No video

Bhupen Borah News: অখিল গগৈৰ মন্তব্যৰ প্ৰত্যুত্তৰ APCCৰ সভাপতি ভূপেন বৰাৰ

  Рет қаралды 40,802

ND24

ND24

Күн бұрын

‘দলীয় কৰ্মীৰ পৰামৰ্শ আমি শুনিব লাগিব, কোনোবাই বেয়া পালেও উপায় নাই’। উপ-নিৰ্বাচনক লৈ বিৰোধী ঐক্যমঞ্চত সংঘাত তুংগত। অখিল গগৈৰ মন্তব্যৰ প্ৰত্যুত্তৰ APCCৰ সভাপতি ভূপেন বৰাৰ।
#assam #livenews #assamesenews #nd24live #nd24assamese #nd24news
--------------------------------------------------------------------------------------------
Subscribe to ND24 for NEW VIDEOS every day and make sure to enable Push Notifications so you'll never miss a new video.
All you need to do is PRESS THE BELL ICON next to the Subscribe button!
ND24 is an Assamese News Channel. ND24 KZbin channel offers the latest news videos on Politics, Cricket, Technology, Entertainment and a lot more.
Stay tuned for the latest updates from India and around the world!
𝐋𝐈𝐊𝐄, 𝐒𝐇𝐀𝐑𝐄, 𝐅𝐎𝐋𝐋𝐎𝐖 & 𝐒𝐔𝐁𝐒𝐂𝐑𝐈𝐁𝐄
▶️ 𝐖𝐞𝐛𝐬𝐢𝐭𝐞: www.newsdaily24.in
▶️ 𝐅𝐚𝐜𝐞𝐛𝐨𝐨𝐤: / nd24assam
▶️ 𝐓𝐰𝐢𝐭𝐭𝐞𝐫: / nd24_news
▶️ 𝐈𝐧𝐬𝐭𝐚𝐠𝐫𝐚𝐦: / nd24_news
▶️ 𝐘𝐨𝐮𝐓𝐮𝐛𝐞: / @nd24assam
𝐃𝐎𝐍’𝐓 𝐌𝐈𝐒𝐒 𝐍𝐃𝟐𝟒’𝐒 𝐄𝐗𝐂𝐋𝐔𝐒𝐈𝐕𝐄 𝐒𝐇𝐎𝐖𝐒
▶️ আজিৰ পৰ্যৱেক্ষণ BY RAJDEEP BAILUNG BARUAH
• আজিৰ পৰ্যৱেক্ষণ | RAJD...
▶️ HASHTAG BY MANASH PRATIM DEKA
• HASHTAG | MANASH PRATI...
▶️ ৰাজপাট কাৰ?
• ৰাজপাট কাৰ? | 2024 Lok...
𝐂𝐨𝐩𝐲𝐫𝐢𝐠𝐡𝐭 𝐟𝐨𝐫 𝐭𝐡𝐢𝐬 𝐜𝐨𝐧𝐭𝐞𝐧𝐭 𝐢𝐬 𝐞𝐱𝐜𝐥𝐮𝐬𝐢𝐯𝐞𝐥𝐲 𝐫𝐞𝐬𝐞𝐫𝐯𝐞𝐝 𝐟𝐨𝐫 𝐍𝐞𝐰𝐬 𝐃𝐚𝐢𝐥𝐲 𝟐𝟒. 𝐔𝐧𝐚𝐮𝐭𝐡𝐨𝐫𝐢𝐳𝐞𝐝 𝐮𝐬𝐞 𝐨𝐟 𝐭𝐡𝐢𝐬 𝐦𝐚𝐭𝐞𝐫𝐢𝐚𝐥 𝐢𝐬 𝐬𝐭𝐫𝐢𝐜𝐭𝐥𝐲 𝐩𝐫𝐨𝐡𝐢𝐛𝐢𝐭𝐞𝐝 𝐚𝐧𝐝 𝐦𝐚𝐲 𝐫𝐞𝐬𝐮𝐥𝐭 𝐢𝐧 𝐥𝐞𝐠𝐚𝐥 𝐚𝐜𝐭𝐢𝐨𝐧 𝐚𝐠𝐚𝐢𝐧𝐬𝐭 𝐜𝐨𝐩𝐲𝐫𝐢𝐠𝐡𝐭 𝐯𝐢𝐨𝐥𝐚𝐭𝐨𝐫𝐬.

Пікірлер: 167
@user-uz2td8wm6y
@user-uz2td8wm6y Ай бұрын
যোৰহাত আৰু শিৱসাগৰৰ সাধাৰণ ভোতাৰে গৌৰৱ গগৈক জনকণ্ঠ হিচাপে ভোট দিছে, কংগ্ৰেছ বুলি নহয়। যিটো বিধান সভাত অখিল গগৈৰ ক্ষেত্ৰত হৈছিল। সাম্প্ৰতিক দেশৰ আাৰ্থসামাজিক পৰিস্থিতিত ৰাইজে peoples leader বিছাৰে political leader নিবিছাৰে।
@gagankumarnath9425
@gagankumarnath9425 Ай бұрын
ভূপেন বৰা অদূৰদৰ্শী, অহংকাৰী ব্যক্তি। বহুত পোৱা বুলি গৰ্বিত। অখিল গগৈয়ে যুক্তি সংগত কথা কৈছে। প্ৰবল বিৰোধিতা কৰিব লাগে।
@jadavnath4360
@jadavnath4360 Ай бұрын
চাব দেই বৰাদেউ ! সাৱধানে কৰিব কামবোৰ। বৰ বেছি অহংকাৰীও নহ'ব।
@nayanjyotinath123
@nayanjyotinath123 Ай бұрын
গৰু হাৰন দিব ৷ যদি অকলে খেলে ৷ বেছি অহংকাৰ কৰিলে পতন নিশ্চিত ৷
@rlaskarkam3616
@rlaskarkam3616 Ай бұрын
বিৰুদ্ধি ঐক্যক অৱহেলা নকৰিব ।
@basantaborgohain5372
@basantaborgohain5372 Ай бұрын
ভূপেন দা অকনমান চিন্তা চৰ্চা কৰি পৰামৰ্শ দিব, উফাইডাং মাৰি টিকট লৈ হৰা মানুহ আমাক নালাগে।
@BaharulIslam-sm5bx
@BaharulIslam-sm5bx Ай бұрын
আপুনি মীৰা বৰঠাকুৰ বাইদেউৰ পৰা পৰামৰ্শ ল'ব।
@sanjibbora1789
@sanjibbora1789 Ай бұрын
ভূপেন বৰা ডাঙৰীয়া আপুনি কিন্তু এতিয়া অহংকাৰী হৈ গৈছে সাৱধান , নাও ত উঠিলেও ডুবে নামি লেও ডুবে
@achurjyagohain69
@achurjyagohain69 Ай бұрын
ভূপেন বৰাৰ অহংকাৰটো হিমন্ত পিয়ুষতকৈ কম নহয় । উন্নতি নহয় এনেকৈ । বিৰোধী ঐক্যক অৱহেলা কৰিলে ফল পাব খুব সোনকালে
@shahzamalsikder9680
@shahzamalsikder9680 Ай бұрын
ইমান গৰ্জন আৰু অহংকাৰ কৰে পৰা আহে । গঠবন্দনৰ লগত মি লি কাম নকৰিলে তাৰ ফলত বেয়া হ'ব যেন পাইছোঁ।
@user-hy9gv3ob2r
@user-hy9gv3ob2r Ай бұрын
এই কথাখিনি বিৰুধী ঐক্যমঞৰ দলপতিৰ সৈত্য আলোচনা কৰি স্থিৰ সিদ্ধান্তত উপনিত হওক।কোনোদলেই মইবৰ ভাব প্ৰকাশ নকৰিব এনে অৱস্থা হলে বিৰোধী পক্ষই সুবিধা গ্ৰহন কৰিব।আপোনালোকৰ লক্ষ কেৱল বিৰোধীক পৰাস্ত কৰাটোহে হব লাগে কোনেও নিজকে মইবৰ পৰ্দশনৰ লক্ষ নলব।
@Ramraj13333
@Ramraj13333 Ай бұрын
কংগ্ৰেছক ভোট দিয়া নাই সকলো দল লগ লাগি এক লগ হোৱা বাবে ভোট দিছোঁ
@jayantasaikia1327
@jayantasaikia1327 Ай бұрын
Confidence Val kinto Over Confidence Bea bhupen Bora Barpetar result ei tar evidence mind it bhupen Bora
@bihuramborah5081
@bihuramborah5081 Ай бұрын
Over confident nohobo
@padmalochangogoi1357
@padmalochangogoi1357 Ай бұрын
তহঁতৰ কংগ্ৰেছ এনেকৈ শেষ হৈ যাব।
@puspadhardowarah1932
@puspadhardowarah1932 Ай бұрын
অকল কংগ্ৰেছেই সিদ্ধান্ত ললেই নহব; বাকী মিত্ৰদলকো নিমন্ত্ৰণ দিব লাগিছিল।কিয় জনোৱা"নহল সেইটোহে আচল কথা!
@manjubarman1855
@manjubarman1855 Ай бұрын
কথা সলাইছে আপুনি।যোৱাকালি কি কৈছিলে এবাৰ চাই লওক। গংগাটোপ নহ'ব আকৌ ডুবিব।
@Hirakjyotideka-
@Hirakjyotideka- Ай бұрын
News live k Congress এ boycott korisil kintu ahise dekhun news korib
@SunilPatar-qb6yy
@SunilPatar-qb6yy Ай бұрын
সচা কথা এবাৰ সকলো মিলি আলোচনা কৰিলোৱাটো ভাল
@user-dg4vz2sl1k
@user-dg4vz2sl1k Ай бұрын
এতিয়া বহুত সময় আছে বিৰোধী লগ লাগি আলোচনা কৰি খেলিলে বহুত ভাল হৱ নহ'লে বৰপেটাৰ দৰে অৱস্থা হ'ব পাৰে সেই কাৰণে সকলোয়ে লগ লাগি আলোচনা কৰি খেলিলে বহুত ভাল হৱ আৰু লুৰীনজোতি গগৈ দাঙৰিয়াক জি কোনো এটা সমষ্টিৰ পৰা জিকাই আনিলে বহুত ভাল হৱ বিৰোধীৰ কাৰণে
@user-hg3di5bz7w
@user-hg3di5bz7w Ай бұрын
লোভেই পাপ পাপেই মৃত্যু। ইন্দিয়া এলায়েঞ্চ শেষ।
@nayan_konwarrr
@nayan_konwarrr Ай бұрын
অখিল গগৈয়েই প্ৰথম বিভাজনমুখী মন্তব্য কৰিছে।
@mukulbaruah1833
@mukulbaruah1833 Ай бұрын
Nayan konwar Akhil Gogoi k gaali paari hator kuthar murat mari naloba.
@NripenThakuria
@NripenThakuria Ай бұрын
ভুপেন বৰা ডাঙৰীয়া আপুনি বিহালীত নহয় চামগুৰিতহে খেলক ৷
@PrajenBorman-ud9ih
@PrajenBorman-ud9ih Ай бұрын
Himantok silsarat khelibo ko tata bohut bongali ase
@rekibulhussain2876
@rekibulhussain2876 Ай бұрын
ভূপেন বুঢ়া এজন বিজেপি দলৰ এজেন্ট
@gobindastidar2082
@gobindastidar2082 Ай бұрын
" জনকণ্ঠ, কঙগ্ৰেছ, peoples leader, political leader. ". . . কথাকেইটাৰ তাৎপৰ্য গূঢ়ভাবে চিন্তা চৰ্চা কৰি আগবাঢ়িলেই ৰাজনৈতিক পৰিবৰ্তনৰ ধাৰা অক্ষত অৱস্থাত থকাটো নিশ্চিত ।
@jibonjyotidutta622
@jibonjyotidutta622 Ай бұрын
যদি পাৰে মহাজোটৰ আটাইকেইটা দলৰ সৈতে আলোচনা কৰি বন্ধুত্ব মুলকভাৱে খেলক কাকো এৰি নিদিব | অখিল গগৈ লুৰিণজ্যোতি গগৈক লগত লৈ আলোচনা কৰক
@NirmolRay118
@NirmolRay118 Ай бұрын
বঢ়িয়া,অখিল গগৈ আৰু লুৰিণে নিজৰ পাৰ্টিক শক্তিশালী কৰাৰ পৰিবৰ্তে কংগ্ৰেছৰ গুণ গান গাই শক্তিশালী কৰিলে।এতিয়া অখিল লুৰিণক গতা মাৰিবই।।।
@bikramboruah8594
@bikramboruah8594 Ай бұрын
মই এজন কংগ্ৰেছ দলৰ সদস্য কাহানিও কংগ্ৰেছৰ বাদে বেলেগক ভোট দি পোৱা নাই ।মই কিন্তু কংগ্ৰেছ দলৰ হে সমৰ্থক কোনো ব্যক্তি ৰ সমৰ্থক নহয় , দলৰ স্বাৰ্থত সকলো কংগ্ৰেছ সদস্য ক সমৰ্থন কৰোঁ ।।। বৰা দেবৰ কথা খিনিৰ শব্দ কেইটা অলপ নৰম হোৱা হলে ভাল আছিল বুলি ভাবো ।
@bipulali9045
@bipulali9045 Ай бұрын
বেলেগক অবহেলা নকৰিব আৰু অহঙ্কাৰি নহব
@user-wc9qm7rt7h
@user-wc9qm7rt7h Ай бұрын
ভুপেন বৰা প্ৰথমে জয়ী হৈ দেখাওক তাৰ পিছত মোৰ দল মোৰ কংগ্ৰেছ বুলি কব
@user-ij4yt6jk4i
@user-ij4yt6jk4i Ай бұрын
Congress🎉❤
@gagankumarnath9425
@gagankumarnath9425 Ай бұрын
ভূপেন বৰাক সভাপতি পদৰ পৰা তৎকালে আঁতৰাই দিব লাগে।
@bipulali9045
@bipulali9045 Ай бұрын
আলোচনা কৰাক
@sakiajanus
@sakiajanus Ай бұрын
কঠাল নৌ পকোতেই ওঁঠত তেল ললেই। এনেকৈ কঠাল গেলিব। তললৈ নামক। তিনি খন আসন হে জিকিছে। এটিয়াও বহুত বাকী।
@chakradharsaikia7392
@chakradharsaikia7392 Ай бұрын
অহংকাৰে পতন ঘটাব অ😅
@monujpalak560
@monujpalak560 Ай бұрын
প্ৰতিদিনৰ বাদ দি বাকী সাংবাদিকৰ কথা উত্তৰ দি লাভ নাই।
@premodharphukan1101
@premodharphukan1101 Ай бұрын
ইমান সোনকালে বিৰোধী ঐক্যক অৱহেলা কৰাটো ভুল কৰিছে কংগ্ৰেছে ৷ হয় নিজৰ দলৰ ভিতৰত আলোচনা হোৱাটো যুক্তিসংগত ৷তথাপিও কওঁ পোনচাটেই একক সিধান্ত লোৱাটো সমিচিন নহয় ৷শাসকীয় পক্ষ এতিয়াও বহুত সুবিধাজনক স্থিতিত আছে ৷এই কথাষাৰ ভালকৈ গমি চাব ৷ নহলে হিতে বিপৰীত হোৱাৰ সম্ভাৱনা যথেষ্ট আছে ৷
@user-hb8yu7oe9l
@user-hb8yu7oe9l Ай бұрын
Next cm ,,😂😂😂
@dinakantagogoi9761
@dinakantagogoi9761 Ай бұрын
মূখ্যমন্ত্ৰী মহোদয়ে সংবাদ মেলত কেতিয়াবা কয় ভূপেন বৰাই বি জে পিত যোগদান কৰিব। বতৰ্মান তেখেতৰ মন্তব্য বোৰ শুনিলে মুখ্যমন্ত্ৰীৰ কথাবোৰ মিছা নহয় যেন লাগে।
@manashhira7222
@manashhira7222 Ай бұрын
কেল্লা অসমৰ ১৪ খনৰ যোৱা বাৰ bjp ৯ খন পাইছিল আৰু cong,aiudf মিলাই ৫ খন পাইছিল😂😂 ! এবাৰ অসমত বিৰোধী সকলো এক হোৱাৰ পাছত bjp মিত্র দলে ১১ খন পাইছে ভুপেন খান দাঙৰীয়া 😂😂 ! যোৰহাটৰ ৰাইজে গৌৰৱক কংগ্ৰেছ বুলি ভোট দিয়া নাই ! কৃষ্ণক লাভ জেহাদ বুলি কোৱা ভুপেন খান আৰু গোটেই ভাৰতৰ হিন্দুক অপমান কৰা ৰাহুল খান ! এইদুইটা উদ্দেছ এটাই অসমীয়া জাতিক শেষ কৰা গতিকে অসমৰ সকলো হিন্দু মানুহ সজাগ হব হল নহলে ইহতে মই হিন্দু বুলি কোৱা অধীকাৰ নাইকিয়া কৰিব ! মই নিজে পুৰণি চামগুৰি আৰু এতিয়া বুঢ়মপুৰ সমষ্টি এজন ভোটাৰ ! এইবাৰ পুৰণি চামগুৰিত কংগ্ৰেছ বেয়াকৈ হাৰিব 😅😅 মুঠতে অসমত ৫ =০ কংগ্ৰেছ হব 😅
@aakashgogoi3870
@aakashgogoi3870 Ай бұрын
চাব দেই বৰাদেউ ন- পথাৰৰ কেঁচা আলিত খোজ সাবধানে দিলে ভাল নহলে পিচলি পৰাৰ সম্ভাবনা থাকে।যোৰহাটত আমি গৌৰৱ গগৈকহে ভোট দিছো কংগ্ৰেছক ভোট দিয়া নাই কিন্তু।
@dipankusaika5754
@dipankusaika5754 Ай бұрын
অলপ বেছি হোৱা নাই নে ? এইবোৰ মানুহে ৰাইজৰ উন্নতি কৰিব ?পথাৰদ আলি কাতিব জানে এতিয়া অসমৰ ৰাইজ পথাৰত বেছট ?
@julhaz3336
@julhaz3336 Ай бұрын
APCC President, Mr. Bhupen Borah=Correct saying.
@tamanna2813
@tamanna2813 Ай бұрын
Congress zindabad
@binoddutta4714
@binoddutta4714 Ай бұрын
ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ এক হৈ নিৰ্বাচন খেলিব লাগে কোনো ৰাষ্ট্ৰীয় দলৰ ওপৰত ভৰষা কৰি লাভ নাই কাৰন তেওঁলোকে আঞ্চলিক দলক শেষ কৰাটোৱেই তেওঁ লোকৰ উদেশ্যে।
@mamonibora2837
@mamonibora2837 Ай бұрын
আঞ্চলিক দল নহ'লে কংগ্ৰেছৰ ফলাফল নহ'ব।
@pradipsarma9199
@pradipsarma9199 Ай бұрын
BJP আৰু হিমন্ত বিশ্ব শৰ্মাক সহজ বুলি ভাবি নলব। বৰা দেও i dnt care ওলাই যাব ,এনেয়ে আপোনালোকৰ কাম কাজ ৰাইজে ভাল নাপাই ,এতিয়া দাংকোপ মাৰা কথা ৰাইজে ভাল নাপাই।গৌৰৱ গগৈ নিজৰ প্ৰতিভাৰ জিকিছে ।
@kangkandeka1296
@kangkandeka1296 Ай бұрын
2026 CM- Gaurav Gogoi Education Minister- Lurin Jyoti Gogoi Health minister - Merra Borthakur Finance minister - Bhupen Bora Agriculture minister - Akhil Gogoi
@apurbabhuyan8121
@apurbabhuyan8121 Ай бұрын
আইঐ দেহি, গছত কঠাল ওঁঠত তেল বোপাই অ, হিমন্ত এনে বহি থকা বিধৰ নহয়। ব্ৰহ্মপুত্ৰৰ বুকুৱেদি বহুত পানী বৈ যাব। চাই থাকা মাথোঁ।
@user-ov6ql5wt7h
@user-ov6ql5wt7h Ай бұрын
বৰাডাঙৰিয়া বৰ অহংকাৰি সেই কাৰনে সাৰি থাকে
@nortest3343
@nortest3343 Ай бұрын
Bhupen bora ji dolot thakibo ses
@anilboro4741
@anilboro4741 Ай бұрын
কংগ্ৰেছ আৰু ইয়াৰ চমচাবোৰে এটা বিৰাট ডাঙৰ অহংকাৰত ডুবি আছে যে এইবাৰ লোকসভাৰ ইলেকশ্যনত ভাল প্ৰদৰ্শন আগবঢ়াইছে।
@puwalichaoching125
@puwalichaoching125 Ай бұрын
Dhonkho arombhoni
@9667-j4f
@9667-j4f Ай бұрын
শাসকীয় দলৰ লগত compromise কৰিব চাগে
@user-zl1mn5jn2k
@user-zl1mn5jn2k Ай бұрын
উপকাৰী ক অজগৰ নহয়টো।Try own self.
@nabajitkalita
@nabajitkalita Ай бұрын
অহংকাৰ হলে পতন নিশ্চিত।
@nitunzaborah5902
@nitunzaborah5902 Ай бұрын
আপুনি ইমান ফুটনি নামাৰিব। কংগ্ৰেছৰ অলপ দলৰ বল পাইছে যুৱ কংগ্ৰেছ গৌৰৱ গগৈ জীকাৰ পৰা।আপোনালোকৰ দলত থকা বৃদ্ধ সকলৰ বাবে নহয়।পাৰে যদি দলৰ পৰা বুঢ়া সকল ত্যাগ কৰি যুৱ সকলক দল চলাবলৈ এৰি দিয়ক।
@atowarrahman9169
@atowarrahman9169 Ай бұрын
প্ৰবল অহংকাৰী , অদূৰদৰ্শী এইজন মানুহ। এখেত গণিতত কেঁচা আছিল চাগে।
@JunAhmed-el5cu
@JunAhmed-el5cu Ай бұрын
Gush khale😮
@binoykalita7597
@binoykalita7597 Ай бұрын
ঐ ভূপেন বৰা বিৰোধী ঐক্য মঞ্চ কথাটো ইমান শুনকালে পাহৰাটো শুভ লক্ষণ নহয় মনত ৰখাটো ভাল। গৌৰৱ গগৈক বেকফুতলৈ পথিওৱাটো তোমাৰ উদেশ্য নহয় জানো?
@amanurrahman1042
@amanurrahman1042 Ай бұрын
অখিল গগৈ আৰু লুৰিনজ্যোতি গগৈৰ লগত আলোচনা কৰাত আপত্তি কিহৰ???অহংকাৰেই অধপতনৰ মূল।
@PabitraTeron-bi1xx
@PabitraTeron-bi1xx Ай бұрын
মহাজুত বন্ধন হোৱা বাবে কংগ্ৰেছ দলে তিনিখন আসন পাইছিল, কিন্তু মিত্ৰতা নাথাকিলে কংগ্ৰেছ দলে zero আসনত থাকিলে হেঁতেন ।
@rajivgogoiwarrens6290
@rajivgogoiwarrens6290 Ай бұрын
ভুল নকৰিব বন্ধু। BJP ক ৰুধিব লাগিব।
@FakharuddinAliAhmed-uf7iv
@FakharuddinAliAhmed-uf7iv Ай бұрын
Do offers two seat to Raijor Dal and AJP
@dadugogoi5548
@dadugogoi5548 Ай бұрын
ভুল সিদ্ধান্ত নলব । 🙏🙏
@narendradas5609
@narendradas5609 Ай бұрын
United hoi khelok 2+3karok
@gautamsarma8897
@gautamsarma8897 Ай бұрын
Thagbaji Khata Khat 8500 Parti . Kene moja .
@digantaboruah6458
@digantaboruah6458 Ай бұрын
বড়া ডাঙৰীয়া , অখিলৰ অস্তিত্ব আপোনি এবাৰ ভালদৰে বিবেচনা কৰক । আপোনাৰ দলৰ সদস্যৰ বৰঙনি যিমান তাতোকৈ অকলে অখিলৰ কম আছিল জানো ? সোধক , গৌৰৱ , প্ৰদ্যুত , আৰু ৰকিক ? মহোদয় , সোঁতত নুতি বাস্তবৰ লগত মুখামুখি হওক । আপোনাৰ লগতে দলৰ অকলে দম নাই । সমিলমিলেৰে সকলোকে লগত লৈ আগবাঢ়ক পৰৱৰ্তি ২৬ লৈ । ৰাইজে সকলো চাই আছে । মনত ৰাখিব অতি দৰ্পে শত লঙ্কা । তাত আপোনি কোন ?
@GiridharThakuria
@GiridharThakuria Ай бұрын
বৰা ডাঙৰীয়া অহংকাৰ নকৰিব আৰু অখিল গগৈক উলাই নকৰিব। ৰাহুল গান্ধীৰ পৰা অলপ শিকক
@rinimahoque6912
@rinimahoque6912 Ай бұрын
ডাঙৰীয়া বঙাইগাঁও লউৰইনক দিয়া
@bitupandas8667
@bitupandas8667 Ай бұрын
বিহালী ত যদি পল্লৱলোচন ক বিজেপি এ টিকট দিয়ে তেন্তে প্ৰেমলাল দাক টিকট দিয়ক 100% জয় হ'ব । বিজেপি ভোটাৰে ও কংগ্ৰেছ ক ভোট দিব
@pranabdas6724
@pranabdas6724 Ай бұрын
এই মানুহজনে কথা কব নাজানে
@ProbinBora-xd1jl
@ProbinBora-xd1jl Ай бұрын
বিৰুদ্ধীভোট চিনন ভিনন নকৰিব।
@akhimbaruah1232
@akhimbaruah1232 Ай бұрын
Bhupen borah himanta r manuh
@PujaBarman-fh7sk
@PujaBarman-fh7sk Ай бұрын
Bhupen Bora apunar karone cong gale jabo,just ame gourav gogoi r karone he cong k vote desu ,cong r manuh kakuai vl nelage, bs gouruv gogoi sir he amar jorhator karone perfect neta
@Artandcraft-vb8yu
@Artandcraft-vb8yu Ай бұрын
কচু পাবি ৰহ গম পাবি ইমান অহংকাৰ ঐ
@sultanmamud9072
@sultanmamud9072 Ай бұрын
Akow jabo roshatole.
@bibhadas5050
@bibhadas5050 Ай бұрын
বেজোখত জাঁপ নেমাৰিব,26 ৰ নিৰ্বাচনলৈ যাতে ঠং হাত কৰ্মক্ষম হৈ থাকে সেইটো চাব।ৰাইজৰ আশাত চেঁচা পানী ঢলা কাম নকৰিব।
@chitrakumarhazarika6622
@chitrakumarhazarika6622 Ай бұрын
"I don't care"__এনেকুৱা বাক্য প্ৰকাশ কৰোঁতে অলপ ভাবি চাব লাগে নেকি বৰাদেউ। অহঙ্কাৰী গৰ্বী কথা কোৱা বাবেই বি জে পিক লাহে লাহে মানুহে বেয়া পাইছে। গতিকে কথাবোৰ অলপ চাইচিতি ক'লে ভাল হয়। ২০২৬ত আপোনালোকে ক্ষমতালৈ অহাৰ যি সপোন দেখিছে তাক বিৰোধী ঐক্য বচাই ৰাখিব পাৰিলেহে বাস্তবায়িত কৰাটো সম্ভৱ হ'ব।
@rajnishbora3392
@rajnishbora3392 Ай бұрын
Apunar karone akou haribo ....
@user-wg6sp2ju4o
@user-wg6sp2ju4o Ай бұрын
Upai nai apunar pora...hekh kori ha aribo apuni
@bitupandihingia5214
@bitupandihingia5214 Ай бұрын
এই জন অহংকাৰী
@jintuneogjorhat1450
@jintuneogjorhat1450 Ай бұрын
Aromvo hoi gol aru.
@champaknath3239
@champaknath3239 Ай бұрын
Aw ajn bjp r manuh
@hemchandraborah-vd6nz
@hemchandraborah-vd6nz Ай бұрын
আপুনি আলুগুটী নকৰিব
@smritichetia7497
@smritichetia7497 Ай бұрын
আপোনাৰ কাৰণে nohoi এক মাত্ৰ গগৈ ডাঙৰীয়া কাৰণে জিকিছে, বিৰোধী হিচাপে কেৱল গগৈ ডাঙৰীয়া bhivinya সময়ত সমস্যা বোৰ স যোৰে উপস্থাপন কৰি আহিছে,
@mukundahazarika9455
@mukundahazarika9455 Ай бұрын
ভুল নকৰিব ৷ মানুহ একেখিনি দেই ৷
@amu536
@amu536 Ай бұрын
অহংকাৰে শেষ কৰিব।
@Aditygogoi123
@Aditygogoi123 Ай бұрын
এই মানুহজনৰ অহঙকাৰে কঙগ্ৰেচক ডুবাব,,,, ইমান অহঙকাৰ ভাললৈ নহয়,,,কাৰ মূৰত উঠি তিনি খনত জিকিছিল,,, গৌৰব গগৈ আছে বাবেহে মানুহে পুনৰ এবাৰ কঙগ্ৰেচক আদৰি লৈছে,,,,নহ'লে এই মানুহ জনৰ কথা কাণ্ডত সকলোৱে দলৰ পৰা পলাব,,, ইমান অকৃতজ্ঞ ব্যক্তি,,,
@bhabendoley6151
@bhabendoley6151 Ай бұрын
ভুল সিতদান্ত মানে বিপদ।চাই চাই চাপৰি বাব লগে কংগ্ৰেছ,নহলে আকৌ পানীত যাব পৰিশ্ৰম।
@iloveassam257
@iloveassam257 Ай бұрын
Congres ৰ প্ৰতি মানুহৰ আস্থা নাই যেনেকৈ BJP ৰ প্ৰতি মানুহৰ আস্থা কমি আহিছে এদিন তেনেকুৱা কংগ্ৰেছ ৰো হৈছিলে, কংগ্ৰেছে এইবাৰ vote paise only বিৰোধী ঐক্ষমঞ্চ ৰ লগত মিলা বাৱে, কংগ্ৰেছে অকলে খেলকচুন নিৰ্বাচন তেতিয়া দেখা যাব কিমান vote pai
@pragyanjkashyap5978
@pragyanjkashyap5978 Ай бұрын
Result will be zero
@OkokayokOk
@OkokayokOk Ай бұрын
Arrogance bad diyok
@junuchamua1648
@junuchamua1648 Ай бұрын
বহুত বেছি অহংকাৰী
@manashhira7222
@manashhira7222 Ай бұрын
অসমত কংগ্ৰেছ ৫ =০ হব 😂😂
@rintubora5517
@rintubora5517 Ай бұрын
ভুল হৈছে ,সকলো মিলী খেলক চিতকেতা উদ্ধাৰ কৰক ।
@equityresearch1995.
@equityresearch1995. Ай бұрын
Congress 0 hobo,aru abar 😅😅😅
@childimprove2585
@childimprove2585 Ай бұрын
Ataw nezika bhupen bora meeting korila 100 percent haribo
@sopiyolhoque1842
@sopiyolhoque1842 Ай бұрын
Baysi ahonkari nokoribo
@Nathsanjeev-d5f
@Nathsanjeev-d5f Ай бұрын
Aku nai result gom pabo
@dildarhussain-wq7nv
@dildarhussain-wq7nv Ай бұрын
Bhupen bora hatau Congress basau
The Joker saves Harley Quinn from drowning!#joker  #shorts
00:34
Untitled Joker
Рет қаралды 72 МЛН
OMG what happened??😳 filaretiki family✨ #social
01:00
Filaretiki
Рет қаралды 13 МЛН