Bhagowat Path/ Dhruba Charit, Part- 3 ধ্ৰুৱ চৰিত । খণ্ড -৩ কণ্ঠ, পৰিকল্পনা- মন মাউত (তিনিচুকীয়া)

  Рет қаралды 21,133

Mahiruh Music Company

Mahiruh Music Company

Күн бұрын

Bhagowat Path/ Dhruba Charit, Part- 3
ভাগৱত পাঠ । ধ্ৰুৱ চৰিত । খণ্ড -৩
কণ্ঠ, পৰিকল্পনা- মন মাউত (তিনিচুকীয়া)
২য় খণ্ড ইয়াত পাব - • Bhagwat Path Dhruba Ch...
১ম খণ্ড ইয়াত পাব - • Bhagowat Path (Dhruba ...
-------------
এটি সুমধুৰ দিহানাম শুনক - • Dihanam ll দিহানাম ll ...
ব্ৰহ্মৰ কি ? বেদৰ অৰ্থ কি ? - • বৈষ্ণৱ পণ্ডিত, প্ৰয়াত ...
#mahiruh
ঘৰতে বহি পুৰুষ আৰু মহিলা উভয়ে উপাৰ্জন কৰক। কেৱল ম'বাইল ফোনৰ জৰিয়তে।
Become a Meesho Reseller & start earning from home! 40% (Max Rs. 200) discount on 1st order if you signup using my referral code: MNALISH461.
Download now - meesho.com/inv...
অধিক জানিবৰ বাবে যোগাযোগ কৰক 9101643356

Пікірлер: 50
@junumech653
@junumech653 2 жыл бұрын
কৃষ্ণ কৃষ্ণ প্ৰভূ ঈশ্বৰ গুৰুজনাৰ সেৱা জনাইছো 🙏🙏🙏🙏বহুত সুন্দৰ প্ৰভূ কৃষ্ণ কৃষ্ণ ৰাম হৰি
@Mahiruh
@Mahiruh 2 жыл бұрын
🙏🙏🙏
@UrmilaBorah-ck1pd
@UrmilaBorah-ck1pd 4 ай бұрын
Krishna krishna krishna baap shway nebadulu krishna Joy guru Shankar krishna
@jinuchawrok9178
@jinuchawrok9178 8 ай бұрын
কৃষ্ণ কৃষ্ণ প্ৰভু সেৱা জনালোঁ 🙏🙏🙏🙏
@digantagogoi5797
@digantagogoi5797 Жыл бұрын
jai shree krishna
@munindraborgohain6054
@munindraborgohain6054 3 ай бұрын
Bhut.val.pao.huni.Krishna. Katha.Krishna. 🙏🏼🙏🏼🙏🏼🙏🏼
@bkaxom...977
@bkaxom...977 3 жыл бұрын
Krishna bap🙏🏻🙏🏻khub hundor lagel apunar vagobd path huni 🙏🏻🙏🏻
@Mahiruh
@Mahiruh 3 жыл бұрын
আপোনালৈ বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলো ।
@sanjibchetia9828
@sanjibchetia9828 2 жыл бұрын
কৃষ্ণ🙏 অতি সুন্দৰ হৈছে বাপ 🙏🙏🙏
@bulbuligogoi7889
@bulbuligogoi7889 2 жыл бұрын
krishna , krishna Baap bahut hundor hoise path bhag , aapunar soron _jugolot hewa dhorisu krishna , krishna 🙏🙏🙏🙏 .
@rinabora8773
@rinabora8773 2 жыл бұрын
M
@dibyagogoi7823
@dibyagogoi7823 3 жыл бұрын
কৃষ্ণ বাপ । সেৱাহে ।এই ভাগী ভাগৱত শ্ৰৱণ কৰি কৰি পৰম কৃতাৰ্থ ওআনন্দিত হৈছো । ভগৱন্তপুৰুষে আপোনাৰ মঙ্গল ওকৃপা কৰক। কৃষ্ণ বাপ ।🙏🙏🏻🙏
@Mahiruh
@Mahiruh 3 жыл бұрын
আপোনালৈ বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলো ।
@guneswarpadiguneswarpadi8995
@guneswarpadiguneswarpadi8995 3 жыл бұрын
কৃষ্ণ বাপ আপোনাৰ ভাগৱত ৰ পাঠৰ লগতে ব্যাখ্যা কৰিলে বহুত সুন্দৰ হব বাপ কৃষ্ণ ।।
@Mahiruh
@Mahiruh 3 жыл бұрын
নিশ্চয় চেষ্টা কৰা হ'ব
@upengogoi4699
@upengogoi4699 2 жыл бұрын
কৃষ্ণ বাপ জনা
@renumedhi8501
@renumedhi8501 4 ай бұрын
আপোনাৰ দৰদী কণ্ঠত মুগ্ধ হৈছোঁ,, বৈকুণ্ঠ প্ৰয়াণৰ পাঠ পাৰিলে দিবচোন,, আপোনাৰ কণ্ঠত অতি মধুৰ লাগিব,,জয় শ্ৰী কৃষ্ণ
@tapanborah931
@tapanborah931 3 жыл бұрын
Krishna Val lagil huni
@Mahiruh
@Mahiruh 3 жыл бұрын
আপোনালৈ বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলো ।
@Mudoi
@Mudoi 3 жыл бұрын
Sundar choice
@atulokalita4134
@atulokalita4134 4 жыл бұрын
Baap Sunder path. Krishna Krishna
@Mahiruh
@Mahiruh 4 жыл бұрын
আপোনালৈ বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলো। আশা কৰোঁ আগলৈ যেন আমাৰ লগত থাকে।
@krishnatamang7248
@krishnatamang7248 4 жыл бұрын
কৃষ্ণ কৃষ্ণ বাপ 🙏🙏 বহুত সুন্দৰ পাঠ। শ্রৱণ কৰি আনন্দিত হলোঁ। কৃষ্ণ 🙏🙏
@Mahiruh
@Mahiruh 4 жыл бұрын
আপোনালৈ বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলো ।
@kalpanahazarika7631
@kalpanahazarika7631 3 жыл бұрын
Provu jona seya orpon korelu.bor sukymol kontho.porom sundor. Bikha nokolayu vab spoat fute uthay.
@monmout4108
@monmout4108 4 жыл бұрын
বন্ধু ,বান্ধৱৰ অনুৰুধ ৰক্ষা কৰি পুনৰ প্ৰচাৰ কৰা হল।সকলো লৈ সেৱা জনাইছোঁ কৃষ্ণ ।
@ramanandachoudhury7966
@ramanandachoudhury7966 4 жыл бұрын
Mon Mout kriahna
@sanjibhandique6021
@sanjibhandique6021 4 жыл бұрын
প্ৰভুজনে দীৰ্ঘায়ু কৰক,,সুস্বাস্থ‍্য অটুট ৰাখক,,,আপোনাৰ কণ্ঠৰ পাঠৰ দ্বাৰা নিগৰিত প্ৰতিষাৰি শব্দই লৈ যায় তেৰাৰ শ্ৰীচৰণলৈ,,,শ্ৰৱনতে অমৃত পান কৰোঁ বাপজনা🙏🙏
@Mahiruh
@Mahiruh 4 жыл бұрын
আপোনালৈ বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলো।
@SabitaBorahBorah-yc4nw
@SabitaBorahBorah-yc4nw Жыл бұрын
Mama bhal lagesa ❤❤❤❤
@prasantasaikia6351
@prasantasaikia6351 4 жыл бұрын
Krishna🙏
@dibyagogoi7823
@dibyagogoi7823 3 жыл бұрын
কৃষ্ণ কৃষ্ণ ।শ্ৰীযুত মন মাউচ বাপজনাৰ পাঠ সমূহ চেনেলৰ পৰা আতৰাই দিলে আমাৰ দৰে বৃদ্ধা অভাগীবোৰৰ ভাগৱত শ্ৰৱণ ওৰ পৰিব বাপ । অনুগ্ৰহ কৰি সেই ভাগী যেন ।মাউত বাপজনাক ভগৱন্তপুৰুষে কুশলে ৰাখক । কৃষ্ণ কৃষ🙏🏻🌷🙏
@Mahiruh
@Mahiruh 3 жыл бұрын
আপোনালৈ বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলো। তেখেতৰ পাঠ সমূহ চেনেলৰ বিশেষ কাৰণবশতঃ আঁতৰাই দিয়া হৈছিল। পুনৰ দিয়া হ'ল। আগলৈ আৰু দিয়া হ'ব।
@dharjensaikia9367
@dharjensaikia9367 3 жыл бұрын
Dear all friends, please listen to him and feel the every word.
@parikhitkalita1309
@parikhitkalita1309 4 жыл бұрын
আপোনাৰ পৰা আৰু শুনিবলৈ পাম বুলি আশা কৰিলো। ভগৱানে আপোনাক কুশলে ৰাখক। বৰ সুন্দৰ কণ্ঠৰ অধিকাৰী আপুনি।
@upengogoi4699
@upengogoi4699 2 жыл бұрын
কৃৃ
@upengogoi4699
@upengogoi4699 2 жыл бұрын
সষ
@sanjibhandique6021
@sanjibhandique6021 4 жыл бұрын
কিযে সুমধুৰ কণ্ঠ বাপজনাৰ,,ওৰে ৰাতি দিন শুনি থাকিলেও আমনি নালাগে,, আধ্যাত্মিকতাত বুৰ গৈ নিজকে অৰ্পন কৰি দিও অদৃশ্য জনক,, বাপজনাৰ সুস্বাস্থ্য কৰিলোঁ লগতে অনাগত সময়ত বাপজনাৰ মুখৰপৰা নিগৰিত সুমধুৰ পাঠ শুনিবলৈ পাম বুলি আশা কৰিলোঁ 🙏🙏
@Mahiruh
@Mahiruh 4 жыл бұрын
নিশ্চয়। আপোনালৈ বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলো। আশা কৰোঁ আগলৈ যেন আমাৰ লগত থাকে।
@sanjibhandique6021
@sanjibhandique6021 4 жыл бұрын
@@Mahiruh বাপজনা আছোঁ আৰু থাকিমো🙏🙏
@dibyagogoi2987
@dibyagogoi2987 4 жыл бұрын
কৃষ্ণ বাপ ৷ ইয়াৰ পাছৰ খণ্ড ভাগী পাঠ কৰা শুনিবলৈ আশা কৰি আছো ৷ হবনে বাৰু শুনিবলৈ ভাগ্য ? কৃষ্ণ সেৱাহে বাপ ৷দোষ হলে ক্ষমিব ৷
@Mahiruh
@Mahiruh 4 жыл бұрын
আপোনালৈ বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলো। পিছৰ খণ্ড নিশ্চয় দিয়া হ'ব।
@prasantacharingia2353
@prasantacharingia2353 Жыл бұрын
So euphonic we want more publications
@pronabjyotiduarah2601
@pronabjyotiduarah2601 4 жыл бұрын
মজা লাগিল শুনি
@BinoyTamuli-g1c
@BinoyTamuli-g1c 4 жыл бұрын
@joy_guru_sankar
@dibyagogoi2987
@dibyagogoi2987 4 жыл бұрын
কৃষ্ণ বাপ ৷ ধন্যবাদ ৩য় খণ্ড পাঠ কৰি অমৃত পান কৰোৱাৰ কাৰণে ৷ সুললিত কণ্ঠৰ অধিকাৰী আপুনি ৷ ৪থ’ খণ্ড ও শ্ৰৱণৰ আশা ৰাখিলো ৷ বাসুদেৱ। বাসুদেৱ বাপ ৷
@UrmilaBorah-ck1pd
@UrmilaBorah-ck1pd 4 ай бұрын
Krishna krishna krishna baap shway nebadulu krishna
@upengogoi4699
@upengogoi4699 2 жыл бұрын
কৃষ্ণ বাপ জনা
Brahma adi kori II naam ghosha II mon mout II assam II mahiruh
11:00
Mahiruh Music Company
Рет қаралды 10 М.
НИКИТА ПОДСТАВИЛ ДЖОНИ 😡
01:00
HOOOTDOGS
Рет қаралды 1,9 МЛН
Когда отец одевает ребёнка @JaySharon
00:16
История одного вокалиста
Рет қаралды 14 МЛН
Kluster Duo #настольныеигры #boardgames #игры #games #настолки #настольные_игры
00:47
Human vs Jet Engine
00:19
MrBeast
Рет қаралды 46 МЛН
নাম ঘোষা - ১- ৪১ || NAM GHUXA 1 - 41 in Assamese
41:51
Zeal The Untold Mystery
Рет қаралды 171 М.
Damodar Astaka (Illuminize)
11:20
Shabda Hari Das - Topic
Рет қаралды 188 М.
OM NAMO NARAYANA : 108 TIMES : EXTREMELY POWERFUL TO OVERCOME PROBLEMS & SUCCEED !
17:49
DhyaanGuru Dr. Nipun Aggarwal
Рет қаралды 2,4 МЛН
Mon Mout OK
27:54
Mahiruh Music Company
Рет қаралды 10 М.
НИКИТА ПОДСТАВИЛ ДЖОНИ 😡
01:00
HOOOTDOGS
Рет қаралды 1,9 МЛН