskitchengarden2487 Жыл бұрын
তিনি সপ্তাহ আগত কৰা video টোত পৰিমাণবোৰ দি‌য়া আছে।এই video টো সেইটোৰ update হে। মই link দিছোঁ। আপুনি চাব পাৰে। kzbin.info/www/bejne/eaPQm62Hi92HY7s
@moromeeupadhyaya6976
@moromeeupadhyaya6976 4 ай бұрын
ভাল জাতৰ ভাত কেৰেলাৰ আৰু মতা মাইকী আলুৰ বিষয়ে জানিবলৈ পাম নেকি?
@borahskitchengarden2487
@borahskitchengarden2487 4 ай бұрын
উৎসতে জানি ল'ব লাগিব।মতা গছবোৰৰ ফুল মাইকী গছবোৰতকৈ বেলেগ। মাইকী গছত কলি ওলাই আহি কলিটোৰ আগত ফুলটো ফুলে। ধন্যবাদ।
@hiramanidas3693
@hiramanidas3693 Жыл бұрын
আজি তাৰমানে ভাতকেৰেলাৰে খানা
@borahskitchengarden2487
@borahskitchengarden2487 Жыл бұрын
ঠিকেই কৈছে।আজি ভাত কেৰেলাৰ খানাই খাব লাগিব!কাৰণ ভাতকেৰেলাত বহুত প্ৰ'টিন থকাৰ কথাটো জানেই। তাতে আকৌ জৈৱিক ভাবে কৰা!
@NitulBakhor
@NitulBakhor Жыл бұрын
Apunar Guwahati r kot ghor hoi?
@borahskitchengarden2487
@borahskitchengarden2487 Жыл бұрын
আমাৰ ঘৰ গুৱাহাটীৰ পাঞ্জাবাৰীত। ধন্যবাদ।
@NitulBakhor
@NitulBakhor Жыл бұрын
@@borahskitchengarden2487 sab jab parim ne apunar garden khon
@dhanajoydas4516
@dhanajoydas4516 Ай бұрын
Dam kiman
@borahskitchengarden2487
@borahskitchengarden2487 Ай бұрын
মন্তব্যৰ বাবে বহুত বহুত ধন্যবাদ
@karamali6621
@karamali6621 3 ай бұрын
ভাল জাতৰ সচ কত পোৱা যাব?
@borahskitchengarden2487
@borahskitchengarden2487 3 ай бұрын
ভাল বিশ্বাসযোগ্য নাৰ্চাৰীৰ পৰা ল'ব লাগিব। ধন্যবাদ।
@minusaikia7735
@minusaikia7735 Жыл бұрын
কেঁচু সাৰ ব্যৱহাৰ কৰি চাব চোন কেনে হয়
@borahskitchengarden2487
@borahskitchengarden2487 Жыл бұрын
ভাল কেচু সাৰ প্ৰয়োগ কৰিলে ভালেই হয়। ধন্যবাদ।
@PronobKrDutta-rk5jt
@PronobKrDutta-rk5jt Жыл бұрын
সুন্দৰ ৷আপোনাৰ ফোন নাম্বাৰটো দিবচোন ৷
@borahskitchengarden2487
@borahskitchengarden2487 Жыл бұрын
ধন্যবাদ
@borahskitchengarden2487
@borahskitchengarden2487 Жыл бұрын
KZbin ত ফোন নম্বৰ দিয়াটো অসুবিধা আছে। আপুনি মোৰ নামত Facebook (Benudhar Borah) message পঠিয়াব।
@dhanajoydas4516
@dhanajoydas4516 Ай бұрын
Ata bonmilk dibo mok
@borahskitchengarden2487
@borahskitchengarden2487 Ай бұрын
Bone meal(হাড়ৰ গুৰি) ডাঙৰ নাৰ্চাৰী দোকানত পোৱা যায়। ধন্যবাদ।
@NizaraGoldAssamTea
@NizaraGoldAssamTea 2 ай бұрын
Bahut val lal lagise,, contact number share karibo please... from Rangia
@borahskitchengarden2487
@borahskitchengarden2487 2 ай бұрын
You tube ত নম্বৰ দিয়াটো অসুবিধা। Facebook ত Benudhar Borah ত message কৰিব, তেতিয়া দিব পাৰিম। মন্তব্যৰ বাবে বহুত বহুত ধন্যবাদ।
@mrinalsarma9546
@mrinalsarma9546 Жыл бұрын
Phone number to debo Sun khura
@borahskitchengarden2487
@borahskitchengarden2487 Жыл бұрын
KZbin ত phone number দিয়াটোত অলপ অসুবিধা আছে।
Red❤️+Green💚=
00:38
ISSEI / いっせい
Рет қаралды 89 МЛН
НРАВИТСЯ ЭТОТ ФОРМАТ??
00:37
МЯТНАЯ ФАНТА
Рет қаралды 8 МЛН
Эффект Карбонаро и нестандартная коробка
01:00
История одного вокалиста
Рет қаралды 10 МЛН
Red❤️+Green💚=
00:38
ISSEI / いっせい
Рет қаралды 89 МЛН