BORGEET | MOHONO MANUHARA | Pranamika Goswami l Assamese Devotional song

  Рет қаралды 1,216,589

Prannamika Goswami Official 🎶

Prannamika Goswami Official 🎶

Күн бұрын

Пікірлер: 470
@aniket1219
@aniket1219 Жыл бұрын
Opurbo hur apunar❤👌🏻 Hundor hoise borgeet ti😍
@lashyamoyee
@lashyamoyee Жыл бұрын
ইমান ধুনীয়া❤
@violeenalaskar3742
@violeenalaskar3742 Жыл бұрын
সুনদৰ অনুপম
@hiranyadas3255
@hiranyadas3255 Ай бұрын
জয় শ্ৰীকৃষ্ণ ৰাম হৰি বিষ্ণু নাৰায়ন হৰি অতি সুন্দৰ প্ৰদৰ্শন ভক্তি বৰগীত চং জয় শ্ৰীকৃষ্ণ বৰ ভাল লাগিল 🙏😊🥰🌷🌹🪔💥🪷🔥🌸🌺
@basantibarmanpathak5786
@basantibarmanpathak5786 2 жыл бұрын
ইমান‌ যে ভাল লাগিছে বুজাবলৈ ভাষা নাই।
@dabashishsarmah6040
@dabashishsarmah6040 Жыл бұрын
Oti xundar🥰
@dhanhazarika1815
@dhanhazarika1815 Жыл бұрын
❤ মনটো শান্তি লাগি যায়
@goutamrajbongshi2113
@goutamrajbongshi2113 Жыл бұрын
বহুত ধুনীয়া হৈছে আৰু আগুৱাই যোৱা
@ratuldutta509
@ratuldutta509 Жыл бұрын
অতি সুন্দৰ
@riyabora5117
@riyabora5117 2 жыл бұрын
Pronamika na verry nice dei🥰🥰🥰🥰🥰
@BhuyankrishnaMuruli90-yn7nu
@BhuyankrishnaMuruli90-yn7nu Жыл бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ অতি সুন্দৰ কৃষ্ণ কৃষ্ণ কৃষ্ণ।
@MonalishaKharia-hw7js
@MonalishaKharia-hw7js Жыл бұрын
ধুনীয়া বৰগীত 😊🥰
@jontoradas9764
@jontoradas9764 Жыл бұрын
Madhur kantha. Thanks.
@ruliborah4594
@ruliborah4594 2 жыл бұрын
গুৰুমা , সুন্দৰ
@bidyutdas2675
@bidyutdas2675 2 жыл бұрын
সুন্দৰ। গুৰুজনাৰ সৃষ্টিৰাজিক সুন্দৰভাৱে উপস্থাপন কৰা ধন্যবাদ।
@gamesuperstar3119
@gamesuperstar3119 Жыл бұрын
Bhut Val lagil
@bedakantaphukan3739
@bedakantaphukan3739 3 жыл бұрын
Eman val lage borget jona xuni. Thank you eman dhuniya koi amak upohar diya babe...
@MridulBora-m9r
@MridulBora-m9r Жыл бұрын
ভাল লাগিল ❤
@jintidas9921
@jintidas9921 4 ай бұрын
❤❤সচাই মনোমোহা❤ জয় ৰাধা কৃষ্ণ❤
@ashintasaikia2937
@ashintasaikia2937 3 жыл бұрын
অতি সুমধুৰ সঙ্গীত। ভগৱানে তোমাক মঙ্গল কৰক।
@krishnadutta3531
@krishnadutta3531 Жыл бұрын
বৰ মিঠা কণ্ঠ।শুনি থাকি আমনি নালাগে-❤
@dandadhardeka8300
@dandadhardeka8300 2 жыл бұрын
বহুত সুন্দৰ কণ্ঠ মনপ্ৰাণ ভৰি যা‌য়
@bituponsaikia5793
@bituponsaikia5793 2 жыл бұрын
বহুত বহুত ধূনীয়া পৰিবেশ কৰিছে শুনি ভাল লাগিল
@dulalmahanta4409
@dulalmahanta4409 2 жыл бұрын
মনতন সুন্দৰ কৰাএই বৰগীতৰ সুৰেৰে সচাকৈয়ে আমাক আপ্লুত কৰি তুলিছে ৷ ভগৱানে আপোনাক মংগল কৰক ৷
@rajdeep263
@rajdeep263 4 жыл бұрын
ইমান কঠিন বৰগীতটো আপুনি ইমান সাৱলীল ভাবে গাইছে। অভিভূত হলোঁ।মন ভৰি গ'ল।এটা সঁচা কথা কও,এই বৰগীত টো ইমান ভালকৈ কোনোবাই গাব পাৰে বুলি মই কেতিয়াও ভবা নাছিলোঁ। মই আপোনাৰ বৰগীত শুনি এখন বেলেগ ৰাজ্যত প্ৰৱেশ কৰিছোঁ।মোক মোৰ ককায়ে সৰুতে এই বৰগীতটো গাবলৈ শিকাইছিল।কিন্তু মই কেতিয়াও ককাক সন্তুষ্ট কৰিব পৰাকৈ ভালকৈ এই বৰগীতটো গাব পৰা নাছিলোঁ।আজি আপোনাৰ কণ্ঠত শুনি সেই কথাটোলৈ মনত পৰি গল।এই মাজৰাতি অন্তৰৰ সমুহ আন্তৰিকতাৰে আপোনাক শুভকামনা জনাইছোঁ,এনেদৰে গুৰুজনাৰ সৃষ্টিৰাজিক আপোনাৰ সুললিত কণ্ঠৰে আমাৰ দৰে বহুজনৰ অন্তৰলৈ কঢ়িয়াই লৈ যাওক।ভগৱানে সদায় কুশলে ৰাখক আপোনাক।
@prannamika.goswami
@prannamika.goswami 4 жыл бұрын
বহুত বহুত ধন্যবাদ থাকিল 🙏🙂
@assamcultureltune8443
@assamcultureltune8443 3 жыл бұрын
কৃষ্ণ
@nibeernihar3099
@nibeernihar3099 2 жыл бұрын
Manor kotha iman xundarkoi prakash karise
@prannamika.goswami
@prannamika.goswami 3 ай бұрын
open.spotify.com/album/4zJ84OZYI1czQ6p9YwWuFH?si=lEsmVCPcRsC6TtLCsvatfg
@prannamika.goswami
@prannamika.goswami 3 ай бұрын
open.spotify.com/album/4zJ84OZYI1czQ6p9YwWuFH?si=lEsmVCPcRsC6TtLCsvatfg
@ramaniburagohain7016
@ramaniburagohain7016 5 жыл бұрын
প্ৰণামিকা, তোমাৰ কণ্ঠত বৰগীত শুনিবলৈ পাই খুবেই আনন্দিত হলো। আগুৱাই যোৱা। শুভেচ্ছা থাকিল। ৰমনি বুঢ়াগোহাঁই সাংবাদিক, ডিগবৈ।
@prannamika.goswami
@prannamika.goswami 5 жыл бұрын
ধন্যবাদ 🙏
@munmicharingia4701
@munmicharingia4701 Жыл бұрын
Very sweet I like this song video Amazing yeah . Very sweet ❤
@sonalirabha5056
@sonalirabha5056 4 жыл бұрын
।। ৰাগঃ গৌৰী।। তালঃ পৰি।। ধ্ৰুং।। মোহন মনোহৰ মূৰুতি মাধৱ মোহন বালকে সঙ্গীয়া। নানান ৰসে খেলে ৰসিক শিৰোমণি মদন মোহে ভ্ৰূৱ ভঙ্গিয়া।। শাৰদ নিৰমল প্ৰফুল্ল পঙ্কজ বয়ন সুন্দৰ শোহেয়া। অলক চঞ্চৰ যৈচে উৰি পৰে ভ্ৰমৰকুল মধু লোহেয়া।। বিধিয়ে নিৰমিল যতনা ৰূপ গুণ যৱহু সৱ একু ঠামুৱা সুন্দৰ কানুক ৰূপ একু তিল তৱহু কৈছে উপমুৱা।। জগত তাৰণ হেতু ভয়ো হৰি বেকত আনন্দ সিন্ধুৱা দীন মাধৱে মাগে পাৱে পৰি ভকতি ৰতি একু বিন্দুৱা।।
@taralidanceworld4729
@taralidanceworld4729 2 жыл бұрын
Nice👍👏
@raghubitabordoloi4755
@raghubitabordoloi4755 2 жыл бұрын
Geet to tai adhariwa ke gaise
@imluhit
@imluhit Жыл бұрын
ইয়াত একতাল প্ৰয়োগ কৰিছে
@madhabkonwer4725
@madhabkonwer4725 7 ай бұрын
Ufff voice 🥺❤️ গাৰ নোম শিয়ৰি গৈছে শুনি 😢
@ghanakantadutta109
@ghanakantadutta109 Жыл бұрын
মজা সোনজনী
@ProtikshaBora-k1k
@ProtikshaBora-k1k 2 ай бұрын
কৃষ্ণ। অতি সুন্দৰ।
@dipalichakravarty629
@dipalichakravarty629 4 ай бұрын
সুন্দৰ হৈছে
@lakhinarayan1257
@lakhinarayan1257 3 ай бұрын
বৰ ধুনীয়া গাইছে __🙏🙏 মহাপুৰুষ মাধৱদেৱ গুৰুদুজনাৰ বৰগীতটি পৰিবেশন কৰোতে তেওঁৰ নামটো উল্লেখ কৰাটো প্ৰয়োজন। 🙏🙏
@bipulkhanikar1587
@bipulkhanikar1587 4 жыл бұрын
বৰ আন্তৰিক ৷ আপোনাৰ কণ্ঠ অতি মধুৰ ৷ গুৰুজনাৰ অপূৰ্ব সৃষ্টি ৷ মনৰ সকলো বেয়া চিন্তা দুখ ক্লেষ নিমিখতে শূন্য হয় ৷ সমাজ পৰিয়াল সুন্দৰ কৰি যায় ৷ ধন্যবাদ ৷
@gayatrichetia9459
@gayatrichetia9459 3 жыл бұрын
মনলৈ প্ৰশান্তি আনিলে বৰগীতটিয়ে । আপোনাৰ কন্ঠই সোণত সুৱগা চৰাইছে ❤️
@lakhimonimolia8068
@lakhimonimolia8068 4 ай бұрын
Pranamika baa apuni bor hundhorkoi vakti rokhere buaise ai dhunia borgeet ti .bohut vl lagise amazing ❤❤❤
@prannamika.goswami
@prannamika.goswami 3 ай бұрын
open.spotify.com/album/4zJ84OZYI1czQ6p9YwWuFH?si=lEsmVCPcRsC6TtLCsvatfg
@bhaskarneog5162
@bhaskarneog5162 3 ай бұрын
কৃষ্ণ সুন্দৰ 🙏
@lifeofflute933
@lifeofflute933 2 жыл бұрын
মন চুই গ'ল । আপোনাৰ ওপৰত ভগৱানৰ আশিৰ্বাদ বৰ্ষন হওক । মন মেৰি ৰাম চৰন বৰগীততি গাব চোন বাইদেও ।
@jituponsaikia5777
@jituponsaikia5777 Жыл бұрын
ইমান কোমল কণ্ঠ আপোনাৰ গাৰ নোম শিয়ৰি উঠাকৈ গীতটি পৰিবেশন কৰিছে কিন্তু,,waaw big love from jorhat❤🙏❤
@m.moromrva1515
@m.moromrva1515 2 жыл бұрын
baideu apunar gantu tu bohut bar salo ru hunilo. hosake huni bht val lagil. hundor apunar kontho ti😘😘😘
@sachinkalita9895
@sachinkalita9895 Жыл бұрын
Bohut val lagil, mane bujabole bhakha nai. ভগবানে আপোনাক মংগল কৰক..
@prannamika.goswami
@prannamika.goswami Жыл бұрын
🙂🙏
@bhadrakantadas6101
@bhadrakantadas6101 10 ай бұрын
God bless you pranamika.
@himangshuhaloi3574
@himangshuhaloi3574 2 жыл бұрын
Aie he amr asol Axomiya music❤
@birajprotimborah3847
@birajprotimborah3847 4 жыл бұрын
পবিত্ৰ ভাদ মাহ টোৰ সময়তে গুৰু দুজনালৈ সহস্ৰ প্ৰণিপাত জনাইছোঁ,,কৃষ্ণ।। প্ৰণমিকা বা বৰগীত ভাগ বৰ সুন্দৰকৈ উপস্থাপন কৰিছা, ভাল লাগিল।।
@prannamika.goswami
@prannamika.goswami 3 жыл бұрын
Thank you 😊🙏
@MisingEthnicFood
@MisingEthnicFood 6 жыл бұрын
Ram Ram... Krishna Bhogoban...
@krishnakantaborah7409
@krishnakantaborah7409 6 жыл бұрын
সচাই অতুলনীয়। মন জোৰ পৰি যায়
@birajprotimborah3847
@birajprotimborah3847 5 жыл бұрын
কি সুন্দৰ গাইচা বৰগীত ভাগ প্ৰণামী বা।। কণ্ঠ বহুত শুৱলা।।
@dipanjalichetia455
@dipanjalichetia455 2 жыл бұрын
সুন্দৰ অতি সুন্দৰ ।
@basisthaacharya6590
@basisthaacharya6590 3 жыл бұрын
অসমৰ থলুৱা বাদ্য ব্যৱহাৰ কৰি গুৰুজনাৰ অপূৰ্ব সৃষ্টি সুমধুৰ কণ্ঠত নিগৰোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছো। এই যাত্ৰা অবিৰত ৰাখিবলৈ শুভেচ্ছা জনালোঁ।
@anitasarkar2542
@anitasarkar2542 Жыл бұрын
P
@arunray-gq7dz
@arunray-gq7dz 11 ай бұрын
জয়-গূৰু-শংকৰ-অৰুণ
@tarubaruahdeb2001
@tarubaruahdeb2001 7 ай бұрын
ICUৰ পৰা ঘৰত আহি খালি তোমাৰ বৰগীত শুনি গাটো শান্তি লাগিছে মাইনা_তৰুপেহী
@priyankasaikia6738
@priyankasaikia6738 3 жыл бұрын
Borgeet khubei bhal pao dei xuni bhal lagil...moiyu gao dei ...❤
@MisingEthnicFood
@MisingEthnicFood 6 жыл бұрын
Hare hare Krishna...ki j xundar kotha...
@englishclassesbydrjintubor6808
@englishclassesbydrjintubor6808 Жыл бұрын
ভাল লাগিল।
@arshmitavashisth4717
@arshmitavashisth4717 4 жыл бұрын
You are blessed by Lord Krishna himself. Such a fine voice
@অসমীয়ালৰা-স৮ট
@অসমীয়ালৰা-স৮ট 3 жыл бұрын
🚔🇮🇳🏃🚴🚓🚕🏃🚴🛌
@rumidas7433
@rumidas7433 2 жыл бұрын
N. Mann
@satyasandhyarabha7444
@satyasandhyarabha7444 4 жыл бұрын
Khub vaal lage upunaer kanthat borgeet❤️❤️
@ankurgogoi6609
@ankurgogoi6609 6 жыл бұрын
Bohut dhunia...vll lagil
@prannamika.goswami
@prannamika.goswami 6 жыл бұрын
ধন্যবাদ।
@anjanacharya1261
@anjanacharya1261 4 жыл бұрын
Ati Sundar, Madhav dev birasita...... Thankyou mam
@amritkarmakar986
@amritkarmakar986 6 жыл бұрын
Krishna ayi bhut val lgill .....Krishna
@RIRACK
@RIRACK 6 жыл бұрын
Bhal lagil dei
@ganeshkakoti5305
@ganeshkakoti5305 4 жыл бұрын
বা মই সত্ৰীয়া নৃত্যৰ অন্তিম বৰ্ষৰ ছাত্ৰী আৰু মই এই বৰগীত তো নাছি ৪ বাৰ কৈ প্ৰথম পুৰস্কাৰ পাইছো ধন্যবাদ বা ইমান ধুনীয়া গীত আমাক উপহাৰ দিয়াৰ বাবে
@karishmasaikia4958
@karishmasaikia4958 4 жыл бұрын
Nice 👌👌
@দক্ষিণকামৰূপ
@দক্ষিণকামৰূপ 4 жыл бұрын
Lyrics tu kunubai dibo pariba neki
@অসমীয়ালৰা-স৮ট
@অসমীয়ালৰা-স৮ট 3 жыл бұрын
😘❤️❤️💖💖🥰🙏
@moiaxomiyaloraakash822
@moiaxomiyaloraakash822 3 жыл бұрын
Apaunar video too pam na
@BadanGogoi-jf5vo
@BadanGogoi-jf5vo Жыл бұрын
​@@অসমীয়ালৰা-স৮টCR CT nu 3:17 😮m❤u😊😊😊😊😊❤❤😮😮😢l😊
@pratibhamahan
@pratibhamahan 2 жыл бұрын
প্ৰণামিকা গোস্বামী বাইদেউৰ কণ্ঠ সচাঁই মোহিত কৰে ৷ আপোনাক দীৰ্ঘায়ু কামনা কৰিলোঁ ৷কৃষ্ণ🙏
@narendraboruahofficial
@narendraboruahofficial Жыл бұрын
Mojja gais suwali👌👌
@baneswarkalita4178
@baneswarkalita4178 6 жыл бұрын
খুব সুন্দৰ।☺
@hemantakumar1
@hemantakumar1 5 жыл бұрын
Mem apunar mat tu eman xuola.. Aponar proti2 geet a hridoy touch kori Jai... Aponar geet br xuni thakileo amoni nalage... I like u vry much... Moi any time xuni thaku aponar song... 👍👍👍👍👍👍👍👌👌👌👌👌👌👌👌👌👌
@prannamika.goswami
@prannamika.goswami 5 жыл бұрын
Thank you very much
@hemantakumar1
@hemantakumar1 5 жыл бұрын
☺️☺️
@hemantakumar1
@hemantakumar1 5 жыл бұрын
Aponi aru borgeet gaok xun.. Aponar borgeet r awaj to bor val lage... N aponar ai2 song Mr favourite hoi n plz aponi aro geet gaok na...
@Its_doto
@Its_doto 3 жыл бұрын
Oti hundar
@arwin170
@arwin170 3 жыл бұрын
Bohut dhuniya gaisa pranami baa khunile khuni thakibo mon jai
@prannamika.goswami
@prannamika.goswami 3 жыл бұрын
Thank you 😊🙏
@sanjibborah7356
@sanjibborah7356 5 жыл бұрын
I would like to earnestly request the singer to keep continue uploading Borgeets so that new learners can have some basic ideas of it.
@bijoyborah8400
@bijoyborah8400 6 жыл бұрын
After hearing ths devotional song I became a big fan of yours
@prannamika.goswami
@prannamika.goswami 6 жыл бұрын
Thank you
@arnabdas3772
@arnabdas3772 6 жыл бұрын
guru jonar dara roseto ai borgeet oti modhur ,sankar guru aro madhave dev guru joni de jowa ai modhur borgeet amr majot seroden omret hoi takebo ,krishna 🙏🙏🙏🙏joi guru sankar 🙏
@minuborah1417
@minuborah1417 5 жыл бұрын
nice
@ponaki6891
@ponaki6891 Жыл бұрын
Please upload some more Borgeet ... your voice is absolutely amazing...it has such a healing power for the soul...
@pronotigoswami6052
@pronotigoswami6052 Жыл бұрын
Lpp
@hemantamusical9059
@hemantamusical9059 6 жыл бұрын
bohut bhal lagil
@debboruah6976
@debboruah6976 3 жыл бұрын
Bor sundar hoise...
@basantskonwar5712
@basantskonwar5712 6 жыл бұрын
Amazing💐💐💐oti xundur🙏🙏🙏 jiy shree krhisnaa........
@chandrodoy1702
@chandrodoy1702 6 жыл бұрын
why people are hesitating to give" a like "...such a beautiful composition you will hardly find in any other part of the world..its our duty to make these gems trending so that rest of the world can experience this spiritual bliss !!
@অসমীয়ালৰা-স৮ট
@অসমীয়ালৰা-স৮ট 3 жыл бұрын
😘❤️🚔🇮🇳
@ritudeka396
@ritudeka396 3 жыл бұрын
00000000
@dreamteamguwahati5210
@dreamteamguwahati5210 2 жыл бұрын
Agree with you!!
@banashreehaloi5052
@banashreehaloi5052 2 жыл бұрын
9
@prannamika.goswami
@prannamika.goswami 3 ай бұрын
open.spotify.com/album/4zJ84OZYI1czQ6p9YwWuFH?si=lEsmVCPcRsC6TtLCsvatfg
@sanjibborah7356
@sanjibborah7356 5 жыл бұрын
Such a devotional song will undoubtedly inspire us to devote our mind and soul into religious sites. The singer has a very sweet voice to sing such songs. Thanks
@Bordoloi860
@Bordoloi860 6 жыл бұрын
Bohut bohut dhunia lagil baa
@prannamika.goswami
@prannamika.goswami 6 жыл бұрын
ধন্যবাদ। subscribe the channel to stay connected.
@krishnasaikia9789
@krishnasaikia9789 3 жыл бұрын
ইমান সৰলভাৱে পৰিৱেশন কৰিছে বৰগীতভাগি 😘❤❤ সুললিত কণ্ঠ আপোনাৰ👌👌👌👌💕💕💕💕
@prannamika.goswami
@prannamika.goswami 3 жыл бұрын
Thank you 😊🙏
@MisingEthnicFood
@MisingEthnicFood 6 жыл бұрын
Hey Hari Ram Krishna...gaanr xurr kontha t bilin hoi goisu...
@jurineog3482
@jurineog3482 2 жыл бұрын
KI J XUNDOR..!!
@tulumedhi6253
@tulumedhi6253 2 жыл бұрын
Love from Santipur,Baksa district
@pratibhamahan
@pratibhamahan 2 жыл бұрын
আপোনাৰ এই প্ৰতিভাক দীৰ্ঘায়ু কামনা কৰিলো
@kukilkumar
@kukilkumar 6 жыл бұрын
সুন্দৰ
@prannamika.goswami
@prannamika.goswami 6 жыл бұрын
ধন্যবাদ।
@paragkalita7420
@paragkalita7420 5 жыл бұрын
Ati hundor aaponar kontha.. Xuni thakibole mon.. ru vdo sai bht val lagile mam.. Ru anekoie hundor hundor borgeet apunar pora pai thakim buli akha thakil.. Great job Mam
@dulmonibordoloi85
@dulmonibordoloi85 5 жыл бұрын
Baa, tmr gaan bilak khubei xuola aaru xondor👌👌👌
@prannamika.goswami
@prannamika.goswami 5 жыл бұрын
Thank you very much
@কেশৱটিফুক
@কেশৱটিফুক 6 жыл бұрын
বহুত বহুত বহুত ভাল লাগিল কৃষ্ণ
@prannamika.goswami
@prannamika.goswami 6 жыл бұрын
ধন্যবাদ।
@prabalbania4477
@prabalbania4477 Жыл бұрын
Excellent voice.overall performance outstanding. Thanks all co,artist .
@mahantarabha3695
@mahantarabha3695 6 жыл бұрын
Khub vaal....hoise.
@sribiman2560
@sribiman2560 6 жыл бұрын
Bor hundor Borgit. Pronamika bar konthot bor val lage huni
@prannamika.goswami
@prannamika.goswami 6 жыл бұрын
ধন্যবাদ।
@manashrajbanshi221
@manashrajbanshi221 3 жыл бұрын
অতি সোন্দৰ
@giripathak8333
@giripathak8333 3 жыл бұрын
Tumar xudhdha kanthai bargeet k ru bargeet Kari tulise Krishna r kripa haok
@selfchef8647
@selfchef8647 Жыл бұрын
মোৰ আটাইতকৈ প্ৰিয় বৰগীত। তোমাৰ ভাল হওক। ভনী
@pulakdas6493
@pulakdas6493 6 жыл бұрын
Dhuniya hoise gaantu pranamika ba
@prannamika.goswami
@prannamika.goswami 6 жыл бұрын
ধন্যবাদ।
@pulakdas6493
@pulakdas6493 5 жыл бұрын
Well come
@sanjuboruah8704
@sanjuboruah8704 5 жыл бұрын
Bohutt bohutt vl lagil
@montuboruah7755
@montuboruah7755 5 жыл бұрын
Nice, it really keeps one peace and calm in mind in the morning...
@prannamika.goswami
@prannamika.goswami 5 жыл бұрын
Thank you
@newhope8137
@newhope8137 5 жыл бұрын
Excellent voice......God bless u
@prannamika.goswami
@prannamika.goswami 5 жыл бұрын
Thank you
@naniboruah5295
@naniboruah5295 3 жыл бұрын
কি সুন্দৰ কণ্ঠ৷শুনিথাকিব’লে মন যায়৷
@annusharma9578
@annusharma9578 Жыл бұрын
Very nice
@mamanihazarika7092
@mamanihazarika7092 5 жыл бұрын
Baido Apunar Maat tu xosai bohut Dhunia...😊🥰
@nirmalphukan6883
@nirmalphukan6883 6 жыл бұрын
Mind blowing ,, bohut bohut sweet voice...
@prannamika.goswami
@prannamika.goswami 6 жыл бұрын
thanks.
@anupammithi2740
@anupammithi2740 6 жыл бұрын
bohutt vlll lagise... nice voice
@prannamika.goswami
@prannamika.goswami 6 жыл бұрын
Thanks & subscribe for the upcomings.
@Drishtinandan_01
@Drishtinandan_01 6 жыл бұрын
such a wonderfull voice and i would really really like to lisent this song all time. thank you for giving this beautifull god song...#pronamika goswami ba
@prannamika.goswami
@prannamika.goswami 5 жыл бұрын
Thank you very much
Cat mode and a glass of water #family #humor #fun
00:22
Kotiki_Z
Рет қаралды 42 МЛН
My scorpion was taken away from me 😢
00:55
TyphoonFast 5
Рет қаралды 2,7 МЛН
СИНИЙ ИНЕЙ УЖЕ ВЫШЕЛ!❄️
01:01
DO$HIK
Рет қаралды 3,3 МЛН
NARAYAN KAVACH DIRGHA
16:21
DGMUSIC. IN
Рет қаралды 13 МЛН
DAYAR THAKUR - Gayatri Mahanta
7:55
Dhwani Records
Рет қаралды 132 М.
Oisono Mohana|Borgeet|Bornali Kalita|New Audio version
7:59
BORNALI KALITA OFFICIAL
Рет қаралды 139 М.
দয়াময় ||Doyamoy || Madhurima Saikia|| Folk Song
10:40
Madhurima saikia
Рет қаралды 2,1 МЛН
Cat mode and a glass of water #family #humor #fun
00:22
Kotiki_Z
Рет қаралды 42 МЛН