No video

Borgeet | Xuno Xuno Re Xuro বৰগীত | শুন শুন ৰে সুৰ | শ্ৰীমন্ত শংকৰদেৱ

  Рет қаралды 1,376,285

অ' মোৰ সুৰীয়া মাত

অ' মোৰ সুৰীয়া মাত

12 жыл бұрын

শুন শুন ৰে সুৰ
বিৰচিত- মহাপুৰুষ শঙ্কৰদেৱ
ৰাগ- আশোৱাৰী
তাল- পতপৰিতাল
ধ্ৰুং।। শুন শুন ৰে সুৰ বৈৰী প্ৰমাণা
নিশাচৰ নাশ নিদানা ।
শুন শুন ৰে সুৰ বৈৰী প্ৰমাণা
নিশাচৰ নাশ নিদানা ।
ৰাম নাম যম সমৰক সাজিয়ে২
সমদলে কয়লি পয়ানা।।
শুন শুন ৰে সুৰ বৈৰী প্ৰমাণা
নিশাচৰ নাশ নিদানা ।
পদ।। ঠাট প্ৰকট পটু কৌটি কৌটি কপি
গিৰি গড়গড় পদঘাৱে।
ঠাট প্ৰকট পটু কৌটি কৌটি কপি
গিৰি গড়গড় পদঘাৱে।
বাৰিধি তীৰ তৰি কৰে গুৰুতৰ গিৰি
ধৰি ধৰি সমৰক ধাৱে।।
হাট ঘাট বহু বাট বিয়াপি
চৌগড়ে বেঢ়লি লঙ্কা।
হাট ঘাট বহু বাট বিয়াপি
চৌগড়ে বেঢ়লি লঙ্কা।
গুৰু ঘন ঘন ঘোষ ঘৰিষণ গৰ্জ্জন
শ্ৰৱণে জনময় শঙ্কা।।
ধীৰ বীৰ সুৰ শেখৰ ৰাঘৱ
ৰাৱণ তুৱা পৰি ঝাম্পে।
ধীৰ বীৰ সুৰ শেখৰ ৰাঘৱ
ৰাৱণ তুৱা পৰি ঝাম্পে।
সুৰ নৰ কিন্নৰ ফণধৰ থৰথৰ
মহীধৰ তৰসি প্ৰকম্পে।।
অন্ধ মুগুধ দশ স্কন্ধ পাপ বুধ
জানকী শিৰত চড়াই।
অন্ধ মুগুধ দশ স্কন্ধ পাপ বুধ
জানকী শিৰত চড়াই।
ৰঘুপতি পদ বৰ ধৰ ৰজনীচৰ
শঙ্কৰ কহতু উপায়।।
শুন শুন ৰে সুৰ বৈৰী প্ৰমাণা
নিশাচৰ নাশ নিদানা ।
নিশাচৰ নাশ নিদানা ।

Пікірлер: 520
@deepjyotidas3840
@deepjyotidas3840 7 жыл бұрын
শ্ৰীমন্তশংকৰদেৱৰ আৰু মাধৱদেৱৰ অপূৰ্ব সৃষ্টি।।। আৰু জুবিন গাৰ্গ ৰ শুৱলা , মিঠা, যাদুকৰী কণ্ঠ।।। সুন্দৰ
@ankurjyotiborah2760
@ankurjyotiborah2760 4 жыл бұрын
জয় গুৰু শংকৰ-মাধৱ
@sanatanhindu1970
@sanatanhindu1970 2 ай бұрын
কৃষ্ণ🙏🚩
@Ridipaxom
@Ridipaxom Ай бұрын
কৃষ্ণ জয় গুৰু শঙ্কৰ 🙏❤️
@FooDisNecessary
@FooDisNecessary 10 ай бұрын
জয় জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱ 🙏
@rishikasaikia9336
@rishikasaikia9336 5 жыл бұрын
বৰগীতে এক আধ্যাত্মিক জগতলৈ লৈ যায় য'ত এক সুকীয়া অনামী সুখৰ সন্ধান পোৱা যায়
@jayantanath3294
@jayantanath3294 8 жыл бұрын
অসমৰ সৰ্বশ্ৰেষ্ঠ সংগীত।।
@ziensbordoloi9493
@ziensbordoloi9493 5 жыл бұрын
jayanta nath madhu mslati
@halibarboro7632
@halibarboro7632 5 жыл бұрын
Moi borgeet suni. bor vl lage nice song
@ankurjyotiborah2760
@ankurjyotiborah2760 4 жыл бұрын
জয় গুৰু শংকৰ-মাধৱ। অসমীয়া হিচাপে আমি গৰ্বিত।
@rumidatto9911
@rumidatto9911 3 жыл бұрын
ভাল লাগে ৰাতিপুৱা বৰগীত আৰু ভক্তি মূলক গিতে সোকলোৰে মন ভাল লগায় দিয়ে। মই শুনি বহুত ভাল পাওঁ ভক্তি গীত মোৰ শুনি আমনিয়ে নেলাগে। সুপ্রভাত জনাইছোঁ
@gyanxagor3184
@gyanxagor3184 3 жыл бұрын
গুৰুজনাৰ অপূৰ্ব সৃষ্টি আৰু জুবিনৰ নিমজ সুৰযু্ক্ত মিঠা কন্ঠ .....😍😍😍😍দেহ মন জুৰ পৰি গল ❤❤
@Hrishi10584
@Hrishi10584 Жыл бұрын
@biplopsutradhar261
@biplopsutradhar261 11 ай бұрын
Lol
@ramtajogi416
@ramtajogi416 10 ай бұрын
​@@biplopsutradhar261tuk bamune korile sudurvai ai
@sontoobora8369
@sontoobora8369 9 ай бұрын
​@@Hrishi10584❤
@surenbora6174
@surenbora6174 6 жыл бұрын
বৰগীততো অতিকৈ সুন্দৰ আৰু সুমধুৰ হোৱাৰ বাবে অন্তৰ ভৰি পৰিল।
@madhabmalakar9147
@madhabmalakar9147 6 жыл бұрын
আমি অসমীয়া নহওঁ দুখীয়া, চহকী কৰি থৈ গৈছে, পুৰ্ব পুৰুষে, আমি যতনাই ৰাখিব লাগে। ধন্যবাদ
@aakashboom
@aakashboom 3 жыл бұрын
Moi dukhia muk suwali khei karone biya nokore😫😫
@syedaashmauljannat9894
@syedaashmauljannat9894 2 жыл бұрын
@@aakashboom hoi nki bru 😂
@Ridipaxom
@Ridipaxom 3 ай бұрын
কৃষ্ণ জয় গুৰু শঙ্কৰ
@manashidas4947
@manashidas4947 5 жыл бұрын
খুব সুন্দৰ এটা হৃদয়স্পৰ্শী বৰগীত।যিটো শুনা ৰ পিছত দেহ,মন আৰু আত্মা একত্ৰ হৈ পৰে।এনেকুৱা লগে যেন ভগবানক নিজৰ মাজতে বিচাৰি পাইছোঁ। সুন্দৰ........
@kishormali9687
@kishormali9687 5 жыл бұрын
শংকৰ-মাধৱৰ আলোক ছন্দেৰে সজ্জিত যুগান্তকাৰী স্পৰ্শকাতৰ বাণী..😊
@dimpiranisarma451
@dimpiranisarma451 5 жыл бұрын
জয় গুৰু শ্ংকৰ । তোমাৰ মহান সৃষ্টি চিৰযুগমীয়া হৈ ৰব ।
@subhashishdey690
@subhashishdey690 6 жыл бұрын
।। শুন শুন ৰে সুৰ বৈৰী প্ৰমাণা নিশাচৰ নাশ নিদানা । শুন শুন ৰে সুৰ বৈৰী প্ৰমাণা নিশাচৰ নাশ নিদানা । ৰাম নাম যম সমৰক সাজিয়ে২ সমদলে কয়লি পয়ানা।। শুন শুন ৰে সুৰ বৈৰী প্ৰমাণা নিশাচৰ নাশ নিদানা । পদ।। ঠাট প্ৰকট পটু কৌটি কৌটি কপি গিৰি গড়গড় পদঘাৱে। ঠাট প্ৰকট পটু কৌটি কৌটি কপি গিৰি গড়গড় পদঘাৱে। বাৰিধি তীৰ তৰি কৰে গুৰুতৰ গিৰি ধৰি ধৰি সমৰক ধাৱে।। 👏👏🎵🎵👏👏 হাট ঘাট বহু বাট বিয়াপি চৌগড়ে বেঢ়লি লঙ্কা। হাট ঘাট বহু বাট বিয়াপি চৌগড়ে বেঢ়লি লঙ্কা। গুৰু ঘন ঘন ঘোষ ঘৰিষণ গৰ্জ্জন শ্ৰৱণে জনময় শঙ্কা।। 👏👏🎵🎵👏👏 ধীৰ বীৰ সুৰ শেখৰ ৰাঘৱ ৰাৱণ তুৱা পৰি ঝাম্পে। ধীৰ বীৰ সুৰ শেখৰ ৰাঘৱ ৰাৱণ তুৱা পৰি ঝাম্পে। সুৰ নৰ কিন্নৰ ফণধৰ থৰথৰ মহীধৰ তৰসি প্ৰকম্পে।। 👏👏🎵🎵👏👏 অন্ধ মুগুধ দশ স্কন্ধ পাপ বুধ জানকী শিৰত চড়াই। অন্ধ মুগুধ দশ স্কন্ধ পাপ বুধ জানকী শিৰত চড়াই। ৰঘুপতি পদ বৰ ধৰ ৰজনীচৰ শঙ্কৰ কহতু উপায়।। শুন শুন ৰে সুৰ বৈৰী প্ৰমাণা নিশাচৰ নাশ নিদানা । নিশাচৰ নাশ নিদানা । ২
@arunavaganguly5552
@arunavaganguly5552 5 жыл бұрын
Thanks for the lyrics
@mbvlogs119
@mbvlogs119 5 жыл бұрын
Pp 98oo8op
@holidharpayeng1809
@holidharpayeng1809 5 жыл бұрын
Tq for the lyric...its hlpful
@bandana8361
@bandana8361 5 жыл бұрын
thank you
@achyutsaikia7461
@achyutsaikia7461 5 жыл бұрын
So good
@suvendusaha9486
@suvendusaha9486 3 жыл бұрын
অদ্ভুত সুন্দর গান। তন্ময় হয়ে শুনি। Love from Bangladesh
@dipankarbaruah8161
@dipankarbaruah8161 2 жыл бұрын
Strong voice zubeen daaaaa💖💖💖💖 Lov u forever 🤩🤩🤩জীয়াই থকা যেন আমাৰ ভগৱান হৈ💖💖💖
@DARKDEVIL-ce8gu
@DARKDEVIL-ce8gu 9 ай бұрын
জয় গুৰু জনা জয় জুবিন দা । সুন্দৰ কণ্ঠ আপোনাৰ।
@mathswithmoon
@mathswithmoon 4 жыл бұрын
Our rich culture ❤️❤️❤️. Love from barpeta road.
@mukutlukhurakhon1411
@mukutlukhurakhon1411 Ай бұрын
সচাকৈ, বৰগীত ত এনে সুমধুৰ আৰু শুৱলা সুৰৰ ৰসেৰে গোৱা বাবেই নেকি শুনিবলৈ খুবেই ভাল লাগিল ভৱিষ্যতে ও এনে ধৰণৰ ভক্তি মূলক বৰগীত শুনাব বুলি খুবেই আশা কৰিলোঁ ভগৱানে আপোনাক কুশলে ৰাখক আৰু আগন্তুক দিনবোৰত সকলো বিপদ আপদৰ পৰা ৰক্ষা কৰক এই মানসেৰে ই
@pj.pranjalsaikiaofficial8487
@pj.pranjalsaikiaofficial8487 5 ай бұрын
When u have lots of trouble in ur life and u want peace 🕊️ just listen to this masterpiece ❤ জয় গুৰু শংকৰ 😊
@champakk8858
@champakk8858 5 жыл бұрын
অনন্য সুন্দৰ এই বৰগীত বোৰে আমাৰ অস্তিত্বক জীয়াই ৰাখিব ।
@mandirabordoloi5708
@mandirabordoloi5708 Ай бұрын
জুবিন গাৰ্গে বৰগীত গাই থকা অৱস্থাত মানুহ জন দেখিবলৈ পালে ভাল পাও চাবলৈ ও বৰ মন যায় আজি কালি কিয় গাইথকানেদেখুৱাই ম ই যিহেতু কে বহুত ভাল পাও ❤❤❤❤❤❤
@shankarpranbhuyan2278
@shankarpranbhuyan2278 5 жыл бұрын
জয় গুৰু শ‌‌ঙ্কৰ....জয় শ্ৰীকৃষ্ণ....🙏🙏🙏🙏🙏🙏🙏🙏...জয় শ্ৰীৰাম...!
@alliswell5369
@alliswell5369 4 жыл бұрын
মোৰ দৰে lockdown t ৰাতিপুৱা বৰগীত শুনাৰ অভ্যাস কৰা কেইটাই like এটা মাৰি দিয়া ..❤😉😄
@ritwikbarman2020
@ritwikbarman2020 7 ай бұрын
JAI SHREE KRISHNA RAM🙏🙏🙏🙏🙏
@introvert5779
@introvert5779 2 жыл бұрын
ভাষা নাই💕😌😌😌
@mukutlukhurakhon1411
@mukutlukhurakhon1411 4 ай бұрын
বৰগীত টো শুনি ইমান ভাল পালোঁ যে কবলৈ গলে ভাষা ই বিচাৰি নাপালোঁ,, ভৱিষ্যতে ও এনে ভক্তি মূলক গীত শুনিবলৈ ইচ্ছা কৰিলো সেয়ে আপুনি গাই যাওক ইমান ভাল লাগিল,,,,,,
@udeshnasahariah7480
@udeshnasahariah7480 4 жыл бұрын
Peace of mind. One of my favourite Bargeet.
@devtubenortheast6557
@devtubenortheast6557 7 жыл бұрын
বৰগীতত সচাকৈ কি যে মধুৰ সুৰ , আত্মা চেছা পৰি যাই ! কৃষ্ণ হে বুলিচং………
@ankurjyotiborah2760
@ankurjyotiborah2760 4 жыл бұрын
কৃষ্ণ, জয় গুৰু শংকৰ-মাধৱ।
@dh.7119
@dh.7119 2 жыл бұрын
Wow Unbelievable voice The song is masterpiece
@mukuldas5713
@mukuldas5713 6 жыл бұрын
Dhuniya borgeet hosakoi mon val lagi gol huni 😄😄😄
@bikilovepriya7175
@bikilovepriya7175 6 жыл бұрын
সচাই পূৱাই এনেকোৱা সংগীত শুনিলে মনতো বহুত ভাল লাগি যায়
@brainscrambledeggnothinkin3897
@brainscrambledeggnothinkin3897 5 жыл бұрын
Anyone fighting with depression and anxiety just listen to it once. It helps s lot to relax and calm down. Joi Aai Axom. Joi Guru Smritanta Sankardev 🙏
@niharkantibiswas1408
@niharkantibiswas1408 2 жыл бұрын
guru dujonar Borgit xirot raxisu ....joi guru xankar 🙏✨🤍🪔😌
@MrNamchoom
@MrNamchoom 9 жыл бұрын
I always try to listen to this borgeet in the morning and start my day.
@iladas3544
@iladas3544 Жыл бұрын
Mur hokolut koi val lage bor gieet moi bhut val pau bor gieet 🙏🥰🥰 xuni bohut besi val palu xunile xuni thakibo mon jai 🥰🙏🙏🙏
@consultantrafic
@consultantrafic 7 жыл бұрын
only song which gives me pleasure in my heart, it boost my mind to scale up the ladder
@manojlahkarmanoj9463
@manojlahkarmanoj9463 7 жыл бұрын
Realy God song
@dhirendrachauhan1792
@dhirendrachauhan1792 6 жыл бұрын
It's nice seeing
@dhirendrachauhan1792
@dhirendrachauhan1792 6 жыл бұрын
It's nice song 👌👍
@arunavaganguly5552
@arunavaganguly5552 5 жыл бұрын
Yes
@studylover3176
@studylover3176 4 жыл бұрын
😘😘
@angkurdas3963
@angkurdas3963 5 жыл бұрын
সুন্দৰ সংগীত যি জুবিন দাৰ কন্ঠত আৰু সুন্দৰ হৈ পৰিছে....
@rahulhaloi8846
@rahulhaloi8846 6 жыл бұрын
অতি শুৱলা আৰু সুমধুৰ সংগীতেই হৈছে বৰগীত
@arupkakati8270
@arupkakati8270 7 жыл бұрын
বৰগীত শুনিলে সকলো দুখ খং নাইকিয়া হৈ যায়।
@chandannath5009
@chandannath5009 9 жыл бұрын
Much better than the original one. Dont know why people criticize the new improved version always.
@manashjyotihazarika2111
@manashjyotihazarika2111 7 жыл бұрын
একমাত্ৰ বৰগীত যিটো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ৰামৰ ওপৰত ৰচিত কৰিছিল |
@devajitmahanta5740
@devajitmahanta5740 5 жыл бұрын
Good information.
@debchowdhury4467
@debchowdhury4467 5 жыл бұрын
Manashjyoti Hazarika
@devajitmahanta5740
@devajitmahanta5740 5 жыл бұрын
Manashjyoti Hazarika শ্ৰীমন্ত শঙ্কৰদেৱৰ প্ৰথম বৰগীতটি আছিল ..... " মন মেৰি ৰাম চৰণহি লাগু ...."।
@hirokjyotigogoi347
@hirokjyotigogoi347 5 жыл бұрын
Hoi nki..??
@ankurjyotiborah2760
@ankurjyotiborah2760 4 жыл бұрын
জয় গুৰু শংকৰ-মাধৱ।।
@barashasaikia6923
@barashasaikia6923 2 жыл бұрын
❤️ বৰগীত শুনি বহুত ভাল লাগে😊
@princydevi9154
@princydevi9154 7 жыл бұрын
song is breathtaking. ...vry nice
@bitusharma2928
@bitusharma2928 6 жыл бұрын
princy Devi nice replyy
@deepjyotikalita8485
@deepjyotikalita8485 6 жыл бұрын
princy Devi buy
@skjindabad
@skjindabad 6 жыл бұрын
princy Devi hi
@nitumanidas9208
@nitumanidas9208 5 жыл бұрын
অতি ধুনিয়া
@runumi9613
@runumi9613 4 жыл бұрын
Bohut val gan
@chandandeka3213
@chandandeka3213 5 жыл бұрын
beyond beautiful!!!! zubeen daa I am speechless really!!! so awesome one..🙏🙏🙏💖💖💖💖💖💖💖💖💖💖💖💖🙏🙏🙏🙏🙏🙏🌷🌷
@DreamDevid
@DreamDevid 9 жыл бұрын
heart touching borgeet.....we love it too much
@nabajyotiboramostviratkohl5707
@nabajyotiboramostviratkohl5707 7 жыл бұрын
Thanks
@devabratbaruah3172
@devabratbaruah3172 5 жыл бұрын
Heartouching simply stunning
@layanhazarika4480
@layanhazarika4480 7 жыл бұрын
I am regular listener of Borgeet in early morning ,it is heart touching.
@dhimantaroy5445
@dhimantaroy5445 8 ай бұрын
অতি সুন্দৰ
@loverose8740
@loverose8740 5 жыл бұрын
Borgeat khunila mnt bht khanti aha 🙏 krishna parvhu .... Assamese kori jonmo dea babe bht dhinobad tumk porvhu karon amar assomiya dhormo nisina kunu dhormota iman khorbo sastro nam , ghukha, kirton , borgeat ni amar assomiya sanskrti mohan sanskrite ...... Love u all assamese person 👍
@ritwikbarman2020
@ritwikbarman2020 Жыл бұрын
JAI SHREE KRISHNA🙏🙏🙏🙏🙏
@Prabhashfans2024
@Prabhashfans2024 5 ай бұрын
2024 r Feb r 22 r Thu t kun e kun e Mor dore Rati Puwa 7 baja t Hori Naam Xuni Asa Zubeen Da r konthot 🥰
@kanjitkaalita7699
@kanjitkaalita7699 27 күн бұрын
Nijoke boikutho purit thoka anubhab hoi ❤❤ Krishna 🙏🙏
@AMahanta-yq9sm
@AMahanta-yq9sm Ай бұрын
Joi Jogot Guru Sankar dev 💗💗💗🙏🙏🙏🙏😌😌😌❤️❤️❤️
@damayantinath3177
@damayantinath3177 5 ай бұрын
জয় জুবিন দা
@niranjangogoi2084
@niranjangogoi2084 8 жыл бұрын
joi guru honkor..krishna ram
@jagotchborah4564
@jagotchborah4564 7 жыл бұрын
Niranjan Gogoi
@irshadaziz9387
@irshadaziz9387 7 жыл бұрын
my all time favourite
@greenvaley07
@greenvaley07 8 жыл бұрын
mind blowing melody...
@FifaMobileContentHub
@FifaMobileContentHub 2 жыл бұрын
Joi aai oxom
@madhumitasharma9477
@madhumitasharma9477 7 жыл бұрын
borgeet...peace of mind
@Suruj_Melodicbliss
@Suruj_Melodicbliss 9 жыл бұрын
it's really heart touching...bohut val lagil
@layanhazarika4480
@layanhazarika4480 Жыл бұрын
Expecting more Borgeet from Yong generation heart through Jubin Garg voice.[Spouth Ridge down town ,Dubai]
@pankajbaruah674
@pankajbaruah674 7 ай бұрын
Krishna joy guru Sankar🙏🙏😊
@swagatgogoi3511
@swagatgogoi3511 7 жыл бұрын
It's gives pleasure to my heart
@layanhazarika4480
@layanhazarika4480 7 жыл бұрын
I have seen Borgeet vdo by Jubin Garg acted by Jatin Bora and Gayati Mahanta more than 100 times,very much enjoyable and entertaining ,my gratitude goes to those who upload it in Y tube.thanks a lot and expecting more vdo in future,god bless you.
@jishnushivam217
@jishnushivam217 4 жыл бұрын
This song is my very favourite song I love this song
@jishnushivam217
@jishnushivam217 4 жыл бұрын
😁😁👍👍👌🤘
@dhanakantaneog3601
@dhanakantaneog3601 Жыл бұрын
গুৰু দুজনাৰ অপূৰ্ব সৃষ্টি বৰগীত শুনি মন জুৰ পৰি যায়
@moon123pgu2
@moon123pgu2 5 жыл бұрын
love u zubeen da...so stable n dedicated while singing ths borgeet...divine feeling...
@pratishruti6708
@pratishruti6708 6 жыл бұрын
Nice borgeet
@chayanikasharma5924
@chayanikasharma5924 Жыл бұрын
মোৰ ১৭মহীয়া ছোৱালীজনীয়ে সদায় এইটো বৰগীত শুনিহে টোপনি যায়🙏🙏
@BorahFlex
@BorahFlex Жыл бұрын
Mon beya lagile hunu... Bhal hoi jai...
@priyankaping3052
@priyankaping3052 6 жыл бұрын
Hiya juroya gaan.. Love it
@studylover3176
@studylover3176 6 жыл бұрын
Soo sweet
@sarbeswargogoi1179
@sarbeswargogoi1179 5 жыл бұрын
Hi
@drsaradindudas5859
@drsaradindudas5859 6 жыл бұрын
Beautiful heart touching
@ProtidhwaniSurBahiniOfficial
@ProtidhwaniSurBahiniOfficial 12 күн бұрын
Joi Guru Sankar 💗
@sibanigoswami9689
@sibanigoswami9689 5 жыл бұрын
জুবিন দাই গোৱা বৰগীত শুনি খুব আনন্দ লাগে।☺☺
@lalitadeka9006
@lalitadeka9006 5 жыл бұрын
My favourite borgeet
@sanjuktadihingia6508
@sanjuktadihingia6508 7 жыл бұрын
My fav borgeet
@akashdhar9412
@akashdhar9412 4 жыл бұрын
Mera bhi
@abhisnehasarmah7338
@abhisnehasarmah7338 6 жыл бұрын
joi jogoto guru shanker dev❤
@diptanusarkar5421
@diptanusarkar5421 7 жыл бұрын
xosake kobologiya hole borgeet xuna matri mon tu akku refresh hoi jai
@junehazarika
@junehazarika 4 жыл бұрын
Moi borgit bohut bhal pau aru ei gantu gam
@rajanikowar4013
@rajanikowar4013 6 жыл бұрын
hosakoi bhal lage
@neiljunakkashyap2341
@neiljunakkashyap2341 7 жыл бұрын
hats off zubeen da...
@diptideka1338
@diptideka1338 5 жыл бұрын
I love this borgeet. I like to sing.
@tafikurrahman3248
@tafikurrahman3248 5 жыл бұрын
Mind blowing song..
@bidyutdaimari9606
@bidyutdaimari9606 7 жыл бұрын
Borgeet gives pleasure and energy in my mind
@achadali9132
@achadali9132 4 жыл бұрын
Assamor gorav. Birgit
@luitbaishya1581
@luitbaishya1581 9 жыл бұрын
great singing by Zubeen.
@kapildas6683
@kapildas6683 7 жыл бұрын
I listen to always this song to morning my good day
@ganeshdas8443
@ganeshdas8443 7 жыл бұрын
jay guru sankar . ..beutiful song
@trippyturns
@trippyturns 8 жыл бұрын
Joi Guru Xonkor
@ahidulbarpetian6911
@ahidulbarpetian6911 11 ай бұрын
গুজৰাটৰ পৰা অসমলৈ গৈ আছোঁ এই বৰগীত শুনি শুনি....... কিমান যে ভাল লাগি আছে ভাষাৰে বুজাব নোৱাৰি
@guitarandcalisthenics9751
@guitarandcalisthenics9751 5 жыл бұрын
Kiman dhunia melody.. Ki sristi korisili tatia dinote.. 💓💓💓💓💓💓
@rebobora247
@rebobora247 5 жыл бұрын
bohut val laga.
@miabhijit1437
@miabhijit1437 5 ай бұрын
mon tu beya lagi thaki aibor geete mon tuk hotej kori tule gurujonr apurbo sristi .....
@binitadutta3121
@binitadutta3121 Жыл бұрын
Jai shree krishna....
@studylover3176
@studylover3176 4 жыл бұрын
It gives me pleasure
@mintukalita7954
@mintukalita7954 2 жыл бұрын
500 year old song,🙏 ❤❤
@assameseshows6020
@assameseshows6020 6 жыл бұрын
Zubeen da always best Love u
@poojakaushik6239
@poojakaushik6239 6 жыл бұрын
mon porosha borgeet... hosake suna pisot Mon tu pobitro hua jen lage
@pallabidevi7924
@pallabidevi7924 7 жыл бұрын
very nice Song
@topanchetiayt7952
@topanchetiayt7952 5 жыл бұрын
বৰগীত মোৰ বহুত প্রিয় সকলো গীতট কৈ বৰগীত বহুত ওপৰত 😍😍😍
@nilamsharma9053
@nilamsharma9053 Жыл бұрын
Asom r Gaurav , asom r pran Mahapurush Srimanta Shankardev. Ajir asomiya I jate nijor jati tuk gaurabannito koribo pora kam kore, Jitu ajikali dekhiboi pua najai .
ZUBEEN GARG'S BORGEET | ASSAMESE JUKEBOX | NK PRODUCTION | SERIES 112
31:16
RDC Assamese Official
Рет қаралды 298 М.
女孩妒忌小丑女? #小丑#shorts
00:34
好人小丑
Рет қаралды 8 МЛН
Smart Sigma Kid #funny #sigma #comedy
00:40
CRAZY GREAPA
Рет қаралды 37 МЛН
Алексей Щербаков разнес ВДВшников
00:47
Borgeet | Joyo Hari Gobindo বৰগীত - জয় হৰি গোবিন্দ
8:16
অ' মোৰ সুৰীয়া মাত
Рет қаралды 119 М.
Xuno Xuno Re Xuro by || Vidyasagar || Song 2019
7:50
MV A Entertainment Media
Рет қаралды 181 М.
女孩妒忌小丑女? #小丑#shorts
00:34
好人小丑
Рет қаралды 8 МЛН