Borluitor Dupare | Nahid Afrin | Abdul Malik | Alaap dudul Saikia | Zikir

  Рет қаралды 1,786,681

AC MULTIMEDIA

AC MULTIMEDIA

Күн бұрын

Пікірлер: 1 100
@Debajitdutta785
@Debajitdutta785 7 ай бұрын
ইমান ভাল লাগিছে গানটো এক দিনৰ কাৰণে শুনিব মন যায় ❤❤❤❤❤😔😭😭 এই গানটোৰ কাৰণে এটা লাইক 👍🏻💝
@ayatahidulchannel4883
@ayatahidulchannel4883 5 жыл бұрын
নাহিদ তোমালৈ বহুত বহুত অন্তৰৰ পৰা দুৱা কৰোঁ আৰু আগুৱাই যোৱা। আজি এই গীতটিৰ জৰিয়তে আমাৰ অসমৰ যি সকল লোকৰ মনত ভুল মনোভাৱ আছিল সেইবোৰ অন্তত অকণ মন হলেও আঁতৰ হব বুলি মই ভাবো । ধন্যবাদ আব্দুল মালিক দাদা আৰু নাহিদ ।
@hemantaborah2192
@hemantaborah2192 4 жыл бұрын
m
@alauddinahmed1683
@alauddinahmed1683 7 ай бұрын
জিকিৰ টো ভাল লাগিছে , তাতে নাহিদ আফ্ৰিনৰ সুৰ বহুত ভাল লাগিছে । কিন্তু ইয়াতে এটা কব লগীয়া আছে , আমি সৰু হৈ থকাৰ পৰাই শুনি আহিছোঁ , শঙ্কৰ আজানৰ দেশ বুলি । কিন্তু এতিয়াৰ শাসন কালত দেখোন শঙ্কৰ মাধৱৰ দেশ বুলিহে শুনা পাও । কিছু মানুহে আজান নামটো নোহোৱা কৰিব চেষ্টা কৰি আছে । সঁচা টো সদায় সঁচাই , তাক যিমান লুকুৱাব বিচাৰিলেও নহব , এদিন নহয় এদিন ওলাবই । শেষত আব্দুল মালিক ডাঙৰীয়া আৰু মৰমৰ নাহিড আফ্ৰিন লৈ শুভেচ্ছা যাছিলো , আগলৈ যাতে আৰু আগুৱাই যোৱা তাৰে কামনাৰে , ধন্যবাদ ।
@zeshika5431
@zeshika5431 4 жыл бұрын
বৰ সুন্দৰ হৈছে নাহিদ.... শঙ্কৰ আজানৰ এইখন বৰ অসমৰ অৱস্থা দেখি অন্তৰে আজি কান্দি উঠিছে...অসমীয়া লোকসংস্কৃতিৰ অংগ এই জিকিৰ মোৰ খুব প্রিয়......
@rajjakali2589
@rajjakali2589 2 жыл бұрын
প্ৰণাম 🙏 for understand
@rasidul8620
@rasidul8620 2 жыл бұрын
Khuda hafiz
@BasuMiah-n3y
@BasuMiah-n3y 7 ай бұрын
​@@rasidul8620to 🎉
@mintubaishya6462
@mintubaishya6462 2 жыл бұрын
কি কম অবৰ্ণণীয় শত শত প্ৰণাম একতাৰ এনাজৰী সদায় যুগমীয়া হৈ ৰ ওক। প্ৰেমবোৰৰ হৃদয়ে হৃদয়ে স সজীৱ হৈ থাকক । 🙏🏾🙏🏾🙏🏾🙏🏾🙏🏾 আল্লাহ ঈশ্বৰ একেজনে নেজানি মুৰুখে কৰে পৰ।
@gohainbitul6570
@gohainbitul6570 2 жыл бұрын
বহুত ধুনীয়া হৈছে নাহিদ , এই জিকিৰেই হৈছে অসমীয়া জাতিৰ সমন্বয়ৰ প্ৰতীক । জয় আই অসম
@roseahmedofficial745
@roseahmedofficial745 5 жыл бұрын
বহুত ভাল লাগিলে জিকিৰ টো শুনি ।।।।। এয়া আমাৰ শংকৰ আজানৰ দেশ।।।নাই কোনো ভেদা ভেদ বহুত ভাললাগিছে 🤲🤲
@lisandeka4627
@lisandeka4627 4 жыл бұрын
Bohut dhuniyaa hoise... Joi aai axom
@meherbadsha6977
@meherbadsha6977 3 жыл бұрын
ভাল লাগিল_জিকিৰ টু,,আমি সদায় মিলাপ্রিতিৰে এই সোনৰ অসমত জীয়াই থাকিম!👬❤🥀
@srcomedyclub1278
@srcomedyclub1278 4 жыл бұрын
Sob cmnt bilak pohisu pohi Bhut val lagise Aya hl axom Nd axomr r anajori Hindu muslim bhai bhai we are all assamese ....Nahid Always Great nd ur Voice very sweetness
@mrinmoypaban7529
@mrinmoypaban7529 5 жыл бұрын
অতি সুন্দৰ । এইয়াই আমাৰ অসম । জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমি অসমীয়া ।
@BlackWhite-ku2qy
@BlackWhite-ku2qy 3 жыл бұрын
Hoi🥰
@abidurrahman8956
@abidurrahman8956 3 жыл бұрын
োোোোোোৈোৈোোোোোোোোোোোোোো
@abidurrahman8956
@abidurrahman8956 3 жыл бұрын
োোোৈোোোোোোৈোোোৈোোোোোোৈোোোোোোোোো
@abidurrahman8956
@abidurrahman8956 3 жыл бұрын
@@BlackWhite-ku2qy োোোোোোৈ
@abidurrahman8956
@abidurrahman8956 3 жыл бұрын
োোোোোৈোৈ
@harenborah4086
@harenborah4086 4 жыл бұрын
এই অমিয়া সুৰ যেন সদায়েই শুনিবলৈ পাও।ঈশ্বৰে তোমাক কৃপা কৰক। প্ৰয়াস অব্যাহত ৰাখা। শুভেচ্ছাৰে।
@pankajbarua6419
@pankajbarua6419 5 жыл бұрын
এটা সৰু ছোৱালীৰ কণ্ঠত যদি এনে মনোভাৱ সৃষ্টি হয় তেনেহলে ডাঙৰ বোৰৰ চিন্তা পৰিধি ভাবি চাবৰ সময় সমাগত।
@nazirparamanik3964
@nazirparamanik3964 5 жыл бұрын
Yes
@ikramshahalam9462
@ikramshahalam9462 5 жыл бұрын
Yes sir
@lisandeka4627
@lisandeka4627 4 жыл бұрын
Absolutely right...
@islamistatus6735
@islamistatus6735 4 жыл бұрын
Right
@hashemali182
@hashemali182 4 жыл бұрын
No doubt........ 💯👌 right
@allassamesemanindra4176
@allassamesemanindra4176 5 жыл бұрын
গভীৰ কণ্ঠ । এই খন শংকৰ আজানৰ দেশ । হিন্দু-মুছলিম আমি সকলোয়ে এইখন দেশৰে সন্তান ।
@miassam7718
@miassam7718 5 жыл бұрын
All Assamese right
@ruprekhalala6630
@ruprekhalala6630 5 жыл бұрын
অতি সুন্দৰ...তাতে তোমাৰ মাত টো বৰ গহীন গহীন লাগিছে একদম গানটোৰ ভাষাৰ দৰেই...আৰু আগবাঢ়ি যোৱা...
@murshidaaktar3802
@murshidaaktar3802 4 жыл бұрын
Masum
@jahanarabegam9282
@jahanarabegam9282 3 жыл бұрын
অসমৰ ঋঢোউ গোঈথ আৰু নাৰিকল আৰু ইয়াৰ ইয়াৰ পিছত তেওঁ ভাৰতীয় প্ৰশাসনিক সেৱালৈ মনোনীত হৈ অসমৰ ঋঢোউ 🌌🌃💫🤲
@reenaborah2423
@reenaborah2423 2 жыл бұрын
সুন্দৰ👌👌👌❤️❤️❤️
@jahanarabegam9282
@jahanarabegam9282 2 жыл бұрын
Eid Mubarak 🕌🌃🌌🤲🕋
@jahanarabegam9282
@jahanarabegam9282 2 жыл бұрын
@@murshidaaktar3802 Eid Mubarak 🕌🌃🌌🕋🤲
@staraxom2937
@staraxom2937 5 жыл бұрын
ভাতৃত্ববোধৰ এনাজৰী ।নাহিদ আফ্ৰিন ভনীলৈ বহুত শুভেচ্ছাঁ জনালোঁ ।আব্দুল মালিক ডাঙৰীয়ালৈও ।
@bubulahmed3482
@bubulahmed3482 3 жыл бұрын
Moojja
@rekiahmed7381
@rekiahmed7381 Ай бұрын
Good
@abdulawal3039
@abdulawal3039 4 жыл бұрын
কি যে মধুৰ ভাষা আমার অসমীয়া ভাষাটো শুনিলেই কলিজাটো থম খাই যায় । এই শংকৰ আজানৰ অসমৰ অসমীয়া ভাষাটো চিরতরে রৈ থাকে যেন ইয়ারে কামনা মহান আল্লাহৰ ওচৰত ।
@rupalibhuyan8075
@rupalibhuyan8075 3 жыл бұрын
অতি সুন্দৰ নাহিদ ভগবানে তোমাক সদায় সহায়ক হ ওক।বিহু আৰু ৰমজানৰ মাহতে তোমাক হিয়া ভৰা আশিবাদ কৰিছো, সদায় ভালে থাকা❤️
@islamuddinahmed6717
@islamuddinahmed6717 2 жыл бұрын
Ait
@maramidas9743
@maramidas9743 2 жыл бұрын
@@islamuddinahmed6717 🤣
@damuali7008
@damuali7008 2 жыл бұрын
@@islamuddinahmed6717 vrrr4rgvsvv
@sahajamalhoque6996
@sahajamalhoque6996 Жыл бұрын
@@islamuddinahmed6717 আৰু
@jhgamer713
@jhgamer713 Жыл бұрын
​Ni mm ni ni hu hu u in hy hubby hu hu hu use hu hu mi olp pp ki l minq ki ni ko mo ki bhi jikiir ni Lp
@pranabjyotidas3890
@pranabjyotidas3890 5 жыл бұрын
bohut dhunya zikir, khuni bohut Val lagil, tate aru Nahid or voice ! It's outstanding....
@homelibrary4267
@homelibrary4267 5 жыл бұрын
জিকিৰ বহুত শুনিছোঁ কিন্তু আজি প্ৰথমবাৰৰ বাবে ইমান সুমধুৰ কণ্ঠত জিকিৰ শুনিলোঁ তুমি আৰু বহুত আগুৱাই যোৱা ভন্টি
@karimahmed133
@karimahmed133 Жыл бұрын
Borhiya.bordhuniya hoise. Nahid Tumi aguwai jowa. Axomor naam raushan kora. Joy aai Axom.
@publicmirroraxom
@publicmirroraxom 4 жыл бұрын
সছাকে অন্তৰখন চুই গল এই জিকিৰ শুনি আমি হিন্দু মুছলমান ভেদা ভেদ নকৰি সকলোৱে মানুহ হৈ জিয়াই থাকিলে পৃথিৱীখন যে আৰু কিমান সুন্দৰ লাগিলে হেতেন ৷ নাহিদ তুমি তুমি আগোৱাই যোৱা আমি দুৱা কৰিম ইনছাললাহ
@julfisadboy3706
@julfisadboy3706 2 жыл бұрын
Hmm
@Renu-j6h
@Renu-j6h 7 ай бұрын
Ummm
@gonesh1994
@gonesh1994 5 жыл бұрын
অতি সুন্দৰ জিকিৰ.. কৃষ্ণ=আল্লাহ
@blogesly7060
@blogesly7060 3 жыл бұрын
সোন্দৰ জিকিৰ অতি সোন্দৰ....... শ্ৰী কৃষ্ণ অল্লা ই মংগল কৰক সকলোৰে তুমিও আগুৱাই যোৱা
@abinashtalukdar606
@abinashtalukdar606 5 жыл бұрын
বহুত বহুত ধন্যবাদ তুমালৈ Your voice is always inspiring me
@SalimKhan-zh8pw
@SalimKhan-zh8pw 5 жыл бұрын
So sweet dear sis
@ArupSarmah143
@ArupSarmah143 5 жыл бұрын
Wow,,,,💞Bhut bhal lagil Jikir Gan2 Xuni🙏.😱👍
@debajitsarma1546
@debajitsarma1546 5 жыл бұрын
Ki kom bhaha nai Mon sui gol extraordinary lyrics.....
@sangitakalitabora5346
@sangitakalitabora5346 5 жыл бұрын
ভাল লাগিল বৰ লুইতৰ দুয়োপাৰে
@abhinashdutta676
@abhinashdutta676 5 жыл бұрын
সকলো মানুহৰ হাত দুখন, চকু দুটা, কাণ দুখন, ভৰি দুটা,,সকলো মানুহে খাই বৈ জীয়াই আছো, তাৰ পিছতো ধৰ্মৰ নামত ইমান গোড়ামী কিহৰ,ধৰ্মৰ নামত কৰি থকা বেয়া কাম বিলাক সকলোৱে এৰি দিব লাগে,, জয় আই অসম,
@dipjoybaruah3845
@dipjoybaruah3845 3 жыл бұрын
তূমি ধুনীয়া কথা লিখছা এইলৈ আমি আগৱাই জাৱ লাগিৱ কাৰন এতিয়া যাগুৰত হৱ লাগিৱ সমুষত আহিছে উঠিপৰি সকো এক হৈ আগুৱাই সময় আহিছে ্।
@sikhamonichoudhury8391
@sikhamonichoudhury8391 Жыл бұрын
সুন্দৰ ভাৱে মনৰ ভাৱ উপষ্হাপন কৰিছে আপুনি।
@sagarikadevchoudhury3508
@sagarikadevchoudhury3508 5 жыл бұрын
Pratidin time t hunilu tmr eitu song mozah hoise
@lailabegum1178
@lailabegum1178 5 жыл бұрын
Sagarika DevChoudhury Nahi aru agile Jana Dua korisu
@anuskatanishka3367
@anuskatanishka3367 4 жыл бұрын
Nice zikir.... bohut vl lagise nahid 👌👌👌👌👌👌👌
@Sohidul.lv.3k
@Sohidul.lv.3k 4 жыл бұрын
অসমী আইৰ, আমি সকলোৱে সন্তান।।
@thulungaboro1511
@thulungaboro1511 4 жыл бұрын
Hosakoi
@durlovjyotibhuyan9282
@durlovjyotibhuyan9282 4 жыл бұрын
বৰ সুন্দৰ হৈছে জিকিৰ তোমাৰ কনঠত নাহিদ। ভগৱান, আল্লাই মংগল কৰক তোমাক
@pranjisaikia6405
@pranjisaikia6405 5 жыл бұрын
অতি সুন্দৰ গাইছা নাহিদ
@ShekhAbdullah-dz4yq
@ShekhAbdullah-dz4yq 5 жыл бұрын
এইখন শংকৰ আজানৰ দেশ । (জিকিৰ)গানটো অতি সুনদৰ হৈছে।Nahed afreen hamesa qeyem rahe
@ranjitdas9064
@ranjitdas9064 2 жыл бұрын
জিকিৰটো শুনি - সঁচা কৈয়ে ভাল লাগিল। সুন্দৰ গীত... অতি সুন্দৰ প্ৰদৰ্শন ... নাহিদ, তোমালৈ মোৰ আন্তৰিক শুভেচ্ছা থাকিল । শুভ কামনাৰে ...
@pranab_b_assamboy8458
@pranab_b_assamboy8458 4 жыл бұрын
তুমি বহুত ভাল গান গাইছা। 💞💞💞
@lakshmikalita2470
@lakshmikalita2470 5 жыл бұрын
সুন্দৰ জিকিৰ গীত । ভিডিও হ'লে আৰু বেছি ভাল লাগিল হেঁতেন । জিকিৰ গীত বহু দিনৰ মূৰকত শুনিলোঁ । অসমৰ সম্পদ এনেকুৱা গীত বিলাক আমাৰ সংগীত শিল্পী সকলে গাব লাগে । ধৰ্মীয় গীত মাতে সমাজখন সদায়েই পবিত্ৰ আৰু সুস্থ সবল কৰি ৰাখিব পাৰে ।
@apurbajyoti.deka.12
@apurbajyoti.deka.12 5 жыл бұрын
অতি সুন্দৰ গান 👌👌👌 আমিতো সকলোৱে অসমীৰ সন্তান সদায় সকলোৱে লগত মিলি জুলি থাকিব লাগে । হৃদয় চুই গল ।
@tafikofficial4109
@tafikofficial4109 Жыл бұрын
@babirajahmed6500
@babirajahmed6500 5 жыл бұрын
গানটো বহুত ভাল লাগিছে তোমাৰ কণ্ঠত নাহিদ ,আগুৱাই যোৱা An miles to go.... গানটো মোৰ জেঠা ৰঙিয়াৰ আব্দুল মালিকে লিখা ।
@antarabilkish4929
@antarabilkish4929 4 жыл бұрын
Mojh bro
@hellohi2002
@hellohi2002 4 жыл бұрын
Eyaai hoise amar oxam.
@bhargabrajbongshi5912
@bhargabrajbongshi5912 5 жыл бұрын
xsai bht dhuniya..sis..gar num xiyori utha gan..bht bht vl lgise xuni..aru aguyai jua👌👌
@nilkamalbhuyan9507
@nilkamalbhuyan9507 5 жыл бұрын
নাহিদ, ৰমজান মাহৰ সুন্দৰ উপহাৰ দিলা, ধন্যবাদ তোমালৈ।
@balendas4259
@balendas4259 Жыл бұрын
অতি সুন্দৰ । অতি মনোমোহা । সমণ্ব্য়ৰ এয়াই কটকটীয়া অনাজৰি । নাহিদ তোমাৰ মংগল কামনা কৰিছোঁ ।
@মায়াবিনী-অসম
@মায়াবিনী-অসম 3 жыл бұрын
অতি সুন্দৰ❤️❤️❤️❤️
@jakariaansari1067
@jakariaansari1067 4 жыл бұрын
Bohut dhuniya gaisa. Axom aamar matri bhumi.kisumanor kothat aahi aami nijor majote xingsuk hoi golu.aami xokoluye mili thakilehe deshor unnoti xadhon hobo. We are all one.
@jiyauddinansari4639
@jiyauddinansari4639 3 жыл бұрын
You are the future best singer of Assam
@nachidaparbin5810
@nachidaparbin5810 5 жыл бұрын
Awesome. .jikir. .bht vl lgil Nahid
@Swargadeo
@Swargadeo 2 жыл бұрын
Khundor gaan, sweet n melodious voice, keep our axomiya culture live 👍
@rekiburjaman9064
@rekiburjaman9064 5 жыл бұрын
গীতৰ কথা সচাই অপূৰ্ব ...😊😊😊😊
@বলিনদাপোন
@বলিনদাপোন 5 жыл бұрын
বহুত বহুত ভাল লাগিল।🙏🙏
@dilwarhussain2253
@dilwarhussain2253 3 жыл бұрын
Very nice .
@farida___yeasmin
@farida___yeasmin Жыл бұрын
Vohut hundor
@villageinaxom3066
@villageinaxom3066 5 жыл бұрын
সময় উপযোগী গীত বহুত ভাল লাগিল।।
@SohidulOfficial730
@SohidulOfficial730 8 ай бұрын
Kije kuwa na. Eitu kihor akou homoy upojogi hol. Piriye Piriye choli oha amar honskriti. Pahorisa neki. Ami amar honskriti pahori he jabo loisu.
@TilaknathTilaknath
@TilaknathTilaknath 2 ай бұрын
Bohut dhunia lagise dai❤❤ I love jikir proud to be Assamese ❤❤
@pallabsonowal380
@pallabsonowal380 3 жыл бұрын
অতি hundor....😍
@ashasecurity4460
@ashasecurity4460 2 жыл бұрын
Thank you
@pranabjyotiray7470
@pranabjyotiray7470 Жыл бұрын
বৰ ধুনীয়া লাগিছে । সমন্বয়ৰ সুৰ এনেকৈয়ে বৰ্তি থাকক ।
@kankanjyoti8386
@kankanjyoti8386 5 жыл бұрын
Gan tur fast 2 secnd ote mn to bhut val lagi gl...Bor xundar gaise deiiii
@jyotiprasadthakuria1309
@jyotiprasadthakuria1309 2 жыл бұрын
Maha sampritir sumadhur zikir.oti uttam.Many thanks for this creation
@সুৰবাহিনী
@সুৰবাহিনী 2 жыл бұрын
❤️❤️❤️❤️❤️🍃🍃🍃🍃😇😇Joi Jogot Juru Sonkor Dev ❤️Joi Guru Madhob hoi❤️❤️❤️🙏🙏 Fokir Sahab 🙏
@mamonbegum5921
@mamonbegum5921 3 жыл бұрын
বহুত ধুনীয়া লাগিছে।।।আৰু লাগে নাহিদ আফ্ৰিন।।।।
@supritihazarika504
@supritihazarika504 5 жыл бұрын
Morning time to t bhut val lagib hunib
@nkmadanichannel7879
@nkmadanichannel7879 5 жыл бұрын
Prince's bora Right bro
@ijajulali6875
@ijajulali6875 3 жыл бұрын
Rith
@shirumonihazarika5306
@shirumonihazarika5306 10 ай бұрын
Aasorit dhunia gysa Nahid, sui jy kisuman gaan kisumanor konthot, birat dhunia lagise jikir2, dihanaam keitamanu aamak upohar diba buli aakha rakhilu🙏🙏🙏
@bidyuthokai2323
@bidyuthokai2323 5 жыл бұрын
Iman hundor hoise , huni bht val lagil, God bless you
@rofiqulislam1080
@rofiqulislam1080 6 ай бұрын
নাহিদ আফ্ৰিন, তোমাৰ সুমধুৰ কণ্ঠৰ বাবে তোমাক অজস্ৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ !
@ddvb7458
@ddvb7458 5 жыл бұрын
Xosake gaan tu xuni mon xuii gol.. superb 😘😘
@moinulhoque1061
@moinulhoque1061 3 жыл бұрын
ইমান ভাল লাগে যে মই প্ৰতিদিনেই এবাৰকৈ শুনো
@kamerkhan5612
@kamerkhan5612 5 жыл бұрын
বৰহিয়া লাগিছে এনেকোৱা জিকিৰ ওলাই ঠাকিলে বহুত ভাল লাগে
@dharmendradas2847
@dharmendradas2847 4 жыл бұрын
Bohut vl lagil de. Akebare mon sui juwa gan . Anadora amar asomiya r anajoridal bandhi rakhok
@izazulhussain5589
@izazulhussain5589 5 жыл бұрын
Nahid Nice Voice really its a Fantastic u r a pride of the World. Who has Living Assam.
@chandramakalita7856
@chandramakalita7856 5 жыл бұрын
Ekdm first class song dr Nahid😘
@rishicreation6508
@rishicreation6508 5 жыл бұрын
nice song.. Tumi hodai eituye sesta kori juwa Nahid.. jate amar akhomiyar majot kunu vet bhab nathake.. loved song ❤️❤️
@manjukr.dijongia1528
@manjukr.dijongia1528 5 жыл бұрын
বাহ,কি অপূৰ্ব , বাৰে পতি শুনি থাকিলেও আমনি নালাগে।
@ridipraj25
@ridipraj25 5 жыл бұрын
Xosake bohut val lagil💗💗💗 Nahid dhuniya gaisa 👌
@educationcompany.6793
@educationcompany.6793 2 жыл бұрын
Khub sundar jikir. Mon ice ice hoi jai.
@saqleinmostak5589
@saqleinmostak5589 5 жыл бұрын
Superb composition..and absolutely..very nice song
@jorhatassamdiary1476
@jorhatassamdiary1476 3 жыл бұрын
Moja Nahid ❤️❤️ happy Ramzan mubarak
@himajyotimazumdar1408
@himajyotimazumdar1408 4 жыл бұрын
মন মুহি যোৱা কণ্ঠ আৰু অন্তৰ চুই যোৱা জিকিৰ। I love Nahid very much.God bless her. She is proud of Assam.
@rightmohitanupamsaikia3277
@rightmohitanupamsaikia3277 Жыл бұрын
Hundar. Bohut dinor murot val zikir ata hunilu
@udoythengal
@udoythengal 5 жыл бұрын
কি হিন্দু কি মুছলমান আমাৰ দেশ অসম আমি একেলগে থাকিব লাগে বাকি ভাল লাগিল 👋👋
@purnimahembrom5462
@purnimahembrom5462 5 жыл бұрын
Ami hokolo ekei kono hindu kono muslim bhed nai
@anjirali8103
@anjirali8103 5 жыл бұрын
Majja
@Kabya25
@Kabya25 5 жыл бұрын
Hmmmm we are all bothers and sisters
@simantablog3020
@simantablog3020 5 жыл бұрын
Bar val laga
@pranjalgogoi4424
@pranjalgogoi4424 4 жыл бұрын
Ami matro asomia, joi ai asom
@ImranKhan-ts8wz
@ImranKhan-ts8wz 2 жыл бұрын
Dhuniya song Really Nice 👌❤️❤️❤️❤️
@ImranHussain-br4ui
@ImranHussain-br4ui 3 жыл бұрын
Jikir❤️ , Nahid ❤️, Hindu Muslim unity ❤️, Assam❤️
@ijajali873
@ijajali873 5 жыл бұрын
সুন্দৰ ... কিন্ত এইটোতে ক্ষান্ত নহলো...আৰু আশা কৰিলো
@dekatapan6723
@dekatapan6723 5 жыл бұрын
Dhuniya lagil jikir xoni👍👍👍
@sriganesh8526
@sriganesh8526 5 жыл бұрын
গানটো শুনি ভাল লাগিল আৰু তোমাৰ গানৰ সুৰ টো ভাল লাগিছে nice to meet you 👌👌👌👌👌👌👌👌
@apurbagogoi729
@apurbagogoi729 5 жыл бұрын
গান টু বহুত ভাল হৈছে নাহিদ । Awsommmm
@anandakakati1521
@anandakakati1521 7 ай бұрын
Many many thanks to you and followers for the best zikir suria song thata means of unity between the hindus and the muslims
@udeshnadevi7431
@udeshnadevi7431 5 жыл бұрын
Nice combination of the Song. I like it a lot.
@safekulislam6838
@safekulislam6838 Жыл бұрын
Khub bhalo hoisr
@anwarhussain7404
@anwarhussain7404 2 жыл бұрын
What a beautiful songs.. proud to u Nahid 🙏🙏🙏❤️
@dilipali5127
@dilipali5127 2 жыл бұрын
Dhuniya lagil khuni ata Bihu husari khunibor mn asil 2mar
@kartikrajbongshi2
@kartikrajbongshi2 5 жыл бұрын
Another name of excellence... NAHID
@mylifesn4376
@mylifesn4376 2 жыл бұрын
Bohut dhuniya lagise
@konwardipensmemory9993
@konwardipensmemory9993 5 жыл бұрын
ভাল লাগিল । সুন্দৰ চিন্তা ।
@PunomDeori-gq9cy
@PunomDeori-gq9cy 7 ай бұрын
অনন্য ‌জিকিৰ। তোমালৈ আৰ্শীবাদ।আগুৱাই যোৱা।
@simasalma3477
@simasalma3477 5 жыл бұрын
We are very proud of you Nahid.. Very good
@imdadullah3979
@imdadullah3979 4 жыл бұрын
Idd Mubarak sister...
@rupnath647
@rupnath647 4 жыл бұрын
Bohut dhuniya lahise ooo baa song tu
@moonbegum4937
@moonbegum4937 4 жыл бұрын
Nice
@jahanarabegam9282
@jahanarabegam9282 3 жыл бұрын
Smft sis wot oda mpa6d idtr
@bidyadhardasvlogsgod5867
@bidyadhardasvlogsgod5867 2 жыл бұрын
Best Dr.Abdul Malik
@nabajitkalita6634
@nabajitkalita6634 5 жыл бұрын
সচাকে সুন্দৰ জিকিৰ এটা শুনিলো।
@pintughosh1166
@pintughosh1166 5 жыл бұрын
অতি সুন্দৰ হৈছে nahid friend
@indulatasukla4179
@indulatasukla4179 5 жыл бұрын
Amazing song! Brilliant rendition by Nahid Afrin.
@jubichoudhury1235
@jubichoudhury1235 2 жыл бұрын
বৰ ধুনীয়া হৈছে 🌷🌷🌷👍
@angkitaray6754
@angkitaray6754 5 жыл бұрын
val hoise bohut... eed mubark
@ujaafaabedinofficial8172
@ujaafaabedinofficial8172 2 жыл бұрын
বৰ খুন্দৰ নাহিদ আগলৈও এনেকুৱা গান পাম বুলি আশা ৰাখিলোঁ
How it feels when u walk through first class
00:52
Adam W
Рет қаралды 24 МЛН
Não sabe esconder Comida
00:20
DUDU e CAROL
Рет қаралды 39 МЛН
pumpkins #shorts
00:39
Mr DegrEE
Рет қаралды 125 МЛН
Fake watermelon by Secret Vlog
00:16
Secret Vlog
Рет қаралды 27 МЛН
How it feels when u walk through first class
00:52
Adam W
Рет қаралды 24 МЛН