Рет қаралды 625,516
গুৱাহাটীৰ নাতিদূৰৈ চন্দ্ৰপুৰত বাংলাদেশীৰ আগ্ৰাসন। চৰকাৰী ভূমি অবৈধভাৱে দখল কৰি নিশাটোৰ ভিতৰতে বাংলাদেশীয়ে সাজিছে ইটোৰ পিছত সিটো জুপুৰি। আতংকত দিন কটাইছে স্থানীয় ৰাইজে। প্ৰশাসনে ব্য়ৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ আতংকিত ৰাইজৰ।
#NewsLive #AssamNews
Like the official facebook page of News Live: / newslivetvofficial
Follow News Live on twitter: / newsliveghy
Connect to our instagram account: / newsliveghy
Visit our website for all news updates: newslivetv.com/