BIDURBHAI | S01E03: Happy Birthday | SUV | Rootstock Entertainments

  Рет қаралды 1,996,246

Rootstock Entertainments

Rootstock Entertainments

Күн бұрын

Пікірлер: 7 100
@pankajmahanta8575
@pankajmahanta8575 3 жыл бұрын
আপোনালোকৰ comment দেখি অভিভূত হৈ পৰিছো 😍 আমাক আদৰি লোৱাৰ বাবে অন্তৰৰ পৰা ধন্যবাদ যাচিলোঁ ❤🙏
@nonstopcricket6316
@nonstopcricket6316 3 жыл бұрын
Next episode Ketiya plzz janouk
@jindegijiunonstop5635
@jindegijiunonstop5635 3 жыл бұрын
Script writer jonok hah ata khuwam vabso.. music mojjaa.. bht morom 💕💕😘😘😘 love from Darrang
@prasuijyaboruah9796
@prasuijyaboruah9796 3 жыл бұрын
Sir kin2 bor bhubon vulua hahi marisa daii..exelent hahi
@tjgogoi6540
@tjgogoi6540 3 жыл бұрын
Mojaaa
@chery354
@chery354 3 жыл бұрын
Apurba🤩
@officialsumkikachari
@officialsumkikachari 3 жыл бұрын
Thank ew so much আমাক ইমান মৰম দিয়াৰ বাবে 🥰🥰😘😘😘♥️♥️♥️♥️♥️♥️♥️
@bidyuthajong3772
@bidyuthajong3772 3 жыл бұрын
Hsai bht dhunia hoise
@allassamesecelebrityhitree2621
@allassamesecelebrityhitree2621 3 жыл бұрын
thanks maam to you and your team for creating a masterpiece, love from Baksa
@pradipgaming8188
@pradipgaming8188 3 жыл бұрын
Moja lagise sai baideu❤️❤️❤️
@nikumoni7806
@nikumoni7806 3 жыл бұрын
Baa apunak bor val lage
@mohankaman7631
@mohankaman7631 3 жыл бұрын
big fan ba.
@crpfcommandotrainer9620
@crpfcommandotrainer9620 3 жыл бұрын
জীৱনত প্ৰথম বাৰৰ বাবে চিৰিয়েল খন নুচুৱা কৈ থাকিব নোৱাৰা হৈ গৈছে , জম্মু কাশ্মীৰত দেশৰ দায়িত্বত সময় নাপাওঁ যদিও যেনেকৈ হলেও সময় উলিয়াই চাও। আমাৰ অসমীয়া ভাৰতীয় army সকলৰ ফালৰ পৰা সকলো অভিনেতালৈ বহুত বহুত মৰম আৰু শুভেচ্ছা জাছিলো। ❤️❤️❤️
@zmshortsofficial26
@zmshortsofficial26 3 жыл бұрын
You all are also heroes..salute from us too,to all of you💞...
@major77200
@major77200 3 жыл бұрын
ইয়াত কৈ আৰু কি শলাগ লাগে !
@dhurbajyotikurmi7262
@dhurbajyotikurmi7262 3 жыл бұрын
Jai hind 🙏
@pbora6842
@pbora6842 3 жыл бұрын
Jai hind
@snigdhaphukan4170
@snigdhaphukan4170 3 жыл бұрын
Thq xo much.....amar team tuk emn morom diyar babe
@ankuranborah1432
@ankuranborah1432 3 жыл бұрын
Never expected such a quality in Assamese language this soon. Take a bow, Mr. Director. Kudos to the entire team. চিনেমা নচলিলে চিধাই অসমীয়া দৰ্শকে চিনেমা নাচায় বুলি দৰ্শকৰ ওপৰত দোষ জাপি দিব খোজা প্ৰযোজক-পৰিছালকসকলে এই seriesটোৰ পৰা শিক্ষা এটা ল'ব পাৰে।
@Ndcreation-k3u
@Ndcreation-k3u 3 жыл бұрын
Right.
@simantalahon
@simantalahon 3 жыл бұрын
মজা মজা
@AVK_ND
@AVK_ND 3 жыл бұрын
Very true
@Sauravjyoti1
@Sauravjyoti1 3 жыл бұрын
কথাষাৰত একমত👍👍
@abhiaimon1698
@abhiaimon1698 2 жыл бұрын
100% Right💕💕💕💕💕
@JBorah-oq2fn
@JBorah-oq2fn 2 жыл бұрын
Behabari পাচতেই Bidurvai ❤️,,,, অভিনয় সকলোৰে মানিব লগিয়া,, হাজাৰ খণ্ড আশা কৰিলো
@pragyaprashasti3788
@pragyaprashasti3788 3 жыл бұрын
২০২১ বৰ্ষৰ এইখন এখন শ্ৰেষ্ঠ অসমীয়া Series বুলি ক'লেও বঢ়াই কোৱা নহ'ব । অভিনয়, কাহিনী, সংগীত ,এডিটিং সকলোফালে ইমান সুন্দৰ ☺️😍। ইটোৰ পিছত সিটো খণ্ডৰ বাবে মাথো অপেক্ষা কৰি আছোঁ ।। 🔥🔥❤️❤️❤️ মৰাণৰ পৰা মৰম ।✌️💚❤️❤️❤️❤️🔥🔥🔥
@nabajyotibora7941
@nabajyotibora7941 3 жыл бұрын
Right 👍
@pragyaprashasti3788
@pragyaprashasti3788 3 жыл бұрын
@@nabajyotibora7941 😊😊🔥✌️
@dipusaikia3917
@dipusaikia3917 3 жыл бұрын
চুমকি বাৰ বাহিৰে বাকীসকলক প্ৰথমবাৰ দেখিছোঁ।।ইমান সুন্দৰ হৈছে অভিনয়!!আপোনালোক আৰু আগুৱাই যাওক তাকে কামনা কৰিছোঁ।
@SahidIslam-p8b
@SahidIslam-p8b Ай бұрын
Hello dimpu
@pranjanakalita8562
@pranjanakalita8562 3 жыл бұрын
চাবলৈ ৰৈ থকাৰ বাবে আমাক বাধ্য কৰোৱাটোৱেই আপোনালোকৰ সফলতা। বহুত বেছি শুভকামনা। শুৱালকুছিৰ পৰা মৰম যাচিলো বিদুৰভাই পৰিয়াললৈ।
@kangkanabarman8500
@kangkanabarman8500 3 жыл бұрын
kzbin.info/www/bejne/jKGcaWpvZrSFeKs
@sangeenstories
@sangeenstories 2 жыл бұрын
My Assamese friend in Bangalore forwarded me the first episode and now I am thankful for this. Watching it from Delhi. 😀👍🎉👏🤓
@Believer.67
@Believer.67 3 жыл бұрын
সপ্তাহত দুটা episode দিয়া কৰিবচোন , অপেক্ষা বোৰ বৰ আমনিদায়ক হৈছে । শিৱসাগৰৰ পৰা বহুত মৰম যাচিলোঁ।❤️
@jharnascreation3124
@jharnascreation3124 3 жыл бұрын
সঁচা
@ainuborgohain845
@ainuborgohain845 3 жыл бұрын
Hosakoi parila daily dibola try koribo ❤
@Believer.67
@Believer.67 3 жыл бұрын
@@ainuborgohain845 সঁচাই মনত কিবা এটা সাঁচ বঢ়াই গৈছে series টুৱে
@Believer.67
@Believer.67 3 жыл бұрын
@@jharnascreation3124 ভাল লাগে ন
@hamder.sivasagar5699
@hamder.sivasagar5699 3 жыл бұрын
হয় ঠিক কয়েকটি ছা
@ratul44
@ratul44 3 жыл бұрын
The only Assamese series I’ve been eagerly waiting to see the next episode after the 1st one was released. Truly great work in every department right from acting to direction and ofcrse the story so far. Really enjoyed every part till now. Love and support from Duliajan.!
@mousumigogoiboramgb5684
@mousumigogoiboramgb5684 3 жыл бұрын
২৬ তাৰিখলৈ অপেক্ষা....বহুত ভাল লাগিছে 👍বিদুৰভাই আৰু অলপ দিনৰ পিছত মানুহৰ মুখে মুখে শুনিবলৈ পোৱা যাব👌👌
@raasvr
@raasvr 3 жыл бұрын
Bor dhuniya hoise #sivasagar
@worldloverbablu1124
@worldloverbablu1124 2 жыл бұрын
Alp dn nhoi atya sbre mukht bidurvaiii rip sudurvaii
@jayashreesaikia1544
@jayashreesaikia1544 2 жыл бұрын
বৰ ভাল লাগিল
@durlovekashyap5372
@durlovekashyap5372 2 жыл бұрын
My heartiest congratulations to the team members, actors, script writer, director for giving us such a wonderful webseries in Assamese. What a great job they're doing. We wish they should keep sustainability of their incredible talents ever and do mega projects for favour of Assam and it's culture. Thanks a lot again ☺️
@Bulbulsaikia
@Bulbulsaikia 3 жыл бұрын
বহুত ভাল লাগিল। অতি কম সময়ৰ ভিতৰতে সকলো অসমবাসীৰ মুখে মুখে এটাই শব্দ শুনা পোৱা যাব বুলি আশা কৰিলো। সেইটো হ'ল " বিদুৰভাই" । তেজপুৰৰ পৰা শুভেচ্ছা যাচিলো।❤️❤️❤️
@siddharthasharma19
@siddharthasharma19 3 жыл бұрын
ইমান ধুনীয়া হৈছে বুজাব নোৱাৰো ।মন ভৰি যায় । suv ৰ লগতে সকলোকে বহুত বেছি মৰম দিছো । এ মজা
@hazarikamani
@hazarikamani 3 жыл бұрын
গাঁৱৰ চহা জীৱনৰ এক নিভাঁজ কাহিনী.... তেজপুৰৰ পৰা বহু মৰম ও শুভেচ্ছা।
@purnimacreation6471
@purnimacreation6471 2 жыл бұрын
পূৰ্ণিমা কোঁৱৰ From কাৰ্বি আংলং| 🥰 বহোত বহোত বেচি ভাল লাগে চাই|😘🥰 আপোনালোকৰ বিদুৰভাই পৰিয়াল তোলই বহোত বহোত মৰম যাচিলো 😇
@johndutta4459
@johndutta4459 3 жыл бұрын
I'm sure this series will take Assamese acting to the next level. Effortless and Flawless acting... No overacting seen so far... All takes are natural. Fine connect between references (If duck meat is mentioned, a duck is shown as well). Diligently scripted and executed. "The artists are not just acting, but living the characters." সদৌ শেষত, Manager ৰ "অপূৰ্ব" শব্দটোত যথেষ্ট "চেনী" সোমাই আছে দেই... Last but not the least "বানান ভুল 😀😀😀😀" And needles to say "বিদুৰভাই", how intelligently utilized... Sophisticated humour level... So happy... Keep up the good work... (From Majuli)
@sangitaandhiya4575
@sangitaandhiya4575 3 жыл бұрын
বহুত বহুত বেছি ভাল লগা হৈ পৰিছে ধাৰাবাহিক খন♥️ বহুত ধুনীয়া কাম কৰিছা তোমালোকে......আৰু আগুৱাই যোৱা। গহপুৰৰ পৰা মৰম যাচিলোঁ বিদুৰভাই পৰিয়াললৈ♥️♥️♥️♥️♥️♥️
@abhihehe
@abhihehe 3 жыл бұрын
বেকগ্ৰাউণ্ড মিউজিক বৰ অপূৰ্ব হৈছে , ঢোল-গগণা-পেপা-নাগাৰাৰ সংমিশ্ৰণে জীপাল কৰি তুলিছে দেই ✨❤️
@khimolu
@khimolu 2 жыл бұрын
Watching this from Bengaluru. This is an absolute gem. I hope to see more in future. Lots of love to the entire team.
@poonamchetry7151
@poonamchetry7151 3 жыл бұрын
This is the first time I’m watching assamese web series.. what a performance by everyone 👍 Congratulations to whole team 🌸🎉
@nayanjyotirajbongshi3506
@nayanjyotirajbongshi3506 3 жыл бұрын
'বিদুৰভাই' অসমৰ প্ৰতিটো চুকে কোণে বিয়পি কৰিব...! Lots of love from Baksa 💞
@kabyashreesaikia5369
@kabyashreesaikia5369 3 жыл бұрын
আৰে মেনেজাৰৰ হাঁহি 🔥😂..অপেক্ষা😍
@beauty_baruah
@beauty_baruah 2 жыл бұрын
আজি একেইদিনা গোটেই খিনি খণ্ড চালোঁ। খুবেই ভাল লাগিছে💓, পাছৰ খণ্ড খিনিলে অপেক্ষাত ৰলোঁ
@gitashreetamuli3656
@gitashreetamuli3656 3 жыл бұрын
বহুত ভাল লাগিল👌🏻👌🏻, হাস্যৰসাত্মক যদিও এই খণ্ডটিয়ে আৱেগিক কৰি তুলিলে..... মোৰ ফালৰ পৰা সকলোলৈকে মৰম আৰু শুভকামনা থাকিল।👍🏻 from Sivasagar🥰
@ChinguPrityFromKdrama
@ChinguPrityFromKdrama 3 жыл бұрын
Manegar jonok mur bohut val lagise 😀. Gutai team tua bht val acting korise kintu ❤️. Ankoia aguwai goi thakok . Waiting for next episode 🥰. Love from sarupothar ❤️
@simideka6899
@simideka6899 3 жыл бұрын
ৰাইজৰ বিপুল দাবী,,,, সোনকালে দিব পিছৰ খণ্ড🔥🔥👍🏼👍🏼
@azshleavia2933
@azshleavia2933 2 жыл бұрын
This has to be the best Axomiya webseries ever to be produced. With❤️from Bangalore
@parthapratim610
@parthapratim610 3 жыл бұрын
Those days are gone when the entertainment industry was all about stardom even if their acting skills, story, direction were piece of shit.. This is the newborn of Assamese entertainment industry where guys like you, heavy budget, zeroth drama have to carry the future. Just make sure to emphasize on quality rather than quantity and avoid cringe.. Organic audience like me will always there to back you.. More power to you guys.
@rikigogoi9793
@rikigogoi9793 3 жыл бұрын
Hit hit hit ...never waiting for Assamese short flim..this is the first time i have been waiting ❤️❤️
@gitanjoliborah7670
@gitanjoliborah7670 3 жыл бұрын
বৰ ভাল লাগিল।আৰম্ভণীৰ যিটো ধাৰাত হৈছে পিছলৈও সেই ধাৰা অব্যাহত থাকক। যোৰহাটৰ পৰা বিদুৰভাই ৰ পৰিয়াললৈ মৰম পঠিয়ালো❤️😍
@chayanikagogoi5609
@chayanikagogoi5609 2 жыл бұрын
আজি চালোঁ।বহুত ভাল লাগিল চাই।চৰাইদেউৰপৰা মৰম বিদুৰভাইৰ পৰিয়ালৰ সকলোলৈকে💚❤💞💞💞
@ridipdutta1370
@ridipdutta1370 3 жыл бұрын
বিদুৰভাই ৰ সকলো কৰ্মকৰাতলৈ বহুত বহুত শুভকামনা।।আপোনালোকৰ ইমান ধুনীয়া কাহিনী আৰু অভিনয়ে সকলোৰে অন্তৰত ঠাই লব পাৰিছে।।আপোনালোকৰ অভিনয়ৰ মাজেৰে বাস্তৱিক জীৱনৰ সৰলতা বোৰ ফুটি উঠিছে।।হয়টো বহুজনে কেমেৰা ৰ আগত প্ৰথম থিয় হৈছে যদিও নিখুঁত অভিনয়ে সকলোকে জয় কৰিছে।। (মোৰ ঘৰ গোলাঘাট ত।।গোলাঘটিয়া হিচাপে গৌৰাম্বিত )💐💐💐💐
@RIMJIM_SAIKIA
@RIMJIM_SAIKIA 3 жыл бұрын
বৰ নিঁভাজ কাহিনী 🌼 Happy birthday আমাৰ সোন ঔ 🤣🤣 অপূর্ব........
@durlovborah2097
@durlovborah2097 3 жыл бұрын
অসমীয়া Web series ৰ এনে উন্নতিত সচাকৈয়ে আপ্লুত ৷ সকলো আগুৱাই যাওক ৷ Love from Naraynpur, Lakhimpur❤️
@mintuboruah2908
@mintuboruah2908 2 жыл бұрын
বিদুৰ ভাই সকলো কৰ্ম কৰ্তালৈ মোৰ।ফালৰ পৰা আন্তৰিক শুভেচ্ছা আৰু মৰম যাছিলো।ইমান এখন সুন্দৰ ছবি চাবলৈ পাই আমি।বহুত সুখী।আপোনাৰ লোকৰ যাত্ৰা আৰু দীঘলীয়া হওক তাৰে আৰ্শীবাদকৰিছো।
@Angelina-ri8sg
@Angelina-ri8sg 3 жыл бұрын
The story is brilliantly written. Finally a story which is not adapted from anywhere else. Greatful for making such good content. Love from Bhuneswar. I am a Assamese girl bdw. 💜
@reelsworld4268
@reelsworld4268 3 жыл бұрын
Acting is অপূৰ্ব ❤️... আপোনালোকে পাৰিলে এদিন এৰি এদিন video দিবচোন...ইমান অপেক্ষা কৰিব নোৱাৰি 😖😖
@tarinimohan9664
@tarinimohan9664 3 жыл бұрын
আপোনালোকৰ অভিনয় চায় বহুত ভাল লাগিছে, আজিৰ সময়ত সমাজৰ প্ৰকূত ছবি দাঙি ধৰিছে. আৰু আগুৱাই জাওক তাৰে কামনা কৰিছো. গহপুৰৰ পৰা আপোনালোকলৈ অভীননদন জনালোঁ
@AyushmanMahanta.234
@AyushmanMahanta.234 2 жыл бұрын
ল'ৰা ছোৱালী দুটাৰ দুখ দেখি মনটো বেয়া লাগি গ'ল।চাই আছো দেই নগাঁৱৰ পৰা । গোটেই টিমটোলৈ বহুত মৰম আৰু শুভেচ্ছা ❤️❤️❤️
@apurbajyotimohanofficial2548
@apurbajyotimohanofficial2548 3 жыл бұрын
সকলোফালৰ পৰাই বৰ ধুনীয়া হৈছে❤️❤️❤️❤️❤️বলীন বৰাৰ বিলৈখিনি চাইয়ো ভাল লাগিছে দেই😀
@mowsumisaikia9737
@mowsumisaikia9737 3 жыл бұрын
😂😂😂😂😂
@parishmitagogoi8448
@parishmitagogoi8448 3 жыл бұрын
এতিয়ালৈ তিনিটা খণ্ডও চাই বৰ ভাল লাগিল... সমাজৰ জীয়া ছবিবোৰ বৰ সুন্দৰকৈ ফুটাই তুলিছে... অনাগত দিনত আৰু সুন্দৰ হওক তাৰে কামনাৰে আপোনালোকৰ এগৰাকী শুভকাংক্ষী...💚💛💜❤
@pratyashigogoi
@pratyashigogoi 2 жыл бұрын
Finally we are getting something that we are lacking for so long… some great actors and directors… everyone is acting so natural…. Liking every bit of it… best wishes ( Abu Dhabi. UAE)
@bikashhira6825
@bikashhira6825 2 жыл бұрын
বহুত ধুনীয়া লাগিল , দৰঙৰ মঙ্গলদৈ ৰ পৰা চাই আছোঁ দেই🥰
@pallabnath8082
@pallabnath8082 3 жыл бұрын
After local kumfu..this is another masterpiece..Such a satire and subtlity.. acting is natural and goes with flow of the narrative.. heartiest congratulations to the team... waiting for the next episode
@seemanath123
@seemanath123 3 жыл бұрын
বৰ ভাল হৈছে তোমালোকৰ অভিনয় পংকজ। অতি সাৱলীল হৈছে। দৃশ্যপট, ডাইলগ, আৱাহ সংগীত সকলো সুন্দৰ হৈছে। তোমালোক আগুৱাই যোৱা তাৰে কামনা কৰিলোঁ।
@Bablu-hd6zt
@Bablu-hd6zt 3 жыл бұрын
Niyes
@pankajmahanta8575
@pankajmahanta8575 3 жыл бұрын
শুভকামনা পাই ভাল পালো 🙏🙏
@moraxgaming11
@moraxgaming11 3 жыл бұрын
One of the best series ever watched and this being an Assamese series just wow...hats off to you guys👍🏻❤️
@bhartiborah8766
@bhartiborah8766 3 ай бұрын
চিনেমাখন বহুত ভাল লাগিল ।তিমটো সকলোকে অভিনন্দন জনালোঁ ।ইমান সুন্দৰ চিনেমা উপহাৰ দিয়া বাবে ।মই বোকাখাট ৰ পৰা কলো
@indusaikia4487
@indusaikia4487 3 жыл бұрын
কাহিনীৰ লগত গানটো ৱে কিন্তু চকুপানী উলিয়াইছে।আৰ্চুয্যই মাতত বিষাদ বাগৰিছে।কাহিনী সুন্দৰ
@chayanikasvlog3215
@chayanikasvlog3215 3 жыл бұрын
নামটোৱেই আকৰ্ষণীয়। ভিতৰখিনি আৰু আকৰ্ষণীয়। শিৱসাগৰ পৰা মৰম আৰু শুভেচ্ছা জনালোঁ।
@jadavsonowal5823
@jadavsonowal5823 3 жыл бұрын
কি সুন্দৰ ....... সংলাপ বোৰে মন চুব পাৰিছে..... নিভাঁজ গাৱলীয়া.....খুব কম সময়ৰ ভিতৰতে যথেষ্ট জনপ্ৰিয় হৈছে...... আগুৱাই যাওঁক তাকে কামনা কৰিলোঁ আৰু "বিদুৰ ভাই"ৰ সকলো কৰ্মকৰতালৈ শুভেচ্ছা যাঠিলোঁ।(ডিব্ৰুগড.,কলাখোৱা)
@latuborah6735
@latuborah6735 2 жыл бұрын
Love from NLP ...Kudos to entire team... ❤️❤️❤️❤️ Best Assamese series ever...
@joydeepborpatra2769
@joydeepborpatra2769 2 жыл бұрын
Kun Oo atu ?
@kunu809
@kunu809 3 жыл бұрын
The casting is stupendous... Unmatched.. and the background score complements the plot superbly. মুঠতে একদম শুদ্ধ বানান হৈছে।।। ইটানাগৰ , অৰুণাচল (আচল ঘৰ নগাওঁ)
@robaline-02panitola5
@robaline-02panitola5 3 жыл бұрын
Nice
@kumarikabora9332
@kumarikabora9332 3 жыл бұрын
Best assamese series I have ever seen ❤ kudos to the entire team Love from Nagaon ❤
@anearu7448
@anearu7448 3 жыл бұрын
সঁচাকৈ বহুত বেছি ভাল লাগিল বিদুৰভাই চাই বকোৰ পৰা বহুত মৰম যাচিলো ❤️❤️❤️❤️
@romenjit7549
@romenjit7549 3 жыл бұрын
So exacited to see the video
@pampikakoti2878
@pampikakoti2878 3 жыл бұрын
Bohut bohut val lagil bidur bhai
@dmitun3608
@dmitun3608 2 жыл бұрын
Axomot talent buli koboloi gole ovab ni.. agt ankua web series buli assames t sua nsilu.. amazing.. keep it up. From Guwahati.
@progotigogoi7580
@progotigogoi7580 3 жыл бұрын
"বিদূৰভাই" চাই বহুত ভাল লাগিছে। বহু মৰম আৰু শুভকামনা জনালোঁ.... শিৱসাগৰৰ নাজিৰাৰ পৰা...
@uddhabboruah9950
@uddhabboruah9950 3 жыл бұрын
Really ultimate ultimate.. Pure natural acting and realistic story from pandemic time.. Love from Dibrugarh ❤❤❤
@junakorpoharrupam7027
@junakorpoharrupam7027 2 жыл бұрын
Nalbari val lagil sai
@sarmisthabora8732
@sarmisthabora8732 3 жыл бұрын
সঁচাই বহুত ভাল লাগিল চাই । গোলাঘাটৰ পৰা মৰম জাচিছো। Episode 4 hunkale lage 🤗
@nensigogoi4635
@nensigogoi4635 3 жыл бұрын
The team "বিদূৰভাই" 👌👌👌 পুনৰ নতুন খণ্ডৰ অপেক্ষাৰে....
@ampalburagohain1071
@ampalburagohain1071 3 жыл бұрын
জীৱনত প্ৰথম অসমীয়া series চাই ভাল লাগিছে সুন্দৰ অভিনয়ৰ লগতে সমাজত চলি থকা ঘটনা বহুত মৰম আৰু আশীৰ্বাদ ধেমাজি
@Mon_-Jai-_29
@Mon_-Jai-_29 2 жыл бұрын
No Assamese movie, serials whatever you name it... Nothing can beat this Series.... Just Awesome..... Love from Charaideo
@uttamtalukdar8301
@uttamtalukdar8301 3 жыл бұрын
জীৱনত প্ৰথম বাৰ অসমীয়া চিৰিজ ৰ episode ৰ কাৰণে ৰখি আছো।ঠিক যেনেকৈ বৰ্তমান BB KI VINES "DHINDORA" ৰ কাৰণে ৰখী আছো।সুন্দৰ অভিনয়।বহুত মৰম নলবাৰীৰ পৰা।
@papulagasu12
@papulagasu12 3 жыл бұрын
Same to you bro
@noiporiagabhoruatoz4445
@noiporiagabhoruatoz4445 3 жыл бұрын
সচাকৈ দেই❤️
@Nothing-i3w
@Nothing-i3w 3 жыл бұрын
Gutai team2we val korise .sai val lagise.😆
@uttamtalukdar8301
@uttamtalukdar8301 3 жыл бұрын
@@Nothing-i3w উম
@uttamtalukdar8301
@uttamtalukdar8301 3 жыл бұрын
@@noiporiagabhoruatoz4445 সঁচাকৈ
@manashsfofficial1671
@manashsfofficial1671 3 жыл бұрын
কাম সকলোৱে কৰে কিন্তু কিছুমান কামে মানুহৰ মনত ঠাই পাবলৈ সক্ষম হয়। কাহিনী , অভিনয় আৰু Direction বহু উন্নত হৈছে, অভূতপূৰ্ব কাহিনী উপস্থাপন । বিদুৰভাইৰ সমূহ GROUP লৈ অভিনন্দন আৰু কৃতজ্ঞতা জনাইছোঁ ।আমি আপোনালোকৰ পৰা আৰু আশা কৰিছোঁ। আমাৰ বহু ব্যস্ততাৰ মাজতো আপোনালোকৰ প্ৰত্যেকটো Episode চাই আছোঁ আৰু আগলৈ চাই থাকিম। ‌‌। FROM - SDRF ASSAM
@SuperMonuj
@SuperMonuj 3 жыл бұрын
3rd one is the most hilarious and well made. The girl and her lover steal the episode. Fantastic casting. Sumki is exceptional but sometimes she gets carried away by her act.
@rituboruah2586
@rituboruah2586 2 жыл бұрын
Ajir pothom saisu kimn jjj vl lagil bujabo nuaru aru hodai Sam hokolu video...all the best team
@anantajyoti3325
@anantajyoti3325 3 жыл бұрын
নিপুণ, নিখুঁত, অপূৰ্ব অভিনয়..! 'বিদুৰভাই' ৰ বিষয়বস্তু আৰু উপস্থাপন শৈলী অনন্য হৈছে...শুভকামনা জনাইছোঁ..💐💐
@lifehistory3869
@lifehistory3869 3 жыл бұрын
This is soo marvellous.never expected of such a magnificent series from my motherland.. Best wishes to the team... eagerly waiting for the next episods... from *Australia*
@arnabsaikia8131
@arnabsaikia8131 3 жыл бұрын
This series gonna creat history ... Love from Nagaon❤️❤️
@jacobmiller5784
@jacobmiller5784 2 жыл бұрын
Best Assamese series till date.. loved your work.. so beautifully filmed.. keep working on it.. best wishes to all Rootstock Entertainment team.. ❤️🙏🏻
@trailokyakashyap5147
@trailokyakashyap5147 3 жыл бұрын
সকলো অপুৰ্ব । পংকজ দা , সুব্ৰত আৰু entire team ❤️ বহুতো মৰম । Next episode সোনকালে লাগে
@ArijeetGallery
@ArijeetGallery 3 жыл бұрын
This is the best series till the date. Amazing script, dialogue delivery. Each and every characters are superb. @Sumki kachari you are truly awesome.so natural. Joi bidurbhai ❤️❤️❤️
@santanuneog4795
@santanuneog4795 3 жыл бұрын
বহুত আগ্ৰহে ৰৈ থাকো ।বিদূৰ ভাই পৰিয়াল আৰু আগুৱাই যাওক । বহুত বহুত মৰম শিৱসাগৰ পৰা♥️
@rohan34
@rohan34 2 жыл бұрын
borhiya lagil... acting'or realism tu bhaal lagise...
@muzahidali2883
@muzahidali2883 3 жыл бұрын
ঘৰ নগাওঁ (কলিয়াবৰ) আগৰ খণ্ড কেইটাতো এটা বাৰ্তা দি আহিছোঁ পিছৰ খণ্ড কেতিয়া পাম । আজিও কওঁ সোনকালে দিব ।বহুত আগ্ৰহৰে ৰৈ আছে চাবলৈ আকৌ ।কথোপকথন বোৰ অতুলনীয় । love u all team members..
@monalibhuyanhazarika5102
@monalibhuyanhazarika5102 3 жыл бұрын
Khub hundor....agoloiu aru episode sabo pam buli akha thakil👍with lots of love ❤️ from Duliajan
@mohanassam1522
@mohanassam1522 3 жыл бұрын
Assamor highest rating powa serial hbo Vidur Vai 🤩🤩🤩....mjja acting sobore....aru kahini jabardast... superb 🥰🥰🥰🥰.... regular vedio dibo...apunr vedio loi wait koro bht🤩🤩🤩
@jitusonowal2674
@jitusonowal2674 2 жыл бұрын
Ultimate bidurbhai... Logor bur a koisil kintu duty karone sabo pora nasilu.. So aji jiman parisu sai loisu.. Bhal lagil sai..
@bimanhazarika1744
@bimanhazarika1744 3 жыл бұрын
এতিয়া হে ভালকৈ উপলব্ধি কৰিছো আৰু "বিদুৰভাই" ৰ আৰৰ অৰ্থ😎😀। Love from North Lakhimpur ❤️
@aasishthapa2729
@aasishthapa2729 2 жыл бұрын
bidur bhai mane sudurbhai hoi 😁😁😁
@suvofficial2485
@suvofficial2485 3 жыл бұрын
It's overwhelming to see your response. Thank you everyone for your love and support. ❤
@tapubrataboruah2099
@tapubrataboruah2099 3 жыл бұрын
Flawless acting is the most prominent part of this series. Keep doing it raw and natural. You guys are doing it wonderful and amazing.
@captainbhargab2190
@captainbhargab2190 2 жыл бұрын
Bhut vl lgise apunalukor episode sai.. Ag bahi jail aru next part hunkle apload korok tare ahban
@junipdewan8268
@junipdewan8268 3 жыл бұрын
Its very exciting to see that our new generation is also excited for the series .such a script its really appreciable.I think this will set another standerd to assamese industry. Keep up the good work. You guys have set a new bar. Good luck
@himangshukakati2153
@himangshukakati2153 3 жыл бұрын
সহজ সৰল গাঁৱলীয়া সমাজত চলি থকা বাস্তব ঘটনাবোৰক কাহিনীৰূপত ইমান সুন্দৰকৈ উপস্থাপন কৰিছে আৰু অভিনয় ইমান সুন্দৰ হৈছে মানে কবলৈ ভাষা নাই আৰু🙏🙏❤️❤️❤️
@rajpallavborah5407
@rajpallavborah5407 3 жыл бұрын
Kind of series that puts you in unique dilema you wait for the episodes but don't want to watch thinking it will get finish 🥺... Wish you and us journey of neverending episodes..... bohut apoorva.... ( New Delhi)
@apuborah3258
@apuborah3258 2 жыл бұрын
বহুত ভাল লাগিছে আপুনা লোকৰ ভিডিয় চায় 😊🤗❤️ ম ই চুতীয়া পৰা কৈছু
@dipugogoi6614
@dipugogoi6614 3 жыл бұрын
Sumki baa acting ❤️❤️🔥 pankaj sir borhiya ❤️🔥🔥
@pallabibora6766
@pallabibora6766 3 жыл бұрын
বহুত ভাল লাগিছে ❤️❤️ইমান ধুনীয়া অভিনয় আৰু কাহিনী । সচায়ে মন চুই গৈছে 😘 সচা কাহিনীৰ ওপৰত আধাৰিত এই ধাৰাবাহিকখন যাতে সকলোৱে আদৰি লয় আৰু সকলোলৈকে আন্তৰিক শুভেচ্ছা থাকিল ❤️❤️❤️
@shroud-biki2552
@shroud-biki2552 3 жыл бұрын
Having a great experience watching the series, Netflix,hotstar t কে কম নহয় কোনো ফালেই । Love from বৰপেটা ❤️
@bijuraaj9
@bijuraaj9 Жыл бұрын
Back to back 4th time salu .... Amoni a nalage dekhon ❤
@pritrishnagogoi8013
@pritrishnagogoi8013 3 жыл бұрын
Bohut besi vl hoise ...emn dhunia acting hokolure 👍 waiting for next episode
@pallabidevi1801
@pallabidevi1801 3 жыл бұрын
সচাই বহুত বহুত বেছি ভাল লাগেছে চাই গোৱালপাৰা পৰা বহুত বহুত শুভকামনা আৰু মৰম জনালোঁ ❤️❤️ next সোনকালেই পাম বুলি আপেক্ষা
@3dip_
@3dip_ 3 жыл бұрын
Best series I have ever seen in Assamese .Best of luck keep going waiting for the next episode ❤️👍🏻👍🏻👍🏻
@nistagram_reels3305
@nistagram_reels3305 2 жыл бұрын
হাঁহি হাঁহি পাগল হৈ গৈছো বাকলি।বৰ ধুনীয়া অভিনয় কৰিছে দেই সকলোৱে। সকলোকে ভগৱানে কুশলে ৰাখক 🙏
@rubulmedhi9923
@rubulmedhi9923 3 жыл бұрын
সঁচাকৈ অসমীয়া সাধাৰণ মানুহৰ এটা সাধাৰণ জীৱন শুব সুন্দৰকৈ ফুটি উঠিছে । সঁচাই সুব ভাল লাগিল ।আৰু সকলোৰে অভিনয় সুৱ ভাল হৈছে ।পাছলৈ আৰু এনেদৰে আমাক vedio দিব বুলি আশা কৰিলোঁ। Vedio টো চাই সঁচাকৈ মনটো বহুত ভাল লাগিল ।😊👌
@monmayuricreation8028
@monmayuricreation8028 3 жыл бұрын
জীৱনত বহুত ধাৰাবাহিক চালো কিন্তু এই ধাৰাবাহিকখন ইমান কম সময়তে সকলোৰে প্ৰিয় হয় যাব বুলি ভবা নাছিলো মোৰ অতিকৈ প্রিয় এই ধাৰাবাহিকখন বিউতি বাৰ অভিনয় চাই মই বহুত ভাল পাওঁ আগলৈও এনে কোৱা ধাৰাবাহিক আমাৰ মাজলৈ আগবঢ়াই গৈ থাকিব গোলাঘাটৰ পৰা মই মনময়ুৰীয়ে "বিদুৰভাই" পৰিয়াললৈ বহুত বহুত শুভেচ্ছা আৰু মৰম জ্ঞাপন কৰিলো ধন্যবাদ। love from Golaghat
@niharranjansaikia5442
@niharranjansaikia5442 3 жыл бұрын
পগলা কৰিব নেকি ? জানমনি, জোনবাই ৰ পাছত বুকুত ঘা লগাইছে, সমূহ কলাকুশলী লৈ অন্তৰেৰে শুভেচ্ছা জ্ঞাপন কৰিছোঁ ।
@proloydaimari6766
@proloydaimari6766 2 жыл бұрын
Superb dialogues, cinemetography, comedy timing. God bless all the team of this beautiful assamese tv series. Lots of love frm Udalguri
BIDURBHAI | S01E04: Idea | SUV | Rootstock Entertainments
21:59
Rootstock Entertainments
Рет қаралды 1,4 МЛН
Bidurbhai (with English Subtitles) | SUV | Complete Assamese Web Series
1:40:16
Rootstock Entertainments
Рет қаралды 4,4 МЛН
風船をキャッチしろ!🎈 Balloon catch Challenges
00:57
はじめしゃちょー(hajime)
Рет қаралды 97 МЛН
Yay😃 Let's make a Cute Handbag for me 👜 #diycrafts #shorts
00:33
LearnToon - Learn & Play
Рет қаралды 117 МЛН
BIDURBHAI | S01E01: Gutor Meeting | SUV | Rootstock Entertainments
16:39
Rootstock Entertainments
Рет қаралды 2,5 МЛН
BIDURBHAI | S01E06: Ek Ratit Roja | SUV | Rootstock Entertainments | Season Finale
28:46
Rootstock Entertainments
Рет қаралды 1,9 МЛН
BIDURBHAI | S01E02: Facebook Live | SUV | Rootstock Entertainments
13:36
Rootstock Entertainments
Рет қаралды 1,7 МЛН
দেৱী || devi Assamese short film 2024 @jyotishmasarania
16:41
Jyotishma Axom
Рет қаралды 218 М.
風船をキャッチしろ!🎈 Balloon catch Challenges
00:57
はじめしゃちょー(hajime)
Рет қаралды 97 МЛН