বৰ ধুনীয়া। এইখন আৰু মোৰ শেষ গান দুয়োখন চিনেমাৰ মাজত অলপ মিল আছে। কিন্তু দুয়োখন সুকীয়া।।ধুনীয়া।
@allmitratalkies98812 жыл бұрын
বকুল 2015 চনত বনোৱা
@anantasaikia89152 жыл бұрын
ভাল বোলছবি এখন চালোঁ…বৰ্তমানৰ সমাজব্যৱস্থাৰ বহু ছবি চিত্ৰায়িত হৈছে।সমাজবাদী(কমিউনিষ্ট) নেতাৰ ভুল-ত্ৰুটিবোৰ দেখাই দি সমাজবাদৰ প্ৰাসংগিকতা প্ৰকাশ কৰাতো অতি সুন্দৰ প্ৰচেষ্টা।ধন্যবাদ।🙏
@nivagoswami91972 жыл бұрын
বৰ ভাল পালো চিনেমাখন চাই। কিছুমান দৃশ্যৰ আৱেদন ইমান শক্তিশালী যে মই বাৰে বাৰে চাইছোঁ। বৰ্তমান বজাৰত অন্য ৰুচিৰ চিনেমাৰ পয়োভৰ বেছি হৈ আছে। কিন্তু এটা সৃষ্টি কেতিয়াও শেষ হৈ নাযায়, প্ৰজন্মৰ পাছত প্ৰজন্মই এই সৃষ্টিৰ শলাগ ল'ব, সেয়া মোৰ দৃঢ় বিশ্বাস। আপোনালোকলৈ বহুতো শুভকামনা পঠিয়ালোঁ। 🌻🌻🌻
Wow... what a piece of work. Bohut dinor pora huni asilu movie khonor kotha huni asilu aji sabole pai bohut val lgise aru logote 4-5 bosor agor Biswanath Chariali khon dekhi nostalgic hoi goisu. Hosake bohut bohut besi val lagil 😍😊
Thank you for this. One of my all time favourite Assamese film it is 🤍. Have seen it long back in moviesaints and now feels so good to see it here. I feel this is something everyone should experience !
@SikshavoralAS133 ай бұрын
আচৰিত😮
@dhanjitrajbongshi8209 Жыл бұрын
ছবিখন চাই কিবা এটা ভাল লাগিছে, দুবাৰ চালোঁ।
@hepah26912 жыл бұрын
কি সাংঘাতিক অভিনয় আটাইৰে...!অসমীয়া চিনেমাই মোহ লগাই থাকক এনেকৈ..!
Art বুজি নোপোৱা মানুহে Art film নোচোৱাই ভাল। এই কথাছবি খন Artistic mind এটা থাকিলেহে ছবিখনৰ abstract খিনি বুজি পাব পাৰি। চিত্ৰশিল্পী হিচাপে মোৰ অনুভৱ এইয়া।