Bhagwat Path || Riju Pathak || Video-8 (দ্বিতীয় স্কন্ধ)

  Рет қаралды 41,188

Riju Pathak.

Riju Pathak.

Күн бұрын

ভাগৱত পাঠ আৰু ব্যাখ্যাৰ এক বিশেষ ধাৰাবাহিক অনুষ্ঠান আপোনাৰ বাবে। (30/06/2020)

Пікірлер: 277
@jinukakati1589
@jinukakati1589 4 жыл бұрын
যিটো জনে কৃষ্ণ কথাসদায় সুমৰে হৰি তাক সৰ্বখণে ৰাশিয়া ফুৰে কৃষ্ণ ৰাম
@dharmeswarmazumder8581
@dharmeswarmazumder8581 4 жыл бұрын
প্ৰভু আপুনি পৰম ভাগ্যবান আৰু পূণ্যবান কোনোবা জনমত আপুনি পুণ্যবিত্ত অৰ্জন কৰিছিল তাৰেই ফল লভিবলৈ পাইছে ।অভাজনে আপোনাক প্ৰসংসা কৰিব খোজা নাই। আপোনাৰ মুখ নিসৃত ভগবন্ত প্ৰভুৰ গুণানুকীৰ্তনৰ তাৎপৰ্য আৰু মাহাত্মই এই মহাপাপীক আপ্লুত কৰিছে ।আপোনাক সেৱা ধৰিছো। অপৰাধ ক্ষমা কৰিব।
@gitalineog6489
@gitalineog6489 3 жыл бұрын
কৃষ্ণ প্ৰভু ৰাম কৃষ্ণ ।হে প্ৰভু আপোনাৰ ভাগৱত বাখ্যাৰ এই মহান প্ৰচেষ্টাক আমি নতশিৰে প্ৰণাম জনাইছো।ভগৱানে আপোনাক দিৰ্ঘায়ু কৰক কৃষ্ণ 🙏🙏🙏
@jintukolita4640
@jintukolita4640 4 жыл бұрын
কৃষ্ণ কৃষ্ণ বাপ সেৱা আগবঢ়ালো ।বাখ্যা ভাগ শুনি মনতো বৰ ভাল লাগিল ।কৃষ্ণ
@mihir7535
@mihir7535 4 жыл бұрын
কৃষ্ণ হে কৃপালু আপোনাৰ প্ৰতিটো কথা শ্ৰদ্ধাৰে শুনি গৈছো অতি আনন্দ উপলব্ধি কৰিছো। নিগুণ ভগৱন্ত কৃষ্ণৰ অনন্ত ৰূপ লীলা তাৰ কোনো পাৰ নাই। আপুনি মুৰাৰি তিনি গুণে তিনি মূৰ্তিক ধৰি জগতক পালিবাৰ মন। সত্ত্ব গুণে বিষ্ণু দেৱে পালা নিৰন্তৰ। শুদ্ধ সত্ত্ব গুণে হে মিলে সিদ্ধি মনুষ্যৰ শান্ত মূৰ্তি কৃষ্ণক ভজা নিৰন্তৰ কৃষ্ণ।
@thanuhazorika899
@thanuhazorika899 4 жыл бұрын
Krishna Krishna bap terr kripa thakilei hb Krishna
@rajibborah2904
@rajibborah2904 3 жыл бұрын
কৃষ্ণ বাপ ইশ্বৰ । আপোনাৰ মুখপদ্মে নিৰ্গৰিত কৃষ্ণ কথা শুনি নিজকে ধন্য মানিছো । আশা কৰো মোৰ দৰে মহা পাপী অলপ হলেও ইশ্বৰ পুৰুষৰ দয়া পাম
@dipalidevi507
@dipalidevi507 4 жыл бұрын
কৃষ্ণ কৃষ্ণ প্ৰভু কৃষ্ণ সেৱা জনাইছোঁ ।সেৱা ভাগ গ্ৰহণ কৰি আমাক কৃপা কৰে যেন । কৃষ্ণ কৃষ্ণ বাপ কৃষ্ণ ।
@letslearnwithsashin8648
@letslearnwithsashin8648 3 жыл бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ।
@padmaramdeka1586
@padmaramdeka1586 4 жыл бұрын
প্ৰভু,প্ৰণাম জনালোঁ ।আপোনাৰ মনোৰম পাঠ আৰু বাখ্যা শ্ৰৱণ কৰি ধন্য হলো । কৃষ্ণ.....
@lohitdas8326
@lohitdas8326 4 жыл бұрын
কৃষ্ণ বাপ সেৱা জনালোঁ, আপোনাৰ ভাগৱত পাঠ একাদিক্ৰমে মই শুনি আছো আৰু বহুত শুখি হৈছোঁ।
@reenadas4619
@reenadas4619 4 жыл бұрын
Krishna bap apunar kua bhagobot kaibadin dhori suni khub Val lagi ase ,Krishna krishna
@uddabroy3283
@uddabroy3283 4 жыл бұрын
কৃষ্ণ কৃষ্ণ বাপ জনা l সুপ্ৰভাত l ৰাতিপুৱাৰ সেৱা ভাগি নিবেদিছোঁ কৃষ্ণ কৃষ্ণ l
@bontiborah5014
@bontiborah5014 4 жыл бұрын
কৃষ্ণ কৃষ্ণ ,ৰাম ৰাম ।প্ৰভু জন বৈকুণ্ঠৰ এই মহাভাগবত ভাগিলৈ অষ্টঙ্গ প্ৰণিপাত জনালোঁ।আপোনাৰ দৰে এজন মহান ব্যক্তি ৰ চৰণত সেৱা জনালোঁ।কৃষ্ণ কৃষ্ণ ৰাম ৰাম
@daisyrabha2343
@daisyrabha2343 4 жыл бұрын
Krishna krishna bap sewa janaisu krishna
@PromilaRoy-b7d
@PromilaRoy-b7d Ай бұрын
কৃষ্ণ কৃষ্ণ প্রভু আশীর্বাদ কৰিব কৃষ্ণ কৃষ্ণ🙏🙏🙏
@PaurabKhamon100million
@PaurabKhamon100million 6 ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ প্ৰভু 🙏🙏🙏🙏
@sushiladevi2573
@sushiladevi2573 4 жыл бұрын
গাইগুটীয়াকৈ আশীৰ্বাদ দিয়াতকৈ সকলো বিশ্ববাসী লোকসকলক একেলগে আশীৰ্বাদ কৰক যাতে সকলো লোক ঈশ্বৰ ভক্ত হৈ পৰে l ঈশ্বৰৰ কৃপাৰ পাত্ৰ হৈ যাতে ভাল মানুহলৈ ৰূপান্তৰ হব পাৰে l
@PranjitSaikiaYT
@PranjitSaikiaYT 4 жыл бұрын
কৃষ্ণ কৃষ্ণ বাপ সেৱা জনালো ।আপোনাৰ শ্ৰীমুখে কোৱা ভাগৱত পাঠ শুনি বহু ধন্য হৈছো ।
@dipalidevi507
@dipalidevi507 4 жыл бұрын
কৃষ্ণ কৃষ্ণ প্ৰভু কৃষ্ণ অন্তৰৰ পৰা সেৱা জনাইছোঁ। ।সেৱা ভাগ গ্ৰহণ কৰি আমাক কৃপা কৰে যেন । কৃষ্ণ কৃষ্ণ প্ৰভু কৃষ্ণ ।
@bivadhekial50
@bivadhekial50 4 жыл бұрын
Krishna Krishna bap Apunar konthat Bhagowotor bakhya suniboloi pai kritatha hoisu. Aikon kripa jen sadaye kore Krishna
@atulokalita4134
@atulokalita4134 4 жыл бұрын
Baap Ati Sunder bakhya. Gurujonar sakolo vakta ek hoa r babe anurodh koriso aru ek andolan garhi tulibo lage Ek Ishwaebad . Krishna Krishna.
@amlanjyotidutta6406
@amlanjyotidutta6406 4 жыл бұрын
কৃষ্ণ 🙏 জীৱনৰ অন্তিম সময়লৈকে আপোনাৰ শ্ৰী মুখে প্ৰকাশ হোৱা পৰম কৃষ্ণ কথা শ্ৰৱণ কৰিবলৈ আমি যেন সক্ষম হওঁ ।।🙏
@assmesvideo6000
@assmesvideo6000 4 жыл бұрын
আপোনাৰ মধুময় অমৃতবানি নুশোনিলে যেন অনুভৱ হয় মানুহ ৰ কম্য নকৰিলো কৃষ্ণ কৃষ্ণ কৃ‍পালু গুৰু বাপজন।কিমতে ভকতি কৰিম মই মূঢ়মতি। কৃষ্ণ নামেৰে জনাও সেৱা লওক কৃপা কৰি কৃষ্ণ কৃষ্ণ কৃষ্ণ
@suren1974
@suren1974 4 жыл бұрын
কৃষ্ণ কৃষ্ণ বাপ ঈশ্বৰ । সচাঁকৈ আয়ুস বোৰ আমি ব্যৰ্থে পাট কৰিছো। এনে সুন্দৰ হৰি নাম হৃদয়তে থাকিওঁ নিচিনি নুবুজি অসাৰ মায়াত মজি ককবকাই আছো ।
@binadeka9674
@binadeka9674 3 жыл бұрын
Krishna Krishna Bap.
@bantipator8687
@bantipator8687 4 жыл бұрын
"বান্ধব কৃষ্ণ সন্ধিয়া সেৱাভাগি আগবঢ়ালো। মোৰ সমপাপিলোক নাহিকে ই তিনিলোক,,,,,,,,তোৱাপদে কৰহু গোহাৰি। ৰাম ৰাম ৰাম''
@PabitrakrDas-qo6ok
@PabitrakrDas-qo6ok 4 жыл бұрын
প্ৰভূ বাপ, ঈশ্বৰে কৃপা কৰিলে আপোনাৰ যোগেদি প্ৰকৃত কৃষ্ণক দৰশন পাম বুলি মনত দৃঢ় বিশ্বাস ৰাখিলো !
@bhobanikantaborsaikia5206
@bhobanikantaborsaikia5206 9 ай бұрын
Krishna Krishna Krishna prabhudev pronam to you.
@minakshideka1470
@minakshideka1470 9 ай бұрын
Krishna krishna ram ram
@dhanbarrajbongshi4766
@dhanbarrajbongshi4766 4 жыл бұрын
Prbhu apunar logot amar mongol.j Krishna.
@lalitgogoi1984
@lalitgogoi1984 4 жыл бұрын
কৃষ্ণ বাপ । আপোনাৰ নিছিনা এজন মহান শুকৰ শ্ৰী মুখে ভাগৱতৰ অমৃতময় বানী শ্ৰৱণ কৰিবৰ বাবে ভগৱন্তে যি কৃপা কৰিলে তাৰ বাবে ভগৱন্তৰ চৰণত শতসহস্ৰকৌতি প্ৰণিপাত জনাইছোঁ । কৃষ্ণ "তোমাৰ চৰন সেৱাৰ গোবিন্দ নাজানো একো ওপায় যিমতে সেৱাত ৰহিবো কৰোনা কৰিতে হৰি যোৱায়" । কৃষ্ণ কৃষ্ণ
@pankajboruah3673
@pankajboruah3673 4 жыл бұрын
কৃষ্ণ কৃষ্ণ বাপজন সেৱাহে জনালো কৃষ্ণ
@binugogoi9271
@binugogoi9271 4 жыл бұрын
কৃষ্ণ কৃষ্ণ বাপ বহুত বহুত ধন্যবাদ । এইদৰে সুমধুৰ বাণী বিলাই যাওঁক । কৃষ্ণ কৃষ্ণ ।
@manjurajkonwar2807
@manjurajkonwar2807 2 жыл бұрын
হে মহন্ত কৃপালু গুৰুদেৱ সেৱা আগবঢ়ায় ছো প্ৰণাম । ভগবানে আপোনাক ইউতিব লগ পোৱাত তিক্ত উপকাৰ প্ৰদান কৰিলে তাৰ বাবে কৃতাৰ্থ লভিছো ।🙏🙏🙏🙏🙏🙏🙏
@mainabordoloi5891
@mainabordoloi5891 4 жыл бұрын
জয় শ্ৰী কৃষ্ণ বাপ
@dimbeswari_patar
@dimbeswari_patar 11 ай бұрын
Krishna. Krishna. Krishna. Oum. Santi. Oum. Santi. Oum. Santi. 🙏🙏🙏🙏
@manomatikalita4131
@manomatikalita4131 4 жыл бұрын
কৃষ্ণ কৃষ্ণ বাপ আপোনাৰ অমৃতবাণী শুনিবৰ বাবে অতি আশাৰে অপেক্ষা কৰিছিলোঁ আজিৰ অমৃত বাণী পাণ কৰিলো শুভ ৰাতি কৃষ্ণ বাপ
@gitalineog6489
@gitalineog6489 2 жыл бұрын
কৃষ্ণ প্ৰভু ৰাম কৃষ্ণ! আপোনাৰ তত্বগধুৰ সাৱলীল এই অমৃতময় ভাগৱত বাখ্যাই আমাক কৃষ্ণৰ প্ৰতি প্ৰেম ভক্তি কৰিবলৈ দুগুণ উৎসাহ যোগাইছে।আপোনাৰ এই মহৎ প্ৰচেষ্ঠাক শতকৌটি প্ৰণাম প্ৰভু কৃষ্ণ 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
@sabitriboruah4411
@sabitriboruah4411 2 жыл бұрын
প্ৰভুজনাই ভাগৱতৰ আখনৰ পৰা আৰ্শীবাদ কৰে যেন ছোৱালী দুজনিয়ে সুবিধা জনক ঠাইত চাকৰি পায় ।কৃষ্ণ 🙏।
@ranjugogoi3280
@ranjugogoi3280 4 жыл бұрын
কৃষ্ণ কৃষ্ণ প্ৰভূ আপোনাৰ‌ শ্ৰী মুখে ‌ভাগৱত‌‌ শুনা সৌভাগ্য হৈছে , নিজকে ভাল লাগিছে,‌‌আপোনাক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো, পুনৰ সেৱা‌ আগবঢ়ালোঁ, কৃষ্ণ কৃষ্ণ।
@binandadas9675
@binandadas9675 4 жыл бұрын
🙏🏼🙏🏼🙏🏼🙏🏼ঃঃৰাম ৰাম কৃষ্ণ কৃষ্ণ হৰি গুণ নাম লৈ আমাৰ মঙ্গল হোৱা বুলি ভাবি ।আপোনাৰো মঙ্গল কামনা কৰিলোঁ । কৃষ্ণ কৃষ্ণ বাপ মাধৱ আপোনাৰ জয় হওক।🙏🏼🙏🏼🙏🏼🙏🏼ঃঃঃঃঃঃঃঃ।
@daduldas1643
@daduldas1643 2 жыл бұрын
কৃষ্ণ কৃষ্ণ প্ৰভূ ঈশ্বৰ আপোনাৰ শ্ৰী চৰনে সেৱা আগবঢ়ায় ছো। গ্ৰহণ কৰিব।।
@prafullabora5386
@prafullabora5386 4 жыл бұрын
সেৱা গ্ৰহন কৰিব । অৱশেষত অাপোনাৰ শ্ৰীপদ্নহন্তে সুমধুৰ ভাগৱত ব্যাখ্যা শুনাৰ সৌভাগ্য ঘটিল । অশেষ আন্তৰিক ধন্যবাদ । পুন: সেৱা অাগবঢ়ালো ।
@dhaneswarnath984
@dhaneswarnath984 4 жыл бұрын
কৃষ্ণ কৃষ্ণ জয় ৰাম ৰাম সেৱা গ্ৰহণ কৰিব বাপ
@dipanjalibailung1180
@dipanjalibailung1180 4 жыл бұрын
কৃষ্ণ প্ৰভু সেৱা গ্ৰহণ কৰিব
@amardeka765
@amardeka765 3 жыл бұрын
কৃষ্ণ বাপ কৃষ্ণ কৃষ্ণ ৰাম
@pankajbora1978
@pankajbora1978 4 жыл бұрын
Krishna kripa nupuwa hole amiu ei omritbani srawan koribo napaluheten aji pathvag bor val lagil ..,Krishna kripat eidore pathvag aguwai niyok pravu ...krishna...good night
@satyanathmalakar2393
@satyanathmalakar2393 4 жыл бұрын
আমি ধন্য বাপ ভাগৱতৰ ৰস পান কৰি।
@bhairabjyotidas613
@bhairabjyotidas613 4 жыл бұрын
ৰাম কৃষ্ণ হৰি
@trailokyachetia1327
@trailokyachetia1327 4 жыл бұрын
কৃষ্ণ প্ৰভু
@DhirenChDas-bt3rb
@DhirenChDas-bt3rb 4 жыл бұрын
Krishna Krishna.Ram Ram.Kolir Amrit Mahan Bhagwat BhgiloiSahsra pranipat Janalo.
@bhupendas1971
@bhupendas1971 4 жыл бұрын
কৃষ্ণ বাপ! প্ৰনাম জনালোঁ আপোনাৰ চৰণত, গ্ৰহণ কৰিব | ব্ৰহ্মপুৱাতেই আপোনাৰ শ্ৰীমুখে আমি ভাগৱতৰ অমৃত পাঠ আৰু ব্যাখ্যা শ্ৰৱণ কৰি ধন্য হৈছোঁ | ই আমাৰ পৰম ভাগ্য যে আপোনাৰ জৰিয়তে কৃষ্ণ প্ৰসাদ প্ৰাপ্তি হৈছে | ধন্যবাদ প্ৰভূ |আমাৰ সেৱা পুনৰ যাচিলোঁ | কৃষ্ণ বাপ, কৃষ্ণ......... সুপ্ৰভাত |
@JaishreeRam-j1p1c
@JaishreeRam-j1p1c 7 ай бұрын
কৃষ্ণ প্ৰভু আপোনাৰ চৰণত সেৱা জনালো 🙏🙏
@gitaranigogoi4167
@gitaranigogoi4167 2 жыл бұрын
ৰাম কৃষ্ণ প্ৰভু 🙏🙏 সুপ্ৰভাত আৰু সেৱা জনালোঁ প্ৰভু । কুশল মঙ্গল কামনা কৰিলোঁ ।
@ronjitborah1997
@ronjitborah1997 3 жыл бұрын
Sewa jonalu.
@lakhyajyotidas6398
@lakhyajyotidas6398 4 жыл бұрын
প্ৰত্যেকদিনাই শুৱাৰ আগৰ এবাৰ শুনো অন্তৰ আত্মা সাত পৰি যাই,ইমান সুন্দৰ কন্ঠ ,কৌতি কৌতি প্ৰণাম বাপ,🙏🙏
@jintidas6948
@jintidas6948 3 жыл бұрын
কৃষ্ণ কৃষ্ণ। বাপ চৰণত সেৱা হে জনালো।
@pulinrabha1564
@pulinrabha1564 4 жыл бұрын
Krishna krishna krishna bap
@binitamodoi1610
@binitamodoi1610 4 жыл бұрын
কৃষ্ণ বাপ জনা সেৱা জনালোঁ ধন্য কলি যুগ ধন্য ৰাম নাম আপুনাৰ মুখে অমৃত পান কৰিছোঁ আপুনাক ঈছৰে কুশলে ৰাখক 🙏🙏🙏
@lilakalita6705
@lilakalita6705 4 жыл бұрын
ৰাম ৰাম কৃষ্ণ ৰাম সেয়া জনালোঁ ।
@arjundas7468
@arjundas7468 3 жыл бұрын
Krisna krisna
@mainanath3352
@mainanath3352 3 жыл бұрын
Iman xundor biyakha. Agoloi xuniboloi batchai thakilu
@suminicesongdevi2793
@suminicesongdevi2793 10 ай бұрын
প্ৰণাম প্ৰভু
@pramilagogoi3252
@pramilagogoi3252 4 жыл бұрын
কৃষ্ণ কৃষ্ণ প্ৰভূ আপোনাৰ শ্ৰীমুখে ভাগৱতৰ অমৃতময় বাণী শুনিথাকিলে এনেভাৱ হয় আমাৰ বাবেযেন মহাত্মা মুনিবৰজন আপোনিয়েই ।তোমাৰ চৰণ সেৱাৱাৰগোৱিন্দ নাজাননো একো উপায়' ......কৰিতে হৰি যোৱাই ।আপোনাৰ সুস্বাস্থ্যৰ লগতে দীৰ্ঘায়ু কামনা কৰিলো ।
@madhujyagogoi9721
@madhujyagogoi9721 3 жыл бұрын
Krishna Krishna Krishna prabhu pranam
@rajibkachari3618
@rajibkachari3618 4 жыл бұрын
Hewa ......janalu..... bap....
@orponadas6754
@orponadas6754 3 жыл бұрын
Krishna🙏🙏
@LakhimiGohain
@LakhimiGohain 7 ай бұрын
Krishna krishna
@Rashmi_angwanbadi
@Rashmi_angwanbadi 4 жыл бұрын
কৃষ্ণ কৃষ্ণ হৰি ৰাম ।
@munindragogoi2586
@munindragogoi2586 4 жыл бұрын
কৃষ্ণ কৃষ্ণ বাপ জনালৈ সেৱা জনাইছো ।
@diptiborah413
@diptiborah413 3 жыл бұрын
Krishna krishan bap sawa janalu,
@sarajonisardar429
@sarajonisardar429 4 жыл бұрын
Krishna 🙏 Krishna 🙏 Krishna 🙏
@hemantabordoloi3037
@hemantabordoloi3037 4 жыл бұрын
বাপ কৃষ্ণ সেৱা ধৰিছোঁ আপোনাৰ চৰণত ।
@krishnatamang7248
@krishnatamang7248 4 жыл бұрын
কৃষ্ণ বাপ 🙏🙏 অশেষ কৃতজ্ঞতা জনাই সেৱাঁ এভাগ ধৰিলোঁ। বহুত সুন্দৰ ভাৱে ভাগৱত কথাঅমৃত ব্যাখ্যা কৰিলে। শ্রৱণ কৰি অতি আনন্দিত আৰু সন্তোষিত হৈছোঁ। ভগৱন্তই আপোনাক সদায় ভালে কুশলে ৰাখক তাৰে কামনা কৰিলোঁ। কৃষ্ণ 🙏জয় গুৰু শঙ্কৰ 🙏
@uttaran3663
@uttaran3663 2 жыл бұрын
ভাগৱত পাঠ ভাগ শুনি খুব ভাল লাগিছে ,সদায় শুনিবলৈ লৈছো।ভগবানে আপোনাক ক্্ৰপা কৰক।
@prasantakoch450
@prasantakoch450 4 жыл бұрын
কৃষ্ণ,হে বাপজন সেৱা গ্ৰহন কৰিব।ঈশ্বৰ ৰ কৃপাতেই আপুনি আমাক এই অমৃত প্ৰদান কৰি আছে। আপোনাৰ এই যাত্ৰা নিৰন্তৰ গতিৰে চলি যাওক, তাকেই অন্তৰ আত্মাৰ দ্বাৰা আহ্বান কৰিলো।কৃষ্ণ গুৰু জন আপুনি আগুৱাই যাওক।
@jugalmili9701
@jugalmili9701 4 жыл бұрын
Krisno
@dipakkalita9267
@dipakkalita9267 Жыл бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏 🙏 🙏 🙏 খুব শ্ৰুতিমধুৰ মধুৰ... Stay blessed ❤️ ❤️ ❤️
@sarbanandasingh269
@sarbanandasingh269 4 жыл бұрын
কৃষ্ণ বাপ।আপোনাৰ মঙ্গল কামনাৰে এভাগি সেৱা ধৰিলো।আজি আমাৰ নাতি শ্ৰীমান মহাৰ্ণব সিঙৰ ষষ্ঠ বাৰ্ষিক জন্ম দিৱস। প্ৰভূ শ্ৰীচৰণত এভাগি আৰ্শীবাদ বিচাৰিছো যাতে প্ৰকৃত মানুহৰ পৰিচয়েৰে মানৱ কল্যান সাধিবলৈ সক্ষমতা প্ৰদান কৰে। কৃষ্ণ নমস্কাৰ।
@RijuPathakSatradhikar
@RijuPathakSatradhikar 4 жыл бұрын
কৃষ্ণৰ কৃপা হওঁক
@pramiladeori6928
@pramiladeori6928 3 жыл бұрын
Krishna bap pronam 🙏🙏🙏
@kritangkakakatiarts5577
@kritangkakakatiarts5577 4 жыл бұрын
কৃষ্ণ কৃষ্ণ বাপ সেয়া গ্ৰহণ কৰিব ।🙏🙏🙏
@barbiesaikia7081
@barbiesaikia7081 4 жыл бұрын
Krisna bap jon gd morning
@mahendranath7977
@mahendranath7977 4 жыл бұрын
Krishna. Krishna Bap
@beenachoudhury35
@beenachoudhury35 4 жыл бұрын
ৰাম কৃষ্ণ প্ৰভু, সেৱা গ্ৰহণ কৰিব.।মহা প্ৰভুৰ অমৃত বাণী শুনি জীৱন ধন্য হৈছে।
@jadabborah1447
@jadabborah1447 4 жыл бұрын
কৃষ্ণ প্ৰভু , সেৱা জনালোঁ ।
@Kuldeep-v6k
@Kuldeep-v6k 4 жыл бұрын
হে ঈশ্বৰ প্ৰভূ প্ৰতি দিনে আপোনাৰ এই মধুৰ বানী শুনাৰ পাছতহে দিনটো সাৰ্থক যেন লাগে।ঈশ্বৰে সদাই আপোনাৰ লগতে পৰিয়ালটোক যেন কুশলে ৰাখে এয়ে পৰম পিতাৰ ওচৰত প্ৰৰ্থনা।কৃষ্ণ
@arupdutta1873
@arupdutta1873 4 жыл бұрын
কৃষ্ণ, গুৰু ঈশ্বৰ ভকতৰ কৃপা হক ।
@bharatborah4271
@bharatborah4271 4 жыл бұрын
Krisno krisno Bap
@rulennath7538
@rulennath7538 4 жыл бұрын
কৃষ্ণ কৃষ্ণ , গুৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ জয় ।
@rupalikonwarhazarika5251
@rupalikonwarhazarika5251 4 жыл бұрын
Krishna Krishna Krishna
@ranunayak3161
@ranunayak3161 4 жыл бұрын
Krishna বাপ আপোনাক শতকোটি pranam জনালো🙏🙏
@rupalitalukdar1098
@rupalitalukdar1098 4 жыл бұрын
কৃষ্ণ কৃষ্ণ বাপ
@lillyhazarika1247
@lillyhazarika1247 4 жыл бұрын
কৃষ্ণ।বাপ পুৱাৰ সেৱাভাগি ধৰিলো।যোৱাকালি গা'টো বৰ ভাল নথকাত আপোনাৰ ৮নম্বৰ দ্বিতীয় স্কন্ধ ভাগৱত শুনিব পৰা নাছিলো।সেয়েহে এতিয়া শুনাৰ "প্ৰভুঈশ্বৰে মিলালে।অতিশয় আনন্দিত হৈছো।শুভ কামনাৰে পুনৰ এভাগি সেৱা জনালোঁ।
@ranjitbora8934
@ranjitbora8934 3 жыл бұрын
কৃষ্ণ কৃষ্ণ হৰি ৰাম ৷
@padmamahanta8713
@padmamahanta8713 2 жыл бұрын
প্ৰণাম বাপ ।ইমান সুন্দৰ কণ্ঠ ৰ ভাগৱত পাঠ বাখ্যা শুনি বলৈ পাই বহুত ধন্য হৈছো 👏👏
@benudhardeka6896
@benudhardeka6896 4 жыл бұрын
👏 কৃষ্ণ কৃষ্ণ বাপ |
@utpal-verynicedas6072
@utpal-verynicedas6072 4 жыл бұрын
কৃষ্ণ বাপ সবাৰে মঙ্গল কামনা কৰি সেৱাভাগ আগবঢ়োৱা হ'ল ।
@khirodagogoi625
@khirodagogoi625 4 жыл бұрын
কৃষ্ণ প্ৰভূ । কৃষ্ণ প্ৰভূ ।
@LakhimiGohain
@LakhimiGohain 7 ай бұрын
Krishna krishna Ram Ram
@pujakalita8491
@pujakalita8491 4 жыл бұрын
Krishna provu pranam 🙏🙏
@rubigogoi5227
@rubigogoi5227 4 жыл бұрын
কৃষ্ণ🙏
@durlovchandraborah8381
@durlovchandraborah8381 4 жыл бұрын
বাপ জন প্ৰণাম। বিষ্ণু নাৰায়ন আদি ভগৱানশ্ৰীকৃষ্ণৰ নাম সমূহৰ জি অধাত্মিক বিশ্লেষণ দিলে, তাৰ বাবে কোটি কোটি ধন্যবাদ। 🙏🙏
🕊️Valera🕊️
00:34
DO$HIK
Рет қаралды 8 МЛН
How it feels when u walk through first class
00:52
Adam W
Рет қаралды 22 МЛН
🕊️Valera🕊️
00:34
DO$HIK
Рет қаралды 8 МЛН