#BORGEET

  Рет қаралды 24,101

DRB ASSAM

DRB ASSAM

Күн бұрын

মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত বৰগীত #হৰি মোৰ এ দীন দয়াল । কণ্ঠ - #দ্বীপশিখা কাকতি বুঢ়াগোঁ‌হাই
ৰাগঃ- ভাটিয়ালী, তালঃ- পৰিতাল
ধ্ৰুং ।। হৰি মোৰ এ দীন দয়াল ।
কে জানিতে পাৰয় তোমাৰ ঠাকুৰাল ।।
পদ ।। নাহি জন্ম তোমাৰ তথাপি জন্ম ধৰা ।
সোহি জন্মে জীৱৰ জনম দূৰ কৰা ।।
সহজে অকৰ্তা কৰ্ম কৰা অপৰ্য্যন্ত ।
সোহি কৰ্মে জীৱৰ কৰম কৰা অন্ত ।।
তুমি প্ৰভূ নিৰ্গুণ গুণেৰ সীমা নাই ।
নিৰ্গুণ হোৱয় জীৱ সেহি গুণ গাই ।।
কহয় মাধৱ মেৰি ওহি আশা মনে ।
সহজ পীৰিতি মাগোঁ তোমাৰ চৰণে ।।

Пікірлер: 20
@jinudeka7969
@jinudeka7969 4 ай бұрын
ক্বষ্ণ ক্বষ্ণ শুনি বৰ ভাল লাগিল।
@lakhijan2366
@lakhijan2366 3 ай бұрын
Krishna Sundar Pronam
@madhujyavlogs4700
@madhujyavlogs4700 10 ай бұрын
Hundor
@drbassam9145
@drbassam9145 9 ай бұрын
ধন্যবাদ
@Tul--Tul--Sarmah-7399
@Tul--Tul--Sarmah-7399 10 ай бұрын
শুনি ভাল লাগিল
@drbassam9145
@drbassam9145 9 ай бұрын
ধন্যবাদ
@Sewalidas-n1h
@Sewalidas-n1h Жыл бұрын
সুন্দৰ কৃষ্ণ🙏🙏🙏🙏
@drbassam9145
@drbassam9145 Жыл бұрын
কৃষ্ণ ।
@jadavgogoi4008
@jadavgogoi4008 2 жыл бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ
@drbassam9145
@drbassam9145 Жыл бұрын
কৃষ্ণ
@bismitagogoi4387
@bismitagogoi4387 Жыл бұрын
Krishna
@drbassam9145
@drbassam9145 Жыл бұрын
কৃষ্ণ
@sunmaiboruah2133
@sunmaiboruah2133 2 жыл бұрын
Hundor hoise🙏
@drbassam9145
@drbassam9145 Жыл бұрын
কৃষ্ণ
@dasgita8486
@dasgita8486 2 жыл бұрын
Krishna 🙏...khundar
@drbassam9145
@drbassam9145 Жыл бұрын
কৃষ্ণ
@harshitar6565
@harshitar6565 Жыл бұрын
Excellent
@drbassam9145
@drbassam9145 Жыл бұрын
ধন্যবাদ
@bismitagogoi4387
@bismitagogoi4387 Жыл бұрын
Krishna
@drbassam9145
@drbassam9145 Жыл бұрын
কৃষ্ণ
Enceinte et en Bazard: Les Chroniques du Nettoyage ! 🚽✨
00:21
Two More French
Рет қаралды 42 МЛН
“Don’t stop the chances.”
00:44
ISSEI / いっせい
Рет қаралды 62 МЛН
Chain Game Strong ⛓️
00:21
Anwar Jibawi
Рет қаралды 41 МЛН
Tuna 🍣 ​⁠@patrickzeinali ​⁠@ChefRush
00:48
albert_cancook
Рет қаралды 148 МЛН
Borgeet//Herohu mai madhura ranga banai//
8:39
Nandita Baruah
Рет қаралды 66 М.
Enceinte et en Bazard: Les Chroniques du Nettoyage ! 🚽✨
00:21
Two More French
Рет қаралды 42 МЛН