KZ
bin
Негізгі бет
Қазірдің өзінде танымал
Тікелей эфир
Ұнаған бейнелер
Қайтадан қараңыз
Жазылымдар
Кіру
Тіркелу
Ең жақсы KZbin
Фильм және анимация
Автокөліктер мен көлік құралдары
Музыка
Үй жануарлары мен аңдар
Спорт
Ойындар
Комедия
Ойын-сауық
Тәжірибелік нұсқаулар және стиль
Ғылым және технология
অসমীয়া জনপ্রিয় পুৰণি গীত / অনিমা চৌধুৰী/দ্বীপেন বৰুৱাৰ/নমিতা ভট্টাচার্য্য/কুইন দাস গীতৰ শৰাই
28:41
Tumar Padum Sakuti All Songs Jukebox | Dipen Barua All Time Hits | Assamese Old Sadabahar Geet
27:17
#JasonDeruloTV // Funny #GotPermissionToPost From @SofiManassyan #SlowLow
00:18
Quando eu quero Sushi (sem desperdiçar) 🍣
00:26
It works #beatbox #tiktok
00:34
When you have a very capricious child 😂😘👍
00:16
Bonjui/Assamese song/old is gold
Рет қаралды 2,539,562
Facebook
Twitter
Жүктеу
1
Жазылу 18 М.
Dhyan Masty
Күн бұрын
Пікірлер: 470
@subhenbordoloi2217
4 жыл бұрын
বনজুই ৰে বহু দিনৰ মূৰত লৰালি সেই সুন্দৰ দিনবোৰ মনত পেলাই দিলা। ধন্যবাদ dhyan masty
@dhyanmasty7976
4 жыл бұрын
Thnq U
@rupkantapatar9071
2 жыл бұрын
Shubhen da
@luhitsaikia630
2 жыл бұрын
সোনালী দিনবোৰলৈ মন উভতি যায়। সুৱদি সুৰীয়া কণ্ঠত মাদকতা ভৰা সংগীতৰ মায়াজাল। আপোনপাহৰা হও। অনুভৱ প্ৰকাশ কৰিবলৈ শব্দৰ অভাৱ। 🙏🙏
@dilipsarma3020
2 ай бұрын
এনেকুৱা সোনসুৰীয়া গীতবোৰ সঁচাকৈয়ে মধুৰ আছিল।অষেশ. ধন্যবাদ ।
@dimbeswardeka3632
4 жыл бұрын
সচায় বৰ ভাল লাগিল গীত কেইটি শুনি ধন্যবাদ ইউ তাপত আপলোড দিয়াৰ বাবে
@jadavdangaria8851
2 жыл бұрын
এই গীতবোৰ তেতিয়াই টেপ ৰেকৰ্ডাৰত শুনি শুনি প্ৰায় মুখস্ত গৈছিল আৰু মনলৈ আহিলই তেতিয়াৰ পৰাই গুনগুনাইছিলো ৷ মাজতে অলপ পাহৰণিৰ গৰ্ভত সোমাই গৈছিল যদিও এবছৰ মানৰ আগৰপৰা ইউ টিউবত শুনিবলৈ পায় আকৌ মনত পৰি মনটো তেতিয়াৰ দিনলৈ উৰা মাৰি গৈছিল ৷
@ranunayak3161
3 жыл бұрын
আগৰ দিনলৈ মনত পৰি গৈছে অ👍👍
@benuramdeuri5191
4 жыл бұрын
লোনা সোনোৱাল বাইদেউৰ এই গানবোৰ বহুত ভাল লাগিছিল। এতিয়াও বৰ ভাল লাগে। সেই দিন বোৰলৈ মনত পেলাই দিয়ে
@nayanjyotijyoti9750
3 жыл бұрын
beautiful soung
@monitanath8339
2 жыл бұрын
Gan bor khuni thakib mn Jay ebar aponk lakkrib mnjay dada
@uttamkumarroy2583
2 жыл бұрын
অত সুন্দৰ সংগ্ৰহ। পুৰণি বিহু সুৰীয়া গীতকেইটি শুনি আপ্লুত হলোঁ।অসমৰ চিৰ সজীৱ কন্ঠ শিল্পী লোনা সোণোৱাল বাইদেউ, দেৱজিৎ শইকীয়া আৰু স্বৰ্গীয় মহানন্দ মজিন্দাৰ বৰুৱাৰ গীতসমূহে নব্বৈৰ দশকতে জনপ্ৰিয়তাৰ শিখৰ চুবলৈ সক্ষম হৈছিল। তেওঁলোকৰ ভালেমান গীত আজিৰ নৱপ্ৰজন্মৰ শ্ৰোত সকলেও আদৰি লোৱা দেখা যায়।
@dharmendranath8020
4 жыл бұрын
আগৰ সোণালী দিনবোৰ মনত পেলাই দিলে।গাঁৱৰ মঞ্চত হোৱা প্ৰতিযোগিতা অনুষ্ঠান ত অংশগ্ৰহণ কৰা পেহী দাদা সকলোলৈ মনত পৰি গল।ধন্যবাদ
@maniknath5864
4 жыл бұрын
"YA 0QW LULL
@maniknath5864
4 жыл бұрын
"YA 0QW LULL
@chandraphukan7008
3 жыл бұрын
প্ৰথমেই আপোনালৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিলো। এই চিৰসেউজ গীতবোৰ আমালৈ উপহাৰ হিচাপে আগবঢ়াই দিয়াৰ বাবে। মোৰ বহুত প্ৰিয় গীত, আজিও সমানেই প্ৰিয়। কুশলে থাকক 🙏🙏
@ritamoniborah8744
Жыл бұрын
ভাষা নাই এই কেছেট টো আনক নিদিওঁ বুলি লুকুৱাই থওঁতে দাদাৰ লগত কাজিয়া কৰিছিলো । বহুত ভাল পাওঁ । অশেষ ধন্যবাদ...
@jaganathlalung7272
2 жыл бұрын
প্ৰথমতে জীৱনত এই গীতবোৰৰ গাবলৈ শিকিছিলো মন পৰযা এই গীতবোৰ এতিয়াও বহু ত ভাল লাগে ধন্যবাদ থাকিল 👍👍👍👍👍
@animefans2393
2 жыл бұрын
কিমান সুন্দৰ গীত। প্ৰকাশ কৰাৰ কোনো ভাষা নাই ।আশা কৰো এই সোনালী গীতবোৰৰ দৰে নতুন শিল্পী সকলেও গায়।
@nripennath8452
3 жыл бұрын
আজিও সজীৱ হৈ আছে ;ইমান সুন্দৰ কণ্ঠ৷
@rupjyotigohaintechnical
4 жыл бұрын
এই গীত সমূহ মই সৰুতে মাইকত শুনিবলৈ পাইছিলোঁ। এতিয়া এই গীতবোৰ শুনি মই আত্মহাৰা হৈ ৰওঁ।
@jayantadeka1874
4 жыл бұрын
I Love this song
@gopansonowal2996
4 жыл бұрын
eta hamoyat ei geet keiti emman hunisilu .etiya punar huni hei tahanir din buraloi monat pari gol. Dhanyabud.
@chanchalroy8015
4 жыл бұрын
Beautiful song
@JubinGowala-m6d
3 ай бұрын
ভাল লাগে , ❤
@GitanjaliPathak-g6t
4 ай бұрын
❤❤❤❤❤❤❤বৰ সুন্দৰ লাগিছে 👍👍 ধন্যবাদ জ্ঞাপন কৰিছোঁ 🙏
@rekhamonigogoi6729
4 жыл бұрын
Bohut xundor
@narayanbabubharali9846
4 жыл бұрын
অতি অপূৱ´ সুন্দৰ সঙ্গীতৰ এলবাম॥
@kiranbaruah7526
3 жыл бұрын
এই গীতবোৰ শুনিলে তাহানিৰ দিনবোৰ মনলৈ আহে কি যে সুন্দৰ কি যে অনুপম উহ""""""""""""""""""""" । চিৰসেউজ সংগীত ।
@एखबलू
3 жыл бұрын
সুন্দৰ 👌👌👌
@snjaradhara3492
4 жыл бұрын
এই গীত শুনিলে সৰু কাললৈ মনত পৰে, গীত বিলাক বৰ ৰসাল .
@sadhandas171
3 жыл бұрын
বহুত দিনৰ পিছত শুনিলো , বহুত ভাল লাগিল।
@apurbajyotineog2442
4 жыл бұрын
মধুৰ কণ্ঠ | লৰালি কালত আপোনালোকৰ এই গানবিলাকত Nijok পাহৰি goisilu. Still one of my fav. album.
@jrstudioofficial69
4 жыл бұрын
So sweet.... Mon jor pori jai
@Eyakub_king_978
3 ай бұрын
Very Nice Song $ Murai commented
@sunitagogoi3421
3 ай бұрын
এই ভাল লগা গানটো ২০২৪ চনত কোনে কোনে শুনিলে বাৰু ? ❤❤
@NilimadasDas-j5f
6 ай бұрын
Sundar git .sundar seen. Green mine .❤❤❤❤❤❤❤
@pradipgogoi3182
Жыл бұрын
সুন্দৰ পুৰণি গীতটো শুনি বহুতো ভাল লাগিল। এনেকৈয়ে পুৰণি গীত শুনোৱাৰ বাবে আপোনাক ধন্যবাদ জনায়ছো।
@eunusalijajori
3 жыл бұрын
কিমান ধুনিয়া আৰু মৰমলগা গীত...
@KhuridgogoiKhuridgogoi
7 ай бұрын
😊
@ringkusonowal6583
4 жыл бұрын
Bohut dinor murot hunilu. Val lagil
@rekhamonibordoloi8936
3 жыл бұрын
Hundar...❤️❤️
@jibanburagohain3149
4 жыл бұрын
অতি সুন্দৰ... কণ্ঠৰ সু-সংগীত ।
@pranabtalukdar4842
2 жыл бұрын
চিৰসেউজ গীতসমূহ তেতিয়াও শুনি ভাল লাগিছিল আজিও শুনি সমানেই ভাল লাগে।👌👌❤️ Everlasting, Evergreen songs...👍👍🙏
@rajibbhuyan4086
2 жыл бұрын
দেবজীৎদাৰ লগত মোৰ ঢুলুকী বজোৱাৰ সৌভাগ্য হৈছিল ।গীতকেইটি শুনিলে মোৰ সেইিন বোৰলৈ মনত পৰিযায় । আমি মৰিয়নিত আখৰা কৰিছিলো আৰু আখৰাৰ শেষত দেবজীৎদাৰ লগত মটৰচাইকেলেৰে (হিৰহণ্ডা) ঘৰলৈ যাওঁত ,বাটত আমি হাতী এজাকৰ মূখামূখী হৈছিলো । সচাই গীতকেইটিয়ে সেই দিনবোৰলৈ মনটো লৈ যায় ।
@bedobratbharali1455
2 жыл бұрын
সঁচাই অতি সুন্দৰ আছিল সেইবোৰ দিন। লুনা বাইদেউ এতিয়া কত থাকে?
@parthagogoii
2 жыл бұрын
Apunar usrt debojit da phool kumolia tumarei dehati gaan tu pam niki baru??
@bhubaneswarsonowal3352
4 жыл бұрын
বহু দিনৰ পাছত সোনিলো । মনটো ভাল লাগি গল ।
@madhurjyasonowal4919
4 жыл бұрын
বহুত বহুত শুৱলা কণ্ঠ বা । লৰালি কাললৈ মনত পৰি গল ।
@NITUNath-zm7qd
3 ай бұрын
অতি সুন্দৰ ❤❤❤❤
@rajjojo8604
4 жыл бұрын
বহোত ভাল লাগিলদেই
@achyutthakuria4695
Жыл бұрын
এইবোৰ গীত শুনিলে সৰু কালৰ কথাা মনত পৰে কিমান সুন্দৰ আছিল সেই দিনবোৰ
@funmasti5614
4 жыл бұрын
Bohut vall lagise
@nirajmoniborah2593
3 жыл бұрын
কি যে সুমধুৰ গীত। সেই সময়ত কিমান যে শুনিছোঁ
@pallabikagohain5720
2 жыл бұрын
Ever Green 💚 Songs 🙏🙏🙏
@ranjitsonowal7960
3 жыл бұрын
সুন্দৰ লাগিছে আৰু লাগি থাকিব।
@phonidharnayak3916
3 жыл бұрын
বহুত বহুত মনত পৰে এই গীত বোৰ
@drnath838
4 жыл бұрын
Supper collection
@dabojyotihazarika856
3 жыл бұрын
I remember when I used to listen to these songs over n over again and said Maa Kosom Kee Gaaise Bey. Thanks for uploading and bringing back the memories of yesteryear.
@menakaborah2744
5 ай бұрын
বৰ ভাল লাগে দেই ❤❤❤❤❤
@awaluddinahmed3677
3 жыл бұрын
Bohut val lagil
@prasantagoswami1477
4 жыл бұрын
আৰু কাহানিও ২৯/৩০বয়স ঘূৰি নাহে।আৰু নাহে সেই ১৯৮৬ ।পাগলামি কৰা বয়স ।মা, দেউতাও নাই।অতিতৰ স্মৃতি মাঠো ৰৈ গ'ল ,সেই গানবোৰ।
@dhyanmasty7976
4 жыл бұрын
ধন্যবাদ । এয়াই মানব জীৱন । মাথো দি যায় স্মৃতিৰ সঁফুৰা ।
@jisnukumar1664
4 жыл бұрын
😓😭❤
@nayanmonisaikia8982
4 жыл бұрын
U r the best thinket
@achyutsaikia4312
4 жыл бұрын
সেই যে দিনবোৰ, গীত বোৰ, বৰ ভাল লাগিল ,ধন্যবাদ
@bandanabaruah798
4 жыл бұрын
Roi roi binala luna sunuwalor ai geet to mur khub priyo❤️👌👌
@pitambarabhoypuria6492
4 жыл бұрын
সচাঁই মন পৰশা গীত।
@ashish.sahaniyt7717
3 жыл бұрын
Super 💯..
@maarani8834
4 жыл бұрын
xuni bor moja lagise bohut dinor pisot
@narayansaikia1740
2 жыл бұрын
Bohut dhuniya🙏🙏
@jayhind2185
Жыл бұрын
Waoo !1986 This is my Birth year,My Golden Time 🥰❤️
@chimpineog2620
3 жыл бұрын
Hundor
@nayanjyotikonwar291
Жыл бұрын
Nice song ❤❤❤
@monidutta259
4 жыл бұрын
মন পৰখা গান শুনি বহুত ভাল লাগিলে ধন্যবাদ
@avijitsaikia8433
2 жыл бұрын
সুন্দৰ৷আগৰ দিনবোৰ মনত পৰি গল৷
@kusumsharma4537
Жыл бұрын
Old. Is. Gold. Ba. Nice. Swee. Very. Nice. Voice🙏👍❤️❣️💞🥇
@dipanjalichetia455
3 жыл бұрын
বহুত ভাল পাওঁ ।
@nayanmonidutta9768
Жыл бұрын
এইবোৰ গীত বিহু মঞ্চত গাইছিলো | বহুত ভাল লাগিছে শুনি | আগৰ দিনলৈ মনটো উৰি গ'ল...
@mohanandasonowal1458
2 жыл бұрын
খুউৱ সুন্দৰ গীত ভাল লা গি যায়।
@trailokyaroysinger9677
2 жыл бұрын
Once upon time super hit artist
@sahcindrasonowal7292
4 жыл бұрын
এই গীতবোৰ নিশাৰ নিজান সময়ত শুনি ভাল লাগে
@dhruborava1581
Жыл бұрын
Ijoi dada hoda thakibo ,
@chittaranjanborah4722
3 жыл бұрын
কত হেৰাই আছিল এই গীত বোৰ, U Tube 1St time শুনি চকুপানী ওলাই গৈছিল,ইমানেই ভাল পাও এই গীতকেইটা শুনি
@bcrlaina9136
2 жыл бұрын
কেচেট প্লেয়াৰ আছিল ১০/২০ জন লগ হৈ শুনিছিলো। বেটাৰী চাৰ্জ শেষ কৰি দিছিলো এইবিলাক গীত শুনি
@SatyavratRaj781
3 жыл бұрын
পুৰনি গীতবোৰ আমাৰ অমূল্য সম্পদ !
@tilokphukon8465
3 жыл бұрын
সচাই
@abhijitbordoloi3944
Жыл бұрын
God blrss you lonaj
@abhijitbordoloi3944
Жыл бұрын
God bless you lunaba
@amulyabora1832
2 жыл бұрын
Evergreen love's song, Always greatful,🙏
@ropamsaikia4705
2 жыл бұрын
ঝধোওৱোৱোওৱ
@ropamsaikia4705
2 жыл бұрын
ওওৱোৱোৱোও
@ropamsaikia4705
2 жыл бұрын
ৱো
@ropamsaikia4705
2 жыл бұрын
ঝধোৱৱৱোচোৱৱোৱৱো
@ropamsaikia4705
2 жыл бұрын
ৱোও
@niranjannath9669
4 жыл бұрын
Old is good 👍👍👍
@anjudadhora7839
6 ай бұрын
Ai geet samuh sunile suni thakibor man jaai. Bhut vaal lage.
@sontushsonowal7870
4 жыл бұрын
Iman hundor kontho aru geetbur kotje heraigol.
@vitalibaruah4083
3 жыл бұрын
দেৱজিত দা আৰু এনেকুৱা গীত তোমাৰ পৰা বিচাৰিছো
@bedobratbharali1455
2 жыл бұрын
He is no more.
@paporisonowal2442
4 жыл бұрын
গান কেইটা শুনি বহুত ভাল লাগিল
@rulennath7538
4 жыл бұрын
হয় মোৰ মন উতনুৱা । তাহানিৰ সেইবোৰ দিনলৈ মনমোৰ উতি ভাহি গৈছে। এই বুকুৰ কুটুম গীতবোৰ যেতিয়া আত্ম প্ৰকাশ কৰিছিল , তেতিয়া আমি চফল ডেকা । সেয়ে এই গীতবোৰশুনীলেই মনবোৰ অতীতক বিচাৰি হাহাকাৰ কৰে । আনন্দত তত নাইকিয়া হৈ পৰে।
@prasantagoswami1477
4 жыл бұрын
হয় ;সেই অতিতক আকৌ যদি পালো হয়।
@bedobratbharali1455
3 жыл бұрын
এইবোৰ।সোণসেৰীয়া গীত
@kamaljyotikakati3531
Жыл бұрын
Val lagil
@chandrahajong7455
3 ай бұрын
Khub bhal lage moke egila gan shunibare. Mongol kamona kurisung dei aro ag baruk. Dhanyavad.
@medinitalukdar4873
Жыл бұрын
❤❤❤❤সুন্দৰ গীত
@darpankonwar598
Жыл бұрын
গানৰ সুৰ কথা গায়কীৰ মাতে আৰু মাদকতা দিছে❤️❤️❤️🙏
@sanjibkrbordoloi5207
3 жыл бұрын
আগৰ দিনৰ এই বিহু সুৰিয়া গীত সমোহৰ মাদগতাই সুকিয়া।
@adityabhuyan7847
Ай бұрын
ভাল লাগিল দেই
@hindustanigamerrupjyoti.5477
4 жыл бұрын
বহুত ভাল লাগিল শুনি ।
@factgaming4150
Жыл бұрын
7:48 i like this line❤
@mridupabansarmah6020
2 жыл бұрын
মই পুৰণি গান বৰ সুন্দৰ পাওঁ আৰু জেন এনেকোৱা গান ভবিছতলে জেন আৰু পাই থাকিম বুলি আশা কৰিলো
@aninditaborah9579
4 жыл бұрын
Moja lagil
@purnakantamahanta2290
4 жыл бұрын
ধুনীয়া হৈছে।
@myworld5675
Жыл бұрын
Old is Gold ❤❤❤❤❤❤❤❤❤
@debrajgohain3837
4 жыл бұрын
এটা সময়ত এই গান বোরে হয়তু সীমাহীন সুখ জগাছিল আৰু আজিও একেই অনুভৱ....
@dhyanmasty7976
4 жыл бұрын
হয় ।।।।।
@gurudevpy620
3 жыл бұрын
-
@mantusonowal1157
4 жыл бұрын
how sweet this song is ! I always heared this one when I was fourteen years old.
@milean0074
3 жыл бұрын
L
@saifuddinali7261
2 жыл бұрын
@@milean0074 qqq1qq
@factgaming4150
Жыл бұрын
@@saifuddinali7261❤😂😂
@JadabdeorajaS-gs9fe
Жыл бұрын
@JadabdeorajaS-gs9fe
Жыл бұрын
@mridulboruah1657
4 жыл бұрын
Wow I liked this album so nice
@depasaikia2043
3 жыл бұрын
Bahut hundar Luna Sonowal baideo
@parulgogoi4420
4 жыл бұрын
My favorite song.I love this song.Thank you for all singer.
@utshavbarman587
2 жыл бұрын
👍👍
@vitalibaruah4083
3 жыл бұрын
বহুত দিনৰ পৰা বিচাৰি ফুৰা এই কেছেটখন পায় ভাল লাগিল আশা কৰো আৰু পাম
@sumidas7004
Жыл бұрын
পুৰণি গীতবোৰ সঁচাই বহুত ভাল লাগে বহুবাৰ শুনিলেও আমনি নালাগে।
@kirangogoi4748
2 жыл бұрын
সুন্দৰ ।
28:41
অসমীয়া জনপ্রিয় পুৰণি গীত / অনিমা চৌধুৰী/দ্বীপেন বৰুৱাৰ/নমিতা ভট্টাচার্য্য/কুইন দাস গীতৰ শৰাই
Jaan Dipankar
Рет қаралды 318 М.
27:17
Tumar Padum Sakuti All Songs Jukebox | Dipen Barua All Time Hits | Assamese Old Sadabahar Geet
Wave Music Assam
Рет қаралды 777 М.
00:18
#JasonDeruloTV // Funny #GotPermissionToPost From @SofiManassyan #SlowLow
Jason Derulo
Рет қаралды 14 МЛН
00:26
Quando eu quero Sushi (sem desperdiçar) 🍣
Los Wagners
Рет қаралды 15 МЛН
00:34
It works #beatbox #tiktok
BeatboxJCOP
Рет қаралды 41 МЛН
00:16
When you have a very capricious child 😂😘👍
Like Asiya
Рет қаралды 18 МЛН
56:08
SUPER HIT BIHU SONGS I পুৰণি জনপ্ৰিয় বিহুগীত I OLD BIHU SONGS I
Studio FX-10
Рет қаралды 800 М.
44:37
MOHURA, Shanta Uzir, Bijoy Bhuyan, Assamese songs.
AuditekAssam
Рет қаралды 764 М.
21:51
Bihu song
Kalpajyoti Deka
Рет қаралды 1,4 МЛН
26:57
Mahendra Hazarika songs l Mahendra Hazarika old songs l assemeses songs best Mahendra Hazarika songs
Nabajyoti official music
Рет қаралды 1,9 МЛН
29:14
অসমীয়া জনপ্ৰিয় পুৰণি গীত / অনিমা চৌধুৰী/দ্বীপেন বৰুৱাৰ/নমিতা ভট্টাচাৰ্য্য /কুইন দাস গীতৰ শৰাই
ajay talukdar YouTube
Рет қаралды 1,6 МЛН
6:05
Bujabo Nuwara
Bijoy Bhuyan - Topic
Рет қаралды 3,2 МЛН
5:52
Tumi Mor Moromore Moina ( তুমি মোৰ মৰমৰে মইনা ) - by Charu Gohain & Sandhya Menon.
Assamese Old Songs অসমীয়া পুৰণি গীত
Рет қаралды 1,6 МЛН
31:29
অসমীয়া জনপ্ৰিয় বোলছবিৰ,কণ্ঠ- সত্য বৰুৱা, উষা মংগেশকাৰ, দ্বিপেন বৰুৱাই,ককিলা গোস্বামী অনিমা চৌধুৰী
ajay talukdar YouTube
Рет қаралды 107 М.
11:16
নমিতা ভট্টাচাৰ্যৰ তিনিটি গীত ll
বৰ অসম (Bor Axom)
Рет қаралды 606 М.
4:08:34
Vijay Sandhya Hits - Jukebox | Best Collection Vijay Bhuiyan & Sandha Menon | Assamese Aadhunik Geet
Wave Music Assam
Рет қаралды 29 М.
00:18
#JasonDeruloTV // Funny #GotPermissionToPost From @SofiManassyan #SlowLow
Jason Derulo
Рет қаралды 14 МЛН