বিহুৰ উৎপত্তি | History of Bihu | শুনি জানক আৰু জনাওক | Dr. Anil Saikia

  Рет қаралды 179,824

purbanchal

purbanchal

Күн бұрын

Пікірлер: 217
@historicsivasagar1877
@historicsivasagar1877 5 жыл бұрын
এজন অসমীয়া মুছলমান হিচাপে বিহুক লৈ বহুত গৌৰৱ কৰো। অনাগত দিনবোৰ ৰঙালীৰ দৰেই ৰঙীন হৈ পৰক সকলোৰে জীৱন, শান্তি সম্প্ৰীতিৰ এনাজৰীডাল অধিক কটকটীয়া হৈ থাকক তাৰে কামনাৰে সকলোলৈ বিহুৰ ওলগ জনালো। ধন্যবাদ
@nomadicmind7849
@nomadicmind7849 5 жыл бұрын
বিহুৰ ইতিহাস সম্পৰ্কে কিছু নজনা নুশুনা কথা জানিব পাৰিলোঁ বিশেষকৈ আজিৰ এই বিহুৰ দিনটোত। খুবেই ভাল লাগিল কথাবোৰ তেখেতৰ মুখেৰে শুনি। তেখেতলৈ অশেষ ধন্যবাদ জনালোঁ আৰু আপোনালোক দুয়োজনৰ লগতে সমুহ অসমীয়া ৰাইজলে ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ!
@jadavborah407
@jadavborah407 5 жыл бұрын
কি কম ভাষা নাই। সুন্দৰ ভাস্কৰ দা ....
@koustavborah1537
@koustavborah1537 5 жыл бұрын
ধন্যবাদ ভাস্কৰ দা । বিশেষকৈ আপোনাৰ ইতিহাস সম্পৰ্কীয় video বোৰৰ বাবে অশেষ ধন্যবাদ ।
@santanusaikia4805
@santanusaikia4805 5 жыл бұрын
এনেধৰণৰ কথাই আমাক আমাৰ ইতিহাস জনাত সহায় কৰিলে৷ধন্যবাদ ভাস্কৰ দা বিহুৰ কথা চাৰৰ পৰা জনাৰ বাবে৷
@nakhyatra9714
@nakhyatra9714 5 жыл бұрын
ভাল লাগিল ভাস্কৰ দা,,, বিহুৰ শুভেচ্ছা যাচিলো আপোনালৈ,,, আৰু আজি এইক্ষণত অনিল শইকিয়া ছাৰৰ সৈতে হোৱা সাক্ষ‍্যৎকাৰ শুনি বহুত ভাল লাগিল,,, ভূষণ দা য়ে যেনেকৈ অভিনেতা ,অভিনেত্ৰীবোৰৰ সাক্ষ‍্যৎকাৰ লয় ঠিক তেনেকৈ আপুনিও যদি অনিল শইকীয়া ছাৰৰ দৰে আন আন ব‍্যক্তিবোৰ সাহিত‍্য সংস্কৃতিৰ লগত জড়িত ব‍্যক্তিসকলৰ সাক্ষাৎকাৰ পৰা বহুত উপকৃত হ'ব,,।
@purbanchalassam
@purbanchalassam 5 жыл бұрын
ধন্যবাদ। আপোনালৈওও শুভেচ্ছা যাছিলোঁ. নিশ্চয়। মোৰ উদ্দেশ্য সেইটোৱেই । information ☺️ | thanks for the suggestions
@nakhyatra9714
@nakhyatra9714 5 жыл бұрын
আপুনি নহয় তুমি বুলি ক'ব,,, মই আপোনাৰ জুনিয়ৰ,,,মই আপোনাৰ বহুত পুৰণি subscriber ,,কিন্তু কথা হে পতা নাই,,,ফেচবুকত friend request দি থৈছো,,,কথা পাতিম,
@স্মৃতিৰসঁফুৰা
@স্মৃতিৰসঁফুৰা 5 жыл бұрын
বিহুৰ বিষয়ে বহুতো নজনা কথা জানিব পাৰিলোঁ।ভাস্কৰ দা আপোনাক বহুত বহুত ধন্যবাদ লগতে বিহুৰ শুভেচ্ছা জনালোঁ।
@pranjalbordoloi373
@pranjalbordoloi373 5 жыл бұрын
ভাস্কৰ দা৷ আপোনালৈ বহু ধন্যবাদ, এই মূল্যবান তথ্যখিনি ধৰি ৰখাৰ বাবে৷ স্বদ্ধাৰ শইকীয়া ছাৰৰ দীৰ্ঘায়ু কামনা কৰিলো৷
@indrukashyapgogoi3174
@indrukashyapgogoi3174 5 жыл бұрын
কি কম ভাষা হেৰাই গল । ভাস্কৰ দা ড৹ অনিল শইকীয়া ছাৰৰ লগত বিহুৰ ইতিহাস,ক্ৰমবিকাশ তথা বিহুৰ ভৱিষ্যতৰ সম্পৰ্কে আৰু ভিডিঅ বনাবচোন । আপুনি ড৹ অনিল শইকীয়া ছাৰৰ দৰে অসমৰ গণ্য-মান্য ব্যক্তিৰ লগত কথোপকথনৰ শিতান এটা আগবঢ়াবচোন । শেষত ৰঙালীৰ ওলগ যাচিলোঁ । ছাৰৰ দীৰ্ঘায়ু কামনা কৰিলোঁ ।
@abhinashdutta676
@abhinashdutta676 5 жыл бұрын
বহুত বহুত ভাল লাগিল,, অসমীয়া হিচাপে মই গৌৰৱ কৰোঁ,, আমাৰ সংস্কৃতি আমি জীয়াই ৰাখিম,, অসম অসমীয়াৰ কৰি ৰাখিম,, খিলঞ্জীয়া অসমীয়া জিন্দাবাদ,,
@kunalroy4387
@kunalroy4387 5 жыл бұрын
আমাক এনেধৰণৰ সংস্কৃতিৰ ভিডিও লাগে আৰু বহুতো। ধন্যবাদ।
@dcexp1993
@dcexp1993 5 жыл бұрын
Best of the Best Video. বহুত ভাল লাগিল চাই । দীঘল আছিল বাবে প্ৰথমে চোৱা নাছিলো, কিন্তু play কৰা পাচত কাটিব পৰা নাছিলোঁ । বহুত নজনা কথা শিকিব পাৰিলোঁ চাৰৰ পৰা আপোনাৰ যোগেদি, ধন্যবাদ । লগতে আপোনালোক আৰু আপোনাৰ পৰিয়ালৰ সকলোকে বিহুৰ ওলগ যাচিলোঁ !
@kimronprotimphukan7359
@kimronprotimphukan7359 5 жыл бұрын
Truly this video is a treasure for the Bihu Culture and its development...thanks to Dr. Anil Saikia Sir ...Thanks Bhaskar Da
@ujjalaxomdutta6454
@ujjalaxomdutta6454 5 жыл бұрын
বহুত ভাল লাগিল, শইকীয়া ছাৰ আমাৰ সকলোৰে বাবে এজন নমস্য ব্যক্তি....আৰু ভিডিঅ' টো ছবিৰ মান দণ্ড বহুত ভাল হৈছে ভাস্কৰ দা
@namitabarman6537
@namitabarman6537 5 жыл бұрын
ধন্যবাদ ভাস্কৰ .... ভৱিষ্যতলৈও এনেকুৱা আমাৰ সংস্কৃতিমূলক তথ্য আশা কৰিলো লগতে আপোনাৰ উজ্বল ভৱিষ্যত কামনা কৰিলো
@ksdr7805
@ksdr7805 5 жыл бұрын
দাদা ভাল লাগিছে,,,,কথা খিনি যে আমাৰ মাজত ব্যক্ত কৰিবলৈ যত্ন কৰিছা,,,এনেকুৱা বহুত নজনা কথা জানিবলৈ পাই সুখী হলো,,,
@nobleindia9764
@nobleindia9764 5 жыл бұрын
বহুত বহুত ভাল লাগিল video টো। তোমাৰ পৰা আৰু এনে ধৰণৰ ব্যতিক্ৰমী video ৰ আশা ৰাখিছো
@Sameer2023-h3n
@Sameer2023-h3n 5 жыл бұрын
Mojaa , বিহুৰ শুভেচ্ছা থাকিল ভাস্কৰ দা।♥️♥️♥️♥️🎉🎉👍👍👌💐
@seriousstudent007
@seriousstudent007 5 жыл бұрын
Nojona kotha bohut gom palu..nijor kristi sanskritir kotha xomuhr uport enedore maje maje video bonai thkibo. Apunaloi oxesh dhanyabad thkil video tur babe😊
@pankajtamuli4119
@pankajtamuli4119 5 жыл бұрын
বিহুৰ বিষয়ে জানি ভাল লাগিল ...বহুত ধন্যবাদ দুয়োজনলৈ...😍😍
@parinitahiloidhari1182
@parinitahiloidhari1182 4 жыл бұрын
বহুত বহুত ধন্যবাদ জনালোঁ।ইমান মূল্যবান কথাবোৰ জানিবলৈ পায়।
@dulaldas8095
@dulaldas8095 5 жыл бұрын
Kune kune dadak Val puwa like kora.👇👇👇👇👇👇
@sangeetachutia123
@sangeetachutia123 5 жыл бұрын
Bohut val lagil, Anil Saikia sir r protitu lecture huniye val lage....
@bastavduwari4120
@bastavduwari4120 5 жыл бұрын
বিহুৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ
@pankajbora467
@pankajbora467 5 жыл бұрын
বহুত ভাল লাগিল দেই ৷বিহুৰ বিষয়ে বহুত নজনা কথা জানিলোঁ ৷
@bhuyanbudhin6487
@bhuyanbudhin6487 5 жыл бұрын
সঁচাকৈয়ে অতুলনীয়। ধন্যবাদ আপোনাক।
@koushickchetia3719
@koushickchetia3719 5 жыл бұрын
Bhaskar da...apnr jimn khni vdo ase..gteikhnir vtrt ei vdo2e hxai atia loi k mr val lga vdo ataitkoi...sirr ktha br hxai huni val lgl kba eta...mon sui gol
@kishorechoudhury4760
@kishorechoudhury4760 5 жыл бұрын
Anil saikia sir k bohut bohut dhanyabaad Bhaskar da hosai bhal lagil bihur hubhessha thakil
@purbanchalassam
@purbanchalassam 5 жыл бұрын
ধন্যবাদ। আপোনালৈওও শুভেচ্ছা যাছিলোঁ
@manashdutta3013
@manashdutta3013 5 жыл бұрын
Bohut Gyan palu . Thank you dada . Aru anekua informative videos dile vl Pam.
@koushikkangkanborah9225
@koushikkangkanborah9225 5 жыл бұрын
মজাহ দাদা ।।বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলো ।।।
@purbanchalassam
@purbanchalassam 5 жыл бұрын
ধন্যবাদ। আপোনালৈওও শুভেচ্ছা যাছিলোঁ
@rashmibharali06
@rashmibharali06 5 жыл бұрын
Vl lgil bihur history gm pai...this is d best video for new generation👌
@user-policeboy_Anjoy
@user-policeboy_Anjoy 5 жыл бұрын
Kokaidew Borhia... Bihur Hubhaishya Jasilu❤🤗
@DouglasA26Invader
@DouglasA26Invader 5 жыл бұрын
Bhaskar daa e aji eitu bhal bihuwan dise amak..... Thank you bro
@ernestode-la-cruz6341
@ernestode-la-cruz6341 5 жыл бұрын
Bhaskar daa..bohut val lagil video2 sai...agoloi u anekua video d jabo buli akha rakhilu...aru nojona kotha hikai jabo buli akha rakhilu...ru rongali bihur hiya vora ulog jonalu....❤❤
@priyagogoi8422
@priyagogoi8422 5 жыл бұрын
অনিল ছাৰ, ভাস্কৰ আৰু অসমৰ ৰাইজলৈ বাপুটি সাহোন বিহুটি শুভেচ্ছা জনালোঁ ৷
@purbanchalassam
@purbanchalassam 5 жыл бұрын
ধন্যবাদ। আপোনালৈওও শুভেচ্ছা যাছিলোঁ
@sasankakisur5926
@sasankakisur5926 5 жыл бұрын
bihu bihaye aji bahut katha janib parilu Bhaskar da....thank you so much
@HOBONEKI
@HOBONEKI 5 жыл бұрын
Mojjjaa bhaskor da
@pallabsaikia8593
@pallabsaikia8593 5 жыл бұрын
Xosai bor val lagil.. ei video tu Axomiya hisape sabologiya
@digantapayeng4460
@digantapayeng4460 5 жыл бұрын
Thanks dai bihur kisuman nojona kotha jonuar babe.
@manujaxom572
@manujaxom572 5 жыл бұрын
মাননীয় মহোদয় আপোনালৈ আন্তৰিক অভিনন্দন জ্ঞাপন জনাইছো ।
@lakhyajyotibordoloi7215
@lakhyajyotibordoloi7215 5 жыл бұрын
আজিৰ দিনৰ বাবে সুন্দৰ উপষ্ঠাপন ৰ video এটা আগবঢালে ভাস্কৰ দা... আজিৰ দিনত হয়তো বহুত কম মানুহ ওলাব বিহুৰ উৎপত্তি বিষয়ে জনাটো...ৰঙালী বিহুৰ লগতে নতুন বছৰৰ শুভেচ্ছা যাচিলোঁ
@purbanchalassam
@purbanchalassam 5 жыл бұрын
ধন্যবাদ। আপোনালৈওও শুভেচ্ছা যাছিলোঁ
@00mridul64
@00mridul64 5 жыл бұрын
বহুত ভাল লাগিল. আপোনাৰ ভিডিও চাই |
@latumoni81
@latumoni81 5 жыл бұрын
খুউৱ সুন্দৰ হৈছে, ভাল লাগিল চাই।। আগলৈও এনেধৰণৰ informative ভিডিও বোৰ পাই থকাৰ আশা কৰিলোঁ।। লগতে ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ।।
@purbanchalassam
@purbanchalassam 5 жыл бұрын
ধন্যবাদ। আপোনালৈওও শুভেচ্ছা যাছিলোঁ
@mridushmitaslifestyle569
@mridushmitaslifestyle569 5 жыл бұрын
Bht nojona ktha jnibo parilu bht bht dhonyobad enekua video ata amk ajir din2t upohar diyar babe
@djvai9405
@djvai9405 5 жыл бұрын
Buhut nojona kotha hikobo palu..dhoinobad dr anil saikia sir aru bhaskar da..
@dipjyotitechnical8520
@dipjyotitechnical8520 5 жыл бұрын
ৰঙালী বিহুৰ হিয়া ভৰা শুভেচ্ছা জনালো তোমালৈ।
@Dunknownboy
@Dunknownboy 5 жыл бұрын
বহুতেই ভাল লাগিল আমাৰ বিহুটিৰ ইতিহাসৰ বিষয়ে জানি 🙏 .
@digitalcreator5649
@digitalcreator5649 5 жыл бұрын
কথাখিনি শুনি খুৱ ভাল লাগিল | ৱহু নজনা কথা জানি অতি আনন্দিত হ´লো |
@ddentertainment5646
@ddentertainment5646 5 жыл бұрын
সঁচাই বহুত ভাল লাগিল৷
@wideanglecreation906
@wideanglecreation906 5 жыл бұрын
Just awesome..Iman khini knowledge dia karone bohut dhanyobad Bhaskar Da..Eibr bihut kiba eta valke janibo parilu
@khogensaikia9039
@khogensaikia9039 5 жыл бұрын
সুন্দৰ হৈছে , বহুতো কথা জানিব পাৰিলো | আগলৈও এনেকোৱা ভিডিঅ' দি থাকিব | বিহুৰ শুভেচ্ছা জনাইছো |
@purbanchalassam
@purbanchalassam 5 жыл бұрын
ধন্যবাদ। আপোনালৈওও শুভেচ্ছা যাছিলোঁ
@optimist5907
@optimist5907 5 жыл бұрын
#bhaskar bohut vl lgil bhaskar da...apunar pora hokolu youtuber e hikibo lge...aru enekua dhunia video dibole sesta kribo lge..jate ami nijoke sinibo janibo paru aru belegoku kobo paru amar jatitur kotha
@hunkypoint1646
@hunkypoint1646 5 жыл бұрын
Bihur bikhoy janiboloi pai bor val lagil ...Dada dhoinyabad....👌
@himashreedas8287
@himashreedas8287 5 жыл бұрын
Video to sai bhut njona kotha janibo parilo, thank you dada..
@Prashanta_Das
@Prashanta_Das 5 жыл бұрын
MOZA LAGIL SAI DADA........................
@kironkumarsaikia1319
@kironkumarsaikia1319 5 жыл бұрын
প্ৰথমে আপোনাক ৰঙালী বিহুৰ শুভেচ্ছা জনালো ভাস্কৰ দা আৰু সুন্দৰ খুবেই সুন্দৰ লাগিল চাৰ
@purbanchalassam
@purbanchalassam 5 жыл бұрын
ধন্যবাদ। আপোনালৈওও শুভেচ্ছা যাছিলোঁ
@dekad3264
@dekad3264 5 жыл бұрын
Multitellented..Dr.Anil Saikia
@mdays6045
@mdays6045 3 жыл бұрын
Eibur karan t e eitu channel mur prio KZbin r.... Bahut janib parisu dhonyobad
@pragatigogoi2740
@pragatigogoi2740 5 жыл бұрын
সুন্দৰ ভাস্কৰ দা। বিহুৰ উলগ জনালো।
@purbanchalassam
@purbanchalassam 5 жыл бұрын
ধন্যবাদ। আপোনালৈওও শুভেচ্ছা যাছিলোঁ
@monuranjankonwar5260
@monuranjankonwar5260 5 жыл бұрын
Bihu porampora Nojona kotha ajee gam palu Thanx Dr saikia sir N Bhaskor dada
@mriduldutta8000
@mriduldutta8000 5 жыл бұрын
Moza lagil vdo2 sai bohut janibo parilu vdo2 sai..
@milannath4712
@milannath4712 5 жыл бұрын
উপযোগী তথ্য,ভাল লাগিল।
@rupamgogoi1079
@rupamgogoi1079 5 жыл бұрын
Happy Rongali bihu Bhaskar da val lgel video to sai
@montudutta7252
@montudutta7252 5 жыл бұрын
Bohut vl lagil bhaskar da
@nabajyotidas2873
@nabajyotidas2873 5 жыл бұрын
Khosa koisu bht vl lagile . Bht khini nojona kotha bujibo parilu aji
@monsterindiajd
@monsterindiajd 5 жыл бұрын
বহুত ভাল লাগিল ভাস্কৰ দা।।
@dipsfam3884
@dipsfam3884 5 жыл бұрын
Tq bhaskar da emn important ktha jnoar babe...
@monujsaikia5629
@monujsaikia5629 5 жыл бұрын
অতি সুন্দৰ,বহু কথা শিকিলো
@humnphukanrocks9097
@humnphukanrocks9097 5 жыл бұрын
সুন্দৰ অতি সুন্দৰ ভাস্কৰ দা ভাল লাগিল ।
@Ruthlessheart1
@Ruthlessheart1 3 жыл бұрын
So pleased to listen about such valuable informations
@mridugunjansut4000
@mridugunjansut4000 5 жыл бұрын
apunar hokolu bur vdo saw moi eitu vdo ataikoi val lgil best vdo eitu apuni atialoik uplode krar vitort
@Amar_jyoti_Barman
@Amar_jyoti_Barman 5 жыл бұрын
Thanks bhaskar da apunar joriyote bhut kotha kotha janiboloi palu..
@dipuborgohain2598
@dipuborgohain2598 5 жыл бұрын
খুবেই ভাল লাগিল দেই দাদা
@sumakhidas725
@sumakhidas725 5 жыл бұрын
Very nice dada .thanks to much anil sir .happy rangali bihu bhaskar dada and anil sir.
@purbanchalassam
@purbanchalassam 5 жыл бұрын
ধন্যবাদ। আপোনালৈওও শুভেচ্ছা যাছিলোঁ
@The_fact95575
@The_fact95575 5 жыл бұрын
সচাকৈ বহুত বহুত নজনা কথা শিকিবলৈ পালোঁ ধন্যবাদ দাদা
@gungungogoi7539
@gungungogoi7539 5 жыл бұрын
Bhut vl lagil bhut nojona Kotha hikilu n janilu...
@nobojyotinath8224
@nobojyotinath8224 5 жыл бұрын
Bihur kotha jani bohut val lagil bhaskorda
@achyutkrishnahazarika5980
@achyutkrishnahazarika5980 5 жыл бұрын
ধন্যবাদ for this.... Very informative!
@biplabbora2011
@biplabbora2011 5 жыл бұрын
Thanks for such a wonderful information...
@brgtravelwithme9159
@brgtravelwithme9159 5 жыл бұрын
Bohut val lagil huni...bhaskar da apunar video bur r hoklutkoi eai2 video besi val hoise
@purbanchalassam
@purbanchalassam 5 жыл бұрын
Thank-you
@rtssharma8408
@rtssharma8408 5 жыл бұрын
Thanks Bhaskar da....aji bohut njona ktha hikilu
@moiaxom9544
@moiaxom9544 5 жыл бұрын
কবলৈ ভাষা নাই ভাষ্কৰ দা... সুন্দৰ ভাষ্কৰ দা
@jyotirmoydeka3154
@jyotirmoydeka3154 5 жыл бұрын
আকৌ আমি আৰম্ভণিৰ পৰাই বা উৎপত্তিৰ পৰাই যি যি প্ৰকাৰৰ বিহু আছিল সেই সকলোবোৰ পুনৰজীৱিত কৰিব লাগিব,,, ৰাতি বিহু আকৌ আৰম্ভ কৰিম।।
@pranabgogoi9202
@pranabgogoi9202 5 жыл бұрын
অতি সুন্দৰ।ককাইদেও
@nextleveldk460
@nextleveldk460 5 жыл бұрын
tq bihu etihakh bikhye jnua babe. bhaskar Da
@ilovetravelandfoodNextlevel
@ilovetravelandfoodNextlevel 5 жыл бұрын
Wow great
@ankurbaishya9233
@ankurbaishya9233 5 жыл бұрын
bohut bobut vl lagil bohut vl lagil dada
@rpbishwajit373
@rpbishwajit373 5 жыл бұрын
Mojjja lagil kintu
@sumangalrajkonwar2371
@sumangalrajkonwar2371 5 жыл бұрын
Eyyatke aru mulyobaan upohaar Bihur dina aru kunew dibo nuware. Dhonyobaad Bhaskar Da
@hasmotali8291
@hasmotali8291 5 жыл бұрын
বঢ়িয়া লাগিছে.... নজনা কথা কেইটামান জানিব পাই আনন্দিত হলো। সদায় এনেকুৱা ধৰনৰ ভিদিঅ পাম বুলি আশা কৰিলো
@inkumonisaikia2580
@inkumonisaikia2580 5 жыл бұрын
Moja video dai # ভাস্কৰ দা
@RapidSmartGK
@RapidSmartGK 5 жыл бұрын
Mojja video..bro...happy bihu...to both sir and bhaskar
@purbanchalassam
@purbanchalassam 5 жыл бұрын
ধন্যবাদ। আপোনালৈওও শুভেচ্ছা যাছিলোঁ
@rubulkalita5531
@rubulkalita5531 5 жыл бұрын
বহুত ভাল লাগিল কথাবোৰ জানিব পাৰি
@sushantat3267
@sushantat3267 5 жыл бұрын
Bhal lagil dada
@fireball404
@fireball404 5 жыл бұрын
Aazi bohuto nojoa ktha janilu.. dhoinnobad
@dulaldas8095
@dulaldas8095 5 жыл бұрын
Happy rangali bihu dada... fast comment 💓💓💓👈
@SantanuKonwar1
@SantanuKonwar1 5 жыл бұрын
ভাল লাগিল দাদা।
@moromiroy7886
@moromiroy7886 5 жыл бұрын
Dada apunr video bur sai bhut janibo aru sikibo pari vl lage aru happy Rangali bihu
@GMS-qf5ih
@GMS-qf5ih 5 жыл бұрын
Mojja video...
@bimalcreation3230
@bimalcreation3230 5 жыл бұрын
Moja lagil dutta sir
How Much Tape To Stop A Lamborghini?
00:15
MrBeast
Рет қаралды 244 МЛН
From Small To Giant 0%🍫 VS 100%🍫 #katebrush #shorts #gummy
00:19
كم بصير عمركم عام ٢٠٢٥😍 #shorts #hasanandnour
00:27
hasan and nour shorts
Рет қаралды 11 МЛН
Do you love Blackpink?🖤🩷
00:23
Karina
Рет қаралды 22 МЛН
Ep : 5 I Jain Philosophy: An Introduction I Dr Vikas Divyakirti
3:29:27
Vikas Divyakirti
Рет қаралды 11 МЛН
Article 370 & 35-A : Jammu-Kashmir (1947 to 2019) by Dr. @vikasdivyakirti
3:22:40
Rivers of India - Detailed lecture for UPSC & State PCS by Dr Gaurav Garg
3:31:02
Subhash Chandra Bose: The Untold Story | Anuj Dhar | #SangamTalks
3:12:19
Sangam Talks
Рет қаралды 3,5 МЛН
How Much Tape To Stop A Lamborghini?
00:15
MrBeast
Рет қаралды 244 МЛН