আমাৰ ইয়াত জলজীৱন আছে কিন্ত ভেকোৰ ভাওনা দুদিন মান পানী দি এতিয়া খবৰ নাই নলবাৰী,
@gkgogoi5019Ай бұрын
আমি এতিয়ালৈকে জলজীৱন আঁচনি লাভ কৰা নাই। অন্য হাতে গোলাঘাট জিলাৰ খুমটাই ৰাজহ চক্ৰ অন্তৰ্গত বহুপথাৰ গাঁৱত এটা কথা পৰিলক্ষিত হৈছে যে আজি তিনি বছৰ আগতেই ঘৰে ঘৰে পাইপ সংযোগ কৰা হৈছে কিন্তু ৰাইজে পানি এটোপাও পোৱা নাই।
Bhalei hobo ...pachayat election ahi ase ...BJP giri alap kamibo
@PriyanathDekaАй бұрын
জনজীৱন আঁচনিৰ কাম আন্য ৰাজ্যত কেনেকুৱা নাজানো । কিন্তু অসমত অতি দূৰ্বল। মন্ত্ৰী জয়ন্ত ম ডাঙৰীয়াৰ অহঙকাৰে দলটো আৰু সকলো শেষ কৰিব যেন পাইছোঁ। এও আচলতে কি সামাজিক বা কি ৰাজনৈতিক একো ব্যক্তিয়েই নহয় । কেৱল দালালী কৰা গুণ আৰু কমিচন লোৱা গুন পূৰা মাত্ৰাই আছে। দাদাৰ মোনাখনো এৱেই লৈ ফুৰে যেন পাও । এওঁলোকৰ চৰিত্ৰ দেখি ভীষন দুখ পাইছো । তথাপি জাতিটোৰ অস্তিত্বৰ বাবে বিজেপিকেই আকৌ আমি আৰু সকলোৱে সমৰ্থন কৰিব লাগিব। কিয়নো অন্য বহুতো ভাল কাম যোৱো তিনি,/চাৰি বছৰত অসমত হৈছে। মুখ্যমন্ত্ৰী হিবিশ অতিকৈ যোগ্য।
@banasmitakalita2046Ай бұрын
Pabologia poisa khini npai poriyalor hahkar sristi hyse .. ei news toi bisari asilu imandinor pora ..dhanyabad
@PronabDeori-xt1wcАй бұрын
Eta kotha ,akol govt bul kole nohobo,project tu bonai dile,kintu pani pai se janu,sob a,moi kisuman janu,eta project ot 220 ghorot pani pabo lagisile,kintu pani pai 40 ne 50 ghorot,amar tinsukia dist ot dirak area ahi alop investigative journalism korile gom pabo.
আঁচনি এটা কৰিলেই সেই আঁচনিটো সকলো ঠাইতে প্ৰয়োগ হ'ব নালাগে ; কিয়নো সকলো ঠাইতে সেই আঁচনিৰ প্ৰয়োগৰ পৰা ৰাইজৰ উপকাৰত নাহে। ইয়াৰ ফলত চৰকাৰী ধনৰ অপব্যয়হে হোৱা দেখা যায় । উদাহৰণ স্বৰূপে জল জীৱন আঁচনিৰ বেলিকাত সেই কথা প্ৰতিয়মান হৈছে । কিছুমান ঠাইত দেখাত দেখি খকত পানীৰ সংযোগ লৈছে ,কিন্তু পানী যিদিনা আহে আমি দেখা পাইছোঁ যে তেনে বোৰ পৰিয়ালে পানী লোৱাটো দূৰৰ কথা টেপটোৱে বন্ধ কৰি নথয় ; যাৰ ফলত পানীবোৰ অযথা নষ্ট হয় । গতিকে এই জলজীৱন আঁচনি দেশৰ যি যি ঠাইত পানীৰ অভাৱ বা নাতনি হৈ আছে সেই সেই ঠাইতহে তেনে আঁচনি প্ৰয়োগ কৰিব লাগে। আমি ভাৱো তেনে কৰিলে চৰকাৰী ধনৰ অপব্যয় কমিব আৰু সামান্যতম হ'লেও মূল্যবৃদ্ধি ৰোধ হ'ব ।
@jayantadeka4146Ай бұрын
Jaljivan totally flop. Kono ATA asaniei durniti nohoa k thoka nai .nidilei best
@Nalbarivlogs786Ай бұрын
নামত জলজীৱন আঁচনি কিন্তু কামত একে নাই কাৰণ ২ মাহ মান পানী দিছে এতিয়া ৪ মাহ হ'ল পানী দিয়া নাই ! অসমীয়া এটা কথা আছে আছে গৰু নাবাই হাল হোৱাতকৈ নোহোৱা ভাল😂😂
@purnanandatahbilder9559Ай бұрын
হাই জল জীৱন
@taradoi7957Ай бұрын
ই আকৌ কেনেধৰনৰ কথা ।পইচা নাথাকিলে অলাগতীয়াল কামত চৰকাৰে পইচা খৰচ কৰে কিয় ।পইচা যদি নায়েই তেন্তে হিতাধিকাৰী বঢ়াই আছে কিয় ? স্কুটি প্ৰদান এটা অলাগতীয়াল আঁচনি । এনেকুৱা আৰু বহুত আচনিসআছে ।
@MoonSonowal-zx1heАй бұрын
নাই পৌৱা পানী আমাৰ ইয়াত
@NurulIslam-nr3tkАй бұрын
Jal jibonot jal nai
@PadmalalDoley-qk6jsАй бұрын
মা মা ই দিব চিন্তা কৰিব নালাগে বিজেপি leader হে তিকাদা ৰ কিতা