বৈকুণ্ঠ মানে কি। ব্ৰক্ষা বিষ্ণু শিৱ কোন । দুৰ্গা ভদ্ৰা কালি ক'ত থাকে। ৰাম কূষ্ণ কি বস্তু। শ্ৰীমন্ত শঙ্কৰদেৱ মাধৱদেৱৰ সমন্বয় ত ভাৰতীয় দৰ্শনৰ মূল তত্ত্ব ৰহস্য আত্মাবোধ আত্ম উপলব্ধি আধ্যাত্মিক জ্ঞান সকলো। গুৰু দুজনা ই সহজ সৰল কৈ হাতেৰে ধুকি পোৱা কৈ বুজাই ছিল। সকলো বিলাক শাস্ত্ৰ সমূহৰ তত্ত্ব জ্ঞান ব্ৰহ্ম সত্য জগৎ মিথ্যাতেই সোমাই আছে। নিজৰ জীৱ ও দেহৰ ভিতৰতেই সমস্ত জগৎ আছে।