বিৰোধী বিধায়কক কি প্ৰত্যুত্তৰ দিলে মন্ত্ৰী পীযুষ হাজৰিকাই?

  Рет қаралды 179,424

News Live

News Live

Күн бұрын

Пікірлер: 908
@poharpatar2949
@poharpatar2949 3 жыл бұрын
এইতো উপর মাল পাগল হল😭😭😭😭😭😭
@beautykonwar427
@beautykonwar427 3 жыл бұрын
মুম্বাইৰ নিচিনা ধনী দেশ নেকি অসমৰ কাৰ লগত তুলনা কৰিছে এই ভক্ত জনে। তুমি দেখুন কংগ্ৰেছৰ পৰা যোৱা ভক্ত বাবো
@debojitborah2551
@debojitborah2551 3 жыл бұрын
মূৰত মাল নাইকিয়া 👹পাগল
@priyakhigogoi7469
@priyakhigogoi7469 3 жыл бұрын
Right, nijor poket gorm hoi ase j ki bujibo
@ramenrabha9606
@ramenrabha9606 3 жыл бұрын
পেট্ৰলৰ দাম তুলনা কৰি কি লাভ তেওঁ লোকৰ দৰে সুবিধা সমূহ দিয়াৰ ব্যবস্থা কৰক আৰু পেট্ৰলৰ দাম বেছি লওক, কাৰো আপত্তি নাথাকিব ।
@rudrabora9388
@rudrabora9388 3 жыл бұрын
অযোগ্য মন্ত্ৰী এইজন
@toxicscott5150
@toxicscott5150 3 жыл бұрын
Umm apuni juigo hol heten
@padmalalsharma390
@padmalalsharma390 3 жыл бұрын
Apuni ke kob besari se 🤣🤣
@Assamcivilservice
@Assamcivilservice 3 жыл бұрын
🙆🏻‍♂️🙆🏻‍♂️🙆🏻‍♂️😬
@policefarmingleader8863
@policefarmingleader8863 3 жыл бұрын
কি কব আহিছে হে । Khan sir ৰ ভিদিঅ চাব প্ৰেট্ৰল সম্পৰ্কে । International ৰ কথা কয় । বহুত ওপৰৰ মাল ।
@bharatsu322
@bharatsu322 3 жыл бұрын
সুন্দৰ প্রত্যুত্তৰ ।
@rupamdas4015
@rupamdas4015 3 жыл бұрын
কেন্দ্ৰীয় চৰকাৰ কাৰ ডাঙৰীয়া?? ওপৰৰ মাল নহয়, মূৰত মাল অলপ বঢ়াই লওঁক
@imzamamulhoque7862
@imzamamulhoque7862 3 жыл бұрын
tamam disa bea
@abinashtalukdar6035
@abinashtalukdar6035 3 жыл бұрын
সিহতে অামাৰ মুৰত একো নাই বুলি ভাবে নেকি।
@justthing9725
@justthing9725 3 жыл бұрын
Moza disa
@bhargabpratimkashyap6260
@bhargabpratimkashyap6260 3 жыл бұрын
Right bro pagol hol ai2
@zgashikrahman58
@zgashikrahman58 3 жыл бұрын
Mjja desa
@dhrubachetia2743
@dhrubachetia2743 3 жыл бұрын
Yes
@dhanjyotigogoi88
@dhanjyotigogoi88 3 жыл бұрын
এই প্ৰভুজনাক দেখিলেই এটা কথা মনত পৰে,, বহুত ওপৰৰ মাল,, কেন্দ্ৰীয় চৰকাৰে কি চাই আছে,, মূল্য নিয়ন্ত্ৰণ কৰিব পৰা নাই।
@sunitbora5138
@sunitbora5138 3 жыл бұрын
🤣🤣🤣
@dhanjyotigogoi88
@dhanjyotigogoi88 3 жыл бұрын
@@sunitbora5138 👍🙏🤣
@manjukerketta4750
@manjukerketta4750 3 жыл бұрын
Moiu tak likhibo loisilu 🤣🤣👍
@dhanjyotigogoi88
@dhanjyotigogoi88 3 жыл бұрын
@@manjukerketta4750 👍🙏
@uddiptadas6494
@uddiptadas6494 3 жыл бұрын
🔥🔥🔥🔥
@amrahman797
@amrahman797 3 жыл бұрын
All are control by Central Govt. International rate bohut kam
@dhonmoniaxom5721
@dhonmoniaxom5721 3 жыл бұрын
কি হৈছে নাজানোঁ বেলেগৰ একোৱেই নহয় কিন্তু দুখীয়া সকলৰ মূৰত মাধ মাৰ পৰি আছে অ দিনক দিনে । কিন্তু অখিল গগৈ ডাঙৰীয়াই যি কথা আগ বঢ়াইছিল সদনৰ মজিয়াত যি কথা কোৱা সদনৰ নিয়মে নহওকঁ বা তেখেতে তথ্য জনা নজনা কথাক লৈয়ে নহওকঁ, কিন্তু তেখেতে যি বক্তৱ্য আগ বঢ়াইছিল সেইয়া কিন্তু তেখেতৰ সাধাৰণ জনতাৰ প্ৰতি থকা আন্তৰিকতা আৰু সেই তেখেতৰ অনন্ত মনোভাৱক আমি কৃতজ্ঞতা জ্ঞাপন কৰিলো ।
@সময়ৰখোজবালিকুছি
@সময়ৰখোজবালিকুছি 3 жыл бұрын
দেশ, জাতী,আজি,বিপৰ্য্যয়ৰ পথত....... সেয়েহে সন্মানীয় বিধায়ক সকলে সন্মানীয় সদনত সু চিন্তাৰে গতি কৰা উচিত।
@Total_mad_556
@Total_mad_556 3 жыл бұрын
সুন্দৰ কথা কৈছে।
@unitedagricultureandfarmin4634
@unitedagricultureandfarmin4634 3 жыл бұрын
কেন্দ্ৰীত BJP চৰকাৰ ৰাজ্যত BJP চৰকাৰ তথাপিও কি বুজাব বিচাৰিছে। যিমান পাৰে মূল্য বৃদ্ধি কৰক আপোনালোকৰ ইচ্ছা।
@HussainKhan-ff3gs
@HussainKhan-ff3gs 3 жыл бұрын
পেট্ৰোলিয়াম মিনিষ্টাৰ ৰাজ্যৰ থাকে নে কেন্দ্ৰৰ থাকে । কেন্দ্ৰত কোন দলৰ চৰকাৰ ।
@smali942
@smali942 3 жыл бұрын
৪২০ কৰি মুল বিষয় সমুহৰ পৰা আতৰি আছা গাধহত। অসমত পেট্ৰলৰ দাম ৯৬.৩৮ প‌ইছা - এইটো হেনো ওপৰৰ মালটোৰ মতে অসমৰ বাবে ভাল খবৰ 😂😂😂😂😂 এওঁলোকৰ দৰে মানুহবোৰো এতিয়া মন্ত্ৰী। 😭😭😭
@tapandutta7449
@tapandutta7449 3 жыл бұрын
Amokha murkhok aasonir tup di diye ru tup gili,,vote Mari diye,,,,folafol anekuwai hoboy,,,,
@junakrajanimedia2246
@junakrajanimedia2246 3 жыл бұрын
পেট্ৰল ডিজেলৰ দাম যে অসমত অন্য ৰাজ্যৰ তুলনাত কম।বৰ গৌৰৱৰ কথা দেই মন্ত্ৰী মহোদয়।ভাল পাইছোঁ বাৰু আপোনালোকক,কমাই যে ৰাখিছে ।।😊😊
@mh0658
@mh0658 3 жыл бұрын
১০০ কৰি দিয়া,, আমিনো কিয় পিছ পৰি থাকিম ।
@covo871
@covo871 3 жыл бұрын
বেলেগ ইমান বোৰ ৰাজ্যৰ দাম বোৰৰ কথা যে ক'লে অৰুণাচলৰ দামৰ তালিকা খনো কিয় নক'লে । কৰ কাটল বোৰ অলপ কমাওক সাধাৰণ ৰাইজক বচাওক 🙏🙏
@apsaraassam548
@apsaraassam548 3 жыл бұрын
কৰ পৰা টপকিল! মই বহুত ওপৰৰ মাল দাম বাঢ়িলেও বাঢ়ক, মই গাদী পালো সতি-সন্ততিয়েও খায় শেষ কৰিব নোৱাৰে।
@axomiadhamali8491
@axomiadhamali8491 3 жыл бұрын
Aibur boki lav nai o ghonta... Bjp a sorkar korile.. Ki bal dal koribo parili tohoti.. Aibur likhi likhi a joli puri thak
@jbsfunzone420
@jbsfunzone420 3 жыл бұрын
@@axomiadhamali8491 sorkar krila buli ki ji mon jai take kribo naki ha
@bumonigogoi9709
@bumonigogoi9709 3 жыл бұрын
@@axomiadhamali8491 aami baruar mutoni khai aahila neki je manners naikiar dorey kotha koisa je..
@axomiadhamali8491
@axomiadhamali8491 3 жыл бұрын
@@bumonigogoi9709 kyo gat lagise nki... Bjp sorkar ahil ako.. 2026 loike thakibo... Tohoti ki koro kori thak... Ki ghonta koribi.. Aku hilabo nuarili j
@axomiadhamali8491
@axomiadhamali8491 3 жыл бұрын
@@bumonigogoi9709 kukuroni.. Joliso nki bjp sorkar k loi.. Joli thak.. Aku tu koribo nuaroi
@bitupondutta
@bitupondutta 3 жыл бұрын
মুম্বাই, দিল্লী এই সমূহক অসমৰ লগত তুলনা কৰাতো উচিত নহয় মন্ত্ৰী ডাঙৰীয়া। মুম্বাই অথবা মহাৰাষ্ট্ৰ, দিল্লী, ৰাজস্থান আদি সমূহ অসমৰ তুলনাত উন্নত ৰাজ্য, জন সমাগম অধিক, গাড়ী মতৰো বেছি। লগতে কাৰিকৰী আন্তঃগাথঁনিৰ কথাটো নিশ্চয় নকেলেও হব। তাৰ কল কাৰখানা, উদ্যোগ প্ৰতিষ্ঠান অসমতকৈ উন্নত। এয়া সত্য। তেনেস্থলত এই সমূহ ৰাজ্যত তেলৰ চাহিদাও বেছি হব ; ইয়াক অতি সহজতে অৰ্থনীতিৰ এটা নিয়মৰ দ্বাৰা প্ৰমাণ কৰিব পাৰি ( যত বস্তুৰ চাহিদা বেছি আৰু যোগান সীমিত তাত সেই বস্তুতোৰ মূল্য বেছি হয়)। গতিকে মন্ত্ৰী মহোদয়, অসমৰ আন্তঃগাথঁনিৰ প্ৰথমে মুম্বাই, দিল্লীৰ তুলনীয় কৰি লওক আৰু তাৰ পাছতহে অসমত সমগ্ৰীৰ মূল্য তুলনা কৰক অন্য ৰাজ্যৰ লগত। যদি অসমক দিল্লী, মুম্বাইৰ লগত তুলনা কৰিছেই তেনেহলে কেৱল পেট্ৰল ডিজেলৰ মূল্যয়েই কিয়, সকলো দিশ তুলনা কৰক। তুলনা কৰক অসমৰ উদ্যোগ প্ৰতিষ্ঠান আৰু মুম্বাইৰ। নোৱাৰে, কাৰণ এতিয়া অসমত আপোনালোকৰ চৰকাৰে ৰাজত্ব কৰি আছে। অসমৰ ৰাইজ অবুজ নহয়। আপোনালোকৰ মতাদৰ্শ অসমৰ ৰাইজে বুজি পাব অতি সোনকালে। অখিল গগৈক বিধানসভাত নিজ সমষ্টিৰ বাহিৰে অন্য কথা কবলৈ বিশ্বজিৎ দৈমাৰীয়ে অনুমতি নিদিয়ে কিন্তু আকৌ পিযুষ হাজৰিকাই আহ্বান কৰিছে অসমৰ এম এল এ সকলক অন্য ৰাজ্যৰ খবৰ ৰাখিবলৈ। আৰে, তেওঁলোক অসমৰ প্ৰতিনিধি, তেওঁলোকে অসমৰ ৰাইজৰ কথা চিন্তা কৰিবই। মূল্যবৃদ্ধি আপোনালোকৰ দৰে VVIP ৰ বাবে সাধাৰণ হব পাৰে কিন্তু ই সাধাৰণ নহয় খাঁটি খোৱা অসমীয়া ৰাইজৰ বাবে।
@montusaikia9966
@montusaikia9966 3 жыл бұрын
লোকৰ কথা চিন্তা কৰিব নালাগে আগতে নিজৰ ৰাজ্যৰ কথা চিন্তা কৰক,, আপোনালোকৰ কাৰনে ৯৭ টকা কম হ'ব পাৰে কিন্তু আমাৰ নিচিনা দুখিয়া, মধ্যবিত্ত লোকৰ বাবে ৯৭টকা য়ে বহুত বেছি।।।
@dhanjyotiborah2058
@dhanjyotiborah2058 3 жыл бұрын
অকল পেটেলৰ/ডিজেলৰ দাম বাঢ়িছে নে কি বাকী বস্তুৰ বঢ়া নাই । /
@munmunsaikia627
@munmunsaikia627 3 жыл бұрын
চৰকাৰৰ গড়ীত উঠি ঘূৰি-ফুৰা মানুহে কি বুজিব পেট্ৰলৰ দাম কম নে বেছি।
@tapandutta7449
@tapandutta7449 3 жыл бұрын
Congres r Dalali bilakei BJP gotike,,,bhal aasa koratu murkhamir bade aku nohoy
@assammistakegame1751
@assammistakegame1751 3 жыл бұрын
চৰকাৰ নহয় আমাৰ টকা
@ditulduttavlogs468
@ditulduttavlogs468 3 жыл бұрын
Hosa katha koisa
@samsingha6428
@samsingha6428 3 жыл бұрын
Dur pagol
@axomaxom5632
@axomaxom5632 3 жыл бұрын
এই‌‌ মজা আপোনাক ধন্যবাদ😀😀😀😀💯💯💯💯💯💯💯👍👍👍👍👍👍👍👍👍👍👍👍👍👆👆👆👆👆👆👆👆👆👆👆
@gutkasenafrat8019
@gutkasenafrat8019 3 жыл бұрын
Love you sir ❤️❤️❤️❤️
@abinashtalukdar6035
@abinashtalukdar6035 3 жыл бұрын
Petrol, diesel ৰ দাম কোনে control কৰে ঐ। অামাক বেল বনাব অাহিছে ।
@Babu-pz4rv
@Babu-pz4rv 3 жыл бұрын
aru vot dibi B J P K tahte
@Viralmaza123
@Viralmaza123 3 жыл бұрын
@@Babu-pz4rv 200 toka holeo vote dim..
@apsaraassam548
@apsaraassam548 3 жыл бұрын
@@Viralmaza123 অকৰা
@Viralmaza123
@Viralmaza123 3 жыл бұрын
@@apsaraassam548 BADARUDDINOR THU DIYA PANI KHOWA BHAKTO...GEDI
@apsaraassam548
@apsaraassam548 3 жыл бұрын
@@Viralmaza123 ডালাল
@samsingha6428
@samsingha6428 3 жыл бұрын
Good news sir
@hemantasaikia5076
@hemantasaikia5076 3 жыл бұрын
লোকৰ কথা নালাগে অমাক অসমত কমাটো লাগে.....
@rupdutta3305
@rupdutta3305 3 жыл бұрын
Mumbai aru Delhi kiman industry ase?? Aru Axom t kiman industry ase ? Sir kobo nki? Mane manuh r income nethakile petrol, Diesel kor pora bhorabo nu???
@khushisstudio8431
@khushisstudio8431 3 жыл бұрын
ভুটানে কেনেকৈ পেট্ৰ'ল আজি ৬০ টকাত দিব পাৰে সেইতো ক ।
@jayantadeka9623
@jayantadeka9623 3 жыл бұрын
Bhutan government a tax kom koi logai karon xihotor population kom aru development r kaam o kom
@KanakTaid98
@KanakTaid98 3 жыл бұрын
Bhutanot tool gate bharib nalage keneke nokomib
@simantadeka1601
@simantadeka1601 3 жыл бұрын
Xeibabe hoitu bhutanot vixari nyy...kom population besi population buli kunu ktha nyy...1 jon mnuhr jimn buget 100 jon mnuhoru akei buget bcz protitu bostur text vori asu....ondho vokto xokole 500 toka petrol hleu mone mone thkibo
@rupakkumarojah1343
@rupakkumarojah1343 3 жыл бұрын
Um hoy xeitu.
@jayantadeka9623
@jayantadeka9623 3 жыл бұрын
@@simantadeka1601 eke Budget nohoi Bhutanor development r kaam eku nai 2ta maan rasta aru kaitaman electrical project ase taku indian government a help kore.
@mixchannel1477
@mixchannel1477 3 жыл бұрын
মন্ত্ৰী পিযুজ ডাঙৰীয়া দম থাকিলে যি কোনো এটা সমষ্টিৰ পৰা অখিল গগৈ ডাঙৰীয়া ৰ দৰে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে জিকি দেখুৱাই দিয়ক । তাৰ পিছত ডাঙৰ ডাঙৰ ভাষণ দিয়ক ।
@hunigogoi7661
@hunigogoi7661 3 жыл бұрын
Central ত কাৰ চৰকাৰ? হাজৰীকা কি কথাবোৰ কৈ মানুহক মুৰ্খ বনাব বিছাৰিছ |
@jayantadeka9623
@jayantadeka9623 3 жыл бұрын
Atiya lock down r karone government r tax collection komi goise so tax komabo nuware government a poisa kor pora dibo
@sarnakatamili6360
@sarnakatamili6360 3 жыл бұрын
Good Comment
@rupaligogoi4929
@rupaligogoi4929 3 жыл бұрын
ডাঙৰীয়া , কেন্দ্ৰীয় চৰকাৰখন কোন দলৰ নো , কেন্দ্ৰীয় চৰকাৰে এতিয়া কি কৰি আছে
@dipudas6348
@dipudas6348 3 жыл бұрын
Very very good
@lovebirds2164
@lovebirds2164 3 жыл бұрын
Aww।।। petrol অৰ দাম 70 ৰ পৰা 100 হল গৈ , এইটো বুলে দাম কমিছে । 😂 মহাশয় আপুনি অংক শিকক আগত , পিছত মন্ত্ৰী গিৰি কৰিবা
@mrinmoypaban7529
@mrinmoypaban7529 3 жыл бұрын
মহোদয় মুম্বাই দিল্লীৰ লগত যে তুলনা কৰি কথা কৈ আছে তেতিয়াহ'লে উন্নয়নৰ তুলনা কিয় নকৰে !! মুম্বাই ভাৰতৰ অৰ্থনৈতিক ৰাজধানী আৰু দিল্লী দেশৰ ৰাজধানী। কিন্তু কিয় আজি অসমখনক দেশৰ ভিতৰত এটা কেন্দ্ৰ কৰি গঢ়ি তুলিব চেষ্টা কৰা নাই লাগিলে সেইয়া আৰ্থিক, সামাজিক বা স্বাস্থ্য যিকোনো শিতানৰ হওঁক। বোকা ছটিওৱা ৰাজনীতি বাদ দিয়ক জনতাৰ উন্নয়নৰ বাবে কাম কৰক। 🙏
@nokultaidtaid5121
@nokultaidtaid5121 3 жыл бұрын
এই অকৰাজন কি কৈছেহে, নিজৰ অসমৰ কথা কওক,,, তাৰমানে আনে ৰাস্তাত জেং পেলালে এইজনো পেলাব।
@RanjitDas-pz6rl
@RanjitDas-pz6rl 3 жыл бұрын
Nic
@Bikivlogs994
@Bikivlogs994 3 жыл бұрын
এতিয়া খোজে কাঢ়ি যাম চবতে পেটটোও কমিব নহয় নে?
@Refresh01
@Refresh01 3 жыл бұрын
বিৰোধী শাসিত ৰাজ্য সমূহৰ দাম খিনি কলে বিজেপি শাসিত ৰাজ্য সমূহৰ দাম খিনিও জনাব লাগিছিল..... আৰু মহোদয় মহাৰাষ্ট্ৰ আৰু দিল্লীৰ জনমুৰি আয় আৰু অসমৰ জনমুৰি আয় সমান নেকি..... আমি কিন্তু নাজানো..... 🙏🙏🙏.....
@RajuAli-yj5yp
@RajuAli-yj5yp 3 жыл бұрын
মানে ইহঁতে মূল্যবৃদ্ধি নকমাই আৰু বহাৱ সেইটো কৱ বিচাৰিছে
@toxicscott5150
@toxicscott5150 3 жыл бұрын
Murkho nokomabo buli kua nai. Botoman axomot olp komi ase dam. Covid poristiti val hole aneu komi jbo gadho goru bujili
@phenomenalbhaskar3390
@phenomenalbhaskar3390 3 жыл бұрын
Mohapondit sudirbhai, corona 2019t ahil, taarei agot daam bohra nasil neki? Covid gole daam komibo, baal kotha kobo ahiso
@simantadeka1601
@simantadeka1601 3 жыл бұрын
কভিড নাম লৈ ভাল দাম বহাই আছে ।ফ্ৰী injection dile ki hbo ...baki sob falor pora luti ase...nxai morat koi covid morai vall bhut...fltu govt
@RajuAli-yj5yp
@RajuAli-yj5yp 3 жыл бұрын
@@toxicscott5150 টুৰ 14 গুচটী গৰু মূৰ্খ । BJPৰ 3000 টকিযা গুলাম চালা
@tonmoyvlogs6211
@tonmoyvlogs6211 3 жыл бұрын
অসমৰ কথা লাগে আমাক ভোট দি আমি অসমৰ বাহিৰৰ কথা জানিব বিচৰা নাই মন্ত্ৰী ডাঙৰীয়া
@simantaborah4412
@simantaborah4412 3 жыл бұрын
দুখীয়া পৰিয়ালে কি খাইছে ইহঁতৰ দৰকাৰ নাই । ইহঁতে ভালকে খাবলৈ পালেই হ'ল । কি কাৰণে দাম বৃদ্ধি হৈ আছে কব নোৱাৰে
@bikalpophukan6008
@bikalpophukan6008 3 жыл бұрын
Agotkoi prai 20-30 toka petrolor dam komil ajir homoi loike.... Val lagil ... Bohut hukhi hoisu ami dangoria amar akhomot petrolor dam matro 97 rupees
@roiraio3251
@roiraio3251 3 жыл бұрын
ওপৰ মালতু ওপৰ কথা কবৈ আৰু 😁😁।
@rupjyotisaikia1789
@rupjyotisaikia1789 3 жыл бұрын
Xosa kotha koise,,, tohotor nisina tolor mal bure buji napabi
@bichitrahazarika2461
@bichitrahazarika2461 3 жыл бұрын
@@rupjyotisaikia1789 pijush r pukor seleka
@jeettamuly7413
@jeettamuly7413 3 жыл бұрын
এতিয়া গম পালা বন্ধু সকল । মূল্য বৃদ্ধি বাবে অসমত চিয়ৰ বাখৰ kori লাভ নাই । সব ওপৰত যাব লাগিবই । ওপৰৰ ওপৰৰ
@ramendranathdutta1305
@ramendranathdutta1305 3 жыл бұрын
সেই কাৰণে হ'বলা অসমত প্ৰতিবাদ কৰিব নালাগে ।ধিক্কাৰ এনে চৰকাৰী যুক্তিক ।
@bipulboruah7879
@bipulboruah7879 3 жыл бұрын
অখিল গগৈ জিন্দ্রাবাদ
@nayankakati4143
@nayankakati4143 3 жыл бұрын
অসমত দাম অলপ কমি আছে,, পাৰিলে মহাৰাষ্ট্ৰৰ সমান কৰি দিলে ভাল আছিল ।
@indrajittaye419
@indrajittaye419 3 жыл бұрын
বছৰে বছৰে petrol বাঢ়ি গৈ থাকিব নেকি।
@inglishvlogs1015
@inglishvlogs1015 3 жыл бұрын
ওপৰৰ মাল
@sofiqulislam3432
@sofiqulislam3432 3 жыл бұрын
ডুূূবাই ৪০ টকা কেনেকৈ হয়, আপোনালোকৰ দম নাই, কমাবে নোৱাৰে
@jpmu6272
@jpmu6272 3 жыл бұрын
পিয়াজ কাইটী, মিচা কথাৰ ফুলজাৰি কিমান মাৰিবা? চৰাইদেউত 98
@debasishdas8596
@debasishdas8596 3 жыл бұрын
Ai khon Axom hoi vai...eyat a oil produce hbo n Ami a besi daam a d kinibo laagay
@bhesojbaruah8725
@bhesojbaruah8725 3 жыл бұрын
এইবোৰ কথা শুনিব লাগিব বুলি জনা হলে এইটো ভিডিঅ" চাই সময় নষ্ট নকৰিলো হেতেন ।
@priyakhigogoi7469
@priyakhigogoi7469 3 жыл бұрын
Hosa kotha to moi u vabisu
@gunjanvlogs6300
@gunjanvlogs6300 3 жыл бұрын
100% Right
@হীৰক-চ৬ভ
@হীৰক-চ৬ভ 3 жыл бұрын
অসমতো 100 টকা হব লাগে। কিয় নো পিচ পৰি ৰৈছে। 🤣
@pankajdewraja3844
@pankajdewraja3844 3 жыл бұрын
সাংবাদিক বন্ধুসকল যোৱা ৪ বছৰৰ পৰা পেট্ৰল- ডিজেলৰ দাম কমিছে নে বাঢ়িছে। ২০১৬ চনত পেট্ৰল -ডিজেলৰ দাম ৬২-৭৩ টকা, বৰ্তমান ৯০-৯৬ টকা । এতিয়া মন্ত্ৰী জনে ক'ত দাম কমা দেখিলে???
@palashcomputer3307
@palashcomputer3307 3 жыл бұрын
বাঁহ অসম চৰকাৰ ইমান কম দাম অসমত ধন্যবাদ দেই
@jinturajtalukdar
@jinturajtalukdar 3 жыл бұрын
ইয়াৰো interview লয় ভগবান
@bimantechnical6656
@bimantechnical6656 3 жыл бұрын
Kisno❤️❤️❤️ Love you uparor mal
@amirhk2297
@amirhk2297 3 жыл бұрын
ইয়াকে কয় মুৰত মাল নোহোৱা কেন্দ্ৰত কাৰ চৰকাৰ আছে
@assambhabesh
@assambhabesh 3 жыл бұрын
#Example
@arnabpuzari184
@arnabpuzari184 3 жыл бұрын
Tax on Petrol , diesel or any crude oil is decided by central govt, how can a state government of Congress, AAP can lessen the price which is already fixed by centre
@rantuc3845
@rantuc3845 3 жыл бұрын
How much crude oil produce in Assam ...
@pankajsaikia2650
@pankajsaikia2650 3 жыл бұрын
লোকৰ তাত কিমান কি হৈছে আমাৰ শুনিবলৈ প্ৰয়োজন নাই মাত্ৰ অসমৰ কথা কওঁক কমাব পাৰিব নে নোৱাৰে । আৰু আপোনাৰ কথা সুৰ যি হৈছে মানে বুজিলো আৰু বাঢ়িব হে চাগে
@sunmonigogoi8978
@sunmonigogoi8978 3 жыл бұрын
Bht parise
@ashimhazarika4451
@ashimhazarika4451 3 жыл бұрын
Assamok delhi, mumbai, kolkata logot compare korile keneke hobo.
@niazchoudhury6842
@niazchoudhury6842 3 жыл бұрын
🤣🤣
@assamteach5579
@assamteach5579 3 жыл бұрын
Pijuj hajorika dangoria.... Next CM hobo sage
@pankajdas2249
@pankajdas2249 3 жыл бұрын
Tax বিলাক কমাই দিলে পেট্ৰোলৰ দাম কমিব ।
@runumasonowal1209
@runumasonowal1209 3 жыл бұрын
Axomor bahiror karmachari r dormoha bohut besi hekarone hihotor katileu appoti anai
@kbbkgameing7916
@kbbkgameing7916 3 жыл бұрын
অসমত বস্তৰ দাম বহুত বঢ়ায় ইছা ডাঙৰীয়া ফালটো চৰকাৰ🔥🔥🔥🔥
@manjulpathak4182
@manjulpathak4182 3 жыл бұрын
হয় মহাশয় , অসমত তুলনামূলকভাৱে দাম কম হৈ আছে কিন্তু আন্তৰ্জাতিক মূল্যৰ তুলনাত আমাৰ দেশত হোৱা মূল্য বৃদ্ধি অধিক বোধ হয় । কেন্দ্ৰীয় কৰৰ বাবে । কভিদৰ বাবেই হওক বা অন্য ৰাজহ বৃদ্ধিৰ বাবেই হওক, বৃদ্ধি হৈছে । আমাৰ দৰে সাধাৰণ জনতাই কষ্ট অনুভৱ কৰিছোঁ । দেশৰ অৰ্থনীতিৰ সুস্থিৰতাৰ বাবে মানি লৈছোঁ। পিছে আৰু বৃদ্ধি নহয় যেন । পৰৱৰ্তী সময়ত কমাৰ কিবা সম্ভাৱনা ?
@mamonikonch3132
@mamonikonch3132 3 жыл бұрын
কি পাগল বকি আছ ঐ পিয়াজ । তাতকৈ আইমী আগত কগৈ যা পাগল
@abhijitbordoloi8524
@abhijitbordoloi8524 3 жыл бұрын
Ki koise akol ki pretol dam he nke bjp govement hua lgte xaklu bastu dam bahise .5 years ako job jib nuarile bjp gvmt .akhil goigoi sir jindabad. Thank you akhil sir kaku nereb akhil sir.apunire jdi kiba kreb pare .apuna uprte asha.
@pankajdas2249
@pankajdas2249 3 жыл бұрын
অসমত পেট্ৰোলৰ দাম বঢ়াৰ কাৰণে খোজকাঢ়িব লগা হৈছে ।
@rimjhimdevi529
@rimjhimdevi529 3 жыл бұрын
When the base price is very less compared to the previous year...Before it was 47.83 per liter. And now it is 34.84 according to the data. So it's a good thing that now they can reduce the state and the central tax. But instead of that, they are increasing more tax..If I m not wrong approx 32% of the tax collected by the Central Government and 22% of the tax collected by the State Government...We all the people know that now all the states of India going through a crisis even Assam too...So both State and Central governments must need money.But this is not the way to increase the tax on fuels...Both the Government should look into this matter. And Mr.Hazarika there is a hand of both the Governments in the hiking price of Petrol and Diesel.
@aftabulchoudhury8860
@aftabulchoudhury8860 3 жыл бұрын
এইজন একেবাৰে অযোগ্য মন্ত্রী
@sujeetbarobaro
@sujeetbarobaro 3 жыл бұрын
ki kuya bhai amar question asay assot kitya komibo...ami belak stateor price khuda nai....
@studystudionew4229
@studystudionew4229 3 жыл бұрын
বেলেগ ৰাজ্যত আমি বাস কৰা নাই, গতিকে বেলেগ ৰাজ্যৰ লগত তুলনা কৰিব নালাগে।
@crossdresserparlourandouti2023
@crossdresserparlourandouti2023 3 жыл бұрын
দলবাগৰা,হিমন্ত বিশ্ব ঘৰৰ চামচা ফাচীবজাৰৰ বেপাৰীৰ চৰখোৱা চিন্দিকেটৰ দালাল৷ তোৰ মালিক হিমন্তক বাদ দিলে তোৰ কি ভিলো আছে ? পকৰ জ্বলাই দিছে অখিল গগৈয়ে ৷ সিংহৰ গুজৰণিত শিয়ালে গাতত সোমাবলৈ বাধ্য হৈছে ৷ অখিল গগৈৰ দললৈ আহিলে অখিলে তোক C.Mপাতিব আহি যা ৷
@babul4463
@babul4463 3 жыл бұрын
Right....
@harmohankalita2903
@harmohankalita2903 3 жыл бұрын
লজ্জা জনক মন্তব্যৰ বাবে ধ্বীকাৰ দিছোঁ ।
@dkbosstechhy4892
@dkbosstechhy4892 3 жыл бұрын
Century
@baalkalakar5539
@baalkalakar5539 3 жыл бұрын
Adhyokho tu moja bonaise dei😂😂😂😂
@apsaraassam548
@apsaraassam548 3 жыл бұрын
একপক্ষীয় অধ্যক্ষ। BJP মানুহ
@tayeomebornali6081
@tayeomebornali6081 3 жыл бұрын
98.97 টকাকৈ পেট্ৰল বঢ়াই আহিছো। আৰু বেলেগ দেশৰ দৰে আমাৰ অসমত কিহৰ সংস্থাতাপন দি আছে ?সকলো অসমৰ নাগৰিকক । কৃষক ক দি আছে বছৰত ৬০০০ টকাকৈ । ২ মাহৰ মূৰে মূৰে ২০০০ টকাকৈ । এই টকা ল'ব যাওঁতে গাড়ীৰ বাঢ়া অহা যোৱা খৰচ ৫০০ টকা । কিবা কিবি খায় ঘৰত আহি পায় ১২০০ টকা । কিহৰ ওপৰত উন্নতি আনিছে মূল্য বৃদ্ধি চৰকা?? ধিক্কাৰ দিছো অসম চৰকাৰক ।
@harmohankalita2903
@harmohankalita2903 3 жыл бұрын
You should know yourself that the price of petrol and diesel are controlled by central government. As a minister you should know well the situation.
@bibekanandapegu9694
@bibekanandapegu9694 3 жыл бұрын
BJP....Go.back..go..back....
@manojtalukdar6647
@manojtalukdar6647 3 жыл бұрын
পেট্ৰল -ডিজেলৰ দাম কোনে নিয়ন্ত্ৰণ কৰে 😋😇😂😭😭😭 প্ৰথমে কওক ;
@jayantadeka9623
@jayantadeka9623 3 жыл бұрын
State aru centre 2 tai tax logai
@jayantadeka9623
@jayantadeka9623 3 жыл бұрын
Assamotkoi Rajasthan Maharashtra ot state tax besi
@alomkhan3576
@alomkhan3576 3 жыл бұрын
Val din dekhuaui ase amak ami he buji napaw...ki je hobo
@ambahadur6895
@ambahadur6895 3 жыл бұрын
@@jayantadeka9623 correct
@nibarangogoi2952
@nibarangogoi2952 3 жыл бұрын
আমাৰ ইয়াত কিয় দেৰি কৰি আছে. ইয়াতো কৰি দিয়ক. অসম খন মোমবাই ৱনাই দিয়ক. এনেও ইয়াত ওপৰৰ মাল বোৰ আছে.
@rubuldutta2549
@rubuldutta2549 3 жыл бұрын
এনে জ্ঞানী টো ৷ মাজে মাজে ইংৰাজী ও মাৰে ৷ Tution লৈছে নেকি ? চেস্টা কৰিছে ৷ পাৰিব future আছে ওপৰৰ মাল যে
@anilbora2237
@anilbora2237 3 жыл бұрын
অসমৰ বিধায়কে বিধানসভাৰ বাহিৰতহে "হুৱা, হুৱা 🦊" চিঞৰে। ভিতৰত বেছি সময় নেথাকে। থাকিলেও মাছৰ বজাৰৰ দৰে হয়। বস্তুৰ দামৰ বিষয়টো গুৰুত্বপূৰ্ণ সাধাৰণ জনতাৰ বাবে । Congress ✋ ৰ বাবে নহয় কাৰন সিহঁতে দিচাং Resort, জয়পুৰ🏨, Luxury 🚆🚌🚐আদিত ঘূৰি ফুৰে আৰু চকুপানী🐊টুকে।
@kunalnath7086
@kunalnath7086 3 жыл бұрын
Chiii🥵
@khaijuluddin252
@khaijuluddin252 3 жыл бұрын
Oh aijon montri dekhun gutai list loi bohise khub mojah
@hemantatamuli7104
@hemantatamuli7104 3 жыл бұрын
Sagole nakhai ki Pagole negai ki
@amritwithall7517
@amritwithall7517 3 жыл бұрын
এইবোৰ অন্যায় হৈছে।
@sanjubhuyan3911
@sanjubhuyan3911 3 жыл бұрын
Sr plz নিজৰ জাগাৰ ভিতৰত দাম টো কমাওক
@abhijitbordoloi8524
@abhijitbordoloi8524 3 жыл бұрын
Akhil goigoi sir jindabad
@bhaskareverythings827
@bhaskareverythings827 3 жыл бұрын
আৰে ইয়াক কোনে মাতিলে ও ।।।
@lakheswar85music79
@lakheswar85music79 3 жыл бұрын
International markets ot 34pettrol.
Я сделала самое маленькое в мире мороженое!
00:43
Я сделала самое маленькое в мире мороженое!
00:43