ভকত কোন, প্ৰকৃত ভকতৰ সংজ্ঞা কি?

  Рет қаралды 63,621

ND24

ND24

Күн бұрын

Пікірлер: 153
@babulmahanta8371
@babulmahanta8371 Ай бұрын
ভাল লাগিল বহুত বহুত ধন্যবাদ
@sidheswarrajbongshi4313
@sidheswarrajbongshi4313 2 ай бұрын
🙏🙏🙏
@subhashchandraroy1928
@subhashchandraroy1928 Ай бұрын
কৃষ্ণ 🙏বাপ জনালৈ আমাৰ ভক্তি ভৰা সেৱা নিবেদিছো ।
@KamalDas-ri8fp
@KamalDas-ri8fp 2 ай бұрын
সমস্ত ভূততে আছোঁ মই হৰি জানিয়া কৰিবা যিহেতু সবাইকে প্ৰনাম অতি জনপ্ৰিয় চেতনা বুধ শুক্ৰ পৃথিৱী নৰ প্ৰজন্ম যি হেতুকে সমস্ত প্ৰস্তুতি প্ৰকৃত চেতনা বোধেৰে হৃদয় চুই যোৱাকৈ তেওঁ জ্ঞান জিজ্ঞাসা হৈছে ধন্যবাদ
@KomalchandraboruahKomalchandra
@KomalchandraboruahKomalchandra 2 ай бұрын
ভাল।লাগিল
@robinborah5848
@robinborah5848 2 ай бұрын
Sundar bhaykha baa sundar lagil❤❤
@UrmilaBorah-ck1pd
@UrmilaBorah-ck1pd 2 ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ দুয়ো জনা লৈ ভক্তি ভৰা সেৱা নিবেদন কৰিছো কৃষ্ণ
@AtulKalita-r8r
@AtulKalita-r8r Ай бұрын
অতি সুন্দৰ ভাগৱত কথা। নতুন প্রজন্মৰ কাৰণে স্কুলৰ পাঠদানত ভাগৱতৰ প্রহলাদ চৰিত্ৰ আৰু Dhruv চৰিত্ৰ শিকালে ছাত্র ছাত্রী নিশ্চয়ই ভাল সংস্কাৰ শিকি লব।
@kumuddas7595
@kumuddas7595 Ай бұрын
সেৱা ল'ব প্ৰভু কলিৰ যুগৰ পপতলাদ আশীৱাদ কৰক আমাৰ ঘৰত জন্ম হোক
@nikhilphukan8279
@nikhilphukan8279 Ай бұрын
ভকত হ'বলৈ হ'লে আধ্যাত্মিকতাৰ প্ৰাথমিক জ্ঞান থাকিব লাগিব ।
@ProbalKhataniar
@ProbalKhataniar Ай бұрын
কৃষ্ণ বাপ, মনোৰম জন্ম কাহিনী আপোনাৰ🙏🙏
@violeenalaskar3742
@violeenalaskar3742 2 ай бұрын
কৃষ্ণ জয়গুৰু শংকৰ এটি সুন্দৰ অনুষ্ঠান চালো
@AnilTantibhagawat
@AnilTantibhagawat 3 ай бұрын
Krishna Prabhu Ami haua jonalu hundar 🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉❤❤❤❤❤❤❤❤❤❤❤❤
@sriborah
@sriborah 2 ай бұрын
শ্ৰদ্ধাৰে সেৱা আগবঢ়ালোঁ কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏
@bimansaikia4305
@bimansaikia4305 Ай бұрын
এঞ্জেলা চাংমাই তুমিও পাৰিলে মাতৃৰ গৰ্ভত থাকোঁতে যেনেকৈ প্ৰহ্লাদে সকলো তত্ব পালে তেনে দৰে অদুৰ ভৱিষ্যতে হ'লে তেনে সন্তন জম্ম দিবা বুলি আশা ৰাখিলোঁ ।যাতে সেই জন সন্তানে জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱক বিশ্ব দৰবাৰত শ্ৰেষ্ঠ গুৰু বুলি চিনাকি কৰাই দিব পাৰে। তেতিয়া আমি অগ্নি কবি কমলাকান্ত ভট্টাচাৰ্য্য দেৱৰ অতিপ্ত আত্মাক কব পাৰিম চোৱা হেৰা ভট্টাচাৰ্য্য দেৱ আমি এতিয়া উলং দেশৰ মানুহ নহয় আমি এতিয়া গুণিৰ মূল নুবুজা দেশৰ মানুহ নহয়। নেপুলিয়ন বোনাপাতে এদিন দেশৰ মানুহক হে মোৰ দেশৰ মানুহ মোক সকলোৱে একো একোজনী সত মাতৃ দিয়া সকলোকে এটা এটা সত সন্তান ভৱিষ্যতে উপহাৰ দিম ।আমিৰ গুৰু জনেও প্ৰহ্লাদ চৰিত্ৰৰ যোগেদি একেটা শিক্ষা দিছে। খালী যাৰ লগত সংসাৰ কৰিবা তেওঁ প্ৰকৃত জ্ঞানী মানুহ হয়নে নহয় চাই হে বিয়া সোমাবা সেই টো তোমালে অনুৰোধ থাকিল।
@rgogoingogoi9757
@rgogoingogoi9757 2 ай бұрын
Krishna Krishna Prabhu sri choronat sewa nibedisu logote apunanaloiu thakil alekh bhagontar ashirbhad। Krishna
@BAAPNO.001
@BAAPNO.001 2 ай бұрын
এঞেলা বা প্ৰভু দুয়োক ঔ নমুহ
@binudphukan311
@binudphukan311 2 ай бұрын
এঞ্জেলা বা,,এনে মহান অনুষ্ঠান বোৰ মাজে সময়ে প্ৰচাৰ কৰি আমাক উপকৃত কৰি থাকিব দেই,,,,,,, কৃষ্ণ কৃষ্ণ,,,,,,,
@tulumonigogoi8385
@tulumonigogoi8385 2 ай бұрын
বৰ ভাল লাগিল।❤
@kamaleswarbordoloi993
@kamaleswarbordoloi993 2 ай бұрын
কৃষ্ণ, শ্ৰদ্ধা ভক্তি সেৱাৰে আই আৰু বাপজনালৈ থাকিল ।
@ritamonichiring3842
@ritamonichiring3842 2 ай бұрын
কৃষ্ণ,এঞ্জেলা দুয়োলৈ মোৰ ভক্তিভৰা সেৱা আৰু মৰম থাকিল।ভাগৱতী দাদাৰ কথা কিমানক যে নকওঁ কবলৈ বাকী নাই। সদায় ভাবো ভাগৱতী দাকো যদি কোনোবাই এটা ভাল সাক্ষাৎকাৰ ললে হেঁতেন।এদিন তোমাৰ কথাবোৰ শুনি থাকোতে মোৰ উপলব্ধি হৈছিল নিশ্চয় তুমি গুৰুজনাৰ আদৰ্শেৰে ডাঙৰ হোৱা ছোৱালীয়ে হবা।সদায় চাওঁ তুমিয়ে নিশ্চয় ভাগৱতী দাৰ লগত এটি আলোচনাত বহিবা। আজি হঠাৎ দেখি বৰ আনন্দিত হলো।দূৰৰ পৰাই তেওঁলৈ ভক্তি নিবেদিছোঁ।আমাৰ সেইকন সৌভাগ্য নাই জানা এঞ্জেলা।তুমি তোমাৰ কামৰ মাজেৰেই সদায় গুৰুজনক জগতৰ লগত চিনাকি কৰি দিয়া।ভগৱান সদায় তোমাৰ লগত থাকক। জয়তু শ্ৰীমন্ত শংকৰদেৱ সংঘ।
@bhantichoudhury9335
@bhantichoudhury9335 2 ай бұрын
কৃষ্ণ কৃষ্ণ হৰি ৰাম কৃষ্ণই কৃপা কৰক 🙏🙏🙏🙏🙏
@mukeshsasoni6704
@mukeshsasoni6704 2 ай бұрын
বৰ ভাল লাগিল
@nikhilphukan8279
@nikhilphukan8279 2 ай бұрын
যাৰ অন্তৰত ভগৱানৰ অস্তিত্ব থাকে;সেইজনেই ভকত ।
@kamalakantanath2896
@kamalakantanath2896 2 ай бұрын
গুৰু জনাৰ বহুমূলীযা কথাখিনি শুনি ভাল লাগিল.।ধন্যবাদ জ্ঞাপন কৰিলো।
@anjalibaruah7669
@anjalibaruah7669 2 ай бұрын
সেৱা জনাইছো🙏❤🙏
@protivaranirayprodhani9415
@protivaranirayprodhani9415 2 ай бұрын
Krishna,🙏🏻🙏🏻🙏🏻🙏🏻
@PutulkalitaPutulkalita-r5p
@PutulkalitaPutulkalita-r5p 2 ай бұрын
তেখেতলৈ অশেষ ধন্যবাদ জনালোঁ। লগতে দীৰ্ঘায়ু কামনাৰে
@bidyadhardas5707
@bidyadhardas5707 2 ай бұрын
Joi গুৰু শংকৰ দেৱ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ
@bimansaikia4305
@bimansaikia4305 Ай бұрын
চাৰ শঙ্কৰ গুৰুৰ দৰে সব্ৰগুণাকৰ গুৰু অতিতটো এই পৃথিৱী নামৰ গ্ৰহটো জন্মা নাই বতমানেও জম্ম হোৱা নাই ভবিষ্যতে যে তেনে সব্ৰগুণাকৰ গুৰু পৃথিৱীত আকৌ জম্ম হব তাৰো কোনো নিশ্চয়তা নাই। যেনে তেওঁ ডাঙৰ অবদান তেওঁ যি সময়ত জম্ম গ্ৰ্হন কৰিছিল অসম মুলুকত মানুহ জ্ঞানৰ অন্ধ হৈ জীৱ বলি সাধাৰণ কথা নৰবলি দিবলৈয়ো কুণ্ঠাবুধ কৰা নাছিল। তেনে সময়তে গুৰু জনাই মাধৱ দেৱক বুজুৱাৰ চলেৰে সমস্ত মানৱ জাতিক বুজালে গুৰিত পানী ঢালি দিলে ডালে পাতে নিদিলেও হয়। এই নৰ বলি প্ৰথা বিশ্বত বিয়পিলে হেতেন জদি পিছত ৰাখিবলৈ অসুবিধা হল হেতন চাগে। শঙ্কৰদেৱৰ দেৱৰ আতাইত ডাঙৰ অৱদান। পিছৰ খিনি আমাৰ সিমিত ভাষাৰ জ্ঞানে কৈ শেষ কৰিব নোৱাৰো।
@subantiburagohain9151
@subantiburagohain9151 2 ай бұрын
এই বিষয়ে অনুষ্ঠান আজিৰ পৰা ৫০ বছৰৰ আগতেই চাবলৈ পলো হয় সঁচাকৈ প্ৰহ্লাদ জন্ম দিব পাৰিলো হেঁতেন কৃষ্ণ কৃষ্ণ কৃষ্ণ তেতিয়া ও ভগৱানক বিশ্বাস কৰিছিলোঁ পুৱা গধূলি ধূপ চাকি দিছিলোঁ সেই কাৰণতেই ইমানতে ৰক্ষা পালো কৃষ্ণ প্ৰভূ বাকী তোমাৰ ওপৰত ❤❤
@bimansaikia4305
@bimansaikia4305 Ай бұрын
ওপৰত দুটা মান শব্দ থাকি গল দয়া ক্ষমা কৰি শুধৰাই মিলাই পঢ়িবা ।
@kishorebayan5949
@kishorebayan5949 2 ай бұрын
প্ৰণাম,,,,
@monikablog3498
@monikablog3498 2 ай бұрын
কৃষ্ণ কৃষ্ণ🙏🙏🙏🙏 বাপ জনালৈ সেৱা জনালোঁ 🙏🙏🙏
@munindraborgohain6054
@munindraborgohain6054 2 ай бұрын
Krishna. Krishna 🙏🏻 🙏🏻 🙏🏻 🙏🏻 🙏🏻 🙏🏻
@dilipbaruah1655
@dilipbaruah1655 3 ай бұрын
কৃষ্ণ🙏বাপ আই দুইলৈ সেৱা জনালো কৃষ্ণ🙏
@junumech7558
@junumech7558 2 ай бұрын
কৃষ্ণ কৃষ্ণ প্ৰভু জনা আপোনাৰ শ্ৰী চৰণ কমল ভক্তি সেৱা নিবেদিলে আই সুন্দৰ অতি সুন্দৰ ব্যাখ্যা শুনি বৰ ভাল পালে কৃষ্ণ,,❤❤🎉 কৃষ্ণ ‌, 🪔👏👏 কৃষ্ণ
@madhavkonwar6500
@madhavkonwar6500 2 ай бұрын
কৃষ্ণ।
@jayantachetia4488
@jayantachetia4488 2 ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ প্রভূ জনাৰ চৰণ কমল ত শত সহস্র প্রণাম জনালো ডাগর তৰ মধুৰ অমিয়া ৰখ প্রাণ কৰিবলৈ পাও যেন ধন্যবাদ
@kartick1957
@kartick1957 2 ай бұрын
আলোচনা ভাগ তন্ময়েৰে শুনি বৰ উপকৃত হলো । আকৌ এনে সুন্দৰ আলোচনা শুনিবলৈ পোৱাৰ আশাৰে ।
@sonjyotirabha-s9w
@sonjyotirabha-s9w 2 ай бұрын
Bohut bhal lagil Krishna namaste
@sasadharrajbangshi35454
@sasadharrajbangshi35454 2 ай бұрын
কৃষ্ণ কৃষ্ণ বাপ আই প্ৰভু‌ ইশ্বৰ চৰন পঙ্কজ প্ৰনাম 🙏🙏🙏🙏🪔
@lakhipriya5994
@lakhipriya5994 3 ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ
@abinashsaikia4873
@abinashsaikia4873 3 ай бұрын
কৃষ্ণ 🙏
@ankitaborah2978
@ankitaborah2978 2 ай бұрын
কৃষ্ণ বাপ সেৱা জনাইছো
@purnanathborah2729
@purnanathborah2729 3 ай бұрын
বৰ ভাল লাগিল ৷
@PradipGogoi-i7b
@PradipGogoi-i7b 2 ай бұрын
এই জগতৰ সকলো দেহ থকা জীৱ বা আত্মা থকা জীৱ শ্ৰেষ্ঠ মানৱ ঈশ্বৰ বা মহাপুৰুষ নহয়। একেই মানুহ। মানৱ এটা জাতি ইয়াৰ ইয়াৰ বহুত জাতি ধৰ্ম কৰ্ম বৰ্ণ লিঙ্গৰ বৈষম্যতা আহিব নোৱাৰে। জীৱ শ্ৰেষ্ঠ মানৱৰ এটা পঞ্চ মহাভূতৰ দেহ আৰু তাৰ ভিতৰত জীৱ বা আত্মা সোমাই থাকে। জীয়া মানুহৰ বাবে এইয়েই সত্য। মৰা মানুহৰ অকল দেহটো থাকে। আত্মা বিহীন দেহৰ মূল্য হীন নিত্য নহয় অসাৰ। সেই হে অদ্বৈত বেদান্তৰ মতে ব্ৰহ্ম সত্য জগৎ মিথ্যা। জগত মানে পঞ্চ মহা ভূত ই বিনাশ শীল। দেহ বোৰ ব্ৰহ্ম শক্তিৰ মায়াৰ ভ্ৰম মাএ। দেহ যুক্ত আত্মা ঈশ্বৰ হ'ব নোৱাৰে আকৌ আত্মা হীন দেহ জীৱিত হ'ব নোৱাৰে। কাৰণ আতা বা ব্ৰহ্ম সত্য জগৎ মিথ্যা। সত্যম জ্ঞানম অনন্তম ব্ৰহ্ম। ব্ৰহ্ম অজনমা অমৰন অভগন অব্যক্ত অলিপ্ত অচিন্ত অক্ষয় অব্যয় নিৰাকাৰ নিবিকাৰ অনাদি অনন্ত কল্পনাতীত কালৰ অতীত চৈতন্য সনাতন অসীম নিগূন নিষ্কাম অদাহ্য অদ্ৰৱনীয় অপৰিমান অকম্মা অকত্তা অপৰিহাৰ্য অপৰিবৰ্তিত সবব্যাপী সববূহৎ ইত্যাদি। ব্ৰহ্ম অদূশ্য যদিও ভগৱান নালাগে এই অনন্ত কোটি ব্ৰহ্মাণ্ডৰ সকলো তেওঁ ৰ ওপৰত নহয়। দৈহিক কম্ম ও চিন্তা চৰ্চা ভগৱান বিষ্ণু শিৱ আদি দেৱী দেৱতা ও সৎ ৰজ তম তিনিটা গুণৰ অতীত নিগূন ব্ৰহ্ম সচিদানন্দ। দেহধাৰী কোনো ভগৱান হ'বও নোৱাৰে। ব্ৰহ্ম অব্যক্ত কিন্তু নিগূন। যি যোগ্য ভোগ্য সৎ ও অসাধাৰণ প্ৰতিভাশালী ব্যক্তত্ব প্ৰৰায়ন তাক ঈশ্বৰ পুৰুষ দেৱতা আদি বিশেণেৰে ক'ব বা মাতিব পাৰে কিন্তু সত্য শুদ্ধ হ'ব নোৱাৰে। জগতত যিমান জীৱ বা আত্মা আছে সবেই এক ব্ৰহ্মৰেই স্বৰূপ। ব্ৰহ্মৰ স্বৰূপ allready কোৱা হৈছে ্। প্ৰদীপ গগৈ গুৱাহাটী।
@Rishavborah-
@Rishavborah- 2 ай бұрын
ক্ষমা কৰিব কৃষ্ণ
@khiroddeori1669
@khiroddeori1669 2 ай бұрын
🙏 কৃষ্ণ ।জয় গুৰু শংকৰ। সেৱাভাগ জনালো।
@bidyadhardas5707
@bidyadhardas5707 2 ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ
@jibongogoi6940
@jibongogoi6940 2 ай бұрын
দুয়োজন ব্যক্তিলৈ ধন্যবাদ জনাইছো l
@PrasantaBaruah-u4c
@PrasantaBaruah-u4c 2 ай бұрын
Krishna,Krishna, Krishna
@benudharrabha9119
@benudharrabha9119 3 ай бұрын
Jai Shree Krishna 🌺🌺🌺
@gautomdutta3597
@gautomdutta3597 2 ай бұрын
Krishna Krishna prabhu
@binubanikya2072
@binubanikya2072 2 ай бұрын
কথা কোৱা ধৰণ একেবাৰে বাইলুং।
@dimbeswarigogoi6683
@dimbeswarigogoi6683 2 ай бұрын
Shrodhar bapjoner jibon porikromer kotha huni apluta aru kritartho hoisu Krishna Krishna hewabhagi jonaisu. Anjela loiu antorik morom jasilu Krishna
@J.B.Rsoundandlight
@J.B.Rsoundandlight 3 ай бұрын
Bhut val kotha koi se aamar noboprojnm loi ❤😊
@bijoyaveryniceborah8304
@bijoyaveryniceborah8304 2 ай бұрын
Krishna Krishna 🌹🙏
@KumudeBordoloi
@KumudeBordoloi 2 ай бұрын
Excellent interview. Many Many thanks.
@jinuchawrok9178
@jinuchawrok9178 2 ай бұрын
কৃষ্ণ কৃষ্ণ দুয়োজনালৈ আমাৰ ভক্তিভৰা সেৱা নিবেদিলোঁ 🙏🙏🙏🙏
@bhuboneswarbhuyan7251
@bhuboneswarbhuyan7251 2 ай бұрын
শত শত নমস্কাৰ দুয়োগৰাকী মহীয়ান আই বাপলৈ__অনতিপলমে অনাগত দিনত পুনৰদেখা পাম__এই আশাৰে__dear sister Anjela __cordial thanks of mine for ur unique interest on spiritualism ......
@dipaksaikia5100
@dipaksaikia5100 2 ай бұрын
ইমান খিনি প্ৰয়োজন নাই । তেখেতক এটা প্ৰশ্ন কৰা হওক যে - ক/- শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এজন সঙ্গী হিচাপে, সংঘৰৰ ভিতৰত চলি থকা কিছুমান নেতিবাচক কৰ্ম বোৰৰ ক্ষেত্ৰত তলমুৱাকৈ থকাৰ ৰহস্য কি ? তেখেতৰ দায়িত্ব নাই নে কি ? নে সেই নেতিবাচক কৰ্মক সমৰ্থন জনাই সেই নেতিবাচক কাৰক সকল উদ্গনি জনাই আহিছে নে কি ? খ/- অতি ৰঞ্জিত কথাবোৰ নস্যাৎ কৰিছোঁ । গ/- উপাধি কিয় ? সম্প্ৰদায়টোহে কোৱাটো প্ৰয়োজন ! যদিওবা, মই সম্প্ৰদায় শব্দৰ বিৰুদ্ধ । ঘ/- মানে তেখেতৰ পিতৃ দেৱতা অজামিল আছিল ! কোনো শিক্ষিত বা জধামুৰ্খ পুত্ৰই জ্ঞাতে বা অজ্ঞাতে নিজৰ পিতৃক পাকে-প্ৰকাৰন্তৰে অজামিলৰ লগত তুলনা নকৰে । "ভকত" বুলি অভিধালোৱা/ল'ব বিচৰা তেনেধৰণৰ কথাই মোৰদৰে মহামূঢ়মতিক ক্ষুন্ন কৰিছে । ঙ/ তেখেতলৈ অনুৰোধ, টুপী পিন্ধোৱা অতি ৰঞ্জিত কথাবোৰ ত্যাগ কৰক !
@dilipdas8112
@dilipdas8112 2 ай бұрын
কৃষ্ণ কৃষ্ণ বাপ আপোনাৰ আশিবাদ শিৰদ ললো ইমান ব্যস্ত মাজত সোমাইউ ঈশ্বৰৰ জ্ঞান আমাক দিয়াৰ বাবেই ধন্যবাদ ❤ আগোৱাই যাওঁক ঈশ্বৰে আপোনাক আৰু শক্তি দিয়ক ,বাইদেউ আপোনাৰ বাবেই আমিও ধন্য হলো কৃষ্ণ কৃষ্ণ
@bharatchandranath433
@bharatchandranath433 2 ай бұрын
Guru janar bahu mulia katha xuni dehat bindhi jawa gen paicho Krishna Krishna Krishna pranam Graham Kariba
@mousumiborah93
@mousumiborah93 2 ай бұрын
কৃষ্ণ ‌দূইজনক সেৱা জনাইছো❤❤❤
@JitandroPanging
@JitandroPanging 2 ай бұрын
Asha Bhagwat Bhagwati
@binapanichetia582
@binapanichetia582 2 ай бұрын
বৰ সুন্দৰ লাগিল ❤❤
@HiteshDeka-hp7nf
@HiteshDeka-hp7nf 2 ай бұрын
ভকতজন নৱম সন্তান আছিল নেকি এই টো নাজানি লো চাই শুনি বহুত ভাল লাগিল
@asomiaasom6008
@asomiaasom6008 2 ай бұрын
মতিভ্ৰম হৈ নিজকে সৰ্বজ্ঞ সৰ্বজানন্তাৰ দৰে কৈছে ।
@nirupomachetia327
@nirupomachetia327 2 ай бұрын
Bhagawati bap janak hata kuti pranam .😊😊😊😊 😊😊😊😊
@DigantaGogoi-q3s
@DigantaGogoi-q3s 2 ай бұрын
কৃষ্ণ ৰাম মাধব হৰি । বৰ ভাল লাগিল ।
@SumiBaishya-g6q
@SumiBaishya-g6q 2 ай бұрын
Krishna❤ pronam❤bap❤❤
@কুমাৰমৃদুল
@কুমাৰমৃদুল Ай бұрын
গাৰ নোম শিঙৰী উঠিছে । কৃষ্ণ।
@Shua_098
@Shua_098 3 ай бұрын
Krishna Krishna Krishna Krishna Krishna Krishna , akou abar bap janak log puar hujug anekoi diya jen , bap jonaloi antarik sardha janalu.
@rupjyotiboruah3418
@rupjyotiboruah3418 2 ай бұрын
কৃষ্ণ কৃষ্ণ প্ৰভু ভালে দিনৰ পাছত দৰ্শন পালো ৷
@KritanjaliDevi-m7g
@KritanjaliDevi-m7g 2 ай бұрын
বাপ জনলৈ ভক্তি ভৰা সেৱা নিবেদন কৰিছোঁ।
@user-nb3yp1vn3q
@user-nb3yp1vn3q 3 ай бұрын
প্রনাম, জনালো
@troilokyabora7839
@troilokyabora7839 2 ай бұрын
সুন্দৰ অনুস্নান ।🙏🙏🙏 ।
@MintuGogoi-z8m
@MintuGogoi-z8m 3 ай бұрын
কৃষ্ণ কৃষ্ণ
@padumkakati2938
@padumkakati2938 2 ай бұрын
ধন আহিল আৰু ধন্যবাদ থাকিল। তেওঁ পুতেকক কি বনালে।
@bedaballavbhagawati760
@bedaballavbhagawati760 2 ай бұрын
আপোনাৰ মন্তব্য ৰ বাবে ধন্যবাদ থাকিল। মই তেওঁৰ ডাঙৰ পুত্ৰ। পেচাত এজন অভিযন্তা হলেও দেউতাই দিয়া আদৰ্শ সমূহৰ পৰাই মানৱ সেৱা কি বুজিছোঁ আৰু কৰি গৈছো যেতিয়াই যেনেকৈ পাৰোঁ। পুৱা গধূলি নামঘৰত সোমাই গুৰু সেৱা কৰিছো, সন্ধ্যা নিজৰ ঘৰৰ নামঘৰত নাম প্ৰসংগ নিজে কৰিব পৰা হৈছে দেউতাৰ আশীৰ্বাদত। ভাগৱত কীৰ্তন সকলো পঢ়িব পাৰিছো। মাজে মাজে খোল বজাই ভাওনা চলাও বাবে দুই এজনে বায়ন হিচাপেও চিনি পাই। মোৰ জীৱন সাৰ্থক কৰিব বাবে দেউতাৰ পৰা পোৱা এইখিনি আদৰ্শ আৰু আশীৰ্বাদ যথেষ্ঠ। কৃষ্ণ। 🙏🙏
@RasnaBorgohain
@RasnaBorgohain 2 ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏
@johngogoi253
@johngogoi253 2 ай бұрын
Krishna🙏
@Rupalichutia-k8g
@Rupalichutia-k8g 3 ай бұрын
দুয়ো জনলৈ আন্তৰিকতাৰে ভক্তি ভৰা সেৱা জনাইছো, কৃষ্ণ কৃষ্ণ।
@momineog4652
@momineog4652 2 ай бұрын
Krishna Krishna
@hkgaming.7548
@hkgaming.7548 3 ай бұрын
কৃষ্ণ কৃষ্ণ হৰি ৰাম।
@nakuldas7848
@nakuldas7848 3 ай бұрын
Krishna
@BontiHazarika-c7j
@BontiHazarika-c7j Ай бұрын
কৃযঃবাপ
@RitaBorah-o2t
@RitaBorah-o2t 2 ай бұрын
Krishna hundor
@prasantabordoloi5555
@prasantabordoloi5555 2 ай бұрын
কৃষ্ণ বহুত ভাল লাগিল ।
@pranabjyotihazarika7145
@pranabjyotihazarika7145 2 ай бұрын
কৃষ্ণ কৃষ্ণ 🙏দুয়ো জনকে ভক্তি ভৰা সেৱা জনালোঁ । বহুত ভাল এটি অনুষ্ঠান উপহাৰ দিলে আমাক। বাইদেউলৈ অনুৰোধ এখেতৰ দৰে ভাগৱত বাখ্যাকাৰ শ্ৰদ্ধাৰ শ্ৰী ৰন্টো শইকীয়া বাপ , শ্ৰী জগত বণিয়া বাপ , শ্ৰী প্ৰঞ্জিত গগৈ বাপ এনেদৰে বহু কেইজন সুন্দৰ ব্যাখ্যা কাৰক কথন বীক্ষণ লৈ আনি অনুষ্ঠান কৰিলে ভাল লাগিব কৃষ্ণ কৃষ্ণ 🙏
@prodipsaikia1808
@prodipsaikia1808 2 ай бұрын
ভাগবতী বাপে জনম কথাকবলৈ গল নে ভাগৱত ব্যাখ্যা কৰিবলৈ লৈছিল ধ্যনবাদ
@jyotiprasadsaikia6922
@jyotiprasadsaikia6922 3 ай бұрын
কৃষ্ণ । বহুত নজনা কথা শিকিলোঁ। সেৱা জনাইছো
@birajdas8481
@birajdas8481 2 ай бұрын
দুয়ো কে প্ৰণিপাত জনাইছো ।
@metalisaikia5618
@metalisaikia5618 2 ай бұрын
বৰ সুন্দৰ কথোপকথন৷কৃষ্ণ কৃষ্ণ৷
@jashodasahariah4687
@jashodasahariah4687 2 ай бұрын
Krisan
@rivachiringphukan1440
@rivachiringphukan1440 2 ай бұрын
বহুত সুন্দৰ অনুষ্ঠান আগৱঢ়ালে ভাল লাগিল ! আকৌ যেন তেখেতৰ ব্ক্তব ৰাখে ।
@dipankarborah87249
@dipankarborah87249 3 ай бұрын
Krishna vokot jonok sini paw bohut bohut sordha hewa jonaisu Krishna
@PradipGogoi-i7b
@PradipGogoi-i7b 3 ай бұрын
ভাৰতীয় দৰ্শন আধ্যাত্মিকতাবাদৰ ওপৰত প্ৰতিষ্ঠিত। ভাৰতৰ ধৰ্ম গ্ৰন্থ সমুহ শাস্ত্ৰ সমূহ পঢ়িলেই মানুহৰ বহুতো একো নহয়। ভকত মানে ।ভ= ভাৱ ভাৱনা ভাবুক। ক= কূষ্ণ বা ব্ৰহ্ম বা সত্য শুদ্ধ নিত্য পৱিত্ৰ বুদ্ধ সনাতন চৈতন্য নিগূন সচিদানন। ত=তত্ত্ব তৰণ। তৰণ বা তত্ত্বৰ বাবে সত শুদ্ধ নিত্য পৱিত্ৰ বুদ্ধ সনাতন চৈতন্য নিগূন সচিদানন্দ কূষ্ণক ভবা বা ভাৱনা কৰা ভাবুক হোৱা। ভাৰতীয় দৰ্শন সমূহ আধ্যাত্মিকতাবাদৰ ওপৰত প্ৰতিষ্ঠিত ঐতিহ্য পূৰ্ণ ভাৰত ভূমি অতি প্ৰাচীন কালৰে পৰাই মহিষী সকলে অৰণ্যাশ্ৰম পাতিছিল যত শিষ্য সকলক আধ্যাত্মিকতাবাদৰ ওপৰত জ্ঞান প্ৰদান কৰিছিল। সাম্প্ৰতিক কালত বিশ্বায়নত ৰাজনীতি বিজ্ঞানৰ জগত খন জাতি ধৰ্ম বৰ্ণ লিঙ্গৰ নামত সত্য শৌচ ক্ষমা দয়া শ্ৰদ্ধা ভক্তি প্ৰেম বিশ্বাস আগ্ৰহ নিগূন নিষ্কাম সৎভাৱনা সদাচাৰৰ নামত শোষণ নিস্পেষন অত্যাচাৰ অবিচাৰ বেভ্যিচাৰ অনাচাৰ আদি বিভিন্ন ধৰণৰ অসৎ কাম বোৰ কৰি ফুৰিছে। আধ্যাত্মিকতাবাদৰ মাধ্যমেৰে বুজিবলৈ সক্ষম হ'ব পাৰে। সামাজিক বৈষম্যতা ইন্দ্ৰিয় আসক্তি আদি অমানুষিক কাৰ্যকলাপ ৰোধ কৰিব পৰা যাব। আধ্যাত্মিকতাবাদে আত্ম বোধ আত্ম উপলব্ধি আধ্যাত্মিক জ্ঞান চিন্তা চৰ্চা ধ্যান ধাৰণা মানৱীয় প্ৰমূল্যবোধ শিকাই। পৰাশৰ নন্দন বেদব্যাস বিৰচিত মহাভাৰত মহাকাব্যল কুৰুক্ষেত্ৰ যুদ্ধৰ সময়ত সপ্তৰথীৰ বেহোৰ মাজত অৰ্জুন পুত্ৰ অভিমন্যুই অন্যায় যুদ্ধত প্ৰাণ ত্যাগ কৰে। সূৰ্য পুত্ৰ কৰ্ণ ও‌ ৰথৰ চকা মাটিত বহি যোৱাৰ সুযোগ লৈ কূষ্ণ ৰ চালনাত প্ৰাণ ত্যাগ কৰে। দুৰ্যোধনৰ দুশাষনৰ ভীষ্ম দ্ৰোণাচাৰ্যৰ অন্যায় কৰি হত্যা কৰে। ইয়াৰ অৰ্থ এইটো নহয় যে এই খন যুদ্ধ সঁচা কৈ হৈছিল। এই খন যুদ্ধ দেহ কুৰুক্ষেত্ৰত হোৱা যুদ্ধ। মানুহৰ কম বয়সতে ই অভি‌মান ত্যাগ কৰা ভাল। 16বছৰ বয়সত সপ্তৰথীৰ হাতত মানে হাত দিনত শেষ কৰিব লাগিব। কাণ দুখন বধ কৰে মাটিত ৰথৰ চকা সোমাই যোৱা বাবে। দুশাষন উৰু ফালি দুৰ্যোধনৰ পানীৰ তলৰ পৰা পাৰত ভীষ্ম শৰীৰ শয্যাত দ্ৰোণাচাৰ্যৰ মিছা বোলাই প্ৰাণ নাশ কৰে। এই বিলাক সকলো নিজৰ দেহত হোৱা ঘটনাৰ আধ্যাত্মিকতাবাদৰ মাধ্যমেৰে বুজিবলৈ ব্যৱহাৰ কৰা হৈছিল। কূষ্ণ হ'ল আত্ম বোধ আত্ম উপলব্ধি আধ্যাত্মিক জ্ঞান। সকলো বিলাক শাস্ত্ৰত এই বিলাক অন্তৰ্নিহিত আধ্যাত্মিকতাবাদৰ পোষকতা। প্ৰদীপ গগৈ গুৱাহাটী।
@dhrubajyotisarmah6733
@dhrubajyotisarmah6733 2 ай бұрын
bah toi agyani
@simpapuyapu1407
@simpapuyapu1407 2 ай бұрын
ভকত ছয়জনৰ এজনৰ নাম বুজি নাপালোঁ। গোটেইকেইজনৰ নাম কবচোন।‌ কৃষ্ণ
@ProbhatBoraBora
@ProbhatBoraBora 3 ай бұрын
কৃষ্ণ বাপ কুশলে থাকক
@ChitraranjanHandique
@ChitraranjanHandique 2 ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ
Как Я Брата ОБМАНУЛ (смешное видео, прикол, юмор, поржать)
00:59
I thought one thing and the truth is something else 😂
00:34
عائلة ابو رعد Abo Raad family
Рет қаралды 13 МЛН
ভাগৱত পাঠ ও ব্যাখ্যা || সোণাৰাম ভাগৱতী || @bhaktirsagor
37:14
Как Я Брата ОБМАНУЛ (смешное видео, прикол, юмор, поржать)
00:59