বিদ্যুতৰ বিল নিদিয়াৰ বাবে SDOৰ দাদাগিৰি! ছিঙি লৈ গ’ল লোকজনৰ ঘৰৰ বিদ্যুতৰ তাঁৰ ৷

  Рет қаралды 125,169

Asom Live 24

Asom Live 24

Күн бұрын

বিদ্যুতৰ বিল নিদিয়াৰ বাবে SDOৰ দাদাগিৰি! ছিঙি লৈ গ’ল লোকজনৰ ঘৰৰ বিদ্যুতৰ তাঁৰ ৷ তাঁৰখিনি ৰাখিবলৈ খোজতে ৬০ ঊৰ্ধ্বৰ ব্যক্তিক ধমক, ঘৰৰ পৰা চাৰিআলিলৈ নিলে চোঁচৰাই! চৌদিশে প্ৰতিক্ৰিয়া ৷
A bilingual news channel from North-Eastern India based in Guwahati, Assam. We bring you the latest news 24x7.
'অসম লাইভ ২৪'ত খবৰ, বিভিন্ন লেখা পঢ়িবলৈ Like, Follow আৰু Subscribe কৰকঃ
/ asomlive24
/ @asomlive24digital
#asomlive24
#axomlive24
#assamlive24
#breakingnews
#exclusivenews
#currentaffairsofassam
#dailynewsupdate
#dailynews
#assamkanews
#latestnewsofassam
#latestnews

Пікірлер: 1 000
@hiranyarajkhowa4119
@hiranyarajkhowa4119 Ай бұрын
দুখীয়া দৰিদ্ৰৰ ওপৰতে সকলোৰে গুন্দা দাদাগিৰী কিহৰ। এগৰাকী চৰকাৰী বিষয়াৰ এনে আচৰণ শোভা নাপায়। মূখ্যমন্ত্ৰী মহোদয় এই সকল চৰকাৰী বিষয়াৰ ওপৰত বিহীত ব্যৱস্থা গ্ৰহণ কৰিবলৈ সাহস হবনে। নে এই সকল চৰকাৰী বিষয়াক দৰিদ্ৰ ৰাইজৰ ওপৰত গুন্দাগিৰী কৰিবলৈ লাইচেন্স প্ৰদান কৰিছে।
@abinashregon8036
@abinashregon8036 Ай бұрын
Murkho mantri tur aku kaam nai hi sob bikei kori hekh korile aru hi ketiyaba axom khonu bikri koribo aru .😂
@RiyanBoy-el2te
@RiyanBoy-el2te Ай бұрын
Mama apuni abar saw video to
@ranbahadursutar
@ranbahadursutar Ай бұрын
এনে বিষয়াক চাকৰিৰপৰা বৰ্খাস্ত কৰিব লাগে বুলি ভবা হয়
@pallabbora8682
@pallabbora8682 Ай бұрын
@@hiranyarajkhowa4119 দাদা এইটো দুখীয়া বুলি নকয়।। পকা ঘৰ আৰু পাছফালে এখন দামী বাইক।। অলপ মন কৰি চাব আপোনালোকেও নিউজ এটা কৰা আগত। মানুহ জনৰ পুতেকৰ চাগে বাইক খন , আৰু বাইক খন কিনিবলৈ পইছা ওলালা কিন্তু লাইটৰ বিলটো যে দিব লাগে সেইটো মূৰত নধৰে।। মানুহ জনৰো ব্যৱহাৰ ভাল নাছিল কিন্তু আপোনালোকেও কমেন্ত কৰা আগত ভাবি লৈ লিখিব, নহলে সাধাৰণ জ্ঞান কনো পাহৰি যাব নিউজৰ কথাত গলে।। এজন সাধাৰণ নাগৰিক হিচাপে লিখিছোঁ বেয়া নাপাব 🙏
@dksochinpegu1683
@dksochinpegu1683 Ай бұрын
Right ​@@ranbahadursutar
@dipulaxom
@dipulaxom Ай бұрын
SDO এ ক্ষমা খুজিব লাগে ।। তেওঁৰ দাদাগিৰী মানি লব নোৱাৰি ।
@Akah337
@Akah337 Ай бұрын
😂
@nabajit9398
@nabajit9398 Ай бұрын
Rule is Rule bro
@user-tp1er3sv9f
@user-tp1er3sv9f Ай бұрын
​@@nabajit9398কিহৰ rules? Rules কৰিলে All Asomot কৰক, আমাৰ ফালে কিছুমান লোকৰ 50000,1000000 লৈকে Apdcl অত balance আছে কিন্তু আজি লৈকে ঘৰৰ কোনো বয় বস্তু ওঠুৱা নাই । গতিকে rules কৰিলে চবৰ লগত সমানে কৰক, মনে জানি কিছুমান rules বনোৱা তো উচিত নহয় ।
@radhikaenterprises3307
@radhikaenterprises3307 Ай бұрын
SDO mur nai .kota sakori Paisa jay.. EGO
@rithi200
@rithi200 Ай бұрын
Sdo dekhibolei ghin loga 🤢
@PD-gj7ot
@PD-gj7ot Ай бұрын
খেদিব লাগে ইমান অভদ্ৰ SDO দৰকাৰ নাই | এজনি ছোৱালী হৈ Behaviour ঠিক নহয় | এজন দিন হাজিৰা কৰি খোৱা মানুহৰ ঘৰত কি থাকিব পাৰে তাই যে বেচি কৰিলে ঘৰৰ বস্তু লৈ যাম বুলি ধমক দিছে ? ইয়াৰ পৰা এইটো বুজা গল তাই ঘৰখন নিশ্বয় এই বিল দিব নোৱাৰা জনকৈ বেচি বেয়া | ভাগ্য ক্ৰমে চাকৰি টো পায় এতিয়া কব নোৱাৰা হৈছে |
@himantimandal8354
@himantimandal8354 Ай бұрын
Right
@rupaksaikia9839
@rupaksaikia9839 Ай бұрын
Right kotha akdom
@kalpu..dumminisubba5448
@kalpu..dumminisubba5448 Ай бұрын
Right 👍
@sumimoran1330
@sumimoran1330 Ай бұрын
Bhut bil ahe aji kli
@sehnajkhan6719
@sehnajkhan6719 Ай бұрын
Akdom right koisa dai kolijoni
@TaslimAliBabul
@TaslimAliBabul Ай бұрын
SDO ৰ লগতে তেখেতৰ ব্যক্তিগত গাড়ী চালক জনৰ প্ৰতিও বিহিত ব্যৱস্থা লব লগে ?
@user-ok1rg2vc7p
@user-ok1rg2vc7p Ай бұрын
এই বোৰক ধৰি ভূত জলকীয়া সানিব লাগে , SDO
@sehnajkhan6719
@sehnajkhan6719 Ай бұрын
O😂😂😂
@ranjitbora734
@ranjitbora734 Ай бұрын
SDO জনী দেখাতেই ভূতুনীজনীৰ নিচিনা। পাখৰীয়ে বুজাই বঢাই দেৰিকৈ হলেও বিলৰ টকা কেইটা নিব পাৰিলে হেতেন। এনে অসভ্য বিষযা ৰাখিব নালাগে।
@sehnajkhan6719
@sehnajkhan6719 Ай бұрын
Right koisa
@mrinalchetia3873
@mrinalchetia3873 Ай бұрын
বাগানত কাম কৰা ছোৱালী দৰে হে লাগে,,,
@rakashdas9087
@rakashdas9087 Ай бұрын
অসমিয়া গৰীব মানুহৰ ওপৰত চৰকাৰৰ গুন্দাগিৰি ৰাইজ এই কাৰনে ভোট দিছিলো নিকি বি জে পি চৰকাৰক
@MohanPanging-zq1vq
@MohanPanging-zq1vq Ай бұрын
Right
@jhonbey9678
@jhonbey9678 Ай бұрын
Free lagey neki sob.. kosto kori khawk.
@minudey7657
@minudey7657 Ай бұрын
ইমান অত্যাচাৰ কৰিবলে নাপায় দুখীয়াৰ ওপৰত ইমান অত্যাচাৰ এই জনীক সে দেখিলোঁ
@humensaikia7914
@humensaikia7914 Ай бұрын
এই জনী কলিজনি হিমা চেৰাই গল
@anshulaskarlaskar-jv8yf
@anshulaskarlaskar-jv8yf Ай бұрын
right
@sehnajkhan6719
@sehnajkhan6719 Ай бұрын
O uleyai dibo laga kolijonik
@rajkumardas4975
@rajkumardas4975 Ай бұрын
এই বুনৰী এছ ডি অ জনিক লেংতা কৰি পথিয়াওক তাই বাপেকৰ বিদ্যুত নহয় ।
@nilimakalita4583
@nilimakalita4583 Ай бұрын
B P L মানুহৰ বিদ্যুৎ ৰ বিল ফ্ৰিৰ বুলি এই জনীয়ে নাজানে, কিহৰ চাকৰি কৰিচে।
@cinmoyrajkhowa
@cinmoyrajkhowa Ай бұрын
Kune kole o bupa BPL r bill dibo nlge buli??
@hiranyarajkhowa4119
@hiranyarajkhowa4119 Ай бұрын
খিলঞ্জীয়া মানুহৰ ওপৰত কিহৰ দাদাগিৰী। চৰকাৰী কাৰ্য্যলয়ত বছৰ বছৰ ধৰি অনাদায় হৈ থকা বহু লাখ লাখ টকা কিয় আদায় কৰিব নোৱাৰে।
@user-ul7sm4pi7g
@user-ul7sm4pi7g Ай бұрын
নতুনকৈ চাকৰি পাইছে কিজানি। অহংকাৰি। মামাই চাব লাগে বিষয়টো। নহলে এই চবৰ উৎপাতত দুখীয়া মানুহ চলিবলৈ টান হৈছে। ইহঁতক নাকি লগাব লাগে।
@RBCEATOR
@RBCEATOR Ай бұрын
এইবোৰ মামাৰ আশীৰ্বাদ
@KaranJyotiKashyap
@KaranJyotiKashyap Ай бұрын
এইবিলাক বাংলাদেশ ৰ ৰেডলাইন এৰিয়াৰ পৰা বুটলি অনা মানুহ.... দুখীয়া মানুহখিনিৰ দুখ বুজিব চেষ্টা নকৰে😡😡
@denizkitchen
@denizkitchen Ай бұрын
😂😂
@tunborah7537
@tunborah7537 Ай бұрын
গোটেই কেইজনক ৰাইজে ধৰি লৈ গৰু পিতন দিব লাগিছিল,,
@sisuramrava5997
@sisuramrava5997 Ай бұрын
Pitile ok kess dibo sorkar hoi
@pradipdas4364
@pradipdas4364 Ай бұрын
এনেকুৱা SDO ক লেং টো কৰি ৰাস্তাত পিতিব লাগে
@dipulaxom
@dipulaxom Ай бұрын
ইচ কেলা তাইৰ চেহেৰাটো চোৱা, এইজনীৰ মুখত মিয়া খালিফাৰ মাক্স লগায় ললেও নুঠে ।। তাৰ পাছত তাইৰ দম ।
@evilgaming460
@evilgaming460 Ай бұрын
Thik koisa😂
@jyotirmaypatgiri5067
@jyotirmaypatgiri5067 Ай бұрын
😂
@NirajanKalita
@NirajanKalita Ай бұрын
Good dada
@krishnabaruah6822
@krishnabaruah6822 Ай бұрын
এই এচ,ডি,অ ,জনী অতপালি বেছি হৈছে ছোৱালীহৈ বুঢ়া জনক কেনে আচৰন কৰিব লাগে তাক নাজানে ! ওপৰলৈ পানী মাৰিলে ঘুৰি নিজৰ গাতে পৰে!কথাখাৰ কৈ থলো!
@rinkigogoi7455
@rinkigogoi7455 Ай бұрын
এই মুখ খনত জলকীয়া সানি দিব লাগে,ছোৱালী এজনী হৈ প্ৰাপ্ত বয়স্ক লোকক কেনেকৈ আচৰণ কৰিব লাগে নাজানে নি তাই।আমাৰ ফালে হব লাগিছিল,তাইক বিহু দেখাই দিলোঁ হেঁতেন
@dasp1232
@dasp1232 Ай бұрын
গৰমত কেনেকৈ থাকিব এই ধৰণৰ মানুহে😢😢
@BubulBaruah-bq5wh
@BubulBaruah-bq5wh Ай бұрын
কালী বাঈয়ে কেনেকৈ কয়। চুপ্,,,,,🎉ঐ চুপ্। আমি দুখীয়া মানুহ কলেও নেমানে
@juntibora4126
@juntibora4126 Ай бұрын
SDO গৰাকীক এটা উচিত শিক্ষা দিব লাগে তেওঁ দুখীয়া লোকক বেয়া ব্যৱহাৰ কৰিবলৈ ক'ত সাহস পালে।
@PabitrabhuyanPabitrabhuyan
@PabitrabhuyanPabitrabhuyan Ай бұрын
উচিত তদন্ত কৰক এজনী ৰ ওপৰত ্
@milangogoi3204
@milangogoi3204 Ай бұрын
SDO নিলম্বন কৰিৱ লাগে তাই কতপালে এনেকোৱা অধিকাৰ বয়ক লোকজনৰ ঘৰৰ বস্ত্ নিবলৈ তাই ভিক্ষাৰী নি
@jayaborah2926
@jayaborah2926 Ай бұрын
SDO Rima das এওঁৰ নতুন বেষ্টৰ যেন লাগিছে, অৰ্থাৎ 2022/23 বৰ্ষৰ হ'ব পাৰে। তেওঁৰ ব্যৱহাৰ দ্বাৰা গম পোৱা গৈছে। পিছে চাকৰিটো কোনটো পথেদি হ'ল তাতহে অলপ সন্দেহ হয়।কাৰণ তাইকটো পঢ়া শুনা কৰা মানুহ যেন মুঠেও লগা নাই। কিবা ডকাইতৰ দৰেহে লাগিল। চৰকাৰে বা এতি‌য়া কি কয়....?😁
@basantasaikia7263
@basantasaikia7263 Ай бұрын
Uneducated hoi. Das likhe asomiya das nohoi bengoli das hoi, kotha kuwa accent tutei gom pai.
@sehnajkhan6719
@sehnajkhan6719 Ай бұрын
Hosa kotha koisa .moiu vabi ase taik sakori kuna dila dakhat to okonu nalaga
@cinmoyrajkhowa
@cinmoyrajkhowa Ай бұрын
Line free karu babe nhoi na BPL na normal connection, aitu govt low SDO e banua low nhy , tai jd namane tair sakori jabo , and aitu uprt aini bebosta u lobo pare , lok adalat name xunisa nhy tat jorimona dibo lagibo jd case kre , gotike SDO e teur kam e krse ,kintu amar jono gonor majot upjukto gyan nai ai bikhyot gotike ami enkua koi asu, ghoror xakolu electronic xamogree uthai anibo pare jd bill payment nkre . Kintu jihetu teu dukhiya beya lage dukh lage sobore , kintu sobor upoet dukh jonmale SDO r sakori jabo.
@prasantapriyanujvlogs7191
@prasantapriyanujvlogs7191 Ай бұрын
তেখেতৰ ভাষা শুনা ঐত চুপ,,, অসমীয়াত এষাৰ কথা আছে আপোনাৰ ব্যবহাৰে আপোনাৰ পৰিচয়,,,,so আপুনি নিজে নিজৰ পৰিচয় ধুনীয়াকৈ প্ৰকাশ কৰিছে বাইদেউ ।
@PurnimaPhukan-x4h
@PurnimaPhukan-x4h Ай бұрын
এইয়া বহুত বেয়া কাম কৰিছে শিক্ষিতৰ মানুহৰ এইবোৰ শুভা নাপায়
@priyangshu_pratim_lekharu
@priyangshu_pratim_lekharu Ай бұрын
Shikhita manoh nohoi jene tene kiba kori. Sdo or pod pale ( free fire)
@bitupn
@bitupn Ай бұрын
Khikhito ne pohile nohobo
@nabanath4887
@nabanath4887 Ай бұрын
তাইৰ বাপেকতকৈও ডাঙৰ।লাজ পোৱা নাই।
@medinitalukdar4873
@medinitalukdar4873 Ай бұрын
এজন দুখীয়া লোকৰ ওপৰত চৰকাৰি বিষয়াৰ এনে অসভ্য আঁচৰণ নে..????
@LakheswarSLD
@LakheswarSLD Ай бұрын
এই বাংলাদেশী জনীক কোনে SDO পাৰিলে, তাই দেখোন মানুহৰ ব্যবহাৰেই নাজানে।
@forcegaming8762
@forcegaming8762 Ай бұрын
Poisa di loise sakori
@k.kgamingvideo4229
@k.kgamingvideo4229 Ай бұрын
​@@forcegaming8762toi keneke gom pali Toka loi sakori Diya dalal to toi a asili mane
@PobonKurmi-x4i
@PobonKurmi-x4i Ай бұрын
Mama
@denizkitchen
@denizkitchen Ай бұрын
😂😂😂😂
@Mrinal-we4wh
@Mrinal-we4wh Ай бұрын
Direct চাকৰি কাটি দিয়ক তেতিয়া হে বুজিব কেনেকৈ খাম জীৱনটো। দুখিয়াই হে বুজে কেনেকৈ খাই জীৱনটো। এনেকুৱা লোকক কোনে চাকৰি, অফিচাৰ পাতে জ্ঞান চাই পাতিব লাগে।
@JOHN_T123
@JOHN_T123 Ай бұрын
SDO দম দিব নোৱাৰে প্ৰথমে তেওঁ জনা উচিত যে তেওঁ এজন Public servant hoi.এনেকো দাদাগিৰি ভাল নহয়।
@RanuMoni-qu1sx
@RanuMoni-qu1sx Ай бұрын
Bohut dukh lagil dekhi 😭😭😭
@BikramDewri-pj4ik
@BikramDewri-pj4ik Ай бұрын
কি কম এইজনিক বনৰ পক্ষী!
@BhairabBuragohain-e5p
@BhairabBuragohain-e5p Ай бұрын
মামা আপুনি কি কৰিব? ৰিমা দাসক
@kushilabbaishya221
@kushilabbaishya221 Ай бұрын
এইবোৰ বহুত পঢ়া শুনা কৰি চাকৰি ল'ব পাৰে কিন্তু প্ৰকৃত এইবোৰ হ'ল অলগৰ্ধ, সাধাৰণ মানুহৰ টকাৰে দৰমহা ল'ব আৰু পিছত সাধাৰণ মানুহৰ ওপৰত গোন্দাৰাজ কৰে, ওপৰৰ মাল হ'লে কিন্তু কুকুৰ দৰে নেজ পেলাই বঢ়ি থাকিব এইবোৰে আকৌ 👎🏾👎🏾👎🏾👎🏾👎🏾👎🏾😡
@amarendrabharali5655
@amarendrabharali5655 Ай бұрын
KoLi BAi
@MagneticShock-me5kk
@MagneticShock-me5kk Ай бұрын
পৰিবহণ বিভাগে যেনে দৰে ভোট ভাঙিলে, এই বাৰ বিদ্যুৎ বিভাগে ভোট ভাঙিবি বিজেপিৰ ।প্ৰি পেইড ইলেকট্ৰিক মিটাৰ বিজেপিৰ বাবে শ্মশান যাত্ৰা হ'ব।
@arunray6129
@arunray6129 Ай бұрын
100/- right .........
@milanjyotisonowal7136
@milanjyotisonowal7136 Ай бұрын
Right
@hirakjutivlog2661
@hirakjutivlog2661 Ай бұрын
Right
@user-fr7fr2ps5p
@user-fr7fr2ps5p Ай бұрын
SDO জনী কলা তাই মনটো কলা
@Rekhasvlog1515
@Rekhasvlog1515 Ай бұрын
SDO ৰ চোৰ বোৰৰ Y দাল নিবলৈ কি দৰকাৰ 😡 কালিমাই জনী লেবেল বেছি দেখাইছে।😡😡
@user-qm7iy4kc3e
@user-qm7iy4kc3e Ай бұрын
সুন্দৰ নিউজ, দূখিয়া মানুহৰ প্ৰতি ইমান অন্যায়
@anshulaskarlaskar-jv8yf
@anshulaskarlaskar-jv8yf Ай бұрын
right
@anupmoran7100
@anupmoran7100 Ай бұрын
SDO ইমান ডম কিহৰ ।
@narensarmah1751
@narensarmah1751 Ай бұрын
SDO গৰাকীৰ উপৰত বিভাগিয় ব্যৱস্থা ল'ব লাগে।
@UshaGohain-ub9vi
@UshaGohain-ub9vi Ай бұрын
এই বনৰী জনীক মোৰ ওচৰলৈ পঠিয়াই দে।
@sunu992
@sunu992 Ай бұрын
Sdo jni ee maf khujibo lge 😢😢 tair pitri বয়সৰ হয় মানুহ জন
@utpalgoswami1990
@utpalgoswami1990 Ай бұрын
SDO ৰিমা দাস, আপুনি S/C কোটাতৰ চাকৰি পায়ছিল নহয়নে ? দাস বাইদেউ, আপুনি আমাৰ অসমীয়া মানুহৰ দৰমহা লোৱা "চাকৰহে," পাহৰি গ'ল যে ? আপুনি মালিকক বেয়া বেবহাৰ কৰিছে ? মালিকে যদি পোনপতীয়াকৈ চৰ এটা সোধালেহেতেন চাকৰৰ ইমান কথা ----
@afserali1118
@afserali1118 Ай бұрын
এইবোৰ চৰকাৰে দেখিব নে? SDOৰ দেউতাই ঘৰৰ সামগ্ৰ্ী দি গৈছিল নেকি? আৰু বোলে এইটো নৰমেল এটা দ্ৰাইভ অছিল.ইমান ডাঙৰ একো নহয়.
@mofidrohman6393
@mofidrohman6393 Ай бұрын
কলি ভোতোনী এইটো নৰমেল আছিল কবলৈ আহিছে।😡😡😡
@ranjanborah6503
@ranjanborah6503 Ай бұрын
Suspend this SDO for this behaviour " O chup " yeiyai neki SDO or behaviour
@pratimago3245
@pratimago3245 Ай бұрын
আচলতে এজনীক দকাইতি কেছত দিব লাগে
@আমিপিপু
@আমিপিপু Ай бұрын
ওচৰত ক'তো ফলা বাঁহ নাছিল নেকি? ফলা বাহেঁ মৰম কৰি পঠিয়াব লাগিছিল ।
@pratapmedhi8161
@pratapmedhi8161 Ай бұрын
ইহতৰ মানবতা নাই মোৰ ১৬ /৭ ২৪তাৰিখে আমিনগাওৰ পৰা ১৩৬৭ টকাৰ বিল আছিল বিলখনত দিবলগা তাৰিখ আছিল ১৯ /৭ তাৰিখে কিন্তুু ১৬ /৭তাৰিখে ৪০০টকা ফাইন লগাই লাইন কাতিব আহিছিল তেতিয়া মই মোবাইলৰ মেচেজ দেখাই কলো ১৯ /৭ত বিল দিব লগা তাৰিখ আছে নাকাতিবি লাইনতো নাকাতিলে হয় কিন্তুু ৪০০ টকা ফাইন লৈ বিলৰ দেত টো ভেলুলেছ বুলি কৈছে অফিছৰ পৰা ভেলু থকা দেত দিব লাগে কেতিয়াব খেতিয়াবা পাব লগা খুচুৰ পইচা উভতাই নিদিয়ে এটকা কম হলেও নলয়
@ultra8142
@ultra8142 Ай бұрын
ছোৱালী জনি দেখিবলেও বেয়া আৰু মনটোও লেতেৰা
@Goutamjyotikalita
@Goutamjyotikalita Ай бұрын
আচলতে ভুলটো অকল sdo জনীৰ নহয় তাত মাক দেউতাকৰ ও ভুল আছে । যদি মাক দেউতাকে তাইক অলপ হলে ও নীতি শিক্ষা বা জ্যেষ্ঠ জনৰ লগত কেনেকৈ কথা পাতিব লাগে শিকালে হৈ হয়টো আজি তাই এনেকৈ নকলে হৈ । ইয়াত সম্পূৰ্ণ ভুল মাক দেউতাকৰ । মাক দেউতাকে কেৱল সন্তান টো জন্ম দি কিতাপৰ জ্ঞান দিছে বেলেগ একো শিষ্টাচাৰ দিব লাগে বুলি চাগে নাজানিলে । হইটো মাক দেউতাকৰ ও শিষ্টাচাৰ ভাল নাছিল । হিমন্ত বিশ্ব শৰ্মা ডাৱৰীয়াহৈ এটা বিশেষ অনুৰোধ যে চাকৰিত যোগদান কৰাৰ আগতে অনুগ্ৰহ কৰি জ্যেষ্ঠক কেনেকৈ কব লাগে অলপ শিকালে ভাল হব যাতে এইটোৰ ব্যবস্থা কৰি দিয়ে এইয়েই মোৰ ফালৰ পৰা অনুৰোধ।
@johndoley2954
@johndoley2954 Ай бұрын
আচলতে লাজ্জ লাগিব লাগিছিল, কাৰণ যিখন অসমত ভালকৈ বিদ্যুত পোৱা নাযায়, যি সময়ত প্ৰয়োজন হয়,হেই সময়ত current নাথাকে, ভালকৈ পোহৰ ব্যৱহাৰ কৰিব নোৱাৰে এই আহে এই যায়। ইয়াৰ উপৰিও কিমান যে কি বিদ্যুত বিভাগৰ বিষয়ে কৈ শেষ কৰিব নোৱাৰি। কিন্তু ইয়াৰ পাছত হাজাৰ হাজাৰ bill আহে, আৰু হেই bill পৰিশোধ কৰিব নোৱাৰিলে police আহে SDO আহি সাধাৰণ মানুহক অসৎ ধমকি দাদাগিৰি কৰি wire কাটি লৈ যায়। সেইবোৰ পৰ্যবেক্ষণ কৰিব লাগে সেইবোৰ কাম নকৰে কিয় ? কিন্তু সাধাৰণ মানুহ পাই দাদাগিৰি লাজ্জ পাব লাগে, কি আচৰিত!
@BhrigurajBaruah
@BhrigurajBaruah Ай бұрын
দিনৰ দিনটো লাইন নাথাকে কিহৰ ইমান দাদা গিৰি SDO ৰ আমি public হই public ৰ power দেখুৱাই দিয়ক, সিহঁতক
@MonikaDehingia-ex6ji
@MonikaDehingia-ex6ji Ай бұрын
এই গৰাকী মহিলাই ডাঙৰক কিদৰে সন্মান কৰিব লাগে নাজানে তেওঁ নিজকে ডাঙৰ মানুহ বুলি ভাবে এই গৰাকী মহিলাই সমাজত SDO হিচাপে কি দ্বায়িত্ব পালন কৰিব পাৰিব । তেওঁ মানুহৰ প্ৰতি কোনো সহানুভূতি নাই মানৱতা বুলিও নাই
@jadabmithi248
@jadabmithi248 Ай бұрын
SDO ঘৰত ১বছৰ কাৰেন কাতি দিঅক আৰো ডাইভাৰ জনৰ ঘৰতত কৰেন কাতি দিঅক
@hemantaborgohain4493
@hemantaborgohain4493 Ай бұрын
এনে অভদ্ৰামী SDO ন্যায়াধীশতকৈও বেছি দেখোন । চৰকাৰৰ নিৰ্দেশ নে চৈতানীজনীৰ নিজৰ ইচ্ছাত কৰিছে এই বান্দৰীজনীক ধৰি কিলাব লাগিছিল । জ্যেষ্ঠক সন্মান কৰাৰ শিক্ষা নথকাজনীয়ে কি চাকৰি কৰিব । যিয়ে তোক বিয়া কৰিব সেইঘৰখনো তোৰ অহংকাৰৰ বাবে ধ্বংস হব ।
@mayraandme
@mayraandme Ай бұрын
Wah modi ji wah 😂😂😂😂😂 mama kot ba…….eijoni dekhat bangladesi jen lagise eijonir nrc check kori sabo lagey
@srideepbarobaro6808
@srideepbarobaro6808 Ай бұрын
Tamm bro
@user-by9bp1dx8t
@user-by9bp1dx8t Ай бұрын
Fhl2 sdo joni sakori katibo lage emn dom tar dukiya manuh logt anekuwa kore ne
@drishti_bora
@drishti_bora Ай бұрын
কলিমাই জনী ক'ৰবাৰ😂
@burlabsaikia2369
@burlabsaikia2369 Ай бұрын
দুখিয়া দুখবোৰ বুযি নাপাই চিধা কাতি লৈ যাই হাও লাগি মৰক এইবোৰ সেই ভগবান
@kaustavgogoi8853
@kaustavgogoi8853 Ай бұрын
তাইৰ নিজৰ ঘৰৰ বিদ্যুতৰ মাচুল দিয়ে নে নিদিয়ে সেইটো সন্দেহ আছে....... আৰু এইটো Driver তো.. কিবা অংক পাই চাগে.. সেইকাৰণে ইমান দম তাৰ..
@rajatamuli1524
@rajatamuli1524 Ай бұрын
শক্তি মন্ত্ৰীয়ে অসমীয়া বুজি পালেহে সাধাৰণ ৰাইজৰ কথা বুজি পাব। মন্ত্ৰীয়ে যদি বুজি নেপাই কৰ্মচাৰীয়ে কি বুজি পাব। বিল দিয়া নাই লাইন বিচ্ছিন্ন কৰি দিলে হল তাৰ খিনি কিয় নিব লাগে। দুখীয়াৰ উপৰত কিহৰ বীৰত্ব
@RukunAhmed-qj5sw
@RukunAhmed-qj5sw Ай бұрын
বিদ্যুত বিভাগ পগলা হৈছে।বিল 1000 কৈ আহে এইবাৰ বিল নিব আহক উচিত প্ৰত্যুত্তৰ দিম।
@ProdipHazarika-ds2tr
@ProdipHazarika-ds2tr Ай бұрын
কৰ পৰা তাই ইমান অধিকাৰ পালে ।তাইক ৰাইজে চোচৰাব লাগে।
@JayPegu321
@JayPegu321 Ай бұрын
দুখীয়াতলৈ মৰম নাই নাইনে ইমান অভদ্ৰ।।।
@arjunbarman5411
@arjunbarman5411 Ай бұрын
দুখীয়া মানুহক ইমান বেয়া ব্যৱহাৰ কৰিব নোৱাৰে
@User33456rdgh
@User33456rdgh Ай бұрын
বৰ্খাস্ত কৰক pls..এই পুৰা ম'বিল জনী এক নম্বৰ দালাল হয় ,,সকলোকে এনেকুৱা ব্যৱহাৰে কৰে 😡😡😠গৰমত লাইন নিদিয়ে এই,,আধা ঘন্টা লাইন দিলে দুই ঘন্টা কাটি থয়,,,আৰু বিল বনাই ৪০০ ৫০০,,Take action pls mama
@user-ko9ie1gk9s
@user-ko9ie1gk9s Ай бұрын
চাই থকাবোৰে মেখেলা পিন্ধি আছেনেকি?
@dhanjitblock4348
@dhanjitblock4348 Ай бұрын
SDO ৰ চাকৰিৰ পৰা অব্যাহতি দি দিব লাগে চৰকাৰে, তেতিয়াহে BJP চৰকাৰক দুখীয়াৰ চৰকাৰ বুলি ভাবিম 💯🙏🙏🙏🙏🙏
@RahulIslam-oh6dc
@RahulIslam-oh6dc Ай бұрын
SDO suspension korok
@nareswar7655
@nareswar7655 Ай бұрын
কোন এই নৰকি জনি টকা দি চাকৰি লৈছে নেকি। পঢ়া শুনা কৰা নাই নেকি।
@boruahakash8237
@boruahakash8237 Ай бұрын
বেয়া লাগিল দেখি, দুখীয়া দৰিদ্র উপৰত হে ৰজা। মৰ্মন্তিক
@BhairabBuragohain-e5p
@BhairabBuragohain-e5p Ай бұрын
নৰমেল দ্ৰাইভ কি কথা কয়
@sunitarabha9555
@sunitarabha9555 Ай бұрын
কাৰ সাহস পায় SDO অই এনে কাম কৰিব পাৰে। নে নতুন চৰকাৰ ৰ নিয়ম নেকি? আমি যে ভোট দিছোঁ, এতিয়া কি দুখীয়াৰ ভোট ৰ মূল্য নাই নেকি?
@RatanDas-gr6yh
@RatanDas-gr6yh Ай бұрын
Koli bai gashmuri
@debjitaxm7934
@debjitaxm7934 Ай бұрын
মামা চাকৰিটো কফি বনাবলৈ সময় হ'ল SDO JONIR😂
@Babulal_23
@Babulal_23 Ай бұрын
Very bad , anekua bebohaar koribo napai , ejoni nischoi Bangladeshi hobo
@JIRI138
@JIRI138 Ай бұрын
এই জহৰা কেইতাৰ সাধাৰণ দুখীয়া লোকৰ ওপৰতহে দাদাগিৰি চলে,ইহঁতক ৰাজহুৱা স্থানত টিকাকৰণ কৰিব লাগে
@dipikaphukan7387
@dipikaphukan7387 Ай бұрын
কৰ পৰা আহিলি ঐ আই গুন্দী দাস‌ ,
@kartikgogoi6500
@kartikgogoi6500 Ай бұрын
SDO পদৰ যোগ্য নহয় এইজনী । নিলম্বন কৰিব লাগে নিজৰ পদৰ ওপৰত অহংকাৰ থকা জনীক ।
@pallabbora8682
@pallabbora8682 Ай бұрын
দাদা এইটো দুখীয়া বুলি নকয়।। পকা ঘৰ আৰু পাছফালে এখন দামী বাইক।। অলপ মন কৰি চাব আপোনালোকেও নিউজ এটা কৰা আগত। মানুহ জনৰ পুতেকৰ চাগে বাইক খন , আৰু বাইক খন কিনিবলৈ পইছা ওলালা কিন্তু লাইটৰ বিলটো যে দিব লাগে সেইটো মূৰত নধৰে।। মানুহ জনৰো ব্যৱহাৰ ভাল নাছিল কিন্তু আপোনালোকেও কমেন্ত কৰা আগত ভাবি লৈ লিখিব, নহলে সাধাৰণ জ্ঞান কনো পাহৰি যাব নিউজৰ কথাত গলে।। এজন সাধাৰণ নাগৰিক হিচাপে লিখিছোঁ বেয়া নাপাব 🙏
@sangitanath2135
@sangitanath2135 Ай бұрын
SDO হৈ দাদাগীৰি হৈছে। এক sorot ছোৱালী👋👋
@RinkumoniBaruah-jy3rw
@RinkumoniBaruah-jy3rw Ай бұрын
Enekua koribo napai
@Debu_Sanu
@Debu_Sanu Ай бұрын
SDO এ বয়োজ্যেষ্ঠ লোক জনক বহু বেয়াকৈ কৈছে, তাৰ ফল এদিন ভুগিব 🙏🙏🙏🙏
@banjitchangmai4047
@banjitchangmai4047 Ай бұрын
দৰমহা আমিও লওঁ,,, কিন্তু মানুহ চাই চিতি কাম কৰোঁ,, এই বয়সীয়াল মানুহ জনক এনেকুৱা ব্যৱহাৰ কৰে নি,,, আচলতে পইচা পাতি থকা মানু্হক কোনো নোৱাৰে সেইটো এ সঁচা,,
@chinmoyeebaruahsumu2333
@chinmoyeebaruahsumu2333 Ай бұрын
দিব লাগে ভাল কে এই সোপাক চাকৰি এটা কৰি নিজকে ডাঙৰ মানুহ বুলি ভাবে সিহঁতে। একেবাৰে ব্যৱহাৰ নাজানে এও লোকে। হলা গছ দেখিছে যে সেইকাৰণে নিজকে ৰজা ৰাণী বুলি ভাবে।
@RinkyDas-fi8pn
@RinkyDas-fi8pn Ай бұрын
চকীত বহিব পালে নিজকে ৰজা বুলি ভাবে নিজৰ ঘৰত চকীত বহিব নাপাই যে ফালটো বিলাক
@pankajnath4106
@pankajnath4106 Ай бұрын
এই বাৰেঘৰী SDO জনীৰ কথাত অসমীয়া যেন লগা নাই আমাৰ দৰে মানুহৰ লগত পাল্লাত পৰা নাই টো এনেকুৱা বনজহৰী SDO ক পকৰত কেলা বাঁহ সুমুৱাই দিলো হয়।
@asrafali916
@asrafali916 Ай бұрын
SDO বিলাক হৈছে এটা Gunda সিহঁতে চৰকাৰী টকা লুটি পুটি খাই এতিয়া গৰিব দুখীয়াক কষ্ট দিয়ে ।
@TisCf
@TisCf Ай бұрын
চৰকাৰে BPL লোকক 2kg watt লৈ বিদ্যুতৰ বিল ৰেহাই দিয়ক।
@manjulahazarika2216
@manjulahazarika2216 Ай бұрын
SDO গৰাকী চৰকাৰী চাকৰিয়ে মুৰত ধৰিচে বিহিত ব্যৱস্থা লব লাগে
@TechnicalBoyYogi
@TechnicalBoyYogi Ай бұрын
SDO উলাৱ আহিছে ইহঁতক ৰাইজে ধৰি গুৰু পিতন দিব লাগে । ফকতিয়া APDCL Service
@jitendrarabha4660
@jitendrarabha4660 Ай бұрын
ৰজা - মহাৰজাই ৰাইজৰ ধন কত কোটি কোটি টকা লুটি আছে,সেইবোৰ কোনেও দেখা নাই৷খাটিখোৱা সকলৰ ওপৰত সকলোৰে দাদাগিৰি৷দুখীয়াসকলৰ আঁচনিবোৰ হ’ল কি?এই দুখীয়া লোকজনৰ বিদ্যুতৰ মাছুল আহিল ক’ৰ পৰা?কাৰণ দুখীয়াসকলৰ বিদ্যুত বিনামূলীয়া বুলি সকলোৱে জানে৷
@AdhyasHemrom-gv3no
@AdhyasHemrom-gv3no Ай бұрын
দাদাগিৰী কৰা মানুহক ফাঁচি দিব লাগে।
@technicalaxom424
@technicalaxom424 Ай бұрын
এইবোৰৰ কাৰণেহে আমি ভোট দিছিলোঁ নিকি BJP চৰকাৰক 😢😢😢😢😢
@jintuborah6297
@jintuborah6297 Ай бұрын
Vulote apsc to pass korile enkuai hoi😅😅
@kalpanadevi9257
@kalpanadevi9257 Ай бұрын
এনেকুৱা SDO বহিস্কাৰ কৰিব লাগে
Whoa
01:00
Justin Flom
Рет қаралды 57 МЛН
Will A Guitar Boat Hold My Weight?
00:20
MrBeast
Рет қаралды 153 МЛН
Bidurbhai (with English Subtitles) | SUV | Complete Assamese Web Series
1:40:16
Rootstock Entertainments
Рет қаралды 4,1 МЛН