শাস্ত্ৰত গোলোকধাম, বৈকুণ্ঠধাম বা বিষ্ণুলোক, ব্ৰহ্মলোক আৰু শিৱলোক বা কৈলাশৰ কথা উল্লেখ আছে । এইকেইখন লোকত ক্ৰমে কৃষ্ণ, বিষ্ণু, ব্ৰহ্মা আৰু শিৱ বিৰাজমান হৈ থাকে । কৃষ্ণ সকলোৰে ওপৰত । কৃষ্ণই মূল ভগৱান বা পৰমব্ৰহ্ম ঈশ্বৰ ।
নমস্কাৰ, আপোনাৰ চেনেলটোৰ পৰা বহু কথা জানিব পাৰিছো । তাৰ বাবে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।মহাশয়,আন এটা কথা জানিবলৈ বিচাৰি আনোৰোধ -চাৰি বেদ, চৈধ্য শাস্ত্ৰ, আৰু ১৮পুৰাণ কি কি আৰু কি লেখা আছে,জনাবনে???।
@KakatiCreation Жыл бұрын
আপোনাৰ আগ্ৰহৰ বাবে ধন্যবাদ জনালো। চাৰি বেদ চৈধ্য শাস্ত্ৰৰ কথা আপোনাৰ বাবে আজি আগবঢ়াই দিছো। জয় শ্ৰীকৃষ্ণ 🙏🙏