Bhaal Nalage Jana By Dr. C S Shivaa

  Рет қаралды 8,849,635

C S SHIVAA OFFICIAL BY DR. C.S. SHIVAA

C S SHIVAA OFFICIAL BY DR. C.S. SHIVAA

Күн бұрын

#CS_Shivaa
🎬Film : Hunarur Halodhiya Hanhi
🎤Singer : C.S. Shivaa
✍️Lyrics,🗣️Tune & 🎹Music: C.S. Shivaa
🎶Music arrangement:Arup Dutta
●Language : Assamese.
◆Lyrics :
ভাল নালাগে জানা..
তুমি নামাতিলে
ভাল নালগে জানা..
তুমি নাহাঁহিলে
[বুকুতো নুফুলে ফুল
ৰঙা কলিজাৰে ফুল]2
যদি তুমি নিদিয়া
মিঠা মৰমৰে বোল
ভাল নালাগে জানা..
তুমি নামাতিলে
ভাল নালাগে জানা..
তুমি নাহাঁহিলে l
ভাল নালাগে জানা...
তুমি নাথাকিলে..
ভাল নালাগে জানা...
তুমি আতঁৰিলে
নবলে মলয়া জুৰ..
নুশুনো চিনাকি সুৰ
মৰহে আশা মোৰ..
দুখৰো নপৰে ওৰ
আঁতৰি নাযাবা..
কাষতে থাকিবা মোৰ
চিৰদিন চিৰকাল..
বাজিব অমিয়া সুৰ
জীৱনেও গাব আমাৰ
মৰমৰে গান..
ভাল নালাগে জানা..
তুমি নামাতিলে
ভাল নালাগে জানা..
তুমি নাহাঁহিলে..
জোনাকেও নাহাঁহে..
মনৰ অকাশতে
হিয়া মোৰ উঁচুপে..
তোমাক নেদেখিলে
তোমালে বাটে চাই..
আছোঁ দিনে নিশাই
নীৰৱে কান্দিছোঁ..
তোমাৰে ছবিকে চাই
নহবা বেলিটি
পশ্চিম আকাশৰে ..
হাঁহিহৈ থাকা মোৰ
কলিজাৰ কোঁহে কোঁহে ..
থাকা বৈ বুকুতে মোৰ
মৰম নদী হৈ..
ভাল নালাগে জানা..
তুমি নামাতিলে..
ভাল নালাগে জানা..
তুমি নাহাঁহিলে.. ll
©Copyright Reserved By : C S SHIVAA OFFICIAL
Our Social Links :
◆Find me on Facebook : / csshivaa.shivaa.1
◆Like Our Facebook Page : / মাজুলীলৈ-যাওঁ-10635074...
◆Our Facebook Group : www.facebook.c...
●📧Email : csshiva27@gmail.com

Пікірлер: 1 000
@CSSHIVAAOFFICIAL
@CSSHIVAAOFFICIAL Жыл бұрын
প্ৰথমে সকলোলৈ নমস্কাৰ🙏। আপোনালোকৰ প্ৰত্যেকটো কমেণ্টৰ Reply দিব পৰা নাই তাৰ বাবে ক্ষেমিব ।🙏 শ্রোতাসকল.. আপোনালোকক অশেষ ধন্যবাদ 🙏❤
@zubeengargjukebox
@zubeengargjukebox Жыл бұрын
চেনেল টো monitaz হোৱা নাই নেকি???
@Amazingworld-o8f
@Amazingworld-o8f Жыл бұрын
Everlasting and heart touching song for every body.
@birajborah1853
@birajborah1853 Жыл бұрын
Siba da আজি কালি আপুনি গান কিয় নবনাই
@dipendas1823
@dipendas1823 Жыл бұрын
​@@zubeengargjukebox .i nii u88,+😂😊'7❤😅M:⁠0o⁠:⁠-⁠)
@dipendas1823
@dipendas1823 Жыл бұрын
​@@zubeengargjukebox !m ,,M,hvZnn 😅😢❤❤
@THUNDERSTORM_Music
@THUNDERSTORM_Music Жыл бұрын
আপুনি উভতি আহক এনেকুৱা গানবোৰ লৈ আকৌ ❤️😣 উফফ !! ইমান ধুনীয়া কন্ঠ ❤️
@mukutlukhurakhon1411
@mukutlukhurakhon1411 6 ай бұрын
এৰা কৈ শেষ নহব সেই দিনবোৰৰ কথা, মনটোহে মৰহি যায় মোৰো, আৰু তেতিয়াই এই গীতটো মনলৈ আহে বৰকৈ, গম পাইছা সমভব্, আজিলৈ থাওক,কেতিয়াবা জনাম তোমাক কাষত পালে,,,,,, কোহে কোহে,
@thejknath6017
@thejknath6017 2 жыл бұрын
সোণাৰু ৰ হালধীয়া হাঁহি প্ৰথম 2008 শুনিছিলোঁ তেতিয়া আমাৰ বয়স 19 ,,,তেতিয়াৰ পৰা আজিলৈ শুনি আছোঁ,,,,,আকৌ বনাব এনেকুৱা গান বোৰ,,,♥️,,
@lolitmorangofficial.8460
@lolitmorangofficial.8460 5 ай бұрын
মোৰ বয়স তেতিয়া 5 বছৰ আছিল আৰু তেতিয়াৰ পৰা গান গাই শিকিছো আপুনি এতিয়াও hunise বহুত ভাল লাগিছে মই মাজে মাজে গুণ গুণাই থাকো এতিয়াও ❤❤
@chandamitarajbongshi4773
@chandamitarajbongshi4773 2 жыл бұрын
দিনটোত কমেও তিনি বাৰতকৈ বেছি শুনো....পুৰণি কথাবোৰ মনত পৰে গানটো শুনিলে... কাৰোবাক যে বহুত miss কৰো ...
@dhananzoyroy4860
@dhananzoyroy4860 Жыл бұрын
Hyy nekii kaknuu amnkee miss koraa oo ❤
@dibonbarua5233
@dibonbarua5233 3 ай бұрын
অসমত এনে সুন্দৰ গীত সৃষ্টি হয়৷আমি গৌৰৱ কৰো অসমীয়া সংগীতক লৈ❤৷
@jugalkalita4104
@jugalkalita4104 Жыл бұрын
এই চিনেমা খনৰ লগত বহুতো স্মৃতি জড়িত আছে পাৰ হৈ যোৱা দিন বোৰলৈ উভতি যাৱ মন যাই😰😰
@karabigogoi629
@karabigogoi629 9 ай бұрын
আই ঐ দেহি
@jugalkalita4104
@jugalkalita4104 9 ай бұрын
@@karabigogoi629 what happened
@anujtirkey8716
@anujtirkey8716 Жыл бұрын
গানটো শুনিলে নষ্টালজিক হৈ যাওঁ ।তাহানিৰ মিঠা মিঠা দিনবোৰত প্ৰিয়জনীয়ে ঠেহ ধৰিলে,অভিমান কৰিলে এই গীত আওৰাই প্ৰিয়জনীৰ ঠেহ অভিমান ভাঙিছিলো । দৰৱৰ দৰে কাম দিছিল ।কি যে মধুৰ গীত ,সৰগৰ অনূভূতি ।চিৰসেউজীয়া হৈ থাকক এই গীত ।
@Mr.Madhurjya
@Mr.Madhurjya 2 жыл бұрын
শৈশৱৰ দিনবোৰে আকৌ হাত বাউলী দি মতাৰ দৰে লাগিল❤️❤️❤️ইমান সুন্দৰ কণ্ঠ
@deepjyotideuri1040
@deepjyotideuri1040 Жыл бұрын
,,
@PuthiMas
@PuthiMas Жыл бұрын
Horu kalote suwa film hon...ei geet tu hunile foru kalor smriti bur monot pore
@santanujaishreeram7582
@santanujaishreeram7582 Жыл бұрын
মই অকলে নিজে গাৰী চলাই থাকিলে এইটো গীত প্ৰায়েই লগাই দিও আৰু শুনি শুনি driving কৰা মজাতো বেলেগ।। ❤ লগতে এই গীত তোৰ লগতে মোৰ জীৱনৰ এটা বিশেষ মধুৰ স্মৃতি আছে।।
@mamonisaikia39
@mamonisaikia39 Жыл бұрын
সচাঁ কৈ অতি সুন্দৰ গীত শুনি থাকিলেও আমনি নালাগে এনেকুৱা গীত আৰু তোমাৰ পৰা বিচাৰো শুনিবলৈ voice তো ও অতি সুন্দৰ 👌🏿👌🏿👌🏿👌🏿👌🏿👌🏿👍👍👍❣️
@jyotishmoypatar5941
@jyotishmoypatar5941 9 ай бұрын
2024 everyone like ata kori jba❤😊
@minakhipathak6719
@minakhipathak6719 6 ай бұрын
❤😊
@uniquebikash98
@uniquebikash98 3 ай бұрын
@DeepJyotiDas-k9i
@DeepJyotiDas-k9i Ай бұрын
Hii
@DeepJyotiDas-k9i
@DeepJyotiDas-k9i 7 күн бұрын
14 October 24
@r.tantabai7340
@r.tantabai7340 2 жыл бұрын
হৃদয় স্পৰ্শ কৰি যোৱা গীত
@Bhaitidoley7472
@Bhaitidoley7472 5 ай бұрын
2024 চনত এই গানটো কোনে কোনে শুনি আছে লাইক কৰি যাবা ।❤❤❤❤
@SangitaRabha-k1b
@SangitaRabha-k1b 2 ай бұрын
মই শুনো
@FanindraNath-g7k
@FanindraNath-g7k Ай бұрын
বহুত সুন্দৰ লাগিছে 🎉🎉🎉
@bhusanpathak2451
@bhusanpathak2451 3 жыл бұрын
ভাল নালাগে জানা এই গানটো নুশুনিলে ৷আঃ কি সুন্দৰ
@pankhisarmah2072
@pankhisarmah2072 3 жыл бұрын
সুৰ আৰু কণ্ঠই মন মুহি লৈ যায় ৷
@y2kbiswajitff874
@y2kbiswajitff874 3 жыл бұрын
☝️💖💖সুনী হেপা নপলাই! 😌
@parinitaburagohain3294
@parinitaburagohain3294 2 жыл бұрын
Hosakoi a 💖
@bulbul2790
@bulbul2790 2 жыл бұрын
কথা - সুৰ. উফ্ 😍❤️
@borntofly9967
@borntofly9967 3 жыл бұрын
সোণাৰুৰ হালধীয়া হাঁহিৰ প্ৰতিজন প্ৰতিটো গানেই প্ৰিয়।শৈশৱলৈ মনত পৰে।দাদা সেইখন চিনেমাৰে আপুনি গোৱা 'নাচাবি কাকো,নিদিব কাকো,মোৰ মন তোৰ বাবে' শীৰ্ষক গানটি আপলোড কৰিব প্লিজ🙏
@manjugohain6786
@manjugohain6786 3 ай бұрын
কি যে সুৱদী আৰু অৰ্থ পূৰ্ণ মিঠা কণ্ঠ । শুনিলেই শুনি থাকিবৰ মন যায় ।
@tinkuborman7585
@tinkuborman7585 2 жыл бұрын
মোৰ প্ৰিয় এই গীতটো, কিছু পাৰ হৈ অহা ভাল মূহুৰ্ত মই বিচাৰি পাওঁ,,🤗Thank you for added ❤️
@sandhyakachari6523
@sandhyakachari6523 Ай бұрын
বৰ মিঠা, মধুময়, দেহা হাট পৰে। 👌👌👌
@gitanjali2043
@gitanjali2043 3 жыл бұрын
বহুত ভাল লাগে এই সুনাৰুৰে হালধীয়া হাঁহি চিনেমা খনৰ প্ৰতিটো গীত 😘😘♥️♥️ প্ৰতিটো শব্দ শব্দ এ feel koru🤗🤗🙏🙏🙏
@bijulirabha-hj9bq
@bijulirabha-hj9bq 2 жыл бұрын
Um xosakui💞
@junmonichutia8268
@junmonichutia8268 2 жыл бұрын
​@@bijulirabha-hj9bq
@rameshwarrajbongshi5122
@rameshwarrajbongshi5122 Жыл бұрын
P0p000pp0p0l
@sujitnag529
@sujitnag529 Жыл бұрын
@Tukheswar Gogoi 0000l0
@tawamko68
@tawamko68 Жыл бұрын
Same to same
@DeepJyotiDas-k9i
@DeepJyotiDas-k9i Ай бұрын
শুনিলে শুনি থাকিবলৈ মন জাই গীত টো। ইমান ধুনীয়া
@bhaitiperme7763
@bhaitiperme7763 2 жыл бұрын
স্কুলীয়া দিনৰ খেল-ধেমালীত শুনা সেই ভাল লগা গীত, শুনি থাকিলে মনলৈ আকৌ ঘুৰি আহে ভাল লগা সময় বোৰ 🤗
@AnjaliDas-vv2fw
@AnjaliDas-vv2fw 8 ай бұрын
হৃদয় ছুই যায় গীতটিয়ে ❤❤
@upendas8763
@upendas8763 Жыл бұрын
একেৰাহে কিমান বাৰ শুনিলো হিচাপ নাই। শেষত গাবলৈ চেষ্টা কৰিলো। এতিয়া গাড়ী চলাওতে,খোজ কাঢ়োতে গীতটি মনলৈ আহে। বহুত ভাল লাগে।
@monikanchanrajkhowa3078
@monikanchanrajkhowa3078 3 ай бұрын
❤❤🙏ইমান সুন্দৰ গান ৷কেতিয়াও আমনি নেলাগে৷হৃদয়ৰ গান❤❤❤
@mukutlukhurakhon1411
@mukutlukhurakhon1411 4 ай бұрын
এইগীতটো শুনিলে মই যেন কাৰোবাক খুবেই মিচ কৰিছো এনে ভাৱ লাগে, কিন্তু কি নো কম বা থম চোৱাচোন বাৰু, তোমাক নেদেখিলে বৰকৈ চিন্তিত হৈ পৰোঁ কাৰণ তুমি যে নাহাহা,
@upendrasaharia-c5m
@upendrasaharia-c5m 3 ай бұрын
অতি সুন্দৰ হৈছে
@nitulhazarika3000
@nitulhazarika3000 3 жыл бұрын
সুন্দৰ গান৷
@akanksha3473
@akanksha3473 Жыл бұрын
অতীতলৈ ঘূৰি যাবৰ মন❤❤❤
@satishdas2783
@satishdas2783 Жыл бұрын
Moro. Aru 15 bosor r pisot Janam lole val hol hoi
@putumaibora9829
@putumaibora9829 Жыл бұрын
ৰৎ উতলোৱা মোৰ। ফুলনি উজ্জ্বলী উঠিছে ৰঙা ৰৎ বোৰ সিচিছে আবেলি হালধিয়া বেলিকা ৰৎখিনি দেখি প্ৰাণ পাই উঠিল মোৰ কোমল হৃদয়ৰ তুলি কা সযতনে বোলোৱা মোৰ আঙলি পৰশত এখন ধুনীয়া ছবি ৰৎ ৰৎ ৰৎসনা সুন্দৰ পৃথিৱী ইতি তোমাৰ মৰমৰ বন্ধু প্ৰিয়ে মোৰ চিঠিৰ ভাজতে অযুত মধুৰ কল্পনা জিয়াই ৰাখিবা বন্ধু চিৰ যোগমিয়া কৰি ৰাখিবা প্ৰিয়ে জয় গুৰু কৃষ্ণ
@BinaKro-oc4vd
@BinaKro-oc4vd 29 күн бұрын
বহুত বহুত ভাল লাগিছে
@SAITAMA-wh5xm
@SAITAMA-wh5xm 4 ай бұрын
CS Shiva 😊 ... আপোনাৰ কথা নো কি লিখিম। মেঘালী VCD খনৰ পৰা যি কিতা গান শুনি মন টো শান্তি পাওঁ আৰু কটো নেপাও মই । আমাৰ ঘৰত কেছেট লগাব পৰা দেক আছিল এতিয়াও আছে কিন্তু বেয়া হল 😊 স্কুলৰ পৰা আহি বেগ ঠৈয়ে গান শুনি থাকো কিমান জে মন টো শান্তি পাওঁ। সঁচাই হেই দিনবোৰ কত যে হেৰাই গল 😢
@CSSHIVAAOFFICIAL
@CSSHIVAAOFFICIAL 4 ай бұрын
🙏🙏🥰
@Dulutshree
@Dulutshree Ай бұрын
LLP 9p up3 wa r re b😊
@abhijitabhijit5830
@abhijitabhijit5830 2 жыл бұрын
বহুত ভাল লাগে গীতটো,,, শুনি থাকিলে আমনি নালাগে। My Best song
@Kaushik632
@Kaushik632 2 жыл бұрын
ভিচিডি খনৰ গোটেই গীত কেইটা আজিও কাণত বাজি থাকে। বহুত ভাল লাগে।❤️
@dipukalita9722
@dipukalita9722 2 жыл бұрын
শৈশৱলৈ উৰা মাৰে মনতো খুৱ শুনিছিলো গীততো😘
@sunilpanyang5257
@sunilpanyang5257 Жыл бұрын
আপোনাৰ গান শুনি খুব ভাল লাগে, এনেধৰণৰ গান আৰু পাম বুলি আশা ৰাখিলোঁ।
@jintuphukan164
@jintuphukan164 16 күн бұрын
Wonderful creation. Just listen & you will fly in your own world...
@DosomiBorah
@DosomiBorah 4 ай бұрын
শৈশৱৰ স্মৃতিবোৰ মনত পৰি গ'ল গীতটি শুনি ।
@babuldewri9423
@babuldewri9423 2 ай бұрын
Good Good Good very good ❤
@binitabaruah4654
@binitabaruah4654 4 ай бұрын
গীতটো শুনি বৰ ভাল লাগে উৎপল দাস 👌💞👏
@solomon1338
@solomon1338 3 жыл бұрын
সুন্দৰ
@romonideka5158
@romonideka5158 3 жыл бұрын
সুন্দৰ দাদা
@BastavDas-c2y
@BastavDas-c2y 10 ай бұрын
মৰি জাম গানতো কাৰনে❤❤
@naharchandan8254
@naharchandan8254 2 жыл бұрын
Beautifully crafted song for pure 💕 💞 ♥ from a pure soul
@RamchandraBorah-z2t
@RamchandraBorah-z2t 3 ай бұрын
দুচকু সেমেকি যায়৷হৃদয় ভৰি যায়৷কি কণ্ঠ ৷যেন মায়া সনা৷যাদু যাদু লগা❤❤
@dhunumonisaikia4470
@dhunumonisaikia4470 4 ай бұрын
Bohut miss koru hai dinbur❤
@janmonikonwar4817
@janmonikonwar4817 2 жыл бұрын
যিমান শুনিলেও আমনি নেলাগে👏
@gshskkalakrvrvdbje
@gshskkalakrvrvdbje Жыл бұрын
Dhemaji pora bohut bohut morom 🥰🥰🥰😊😊😊😍😍😍😍🤗🤗🤗🤗🤗🤗🤗🤗
@chanakya555
@chanakya555 9 ай бұрын
তাইৰ স্মৃতিবোৰ বুকুত লৈ জীয়াই আছো (miss u kutu🥺)
@Jyotishmitadeka-rx6br
@Jyotishmitadeka-rx6br 4 ай бұрын
My favorite song ❤❤ very very nicely 👌
@Dipali-Kumar
@Dipali-Kumar Жыл бұрын
Tammm vl lage song tu
@sunandabhuyan8113
@sunandabhuyan8113 2 жыл бұрын
মোৰ আটাইতকৈ প্ৰিয় গীত ৷😍 ❤️❤️❤️😍😍😍👌👌👌
@dibonbarua5233
@dibonbarua5233 3 ай бұрын
হিয়া মন বুজাব নোৱাৰা অনুভৱে হেঁচা মাৰি ধৰে❤
@bikashkalita8882
@bikashkalita8882 2 жыл бұрын
Xoru kalor din bur mont pori gol... One of my favorite song ❤❤ love from kamrup(Baihata Chariali)
@bonijborgohain3741
@bonijborgohain3741 18 күн бұрын
Hundar
@pain4195
@pain4195 2 жыл бұрын
One of the Most melodious songs of Assamese film industry🥰🙏
@munmikachari6189
@munmikachari6189 3 ай бұрын
সঁচাকৈ কি যে সুন্দৰ গীত এতিয়ালৈকে কিমান বাৰ শুনিলে তাৰ হিচাব নাই। ❤❤
@nilutpoldeka4835
@nilutpoldeka4835 3 жыл бұрын
Awesome .tune.lyrics.nd vdo.so nice
@SubhlakshmiManihi
@SubhlakshmiManihi 3 ай бұрын
Heart touching❤ Love from Uttarakhand❤
@sagarneelim2455
@sagarneelim2455 3 жыл бұрын
বৰ সুন্দৰ হৈছে ৷
@dibonbarua5233
@dibonbarua5233 4 ай бұрын
চিৰযুগমীয়া৷চিৰসেউজীয়া❤ আজীৱন বুকুৰ মাজত বাজি থাকিব❤❤❤
@chatrapatigogoi1852
@chatrapatigogoi1852 Жыл бұрын
দিনটোত এবাৰ নুশুনিলে ভাল নালাগে। 🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰
@trideepdeka9182
@trideepdeka9182 Жыл бұрын
Vaal nalage jaana tumi nuxunile
@RekhaPaite
@RekhaPaite 5 ай бұрын
Best song।bohut vhal lagil❤
@sangitahandique1539
@sangitahandique1539 2 жыл бұрын
Ei geet tu e mur otit jibon monot pelai montu jipal kori pelal.thanks from all of us to you and I hope tumi agoloiu enekua gaan amak akou di jua❣️
@BxbHeye
@BxbHeye 4 ай бұрын
Every ones song everyone's fav❤particularly me. Big fan of cs shivaada❤ Love u da
@manikadevi9308
@manikadevi9308 2 жыл бұрын
সুন্দৰ গান 💞💞
@sumidas3332
@sumidas3332 5 ай бұрын
Dhuniya lagise❤
@Bitupongogoii..
@Bitupongogoii.. 3 жыл бұрын
Moja lagise
@BxbHeye
@BxbHeye 4 ай бұрын
So beautiful😍
@ranjanborah4601
@ranjanborah4601 2 жыл бұрын
চিনেমা খনৰ প্ৰতিটো গান মোৰ বহুত প্ৰিয়,,,যিমান শুনি থাকিলেও আমনি নালাগে।
@SubhlakshmiManihi
@SubhlakshmiManihi 5 ай бұрын
চিৰযুগমীয়া❤ এয়া হ্দয়ৰ গান❤
@papumonihazarika9715
@papumonihazarika9715 Жыл бұрын
সদায় ভাল লাগি থকা এটা গীত।
@lakshyabaruah3260
@lakshyabaruah3260 2 жыл бұрын
বহুত ভাল লগা গীতবোৰ শুনি আমনি নলগা।😍😍
@sibanidohutiya9896
@sibanidohutiya9896 Жыл бұрын
খুবেই প্ৰিয় ❤
@abhinabbordoloi7843
@abhinabbordoloi7843 5 жыл бұрын
মোৰ অতিকৈ প্ৰিয় গীত😍😘😍
@RamchandraBorah-z2t
@RamchandraBorah-z2t 3 ай бұрын
মোৰ আটাইতকৈ প্ৰিয় গীত❤৷কি বুলি কম,ভাষা নাই৷বুকু ভৰি থাকিব সদায়❤
@haragauriganesha4753
@haragauriganesha4753 4 жыл бұрын
সুন্দৰ গান
@RakeshBorborah
@RakeshBorborah 3 ай бұрын
বহুত বহুত বিচাৰোঁ আপোনাক আকৌ হুৱদি গীতেৰে
@samirtaye7258
@samirtaye7258 4 жыл бұрын
4 me Really an evergreen romantic song wao!
@RaniRaja-bs1rc
@RaniRaja-bs1rc Жыл бұрын
Lovely song bhal lagise 👌👌
@manojsamant4677
@manojsamant4677 2 жыл бұрын
বিৰহৰ সৰ্বোত্তম ভাৱপ্ৰকাশক😊😊😊
@ShyaamShundarKanhaiya
@ShyaamShundarKanhaiya 4 ай бұрын
প্ৰিয় হৈ থাকিব যুগ যুগান্তৰলৈ❤
@gshskkalakrvrvdbje
@gshskkalakrvrvdbje Жыл бұрын
swali joni val lgise mur 🌼🥰🥰🥰
@rajeshhazarika1663
@rajeshhazarika1663 Жыл бұрын
🤣বুঢী হ'ল আৰু এতিয়া।
@NoboTelenga-ni2zm
@NoboTelenga-ni2zm 4 ай бұрын
😢
@roohyhandic9942
@roohyhandic9942 2 жыл бұрын
Val nalage Jana tmi nathakile uff...❤️🤗🤗🥰🥰
@mridudas450
@mridudas450 2 жыл бұрын
এইবোৰ গান শুনি ঠাকিলেও আমনি নালাগে so nice song
@GhonoRabha-k9e
@GhonoRabha-k9e 28 күн бұрын
Eman dhuniya geet khunile khuni thakibo mon jay
@parashmonigogoi2407
@parashmonigogoi2407 3 жыл бұрын
অতি সুন্দৰ
@jigyashamagar406
@jigyashamagar406 5 жыл бұрын
moza lagil
@budhindas
@budhindas 2 жыл бұрын
শুনি শুনি হেঁপাহ নপলায় দাদা
@jitulrajkhowa8129
@jitulrajkhowa8129 8 ай бұрын
অতি সুন্দৰ।❤
@Anamikashine17
@Anamikashine17 2 жыл бұрын
সঁচাই বহুত ভাল লাগে এই এলবামটোৰ গণবোৰ
@nikumonibora3794
@nikumonibora3794 Жыл бұрын
বহুত প্ৰিয় চিনেমা খন ❤
@makhanmajuli5269
@makhanmajuli5269 2 жыл бұрын
Super deluxe song dada, sweet voice,heart touching song,God bless you.
@mukutlukhurakhon1411
@mukutlukhurakhon1411 4 ай бұрын
কি বুলি কওঁ মই নিজেই নিজৰ গাত চিকুট মাৰি ও পিছলি পৰোঁ,, ভাল নালাগে জানা তুমি নামাতিলে আৰু নাথাকিলে কাষতে সচাকৈ দেই দেহ মন শাঁত পৰি যায় মোৰো
@Mr.sourav312
@Mr.sourav312 Жыл бұрын
আজিও সিমানেই ভাল পাওঁ গানটো❤❤❤
@CSSHIVAAOFFICIAL
@CSSHIVAAOFFICIAL Жыл бұрын
🙏🙏😍
@mukutlukhurakhon1411
@mukutlukhurakhon1411 11 ай бұрын
এই গীতটো শুনি মই অতিকৈ আনন্দ পাও সেয়ে বাৰে বাৰে শুনি থাকিলেও আমনি নালাগে সেয়ে, শুনি শুনি মনত সচা কৈ দূখোলাগে,দোখো লাগে,
Tora O Tora by C S Shivaa
5:39
C S SHIVAA OFFICIAL BY DR. C.S. SHIVAA
Рет қаралды 3,4 МЛН
Top 6 Zubeen Garg old song #old is gold #assames song#
27:26
Daily recipe
Рет қаралды 1,1 МЛН
Как Ходили родители в ШКОЛУ!
0:49
Family Box
Рет қаралды 2,3 МЛН
#behindthescenes @CrissaJackson
0:11
Happy Kelli
Рет қаралды 27 МЛН
Hunarure Halodhiya Hanhi Theme Song By C. S. Shivaa
6:22
C S SHIVAA OFFICIAL BY DR. C.S. SHIVAA
Рет қаралды 4,6 МЛН
2 November 2023
31:12
marami gogoi
Рет қаралды 1,2 МЛН
Jaanmoni 2010 | Audio Jukebox | Bihu Song | Zubeen Garg | NK Production
40:23
RDC Assamese Official
Рет қаралды 403 М.
assamese sad songs || zubeen sad songs || assamese heart touching songs
29:32
18 September 2023
27:07
Babul Saikia
Рет қаралды 545 М.
Как Ходили родители в ШКОЛУ!
0:49
Family Box
Рет қаралды 2,3 МЛН