বিলাসী খাদ্য কিয় খুৱালে? মুখ্যমন্ত্ৰীৰ খং উপায়ুক্তৰ ওপৰত

  Рет қаралды 43,655

NKTV PLUS

NKTV PLUS

20 күн бұрын

▶️ বিলাসী খাদ্য কিয় খুৱালে?
▶️ মুখ্যমন্ত্ৰীৰ খং উপায়ুক্তৰ ওপৰত
▶️ মাত্ৰাধিক খাদ্যৰ তালিকা দেখি খং উঠিছে মুখ্যমন্ত্ৰীৰ

Пікірлер: 259
@tultuldutta7753
@tultuldutta7753 18 күн бұрын
মুখ্যমন্ত্ৰীৰ মুখত ফুল চন্দন মৌ পৰক। অসমৰ সৰ্বশ্ৰেষ্ঠ ভাৱৰীয়া।
@hanseali1924
@hanseali1924 18 күн бұрын
খাই উথি চিএম চাৰে দেখিলে যে গোটেই ৰাইজে দেখিছে ইমানবোৰ খালে আমাৰ টকা সেইতো ভাবি এটা অভিনয় কৰিছে।
@sayeedmazumder2207
@sayeedmazumder2207 17 күн бұрын
Ekdom hosa
@Hemantaphukan-xo7dc
@Hemantaphukan-xo7dc 18 күн бұрын
খাই লৈ পেট ভৰা পাছত গলি পৰি দখুইছা। এই বোৰ ভণ্ডামি বুলি কই।
@jitubarman6162
@jitubarman6162 18 күн бұрын
হিন্দু পৰিয়ালত বৃহস্পতিবাৰে নিৰামিষ খাদ্য খায় এইভোজ খোৱা সকলে হিন্দুৰ নামত কেৱল চিঞৰ বাখৰ কৰিহে থাকে নেকি ?
@user-zi9fh7ne2s
@user-zi9fh7ne2s 18 күн бұрын
একে বাৰে শুদ্ধ কথা কৈছে। কোনেও খাদ্য খাবলৈ বৰ্জন কৰা নাই।উদয় পুৰাই খাই আমাক দেখাব লৈ নাটক কৰিছে
@reemakakati5695
@reemakakati5695 18 күн бұрын
শুদ্ধ কথা। বৃহস্পতিবাৰে নিৰামিষ খায় । কিন্তু ইমান খোৱাৰ পিছত আজি ছাগে লঘোণ দিছে !!
@bbsgaming5156
@bbsgaming5156 18 күн бұрын
হিন্দু মাছ মাংস নাখায়❤
@User_me7392
@User_me7392 17 күн бұрын
okol brihospotibaare kio maas mankho hompurno rupe porihaar koribo lage..........proud to vegan 😍 amar ghorot khuwa naamot e mahili 70000 toka khoros hoi
@BasuPegu-gf4yp
@BasuPegu-gf4yp 18 күн бұрын
হব দিয়া, মন্ত্ৰী দাঙৰীয়াৰ শেষৰটো ৰাজভোজ পাৰ্টি হব পাৰে, ২০২৬ চনৰ পিছত হয়টো আৰু নহবপাৰে, জিলা আয়ুক্ত বাইদেউৰ কি দুখ, খাই লোৱাৰ পিছত দুখ দিলে কি হব🎉🎉🎉🎉🎉🎉🎉।
@polashchetia9099
@polashchetia9099 18 күн бұрын
মল্ল এ দিছে যেন পাইছোঁ লিষ্ট খন
@JituHaloi-ln3xm
@JituHaloi-ln3xm 18 күн бұрын
নলবাৰীত হোৱা কেবিনেট বৈঠকৰ সকলো চাইছে মন্ত্ৰী জয়ন্তুমল্ল দাঙৰীয়াই । গতিকে কি উত্তৰ দিব উপায়ুক্ত মহোদয়াই । খাদ্যৰ তালিকাখন আগদিনাই সামাজিক মাধ্যমত প্ৰচাৰ হৈছিল দেখোন । তেতিয়া নিমাত কিয় আছিল মূখ্যমন্ত্ৰী মহোদয় ''''''' ইয়ো এক ৰহস্য
@sidharthatamuli1561
@sidharthatamuli1561 18 күн бұрын
Hosa kotha.teoi koisil khasi manhor telere mati Dali bonuwa
@dipmonisaikia5603
@dipmonisaikia5603 18 күн бұрын
এই সকলোবোৰ ভেকুভাওনা। হিমন্ত চৰকাৰৰ দিনত অসমৰ একো উন্নতি হোৱা নাই। জিলাই জিলাই কেবিনেট বৈঠক পতাৰ সিদ্ধান্তই ভুল আছিল।
@bhaskarjthakuria5538
@bhaskarjthakuria5538 18 күн бұрын
মহম্মদ বিন টোগলক ৰ ফটো কপি
@tarjenboru8760
@tarjenboru8760 18 күн бұрын
ৰাইজৰ হে টকা আমাৰ কি আহে কি যায় 😂😂😂
@SangitaDevi-ff2tq
@SangitaDevi-ff2tq 18 күн бұрын
মল্লক কিয় নধৰে উপায়ুক্তক ধৰে যে ৷ চবজি কিনিব গৈ উভতি আহিব লাগে দাম দেখি ৷ আমিয়ে পাতিম ৰজা আৰু আমাৰ ওপৰতে ৰাম টাঙোন ৷
@JayantaSaikia-r4z
@JayantaSaikia-r4z 18 күн бұрын
এফালে মূল্য বৃদ্ধি আনফালে খোৱাৰ প্রতিযোগিতা। ইয়াকে কয় পৰিবৰ্তন ।
@rambalram2610
@rambalram2610 18 күн бұрын
ৰাইজে ভোট দি এই সকলক.... এই সকলক ৰাজ ভৰাল ৰখীয়া কৰি দিশপুৰলৈ পঠাইছে.... ?? এই ৰাক্ষস বিলাকক...?? ইহঁতে অসমীয়া মানুহৰ, অসমৰ উন্নতিৰ কথা চিন্তা কৰিব....??? ভোট দিব আৰু বাৰে বাৰে ইঁহতক....??? 😮😮😮😮 মৃণাল শইকীয়া ডাঙৰীয়াই ইয়াত দুসাৰ মন্তব্য দিয়া উচিত...😢😢😢 মৃণাল শইকীয়া ডাঙৰীয়া দিয়ক এটা মন্তব্য... এইটো ভাল কাম হৈছেনে....???? 😮😮😮😮
@bhanitadeka17
@bhanitadeka17 18 күн бұрын
Amar poisare khai ase.. acting aibur
@jeetu6251
@jeetu6251 18 күн бұрын
Ekdom right plus bahiror dekhor dhaar
@gamesoffreefireindia7622
@gamesoffreefireindia7622 18 күн бұрын
😅😅😅😅😅😅😅😅
@CharbeshRabha-qk4ye
@CharbeshRabha-qk4ye 18 күн бұрын
বাপেকৰ ধন-টকা আপোনাৰ কি আহে নে যায় ৰাজ্যখন ধাৰত পোট গৈ আছে আৰু আমাৰ টকাৰে ভোজ-ভাত খায় নিলাজ অসম চৰকাৰ।
@dipakkalita7034
@dipakkalita7034 18 күн бұрын
তেওঁলোকে নাখাই খাৱ কোনে বাৰু ।তেওঁলোক যে ওপৰৰ মাল ।
@Santoshimaa0039
@Santoshimaa0039 18 күн бұрын
ইহঁতক ২০২৬ ত হিচাপ লোৱা হৱ । ধৈয্য ধৰি আছো আৰু অসমৰ জনসাধাৰন ।
@binandaphukon731
@binandaphukon731 18 күн бұрын
এইবোৰ কথা - গৰু আগত টুকাৰী বাই কান জোকাৰী ঘাঁহ খায় ।
@vidyawatibora
@vidyawatibora 18 күн бұрын
তথাপিতো মহোদয়ে সৰু কৰ্মচাৰী মধ্যবিত্ত সকলৰ কথা এবাৰ মনত পেলালেহেতেন
@user-qh2gp8jr6r
@user-qh2gp8jr6r 18 күн бұрын
Masta vandami hoi himanta
@RupkantaPathori-sk3ru
@RupkantaPathori-sk3ru 18 күн бұрын
টেটু গুৰিলৈকে খাই উঠি ডিচিক গালি পাৰিলে কি হব । লোককে দেখুৱাই কেটেৰাই মাতিবা ভিতৰি নেৰিবা বেথা ।চব ভেকো ভাওনা ।
@ranusingha663
@ranusingha663 18 күн бұрын
Khai boi khong kori labh nai .. khale tu udor purai .. teolukor heituhot pet ne pukhuri ne khal
@lipikadas6523
@lipikadas6523 18 күн бұрын
Khai uthi khong Kora dekhuale ki hobo.TVt olowa babe laj pai koise. Khana nohoy raijor tej...
@imanali9626
@imanali9626 18 күн бұрын
এসময়ত নগাঁৱত উপায়ুক্তক এষাৰ বাক্য কৈছিল কোনোবা ৰাজা মহাৰাজা আয়া থা।তদৰূপ আজিৰ চিঠিখনত একে বাক্যৰ দৰে নহলনে ৰাইজ? একমাত্ৰ চৰ্চাৰ বাবে আন একো নহয়। মহাশয় আপোনাক নজনাকৈ যে ২২বিধ খাদ্যৰ আয়োজন কৰিছে এই কথাটো সকলোৱে বুজি পাইছে।
@handique6888
@handique6888 17 күн бұрын
জয় মল্ল যুদ্ধাৰ বাবে বোলে ই সাধাৰণ খাদ্য ।তাৰ মানে তেওঁলোকে ইয়াতকৈও ভাল খায়। কেনে হব ভাৱক।
@bipulborah2193
@bipulborah2193 18 күн бұрын
দুখীয়া নিচলাক খুৱালে, তেওঁ লোকৰ আত্মামাই হীয়া ওজাৰি আশীৰ্বাদ দিব নিশ্চয়।
@sanjeebbohora1668
@sanjeebbohora1668 18 күн бұрын
আমি হলো নিৰামিষ ভূজী এইবোৰ দেশী ঘিন হে লাগে জিভাৰ পানী পেলোৱা দুৰৰে কথা
@user-wt2ko8om3s
@user-wt2ko8om3s 18 күн бұрын
Good anupam sir vl dise
@kishoridas6447
@kishoridas6447 18 күн бұрын
পিছৰ বিলাক কেবিনেটত নুন্যতম খাদ্যৰে আপ্যায়ন ৰ ব্যৱস্থা কৰিব পাৰিলে ভাল হয়।
@atulborah5526
@atulborah5526 17 күн бұрын
হৰি, হৰি
@MonuMBBS
@MonuMBBS 18 күн бұрын
Jayanta malla barruah ase
@kabitasaikia8713
@kabitasaikia8713 18 күн бұрын
Acting no.1
@anuppatar1915
@anuppatar1915 18 күн бұрын
Suduru Bhai atonu ...enekua news valkoie dibi ...himanta vori seleka
@dipanjalidutta3621
@dipanjalidutta3621 18 күн бұрын
22 বিধ পেটত সোমাল নে। সোমাল যদি বৰ খকুৱা দেই।
@user-ge9kz8vi4q
@user-ge9kz8vi4q 18 күн бұрын
Lage lageca.
@UlupiMahanta-zn4qn
@UlupiMahanta-zn4qn 17 күн бұрын
এতিয়াহে মুখ্যমন্ত্ৰীয়ে গম পালে নেকি খাদ্যৰ তালিকাখন ?
@CloudGamerzYT669
@CloudGamerzYT669 18 күн бұрын
Nice
@parthaprotimchetia7687
@parthaprotimchetia7687 18 күн бұрын
টেটো গুৰি লৈকে চেলেকি গেছ হল চাগে। সুন্দৰ ভণ্ডামি
@AbiCricketNews
@AbiCricketNews 18 күн бұрын
জুবিনে যোধা মূৰ্খ বুলি কোৱাটোৱে মেনো খন বনাইছে। নামে যাৰ মল 😂 বুজাই বুজিছে। আমি কচু ঢেঁকীয়া খাম তহঁতো এইবোৰ খা , কিন্তু অসম খন আৰু নেখাবি
@trailukya
@trailukya 17 күн бұрын
Khai sage pet solile
@santonuborah5903
@santonuborah5903 18 күн бұрын
❤ beltola bazar t sabji 95%-/ 80 rupees kilo hoisa
@lachitphukan1578
@lachitphukan1578 18 күн бұрын
Mama ghor goi pet soli Haga Ara nai sage , heye gali dise
@nh55304
@nh55304 17 күн бұрын
Aibilak nomuna cm or, val news
@jahirulislam4311
@jahirulislam4311 18 күн бұрын
মাননীয় মূখ্যমন্ত্রী মহোদয় এইবোৰ নাটক ৰাইজে ইতিমধ্যে বুজিবলৈ বাকী ৰখা নাই। আপোনালোকৰ কেবিনেট খাদ্যৰ তালিকা আগদিনাই মিডিয়াত প্ৰচাৰ হৈছিল তেতিয়া আপোনাৰ কেবিনেটৰ কোনোৱে গম পোৱা নাছিল নেকি।
@tankeswarmahanta8058
@tankeswarmahanta8058 18 күн бұрын
কত সোমালে ইমানবোৰ । আমাৰো কেতিয়াবা এবাৰ খোৱাৰ সৌভাগ্য হবনে ?
@marketznews2516
@marketznews2516 18 күн бұрын
Raijor tezkhuwa hokol
@jayantadutta1024
@jayantadutta1024 18 күн бұрын
?য়ে কইই ৰজা মহাৰাজা কা খানা হে ক্যা?
@PriyankaHazarikaBhuyan-ib2fl
@PriyankaHazarikaBhuyan-ib2fl 18 күн бұрын
সাধাৰন মানুহে ত্ৰাহি মধূসোধন সুঁৱৰিছে , আৰু ৰাইজৰ সমস্যা ৰ আলোচনাৰ অজুহাত দেখুৱাই ....... উস উস হাইৰে স্বাধীনতা, ধিক্ ধিক্ ।
@prohenjit-Lolatstudio
@prohenjit-Lolatstudio 17 күн бұрын
2026+-BJP= 0 %, এতিয়াই খাই লব দিয়ক....💪 ৰাইজৰ নজৰত সকলো আছে...
@hiranyanathbora269
@hiranyanathbora269 18 күн бұрын
Aibilak acting
@educationcompany.6793
@educationcompany.6793 18 күн бұрын
Paglami sob
@Rupsarma216
@Rupsarma216 18 күн бұрын
Oo aiii 😮
@probinkumarkakati6151
@probinkumarkakati6151 18 күн бұрын
এইসকল ৰজাঘৰীয়াৰ বিষয়ে কৈ লাভ নাই ?মনো নোযোৱা হল এইবিলাকৰ কথা মনত পেলাবলৈ ?
@SUMUANANG
@SUMUANANG 18 күн бұрын
Khauk diok,bemar ajar , sugar, pressure nai buli khuaise aru 🥺😁
@lipidutta388
@lipidutta388 18 күн бұрын
Khai paat fola.... Sob jane agotei 😂
@bupdhanbania2131
@bupdhanbania2131 17 күн бұрын
22 bidhe xalehe hoi ne? 😮eman boraxun,ami eyat vatai xaboloi pua nai
@firsttimevlogs6961
@firsttimevlogs6961 18 күн бұрын
মন্ত্ৰী নহই ইহটি, ইহট এটা এটা বৃহৎ বাকাশুৰ হে,
@ranobasumatary7206
@ranobasumatary7206 18 күн бұрын
Khaboloi jiyai thoka mantri
@basanta1903
@basanta1903 17 күн бұрын
Menu khon dekhi raijor khong uthise buli gom pai mamai etiya Natok korise
@aabirgogoi5923
@aabirgogoi5923 18 күн бұрын
Sure he sorar theing dekhe
@KoushikBhatta..
@KoushikBhatta.. 17 күн бұрын
বাহিৰে ৰং চং ভিতৰে কোৱাভাতুৰী.. কব বহুত আছে অভাৱ মাথো বাকস্বাধীনতাৰ হে।
@ranubaishya925
@ranubaishya925 18 күн бұрын
Uporor ades nathakile upauktai sahas nakare
@user-wg2ei5bt5g
@user-wg2ei5bt5g 18 күн бұрын
খাওক খাওক সকলোৱে উদৰ পোৱা ই দিয়ক।
@mohinimohanpatowary6743
@mohinimohanpatowary6743 17 күн бұрын
বকাসুৰেহে এনেকুৱা খাদ্য খোৱা শুনি ছিলো।
@fredrickjames9059
@fredrickjames9059 18 күн бұрын
Jayanta malla aru Pijush k apuni baad diok. Sab thik hoi jabo
@DPffx
@DPffx 18 күн бұрын
Only 22 items!!I. It should should be 222 items there:::::
@nuruzzamanmollah9348
@nuruzzamanmollah9348 18 күн бұрын
😋😋😋😋😋😋
@pulakdeka2811
@pulakdeka2811 18 күн бұрын
Tetia hole secretariat ,dispurot a meeting korile hoi......kihor dorkar jilai jilai meeting koribo......garir petrol,diesel.... decoration to asei...
@sherTrade
@sherTrade 17 күн бұрын
Right
@sibuboruah6240
@sibuboruah6240 17 күн бұрын
খোৱা কথা কৈছে শুনি মূল মন্তিৰ কথা শুনি লাজ লাগিছে, কিয়নো গৌৰৱ গগৈ'k হৰুৱাবলৈ আহি শিৱসাগৰ ডিমৌ't 1hrs মিতিঙত 4,00000000 টকা খৰচ কৰিছে মাত্ৰ 1ঘণ্টা । পেন্দেলত 3 quti Toka....!! জন সাধাৰণ মুৰত্তে জানো দূহতিয় তাঙুন মাৰ দিয়া নাই....??????????
@MagneticShock-me5kk
@MagneticShock-me5kk 18 күн бұрын
সেই টোয়ে ৰাতি সপোনত দেখিব পায়, সেই বাবে এতিয়া সুলস্থুল কৰিছে।
@SatyamevaJayate-hq4pn
@SatyamevaJayate-hq4pn 18 күн бұрын
DC loi deya letter khon eta show off. Simple
@Agoodguy1122
@Agoodguy1122 17 күн бұрын
উচ্চ শিক্ষিত প্ৰশাসনিক সেৱাৰ বিষয়া সকলক গালি পৰা বন্ধ কৰক
@NirmalDas-hs7kt
@NirmalDas-hs7kt 18 күн бұрын
Moi kheti koru moi napao p m kisan aru pai kheti nokora khokole
@ambarishbordoloi5517
@ambarishbordoloi5517 17 күн бұрын
Khabor diwa din usor sapise 😢😢😢😢
@dharmendradeka8073
@dharmendradeka8073 17 күн бұрын
Aibilak bhut sator karan aibar alp thik nahale chair kunubai karhi loi jabo ,so DC dangor nahay atiya , janata dangor kathato alp bibekot xumaise.
@jaankakati8224
@jaankakati8224 18 күн бұрын
GUWAHATIR GHORE GHORE GOLIYE GOLIYE CAMERA LOI AHIBO .BAKI AKASH KHON DEKHAI LAV NAAI
@sunilrajak7804
@sunilrajak7804 18 күн бұрын
CM sir Good
@PradeepPhukon
@PradeepPhukon 18 күн бұрын
দাদা খাওক খাওক তেওঁলোকক খাবলৈ হে পঠিয়াইছে!!!!!
@RAKESHDAS-mh3zm
@RAKESHDAS-mh3zm 18 күн бұрын
CM ahise ..sb a khuwabo....xai2 ki dngr ktha hl....
@janardonbora2795
@janardonbora2795 18 күн бұрын
সমালোচিত হৈ পত্ৰ লিখিছে কিয় খোৱাৰ সময়ত ভৎসনা নকৰিলে?
@dhanjitdeka2979
@dhanjitdeka2979 18 күн бұрын
Khai bami Kari dba lagiba adin/beya nalage raijar takare aneke khai/
@padmadhartalukdar8047
@padmadhartalukdar8047 18 күн бұрын
মল্ল খকুৱা, ভকুৱা , খাচী তেলেৰে মাটিমাহ, লোকেল চিকেন চূপ,ফুটখাৰ দিয়া দৰিকণা ইত্যাদি জয়ন্ত জিন্দাবাদ।
@b4you00
@b4you00 18 күн бұрын
জয়ন্ত মল্ল ৰ বিয়া খানা টো বাকী আছিলে চাগে, তাৰেই লেথা টি মাৰিলে 😂😂😂
@sibaninath8483
@sibaninath8483 18 күн бұрын
Khai loi sithi dile😢😢
@sashibhatta5198
@sashibhatta5198 18 күн бұрын
উপায়ুক্তইনো কেনেকৈ মন্ত্ৰীৰ কথামতে সেইবোৰ কৰা বুলি কব ?
@UtpalDutta-oy9rv
@UtpalDutta-oy9rv 18 күн бұрын
Aru kiba baki thakil ne publicke sinta koroiso 2ntime ki kham aru dc mohasoi ki tar poketor pora khowsai jan pou mama dc ghorot d thoi ahibo diyok aru you god mama
@pranitabarman8587
@pranitabarman8587 18 күн бұрын
নলবাৰীৰ মানুহৰ এয়াই মৰম খাইবৈ বদনাম কৰি লাভ নাই
@VishnuRavii-vt7ql
@VishnuRavii-vt7ql 17 күн бұрын
এইবোৰ সকলো ৰাজনীতি
@inglishvlogs1015
@inglishvlogs1015 17 күн бұрын
মুখ্যমন্ত্ৰীৰ এইবোৰ নাটক, বিৰোধী কোনোবাই চাগে গমপাই গল, গতিকে বাছিবলৈ এইবোৰ কৰিছে,
@BabuBabu-fe2zs
@BabuBabu-fe2zs 16 күн бұрын
চালে বেৰে নুকুবাব ।। এফালে মানুহে ভাল পোৱা কথা কৈছে ।। আন ফালে আকৌ মামা এ পত্ৰ ।। কি হিমন্ত ৰ পত্ৰ ।। হিমন্তাই কি নাজানে নেকি ।। ফটোৱা চালে বেৰে কোবোৱা লেকচাৰ ।।
@gobindachandranath5258
@gobindachandranath5258 18 күн бұрын
আৰু কেইমাহমান খাব উপায় নাই। ৰাইজে সতৰ্ক হ'বৰ সময় হ'ল ।
@daizee4510
@daizee4510 18 күн бұрын
মুখ্যমন্ত্ৰীয়ে টেটুলেকে খোৱাৰ পাছত গালি দিয়াটো হাঁহি উঠা কথা ৷ যদি সচাই বেয়া পাইছে খোৱাৰ আগতে কব লাগে ৷ এইবোৰ ৰাইজক বুৰ্বক বনোৱাৰ বাবে কৰা নাটক তাৰ বাদে একো নহয় ৷
@user-ge9kz8vi4q
@user-ge9kz8vi4q 18 күн бұрын
Jayanta molo barua.
@babusaikia7886
@babusaikia7886 18 күн бұрын
খাই খাই মৰিলে হল🤭🤭
@urstatus2637
@urstatus2637 18 күн бұрын
একদম বিৰক্তি লগা কথা!২০২৬ বিদায় দিব লাগৃ !CM নাটক এইবোৰ ,ৰাইজক বেল বনাব আহিছে ,
@rushanburagohain6803
@rushanburagohain6803 18 күн бұрын
Naatok khon vaal hoise.
@user-tx5kj4ir9x
@user-tx5kj4ir9x 18 күн бұрын
এনেকৈ খাইএ খাইছে এইয়া জেনিবা খাদ্য মূল্য বৃদ্ধি য়ে আমাৰ তেজ সদায় খাই আছে
@indiraborgohain8277
@indiraborgohain8277 18 күн бұрын
বেলেগ বেলেগ districtত পতাৰ পৰা এনেকুৱা কি ভাল হৈছে অসমৰ আৰু অসমৰ ৰাইজৰ।। দিছপুৰত office আছে তাত পাতি কেৱল অসমৰ বাৱে উন্নতিৰ কথা চিন্তা-চৰ্চা কৰিলেই ভাল।।।। খোৱাটো চেলেকি খাইছে । উপায়ুক্তৰ চিঠি এখন দেখুৱাই কেৱল অসমৰ মানুহৰ চকুত ধূলি দিবলৈ চেষ্টা কৰিছে।।। যাতে অসমৰ ৰাইজৰ এনেকুৱা এটা ভাৱ হয় যাতে মূখ্যমন্ত্ৰীয়ে বিভিন্ন খাদ্য সম্ভাৰত টকা খৰচ কৰাৰ বাবে বেয়া পাইছে।।। উপায়ুক্ত জনক বকৰা বনাইছে।
@user-kd1ft7vi8f
@user-kd1ft7vi8f 18 күн бұрын
Khana khabar babe he jilai jilai kabinet patise
@mintukalita213
@mintukalita213 16 күн бұрын
আমাৰ টকাবোৰ এইদৰে শেষ কৰিলে । ঘৰৰ পৰিয়ালো লৈ যাব লাগিছিল । এতিয়া নাটক কৰি লাভ নাই ।
@jitusaikia5652
@jitusaikia5652 18 күн бұрын
CM ye agateo anekoi khong utha dekhuwaisil , first time khailoi tar past he khong uthe
@bdsassamvlog2408
@bdsassamvlog2408 18 күн бұрын
Voj patile nakhai ki koribo...
@kukimahanta2815
@kukimahanta2815 18 күн бұрын
এই খন দেশৰ সাধাৰণ মানুহে এসাঁজ ভাতৰ বাবে চিন্তা কৰিব লগা হৈছে
@user-ot9oe7uy4m
@user-ot9oe7uy4m 17 күн бұрын
Khai pat poluwa
Smart Sigma Kid #funny #sigma #comedy
00:25
CRAZY GREAPA
Рет қаралды 26 МЛН
One moment can change your life ✨🔄
00:32
A4
Рет қаралды 17 МЛН
БОЛЬШОЙ ПЕТУШОК #shorts
00:21
Паша Осадчий
Рет қаралды 10 МЛН
Sania Nishtar, Susan Chira - Women Leaders in Global Health at Stanford | #WLGH17
16:24
Stanford University Center for Innovation in Global Health
Рет қаралды 25 М.
Smart Sigma Kid #funny #sigma #comedy
00:25
CRAZY GREAPA
Рет қаралды 26 МЛН