Рет қаралды 13,506
সমুহ অসমবাসী ৰাইজলৈ আমাৰ মৰম আৰু শ্ৰূদ্ধা জনাই আমাৰ আপোন হেপাহৰ ৰঙালী বিহুৰ শুভেচ্ছা জনাইছো। সকলোৰে প্ৰিয় কেইটিমান বিহুগীতৰ সংমিশ্ৰণত কৰা আমাৰ এটি সৰু প্ৰচেষ্টা আপোনালোকৰ মাজলৈ আগবঢ়াই দিছো।আশা কৰো মৰম দিব ❤️
কণ্ঠ: মানস ৰোহিত
সংগীত : প্ৰণৱ পিতিকণ
শব্দ - সংমিশ্ৰণ : নিলোৎপল শব্দ
ষ্টুডিঅ' : মা, শিৱসাগৰ
প'ষ্টাৰ : ইন্দ্ৰনীল দাস
ভিডিঅ'/ এডিটিং : প্ৰণৱ পিতিকণ
বিশেষ কৃতজ্ঞতা : মা - পাপা , জান্তি হাজৰীকা, উৎপল দও, অৰুপ বৰা ।
#bihu #bihu2023 #assamesebihu #zubeengarg #neelakash #manashrohit #mashupsong #music #assam #northeast #achurjyaborpatra
ধন্যবাদ