KZ
bin
Негізгі бет
Қазірдің өзінде танымал
Тікелей эфир
Ұнаған бейнелер
Қайтадан қараңыз
Жазылымдар
Кіру
Тіркелу
Ең жақсы KZbin
Фильм және анимация
Автокөліктер мен көлік құралдары
Музыка
Үй жануарлары мен аңдар
Спорт
Ойындар
Комедия
Ойын-сауық
Тәжірибелік нұсқаулар және стиль
Ғылым және технология
Tikhor - Achurjya Borpatra X KLANZ (Lyrical)
4:21
Зу-зу Күлпаш 2. Интернет мошенник
40:13
Un coup venu de l’espace 😂😂😂
00:19
Don't look down on anyone#devil #lilith #funny #shorts
00:12
Кәсіпқой бокс | Жәнібек Әлімханұлы - Андрей Михайлович
48:57
Зу-зу Күлпаш 2. Интернет мошенник
40:13
Bohag Ahil - Achurjya Borpatra | KLANZ | Paplu Chetia | Torali 2024
Рет қаралды 1,491,905
Facebook
Twitter
Жүктеу
1
Жазылу 1,5 МЛН
Achurjya Borpatra Official
Күн бұрын
Пікірлер: 1 100
@klanzmusic
9 ай бұрын
Xokoluwe Geet ti Adorilua Babe Dhonyobad ❤️🙏🏻
@NamitaMohan-mu9tz
6 ай бұрын
Bohut bhal lagisa
@hiteswarpanging1212
3 ай бұрын
Q
@hiteswarpanging1212
3 ай бұрын
Qq
@kakulibora8103
9 ай бұрын
আগ্ৰহেৰে ৰই আছিলোঁ অৱশেষত আহিল ২০২৪ ৰ তৰালী🎉❤বহুত শুভ কামনা দাদা 🎉🎉 গোলাঘাট ৰ পৰা মৰম যাচিলোঁ ❤❤
@MintuPhukan-x3f
9 ай бұрын
Yup yup popup up
@randeepzg1962
9 ай бұрын
উত্তৰ লখিমপুৰৰ পৰা বহুত বহুত মৰম জাচিলো আপোনাক ককাইদেউ 🙏♥️ ইমান ধুনীয়া গান এটা উপহাৰ দিয়া কাৰণে
@rajibrabha839
9 ай бұрын
ককাইদেউৰ গীতত কিবা এটা নতুনত্ব পোৱা যায় ❤🔥বহুতেই ধুনীয়া লাগিল শুনি ❤❤
@kingkohli4856
9 ай бұрын
আচুৰ্য্য দাক ভালপোৱাবোৰে like এটা কৰি দিব 👍 plz জয় আই অসম ।
@adivwashivlogger4177
5 ай бұрын
Joi ai akhom
@Nx__puwali
9 ай бұрын
নামৰুপৰ পৰা তোমালৈ বহুত মৰম যাঁচিলো দাদা☺️☺️মাঘ বিহুৰ আগতীয়াকৈ শুভেচ্চা জনালো😊😊এনেকৈ এ আগবাঢ়ি যোৱা😀আমাৰ মৰম তোমালৈ সদায় থাকিব❤️❤️❤️
@Izaz_Official
9 ай бұрын
বছৰটো ধৰি অপেক্ষা কৰি থাকোঁ আমাৰ হেপাঁহৰ তৰালি এলবাম খনিলৈ 😢❤
@bhabennath2023
9 ай бұрын
ইমান ধুনীয়া বিহুসুৰীয়া গীত আমালৈ বুলি উপহাৰ দিয়াৰ বাবে ধন্যবাদ @Achurjya Borpatra da❤
@niyorbikashgogoi2500
9 ай бұрын
ককাইদেউ লগতে ব'হাগ আহিল গীতটো লগত জড়িত হৈ থকা সকলো লৈকে শিৱসাগৰৰ পৰা বহুত বহুত শুভেচ্ছা জনালোঁ মৰম যাছিলো 💝🙂😇
@jintu7733
9 ай бұрын
খুব ভাল হ'ব , আগৰ বোৰৰ দৰে 💐🥳 superb quality song
@niyorbikashgogoi2500
9 ай бұрын
আগৰ গীত বোৰ দৰে এই গীতটো জুই হ'ব ককাইদেউ 🔥🎉🤗🥰
@ilandprince
9 ай бұрын
AB DA YOU ARE OSM SINGER❤ I LOVE YOU
@Riyan_Rajbanshi_
9 ай бұрын
@@ilandprincegay nki toi
@EliyajarSurin-hc3hh
6 ай бұрын
Hey bro I'm from jharkhand this song is very nice and very cultural ❤❤.I can't understand this language but this song is very nice ❤❤and tune is amazing 😍😍.
@Kingdom55cc
9 ай бұрын
ককাইদেউ হিলাই দিয়ক 💖💫💝 " কিযে তোমাৰ ৰূপলাবণ্য দেখি পাগল হৈল মন ভাৱনাতে বিয়াকুল মন " = UFF 💗💓💞
@bishaldeka9450
9 ай бұрын
আচুৰ্য বৰপাত্ৰ দা ❤️ আপোনাৰ গান ১মাহত এটা লাগে 😊 কি নো কম আপোনাৰ গানৰ কথা শুনিলে শুনি থাকিব মন যায় ❤ এইটো গানো ভাল লাগিৱ বুলি আশা থাকিল ❤ বেলেগতকৈ বেলেগ আপোনাৰ গান বিলাক সচাই বহুত ভাল লাগে আপোনাৰ গান শুনি ❤ আচুৰ্য বৰপাত্ৰ দাক ভালপোৱা বোৰে লাইক এটা এটা কৰি যাৱ 💞👍👍🫀
@mahim_kr_nath_GPL
9 ай бұрын
ককাই ধুনীয়া লাগিছে গীত টি শুনি বহুত অপেক্ষাৰ পিছত❤
@oukhymimi
9 ай бұрын
KLANZ মানেই পেঁপা ❤️🔥 আচুৰ্য দা সদায় হৃদয়ত ❤️🥰
@Jitu_Gohain
9 ай бұрын
Pepa kune bojaise sailuwa klanz a nhoi
@alltypesjadav3060
9 ай бұрын
মাঘ বিহুৰ চৌদিশে বাজিব আপোনাৰ গান । আগতীয়াকৈ শুভেচ্ছা জনালোঁ
@shirumoniborah5059
9 ай бұрын
আচুৰ্য দাৰ লগতে সমূহ অসমবাসীক ইংৰাজী নৱবৰ্ষৰ লগতে আগন্তুক ভোগালী বিহুৰ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ ❤
@xingphomusic
9 ай бұрын
Always Favourite Achurjya Da and Klanz ❤😊
@DinaBorah-k8y
9 ай бұрын
Moja গান Love from শিৱসাগৰ ❤
@sunitsagarchutia1753
9 ай бұрын
Boss ❤ শুভেচ্ছা জনালোঁ ❤
@debendrabarman2272
9 ай бұрын
Waaaaaaahhhhhhhhhh ki Moja Moja Moja Moja, Bor Xundar singing . Val lagil Xuni 💖💖💖💖💖💖💖💖💖💖👌👌👌👌👌👌👌👌👌👌👌👌👌👌
@taralideka1113
9 ай бұрын
বহুত ধুনীয়া হৈছে দাদা ❤ আপোনাৰ সকলোবোৰ গানে প্ৰিয় ❤
@porihazarika224
9 ай бұрын
ইংৰাজী নৱবৰ্ষৰ হিয়াভৰা ওলগ জাছিলো❤❤❤ লগতে গীতটি চুপৰ দুপৰ হিত হবলৈ শুভেচ্ছা জনালো❤😊😊😊🎉
@purnimarongpee624
9 ай бұрын
Km
@EvalovesRoblox34
9 ай бұрын
Tq
@dhrubajyotideuri5552
6 ай бұрын
tq
@assamrockstar7314
9 ай бұрын
বহুত আশা আৰু আগ্ৰহেৰে ৰৈ আছিলো Achurjya da❤ ।। শিৱসাগৰ ৰ পৰা মৰম যাচিলো।। ❤❤🎉🎉
@pagolsoraiZG
9 ай бұрын
সুন্দৰ কন্ঠ ❤️🔥 কামৰূপৰ পৰা মৰম যাছিলো ❤️😍
@Gogoi265
9 ай бұрын
তৰালী সদায়ে প্ৰিয়❤❤❤
@anushreeborpatra3762
9 ай бұрын
বহাগ অহাৰ বাতৰি পাই বহাগীও পিছে পিছে আহিল❤️
@memesworld8701
9 ай бұрын
Achurjya + KLANZ = 🔥🔥 সকলোকে মাঘ বিহুৰ শুভেচ্ছা জনালো ❤
@ARINDOM111
9 ай бұрын
Nohoi... Zubeen + klanz =......
@SuntuGogoi-bt5dp
9 ай бұрын
Blast
@swapneeldas793
9 ай бұрын
গীতটিৰ লগত জড়িত প্ৰত্যেকজন ব্যক্তিলৈকে শুভেচ্ছা থাকিল 🎉 লগতে সকলোলৈকে আগন্তুক নৱবৰ্ষ আৰু ভোগালী বিহুৰ শুভেচ্ছা থাকিল 💙
@borawikash5343
9 ай бұрын
প্ৰিয় কণ্ঠশিল্পী জনৰ বাবে এটা লাইক ❤👍
@DurloveBorah-oc8ir
9 ай бұрын
❤️❤️
@TutuBosumatari
9 ай бұрын
Unlimited song❤ Love from Golaghat ❤🥰
@Anuragmusic_
9 ай бұрын
ভাল লাগিল দাদা ❤❤❤ অতি সুন্দৰ ❤ আগুৱাই যোৱা তাকেই কামনা কৰিলো ❤❤❤ 🎉🎉🎉🎉🎉 মাঘ বিহুৰ শুভেচ্ছা জনাইছোঁ 🙏
@alexx_rahmanmisbah2031
9 ай бұрын
সকলো লৈকে নববৰ্ষৰ শুভেচ্ছা জনালো। লগতে গানটো 🔥🔥🔥
@kumarsonar2073
6 ай бұрын
Fabulous, fantastic songs extraordinary, I like it very much 😍
@j.r213
9 ай бұрын
ককাদেউ গীত বোৰত সদায় নতুনত্ব পোৱা যায়❤
@hari0552
9 ай бұрын
ভাল লাগিছে কেলা😊 @achurjya Dada..
@mr.thengal__
9 ай бұрын
Dadr gan huni bhut bhut vl lgee ❤
@jitumaramivlogs
9 ай бұрын
বৰ ধুনীয়া গীত এটি আগবঢ়ালে ভাল লাগিল ❤❤❤
@namitaboroboronamita1051
9 ай бұрын
সদায় প্ৰিয় 💝✨
@sunubaruah1818
9 ай бұрын
Torali is emotion ❤
@adityaborah781
9 ай бұрын
আপোনাৰ মাত অত যাদু আছে। ধুনীয়া গান🙏😍
@rajroktimofficial9844
9 ай бұрын
কিবা এটা শুনি ভাল লাগিছে,,, ❤❤
@nabajyotiofficial6125
9 ай бұрын
অপেক্ষা ৰ অন্তত তৰালি আহিল❤🎉
@Avyaan_Creation
9 ай бұрын
Finally অপেক্ষাৰ অন্ত পৰিল ❤🥰
@ankurchamuachannel5191
9 ай бұрын
Love from dibrugarh khowang 🥰❤️
@swapneeldas793
9 ай бұрын
অজানিতে মাঘৰ সলনি 'ব'হাগ আহিল' 🫶🏻❤️ 🥺💗
@achurjyapritom6832
9 ай бұрын
Achurjya da apunr song bur music bur Amezing ❤🔥🔥🔥 Love you Kokai🎉😊
@giringogoi4847
9 ай бұрын
শুভেচ্ছা জনাইছো ককাই💐
@itsc7258
9 ай бұрын
Lots of love from odisha, happy new year sir
@brojenneog7494
9 ай бұрын
Bhut dhuniya lagil dai huni...Li love you achujya da❤️❤️❤️❤️❤️
@TriluchanBorah
9 ай бұрын
Waiting achurjya da❤❤❤
@jugaldas7981
9 ай бұрын
চহৰীকটা পৰা মৰম যাচিলো (লেঙেৰী)❤❤
@truetezcom3693
9 ай бұрын
এইবাৰ বিহু এইটো গীতেৰে ❤
@jeetsaikia496
9 ай бұрын
সুন্দৰ ককাই🎉❤
@akunaigaming4678
9 ай бұрын
আপুনিয়ে তো সেই জন যাৰ গানৰ বাবে সদায় অপেক্ষা কৰি থাকো ভালে থাকক সদায় ❤❤❤❤❤❤❤❤❤❤❤❤
@MrParthaSaikia12P
9 ай бұрын
Vl lagil xuni gantu ❤❤
@Whoplays-h6h
9 ай бұрын
Love from Brilliant Academy North Lakhimpur❤
@RidipChetia-j6c
9 ай бұрын
Finely 2024 or torali k log pai vl lagil dada.. happy new year dada..
@porihazarika224
9 ай бұрын
Awesome music dada❤❤❤
@bogakaioffice4430
9 ай бұрын
নতুন বছৰ বুলি বৰ্তমান এই গীত টু এ সুন্দৰ লাগিছে
@DiprajTube
9 ай бұрын
তৰালী i love you❤ লাইক এটা Achurjya দাৰ বাবে
@AxomPlaYz1
9 ай бұрын
2024 Advance Congratulations 😊🎉
@sasankasuman3677
9 ай бұрын
Love From Nalbari ❤❤❤
@mitalibora8222
7 ай бұрын
আগৰ গীত বোৰ দৰে এই গীতটো জুই হওক
@anushreeborpatra3762
9 ай бұрын
আগন্তুক নতুন বছৰৰ শুভেচ্ছা জনালোঁ প্ৰিয় ❤
@SUBRATDUWARAH
9 ай бұрын
আচুৰ্য বৰপাত্ৰ দাই জুই দেই ❤ এইবাৰ🎉 হে এইবাৰ 🎉❤
@ASSAMYAME-fv4oz
9 ай бұрын
One like for @Achurjya Bornatra❤
@mintugogoi8186
9 ай бұрын
😂😂
@jituborgohaibaba9151
9 ай бұрын
Yehhhh, that's call KLANZ .. power 💥💥Vibe💥💥Achuiya Da ❤❤❤
@K1nsuk_Tv
9 ай бұрын
Achurjya Borpatra + KLANZ "Best duo"✨❤️
@jbtezpurvlog3080
9 ай бұрын
Mja de happy new year
@Bestshortzss
9 ай бұрын
Achurjya +klanz =🔥💥✅
@Karunajyoti-go6kx
9 ай бұрын
Bohut mojjjjjjaaa lagil song tu ❤😊🔥🔥🔥🔥🔥🔥😍
@AxomPlaYz1
9 ай бұрын
_____KLANZ + ACHURJYA BORPATRA ❤🔥.... LOVE FROM SIVASAGAR 😊🎉____
@rbgaming8960
9 ай бұрын
Finally new year new songs❤
@Dipali_choudhury
9 ай бұрын
No.18 Trending song so proud moment 🎉🎉🎉🎉
@jyotimoychutia5863
9 ай бұрын
Love from brilliant academy❤
@banjyotinathcreator7882
9 ай бұрын
One like for @Achurjya Borpatra
@subhrangshudutta7616
9 ай бұрын
Tur tat kele like korim ako ...Direct dada k like korim
@sudarshansarma07
9 ай бұрын
Video tut like korok iyate like korile ki ghoti tu hb🥱
@subhrangshudutta7616
9 ай бұрын
@@sudarshansarma07 thikei koisa .....gou tu aeitu
@subhrangshudutta7616
9 ай бұрын
@@banjyotinathcreator7882 muk bau nai diya ...blg k nu kele diso
@nirajgogoi3759
9 ай бұрын
Why?
@LxSonjivPhukon
9 ай бұрын
🔥🔥🔥🔥❤️💘 Love from Golaghat ❤️❤️
@diptadihingia8282
9 ай бұрын
নিলা কৈ চকুৰে গীতটো শিৱসাগৰ বকতা দিহিঙ্গীয়া গাঁৱৰ বিহুত আজি প্ৰায় ১০ বছৰ আগতে প্ৰবীন দিহিঙ্গীয়া মুখত শুনা প্ৰথম পাইছিলো।
@ArjunTamang9464
9 ай бұрын
Wow Awesome.super hit Achurjya dah. Badhai Chha all Team. Happy New Year all in advance 🙏🎇 Love frm Golaghat
@anamikagogoi7373
9 ай бұрын
17 on trending ❤❤ Congratulations achurjya daa❤❤
@dipugogoi118
9 ай бұрын
❤❤❤সুন্দৰ❤❤
@chandanabarman7683
9 ай бұрын
Amazing song ❤ and voice ❤
@manojtalukdar5840
9 ай бұрын
Dada apunr song tu juiii hb goi asa 🔥🔥🔥 very looking nic 👌
@abhinashboro5485
9 ай бұрын
Ultimate song 😊love from sivasagar ❤
@TheKA81Rider
9 ай бұрын
ককাইদেউ আমাৰ ♥️জুই🔥🥰😍✨✨🫰❣️💕💞 বহুত বহুত মৰম কাৰ্বি আংলং ৰ পৰা ♥️🙏
@kushalboruah2397
5 ай бұрын
One like for klanz❤
@pobagourab6900
9 ай бұрын
Bhabonate Biyakul mon❤❤❤
@Cranum00
9 ай бұрын
Like for klanz bhai
@bishalfitnessassam
9 ай бұрын
Nice song Dada ❤❤❤❤
@Jayantabaruahvlogs
9 ай бұрын
মাঘ বিহুত ফালিব লাগিব । সকলো লৈকে মাঘ বিহুৰ শুভেচ্ছা জনালোঁ । লগতে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ ❤🙏
@taruntrinayan
9 ай бұрын
বেলেগতকৈ বেলেগ মানুহজন । সেইকাৰণে জীৱনৰ অন্তিম দিনটোলৈকে আপুনি প্ৰিয় হৈ থাকিব ।
@Cutepiu-d5h
9 ай бұрын
So beautiful song ❤️❤️😊
@entity8370
9 ай бұрын
জুই ককাইদেউ❤
@biplabhazarika8117
9 ай бұрын
মাঘ বিহুত বাজিব এইবাৰ এই গান টি।❤❤
@RanjanPradhan-ft7ui
6 ай бұрын
Magical voice ,love from Odisha ❤
@njyotithangta999
9 ай бұрын
Outstanding 💓
@MiaLaLaMusic
5 ай бұрын
Thank you for creating such a special song and video. It has made my day brighter!
@bitushchetia6608
9 ай бұрын
আচুৰ্য দাৰ গান 🔥❤ সকলোকে মাঘ বিহুৰ হিয়াভৰা ওলগ যাচিলো❤❤❤❤❤
@DhunuGogoi-rd1he
9 ай бұрын
Jui🔥🔥🔥 magohor bhihu agt aru gan lage pura hitt
4:21
Tikhor - Achurjya Borpatra X KLANZ (Lyrical)
Achurjya Borpatra Official
Рет қаралды 2,7 МЛН
40:13
Зу-зу Күлпаш 2. Интернет мошенник
ASTANATV Movie
Рет қаралды 611 М.
00:19
Un coup venu de l’espace 😂😂😂
Nicocapone
Рет қаралды 10 МЛН
00:12
Don't look down on anyone#devil #lilith #funny #shorts
Devil Lilith
Рет қаралды 46 МЛН
48:57
Кәсіпқой бокс | Жәнібек Әлімханұлы - Андрей Михайлович
QAZSPORT TV / ҚАЗСПОРТ TV
Рет қаралды 384 М.
40:13
Зу-зу Күлпаш 2. Интернет мошенник
ASTANATV Movie
Рет қаралды 611 М.