Bhupen Hazarika - Best Assamese Songs (Part 1) ড° ভূপেন হাজৰিকাৰ নিৰ্বাচিত অসমীয়া গীত

  Рет қаралды 173,907

অ' মোৰ সুৰীয়া মাত

অ' মোৰ সুৰীয়া মাত

Күн бұрын

Bhupen Hazarika Best Assamese Songs - ড° ভূপেন হাজৰিকাৰ নিৰ্বাচিত অসমীয়া গীত
1. আকাশী গংগা বিচৰা নাই
2. এটুকুৰা আলসুৱা মেঘ ভাহি যায়
3. কহুৱা বন মোৰ অশান্ত মন
4. বিমুৰ্ত মোৰ নিশাটি
5. আমি অসমীয়া নহও দূখীয়া
6. মদাৰৰে ফুল হেনো
7. ব'হাগ মাথো এটি ঋতু নহয়
জ্যোতি সংগীত playlist: • Jyoti Sangeet জ্যোতি স...
ভূপেন হাজৰিকা playlist: • Bhupen Hazarika ভূপেন ...
জয়ন্ত হাজৰিকা playlist: • জয়ন্ত হাজৰিকা
অসমীয়া কথাছবিৰ গীত playlist: • Assamese Movie Songs
বৰগীত playlist: • Borgeet বৰগীত
bhupen hazarika, bhupen hazarika assamese songs, assamese songs, bhupen hazarika songs,assamese song, bhupen hazarika assamese song, bhupen hazarika assamese, best of bhupen hazarika, bhupen hazarika hits,bhupen hazarika songs assamese, bhupen hazarika song,bhupen hazarika songs with lyrics, hits of bhupen hazarika, bhupen hazarika all assamese song, best assamese songs,jayanta hazarika songs, bhupen hazarika best song, assamese, bhupen hazarika hindi songs
Assamese Song Lyrics. অসমীয়া গীতৰ কথা।

Пікірлер: 58
@PrbinChutia
@PrbinChutia 3 ай бұрын
ইমান সুন্দৰ, সুমধুৰ আৰু অৰ্থবহ গীত, ভাবিলে আচৰিত লাগে। এইবোৰকহে প্ৰকৃতে গীত বোলি কব পাৰি। এইয়া কেৱল আমাৰ অসমীয়াৰ বোকুৰ আপুন,হিয়াৰ আমথু, স্বৰ্গীয় ভূপেন হাজৰিকা দেৱৰ দ্বাৰাহে সম্ভৱ। বৰ্তমান প্ৰজন্মই কেৱল তেখেতৰ গীত শুনিলেই নহ'ব, গীতৰ অন্তৰ্নিহিত অৰ্থ ও উপলব্ধি কৰিব পাৰিব লাগিব।ঐক্য, সমন্বয়,ভাতৃত্ব বোধেৰে গঢ়লৈ উঠা,একালৰ বৰ অসমখনি কিয় আজি ভাঙি যানবাহন হ'ল।কিয় আজি বিভিন্ন চেলু বিচাৰি মেঘালয়, নাগালেণ্ড, অৰুণাচল, মিজোৰাম, মণিপুৰ ত্ৰিপুৰা আদি নামলৈ আই অসমীৰ অঙ্গ সমূহ ওলাই গ'ল।কোনে আমাৰ মাজত বিভেদৰ বীজ সিচিলে।কিয় আজি আমৰ অসমীয়া সমাজ তথা আই অসমী নিখকটীয়া, দূৰ্বল। এনে বোৰ অতি গুৰুত্বপূৰ্ণ বিষয়য়েই তেখেতে গীতটিৰ জৰিয়তে অতি সুন্দৰকৈ উপস্থাপন কৰিছে। তেখেতৰ গীত সমূহ কেৱল মনোৰঞ্জন ধৰ্মীয়েই নহয়, অফুৰন্ত জ্ঞানৰো ভাণ্ডাৰ। আজিৰ প্ৰজন্মৰ লোকে তেখেতৰ গীতৰ অন্তৰ্নিহিত অৰ্থ মৰ্মে মৰ্মে উপলব্ধি কৰিব পাৰিব লাগিব। ধন্যবাদ।
@trisongkukakoty6673
@trisongkukakoty6673 4 ай бұрын
প্ৰতি ঘৰ অসমীয়া মানুহৰ ঘৰত এই বিলাক গানৰ চৰ্ছা হব লাগে বুলি মই সকলো অসমীয়া মানুহলৈ মোৰ অনুৰুধ থাকিল
@RunuDas-e9r
@RunuDas-e9r 9 ай бұрын
ভূপেন হাজৰিকাদেৱৰ প্ৰতিটো গানেই যথেষ্ট অৰ্থপূৰ্ণ।
@rajashridas1955
@rajashridas1955 11 ай бұрын
সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকা দেৱৰ সোঁৱৰণত তেওঁলৈ শত কোটি প্ৰণাম যাচিলো আপোনাৰ ভিডিঅ' ৰ জৰিয়তে 🙏🌸🙏💮🙏💐🙏 গীতৰ নিৰ্বাচন অতি সুন্দৰ 🙏👌
@SashiSaikia-pt8rm
@SashiSaikia-pt8rm 10 ай бұрын
😅 সৰু kalaloকাললৈ উভতি galu অতি সুন্দৰ তাতে ভূপেন হাজৰিকা দেৱৰ গীত
@amritkotoky9383
@amritkotoky9383 Жыл бұрын
বৰ সুন্দৰ গান
@nizaraborbora8269
@nizaraborbora8269 10 ай бұрын
শুপ্ৰভাত, ভূপেনদাৰ গীত সদায় শুনিব মনযায়
@ajaypatowary5703
@ajaypatowary5703 Жыл бұрын
Dr Bhupen Hazarika dev ganbore all time super hit
@dipankarDeka-cm8yc
@dipankarDeka-cm8yc 9 ай бұрын
Bohut vl lage dr bhupe hazarika debr all song I miss you bhupen da
@SriIswarchandraDas
@SriIswarchandraDas Жыл бұрын
Chuin chaon abar mukhani tomar.❤🎉
@sankarnath8888
@sankarnath8888 3 ай бұрын
Deh mon jur pori jai
@dineshsarania4834
@dineshsarania4834 7 ай бұрын
সৰ্বকালৰ সৰ্বসুন্দৰ আৰু সৰ্বশ্ৰেষ্ঠ সৃষ্টি
@bhadrakantadas6101
@bhadrakantadas6101 Жыл бұрын
What a great composition by Bhupen da.
@dipikabaishya6966
@dipikabaishya6966 10 ай бұрын
Best all the time
@birinchisarma3356
@birinchisarma3356 4 ай бұрын
Long life songs.
@sukumardutta9260
@sukumardutta9260 Жыл бұрын
Bhupen Hazarika was singing various type of songs which touched every corner of human heart his life is really devoted to the literature of human heart it is very best and need to respect this soul for interest of Assamese
@anilchbora3754
@anilchbora3754 Жыл бұрын
😮
@Mr.Brojen321
@Mr.Brojen321 8 ай бұрын
❤❤❤😊😊😊
@subhasaikia1355
@subhasaikia1355 10 ай бұрын
Bor bhal lagil
@Poragjyotisaikia.-su1kb
@Poragjyotisaikia.-su1kb 11 ай бұрын
Thanks 🎉from andharpradesh nellore district.
@saurabhkalita1343
@saurabhkalita1343 Ай бұрын
ইমান ধুনীয়া শব্দ ❤❤❤
@santaramdeka3015
@santaramdeka3015 3 ай бұрын
🎉punar upajak
@axommemehub
@axommemehub 2 күн бұрын
GOAT of Assamese music industry
@arindomdas1709
@arindomdas1709 Жыл бұрын
Amar gan
@bornalikonch733
@bornalikonch733 2 ай бұрын
All songs my frb...❤❤
@abhishekdevnath9959
@abhishekdevnath9959 Жыл бұрын
শুভ জন্ম দিন।
@moniramdas4569
@moniramdas4569 4 ай бұрын
song of Respected Dr Bhupen Hazarika' s are always alive & evergreen .
@ramennath9501
@ramennath9501 5 ай бұрын
Old is diamond
@krishnasharmaandassociates2560
@krishnasharmaandassociates2560 Жыл бұрын
Best Writter of All time
@jayantanath2011
@jayantanath2011 Ай бұрын
"বিমূৰ্ত মোৰ নিশাটি" ভূপেন হাজৰিকাৰ সকলো অসাধাৰণ গানৰ ভিতৰতো এটা অতি অতি অদ্ভুত অসাধাৰণ গান। কৌটি কৌটি বাৰ শুনিলেও হেপাহ নপলায়।
@swapankumardutta3368
@swapankumardutta3368 28 күн бұрын
These kaljoyee songs .heart and soul becomes full with content.
@padmeswarborah-yy1zr
@padmeswarborah-yy1zr Ай бұрын
এনে সমুহ গীতৰ শব্দংশৰ ৰচনা প্ৰকৃতাৰ্থত সমগ্ৰ মন জোৰোৱা কণ্ঠদান শুনি শুনিবলৈ মান গৈ থাকে।। ইয়াৰ লগতে মোৰ সকলো বন্ধু বান্ধৱ বান্ধবীকে জনাই ভাল লাগিব যে আমাৰ যুগ্ম জীৱনৰ পাতনি মেলা হৈছিল 11/08/1987 আজিৰ তাৰিখত আজি মোৰ বিশ্বৰ সকলো প্ৰমুক্ষ দেশৰ প্ৰতি আহ্বান জনাব বিচাৰোঁ যে সকলো মানবৰ বাবে প্ৰয়োজনীয় কল্যাণ মুলক কৰ্তব্য পালন কৰাৰ সপত গ্ৰহণ নৱ ভাৱে কৰোঁ। আহক সকলোৰে কুশল মঙ্গলৰ অৰ্থে স্হানীয় সমস্যা সমাধান কৰিবলৈ সক্ষম হ'বলৈ আন্তঃৰাষ্ট্ৰীয় ভুমিকা লোৱাতো সময় সাপেক্ষ হ'ব নহ'লে সৰু সুৰা জুইক কম্বলেৰে ঢাকিবলৈ চেষ্টা নকৰি ৰাষ্ট্ৰীয় স্বাৰ্থতে সকলো দেশতে ক্ষুদ্ৰ জাতীয় সত্তাক সম্বৃদ্ধ কৰি ৰাষ্ট্ৰীয় ঘাইপথৰ উন্নতি সাধিনীৰ বাবে প্ৰচেষ্টা কৰাটো সময়ৰে আহ্বান ইয়াৰ আলোচনা ৰাষ্ট্ৰীয়ম সভাৰ বাহিৰে উপস্হাপন কৰি কোনো লাভ নাই।।।আমাক দ্বিতীয় শ্ৰেণীৰ নাগৰিক বুলি গণ্য কৰা সকলো সাৱধান হোৱাৰ সময় সমাগত।।
@tarusarma2102
@tarusarma2102 2 ай бұрын
RESPECTED Dr BHUPEN HAZARIKA DEV LOI MOR KOTI KOTI PRANAM JONALO 🙏🙏🙏🙏🙏 All Songs my favourite....... All Song's Super hit Song 👍 All time favourite.....SO PROUD OF ASSAM And world 🌎🌎🌍. LEGEND 🙏🙏🙏 REST IN PEACE 😢😢😢😢
@GobindaDas-ur9cj
@GobindaDas-ur9cj 26 күн бұрын
মন পৰশা গীত
@parikhitdas5401
@parikhitdas5401 8 ай бұрын
কালজয়ী গান
@dhunugogoi9488
@dhunugogoi9488 Жыл бұрын
❤❤❤❤✨
@jayantanath2011
@jayantanath2011 Ай бұрын
প্ৰতি জন অসমীয়াই ভূপেন হাজৰিকাৰ গানবোৰ প্ৰতি দিনে অসংখ্য বাৰ, অজস্ৰ বাৰ শুনিব লাগে। শুনা উচিত।
@basisthaacharya6590
@basisthaacharya6590 Ай бұрын
ভাৰত ৰত্ন ভূপেন হাজৰিকা দেৱৰ এই অমৰ সৃষ্টি বোৰ ভাৰতীয় ৰেল বিভাগৰ অসমৰ পৰা যোৱা ৰেলগাড়ী বোৰত বজাব লাগে। ভূপেন দা আমাৰ স্বাভিমান। তেখেতৰ গীত সমূহ অনাদি অনন্ত কাললৈ জীয়াই ৰখাৰ বাবে যত্ন কৰিব লাগে।
@debendrakumarnath9286
@debendrakumarnath9286 2 ай бұрын
বংগত ৰবীন্দ্ৰ নাথ ঠাকুৰ, স্বামী বিবেকানন্দ, নেতাজী সুভাষ চন্দ্ৰ বসুৰ বিষয়ে চৰ্চা আৰু প্ৰবন্ধ/কিতাপ সদায়েই হৈ আছে। ভূপেন হাজৰিকা সঁচা অৰ্থত এজন genious. কিন্তু ভূপেন হাজৰিকাক আমি পাহৰিবলৈ লৈছো।তেওঁৰ তত্বগধুৰ লিখনি/প্ৰবন্ধ বোৰ হেৰাই যাব যেন লাগিছে।ভূপেন হাজৰিকাক লৈ বহুতো গৱেষণা হব লাগিছিল।
@tridibsarma2649
@tridibsarma2649 Ай бұрын
Xorbokalor xorbosreshto Axomiya 🙏
@pinakibhushanmahanta8774
@pinakibhushanmahanta8774 Ай бұрын
চিৰ সেউজীয়া গান ❤
@digendraborah5631
@digendraborah5631 16 күн бұрын
শুনি থাকিলে হেঁপাহ নেপলায়।
@BinudKumarDas-rm6hu
@BinudKumarDas-rm6hu 7 күн бұрын
His all sons are my heart 🎉🎉
@pranabtalukdar4842
@pranabtalukdar4842 Жыл бұрын
❤️🙏🙏🙏❤️
@PradipBaruah-h2d
@PradipBaruah-h2d 2 ай бұрын
Holy thinking ❤❤❤
@raijulhussain9438
@raijulhussain9438 Ай бұрын
All Time super hit song🎉
@BablaBarua-i8e
@BablaBarua-i8e 27 күн бұрын
👍💐💐❤️
@digantakalita5909
@digantakalita5909 3 ай бұрын
Amar songs
@birugogoi1603
@birugogoi1603 27 күн бұрын
মোৰ বয়স ৭ বছৰ কিন্তু অই গান মই বহুত ভাল পাও
@RajuRahang-dr3yl
@RajuRahang-dr3yl 28 күн бұрын
❤❤❤❤❤🎉🎉🎉🎉🎉
@digwashchoudhury9558
@digwashchoudhury9558 29 күн бұрын
👍🙏🙏🙏🙏
@gautamkalita2558
@gautamkalita2558 4 ай бұрын
2024/5/15...9.54am t xuni asu
@hiteshbaishya-b4l
@hiteshbaishya-b4l 4 ай бұрын
30 MAY 2024
@BinudKumarDas-rm6hu
@BinudKumarDas-rm6hu 7 күн бұрын
🎉
@pranabgogoi6283
@pranabgogoi6283 Жыл бұрын
Bharot ratna.
@BadanKalita-u3n
@BadanKalita-u3n 29 күн бұрын
লাহে লাহে তেওঁৰ কথা হেৰাই যোৱা যেন অনুভৱ হয়, সেইটো যাতে নহয়।
@kusumsharma4537
@kusumsharma4537 4 ай бұрын
Lovely yyyyyyyyyyyyysingerrrrr 👍👌🙏🌸🪔
Man Mocks Wife's Exercise Routine, Faces Embarrassment at Work #shorts
00:32
Fabiosa Best Lifehacks
Рет қаралды 6 МЛН
GIANT Gummy Worm Pt.6 #shorts
00:46
Mr DegrEE
Рет қаралды 121 МЛН
Watermelon magic box! #shorts by Leisi Crazy
00:20
Leisi Crazy
Рет қаралды 84 МЛН
Best of Sanath Nandasiri Vol 01
1:09:23
SEVEN NOTES - ස්වර හත
Рет қаралды 31 М.