No video

Bihu 2024: লতাশিলৰ ২০২৪ বৰ্ষৰ ‘বিহু সম্ৰাজ্ঞী’, ‘বিহু ৰাণী’, ‘বিহু কুঁৱৰী’ একেলগে | ‘কথন-বীক্ষণ’

  Рет қаралды 122,134

ND24

ND24

Күн бұрын

📌 লতাশিলৰ ২০২৪ বৰ্ষৰ ‘বিহু সম্ৰাজ্ঞী’, ‘বিহু ৰাণী’, ‘বিহু কুঁৱৰী’ একেলগে
📌 ষ্টুডিঅ'ত লতাশিলৰ প্ৰথমগৰাকী ‘বিহুৰাণী’ মাধুৰিমা চৌধুৰী
📌 মালিগাঁও বিহু সন্মিলনীৰ ‘বিহুৰাণী’ আৰ্লিনা বেগম
📌 আজি ND24ত কেৱল বিহুৰ কথা
📌 এঞ্জেলা চাংমাইৰ সৈতে ‘কথন-বীক্ষণ’
#bihu2024 #bohagbihu2024 #rangalibihu #assam
--------------------------------------------------------------------------------------------
Subscribe to ND24 for NEW VIDEOS every day and make sure to enable Push Notifications so you'll never miss a new video.
All you need to do is PRESS THE BELL ICON next to the Subscribe button!
ND24 is an Assamese News Channel. ND24 KZbin channel offers the latest news videos on Politics, Cricket, Technology, Entertainment and a lot more.
Stay tuned for the latest updates from India and around the world!
𝐋𝐈𝐊𝐄, 𝐒𝐇𝐀𝐑𝐄, 𝐅𝐎𝐋𝐋𝐎𝐖 & 𝐒𝐔𝐁𝐒𝐂𝐑𝐈𝐁𝐄
▶️ 𝐖𝐞𝐛𝐬𝐢𝐭𝐞: www.newsdaily24.in
▶️ 𝐅𝐚𝐜𝐞𝐛𝐨𝐨𝐤: / nd24assam
▶️ 𝐓𝐰𝐢𝐭𝐭𝐞𝐫: / nd24_news
▶️ 𝐈𝐧𝐬𝐭𝐚𝐠𝐫𝐚𝐦: / nd24_news
▶️ 𝐊𝐨𝐨: www.kooapp.com...
▶️ 𝐘𝐨𝐮𝐓𝐮𝐛𝐞: / @nd24assam
𝐃𝐎𝐍’𝐓 𝐌𝐈𝐒𝐒 𝐍𝐃𝟐𝟒’𝐒 𝐄𝐗𝐂𝐋𝐔𝐒𝐈𝐕𝐄 𝐒𝐇𝐎𝐖𝐒
▶️ আজিৰ পৰ্যৱেক্ষণ BY RAJDEEP BAILUNG BARUAH
• আজিৰ পৰ্যৱেক্ষণ | RAJD...
▶️ HASHTAG BY MANASH PRATIM DEKA
• HASHTAG | MANASH PRATI...
▶️ ৰাজপাট কাৰ?
• ৰাজপাট কাৰ? | 2024 Lok...
𝐂𝐨𝐩𝐲𝐫𝐢𝐠𝐡𝐭 𝐟𝐨𝐫 𝐭𝐡𝐢𝐬 𝐜𝐨𝐧𝐭𝐞𝐧𝐭 𝐢𝐬 𝐞𝐱𝐜𝐥𝐮𝐬𝐢𝐯𝐞𝐥𝐲 𝐫𝐞𝐬𝐞𝐫𝐯𝐞𝐝 𝐟𝐨𝐫 𝐍𝐞𝐰𝐬 𝐃𝐚𝐢𝐥𝐲 𝟐𝟒. 𝐔𝐧𝐚𝐮𝐭𝐡𝐨𝐫𝐢𝐳𝐞𝐝 𝐮𝐬𝐞 𝐨𝐟 𝐭𝐡𝐢𝐬 𝐦𝐚𝐭𝐞𝐫𝐢𝐚𝐥 𝐢𝐬 𝐬𝐭𝐫𝐢𝐜𝐭𝐥𝐲 𝐩𝐫𝐨𝐡𝐢𝐛𝐢𝐭𝐞𝐝 𝐚𝐧𝐝 𝐦𝐚𝐲 𝐫𝐞𝐬𝐮𝐥𝐭 𝐢𝐧 𝐥𝐞𝐠𝐚𝐥 𝐚𝐜𝐭𝐢𝐨𝐧 𝐚𝐠𝐚𝐢𝐧𝐬𝐭 𝐜𝐨𝐩𝐲𝐫𝐢𝐠𝐡𝐭 𝐯𝐢𝐨𝐥𝐚𝐭𝐨𝐫𝐬.

Пікірлер: 92
@jayaborah2926
@jayaborah2926 3 ай бұрын
আৰলিনা , তোমি মুছলমান সম্প্ৰদায়ৰ ছোৱালী বুলি ষ্টাম্প লগায় ৰখা নাই। তুমি বিহুৰাণী খৃতাপ অৰ্জন কৰিবলৈ সক্ষম হলা। এইটো সিমান সহজো নাছিল। ইয়াৰ বাবে হয়তো তুমি বহুতো সাধনা কৰিব লগা হৈছিল নিশ্চয়।ইয়াৰ পৰা বুজিব পাৰি তুমি বিহু সংস্কৃতি কিমান ভাল পোৱা। ইয়াৰ দ্বাৰা তুমি বুজায় দিলা হাড়ে হিমজুৱে এগৰাকী অসমীয়া যুৱতী বুলি। শুভেচ্ছা থাকিল , ভৱিষ্যতে আগুৱাই যোৱা।👍👍👍
@hiranyarajkhowa4119
@hiranyarajkhowa4119 4 ай бұрын
এঞ্জেলা চাঙ্মাই তুমি অসমৰ এগৰাকী সুদক্ষ আৰু সুন্দৰ ঘোষিকা। তুমি আমাৰ এক ব্যতিক্ৰমী এঙ্কৰ। তোমাৰ উপস্হাপন শৈলীও অনন্য আৰু সুন্দৰ।❤❤❤
@lux1888
@lux1888 3 ай бұрын
ৰিতুপৰ্ণা আৰু আৰলিনা বেগম দুইজনী মৰম লগা নাছনী❤❤
@mukutlukhurakhon1411
@mukutlukhurakhon1411 4 ай бұрын
আলি্না😢বেগমকো অশেষ ধন্যবাদ জ্ঞাপন জনালো, বিশেষ এটা জাতিৰ হৈ অহা বাবেই তেওঁ ক খুবেই ভাল পালোঁ,
@pinakpanibarthakur881
@pinakpanibarthakur881 4 ай бұрын
ৰিতুপৰ্ণা দাসৰ এইবাৰৰ performance আগতকৈ বহু বেছি ভাল হৈছে ৷ বিহুনাম যোজনা বিলাক ইমান heart touching হৈছে তেখেতৰ এইবাৰ, কি ক'ম আৰু ৷ আগলৈও এনেদৰে পাই থকাৰ আশা কৰিলো ৷🎉🎉
@hiranyarajkhowa4119
@hiranyarajkhowa4119 4 ай бұрын
তোমাৰ লগতে এন ডি ২৪ চেনেলটোৰ সমুহ কৰ্মকৰ্তাৰ লগতে এগৰাকী অতি সুন্দৰ কথনশৈলীৰ, নিপুণ আতধৰোতা হিচাপে তোমালৈও বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলো। লগতে প্ৰতিগৰাকী বিজয়ী প্ৰতিযোগীলৈও পলমকৈ হ'লেও অসমীয়া নববৰ্ষৰ লগতে অতিকৈ হেঁপাহৰ ৰঙালী বিহুৰ আন্তৰিক ওলগ জনালোঁ।❤❤❤
@mukutlukhurakhon1411
@mukutlukhurakhon1411 4 ай бұрын
ভাল লাগিল ভৱিষ্যতে ও এনে বিহু গীত সমপর্যায়লৈ আহক সুন্দৰ ভাৱে হওক এই মতকেই মই কওঁ, আগন্তুক দিনবোৰত সকলো বিপদ আপদৰ পৰা ৰক্ষা কৰক ভগৱানে আপোনালোক, ভৱিষ্যতে ও এনে কথা শুনিবলৈ আশা কৰিলোঁ,,,,,
@user-ts1rb8kw7n
@user-ts1rb8kw7n 4 ай бұрын
Val lagise dhemajiloi akou abar bihu homragi hkitap ghuri ahise🎉
@GayatriChangmai-he3yi
@GayatriChangmai-he3yi 4 ай бұрын
Shirushree baa you completely deserve it...❤❤❤
@manosikalita9480
@manosikalita9480 4 ай бұрын
প্ৰশ্ন উত্তৰৰ পৰা কিমান নম্বৰ আহে ৷কাৰণ সম্ৰাজ্ঞী গৰাকীয়ে ছয় ঋতুৰ নাম ভালদৰে কব পৰা নাছিল ৷
@mukutlukhurakhon1411
@mukutlukhurakhon1411 4 ай бұрын
মোৰ, বিশেষ কৈ মাধূৰীমা বাইদেউৰ কথা খিনি সচাকৈ সুন্দৰ, অঠাত্ অতিকৈ সাৰুৱা কথা কে কৈছে, অতি গুৰুত্বপূর্ণ পদক্ষেপ ত লৈছে,,
@haladharkalita9820
@haladharkalita9820 4 ай бұрын
‍ Best Anchoring, Thanks a lot.
@mukutlukhurakhon1411
@mukutlukhurakhon1411 4 ай бұрын
সকলো কথা স্পষ্ট কৈ কোৱা হৈছে,, শুনিও খুবেই ভাল পালোঁ, বৰবিহুৱতী,বিহু কোৱৰী সকলেও ভালকৈ আয়ত্ত কৰিব লাগে, এই কথা খুবেই জনাৰ দৰকাৰ,,,
@hiranyarajkhowa4119
@hiranyarajkhowa4119 4 ай бұрын
মাধুৰীমা বাইদেউ অসমৰ বিহুগীতৰ, লোকসঙ্গীতৰ এগৰাকী যথেষ্ঠ অধ্যয়নপুষ্ট আৰু চিৰসেউজ বিহুগীতৰ শিল্পী।
@mukutlukhurakhon1411
@mukutlukhurakhon1411 4 ай бұрын
নমস্কাৰ,, সকলো আয়োজন চাই আছোঁ, ভাল লাগিছে, সাধাৰণতে যি দেখিবলৈ পাইছো ভাল লাগিল,
@mukutlukhurakhon1411
@mukutlukhurakhon1411 4 ай бұрын
টেলিভিছন ত, অনুস্থান শুনাত কোনো অসুবিধা পোৱা নাই, সুন্দৰ কথাই কৈছে,, মই ধন্যবাদ দিছো তেখেতক,,,,
@rajeshsenapati3316
@rajeshsenapati3316 4 ай бұрын
বহুত ভাল লাগিল চাই..... বহু নজনা কথা শিকিলো...কিন্ত...মই এটাই বিচাৰিছো...হুচঁৰি খনক হুচঁৰি হৈ থাকিব দিয়ক.....আগৰ হুচঁৰি কত...আৰু আজি হুচঁৰি কত
@hiranyarajkhowa4119
@hiranyarajkhowa4119 4 ай бұрын
ড, দ্বীপেন দাস এগৰাকী অসমৰ বিহুগীতৰ বিচাৰকেই নহয় তেখেত অসমৰ লোকসংগীতৰ এগৰাকী সাধক। যথেষ্ঠ অধ্যয়নপুষ্ট ব্যক্তি। অনুষ্ঠানটোৰ পৰা আমাৰ নবপ্ৰজম্মৰ যথেষ্ঠ উপকৃত হ'ব বুলি আশা কৰিলো।
@mukutlukhurakhon1411
@mukutlukhurakhon1411 4 ай бұрын
আৰু মিচ বেগম মানে,তেওঁৰ মাতটো শুনিবলৈ অতিকৈ সুন্দৰ হৈছে,, বিহু গীতটো ও শুনি খুবেই ভাল পালোঁ,
@majnurchoudhury6810
@majnurchoudhury6810 4 ай бұрын
Rituparna bihu Samraggi hualoi axare baat sai rom...xubhokamona jasilu. ❤
@dipsikhaphukan180
@dipsikhaphukan180 4 ай бұрын
বৰদলনি বৰ্হমথুৰি বিহু দলৰ এটা সময়ৰ খুব জনপ্ৰিয় বিহু গীত আছিল " হাই হাই পূৱেদি ওলালে মাজনী ঐ ৰঙাকৈ বেলিটি ঐ .....।" বৰ্হমথুৰি বিহু দলটি এতিয়া নাই।কিন্তু এটা সময়ত ধেমাজি লখিমপুৰত এই বিহু দলটিয়ে বিহুৰ প্ৰায় প্ৰতিখন মঞ্চত শ্ৰেষ্ঠতাত আসন কঢ়িয়াবলৈ সক্ষম হৈছিল।
@RimjhimBasumatary
@RimjhimBasumatary 4 ай бұрын
Ase tu etiyau hei dolti moi hunamote kio ny nk??
@dipsikhaphukan180
@dipsikhaphukan180 4 ай бұрын
নাই । এতিয়া প্ৰায়বোৰ মানুহ ব্যস্ত হৈ পৰিল ।
@RimjhimBasumatary
@RimjhimBasumatary 4 ай бұрын
Ouhh
@munmibora9430
@munmibora9430 4 ай бұрын
Anchor goraki birat smart❤ val lge
@himangshumohan3634
@himangshumohan3634 3 ай бұрын
একদম🎉
@kirongogoi2562
@kirongogoi2562 4 ай бұрын
বৰ ভাল লাগিল অনুষ্ঠান ভাগ । বহু কথা জানিব পাৰিলো । ধন্যবাদ ND24 ।
@mukutlukhurakhon1411
@mukutlukhurakhon1411 4 ай бұрын
সুন্দৰ পৰিকল্পনা আৰু সকলোৱেই ভাল লাগিল,,,
@mukutlukhurakhon1411
@mukutlukhurakhon1411 4 ай бұрын
সুন্দৰ আৰু শুনিও আনন্দ পালো ভবিষ্যত এনেধৰণৰ বিহুৰ শুনি বৰ মন থাকিল,,
@chitralekhatamuli6724
@chitralekhatamuli6724 4 ай бұрын
বিহু নাচখন মানে কি।!? বিহু নাচত 'খন'টো আকৌ ক'ৰ পৰা আহিলে হে।
@mukutlukhurakhon1411
@mukutlukhurakhon1411 4 ай бұрын
যোৰানাম খাৰোশুনি ভাল লাগিল যে কবলৈ গলে ভাষা ই বিচাৰি নাপালোঁ তোমাক দিবলৈ,,,, সচাকৈ ভাল লাগিল,,,
@GayatriChangmai-he3yi
@GayatriChangmai-he3yi 4 ай бұрын
Shirushree baa...tumar naas bohut besi bhal hoisil..
@07jeetblog85
@07jeetblog85 4 ай бұрын
Hundar bhl lagil anjela
@BidyadharChutia-vj8gl
@BidyadharChutia-vj8gl 4 ай бұрын
Rituparna such a talented girl🥰
@RameshRabha-tp9ly
@RameshRabha-tp9ly 4 ай бұрын
Aya akoter anajorir udaharan begam tumi aguai jowa asirbad thakil
@PrasantaBora-nh4eb
@PrasantaBora-nh4eb 4 ай бұрын
Bohut val lagil program to, congratulations
@trishnadutta2584
@trishnadutta2584 4 ай бұрын
Rituporna ❤❤
@Dhaniram_official_block
@Dhaniram_official_block 4 ай бұрын
Bhut val lagil amar dhemaji r ba keijunik❤🎉
@Lakhidowerah
@Lakhidowerah 4 ай бұрын
Rituparna das ❤ bihu homragi 2025
@ambikaborah4125
@ambikaborah4125 4 ай бұрын
❤❤❤❤
@sasankaburagohain9917
@sasankaburagohain9917 4 ай бұрын
সুন্দৰ
@soniasaikia8211
@soniasaikia8211 4 ай бұрын
বহুত বেছি উপকৃত হলোঁ।
@BidyadharChutia-vj8gl
@BidyadharChutia-vj8gl 4 ай бұрын
I wish jate rituparna adin bihu hamragi hoi Jen ami Sabo bisaru🫠
@user-zo4nd2jl2m
@user-zo4nd2jl2m 4 ай бұрын
I love Madhurima ❤❤❤
@manjuroy3151
@manjuroy3151 4 ай бұрын
@mukutlukhurakhon1411
@mukutlukhurakhon1411 4 ай бұрын
কিন্তু তেওঁ লোকে সময় বেছি লৈছে বুলি কোৱা যথাযোগ্য নহল বুলি শুনি খুবেই বেয়া পাইছোঁ, মই,, খুবেই বেয়া পাইছোঁ,
@user-fj6uz6ew9p
@user-fj6uz6ew9p 4 ай бұрын
বহুত সুন্দৰ কথা আলোচনা কৰিছে
@jitubonia6556
@jitubonia6556 4 ай бұрын
ঋতু নজনা এতিয়া লাজ পাবলৈ আহিছো কমিটি মাল টো কিমান disa
@apurbabonia6896
@apurbabonia6896 4 ай бұрын
Very good interview.
@ssrs6048
@ssrs6048 4 ай бұрын
Shirushree baa u deserve it ❤❤❤
@anupomdutta3272
@anupomdutta3272 19 күн бұрын
Dhamija ❤❤❤
@user-fj6uz6ew9p
@user-fj6uz6ew9p 4 ай бұрын
আজি বহুত নজনা কথাৰ পৰা অলপ হলেও শিকিলোঁ
@chandrahandique6954
@chandrahandique6954 4 ай бұрын
👍
@user-eo3se1qu4y
@user-eo3se1qu4y 4 ай бұрын
❤❤
@dipakgogoi4266
@dipakgogoi4266 4 ай бұрын
Bihuo ashomiar tegot ase protijogitia kiya
@malamanibaruah3524
@malamanibaruah3524 4 ай бұрын
Good anchoring
@titikhyagogoi
@titikhyagogoi 4 ай бұрын
🥰🥰
@chandankalita3015
@chandankalita3015 4 ай бұрын
ৰিতুপণাই কিন্তু ভাল গালে আৰু বহুতো ভাল নাচিলে
@malamanibaruah3524
@malamanibaruah3524 4 ай бұрын
Madhurima is so beautiful ❤
@bikashburaguhain1180
@bikashburaguhain1180 4 ай бұрын
e ki bisarok Jona ase
@hiranyarajkhowa4119
@hiranyarajkhowa4119 4 ай бұрын
মাধুৰীমা বাইদেউ আৰু দ্বীপেন দাস ডাঙৰীয়াই সম্পূৰ্ণ সঁচা কথাই কৈছে।
@Purbi887
@Purbi887 4 ай бұрын
Question kaitar answer dibo nuwara joni ?? Class lp school porha students burew paribo aaikaitar answer okl nasile parile hbo jnu ?
@angarajgogoi3489
@angarajgogoi3489 4 ай бұрын
ৰাতি বিহু আজিও আমাৰ ফালে আছে দেই
@monilahan2257
@monilahan2257 4 ай бұрын
Alina begom prothom khitap puwa bihurani noholeu teunk kintu bohag botoror prkit nasoni jonir kisu rup dekha goise.
@monilahan2257
@monilahan2257 4 ай бұрын
Asolote bihu swatsfut heye bihu jikunu angkhik pahori juatu alop prokitata heruyatuke lokyaniya hoi.
@ChandanDas-vi6bz
@ChandanDas-vi6bz 4 ай бұрын
Anchor joni koi thkile bki bure kopboi napale 🙂
@user-lr3yo6do4b
@user-lr3yo6do4b 4 ай бұрын
Ritu kitar nam akadikome kua hole val lagil hoi
@ajitrabha6646
@ajitrabha6646 4 ай бұрын
Quetion answer diba nowaril .bisorok 2025sor karony o happy rongali bihu😂.
@trishnasharma9722
@trishnasharma9722 4 ай бұрын
Zx😮 x x x 😊x x x xx x😮😢x. 😢
@jyotismoysaikia8835
@jyotismoysaikia8835 4 ай бұрын
2019 t eigiraki e kenekuwa controversy korisl media r agt 🤣🤣 nijei samraggi nupua bbe beseri 🤣🤣
@user-ee7hi3ur2l
@user-ee7hi3ur2l 4 ай бұрын
000000⁰000⁰000000000000⁰0000⁰⁰00000000000000000000000000000000⁰​@@jyotismoysaikia8835
@PunyaGogoi-vl4up
@PunyaGogoi-vl4up 3 ай бұрын
😢 of​@@jyotismoysaikia8835
@bishalbivaanlaskar8433
@bishalbivaanlaskar8433 4 ай бұрын
Question answer ei dbo pora nai aru bihu সম্ৰাজ্ঞী হব আহিছে
@NEET_Corner
@NEET_Corner 4 ай бұрын
Totally undeserving 😂😂
@GayatriChangmai-he3yi
@GayatriChangmai-he3yi 4 ай бұрын
Totally deserving ❤
@NEET_Corner
@NEET_Corner 4 ай бұрын
@@GayatriChangmai-he3yi lol
@polashiborahdas4681
@polashiborahdas4681 4 ай бұрын
75 goraki expert nasil. Apunar nas tu bor 1ta huddho jen nalage
@munmibora9430
@munmibora9430 4 ай бұрын
নাচনী দুগৰাকীয়ে over makeup কৰিছে দেই।
@monilahan2257
@monilahan2257 4 ай бұрын
Masuoi buli kole mochua hobdatutkoi besi val lage .Am I right.
@popypachani8418
@popypachani8418 3 ай бұрын
Arliny tomak log paboly phun nambar to dioy ni koron mur suyali k log dibo bisaru
@ArlinaBegum-cq3yx
@ArlinaBegum-cq3yx 2 ай бұрын
Instat msg dibo
@Lakhidowerah
@Lakhidowerah 4 ай бұрын
Gismo borokha horot hemonto heet bokhonto 😢
@nabadwipsanskritikgosthi7111
@nabadwipsanskritikgosthi7111 4 ай бұрын
Dipen das a aku njne...
@maxxbondgaming7168
@maxxbondgaming7168 4 ай бұрын
Ritu keita valke kobo najanile
@chandankalita3015
@chandankalita3015 4 ай бұрын
শিৰোশী ইমানো ভাল নছা নাছিল কেনেকৈ পালে ঘোচ দি পালে ছাগে
@malamanibaruah3524
@malamanibaruah3524 4 ай бұрын
Jeng bihu mohilaxokor karone nohoi neki
@user-nl4tc1ue1h
@user-nl4tc1ue1h 4 ай бұрын
Goram botor vhru
@Dipjyotichamuahofficial02
@Dipjyotichamuahofficial02 4 ай бұрын
❤❤❤❤
@malamanibaruah3524
@malamanibaruah3524 4 ай бұрын
Jeng bihu mohilaxokor karone nohoi neki
Dad Makes Daughter Clean Up Spilled Chips #shorts
00:16
Fabiosa Stories
Рет қаралды 2,2 МЛН
Underwater Challenge 😱
00:37
Topper Guild
Рет қаралды 31 МЛН
English or Spanish 🤣
00:16
GL Show
Рет қаралды 6 МЛН
Dad Makes Daughter Clean Up Spilled Chips #shorts
00:16
Fabiosa Stories
Рет қаралды 2,2 МЛН