বিধানসভাৰ মজিয়াৰ দৰে সংসদৰ মজিয়াতো শুই পৰিল সাংসদ ফণীভূষণ চৌধুৰী....

  Рет қаралды 59,141

Pratidin Time

Pratidin Time

3 күн бұрын

ৰাইজে বিচাৰিছিল সংসদৰ মজিয়াত বাঘৰ দৰে গুজৰিব সাংসদ ফণীভূষণ চৌধুৰীয়ে। পিছে ৰাইজে ভবাটো ওলোটা হ’ল। বিধানসভাৰ মজিয়াৰ দৰে সংসদৰ মজিয়াতো শুই পৰিল সাংসদ ফণীভূষণ চৌধুৰী।
#PratidinTime #assam #parliament #phanibhusanchoudhury #AGP

Пікірлер: 378
@SatymevaJayate007
@SatymevaJayate007 2 күн бұрын
ধন্য বৰপেটা বাসী ৷ এনে সাংসদ নিৰ্বাচিত কৰি পঠোৱাৰ বাবে শলাগৰ শৰাই 😂😂😂
@nilamanitalukdar5197
@nilamanitalukdar5197 2 күн бұрын
😢😢😢😢😢
@AnowarHussain-ze8wr
@AnowarHussain-ze8wr 2 күн бұрын
Ki koi hey 1 St of all he belongs to BJP alliance leader
@adilhussain2913
@adilhussain2913 2 күн бұрын
🥲😰😰
@Sutmaroni-vu8vt
@Sutmaroni-vu8vt Күн бұрын
ৰাইজ হব লাগে বৰপেটা ৰ দৰে নালাগে আমাক যোৰহাট ৰ দৰে😂😂😂😂
@babysaikia7520
@babysaikia7520 Күн бұрын
😂
@khargeswarbaruah8139
@khargeswarbaruah8139 2 күн бұрын
ইয়াতকৈ আৰু বেছি কি আশা কৰিব পাৰি।ধন্য হে বৰপেটা সমষ্টিবাসী ভোটাৰ!
@nathbinod20
@nathbinod20 8 сағат бұрын
😂😂😂
@BhagwanDeka-yg4yw
@BhagwanDeka-yg4yw 2 күн бұрын
অতি সুন্দৰ এনেকুৱা নেতা লাগে। বৰপেটা বাসীলৈ প্ৰণাম।
@gh12138.
@gh12138. Күн бұрын
😂
@ChayanikaSaikia-kl8fs
@ChayanikaSaikia-kl8fs 2 күн бұрын
দোষী তেওঁ নহয়, তেওঁক ভোট দিয়া সকল হে।
@Mohinooramin
@Mohinooramin Күн бұрын
বঙাইগাঁৱৰ মানুহ তথাপিও ফণী দদো ক ভোট দি আহিছে কি যে হব
@khargeswarbaruah8139
@khargeswarbaruah8139 Күн бұрын
@@ChayanikaSaikia-kl8fs Right
@mamonisaikia3520
@mamonisaikia3520 18 сағат бұрын
Yes
@golapdas1873
@golapdas1873 7 сағат бұрын
নহয়,,, মহাপুৰুষক টিকট দিয়া কেইজন জানো সোদা,,,,
@debadutta4066
@debadutta4066 2 күн бұрын
ধন্যবাদ দেই বৰপেটাৰ ৰাইজ ইতিহাস ত প্ৰথম হব চাগৈ শুবলৈ পঠালে সংসদত আপোনালোকৰ চিন্তা বহু ত দূৰদৰ্শী
@nathbinod20
@nathbinod20 8 сағат бұрын
Kam koribotu. Olopman rest kori loisehe. Chai thakak sun.
@Sankarjitcreation
@Sankarjitcreation 2 күн бұрын
এখেতক ভোট দিয়া বোৰো শুই শুইয়ে ভোট দিছিল। কুম্ভকৰ্ণ
@sportsindia9355
@sportsindia9355 2 күн бұрын
Kiba ata likhato hohoj kinto kori dekhaboloi taan , nijor video buru sage tuponiyai bonai eman falto ,mur KZbin r screen t ahilei matha gorom hoi jai apunar dore fokotiya mohakhoi hokol r video ahile ✨
@NB-nur119
@NB-nur119 Күн бұрын
Hui huiye diya huisil ...baki kak diba Congress janai kene...baki kaitar name gundai naii ...nutate marba lagsil....atiya fni goi bjpr tloya cheliki thake aro hui thake 😅
@Hirakjyotideka-
@Hirakjyotideka- Күн бұрын
Toi tur channel t matha mar 😅😅
@bipuldas7674
@bipuldas7674 2 күн бұрын
এখেতক এনেকৈয়ে দেখা পাব বুলি জনতাই জানিও ভোট দিছিল।
@bulbulAxom099
@bulbulAxom099 2 күн бұрын
লাজ হে লাগিছে বৰপেটা ৰাইজলৈ। এতিয়া লাজ পালে নে আপোনালোকে 🤣🤣🤣🤣
@digantajyotibordoloi5528
@digantajyotibordoloi5528 Күн бұрын
বৰপেটা ৰাইজ যেনেকুৱা সাংসদ ও তেনেকুৱা বৰপেটাত কোনো সমস্যা নাই ফণীয়ে বিধায়ক হৈ থাকোতে সকলো সমাধা কৰি থৈছে এতিয়া 5বছৰ শুবলৈ পঠাইছে সূবক দেই
@user-rx9qc2gl8w
@user-rx9qc2gl8w 2 күн бұрын
শুবলৈ গৈছে যে অসমবাসীয়ে ভালকৈ জানে ।
@bipulali9045
@bipulali9045 2 күн бұрын
ধ্যন্নবাদ বৰপেটা ৰাইজ
@babluhussain8610
@babluhussain8610 Күн бұрын
ধন্য বৰপেটা বাসী! এনে সাংসদ নিৰ্বাচিত কৰি দিল্লীলৈ পঠিওৱা বাবে , শলাগৰ শৰাই 🙏
@Ubermen-sch
@Ubermen-sch 2 күн бұрын
শুই থাকক দেও, সাৰ পাই থাকিবলৈ কষ্ট হৈছে বোলে।
@satyamevajayate1274
@satyamevajayate1274 2 күн бұрын
বৰপেটাৰ মানুহৰ মুৰত মাল নাই এনেকুৱা এটা জাৱৰ পঠিয়াইছে ।
@informativeknowledge4104
@informativeknowledge4104 Күн бұрын
কাণতলীয়া চৰ খাবি।
@asomiaasom6008
@asomiaasom6008 Күн бұрын
মুৰত মাল নাই কাৰণে বহি শুই খাবলৈ বুঢ়া গাহৰীটোক সংসদ কৰি পঠিয়াইছে ।গাহৰীয়ে যেনেকৈ গোড়ালত খাই শুই থাকে তেনেকৈ থাকিব ফনিভূষণ চৌধুৰীয়ে ।ধন্যবাদ বৰপেটাবাসী ভোটাৰ 🙏
@pratimasarma1737
@pratimasarma1737 Күн бұрын
কাণতলীয়া চৰ টো কাক দিয়ে বা! বৰপেটাৰ ভোটাৰ ক নে নিজৰে গালত?​@@informativeknowledge4104
@nayanroy7561
@nayanroy7561 Күн бұрын
balor dhokra option nai babe teok dise.baki ajon asil teor dal k bhal napai.aru aan jon o akei kom sikhito.
@satyamevajayate1274
@satyamevajayate1274 Күн бұрын
@@informativeknowledge4104 কিমানক কানতলীয়া দিবা বাপু?? সঁচা কথাত গা পোৰে।
@SanjayKumar-td9um
@SanjayKumar-td9um Күн бұрын
শুই থকা আৰু সাৰে থকাৰ মাজত কোনো পাৰ্থক্য নাই ফনীৰ বাবে ৷
@JakirHussain-hl2lj
@JakirHussain-hl2lj 2 күн бұрын
ভোটৰ গণনা কৰোঁতে বহুত টোপনি ক্ষতি হৈছিল এই বাবে এতিয়া দিল্লীত গৈ ছাৰে টোপনিটো পূৰণ কৰি আছে ধন্যবাদ ছাৰ
@rejjakali1874
@rejjakali1874 2 күн бұрын
আৰু ইপিনে শিক্ষকে off Periodৰ সময়ত Staff roomত অলপ জিৰণী ল'লেও আপোনালোকৰ জ্বলে কিয় ? বুজি নাপাওঁ!😢 যিয়ে নহওঁক ধন্যবাদ বৰপেটাবাসী😂
@tanbeerariz892
@tanbeerariz892 2 күн бұрын
কাম নোহোৱা মানুহ 😂
@muned6442
@muned6442 2 күн бұрын
বুঢ়াই অকল টোপনি মাৰিবলৈ হে যায় অসমত হালবাই গৈছে চাগে সেই কাৰণে দিল্লীত‌ টোপনি মাৰিছে 😂😂😂😂😂😂
@prabhatchborah3751
@prabhatchborah3751 2 күн бұрын
অসমৰ বানপানীৰ সপোন হে দেখিছে! সাহায্য শিবিৰত খবৰ কৰি আছে। শোৱা নাই দেই। জাতীয়তাবাদী যে নেতাজন।
@prasantakrmech3612
@prasantakrmech3612 Күн бұрын
TatkoiSukur Ali ai bhal asil
@prabhatchborah3751
@prabhatchborah3751 Күн бұрын
@@prasantakrmech3612 হয় দেও
@babluhussain8610
@babluhussain8610 Күн бұрын
ফণীভূষণ চৌধুৰী দোষী নহয়,,, তেওঁক ভোট দি নিৰ্বাচিত কৰা সকল হে প্ৰকৃত দোষী।
@bhargabsarania2485
@bhargabsarania2485 2 күн бұрын
😂😂😂😂 বানপানীৰ সমস্যাৰ কথা ভাবি আছে চাগে
@Axomgiyananu
@Axomgiyananu Күн бұрын
বৰপেটা বাসীৰ উন্নতি হওঁক। অতি যোগ্য ব্যক্তি এগৰাকী নিৰ্বাচিত কৰাৰ বাবে। নিৰ্বাচনৰ‌ সময়ত বৰপেটা বাসী ৰাইজে উচিত সিদ্ধান্ত লৈ টোপনি যাবৰ বাবে এইবাৰ দিল্লী যোৱাৰ পট মোকলাই দিলে তেখেতক
@SatymevaJayate007
@SatymevaJayate007 2 күн бұрын
दिल्ली मे बिल्ली 😂😂😂
@jitensarma1210
@jitensarma1210 Күн бұрын
খুবেই ভাল ‌লাগিল দে, অসমৰ ‌আৰু দুগৰাকী মানৰ পৰা এনেকুৱা ভাল দৃশ্য দেখা পাম বুলি আশা ৰাখিলোঁ
@AbdulSamad-oh8sc
@AbdulSamad-oh8sc 2 күн бұрын
Good for Assam.
@biswajitborgohain7291
@biswajitborgohain7291 2 күн бұрын
পঠিওৱা সকলে জানেই তেওঁ যে এইটোৰ বাহিৰে একো কৰিবগৈ নোৱাৰে। তেওঁ নিজেও জানে, তাত গৈ তেওঁ একো কৰিব নোৱাৰে। নিৰ্বাচন নেখেলো বুলি কোৱাৰ পিছতো তেওঁক জোৰ কৰি খেলোৱা কেইটা কেনেকুৱা ফটোৱা আৰু তেওঁক জিকাই পঠোৱা মখা কিমান বেছি ফটোৱা তাকেই তেওঁ প্ৰমাণ কৰিছেগৈ।
@user-zd6oy9dy8p
@user-zd6oy9dy8p 2 күн бұрын
একদম সঁচা কথা কৈছে । আপোনালৈ ধন্যবাদ ।
@user-vq6ly9ud7z
@user-vq6ly9ud7z 2 күн бұрын
Right👉👉
@badaruddinahmed6446
@badaruddinahmed6446 2 күн бұрын
বৰপেটাবাসীৰ মূৰত গোৱৰো নাই কিজানি 😂😂😂
@informativeknowledge4104
@informativeknowledge4104 Күн бұрын
বংলাদেশী ভূকিব নালাগে।
@ashokdas6426
@ashokdas6426 Күн бұрын
Jehadir kaam hol bondhukh baarud training kora. Aibilak kamot besi attention dibo nalage. Pakistan zindabad dia manuhor indiat ki kaam aase
@user-ko9ie1gk9s
@user-ko9ie1gk9s Күн бұрын
আমি আকৌ গৌৰৱ গগৈক জিকোৱাৰ কাৰণেহে ঠাট্টা-বিদ্ৰূপৰ সন্মুখীন হৈছোঁ,আই।
@sankujyotidutta3137
@sankujyotidutta3137 Күн бұрын
আমাৰ মানুহবোৰ জানো কম যিটো মানুহ কান্দি কান্দি নিৰ্বাচন খেলিছে সেই জনক জিকাইছিল নহয়। তেওঁ নিজৰ ঠাইত থিকেই আছে আমাৰ মানুহবোৰ ৰাজনৈতিক ভাৱে কিমান সচেতন এই সময়ত এইটোৱেই প্ৰমাণ।
@dibyabarman8596
@dibyabarman8596 Күн бұрын
দিল্লীৰ মছনদৰ সুখ নিদ্ৰাৰ মোহ জানো এৰিব পাৰি? বেছেৰা বঙাইগাঁওত আলুখেতিত ব্যস্ত হৈ খুবেই ভাগৰি পৰিছে মানুহজন। গতিকে গতিকে
@Rupalijonak-n7o
@Rupalijonak-n7o 2 күн бұрын
এয়েই হল NDA ৰ পৰিচয়
@sofikulislam7533
@sofikulislam7533 2 күн бұрын
এই বসয়ত ইয়াৰ এইবিলাক ভাল নালাগে
@parthachangmai11
@parthachangmai11 Күн бұрын
ধুনীয়া ইয়াতকৈ আৰু লাগিছে নে । বৰপেটাবাসী‌য়ে বিচৰা দৰেই সাংসদ পাইছে
@harmohankalita2903
@harmohankalita2903 Күн бұрын
এইবোৰকে আমি সাংসদ কৰি পঠাইছো আমাৰ সমস্যা সমাধান কৰিবলৈ । বৰপেটাবাসীয়ে এবাৰ ভাবি চাওঁক কিমান ডাঙৰ ভুল কৰিছে আপোনালোকে ।
@user-jr1oe9tg2p
@user-jr1oe9tg2p Күн бұрын
বৰপেটা বাসীকেই ইয়াৰ ক্ৰেৰ্ডিট দিব লাগিব কাৰণ তেখেতক মৰটুপনি মাৰিবলৈকে বিধানসভালৈ পথাইছে। কিন্তু পিছত বৰপেটাৰাইজে এইটো কলে নহ'ব আমাৰ সমশ্ব্যবোৰৰ কি হল বুলি,,,,,উপৰলৈ থু পেলাই নিজৰ মুখতে পৰিলে সমশ্ব্যবোৰ সমাধানৰ হৈ যাব দেই বৰপেটীয়া সকলৰ।
@janardanbora2803
@janardanbora2803 20 сағат бұрын
আমাৰ অসমৰ মানুহৰ এই বোৰেই দুখ আৰু কথা কব নজনা মানুহক সংসদ পঠাই কি লাভ বাৰু
@user-tp1er3sv9f
@user-tp1er3sv9f Күн бұрын
ধন্যবাদ বৰপেটা বাসীলৈ । অসমৰ সুনাম কৰহীয়াব এই জনে ।
@dipulaxom
@dipulaxom Күн бұрын
অভিনন্দন বৰপেটা বাসীলৈ 🎉🎉🎉 উপযুক্ত প্ৰাৰ্থী এজনক যে বিচাৰি পালে আকৌ😂😂😂
@Vloglook890
@Vloglook890 2 күн бұрын
Barpeta bakhi nisina .....burabk mnuh ni ............
@NavajitRay
@NavajitRay Күн бұрын
এনেও কামত নাই গতিকে অসমত ৰখাতকৈ দিল্লী পঠিয়াই দিলো থাকক শুই বহি খাই ৷
@himangshukalita6992
@himangshukalita6992 6 сағат бұрын
অহা বাৰ আপুনি নিৰ্বাচনত জয়ী হৈ বাঘৰ দৰে গুজৰি থাকিব বুলি আশা ৰাখিলোঁ
@trishnakalita4154
@trishnakalita4154 Күн бұрын
বৰপেটাক আৰু উন্নয়ন নালাগে একো বাকী নাই। যিমান হব লাগে সকলো হল। কোনো সমস্যা এ নাই সেই কাৰণে তেঁওক তাতে শুবলৈ পঠোৱা হৈছে ❤
@janardanbora2803
@janardanbora2803 20 сағат бұрын
এওঁৰ গাত দুখ নাই এচিৰ ঠাণ্ডা পাইছে টোপনি নামাৰি কি মাৰিব ভাষণ টো দিবও নালাগে তেওঁ😅😅😅
@rinkumili2957
@rinkumili2957 Күн бұрын
বৰপেটা ৰাইজে যোগ্য বুলি নিৰ্বাচিত কৰি পঠোৱা সাংসদৰ পৰিচয় ওলাই পৰিল।
@asomiaasom6008
@asomiaasom6008 Күн бұрын
ধন্যবাদ বৰপেটা বাসী ভোটাৰক টুপনিওৱা গাহৰী এটাক টোপনিয়াই খাই বৈ আৰামত থাকিবলৈ ভোট দি সাংসদ কৰি পঠিয়াইছে ধন্যবাদ বৰপেটাবাসী ।
@samirondutta3742
@samirondutta3742 Күн бұрын
শুই থকা কান্দি দিয়া বাদেই একো নাজানে এইজনা ই
@pabankalita4473
@pabankalita4473 Күн бұрын
Thanks for Berpeta 👍👍👍
@assa516
@assa516 Күн бұрын
বৰপেটাৰ ভোটাৰ সকলোক ক সলাগৰ শৰাই আগবঢ়ালো৷
@purnaborah2910
@purnaborah2910 2 күн бұрын
Jindabad p tiime
@jalaluddinahmed9888
@jalaluddinahmed9888 Күн бұрын
হলও দিয়কচোন টুপনীয়াবলৈ হলও ঠাই অকনমান পাইছে। ভূল তেওৰ গাত নাই। জনতাৰ ভূল।
@rashidulislam9531
@rashidulislam9531 Күн бұрын
ৰৱ! ৰাইজ আমিও বৰপেটাবাসী৷ সদন বহাৰ আাগদিনা হয়তো অসমৰ বানপানী আৰু নানান সমস্যাৰ বিষয়ে ভাৱি টোপনি যোৱা নাছিল৷ একো নাই ফনি Uncle আগে বঢ়ো হাম আপকা ছাট হে😂
@prafullabora6845
@prafullabora6845 Күн бұрын
Thanks to the honourable citizens of Borpeta.., they have elected a competent, dynamic, smart MP like Mr Phani Bhushan Chowdhury who has been carrying a record of sleeping the entire period in Bidhan xobha and now in parliament he has initiated the same.
@AssameseMaker1
@AssameseMaker1 Күн бұрын
ভাল নেতা এজন পঠিয়াই দিলে দেই ৰাইজ 😂শুবলে আকৌ ভাল ঠাই অকন পালে
@rupjyotihazarika5736
@rupjyotihazarika5736 Күн бұрын
ৰাজনৈতিক বিশেষজ্ঞ নহলেও, আগতেই অনুমান কৰিছিলো এনেকুৱা হব বুলি
@BishnudasBishnudas-cb9ci
@BishnudasBishnudas-cb9ci Күн бұрын
বৰপেটা ৰাইজৰ এইবাৰ কিমান উন্নতি হব ,তেখেতসকলৰ সাংসদ জনৰ নিম্ন সদনত নাকৰ গুজৰণীয়ে প্ৰমাণ কৰি দিছে।
@nathbinod20
@nathbinod20 8 сағат бұрын
Don't mind Sir, you are our motivation. Keep it up.
@Kamal-ec1kn
@Kamal-ec1kn 2 күн бұрын
ধ্যন্নবাদ
@TarunChDeka-cb4go
@TarunChDeka-cb4go 2 күн бұрын
Very good, please remember such MP lucky for sound sleep,jay Barpeta.
@akashdowari3479
@akashdowari3479 Күн бұрын
যোৰহাট বাসীৰ উদাহৰণ লওক। ইঁহতক কিয় Delhi পঠাইছে, টোপনি মাৰিবলৈ নেকি।
@nilxendas2354
@nilxendas2354 Күн бұрын
যোৰহাট বাসীৰ উদাহৰণ??😂😂😂😂😂😂😂
@user-ko9ie1gk9s
@user-ko9ie1gk9s Күн бұрын
ধন্যবাদ,বৰপেটাবাসী।
@golapdas1873
@golapdas1873 7 сағат бұрын
Great success,,, jai hoo,,, amar fponi zinda,,,,,,,,, Bad...
@ittzmanuwarhussai
@ittzmanuwarhussai Күн бұрын
ধন্যবাদ বৰপেটাৰ সচেতন ৰাইজসকল
@informativeknowledge4104
@informativeknowledge4104 Күн бұрын
এতিয়া বংলাদেশী ৰ কথা শুনিব নেকি।
@bitunath7342
@bitunath7342 Күн бұрын
অসমত বানপানী আৰু তাত টোপনি মাৰি আছে ককাই
@wahidislam9360
@wahidislam9360 Күн бұрын
ইয়াৰ লগতে প্ৰতিটো ৰাজনৈতিক পাৰ্টিক ও বাৰু মই ধন্যবাদ জনাম। কিয়নো যিকেইজন ব্যক্তি ভোটৰ বাবে থিয় হৈছিল এজনেও ভোট পোৱাৰ যোগ্যতা নাই । তেনে স্থলত ৰাইজে যি পায় তাকে ভোট দিছে । মই প্ৰতিটো ৰাজনৈতিক পাৰ্টীক সোধো জিলা পচা আলু বৰ আপোনালোকে বৰপেটাত হে কিয় পঠায় ?
@HJ-borah
@HJ-borah Күн бұрын
কোনোবাই গাৰু এটা দি থৈ আহ গৈ অ' বেচেৰাই বৰ আমনি পাইছে!!!
@dimbeswarkonwar7659
@dimbeswarkonwar7659 Күн бұрын
এখেত সকলে নিজে পদত্যাগ কৰি নৱপ্ৰজন্মক দিব লাগে।
@surenboruah3241
@surenboruah3241 Күн бұрын
বৰপেটাবসিলৈ বহুত বহুত ধন্যবাদ, যুগ্যপাৰ্থি নিৰ্বাচনৰ বাবে 😂😂😂
@AHOMLAND
@AHOMLAND 2 күн бұрын
যোৰহাট লোকসভা সমষ্টিৰ মানুহ শিক্ষিত নহয়, নলবাৰী আৰু বৰপেটাৰ মানুহে শিক্ষিত 😂😂😂 এইয়াই প্ৰমাণ।
@nilxendas2354
@nilxendas2354 Күн бұрын
যোৰহাটৰ জনে চিঞৰি চিঞৰি যিমান কাম উলিয়াব এইজনে শুই থাকি তাতকৈ বছি উলিয়াব। গতিকে , বেছি জ্বলি লাভ নাই।😂🤣😂😂😂
@pritom21
@pritom21 Күн бұрын
​@@nilxendas2354সেইটোৱেই টো বিজেপিৰ চিষ্টেম ন। পক্ষপাত।।।।
@NirmolRay118
@NirmolRay118 Күн бұрын
এনেকুৱা কিছুমান কথাৰ বাবেই উজনি নামনি বিভাজন হয়।।।গোটেই বৰপেটাবাসীক অশিক্ষিত বুলি কৈ বৰপেটাবাসীক লাজ দি লাভ নাই।।তাৰমানে বিজেপি যত যত জিকিছে,সেই ৰাইজবোৰ সব অশিক্ষিত মানে??? কেবল যোৰহাত,নগাও আৰু ধুবুৰীৰ মানুহবোৰহে শিক্ষিত মানে???এইবোৰ কথা কেৱল কংগ্ৰেছীকেইটাইহে কয়।
@nirmalhazarika
@nirmalhazarika Күн бұрын
বৰপেটাবাসীলৈ আন্তৰিক অভিনন্দন ! 😅
@HimaniRajbangshi-to3bf
@HimaniRajbangshi-to3bf Күн бұрын
মই ভাবো এখেতৰ দোষ নাই যিবিলাক আমি জ্ঞানী মূৰ্খ বোৰে জনা উচিত আছিল
@user-hy9gv3ob2r
@user-hy9gv3ob2r 11 сағат бұрын
চকুদুটা টানিধৰাৰ বাবে অকনমান টোপনি মাৰিলে তাতেনো কি জগৰ হল।সদনত কথা কবলৈ সুৰ্দীঘ পাচ বছৰ আছে।সয় দেই ইয়াত টোপনি মাৰিবলৈ আমাৰ তাতকৈ বহুত আৰাম ।আজি পোৱা আৰাম আমাৰ তাত ইমানদিনে শুইও নাপালো। আচলতে আমাৰ তাত সেই অখিল বোলাটোৱে হাল্লা কৰি থাকে।
@minahazarika7578
@minahazarika7578 2 күн бұрын
বৰপেতা বাসি সলাগ লব ফনি দা শুলে হৰি
@nurulhoque8433
@nurulhoque8433 Күн бұрын
ৰাইজে মামাৰ আঁচনি পায়, জ্ঞান হেৰুৱায় পেলাইছে,কাক ভোট দিব লাগে সেইটো নাজানে?😢😢😢
@diliphazarika8581
@diliphazarika8581 Күн бұрын
লাজ চৰম নোহোৱা ভোটাৰ কেতিয়াও ভাল মানুহক জিকাব নোৱাৰে
@sahidulsvlogs7862
@sahidulsvlogs7862 Күн бұрын
পাঁচ বছৰ টুপুনি মাৰি থাকিব।
@user-vc6sq3ek9p
@user-vc6sq3ek9p 2 күн бұрын
এই বাৰ লোক সভাৰ মজিয়াৰ মাখি আৰু মহৰ সংখ্যা কমিব যেন পাইছোঁ... 😂😂😂😂
@sivanathbhuyan-go9zq
@sivanathbhuyan-go9zq Күн бұрын
মামাৰ মহিমা জনপ্ৰিয় সাংসদ ৰাইজৰ
@sanatankalita9086
@sanatankalita9086 2 күн бұрын
হিতাধিকাৰী বনাম বিবেকাধিকাৰী ভোটাৰৰ সংঘাত
@user-xd5se9rf7x
@user-xd5se9rf7x 2 күн бұрын
Bht val mnhu
@parthaprotimchetia7687
@parthaprotimchetia7687 Күн бұрын
শুইছে একো নাই বাৰু। কান্দি নিদিলেই হল আৰু
@rong_mon
@rong_mon 20 сағат бұрын
Bandhobo krishna 🙏
@rajibborah4458
@rajibborah4458 2 күн бұрын
😂😂😂kela ki je hbo
@basantahira8645
@basantahira8645 Күн бұрын
ঠিকেটো আছে তেওঁৰ পৰা আৰু কি আশা কৰিব পাৰি
@user-ll1hw5ez3l
@user-ll1hw5ez3l Күн бұрын
ইয়াক ভোট দিয়া নাই নিজকে গৌৰৱ কৰো😊
@FulitKongari-lo8pj
@FulitKongari-lo8pj 19 сағат бұрын
Borpeta bakhik thanks.
@dr.biswajyotideka3777
@dr.biswajyotideka3777 Күн бұрын
Barpeta baxi loi kouti kouti dhonyobad🙏🙏🙏🙏🙏😮
@user-zd6oy9dy8p
@user-zd6oy9dy8p 2 күн бұрын
Many Many thanks & Congratulations to the BARPETA BASI RAIJ for such a strong MP selection.
@utpalsarma636
@utpalsarma636 Күн бұрын
বৰপেটা, নলবাৰীৰ প্ৰায় সকলোৱেই এই কুম্ভুকৰ্ণ টোক ভোট দিছে, নাজানো কি বা পাইছে এইবোৰক জিকাই, অসমৰ সমস্যা বোৰৰ কথা উত্থাপন এ কৰিব নোৱাৰে এইবোৰে, আৰু সমাধান কেনেকৈ হব। এনেকৈ হলে অসমৰ উন্নতি আৰু 100 পিছতো নহব।
@SabbirAhmed-hg4sm
@SabbirAhmed-hg4sm Күн бұрын
Wah kya scene hai 😂😂
@kishoridas6447
@kishoridas6447 5 сағат бұрын
তেওঁৰ গাত দোষ নাই। তেওঁৰ মুঠেই ইচ্ছা নাছিল। কিমান কন্দাকটা কৰিলে, পিছে কামত নাহিল। পিছে বঙাইগাঁওৰ আসনখন AGPৰ পৰা আনে দখল কৰাৰ পাং পতা নাইতো?
@emergencywallah2003
@emergencywallah2003 Күн бұрын
তাৰ সলনি যদি লুৰিন দাই যোৱা হলে😢
@rakashdas9087
@rakashdas9087 2 күн бұрын
জাতিতোক বুৰ্বক বনাইছে
@rajibrabha9238
@rajibrabha9238 Күн бұрын
Protidin chanel tu hol congrasor 😮😮😮
@user-mo9wi4gc4m
@user-mo9wi4gc4m Күн бұрын
very good barpeta..
@user-et5tq1em6o
@user-et5tq1em6o 2 күн бұрын
বৰপেটাৰ ভোটাৰ ৰাইজলৈ অশেষ ধন্যবাদ
@golapdas1873
@golapdas1873 7 сағат бұрын
টোপনিএ নাহিবি ৰাতি,,ফনী বাপা ঘুমাইছে,,, দিন কাল কাতি,,,, কিবাহে,, বুলিলো,,,
@joydeepmajumder4014
@joydeepmajumder4014 Күн бұрын
Great
@AkibParvezUllah
@AkibParvezUllah Күн бұрын
ধন্য বৰপেটা লোকসভা সমষ্টিৰ ভোটাৰ
@karabibaruah2135
@karabibaruah2135 Күн бұрын
Well done raij....iyar responsibility akol apunaluk re raij
@deadlydrax2711
@deadlydrax2711 Күн бұрын
This type of MP never think about people. They want only power.
Haha😂 Power💪 #trending #funny #viral #shorts
00:18
Reaction Station TV
Рет қаралды 15 МЛН
LOVE LETTER - POPPY PLAYTIME CHAPTER 3 | GH'S ANIMATION
00:15
OMG🤪 #tiktok #shorts #potapova_blog
00:50
Potapova_blog
Рет қаралды 18 МЛН
atanu bhuyan"s  video
5:37
atanubhuyan"s news video
Рет қаралды 44 М.
Assam MP Pradyut Bordoloi at Parliament
2:30
Inside Northeast
Рет қаралды 109 М.
Haha😂 Power💪 #trending #funny #viral #shorts
00:18
Reaction Station TV
Рет қаралды 15 МЛН