Рет қаралды 4,631
নমস্কাৰ মই প্ৰাচুৰ্য ছাৰ । আমাৰ JNV GUIDE COACHING CENTRE তৰফৰ পৰা অহা ২৭ তাৰিখৰ পৰা এটা ১৫ দিনীয়া ONLINE COMMON QUESTIONS SPECIAL COURSE আৰম্ভ কৰা হব ।
COURSE টো মাত্ৰ ১৫ দিনৰ বাবে কৰোৱা হব । COURSE ৰ FEES ৮০০ টকা ।
আমাৰ COURSE ৰ সুবিধাসমূহ -
1. লাইভ ক্লাছ
2. ৰেকৰ্ডিং ক্লাছ
3. অসমীয়া , মানসিক দক্ষতা আৰু অংক ৰ ক্লাছ হব । লগতে সম্পূৰ্ণ ভাবে ১০০ % COMMON QUESTONS দিয়া হব ।
4 . OMR SHEET FILL UP কৰোৱা শিকোৱা হব ।
#jnvst #navodayavidyalaya #jnv2024
.
.
.
Free online: chat.whatsapp....