মুখ্য অতিথি ড০ পীতাম্বৰ দেৱগোস্বামী সত্ৰাধিকাৰ শ্ৰীশ্ৰী আউনীআটী সত্ৰ মাজুলী অসম || সোণালী জয়ন্তী

  Рет қаралды 18,873

ভক্তিৰ  সাগৰ Bhaktir sagor

ভক্তিৰ সাগৰ Bhaktir sagor

Күн бұрын

মুখ্য অতিথি ড০ পীতাম্বৰ দেৱগোস্বামী সত্ৰাধিকাৰ শ্ৰীশ্ৰী আউনীআটী সত্ৰ মাজুলী অসম
বৈদিক সনাতন সমাজ
চাউলধোৱা লেগাচুং বালিগাঁও শাখা নামঘৰ
সোণালী জয়ন্তী
নামঘৰৰ সংখ্যা বৃদ্ধি কৰিলেই আমাৰ মানসিকতাৰ উন্নতি হ'ব নে
#nitumoni saikia
rontu saikia
rontu saikia bhagawat path
#rontu saikia bhagawat path
rontusaikia
#mondira bhorali
bhagawat path
pranjit gogoi
pranjit gogoi bhagawat path
bhagawat
ব্যাখ্যাকাৰ প্ৰাণজিৎ গগৈ
স্থান খুটিকটীয়া নামঘৰ হাৱাজান
pranjit gogoibhagawat ptha
pranjit gogoi
ভাগৱত পাঠ
#ভক্তিৰ সাগৰ
#voktir sagor
bhaktir sagor
#bhakti Sagar
#pranjit gogoi bhagawat path
Copyright Notice :- Please do not copy this video or you will be given a copyright strike
অনুগ্ৰহ কৰি এই ভিডিঅ'টো কপি নকৰিব নহ'লে কপিৰাইট ষ্ট্ৰাইক দিয়া হ'ব

Пікірлер: 37
@nitaligogoi6161
@nitaligogoi6161 6 ай бұрын
কৃষ্ণ প্ৰভু ঈশ্বৰ
@apranakalita4586
@apranakalita4586 6 ай бұрын
কৃষ্ণ কৃষ্ণ প্ৰভু সশ্ৰদ্ধ প্ৰণিপাত জনালোঁ 🙏🙏
@hiranyarajkhowa4119
@hiranyarajkhowa4119 7 ай бұрын
অতি সুন্দৰ আৰু সময়োপযোগী বক্তৃতা প্ৰদান কৰি আমাৰ সকলোৰে উপকৃত কৰিলে।এক জ্ঞান গৰ্ভ বক্তৃতা আমাৰ উঠি অহা প্ৰজন্মক এক সুন্দৰ পথৰ সন্ধান দিব। তেওঁৰ সৰলতাই মহানতাৰ পৰিচয় ।
@kothalbaripodumonichetiaga7758
@kothalbaripodumonichetiaga7758 7 ай бұрын
কৃষ্ণ কৃষ্ণ প্ৰভু ভগৱন্তই সকলোকে কৃপা কৰক ❤❤❤❤❤ Tarulata Bhuyan
@manasdeka6801
@manasdeka6801 7 ай бұрын
Joy guru Shanker 🙏🙏🙏 Krishna Krishna Ram Krishna Hari
@jayantaborsaikia6311
@jayantaborsaikia6311 7 ай бұрын
Jay guru shankar...prabhu
@junumech7558
@junumech7558 7 ай бұрын
কৃষ্ণ কৃষ্ণ প্ৰভু জনা শ্ৰী চৰণ কমল ভক্তি ভৰা‌ সেৱা নিবেদিলে কৃষ্ণ কৃষ্ণ সুন্দৰ ব্যাখ্যা কৃষ্ণ কৃষ্ণ
@ramcharandeka9143
@ramcharandeka9143 6 ай бұрын
Ramkrishna
@gautambora403
@gautambora403 6 ай бұрын
কৃষ্ণ।।🙏🙏🙏
@nikunjoSonowal
@nikunjoSonowal 6 ай бұрын
কৃষ্ণ বাপ ঈশ্বৰ প্ৰনামহে জনাইছো ।
@daisyrabha2343
@daisyrabha2343 6 ай бұрын
Krishna Krishna prabhu bhakti bhara sewa janaiso Krishna 🙏🙏🙏🙏
@aparajitatamuli7273
@aparajitatamuli7273 7 ай бұрын
❤ কৃষ্ণ শংকৰ গুৰু হৰি ৰাম মাধৱ নাৰায়ন বিষ্ণু গোবিন্দ ❤কৃষ্ণ❤
@gitikakalita5413
@gitikakalita5413 7 ай бұрын
Krishna. 🙏. Krishna
@bhobanikantaborsaikia5206
@bhobanikantaborsaikia5206 7 ай бұрын
Krishna Krishna Krishna prabhudev pronam and huprovat to you all.
@jayasaharia5055
@jayasaharia5055 2 ай бұрын
পুজ্যপাদ প্ৰভুক ভকত প্ৰাণ ৰাইজ সৱাৰে চৰণ কমলত সেৱা জনালোঁ। কৃষ্ণ🙏🙏
@pratibhakalitabaruah7321
@pratibhakalitabaruah7321 Ай бұрын
Krishna Krishna 🙏🙏
@bharatiborah8630
@bharatiborah8630 6 ай бұрын
দূৰৰ পৰাই প্ৰভূ জনাক সেৱা জনাইছোঁ গ্ৰ্হন কৰে যেন সো শৰীৰৰে সন্মুখৰ পৰা তেখেতৰ মূখৰ মধুৰ বাণী শুনিবলৈ পোৱাতোও ভাগ্যৰ কথা।
@JanokiDevi
@JanokiDevi 5 ай бұрын
Krishna krishna
@muninoza4944
@muninoza4944 7 ай бұрын
সকলোকে ভাগৱত শ্ৰৱণ কীৰ্তন কৰিবলৈ উপদেশ দিয়ক ভকতৰ সঙগত থাকি ভাগৱতত পোৱা কথা বিলাক পালন কৰিবলৈ উপদেশ দিয়ক । জয় গুৰু শ্ৰীমন্ত শঙ্কৰদেৱ ।
@bipulkalita6116
@bipulkalita6116 7 ай бұрын
কৃষ্ণ কৃষ্ণ প্ৰভু ঈশ্বৰ আপোনাক গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰিছো। আপোনাৰ দীৰ্ঘাউ কামনা কৰিছোঁ 🙏🙏🙏🙏
@padmeswarborah-yy1zr
@padmeswarborah-yy1zr 6 ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ গোবিন্দ গোবিন্দ গোবিন্দ প্ৰভু গুৰুদেৱ প্ৰনাম গ্ৰহণ কৰিব।।
@rinakalita927
@rinakalita927 6 ай бұрын
অতি হৃদয়স্পৰ্শী মননশীল ব্যাখ্যা প্ৰভু আপোনাৰ শ্ৰী চৰণত কৌটি কৌটি প্ৰণাম জনাইছোঁ ৷
@hiranyarajkhowa4119
@hiranyarajkhowa4119 7 ай бұрын
❤❤❤ কৃষ্ণ, কৃষ্ণ , কৃষ্ণ। সএৰাধিকাৰ গৰাকীয়ে দিয়া আধ্যাত্মিক ভাষনত তেওঁৰ গভীৰ অধ্যয়নশীল আৰু জ্ঞানপিপাসু মনৰ উমান পোৱা যায়।
@sanahigogoi381
@sanahigogoi381 7 ай бұрын
জয় আই অসম আপুনিইমাই সুন্দৰ ব্যাখ্যা দাঙি ধৰিছে ভগৱানে কুশলে ৰাখক
@nilimarajbongshi6157
@nilimarajbongshi6157 7 ай бұрын
কৃষ্ণ কৃষ্ণ হৰি হৰি। ৰাম ৰাম
@hiranyarajkhowa4119
@hiranyarajkhowa4119 7 ай бұрын
অতি সুন্দৰ আৰু সময়োপযোগী বক্তৃতা প্ৰদান কৰি আমাৰ সকলোৰে উপকৃত কৰিলে।এক জ্ঞান গৰ্ভ বক্তৃতা আমাৰ উঠি অহা প্ৰজন্মক এক সুন্দৰ পথৰ সন্ধান দিব। তেওঁৰ সৰলতাই মহানতাৰ পৰিচয় ।
@urmilabordoloi5725
@urmilabordoloi5725 7 ай бұрын
কৃষ্ণ, 🙏
@lunashreehazarika
@lunashreehazarika 7 ай бұрын
@BhabaniDas-m2t
@BhabaniDas-m2t 7 ай бұрын
Krishna
@rupalibora170
@rupalibora170 7 ай бұрын
Krishna probhu
@bijayaborgohain3807
@bijayaborgohain3807 7 ай бұрын
কৃষ্ণ, কৃষ্ণ প্ৰভু ঈশ্বৰ, ভক্তি ভৰা সেৱা জনালোঁ।
@keshabbora7742
@keshabbora7742 7 ай бұрын
কৃষ্ণ কৃষ্ণ প্ৰভু ইশ্বৰ কৃষ্ণ 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
@ranjitsaikia4582
@ranjitsaikia4582 7 ай бұрын
কৃষ্ণ সুন্দৰ
@rekhamonigogoi5063
@rekhamonigogoi5063 7 ай бұрын
Mahapravu Deva goswami Shree soranot xota kowti pranam jonaisu
@parulborgohain8511
@parulborgohain8511 7 ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ প্ৰভু ঈশ্বৰ সেৱ জনালোঁ
@pallabikagohain5720
@pallabikagohain5720 7 ай бұрын
Jagat Guru Sankar Ananta Eswar Parbhu Krishna or Mahan Dharat Broti Thoka Boishnab Habar Saron Pankoja Huwa Nibadisu 🙏 Krishna Krishna Krishna 🙏
@mainabordoloi2479
@mainabordoloi2479 7 ай бұрын
কৃষ্ণ প্ৰভু ঈশ্বৰৰ শ্ৰী চৰণত ভক্তিভৰা সেৱা জনালো🙏
Players vs Corner Flags 🤯
00:28
LE FOOT EN VIDÉO
Рет қаралды 79 МЛН
An Unknown Ending💪
00:49
ISSEI / いっせい
Рет қаралды 57 МЛН
পুৰণিবাৰী, মাজুলী @জ্যোতিময়Jyotimoy
1:45:52
জ্যোতিময় Jyotimoy
Рет қаралды 116 М.