Рет қаралды 32,948
ঠগ-প্ৰৱঞ্চনা-জালিয়াতিত অদ্বিতীয় মৃদুপৱন। নিৰুদ্দেশৰ পূৰ্বে ৰাজ্যৰ এটা ছেটেলাইট চেনেলৰ মালিক হ'ব খুজিছিল মৃদুপৱন নেওগ। চেনেলৰ মালিক পক্ষক অগ্ৰীম ধনৰূপে আদায় দিছিল প্ৰায় ২ কোটি টকা। পিছে কি আছিল প্ৰৱঞ্চক মৃদুপৱনৰ সেই ধনৰ উৎস ?
News Daily 24 is a satellite television channel from Assam, bringing you every day the most comprehensive bouquet of news, comments and analysis.
Facebook: /nd24assam
Twitter: /nd24_news
Instagram: /nd24_news/
Telegram: ND24Updates