বিদ্যালয়লৈ একাংশ ছাত্ৰই কি আনে চাওক

  Рет қаралды 16,355

LAKHIMPUR TODAY

LAKHIMPUR TODAY

Күн бұрын

বিদ্যালয়লৈ একাংশ ছাত্ৰই কি আনে চাওক
ভয়ংকৰ ঘটনাৰ পৰা কোনোমতে ৰক্ষা পৰিল লখিমপুৰৰ এখন বিদ্যালয়

Пікірлер: 52
@basantidutta8038
@basantidutta8038 13 сағат бұрын
আগতে আছিল ছেকনি আগত শিক্ষা । এতিয়া চৰকাৰৰ লগতে অভিভাৱক সকলো জগৰীয়া। কাৰণ শিক্ষকে এছাৰ মৰা লগে লগে দল সংগঠন জপিয়াই পৰে।। পৰিৱৰ্তন হ'ব লাগে
@mintugogoi7031
@mintugogoi7031 10 сағат бұрын
চৰকাৰক এটাই অনুৰোধ এচাৰী আগত বিদ্যা পুনৰ আৰম্ভ কৰিবলৈ নিৰ্দেশ দিব লাগে ।যি নেমানে বহিষ্কাৰ কৰিবলৈ সিদ্ধান্ত লব লাগে ।তেনেকুৱা লৰা ছোৱালী বিদ্যালয় লৈ যোৱা ৰ কোনো অধিকাৰ নাই ।মতামত আগ বঢ়াব সকলোৱে ।
@Nahar01864
@Nahar01864 6 сағат бұрын
Apunar logt almot
@dollykonwar9194
@dollykonwar9194 9 сағат бұрын
চেকনিৰ আগত বিদ্যা ।
@pankajmahanta9397
@pankajmahanta9397 13 сағат бұрын
সেকনিৰ আগত বিদ্যা। কথাষাৰ আকৌ প্ৰয়োগ কৰিবৰ হল।
@anilburagohain3586
@anilburagohain3586 9 сағат бұрын
লোহা অষ্ট অনা লৰাজনৰ অভিভাৱক জধা মূখ।এদিন কিন্তু এনে সন্তানৰ হাততেই পিতৃ মাতৃৰ অপদস্থ হব ও মৰনো হব।
@rijumonikonwar9069
@rijumonikonwar9069 14 сағат бұрын
অভিভাৱক মিটিংত যি সকল অভিভাৱক উপস্থিত নাথাকে সেইসকলৰ ছাএক পৰীক্ষাত অৱতীৰ্ণ হব দিব নালাগে।
@popiborah3897
@popiborah3897 12 сағат бұрын
বাইদেউ এ খুব ভাল কথা কৈছে । গুটখা, মাদক দ্ৰব্যৰ পয়োভৰ দেখি আচৰিত হওঁ। স্কুল ৰ ৱাল্ ত পিক বোৰ দেখিলে গাটো বেজবেজাই যাই। আচলতে আমি অভিভাৱক সকলে যদি এই ক্ষেত্ৰত সজাগ নহৈ অকল শিক্ষক সকলৰ ওপৰত দুখ দি থাকো তেন্তে নিজৰ বিপদ নিজেই মাতি অনা হব ।
@pradipkhoud4665
@pradipkhoud4665 13 сағат бұрын
ইয়াৰ কাৰন কিছু অভিভাৱক সকল বুলি সমাজৰ বৌদ্ধিক মহলে মত পোষণ কৰিছে !. মনত ৰাখিব, এই খন জগত গুৰু শঙ্কৰ দেৱ , মহাপুৰুষ মাধৱদেৱৰ দেশ, সেই সকলৰ পিছত জ্যোতি প্ৰসাদ আগৰৱালা তথা কলা গুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ দেশ! নৱ প্ৰজন্মৰ প্ৰতি থকা অতি গধুৰ দায়িত্ব পালন কৰাৰ পৰা আওকাণ কৰি থাকিলে এই খন দেশ ভবিষ্যতে কি হ'ব ভাবি চাব দেই !
@KabitaBorah-c7h
@KabitaBorah-c7h 9 сағат бұрын
দস্যু ৰ জন্ম। অভিভাৱকে লৰা ছোৱালীক নাচাই
@raidiongiaphulogurikhagari5187
@raidiongiaphulogurikhagari5187 9 сағат бұрын
অভীভাবক মাতী আনী গৰুৰ পিটী দিবৰ
@balinbora7788
@balinbora7788 9 сағат бұрын
Teacher hokolor kotha 100 per cent right. Responsibleless abhivabak.
@User654-s2m
@User654-s2m 12 сағат бұрын
Sidha restricted korok tenekua bilak pohibor karone jonmo hua nai,,,jot jega tote pothai diyok,,,,anok jate disturb koribo nuware,,ji mula bahe tar dupatote sin....
@dimbeswarkonwar7659
@dimbeswarkonwar7659 13 сағат бұрын
হয়, বহুতো ছাত্ৰ বিকৃত মানসিকতা আছে। অৱশ্যে দুই এজন বহুতেই ভাল ।
@arunborah4032
@arunborah4032 9 сағат бұрын
Sarkarloi anurodh gootka aai bya bostoto complete band korak
@Bijitgogoi43
@Bijitgogoi43 9 сағат бұрын
মইও এইখন বিদ্যালয়ৰ ছাত্ৰ আছিলোঁ😢 অতি দুঃখিত হৈছোঁ🙏🏻
@ranjitgogoi1031
@ranjitgogoi1031 14 сағат бұрын
সছাই বাইদেউ ঘৰৰ মানুহক মাতি আনি ঘৰত গতাই দিব লাগে
@arpanaborah973
@arpanaborah973 13 сағат бұрын
সচাই ভয় লগা সমস্যা ।আমাৰ অভিভাবক সকলে নিজৰ সন্তানক চকু নিদিলে ইয়াত কৈয়ো ভয়াবহ ঘটনা আগজাননী আহি আছে ।
@RiturajBorah-m1n
@RiturajBorah-m1n 11 сағат бұрын
Asolotee principal jon vall holee hokolu vll hb. Karon ghoror main manuh jn vll hole he tew lora swali gita vl hb 👍🏻
@DipikaKonwar-p5b
@DipikaKonwar-p5b 11 сағат бұрын
মই বিদ্যালয়ৰ ছাএ আৰু ছাএী সকলক সদায়ে কৈ থাকো ওচৰৰ মানুহৰ ঘৰত আম জাম লাগি থাকে তোমালোকে কেতিয়াও গছত উঠি পাৰি নাখাবা কাৰণ মোক বিদ্যালয়ৰত আহি কলেহি মই কাকো শুদাই নেৰো গতিকে বেয়া কাম নকৰিবা ।
@rupjyotiboruah3418
@rupjyotiboruah3418 13 сағат бұрын
বিদ্যালয় বিলাকত উন্নত মানৰ বেৰা থকাটো বাধ্যতা মূৃলক হব লাগিব৷বেচৰকাৰী বিদ্যালয়ৰ আৰ্হিত তলাৰ ব্যৱস্থা থাকিব লাগিব ৷
@aabirgogoi1694
@aabirgogoi1694 13 сағат бұрын
চৰকাৰে প্ৰাথমিক স্কুল ৰ পৰাই যোগ bikhoi টো বাধ্যতামূলক কৰিব লাগে
@Pinhole-h2g
@Pinhole-h2g 14 сағат бұрын
मेदाम , Parents मीटिंग call कीजिये और parents को awareness किजिए । पढाई की माहोल बहुत खराब हो रही है ।
@niruborah9424
@niruborah9424 11 сағат бұрын
Ami pohi thakute sirsakolaloi voy karisiu .madeutai sirkkoisil pohibo nuarile bodmas karile sakukeita nufutakoi marib buli.kintu aji kali makdeutake larasualik marile ulutai sirsakalokhe.tiraskar kori bhabuki die.gotike student ak udganikune dise?
@hindi701
@hindi701 8 сағат бұрын
Amr dent ni da abur 🥲
@monumotigogoi1101
@monumotigogoi1101 13 сағат бұрын
সুন্দৰ বাৰ্তা বাইদেউক নমস্কাৰ
@MondiraBorkakoty
@MondiraBorkakoty 12 сағат бұрын
অভিভাৱক সচেতন হওক
@utpalhazarika28
@utpalhazarika28 13 сағат бұрын
Knuckle duster
@SatyaramDas-jv3yo
@SatyaramDas-jv3yo 9 сағат бұрын
School podhaba ari diba lagiba ne ki........
@MonimalaBora-ub4cr
@MonimalaBora-ub4cr 14 сағат бұрын
ki hoi ase school burot
@Micah.04
@Micah.04 13 сағат бұрын
,👍👍👍👍👍👍🙏
@Kspdhemqji
@Kspdhemqji 7 сағат бұрын
মইও পঢ়িছোঁ এইখন বিদ্যালয়ত । বৰ বেয়া‌ হৈছে ।
@ankurgogoi1551
@ankurgogoi1551 13 сағат бұрын
🙏☠️
@lakhichutia46
@lakhichutia46 Сағат бұрын
Lora swalik Ami gunogot hikha dibo pora ni Frist ghora patients e niti hekha diya2 bahut jaruri
@mirjubora3651
@mirjubora3651 42 минут бұрын
ইয়াৰ বাবে চৰকাৰ তথা অভিভাৱকৰ দোখ বুলি ভাবো।
@prodiptayung1803
@prodiptayung1803 14 сағат бұрын
Mam your trip saking is very nice 2:13
@Garrison923
@Garrison923 4 сағат бұрын
Pradip gogoi sir retired huwa pora school khn ekdom bya hoi gl
@bonditachetia1708
@bonditachetia1708 14 сағат бұрын
Teacher aru parents hokolu a hakhon koribor hol ......
@diptadiptalukdar4745
@diptadiptalukdar4745 10 сағат бұрын
IS baidew ai bar kun teacher ok transfer koribo
@RajuDoley-vo1gu
@RajuDoley-vo1gu 14 сағат бұрын
O God ki hoise aibur
@pallabihazarika7402
@pallabihazarika7402 13 сағат бұрын
Ki hoise baru hosake
@nitulgogoi5444
@nitulgogoi5444 4 сағат бұрын
😅
@CHANDRAKANTATAID-pd1vx
@CHANDRAKANTATAID-pd1vx 9 сағат бұрын
😮😮😮😮
@jalildewan3696
@jalildewan3696 13 сағат бұрын
Ai Student janar Pitri_ Matri kene Gunda hobo chinta karok. Lorajanak schoolar porai TC d bidai karak..........
GIANT Gummy Worm Pt.6 #shorts
00:46
Mr DegrEE
Рет қаралды 81 МЛН
Fake watermelon by Secret Vlog
00:16
Secret Vlog
Рет қаралды 16 МЛН
БЕЛКА СЬЕЛА КОТЕНКА?#cat
00:13
Лайки Like
Рет қаралды 1,3 МЛН
GIANT Gummy Worm Pt.6 #shorts
00:46
Mr DegrEE
Рет қаралды 81 МЛН