ভৰিত ধৰিলেও জীৱনত ৩ জন মানুহক ভুলতো ক্ষমা নকৰিব | best heart touching assamese motivational quotes

  Рет қаралды 829,395

Chitra Ranjan Nath

Chitra Ranjan Nath

Күн бұрын

ভৰিত ধৰিলেও জীৱনত ৩ জন মানুহক ভুলতো ক্ষমা নকৰিব | best heart touching assamese motivational quotes
এই ভিডিঅ'টোত চোৱাৰ পিছত আপুনি আৰু কেতিয়াও বিপদত নপৰে
আপুনি কোনো কামতে বিফল নহয়
যদি সেইমতে আগবাঢ়ে
এইটো ১০০শতাংশ নিশ্চিত
other videos 👇👇👇
কথা কোৱাৰ কলা শিকিব বিচাৰে যদি তলত দিয়া লিংকত ক্লিক কৰি ভিডিঅ’ দুটা চাই লওক
নিজৰ ব্যক্তিত্ব গঢ়ি তুলিব পাৰিব
যি ব্যক্তিত্বই সকলোকে প্ৰভাৱিত কৰিব
আপোনাৰ প্ৰতি সকলো আকৰ্ষিত হ’ব
• ৫টা কথা শিকি লওক | আপো...
• চতুৰালীৰে কথা কেনেকৈ ক...
your queries-
জীৱনত ৩ জনক ক্ষমা নকৰিব
৩ জনক সদায় মনত ৰাখি
best heart touching assamese motivational quotes
assamese motivational video
Youe Queries-
#chitraranjannath
#chitraranjannathmotivationalvideo
#chitraranjannathvideo
#motivationalvideo
#inspirational
#assam
#assamese
#quotes
#motivationalquotes

Пікірлер: 1 400
@chitraranjannath
@chitraranjannath Жыл бұрын
আপোনালোকৰ প্ৰতিটো Comment পঢ়ি মই বহুত বেছি এনাৰ্জী পাওঁ। সকলোৰে জীৱনটো যাতে ভাল হয়, সকলোৱে যাতে সৰু ডাঙৰ ভুলবোৰ বুজি মুক্ত মনে আগবাঢ়িব পাৰে, তাৰবাবেই নিৰন্তৰ প্ৰয়াস কৰি আহিছো । আশাকৰোঁ মোক এইদৰে মৰম দি যাতে আপোনালোকে সদায় উৎসাহ দি যায়। বহুত বহুত ধন্যবাদ সকলোকে। ❤❤
@MainaGogoi-wv8mt
@MainaGogoi-wv8mt Жыл бұрын
😢😢😢😢😢😢😢😢😢😢
@MainaGogoi-wv8mt
@MainaGogoi-wv8mt Жыл бұрын
😢😢😢😢😢😢😢😢😢😢
@MainaGogoi-wv8mt
@MainaGogoi-wv8mt Жыл бұрын
😢😢😢😢😢😢😢😢😢😢
@papuali2326
@papuali2326 Жыл бұрын
9:11
@MadhabMura-
@MadhabMura- 9 ай бұрын
😮😮😮😮😮😮😮😮😮😮😮😮😮😮p
@dimbeswarrajbongshi8900
@dimbeswarrajbongshi8900 Жыл бұрын
অতি গুৰুত্বপূৰ্ণ বিষয় উল্লেখ কৰিছে, বহু ধন্যবাদ জনালোঁ
@pratapdas-so2ex
@pratapdas-so2ex Жыл бұрын
বহুত সুন্দৰ উপদেশ দিয়াৰ বাবে ধন্যবাদ থাকিল।
@promodekumarsarma9202
@promodekumarsarma9202 Жыл бұрын
অতি সাৰুৱা আৰু বাস্তৱ কথাৰ অৱতাৰণা কৰা বাবে শুনি ভাল লাগিল। পৰামৰ্শ বোৰ মানি চলিব পাৰিলে জীৱন ধাৰণ কৰাত অসুবিধা নহব বুলি ভাবো । ধন্যবাদ ।
@bharatiborah7046
@bharatiborah7046 Жыл бұрын
অতি সুন্দৰ কথা খূব ভালো লাগিল
@jyotsnaborabordoloi8673
@jyotsnaborabordoloi8673 Жыл бұрын
Aponar kotha xini shree krishna banir dore lagil..thank you..
@rgrg5472
@rgrg5472 Жыл бұрын
মানুহৰ জীৱনৰ বাবে প্ৰয়োজনীয় কথা-
@marymahanta9342
@marymahanta9342 Жыл бұрын
বহুত ভাল লাগিল কথা খিনি শুনি
@manomatideka7546
@manomatideka7546 Жыл бұрын
বহুত সুন্দৰকৈ বৰ্ণনা কৰি শুনালে । আগলৈ এনে বাণী শুনিবলৈ পাম বুলি আশা কৰিলো । ভগৱানে মংগল কৰক আপোনাক ।ওঁম্‌ শান্তি ।
@manujkumarnath-bj8bu
@manujkumarnath-bj8bu Жыл бұрын
Khubei vl lagil kotha khini. Khuni aru porhi.
@soulmaribihdiajajikona4607
@soulmaribihdiajajikona4607 Жыл бұрын
বহুত ভাল লাগিছে,নজনাটো শিকিলোঁ, ভবিষ্যত আৰু শুনাৰ আশাৰে, God bless you
@colourful-World...12
@colourful-World...12 Жыл бұрын
Bohut val lagil kotha bilak xuni...
@Hunter-zd5tm
@Hunter-zd5tm Жыл бұрын
অতি সুন্দৰ 🙏❤️ I লগতে আপোনাৰ কন্ঠস্বৰ
@SameerAli-ob4ty
@SameerAli-ob4ty Жыл бұрын
Bohut val lagil kotha khar xuni
@subhashhazarika5509
@subhashhazarika5509 Жыл бұрын
অতি মনোগ্ৰাহী , শ্ৰুতিমধুৰ উত্তম জানিব লগীয়া নীতি কথা ৷ পিচে খাৰখোৱা (মই নিজেও) কেলেহুৱা অসমীয়াৰ কিমানে ইয়াৰ পৰা শিক্ষা লৈ নিজৰ জীৱন পৰিশোধিত কৰিব সেয়া সন্দেহৰ আৱ’ত্তত ৷ মনোৰঞ্জক হিচাবে একানে শুনি ইকানে ওলিৱাব ৷ প্ৰমান ? মোৰ দৃষ্টিত এই পৃথিবীত মাত্ৰ এজন পুৰুষেই বহু আৰু বৃস্তিত অধ্যয়নৰ পাচত সাৰ কাঢ়ি আনি essence of life কি বস্তু তাক প্ৰাঞ্জল ভাবে পাতে পাতে লিখি থৈ যোৱাৰ পাচতো “ “খাৰখোৱাই“ আজিলৈকে নিচিনিলে , তাৰ পাচত এইবোৰ শুনি কি উপলদ্বি হব ? সেই মহান বহুমুখী প্ৰতিভাধৰ পুৰুষক কেৱল ধম্ম’ গুৰু সজাই বুতমগু আৰু মনিকুটৰ কেচুমতাৰ মাজত আজিও ভৰাই থৈছে ৷ সেই কৃপালু গুৰুজনাই জীৱন কি আৰু থকা দিনকেইটা কি ধৰনে কটাবা , অকল মনুষ্যই নহয় তৃণ তৰু লতাৰ পৰা পোক পৰুৱালৈকে আমি ক কৰা উচিত তাৰ নিদ’শন দেখুৱাই থৈ গল , আমি মানিলোনে নিজেই বিচাৰ কৰক ৷ এই ভিদিয়টোৰ প্ৰয়াসক অৱজ্ঞা কৰা নাই মাথো আধুনিক কালৰ ভোগবাদী মানসিকতাৰ বলিহৈ মানবীয় প্ৰমুল্যক বিসজ্জ’ন দিয়া সৰহসংখ্যক খাৰখোৱাৰ মানসিকতা দেখি ক্ষোভ উজাৰিছো ৷ শেষত “অপাৰাধ বিনাষণ“ ৷
@nazneenwahab2146
@nazneenwahab2146 Жыл бұрын
Ati hundar khub bhal lagile nijor jivanar logot bhtt mil khuwa
@dr.renubhuyansaikia8904
@dr.renubhuyansaikia8904 Жыл бұрын
অতি সুন্দৰ অনুভব, স্পষ্ট আৰু মধুৰ কণ্ঠস্বৰে সোণত সুৱগা চৰাইছে। ধন্যবাদ, আকৌ লগ পাম।
@RahimNath-l6q
@RahimNath-l6q Жыл бұрын
Khub sundar Kotha kale apuni
@tuleswarsonowal1070
@tuleswarsonowal1070 Жыл бұрын
Val lagil video sai 🙏🙏🙏
@anjolikondho5194
@anjolikondho5194 Жыл бұрын
Hundr anekua ata likhonir Dara jibnot akbarhi juar hujuk pai bhut vl lagile🙌🤞🤞🤞👌
@hemantadutta2854
@hemantadutta2854 Жыл бұрын
বহূত সূন্দৰকৈ বৰ্ণনা কৰি দিলে ! বুজাৱ নোৱাৰা এটা মিঠা অনুভূতিয়ে হ্ৰদয় জোকাৰি গল , ভাল লাগিল ❤❤❤❤❤❤❤❤❤❤❤
@Alexwasnot
@Alexwasnot Жыл бұрын
Hidoy sui gol .Akdom right kotha.
@ritamoniassamesevlogs689
@ritamoniassamesevlogs689 Жыл бұрын
মন চুই গৈছে 👌👌👌
@JimeeKhandakar-om6nq
@JimeeKhandakar-om6nq Жыл бұрын
Thank u so much dada .Bht bht bhal lagil apunar ai valuable ktha khini khuni👍
@subhashdas118
@subhashdas118 Жыл бұрын
অতি উত্তম মহোদয় , আৰু এনেকুৱা সাৰাংশ দি থাকিব বুলি আশা কৰিলো , প্ৰতিটোপুৱা যাতে এনেকুৱা অমৃত বাণী শুনিবলৈ পাওঁ
@atuldeka.6476
@atuldeka.6476 Жыл бұрын
Bahut katha. Khikiba parilu. Thanks
@pinkyborah6912
@pinkyborah6912 Жыл бұрын
Bhut val lagile apunar video tu sie
@bontiborah7476
@bontiborah7476 Жыл бұрын
ইমান ভাল লাগিল আপোনাৰ কথা বিলাক শুনি।🙏❤️
@AnupamBaro-wq7tc
@AnupamBaro-wq7tc Жыл бұрын
M. ,ll0😅❤😮😂
@hemantakumarphukon1385
@hemantakumarphukon1385 Жыл бұрын
Hundor
@animablogs1726
@animablogs1726 Жыл бұрын
শ্ৰীকৃষ্ণই গীতাৰ বানী কোৱা দৰে বহুত ভাল লাগিল । ধন্যবাদ 🙏
@bipulraj9022
@bipulraj9022 Жыл бұрын
যেতিয়া ভাল পোৱা জন আকৌ নোকোৱাকৈ গুচি jai ।। কেনেকৈ মন টোক বুজাই লব লগে দা plzz ভিদিও এটা বনাব চু plzzz😢💔
@Mooney-x9k
@Mooney-x9k Жыл бұрын
Bafre Broken heart
@PallabiChetia-mz1jz
@PallabiChetia-mz1jz Жыл бұрын
Bohut bhal lagil huni hanti palu🙏🙏🙏🙏🙏🙏
@monowarakhatun3346
@monowarakhatun3346 Жыл бұрын
Bht val lagil apunar kotha khini.❤
@atulbora8515
@atulbora8515 Жыл бұрын
🙏 কৃষ্ণ বৰ সুন্দৰ কথা, ঈশ্বৰে আপোনাক মঙ্গল কৰক,,, অতুল চন্দ্ৰ বৰা, গোলাঘাট টাউন চান্দ মাৰি 🙏🌷🪔🌷
@DigantaBharali-x3v
@DigantaBharali-x3v Жыл бұрын
Bohut bhal lagil ai juktipurna kotha bur huni.
@bnzo94
@bnzo94 Жыл бұрын
বহুত বহুত ধৈন্যবাদ দাদা ভগৱানে আপোনাৰ মঙ্গল কৰক। Touch in my heart.🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🎊🎊👌👌👌
@rupalibarman7645
@rupalibarman7645 Жыл бұрын
বহুত ভাল লাগিল |
@kolpochitra3869
@kolpochitra3869 Жыл бұрын
ভাল লাগিল, আপোনাৰ কথাই হৃদয় চুই যায়। অশেষ ধন্যবাদ ৰ লগতে শুভ ৰাত্ৰি জনালোঁ। 🙏
@rajusarma-fe6vk
@rajusarma-fe6vk Жыл бұрын
Hai. Bahut bhal lagil .
@kolpochitra3869
@kolpochitra3869 Жыл бұрын
@@rajusarma-fe6vk Dhanyawad
@mrsanygaming1273
@mrsanygaming1273 Жыл бұрын
ভাল লাগিল ।
@ddhemali2.040
@ddhemali2.040 Жыл бұрын
খুবেই ভাল লাগিল আজিৰ ভিডিঅ'টো। বিশেষকৈ আপুনি কোৱা এটা বিশেষ শাৰীয়ে মোৰ মন চুই গ'ল,,,‌ " কাৰোবাৰ সুখৰ গল্প লিখিবলৈ ভাল পেঞ্চিল হ'ব নোৱাৰিলেও এডাল ভাল ৰবৰ হ'ব লাগে, যাতে তেওঁৰ দুখবোৰ মচি দিব পাৰি" ।❤️
@kiranfenang4468
@kiranfenang4468 Жыл бұрын
Bohut bhal lagil kisuman nojona kothao janilu dhanyabad aru anedore bhal bhal kothabure di thakibo.
@monalishamaut3443
@monalishamaut3443 Жыл бұрын
বৰ্তমান সময়ত এয়া জনাটো অতিকৈ গুৰুত্ব ,,,,,এটা হলেও মানিব পাৰিব এই মহৎ কথা বোৰ শুনি থাকিলে,,,, আশা কৰোঁ আগলৈ আৰু এনেকুৱা vido বোৰ পাবলৈ,💕
@sanborali7687
@sanborali7687 Жыл бұрын
Un
@sanborali7687
@sanborali7687 Жыл бұрын
A. Ki
@surjitcht3177
@surjitcht3177 Жыл бұрын
সুন্দৰ অনুভৱ প্ৰকাশ কৰি আমাক অনুপ্ৰেৰণা যোগালে । বহুত ভাল লাগিল 🙏🙏
@gitanjalimalakar6441
@gitanjalimalakar6441 Жыл бұрын
Aamar logot kisu mil ase khotha bilak thank you so much dada ❤️ bohut val lagil xuni 😊😊
@gitikarabhaboro
@gitikarabhaboro Жыл бұрын
কৃতজ্ঞতাৰে অশেষ ধন্যবাদ জ্ঞাপন কৰিলো আপোনালৈ।
@paruldevi8789
@paruldevi8789 Жыл бұрын
Sundor anubhob, bohut bhal lagil . Dhanyabad thakil.
@chitraranjannath
@chitraranjannath Жыл бұрын
আপোনালোকৰ মৰম আৰু সঁহাৰিয়ে মোক বহুত শক্তি আৰু সাহস দিছে। এইদৰেই মৰম আৰু সহযোগিতা আগবঢ়াব বুলি আশা ৰাখিলোঁ ❤❤
@gopalhazarika3593
@gopalhazarika3593 Жыл бұрын
AaaàaaaaAaaaaaaa
@viralworld7595
@viralworld7595 Жыл бұрын
মন চুই যাই সঁচাকৈ দাদা আপোনাৰ কথা বোৰে ❤️🙏
@rgrg5472
@rgrg5472 Жыл бұрын
কণ্ঠ আপোনাৰ নিজৰ নেকি ? সুধাৰ বাবে বেয়া নাপাব, সুমধুৰ বাবে জানিবৰ মন গ'ল- নতুন subscriber হ'লো-
@gitashreebaruah5509
@gitashreebaruah5509 Жыл бұрын
@RodaliSaloi
@RodaliSaloi Жыл бұрын
❤❤❤
@kushalbora4823
@kushalbora4823 Жыл бұрын
Hundar niti kotha huni amoni nalage dhanyabad.
@puwaliharzarika
@puwaliharzarika Жыл бұрын
বহুবাৰ শুনিলো সঁচাকৈয়ে আপ্লুত হ'লোঁ।
@pradipborah3546
@pradipborah3546 Жыл бұрын
নজনা কথা বহুতেই শিকিলো বহুত বেছি ভাল লাগিল ❤
@rajadaimary4408
@rajadaimary4408 Жыл бұрын
Your effort is very good,young generation will inspire.I request all who heard this teaching should share this video to near and dear .
@rajadaimary4408
@rajadaimary4408 Жыл бұрын
Thanks
@DeepaDevimishra
@DeepaDevimishra Жыл бұрын
Pp
@jyotsnabordoloi899
@jyotsnabordoloi899 Жыл бұрын
Very nice video 👍👍
@geetikasarma1757
@geetikasarma1757 Жыл бұрын
ক্ষমা কৰিব নলগা তিনিজনৰ কথা গমেই নাপালো দেখোন
@AnjonaDas-ew2ox
@AnjonaDas-ew2ox Жыл бұрын
Bhut val lagile video sai ru bhut kothai bujilu tq
@M17-f5l
@M17-f5l Жыл бұрын
নমস্কাৰ মহাশয়৷ পেৰণা দায়ক কথা বতৰাই মানুহক অনুপ্ৰেৰণা যোগাই কিছু আগবাঢ়ি যোৱাত৷ পুণৰ আশাৰাখিছো লগ পোৱাৰ আশাৰে৷🙏
@munmoniduttasaikia5390
@munmoniduttasaikia5390 Жыл бұрын
খুব সুন্দৰ হৈছে কথাখিনি। ধন্যবাদ জনালোঁ।
@littlegenius6824
@littlegenius6824 Жыл бұрын
Kotha khni a mn sui gol😒
@ghanak.hazarika7203
@ghanak.hazarika7203 Жыл бұрын
বহুত ভাল কথা পালো, আপোনালৈ অশেষ ধন্যবাদ জানালো ।
@namitabaishya1275
@namitabaishya1275 Жыл бұрын
Very very nice. ❤️❤️❤️ 🙏🙏🙏
@RinkuPhukon-ke8kv
@RinkuPhukon-ke8kv Жыл бұрын
Val lagil
@parthapratimchowdhury4930
@parthapratimchowdhury4930 Жыл бұрын
Khub dhuniya kotha kisuman hikilu ❤❤❤
@sdasassamesesong3616
@sdasassamesesong3616 Жыл бұрын
বহুত ধুনীয়া কথা
@chitraranjannath
@chitraranjannath Жыл бұрын
THANK U SO MUCH... PLS...SHARE THIS VIDEO
@sajidabegum5547
@sajidabegum5547 Жыл бұрын
বহু ভাল‌ লাগিল‌ এই খিনি কথাৰ ওপৰত মানি চলিম বুলি আখা কৰিছো
@chandraprobhabhuyan3391
@chandraprobhabhuyan3391 Жыл бұрын
Sundor. Mulyaban kotha. Thank you
@mukibulhussain2622
@mukibulhussain2622 Жыл бұрын
আজি ৰাতিপুৱা বিচনাৰ পৰা উঠি আপোনাৰ এই ভিডিঅ টো চালো সচাঁই বহুত ভাল লাগিল আপোনাক ধন্যবাদ
@prodipkhanikar7242
@prodipkhanikar7242 Жыл бұрын
বহুত ভাল লাগিল ধন্যবাদ
@padumihazarika6406
@padumihazarika6406 Жыл бұрын
Bahut bhal lagil aru pabar babe axa thkil.
@karabidas3580
@karabidas3580 Жыл бұрын
Bhut vl lagise video tu sai..mr lgt howa kisuman xoru xoru ghotona milise..
@rtamuli8511
@rtamuli8511 Жыл бұрын
ভাল লাগিল ❤
@BikanBaro-vm1mf
@BikanBaro-vm1mf Жыл бұрын
Apuni khundar khundar mahat bakyar Chitra akiba Jane. Thank you very much God bless you sir.
@DipikaSharma-pq2rz
@DipikaSharma-pq2rz Жыл бұрын
Dada.Apunar.Vidiotu.hasai.bahut.2.val.lagil.Thanks.
@deepulthakuriya2168
@deepulthakuriya2168 Жыл бұрын
অতি সুনদৰ কথাবোৰ জানিব পায় বহুত ভাল লাগিল
@jyotimamedhi8919
@jyotimamedhi8919 Жыл бұрын
xuni bht bhal lagil sir..😊👍
@biswasenapati1429
@biswasenapati1429 Жыл бұрын
বঢ়িয়া
@umadoloi6283
@umadoloi6283 Жыл бұрын
Bohot bohot bohot val kotha koise 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
@hemantakumarnath9132
@hemantakumarnath9132 Жыл бұрын
অতিসুন্দৰ কথাবোৰ। ভাল লাগিল।
@DilipBarman-j2y
@DilipBarman-j2y Жыл бұрын
Apunar bohumulya ban kotha xuni bohut val lagiil . Agoloi apjnar aru mobulmulyan video xunibo pam buli axa korilu. Dhanywad
@himraj5336
@himraj5336 Жыл бұрын
বৰ সুন্দৰ কৈ কথাখিনি উপস্থাপন কৰিছে বহুত বেছি ‌ভাল লাগিল
@dhirendeka6638
@dhirendeka6638 11 ай бұрын
Bahut bahut dhanyavad ene upadesh banie sokolore Mangal karak god bless you jayshri krishna
@poraghandique6020
@poraghandique6020 Жыл бұрын
বঢ়িয়া কথা কলে ধন্যবাদ জনালোঁ ।।
@manjugohain6786
@manjugohain6786 Жыл бұрын
অতি মূল্যৱান উপদেশ দিয়াৰ বাবে ধন্যবাদ ।
@bikashboro-qk4yc
@bikashboro-qk4yc Жыл бұрын
Apunar kothabilak suni sosai Val Lage dada ... Thanks
@dipankar472
@dipankar472 Жыл бұрын
Ek dam bastob kotha,khub bhal lagil.
@chanekikakoti2167
@chanekikakoti2167 Жыл бұрын
Vl lagil katha khine
@Bhaskardas-hp9ye
@Bhaskardas-hp9ye Жыл бұрын
Bahut val lagise katha kheni suni....
@youcanWin23
@youcanWin23 Жыл бұрын
অতি সুন্দৰ
@jaanbro7225
@jaanbro7225 Жыл бұрын
Bhut bhut Val lagil ai video 2 Sai aru njna kotha bhut hikilu thanks you so much ye video ke liye
@SunSun-j4r
@SunSun-j4r Жыл бұрын
Val lagil VDO xuni❤❤
@bkstatus4607
@bkstatus4607 Жыл бұрын
Jibonot Ghoti thoka ghotona bur koi dise apuni ❤ thank you
@junadutta1250
@junadutta1250 Жыл бұрын
Dhanywad bohut val kotha agbhale
@babygowalla.572
@babygowalla.572 Жыл бұрын
Bhut vl lagile video 2 dada.
@Bangla101
@Bangla101 Жыл бұрын
শিক্ষামূলক ভিডিও
@purabidihingia8784
@purabidihingia8784 Жыл бұрын
বহুত ভাল লাগিল শুনি । মনটো ভাল লাগি গল।ধন্যবাদ।
@digantaboruah2380
@digantaboruah2380 Жыл бұрын
বহুত ভাল লাগিল শুনি
@runupatowary3917
@runupatowary3917 Жыл бұрын
Vl lgesa bohut enikowa kotha khune
@begumnarjee5046
@begumnarjee5046 Жыл бұрын
বহুত সুন্দৰ নিদৰ্শন ডাঙি ধৰা বাবে আপোনাক ধন্যবাদ ।
@premsondaimary6189
@premsondaimary6189 Жыл бұрын
Bhal lagil kobita huni...
@dibakardas2717
@dibakardas2717 Жыл бұрын
Dada bohou bohut val lagile video tu sai ❤❤❤❤❤❤❤❤
@jyotsnaborabordoloi8673
@jyotsnaborabordoloi8673 Жыл бұрын
Bohut val lagil xuni..aru di thakib
@bhadrakantadas6101
@bhadrakantadas6101 Жыл бұрын
অতি উত্তম উপদেশ। ধন্যবাদ, জ্ঞাপন কৰিছোঁ।
@jyotidas6207
@jyotidas6207 Жыл бұрын
Bohut bhal lagil dhanyabad.
@narayangayan5501
@narayangayan5501 Жыл бұрын
Good nice Val kotha likhile mor mon sui gol you are ride
Man Mocks Wife's Exercise Routine, Faces Embarrassment at Work #shorts
00:32
Fabiosa Best Lifehacks
Рет қаралды 6 МЛН
小路飞嫁祸姐姐搞破坏 #路飞#海贼王
00:45
路飞与唐舞桐
Рет қаралды 22 МЛН
Worst flight ever
00:55
Adam W
Рет қаралды 35 МЛН
Un coup venu de l’espace 😂😂😂
00:19
Nicocapone
Рет қаралды 4,1 МЛН
Man Mocks Wife's Exercise Routine, Faces Embarrassment at Work #shorts
00:32
Fabiosa Best Lifehacks
Рет қаралды 6 МЛН