ৰোহন ককাইদেউ তুমি যি বোৰ কৈ আছা ❤ অতি সুন্দৰ আৰু বহুত কথা গম পালো ❤। দ্বিতীয় কথা আজি কালি বিচাৰক যদি এইবোৰ কথা সুধে এটাও উওৰ দিব নোৱাৰে 👈👈👈👈 বিচাৰক সকল কিতাপ পঢ়িব হল আৰু পঢ়ি লৈ বিচাৰক কৰক
@BikashBorah-cn2qu4 сағат бұрын
❤
@asleshakachari86073 минут бұрын
সুন্দৰ মন্তব্য ৰোহন 🙏
@ManujSaikia-qh6ko10 сағат бұрын
সুন্দৰ বক্তব্য প্ৰেৰণ কৰিছে 🙏🙏🙏 ভৱিষ্যত প্ৰজন্ময় জানিব লগীয়া এটা কথা 🙏🙏🙏🙏 কৃষ্ণ 🙏 কৃষ্ণ 🙏 কৃষ্ণ 🙏
@sibeswarbezbaruah56019 сағат бұрын
ৰোহন দত্ত দা কথা বোৰ শুনি বহুত ভাল লাগিল, সত্য কথা কৈছে তেওঁ আৰু সঁচা কথা ক'বলৈ গ'লে বহু বিচাৰকে ভাওনা বিষয়ে ভালকৈ নাজানে এনে বিচাৰকৰ আসনত বহে। প্ৰজ্ঞান দা দৰে সম্পূৰ্ণ কৈ নাজানে আৰু যি খন মঞ্চত প্ৰজ্ঞান দা যায় সেই খন মঞ্চত প্ৰশ্ন সোধে বুলি বাকী বিচাৰক সকলেও চাগে ভয় খায়। সেইদিনা দেৰগাঁও ত হোৱা ঘটনাটোৱে সেই বিচাৰক জনীয়ে ভাওনা সংস্কৃতি তললৈ নমাই দিলে। তাই য'তেই যায় তাতেই বিতৰ্ক। যোৱাবাৰ ও তাই লগত একে ভাওনা, বিহু মঞ্চত বিতৰ্ক হৈছিল।
@raktimjyotiborah14877 сағат бұрын
ভাওনা জগত খনত যদি সঁচা অৰ্থত কিবা এটা শিকিবলৈ পাইছো একমাত্ৰ ৰোহন দাৰ পৰা। লগ পোৱা নাই যদিও গুৰু হিচাপে ভাৱো আৰু সদায় গুৰুতুল্য হৈ থাকিব ❤