Рет қаралды 42,516
বিজেপিৰ আগ্রাসন ৰুধিবলৈ BTRত এক হ’ব হাগ্রামা মহিলাৰী আৰু প্রমোদ বড়ো। বড়োভূমিত হ’ব পৰা এই বৃহৎ ৰাজনৈতিক পট পৰিৱৰ্তনক লৈ ‘প্রতিদিন টাইম’ত সবিস্তাৰে প্রকাশ হৈ আহিছে ধাৰাবাহিক বাতৰি। আৰু ‘প্রতিদিন টাইম’ৰ এই বাতৰিক পুনৰবাৰ মান্যতা দিলে এবছুৰ সভাপতি দ্বীপেন বড়োৱে। দুয়োটা আঞ্চলিক শক্তিক এক কৰাৰ প্রয়াস BTCত আৰম্ভ হৈছে বুলি ৰাজহুৱা কৰিলে এবছুৰ সভাপতিগৰাকীয়ে।
#pratidintime #BTR #BPF #UPPL